পত্নীয়ে লাভ কৰিলে আৰক্ষীত চাকৰি, উৎফুল্লিত স্বামীয়ে ক'লে: এই সফলতাৰ বাবে বহুত কষ্ট আৰু ত্যাগ কৰিছোঁ

Поділитися
Вставка
  • Опубліковано 16 жов 2024
  • পত্নীয়ে লাভ কৰিলে অসম আৰক্ষীত চাকৰি, উৎফুল্লিত স্বামীয়ে ক'লে: মোৰ পত্নীৰ এই সফলতাৰ বাবে মই বহুত কষ্ট আৰু ত্যাগ কৰিছোঁ
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 426

  • @DipjyotiDas8822
    @DipjyotiDas8822 2 роки тому +177

    জিৱন যুদ্ধত সাহস হৈ থিয় দিছে তেওঁৰ স্বামী। দুয়ো জনলৈ বহুত বহুত শুভেচ্ছা 💐❣️

  • @purbaligogoi
    @purbaligogoi 2 роки тому +218

    জীৱন সংগীৰ সম্পূৰ্ণ সহায় পালে যিকোনো প্ৰকাৰে সফলতা লাভ কৰিব পাৰি -এনে এক উদাহৰণ

  • @NathHimangshu
    @NathHimangshu 2 роки тому +24

    ভন্টী, তেওঁৰ মৰ্য্যদা সদায় ৰাখিবা । ভিৰৰ মাজত নেহেৰাই,আন দহজনৰ মাজত তেওঁক গৌৰৱৰে চিনাকি কৰি দিবা । তেওঁ তোমাক এটা জীৱন দিছে,এটা হেঁপাহ তোমাৰদ্বাৰা পূৰণ কৰিছে । সুখী হোৱা তোমালোক দুয়ো ।

  • @mitalideori4463
    @mitalideori4463 2 роки тому +33

    ভাল লাগে এনেকুৱা কষ্ট দেখিলে চাকৰি পাই এতিয়া যাতে মানুহজনক পাহৰি নাযায়

  • @kaushikdeka1873
    @kaushikdeka1873 2 роки тому +96

    কি আনন্দ তেখেতৰ ❤️দেখি বহুত ভাল লাগিল । সকলোৰে ভাল হওক , তাৰেই কামনা ।

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 2 роки тому +63

    স্বামী হ'লে এনেকুৱা হোৱাৰ প্ৰয়োজন, শুভেচ্ছা থাকিল💐💐💐💐

  • @himakshigogoi3729
    @himakshigogoi3729 2 роки тому +29

    তেওঁ নিজৰ পত্নীক লৈ বহুত বেছি সুখী।হাঁহিটোত স্পষ্টভাবে ফুটি উঠিছে।😍😍🙏

  • @arundhatidas7881
    @arundhatidas7881 2 роки тому +66

    তেওঁলোকৰ সুখকণ মইও যেন অনুভৱ কৰিছো দেখি ৷ সুখী হৈ থাকা তোমালোক আজীৱন

  • @Banditaskibakibi
    @Banditaskibakibi 2 роки тому +7

    ল'ৰা জনে বৰ উৎসাহেৰে কথাখিনি কৈছে । ভণ্টিজনীয়ে তাৰ এই মৰম আৰু ত্যাগৰ মূল্য সদায় ৰাখে যেন ।

  • @GKCreatorIndia
    @GKCreatorIndia 2 роки тому +49

    সঁচাকৈয়ে অন্তৰ চুই যোৱা মুহূৰ্ত । স্বামীৰ এই কষ্টৰ ফল মিঠা হল। প্ৰতিটো ক্ষণত এনে এগৰাকী জীৱন সংগীৰ খুবেই প্ৰয়োজন। দুয়োজনৰেই সকলো আশা সপোন পূৰণ হওঁক। তাৰেই কামনা কৰিছোঁ আৰু বহুত বহুত শুভেচ্ছা যাছিলোঁ।

  • @manalishadas2421
    @manalishadas2421 2 роки тому +72

    অভিনন্দন জনালো বা তোমাক 😍 জীৱনসংগী এনেকুৱা হব লাগে ❤

  • @hemalatachetia3765
    @hemalatachetia3765 2 роки тому +16

    খুবেই ভাল লাগিল মৰমৰ বাবাটো আৰু বোৱাৰী ,,ইমান কষ্ট কৰি চাকৰি এটা পোৱা বাবে ।।চাকৰি এটা পোৱাৰ পাছত কেতিয়াও পাহৰি নাযাবা দেই বোৱাৰী তোমাৰ স্বামী আৰু শহুৰ দেউতাৰে ভাত ৰান্ধি,, আন আন কামবোৰ সহায় কৰা।।কুশলে থাকা চাকৰি জীৱন আৰম্ভ কৰি সুচাৰুকৈ চলায় নিব পাৰিবা ,,তাৰেই কামনা কৰিলোঁ।।👌👌

