১৮ টা কৈ বিশ্ব অভিলেখ আজুৰি অনা কোন এই অসম সন্তান ? কিয় ত্যাগ কৰিলে অসম আৰক্ষীৰ চাকৰি ?

Поділитися
Вставка
  • Опубліковано 21 чер 2022
  • ১৮ টা কৈ বিশ্ব অভিলেখ আজুৰি অনা কোন এই অসম সন্তান ?
    কিয় ত্যাগ কৰিলে অসম আৰক্ষীৰ চাকৰি ?
    ...............................................................
    #guinnessworldrecords #champion #boxing #running #assampolice #assam #sports #
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

КОМЕНТАРІ • 589

  • @guptasarmah8949
    @guptasarmah8949 2 роки тому +3

    অভিজিৎ তোমাক কি বুলি ধন্যবাদ জনাম ভাষা নাই। তুমি অসমী আইৰ প্ৰকৃত সুযোগ্য সন্তান। তোমাৰ দৰে সুযোগ্য সন্তান থাকিলে অসমী আইৰ সন্মান কেতিয়াও লাঘব হ'ব নোৱাৰে। অসমৰ যুৱ প্ৰজন্মৰ প্ৰতিজন লোকেই তোমাৰ দৰে হওক তাৰেই কামনা কৰো।

  • @lipikaboruah2859
    @lipikaboruah2859 2 роки тому +4

    চক্ৰপাণী দা সঁচাকৈয়ে ভুল মোৰ যে তেখেতক আগতে চিনি পোৱা নাছিলো।আজি আপোনাৰ চেনেলটোৰ জৰিয়তে চিনি পালোঁ অভিজিত বৰুৱানো কোন,কি? ধন্যবাদ আপোনালৈ লগে অভিজিত বৰুৱা দাৰ কথা কোৱা ধৰণটো বৰ ধুনীয়া।
    আজি কালি মানুহে কথাটো কওঁতে আধা অসমীয়া আধা ইংৰাজী কয়। কিন্তু তেখেতৰ কথাবোৰত তেনে ভাব ওলাই নপৰিল আৰু যাৰ বাবে তেওঁৰ মনৰ ভাবটো স্পষ্ট ৰূপত ফুটি উঠিছে। ভাল লাগিল প্ৰগ্ৰেমটো চাই ...💜😊

  • @dibakorboruah4270
    @dibakorboruah4270 3 місяці тому +1

    যুৱ প্ৰজন্মৰ সাহস অভিজিত দা🥰🙏

  • @porimoi8107
    @porimoi8107 2 роки тому +1

    বহুত ভাল লাগিছে দাদা এনেকৈ আগুৱাই জোৱা ভগৱান ৰ ওচৰত প্ৰাথনা কৰিলোঁ

  • @abhijitdey4276
    @abhijitdey4276 9 місяців тому +1

    Welldon

  • @gapalsaikia9491
    @gapalsaikia9491 2 роки тому +1

    Very mice

  • @katiramboro6308
    @katiramboro6308 2 роки тому +1

    বহুত ভাল লাগিল অভিজিৎ দা। জয় আই অসম।

  • @jaydeeplahon7017
    @jaydeeplahon7017 Рік тому

    বৰ ভাল লাগিল ৷সুন্দৰ মনৰ অধিকাৰী অভিজিত বৰুৱা ৷তেখেত আৰু আগবাঢ়ি যাওক ৷

  • @ayushmansaikia1611
    @ayushmansaikia1611 2 роки тому

    অতি সুন্দৰ। 100% সফলতাৰ কৃতিত্ব লাভ কৰা। শুভেচ্ছা আৰু আশীষ থাকিল।

  • @alockbora
    @alockbora Рік тому

    Go ahead. Our best wishes with u. Jay Aai Asom.

