|Pratipakhya|- Where did journalist Rajeev Bhattacharya meet ULFA(I) chief Paresh Baruah?
Вставка
- Опубліковано 10 лют 2025
- |Pratipakhya|- Where did journalist Rajeev Bhattacharya meet ULFA(I) chief Paresh Baruah ? Watch the full clip to know more about this story.
#pragnews #pragdigital #ULFA #Pareshbaruah #RajeevBhattacharya #jitumonibora #paneldiscussion
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com
ৰাজীৱ দাই কথাবোৰ কৈ থাকোঁতে তেখেতৰ কথাৰ মাজত বহুবাৰ interfere কৰা যেন অনুভৱ হ’ল ৷ যেন সাক্ষাৎকাৰ লোৱা গৰাকীয়ে নিজৰ উপস্থিতি বুজাবলৈ বাৰে বাৰে চেষ্টা চলাই থাকিল ৷
Right
Rajiv, val journalist hobo loi 1st opposite jonok xunibo lagibo...eneke nhbo
Oi kala Rajid Dak Val k katha bur kabolea dey..
😊
একেবাৰে সঁচা কথা কৈছে।
আলোচনাটো চাই যথেষ্ট ভাল লাগিল। আৰু বহুত তথ্য সমৃদ্ধ। আগলৈ আৰু আশা কৰিছোঁ।
Feedback: Jitumoni Daa e nuarise interview loboloi hompadok hoiu, kotha bur clear nhoi mukhot bhitorote koi ase and eman interrupt korise odorkari. Eifale Rajeev daa e eman dhuniyakoi kotha koise, hunie bhal lagise.
Very
Exactly
Xosa kotha
Hxakoi
Exactly..
ৰাজীৱ দাৰ কথাবোৰ বৰ ভাল লাগিল,শুনি হেপাহেই নপলালে। আগলৈ এনেধৰণৰ কথাবোৰ অৱগত কৰাব বুলি আশা ৰাখিলোঁ
6
টিভি চেনেলৰ সাংবাদিক জনে কিয় বাৰে বাৰে ৰাজীৱ ভট্টাচাৰ্য্যৰ কথাৰ মাজতে নিজৰ কাহিনী আৰম্ভ কৰে ? তেওঁক কিয় ভালকৈ কথা কবলৈ নিদিয়ে ? উষ্টাডি নেকি অলপ ?? ৰাজীৱ ভট্টাচাৰ্যৰ দাদাৰ কথা খিনি ভাল লাগিল ।
😆
পৰেশ বৰুৱাৰ সন্ধানত কিতাব খন পঢ়িবা সব ধুনীয়াকৈ লিখিছে ৰাজীৱ ভট্টাচাৰ্য্য ডাঙৰীয়াই।
কাম নাই তাৰ লেবেল
Toplai kotha koboi najane... Basic knowledge ni mokkel Tu... Ru attention di huna ni toplai
Agree 👍🏿
Bohut straight forward aru Intelligent hoi Sir apuni. Val lagile kotha botora bilak huni aru apunar hard work or karne Salute. ❤️
JOI AAI AXOM
সাংবাদিকজন ওস্তাদ। কথাকেইটা ভালকৈ শুনিবলৈ সময় নাই। সাংবাদিকজনকো মাতিছিল বোলে সেইটো ডাঙৰ ফিট মাৰিল।
0:54
1:17
99 1:32 1:37 9
😅
3:27 3:41 3:42 3:43
কোনে কোনে অসম স্বাধীন হোৱাটো বিচাৰে। 1 like please.
Zzxzzzs
X
V'c*
C, cc,
@@shimdutta9263😊😊😊
ৰাজীৱ দাৰ কথাবোৰ ভাল লাগিছে। চাংবাদিক জনে মাজে মাজে অদৰকাৰী interrupt কৰিছে। কথাবোৰো স্পষ্ট নহয়।
অসমৰ প্ৰতিজন অসমীয়া ডেকা ল'ৰা এক হ'বলৈ অনুৰোধ জনালোঁ জাতিৰ স্বাৰ্থত জয় আই অসম
Jai aai axom
Ekmot
Asu lgt jug dibo bisaru
@@girinchetia2953 I'm on in on in I'm
@s muru issa ass
Bahut hundor kotha kole Rajeev Da. Bhal lagile bahutu kotha jaani. Thank you.