  • @bhaskarjyotientertainment3517
    @bhaskarjyotientertainment3517 2 роки тому +97

    কষ্টৰ ফল সদাই মিঠা❤

  • @balenbarman1375
    @balenbarman1375 2 роки тому +2

    তেওঁ স্বামী হিচাপে বহুত সুখী হৈছে আগতে বহুত কষ্টত দিন পাৰ কৰিছিল
    সুৱকামনা জনালো 👍

  • @tunesmedia8018
    @tunesmedia8018 2 роки тому +22

    তেওঁলোক দুয়োৰে আনন্দ দেখি ভাল লাগিল ❤️ সকলোৰে এনে দিন আহক ।
    Congrats 👏🎉

  • @জীৱনএখনউপন্যাস

    এয়াহে প্ৰেমৰ প্ৰকৃত সংজ্ঞা ।

  • @AVK_ND
    @AVK_ND 2 роки тому +94

    Behind a successful woman there is always a man..happy for them.. Congratulations

  • @bibekmun7245
    @bibekmun7245 2 роки тому +1

    সিহঁতক দেখি মইও বহুত আনন্দিত হৈছোঁ। এনে লাগিছে মইও এনেকুৱা এজনী বিচাৰিব লাগিব।

  • @sharmisthahazarika8529
    @sharmisthahazarika8529 2 роки тому +26

    Video টোৱে অন্তৰ চুই গ'ল। বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল দুয়োলৈকে ❤️

  • @munuhazarika9014
    @munuhazarika9014 2 роки тому +3

    আপোনালোকৰ আনন্দ দেখি ময়ো সুখ অনুভৱ কৰিছো ,দুয়ো দুয়োৰে প্ৰতি থকা মৰম, সন্মান মই সন্মান জনাইছো

  • @birajvlogs9433
    @birajvlogs9433 2 роки тому +42

    ইয়াতে ভাত বনাই দিয়াৰ কাৰণে লৰাটোক মাইকী বুলি কোনোবাই কব বিচাৰে নেকি?????
    তাৰ মুণ্ডা চিঙি দিম ।এইটোকে সহযোগ আৰু সমৰ্থন বুলি কয়।

  • @jonalirabha1508
    @jonalirabha1508 2 роки тому

    এনেকুৱা লৰা হে ছোৱালীৰ কপালত থাকিব লাগে এনেকুৱা মৰমিয়াল মানুহ কমই আছে এনেকৈ চিৰ জীৱন হাঁহি থকা 🙏🏼😘

  • @shilpadasdey551
    @shilpadasdey551 2 роки тому

    এনেকুৱা স্বামী পোৱাটো ভাগ্যৰ লাগিব ❤️🥺 সঁচাকৈ মন চুই গল চাই

  • @surabhisarmah7292
    @surabhisarmah7292 2 роки тому +2

    স্বামীৰ আনন্দ দেখি বহুত ভাল লগিছে। সচাই প্ৰশংসনীয় তেওঁ।

  • @indiantravellers5448
    @indiantravellers5448 2 роки тому +50

    Aitu manuh jonok sini Pau...eklgt a prhslu .... Bohut bhal lgil

  • @lishagogoi4325
    @lishagogoi4325 2 роки тому +1

    প্ৰতি জন লোকৰ ক্ষেত্ৰত হাজাৰ জনে support নকৰিলেও এজনে ভালকৈ কৰিলে যথেষ্ট 🙏😊❤️ আপোনালোকৰ এই সুখ দেখি সঁচাকৈ ভাল লাগিল ।

  • @julendoley9770
    @julendoley9770 2 роки тому +1

    Lifet aji loike apunak first time great manu hisape dekha paisu congratulation ❤️❤️❤️............

  • @assamproperty
    @assamproperty 2 роки тому +1

    ইয়াত আকৌ জলি মৰা কিছুমান ওলাব৷ বহুত শুভেছা থাকিল

  • @myvlogwithmyrecipe6136
    @myvlogwithmyrecipe6136 2 роки тому +3

    Atiya tumio tmr education pura kra. You have power. You can do it. Wish u get a bright future.