  • @swadhinsaikia6947
    @swadhinsaikia6947 2 роки тому

    ভগৱানে সহায় কৰক ৷শুভেচ্ছা থাকিল ৷জয় আই অসম ৷

  • @krishnagogoi1657
    @krishnagogoi1657 2 роки тому +1

    আগবাঢ়ি যাওক আপুনি শুভেচ্ছা থাকিল আপোনালৈ | জয় আই অসম |

  • @rupashreechoudhury3956
    @rupashreechoudhury3956 2 роки тому

    Khubei bhal lagil.bhagobane xohai houk . ashirbad thakil

  • @Jk-ue5du
    @Jk-ue5du 2 роки тому +1

    জয় আই অসম অভিযিত দা আপুনি আৰু আগুাই যাওক

  • @krishnaborah2420
    @krishnaborah2420 2 роки тому +1

    অভিজিৎ তোমালৈ বহুতো মৰম আৰু শুভেচ্ছা জনালোঁ৷

  • @kon149
    @kon149 2 роки тому +2

    অতি সুন্দৰ অনুষ্ঠান।

  • @nilishaika5262
    @nilishaika5262 Рік тому

    Bohut. Hundar

  • @ngofficial7429
    @ngofficial7429 2 роки тому +2

    দাদা আপোনাৰ পৰা বহুত শিকিলো । জয় আই অসম

  • @bobydutta8814
    @bobydutta8814 2 роки тому

    Thaks ahobijet.aru aagbarhi jwa.

  • @labanyaphukan4650
    @labanyaphukan4650 Рік тому

    God bless you keep it up

  • @manjitborah191
    @manjitborah191 2 роки тому

    Bohut Val lagil tumar kothabur huni....Jai Aai Assom

  • @Dikshitaborpatragohain830
    @Dikshitaborpatragohain830 2 роки тому

    Keep it up

  • @Gogonlive1
    @Gogonlive1 2 роки тому

    So Great

  • @DIPTIHAZARIKA_
    @DIPTIHAZARIKA_ 2 роки тому

    Bhut bhut bhut asirbad thakil 🙏

  • @rejiabegum2355
    @rejiabegum2355 2 роки тому +1

    অভিজিতৰ অনুষ্ঠানটো চাই ভাল লাগিল ।

  • @prasansingha8622
    @prasansingha8622 2 роки тому

    বহুত ধন্যবাদ থাকিল ।

  • @beautygayan90
    @beautygayan90 Рік тому

    আৰু আগুৱাই যোৱা অভিজিত আশীৰ্বাদ কৰিছো ।

  • @monuranjan5274
    @monuranjan5274 2 роки тому +51

    তেজ গৰম কৰি দিলা দাদা...
    জয় আই অসম...
    চক্ৰ দা এনেকুৱা মানুহ আৰু বিচাৰি আনা..

  • @bipulkarmakar5078
    @bipulkarmakar5078 2 роки тому

    বাৰ্তালাপ টি বহুত ভাল লাগিল । বহুত প্ৰেৰণামূলক ।। অভিজিৎ বৰুৱাদেবলৈ শুভেচ্ছা থাকিল।।

  • @bidyashrigogoi3013
    @bidyashrigogoi3013 2 роки тому

    বৰ ভাল লাগিল অভিজিত, ভগৱানে তোমাক কূশলে ৰাখক, তাৰ কামনাৰে,,,

  • @digantachetia4630
    @digantachetia4630 Рік тому

    বহুত বহুত বহুত শুভেচ্ছা থাকিল

  • @ajoyboruah5334
    @ajoyboruah5334 2 роки тому +56

    এজন প্ৰকৃত অসমীয়া ক্ৰীয়াবিদ,যি নিজৰ তেজত জীয়াই ৰাখিছে অসমীয়াৰ স্বাভিমান,তোমাৰ বিশ্বমুখী যাত্ৰা সফল হওক,লগতে সুন্দৰ অনুস্থান উপহাৰ দিয়াৰ বাবে বাৰ্তালাপলৈ ধন্যবাদ,এই অনুস্থানটোৰ যোগেদি আমিবোৰে বহুতো শিকিবলগীয়া আছে।

