যৌনগন্ধী নাৰী চৰিত্ৰ ইমান মুকলিকৈ কেনেকৈ উপস্থাপন কৰে ? Anuradha Sharma Pujaree

Поділитися
Вставка
  • Опубліковано 6 вер 2024
  • সমাজে অশ্লীল আখ্যা দিয়া চৰিত্ৰ কিয় প্ৰিয় অনুৰাধা বাইদেউৰ ?
    কিয় জীৱনৰ প্ৰথমখন উপন্যাসৰ বাবে বাছি লৈছিল এনে এটি স্পৰ্শকাতৰ বিষয় ?
    কলমৰ ধাৰেৰে নাৰী চৰিত্ৰত সাহসেৰে যৌনতাৰ ৰহণ সানিব পৰা নাৰী তেওঁ❕
    #baartalaap #chakrapaniparashar # AnuradhaSharmaPujaree #authors #guwahati #writer
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

КОМЕНТАРІ • 119

  • @rishmitapurpleuuu6521
    @rishmitapurpleuuu6521 Рік тому +17

    অনুৰাধা শৰ্মা পূজাৰী বাইদেউ.. মোৰ অতিকৈ প্রিয় লেখিকা ❤🌼
    আপোনাক ভগৱানে সদায় সুস্থ কৰি ৰাখক 🙏🌼

  • @nayanamohan4250
    @nayanamohan4250 2 місяці тому +3

    Mur val loga writter goraki a hoise anuradha sharma pujari mam❤moi jona nasilu pujari mam r ktha jtiya aitai tekhetor akhn kitap ani hatot tuli dile ttiyai sini paisilu mam k❤hun horinor sekur namor kitap khn class 10 ot u paisilu tekhete likha ata lesson 🌟bhut vl pau puajari mamk 🎉love from tinsukia ❤

  • @bidisha2077
    @bidisha2077 Рік тому +18

    সোণ হৰিণৰ চেঁকুৰ
    জলছবি
    নীল প্ৰজাপতি
    হৃদয় এক বিজ্ঞাপন
    নাহৰৰ নিৰিবিলি ছাঁ
    বৰাগী নদীৰ ঘাট
    কাঞ্চন
    এজন ঈশ্বৰৰ সন্ধানত
    চাহেবপুৰাৰ বৰষুণ
    ইয়াত এখন অৰন্য আছিল ❤
    এই কিতাপ সমূহ সদায় বিশেষ মোৰ বাবে 🥀🤍

    • @kalpanahazarika311
      @kalpanahazarika311 Рік тому

      Baidewr bolistha prakash bhongik Moi natohire pronam jonaw, punor natun upanyakhar ashare apunar Mangal kamona korilu.

  • @diptitalukdar8882
    @diptitalukdar8882 4 місяці тому +2

    Aji biyaghorot log pai bohut bhal lagil baidew.apuni shodai shukhihoi thakok.

  • @bhupendowarah2577
    @bhupendowarah2577 Рік тому +6

    হৃদয় এক বিজ্ঞাপন❤❤❤

  • @ashketchem9777
    @ashketchem9777 Рік тому +10

    এইখন কিতাপখন (হৃদয় এক বিজ্ঞাপন) পোন্ধৰ বছৰত পঢ়াটো চাগে মোৰ এটা ডাঙৰ ভূল আছিল.... কাৰণ সেইটো বয়সত যেতিয়া পঢ়িছিলো তাঁত মহুৱা আৰু মায়াৰ যি চৰিত্ৰ প্ৰকাশ কৰা হৈছিল সেইখিনিয়ে মোৰ মনত এনেকুৱা ভাৱ এটা আনি দিছিল যে সকলো ছোৱালীয়ে চাগে তেনেধৰণৰ.... কাৰণ এই ১৫ বছৰত ল'ৰা এজন ইমানো বিকশিত হব নোৱাৰে।