  • @nirupoma5935
    @nirupoma5935 2 роки тому +1

    সুখী পৰিয়াল। এনে স্ৱামী পোৱাটো ভাগ্যৰ কথা। সদায় সুখী কৰি থাকিবা।

  • @tingkuray4249
    @tingkuray4249 2 роки тому +1

    এই মৰম যেন দুয়োজনৰ মাজত সদায় দেখো তাৰে কামনা কৰো । ভগৱান নকৰক ছোৱালী জনীৰ মন নবদলক

  • @prarinitasaikia4380
    @prarinitasaikia4380 2 роки тому

    বহুত ভাল লাগে এনেকৈ থাকিলে হিজনে সিজনক সহায় কৰা দেখিলে জীৱনত বহুত সুখী হ'ব পাৰি আমিও তেনেকৈয়ে থাকো বহুত সুখী।

  • @bhagyashreesaikia7950
    @bhagyashreesaikia7950 2 роки тому +4

    বহুত বেছি শুভেচ্ছা জনালোঁ আপোনালোকক ❤️

  • @mg...suman...8648
    @mg...suman...8648 2 роки тому +5

    তোমালোকৰ মৰম বোৰ সদায় এনেকৈ থাকক❤️❤️❤️

  • @monalishatalukdar9162
    @monalishatalukdar9162 2 роки тому +11

    Mutkoi 1year senior hoi baa joni, congratulations mridula baa...

  • @ninakakoti7789
    @ninakakoti7789 2 роки тому +1

    বৰ ভাল লাগিল। দুয়োজনলৈ আন্তৰিক শুভেচ্ছা থাকিল। সদায় এনেকৈ মিলিজুলি থাকিবা ।

  • @urmiboruahatoz5095
    @urmiboruahatoz5095 2 роки тому

    বহুত বহুত ভাল লাগিল, স্বামীৰ ত্যাগে পত্নীক আগবঢ়াই লৈ গৈছে। এয়া সমগ্ৰ অসমৰ কাৰণে আদৰ্শ হৈ ৰব।

  • @tridipdeka8811
    @tridipdeka8811 2 роки тому +1

    Proud of you mridula & Pranab da ...amar gaor gourab🤗💐💐💐

  • @krishnasaikia2994
    @krishnasaikia2994 2 роки тому +1

    সংসাৰ এনেকোৱাই হব লাগে ।পিছলৈও এনেকোৱই থাকা ।

  • @jobupdates7130
    @jobupdates7130 2 роки тому +1

    তোমালোকলৈ শুভেচ্ছা থাকিল ৷ যুগ্মজীৱনৰ সংসাৰ সুখৰ হওক ৷

  • @palashibaruah8926
    @palashibaruah8926 2 роки тому +17

    Tumar kotha xuni bohut bhal lagil congratulations

  • @tutumonidaimary3719
    @tutumonidaimary3719 2 роки тому

    Bohut val lagil video tu Sai jowa Kali o saisu Facebook aji you tube ot..bohut dur aguyai jowa dada aru bou take kamona koru God bless you...❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @mainuboro6978
    @mainuboro6978 2 роки тому

    He is so proud of her .... God bless you both 😍❤️

  • @মইঅকলশরীয়ালরা

    Baideo ..dadak j sakori pai pahori nejai tare kamona korilu..apunak manuh bonaise nije e-rikswa solai..

  • @mr.cyclerider162
    @mr.cyclerider162 2 роки тому +2

    ল'ৰাতোৰ katha khini val lagise huni 😍😍😍

  • @Bhai6001-x9u
    @Bhai6001-x9u 2 роки тому

    ঘৈণীয়েকজনী বড়ো হয়,,, Wow Congratulations ☺️

  • @sobhashrihazarikasobhashri1299
    @sobhashrihazarikasobhashri1299 2 роки тому

    খুব ভাল লাগিল,, প্ৰতি খোজোঁতে আগলৈও এনেদৰেই দুয়ো দুয়োৰে চাপৰ্ট চিষ্টেম হৈ চলি থাকিবা

  • @bhairabichetia706
    @bhairabichetia706 2 роки тому

    Hosakoi manuh jon besi hukhi hoise taitkoi hei2ei aatitkoi bhal lagil.. aaguwai jua bhanti.