    • @hemnarayandutta9012
      @hemnarayandutta9012 2 роки тому +1

      He is a perfect sport man of assam

    • @mallikabegum9008
      @mallikabegum9008 2 роки тому +2

      আমি আশীৰ্বাদ দিছোঁ ভগৱানে সেই জনব্যক্তিক ভাল পাই যি নিজৰ ওপৰত বিশ্বাস ৰাখে।অতি সুন্দৰ স্বাস্থ্যৰ গৰাকী জনলৈ বহুত সফলতা আশা ৰাখিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ বাৰ্তলাপৰ কৰ্মকৰ্তা লৈও।

    • @mainaborah3145
      @mainaborah3145 Рік тому

      Ooooooooo

  • @pasantagogoi5463
    @pasantagogoi5463 2 роки тому

    বহুত বহুত মৰম যাছিলো।ভগৱানে সহায় কৰক

  • @archanagoswami9502
    @archanagoswami9502 2 роки тому

    বহুত সুন্দৰ লাগিল । আৰু আগবাহি যাওক ।

  • @nivaborah8126
    @nivaborah8126 2 роки тому

    Thank you so much ChakroPanee.

  • @marydeka1145
    @marydeka1145 Рік тому

    অভিজিত বৰুৱা আপোনালৈ বহুত শুভেচ্ছা থাকিল।আগত দিনত কৃতকাৰ্যতাৰ শীৰ্ষ চুবলৈ সক্ষম হওক।পজিটিভ চিন্তা , আপোনাৰ জয় অনিবাৰ্য।

  • @QueenChutia-eu3sg
    @QueenChutia-eu3sg 2 роки тому

    Anusthantu sai bhal lagil, Joi Aai Axom

  • @nayani3078
    @nayani3078 2 роки тому

    ktha bor bahut val lagil.

  • @prafullabasumatary8493
    @prafullabasumatary8493 2 роки тому

    Khub bhal lagil

  • @rajibdutta5250
    @rajibdutta5250 2 роки тому

    ভাল লাগিল .......আশির্বাদ থাকিল ..

  • @pampydeka8880
    @pampydeka8880 2 роки тому +1

    অভিজিত ককাদেউ আপোনালৈ বহুত মৰম আৰু শুভেচ্ছ যাচিলো । আগুৱাই যাওক আৰু। জয় আই অসম ।

  • @maniksonowal5791
    @maniksonowal5791 2 роки тому

    Feel very proud of you. Keep going. Joi Aai Asom.