সাংবাদিক জনে ওপৰাওপৰিকৈ কথা কোৱাতকৈ ৰাজীৱ ভট্টাচাৰ্য্যক কথাখিনি ভালকৈ কবলৈ দিব লাগিছিল , কাৰণ তেওঁ স্পটত থাকি খবৰ সংগ্ৰহ কৰিছে | আজিহে শুনিলো | ভাল লাগিল, আৰু জানিবলৈ মন গৈছে...
সাক্ষাৎকাৰটো যথেষ্ট দীঘলীয়া যদিও কিছুমান মূল্যবান কথা ক'বলৈ ভট্টাচাৰ্য্যদেৱক সুবিধা নিদিয়া যেন লাগিল ।
Muru lgil...
সকলো বোৰ কবলৈ নিদিয়াটোৱে মঙ্গল যেন বোধ হয়!!!!!!
Toplai kam ni kla.... Ustad kla hi... Nitumoni saikia hole mojja lagil hy... Toplak kyo rakhise prag channel... O quality toplar
right koise apuni
right jitumoni olp uport koi
বৰ ধুনীয়া আলোচনা
মই আপোনাৰ কিতাপ খন পঢ়িছো, মোৰ লগতে আছে ।
"পৰেশ বৰুৱা সন্ধানত" ......আজি আপোনাৰ পৰা শুনি সুখী হলো।আপোনাৰ সু-শৰীৰ কামনা কৰিলোঁ।
✊✊✊
এই চিকুণ পিয়াঁজে সাক্ষাতকাৰ লৈছে নে জেৰা কৰিছে ধৰিবহে পৰা নাই
চিকুন পিয়াজ । মজা
সাংবাদিক জনৰ প্ৰশ্ন কেইটা ভাল কিন্তু তেওঁৰ উত্তৰটো শুনিবলৈ সময় নাই।
Correct
হয় 🤣🤣
তেওঁৰ কিতাপ পঢ়িছোঁ! ভাল লাগিল!বহুত দিনীয়া মনে বিছৰা সাক্ষাৎকাৰটি
Piz kitap khnr namtu jnaksun
@@ipboracisf..8485
"পৰেশ বৰুৱা ৰ সন্ধান ত" কিতাপখনৰ নাম
@@utpalbdas tq
@@ipboracisf..8485 🙏
অতি সুন্দৰ গুৰুত্ব পূৰ্ণ আলোচনা হল ,লগতে অসমৰ অসমীয়াৰ শান্তি সুৰক্ষাৰ ক্ষেত্ৰত সুন্দৰ চিন্তা ভাল লাগিল।
অসমীয়াৰ দাদাগিৰি
@@rajeswarswargiari5366 eitu dadagiri dekhaboi lgbo nhole amk hehk kri dibo bidekhi a
@@rajeswarswargiari5366😅😅⁰😊
বহুুত ভাল লাগিল
নজনা কঠা বহুুুত জানিলো
আলফাক কেতিয়াও ঘতিৰাম বাতিৰাম বুলি নাভাবিব
Rajeev Bhartacharya you are a gem of a person❤
আৰু অলপ ভাল লাগিল হয় যদি anchor জন ভাল হোৱা হলে
Ekdm hxa
সুন্দৰ লাগিল শুনি
You are Army
বহুত গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিলে ভট্টাচাৰ্য ছাৰে। বহুত নজনা কথা জানিব পাৰিলো। অসমীয়াৰ হৈ পৰেশ বৰুৱা ডাঙৰীয়াই নিজৰ জীৱন উৎসৰ্গা কৰিছে যেতিয়া, প্ৰতেক অসমীয়াই তেখেতক সহায় কৰক।
জয় আই অসম 🙏 😭 😭
সেই কথাবোৰ অসমীয়াই কেতিয়া বুজিব 😢😢
@@CSGOGAMER-eg7qj axomiya manuh aji kali nije nijor hotru hoi goise kor pra bujibo....nij sarthor babe nijor matri bhumik bikri kri dise kor pra bujibo axomiyai dekhor proti thoka morom aru val pua
Interview লোৱা জনৰ কথাৰ স্পষ্টতা নাই আৰু ইমান interrupt কৰি আছে। ৰাজীৱ ভট্টাচাৰ্যৰ কথাবোৰ ভালকৈ শুনিব নাপালোৱেই।
Kotha khini bahut importance di salu but kisuman bastu janibo isha thkil kintu hei kotha khini skkiped hl tothapiu bahut val lagil ajon bahut intelligent manuh tekhet
আলফাৰ মনৰ কামনা পূৰন হওঁক
Right
Hokolu axomiyak mari
One of d Quality Interview Perpective of ASSAM'S Future...