  • @arupdohutia7145
    @arupdohutia7145 2 роки тому +1

    Congratulation .....bohut val lagise hosakoi anekuwa husband puwatu bhaigar kotha khali moi pohaisu buli besikoi koise neki 4 bosoror agorkhini kune pohaisile

  • @brandydas3223
    @brandydas3223 2 роки тому +16

    Happy to see u both... Keep this rhythm always.. But dear be cautious tooo....Job of Police is not an easy task..

  • @anishadutta8915
    @anishadutta8915 2 роки тому +4

    Bhut val lgil huni...ji kunu kamot hofol hboloi hole ghrr mnuhr helpkhini bhut proijun...congratulations...❤️

  • @jaishreeram9655
    @jaishreeram9655 2 роки тому

    বন্ধু তোমাৰ সুখ চাই ভাল লাগিছে।

  • @moina2160
    @moina2160 2 роки тому

    সুখ সুখ সুখী হৈছো আছোঁ আমি আহা আমিও আছোঁ অসম আৰক্ষীত সফলতা অৰ্জন কৰা।

  • @pallabitalukdar244
    @pallabitalukdar244 2 роки тому +3

    Love you both😘.. perfect example of a true partner!

  • @Dishant_NB0fficial
    @Dishant_NB0fficial 2 роки тому +3

    Congratulations to both of you.Sooo supportive husband!!!God bless both of you!!!

  • @sripolashbora9842
    @sripolashbora9842 2 роки тому

    ইয়াতকৈ আৰু কি লাগে।happy raho

  • @N.D.Entertainment1999
    @N.D.Entertainment1999 2 роки тому +2

    congratulations mridula basumatary......

  • @assameseentertainment2317
    @assameseentertainment2317 2 роки тому

    ছোৱালী জনী আমাৰ লগতে পঢ়িছিল অদম্য সাহস আছিল কষ্টৰ ফল পাইছে

  • @jumidevi9943
    @jumidevi9943 2 роки тому

    অভিনন্দন সুখী হোৱা তোমালোক

  • @mamonipator7640
    @mamonipator7640 2 роки тому

    Pranab and Mridula bahut thanks
    C M sir ku bahut thanks.

  • @simplegirl4064
    @simplegirl4064 2 роки тому

    Pranab khbr to pai khub val lagile

  • @satyabratdevnath5085
    @satyabratdevnath5085 2 роки тому

    Moza bahut val lagil..duyuke xuvesha janalu

  • @manjilbora940
    @manjilbora940 2 роки тому +1

    It’s call true love❤️ ..
    Best wishes both of you.

  • @sahiralam5592
    @sahiralam5592 2 роки тому +2

    জীৱনত এনেকুৱা জীৱন সংগী থাকিলে আৰু কি লাগে

  • @ritumonirajbongshi108
    @ritumonirajbongshi108 2 роки тому

    এটা কথা মনত ৰাখিবা তুমি তোমাৰ মানুহজনক পাহৰি নাযাবা কেতিয়াও সদাই লগত থাকিবা

  • @jurideka7504
    @jurideka7504 2 роки тому

    Bht val lagise aponar kothakhini

  • @anupam9308
    @anupam9308 2 роки тому +5

    Dada atai anurudh je next 26000 post or cutoff list 2 bar koribole batori dibo. Karon atiya bht khini lorai pai gol aru ear majote bht lora humai thkibo next AD exm ot aru jodi 2 bar list mare tatiya aru manuhe sakori pabo. Plzzz🙏🙏🙏

  • @babulali3856
    @babulali3856 2 роки тому

    বৰ ভাল লাগিল দেই 🙏🙏🙏।

  • @bandanabhuyan4881
    @bandanabhuyan4881 2 роки тому

    Abhinandan jonalu duiuke...xodai xukhi hua🥰🙏

  • @bhashyatinath2451
    @bhashyatinath2451 2 роки тому

    Just wow.....bht vl lgil

  • @Youtuber-nk8tl
    @Youtuber-nk8tl 2 роки тому +3

    It's good to see that people are getting jobs without any bribe, so expecting a good nation and a corruption free nation. Jai I Axom.