  • @labanyagogoi6523
    @labanyagogoi6523 2 роки тому

    বহুত ভাল লাগিল অভিজিত 100% সফলতাই লাভ কৰা তাৰে কামনা কৰিলো

  • @jyotishchoudhury2377
    @jyotishchoudhury2377 2 роки тому

    অতি সুন্দৰ

  • @dipakpegu5445
    @dipakpegu5445 2 роки тому

    Bohut bhal lagil

  • @sunilsunilkhanikar7922
    @sunilsunilkhanikar7922 Рік тому

    অভিজীত দাদালৈ বহুত বহুত শুভকামনা জনালোঁ ।।।

  • @nawabaram7128
    @nawabaram7128 2 роки тому

    Hearty thanks Bartalap

  • @bibariboro5231
    @bibariboro5231 2 роки тому

    Vl lagil vgbane tumak aru basi xohay korok

  • @digambarpathak3657
    @digambarpathak3657 2 роки тому

    Bohut val lagil anakoia hodai aguai joa huvessa thakil

  • @ashimsarma8400
    @ashimsarma8400 2 роки тому

    So nice program

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 2 роки тому +9

    বহুত বহুত শুভেচ্ছা জনালোঁ অভিজিত আগবাঢ়ি যোৱা

  • @anjumonikonwar8159
    @anjumonikonwar8159 2 роки тому

    সুন্দৰ ।শুভেচ্ছা তথা অভিনন্দন থাকিল ।আমাৰ গৌৰৱ ।

  • @bitupanpadun6258
    @bitupanpadun6258 2 роки тому

    Very good ❤️👍Jai Aai Axom👍🙏

  • @bhupenchandraray2982
    @bhupenchandraray2982 2 роки тому

    GOD BLESS YOU

  • @sushiladhikary7549
    @sushiladhikary7549 2 роки тому

    Very thanks

  • @rijukalita8755
    @rijukalita8755 2 роки тому +1

    সুন্দৰ মনৰ গৰাকী অভিজিৎ তুমি সদায় আগুৱাই যোৱা ভগৱানে তোমাক সহায় কৰক জয় আই অসম

  • @jitensharma3181
    @jitensharma3181 2 роки тому

    ভাল লাগিল ,জয় আই অসম।

  • @jyotigogoi3502
    @jyotigogoi3502 2 роки тому

    Bahut bhal lagil

  • @juriray522
    @juriray522 2 роки тому

    Iman hundor muilyoban kothabor, protitu baikyoi sokur pani buyai aanile

  • @bhaskarjyotideka3821
    @bhaskarjyotideka3821 2 роки тому

    খুব ভাল লাগিল

  • @kailashnaturalbeauty2830
    @kailashnaturalbeauty2830 2 роки тому

    Moza ....anekoi aguway jaouk ...gd bls you

  • @rakeshrabha4663
    @rakeshrabha4663 2 роки тому

    Bahut Vaal lagil,bhaity

  • @nurulislam560
    @nurulislam560 2 роки тому +1

    অভিনন্দন জনালোঁ প্ৰথমে ৷ নিশ্চয় আপুনি সফল হবা ৷ আগুৱাই গৈ থাকক এইয়া মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা ৷ জয় আই অসম ৷

  • @linadas8920
    @linadas8920 Рік тому +2

    জয় আই অসম 🙏🏻🙏🏻🙏🏻জয় হৈ আহা বিশ্বত মরমর ভাইটি 🇮🇳বহুত বহুত শুভেশ্বা জাছিলো 🌺🌼🌸🌷🍰🕊🎖

  • @inamulhussain3369
    @inamulhussain3369 2 роки тому +3

    CONGRATULATION ...MAY GOD BLESS you..

    • @sunbiswas3570
      @sunbiswas3570 2 роки тому +1

      ভগৱানে তোমাক সহায় কৰক

  • @ramprakashsaikia9091
    @ramprakashsaikia9091 2 роки тому

    Go ahead.best wishes for your future prospects.

  • @users3481
    @users3481 Рік тому

    God bless you

  • @paragjyotisarmah5979
    @paragjyotisarmah5979 2 роки тому

    Best

  • @prodipkhound4287
    @prodipkhound4287 2 роки тому +3

    ধন্যবাদ অভিজিত। তোমাৰ ভবিশ্যত উজ্জ্বল হওঁক🙏 জয় আই অসম।

  • @prakashupadhyaya2919
    @prakashupadhyaya2919 2 роки тому +2

    আশীৰ্বাদ থাকিল অভিজিতলৈ।You shall overcome.
    জয় আই অসম

  • @homeworkout6612
    @homeworkout6612 2 роки тому

    Bohut val lagil dada. Joy aii oxom

  • @nilakhiborah6620
    @nilakhiborah6620 2 роки тому

    Bht Val lagil sai

  • @ranamoran7337
    @ranamoran7337 2 роки тому

    👍

  • @romanboruah1976
    @romanboruah1976 2 роки тому +1

    Best of luck , Abhijet.

  • @navajyotisaikia6698
    @navajyotisaikia6698 2 роки тому +1

    অনুষ্ঠানটো চাই বহুত ভাল লাগিল।এই অনুষ্ঠানটো চাই মনত কিবা এটা positive ভাব উদয় হৈছে।অভিজিত আপুনি আপোনাৰ সপোনবোৰ পূৰণ হৈ আমাৰ অসমৰ খন উজ্বলোৱা।তাৰ বাবে শুভেচ্ছা জনাইছোঁ।

  • @dipsikhachetia111
    @dipsikhachetia111 2 роки тому +1

    এজন‌ প্ৰকৃত অসমীয়া ❤️ এটা বৰ সুন্দৰ কথা কলে অভিজিত বৰুৱা‌ ককাইদেউয়ে যে" নিজতকৈ আপোন কোনো হ'ব নোৱাৰে " এই কথাষাৰ বিশ্বাস কৰোঁ মই ।