ভাল লাগিল, কিতাপ খন কত কেনেকৈ পোৱা যাব কোনোবাই সহায় কৰকচোন
প্ৰশ্ন সুধি নিজেই উত্তৰ দিয়ে যে সাংবাদিক জনে ?
শুনাৰ ধৈৰ্য থকা দৰকাৰ।
Xosa kotha
ইমান ধুনীয়াকে কৈ থকাৰ পিছতো ইজনে কি কৰি ফুৰিছে ...মাজে মাজে
আমি স্বাধীন অসম নিবিচাৰোঁ। কাৰণ অসম আজিৰ তাৰিখত বাংলাদেশী মিঞাৰে ভৰি গ'ল।
West Bengal gusi ja, tat dhei koch rajbinshi ase,koch behar t dhei ase ,kaliyaganj t
We want independent assam. জয় আই অসম। এই সংগ্ৰাম অব্যাহত থাকিব সদায়।❤️❤️
👍👍
Then suffer from Chinese and bangla Agression,
Glory to Indian army 🙏👍 We want ASFAA 🤭
@@unskillednonformaldancer3944 1
Free from india
Rajiv dar kotha khini huni bht val lagil ...aru Paresh Baruah sir r kotha bur o olp janib pari val lagil
তপা,কি ঘেন্টা কৰিবলৈ মাজতে মাত দিয়.
😀😂😂 topa
Xosai
Topa 😂😂
😂
হা হা হা
Good Dada val lagil apunar katha bur
বৃটিছে অসমক নিজৰ হাতলৈ নিয়া ইয়াণ্ডাবু সন্ধিৰ ২০২৬চনৰ ফেব্ৰুৱাৰীত দুশ বছৰ হ'ব।এই ইয়াণ্ডাবু সন্ধি বৃটিচ আৰু আহোম স্বৰ্গদেউ সকলৰ মাজতহে হৈছিল যেন পাঁও।সন্ধিত স্বাক্ষৰ কৰোতা কোনো ভাৰতীয় প্ৰতিনিধি নাছিল বুলি বুৰঞ্জী ৰ পাতত পঢ়িবলৈ পাইছিলো।
Hoi aru hondhi khonot kotu likha nai je axom british r odhin buli boroncho axom a hei dina swadhinota he lav krisile Burmese r pra....pasot khali british a illegaly axom dokhol kri pelale
দাদা আপোনাক ধন্যবাদ
Val news etq diya babe bhut dhlinobad
ৰাজীৱ ককাইদেউ সচাই আনতকৈ বেলেগ । ভাল লাগিল । আগোৱাই য়াওক। জয় আই অসম ।
দেখি আৰু শুনি বৰ ভাল লাগিল। কেতিয়া যে পূৰণ হব এই সপোন। জয় আই অসম।
UしƒA ﻝÏǸdAʙArd , ﻝ✿Ï AAÏ Ax✿๓
@user-vg3uc5pm1cআশা কেতিয়াও এৰিব নালাগে । জই আই অসম
@user-vg3uc5pm1c হয় একদম সঁচা এইয়া আমাৰ জন্মগত অধিকাৰ ।
@user-vg3uc5pm1c এদিন আমি আমাৰ অধিকাৰ পাম যে খাটাং
@Ghazeee muru mon je nijok axom dekhor nagorik buli sinaki dibole.....ona axomiya aru Bangladeshi buror babe khilonjiar language culture borbad hoi goise....najanu ami joi hom ne nohon kintu axomiyar dinok dine din beya hoi ahi ase....lower assam miya aru barak bongali...ki hobo ge 😢
ভাল লাগিল কিন্তু তপা সাংবাদিক জনে কথা মাজত বহুত মাত মাতে হে ।
Ha ha jitumoni bora
Topar voice Tu mute kori dib lage...