  • @arunimaroy8046
    @arunimaroy8046 2 роки тому +5

    I don't know but I feel very happy for them

  • @rinkuahmed8958
    @rinkuahmed8958 2 роки тому

    Manuh jnk dekhi bhut val lagil

  • @chandanbasumatary3718
    @chandanbasumatary3718 2 роки тому

    Borhiya ......jibawnt bohu dur aguai jabo paribo.... God bless u

  • @advdeben657
    @advdeben657 2 роки тому

    Kothat husband jonu ejon hudokhyo sakoriyal ba sarkari sakori deserve kore jen feel hoise mur ❤️

  • @minutpal3025
    @minutpal3025 2 роки тому

    Congrats both SI paisa❤️❤️❤️. ...bt b Careful ...it's a darkworld

  • @monhazarika5194
    @monhazarika5194 2 роки тому +5

    He is a truly gentle man......protec goraki chuali e jodi teur nisina ejon jibon khangi pai tetia hole teulukor nisina aru lucky kunu nhobo

  • @parthadeka4946
    @parthadeka4946 2 роки тому

    congratulations pranab 🤩

  • @jpmotivationaltips8480
    @jpmotivationaltips8480 2 роки тому

    Waw bht inspirational story for both d couple ....tnk god for ur hard work pays off

  • @amlanlahon8601
    @amlanlahon8601 2 роки тому +2

    Tumi mohan dost,I proud of you

  • @priyalataphukan4619
    @priyalataphukan4619 2 роки тому

    Bohut bhal lagil tumalukok🙏❤️🙏

  • @deeprajbonshimusic1346
    @deeprajbonshimusic1346 2 роки тому

    Waaaw, ajir jugot dekha napau aji paisu bhal lagil 🤍 happy thaka duita hodai

  • @kunaldekaraja7956
    @kunaldekaraja7956 2 роки тому +13

    Congrats♥️Lot's of love ♥️

  • @aroheeroy6932
    @aroheeroy6932 2 роки тому +2

    Bohut perfect mind set couple...

  • @gitanjalibaro5721
    @gitanjalibaro5721 2 роки тому

    Perfect husband

  • @gitaranidas322
    @gitaranidas322 2 роки тому

    Thank you

  • @nirmalisarmah9591
    @nirmalisarmah9591 2 роки тому

    Emn val ejon jibon xongi pua dangor kotha, bor xundor hahi teu bohut val monor lora, aru val houk duijon xukhot thaka🙏

  • @anusmitatalukdar1719
    @anusmitatalukdar1719 2 роки тому

    Tekhete antoror r pora koise kathakhini...khubei xukhi...bhal lageil..
    Congratulations 👏

  • @minakshikakati1016
    @minakshikakati1016 2 роки тому

    Bohut vl lagil

  • @ravichoudhury4945
    @ravichoudhury4945 2 роки тому +2

    He is more happy and proud 😁

  • @assameselifestylesmitasvlo2128
    @assameselifestylesmitasvlo2128 2 роки тому +1

    Teur hukh aru furti kon dekhi comment ata nidi nuarilu.. apuna apuni muru mukhot ata furtyr haahi aahi goise teuk dekhi. Patnir hofolotat kimaan Hukhi teu😊 hodai hukhere thakok jen. Ai swamir haat ketiyau kunu poristhititei ari nidiba. Moiu sesta kori asu mur poriyaaltuk Hukhi koriboloi. Adin hofol hole mur maa deuta ru mur swamiu anedorei saage hukhot aatmohara hoi uthibo. Anekua ajon swaami pua amar dore suali bur bohut hukhi buli Moi vabibo parisu. Vogobaane hokolure mongol korok

  • @Himanta_1176
    @Himanta_1176 2 роки тому

    Eai News tu Bhal lagise❤️

  • @bhagyasribarua9093
    @bhagyasribarua9093 2 роки тому

    এনেকুৱা husband থাকিলে সকলো নাৰী আগুৱাই যাব পাৰিব

  • @chayanikagogoi5609
    @chayanikagogoi5609 2 роки тому

    অলেখ শুভকামনা❤💚

  • @rinkumonipamey5540
    @rinkumonipamey5540 2 роки тому

    Jibon sanggi anekoi hbo lage... Bhut val lagise

  • @HABIBUR_RAHMAN_2002
    @HABIBUR_RAHMAN_2002 2 роки тому +3

    Salute brother 🙌

  • @dhanmanideka4407
    @dhanmanideka4407 2 роки тому +1

    Salute bro

  • @pankaj3642
    @pankaj3642 2 роки тому +11

    Congratulations 👏

  • @ridhi1325
    @ridhi1325 2 роки тому

    Lots of love to both of you

  • @mallikauzir
    @mallikauzir 2 роки тому

    Wow!!What an inspiring story...happy for them..