  • @aruptamulimusical6252
    @aruptamulimusical6252 2 роки тому

    Khub val lagil akhomor nam hodai jilikai tula akhirwad thakil

  • @binadas5619
    @binadas5619 Рік тому

    ভগৱানে সহায় কৰক

  • @pkstudiosong270
    @pkstudiosong270 2 роки тому +1

    জয় আই অসম

  • @pabitradas6628
    @pabitradas6628 2 роки тому

    Agbahi jua
    Mahan hba

  • @jinadasdeori5895
    @jinadasdeori5895 2 роки тому

    বৰ ভাল লাগিল অনুষ্ঠানটো চাই ভাল ব্যক্তি এজনৰ কথা শুনালে ইমান সহজ সৰল ভাৱে কথা বোৰ কয় তেওঁলৈ শুভেচ্ছা জনালো জয় আই অসম 🙏

  • @SangitaDevi-fj3hz
    @SangitaDevi-fj3hz 2 роки тому

    Thank you Abhijit.god bless you.best of luck.Joi Aai Assam .

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 2 роки тому +25

    বহুত ভাল লাগিল অনুষ্ঠানটো উপভোগ কৰি। অভিজিতলৈ হিয়াভৰা শুভ কামনা যাচিলোঁ। আগন্তক দিনত তেওঁ অসমলৈ যেন সুনাম কঢ়িয়াই আনে ঈশ্বৰে কৃপা বৰষক অভিজিতলৈ...💐

  • @dipjyotimonjai6384
    @dipjyotimonjai6384 2 роки тому +1

    জয় আই অসম

  • @dulusaikia1653
    @dulusaikia1653 2 роки тому +1

    বহুত ভাল লাগিল জানিব পাৰি।

  • @AnkurHazarika-zr8hz
    @AnkurHazarika-zr8hz 11 місяців тому

    Real hero ♥️jai ai assam

  • @pokhisarmah7059
    @pokhisarmah7059 2 роки тому +22

    অতি সুন্দৰ লাগিল অনুষ্ঠানটি চাই ❤️। সঁচাই তেখেত আমাৰ বাবে এক আদৰ্শ । শুভেচ্ছা থাকিল তেঁওলৈ লগতে বাৰ্তালাপলৈও। জয় আই অসম। ❤️💫🌼