😂😂😂
অসম সদাই অসমীয়া হৈ য়ে থাকিব , এদিন নহয় , এদিন অসম খন স্বধীন অসম হব' অসম খন অসমীয়া হে , বিহাৰী , মাওৰাৰি , বাংলাদেশীৰ নহয় , জয় আই অসম , জয় অই অসম, অসম ’স্বধীন জিন্দাবাদ , ❤❤❤❤❤
Tur bapek ki china pa ahse ne india r hoi Madhrchod 😂😂😂 ki ball koribo kori lo alp din ru sai lo knke thtr Gand Mari asu sai thak
Jai Aai Axom ✊✊💖💖🔥🔥
@@fresher3776 Pagol 😡😡❌❌
@@DragonAssam-y9e 💖💖
@@fresher3776 Miya Bangladeshi kela ❌❌😡😡
ধন্যবাদ ৰাজীৱ দা, অসমীয়া জাতীৰ বাবে , কাম কৰি যাওক, এদিন, জাতিৰ ইতিহাত ভাল সাংবাদিক হৈ ৰব,, আপোনাৰ আদর্শ লব নতুন সকলে
Presh baruah mor kokar boyokh ar ...tewor nam tu xunilei Jen aru jobon ar sob moh Maya pahori jaw..morrar agoloi kebal teur e hoi thaku Jen... 😥❤️❤️❤️❤️
Khub hundor
Bohut val lgil kotha khini
Great interview 🙏
Val lagil
Good steps . were known for latest updates of ULFA organisation.
বহু ত জানি বলগীয়া কথা, অসমীয়া জাতীৰ বাবে,, ধন্যবাদ ৰাজীৱ দা
বৰা দেৱে কথাৰ মাজত কথা কৈ আচল কথাৰ ৰসটো অলপ হ্ৰাস কৰিলে।
Bohut Val Lagil Dhoinyobad
Nagaland is the father off all insurgency group of of North East.... 💐 NSCN is also a very ideal... 💐
Bahut val lagil kothabur
কথা বৰ শুনি ভালে লাগিল...
Rajeev kokaideo..... 🙏🙏🙏🙏🙏. Bohut vl lagil.....
সাংবাদিক হ'ব লাগে ৰাজিৱ দা ৰ নিচীনা
Topa super talented....