  • @srikangkandas279
    @srikangkandas279 2 роки тому

    বহুত ভাল লাগিছে ।

  • @kailashchsarma619
    @kailashchsarma619 2 роки тому +2

    অভিজিত বৰুৱা -যিগৰাকী অসম সন্তানে অসমী আইক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰোষাৰ্থ কৰি আছে আৰু ‍১৮টা বিশ্ব ৰেকৰ্ডেৰে সফলো হৈছে । এগৰাকী দৌৰবিদ হিচাপে, বক্সাৰ হিচাপে আৰু শিল্পী হিচাপে আতাইকেউটা দিশত যেনেদৰে ভাবিছে আৰু কৰি দেখুৱাইছে,সেয়া সকলোৰে বাবে সম্ভৱ নহয় । নিজৰ জন্মভুমি আৰু শুভাকাঙ্খী সকলৰ প্ৰতি থকা দায়বদ্ধ মনোভাৱেই তেখেতৰ সফলতাৰ মূল চালিকাশক্তি বুলি কৰা অভিমতে আপ্লুত কৰিলে ।
    সকলোতকৈ ভাল লাগিল তেখেতে জেষ্ঠ ক্ৰীড়াবিদ সকলৰ প্ৰতি প্ৰদৰ্শন কৰা শ্ৰদ্ধাশীলতা, সমনীয়া আৰু কণিষ্ঠ সকলৰ প্ৰতি দেখুঊৱা শুভেচ্ছামূলক আন্তৰিকতাখিনি । লগতে অসমৰ স্বাভিমানৰ প্ৰতীক গামোচাখন লৈ 'জয় আই অসম'ধ্বনিৰে বিদেশত সদৰ্ভে অসমক প্ৰতিষ্ঠা কৰা সাহসী মনোভাৱে আমাক গৌৰৱান্বিত কৰিলে,। নিৰহঙ্কাৰী তথা সৰলতাৰে সংপৃক্ত তেখেতৰ ব্যক্তিত্বৰ অন্যতম অলংকাৰ স্বৰূপ ভৱপ্ৰকাশৰ শৈলীখিনিয়ে আমাক মোহিত কৰিলে।
    মেৰী কম(মণিপুৰ),শিৱ থাপ্পা, লাভলীনা বৰগোঁহাই, হিমা দাস প্ৰমুখ্যে অসম তথা ভাৰতক বিশ্ব দৰবাৰলৈ নিয়া ক্ৰীড়াবিদসকলৰ মাজত অভিজিত বৰুৱা যেন এটুকুৰা হীৰা হৈ নতুন ৰূপত উদ্ভাষিত হৈছে । তেখেতৰ এই বিশ্ব বিজ্য়ৰ যাত্ৰা অবিৰত হৈ ৰওক-এই শুভকামনাৰ লগতে দৰ্শকৰ মাজলৈ 'বাৰ্তালাপ'ৰ জৰিয়তে আগবঢ়াই অনা চক্ৰপাণি পৰাশৰদেৱলৈকো অজস্ৰ ধন্যবাদ যাচিলো ॥

  • @adityasmastering6891
    @adityasmastering6891 2 роки тому

    অভিজিত দাদা আপুনি ৱৰ্ল্ড চেম্পিয়নশ্বিপত জিকিব, সেইটো আমাৰ বিশ্বাস।। জয় আই অসম।। যোৰহাট, অসম।।

  • @bs-18_3_93
    @bs-18_3_93 2 роки тому +1

    বৰ ভাল লাগিল কথাবোৰ ।
    শুভেচ্ছা থাকিল ❤

  • @parthaprotimbora2264
    @parthaprotimbora2264 2 роки тому

    অভিনন্দন জনালো

  • @harikantaphukan2784
    @harikantaphukan2784 2 роки тому +5

    পৰাশৰৰ এই অনুষ্ঠানলৈ ধন্যবাদ থাকিল।
    এজন বীৰ যোদ্ধা হোৱা স্বত্তেও অভিজিতে নিজৰ কোমল মনটোক অন্তৰৰ একোনৰ পৰা আমালৈ যি সৰলতাৰে প্ৰবাহিত কৰিলে তাত আমি বাৰুকৈয়ে আপ্লুত হলো। তেওঁলৈকো মৰম আশীৰ্বাদ থাকিল।

  • @prasenjittalukdar3883
    @prasenjittalukdar3883 2 роки тому

    Good discussion

  • @pradipgogoi3182
    @pradipgogoi3182 2 роки тому +1

    ভিডিওতো চাই বহুতো ভাল লাগিল। শুভেচ্ছা জনালোঁ।

  • @uddhabkalita6327
    @uddhabkalita6327 2 роки тому +1

    ভগৱানে তোমাক সহায় কৰিব।

  • @rupaphukon7829
    @rupaphukon7829 2 роки тому +2

    মৰমৰ অভিজিত তোমাৰ কথা শুনি বহুত ভাল লাগিল সচাঁকৈ তুমি অসমৰ আজিৰ লাচিত বৰ ফুকন বীৰঅভিজিত ভগৱান তোমাৰ সহায় হওক তাকে কামনা কৰিলো

  • @meghnadas1522
    @meghnadas1522 2 роки тому

    নিসন্দেহে অভিজিতে চেম্পিয়ন হ'ব হ'ব হ'বই । জয় আই অসম।।

  • @ranjitasaikia2068
    @ranjitasaikia2068 2 роки тому

    অভিজিত দা আপুনি আগুৱাই যাওক তাকে কামনা কৰিছো ।

  • @jaganathsonowal2365
    @jaganathsonowal2365 2 роки тому

    👍👍👍👍