😆😆😆😆🤣🤣🤣
@@greentomato2638টপা জন ৰাজীৱ দা নহয় ।।
The Interviewer has spoiled the whole interview
আপোনাৰ porash boruar hondhanot কিতাপ khon 5yrs manor আগতেই পৰিছিলো, bohut nojona কথা জানিব পাৰিলোঁ, আপোনাক okhekh dhonyobad rajib da
Amazing interview alfer kotha khuni bhal lagil
Jai Aai Axom.✊✊💕💕🔥🔥
পৰেশ বৰুৱাৰ সন্ধানত কিতাপখন পঢ়াৰ সময়ৰ পৰাই ৰাজীৱ ভট্টাচাৰ্য ডাঙৰীয়াৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ৷
আজিৰ এই সংকতৰ সময়ত তেওঁৰ লিখনিয়ে যোগাত্মক বাতাৱৰণৰ সৃষ্টি কৰিছে৷
আজিৰ এই সাক্ষাৎকাৰটো চাই সচাকৈয়ে ভাল লাগিল৷
লগতে জিতুমনি দাৰ দৰে সাংবাদিক সকলে সমাজৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ উৎথাপন কৰি একো একোজন দায়িত্বশীল ব্যক্তিৰ পৰিচয় দি আহিছে৷
প্ৰাগ নিউজে কি ৰাখিছে এইজন ? সুৱলা সাক্ষাৎকাৰটো বেসুৰা কৰি দিয়ে এইজনে ।
Real hero sir Val lgil apunar opinion bur
দাদা আপুনি আগলৈকে interview nolobo
Val lagile interview tu
Third class interviewing by the interviewer, not giving the guest person to answer properly.. ভালকৈ কথাই ফুটাই নাই। শুনাৰ যদি ধৈৰ্য্য নাই interview ল’ব নালাগে
Hosai..
Akdm fl2 interviewer.
Hosa kotha...
Take tu
একেবাৰে ঠিক কথা কৈছে.
আজি কালি এনে এজন সাংবাদিকৰ পৰা আজিৰ সাংবাদিকে বহুতো কথা শিকিৱ বাকি আছে
Jaii Aai axom.....
Nice❤️
জয় আই অসম ❤️
ভাল লাগিল কথাবোৰ
The great interviews.
Salute
D
Ffcc5b
Floo5bal
@@pitambarnath6525 ka
@@pitambarnath6525 l)
'পৰেশ বৰুৱাৰ সন্ধানত'
কিতাপখন পঢ়িলো বহুত ভাল ❤
সুন্দৰ ইণ্টাৰভিউটো এংকৰজনে বহু ঠাইত বিৰক্ত কৰিলে৷ অপ্ৰয়োজনীয় হস্তক্ষেপ কৰিছে;
Bahut Val lagil kotha khini xuni
Very nice interview, constrictive opinion/statement, thanks 🙏
Ce
Up my ah,ra
KX
@@lachitgogoi1959 The443333q222q232
Bhut vl lgil sai
ৰাজীৱ দাক কথাবোৰ ভালকৈ কবলৈ নিদিল ।
It's a good interview, but Jitumoni makes the interview a little bit low by interrupting to much.
Really
পৰেশ বৰুৱা হিৰ' হওক বা জিৰ' হওক তেওঁৰ অধ্যয়ন আৰু প্ৰত্যুৎপন্নমতি মানিব লাগিব কিন্তু
Jitumoni da didn't let him to complete his talk
Interrupted to much
Rajiv da long live
Very interesting interview❤
অতি গুৰুত্বপূৰ্ণ আৰু সুন্দৰ সাক্ষাৎকাৰ...... ভাল লাগিল.... ধন্যবাদ
Ko7h8kkk
The interview would have been more interesting if the anchor would not have interpretated the speaker
Pure "
Sir salute to you Paresh Baruah 🙏joi aai axom
@user-vg3uc5pm1c Jai ai axom
Very interesting interview and really commendable journalism by Rajeev Bhattacharjee 💐 Revolution path is tough
pppppppppppl isl
__
@@atultalukdar6927 ppppppppp0ppppp¹
Moral of the interview-Najanile interview koribo nalage.
val lagel.
জয় আই অসম
Very nice interview
Joi ai assam ulfa i
ৰাজীৱ sir salute আপোনাক
I read the book so many times.
আলফা স্বাধীন জিন্দাবাদ জয় আই অসম 👆👆👆
ধন্যবাদ🙏🙏🙏
দাদা আপুনাৰ শব্দবোৰ স্পষ্ট নহয়। অতিথি জনৰ বাৰে বাৰে বাধা দি আছে।
বহুত ভাল লাগিল
Interview লোৱাজন সচাঁই বৰ কামুৰ । over smart বুজাব গৈছে ।
Right
Wow what a journalist, true journalist rajeev sir, not like nowadays godi