  • @satabdisikha4936
    @satabdisikha4936 Рік тому +10

    তেওঁৰ উপন্যাস পঢ়িয়ে পৰিবলৈ লৈছিলোঁ উপন্যাসৰ প্ৰেমত ।মোৰ প্ৰিয় লেখিকাগৰাকী ❤

  • @Rajib.kalita
    @Rajib.kalita 3 місяці тому +1

    সচাকৈ, বাইদেউ ৰ কথা বিলাক ইমান কোমল। বাইদেউ ৰ কিতাপ বোৰ পঢ়ি বৰ ভাল পাওঁ। বহুত পঢ়িছোঁ বাইদেউ ৰ কিতাপ। বাইদেউ ৰ হৃদয় এক বিজ্ঞাপন প্ৰথম আছিল যিখন মই পঢ়িছিলোঁ। সচাকৈ, বৰ সুন্দৰ উপন্যাস হয়। ❤

  • @bornalisaikia1794
    @bornalisaikia1794 Рік тому +4

    কিতাপ খনৰ ৰূপালী জয়ন্তীৰ সাপেক্ষে বহুতো অভিনন্দন জাছিলো । অনুৰাধা শৰ্মা পূজাৰীৰ দৰে বাইদেউহতৰ লেখিকা সকলৰ লিখনী সমূহে আমাৰ নাৰীৰ জাতিটোক বহুতখিনী সুৰক্ষা দি আহিছে ……আগলৈও এনে কিতাপ উপহাৰ দি যাব বুলি আশা থাকিল ।

  • @dolphinasaikia9380
    @dolphinasaikia9380 Рік тому +15

    মোৰ প্ৰিয় লেখিকা গৰাকী❤

  • @sushmitasarma9639
    @sushmitasarma9639 11 місяців тому +1

    I can't express in words how much love respect I have for baidew ... what a personality ❤❤❤❤❤❤❤

  • @dayswithpronami1027
    @dayswithpronami1027 Рік тому +5

    খুওব ভাল লাগিল।নৱ প্ৰজন্মৰ লেখিকা আশ্ৰৱিকা বৰা বাক এবাৰ মাতিব চোন ভাল লাগিব।

  • @khasminchoudhury7682
    @khasminchoudhury7682 Рік тому +4

    প্ৰিয় লেখিকা,বহুত বহুত শ্ৰদ্ধা আৰু শুভকামনা যাচিলো বাইদেউ ।

  • @ranineog2827
    @ranineog2827 Місяць тому

    অৰণ্য যাত্ৰা❤ class 10 ot poha ajiu monot ase

  • @madeeasy-e6
    @madeeasy-e6 6 місяців тому

    Baground music to nedibo sn

  • @malamanibaruah3524
    @malamanibaruah3524 Рік тому +2

    Chakrapani is so noble and honest

  • @biduytbikashsarmathakur1620
    @biduytbikashsarmathakur1620 Рік тому +1

    বৰ ভাল লাগিল । কথাবোৰো শুনিও উপন্যাস পঢ়ি থকাৰ সোৱাদ এটাই পালো।

  • @prasannabora7644
    @prasannabora7644 3 місяці тому

    Purokhei Narir horiror huwad noloi.....Suwaliyeo loi purokhor horiror huwad loi

  • @dimpineog9886
    @dimpineog9886 7 місяців тому

  • @nimishamohan1334
    @nimishamohan1334 Рік тому +2

    বাৰ্তালাপৰ মোৰ সকলোতকৈ বেছি ভাললগা খণ্ড❤️

    • @alpanagogoi463
      @alpanagogoi463 Рік тому

      অতি সুন্দৰ বাইদেওঁ বহুত ভাল লাগিল ।

  • @snigdhadas7468
    @snigdhadas7468 Рік тому +2

    কিতাপ পঢ়ি বহুত কথা বুজা যায়,
    মোক এখন হৃদয় দিয়া, মই কিস্তি কিস্তি কৈ পৰিশোধ কৰিম.......
    আপুনি মোৰ প্ৰিয় লেখিকা আপোনাক পাবলৈ বহুত মন যায়। আপোনাৰ সকলোবোৰ উপন্যাস মই বিচাৰি বিচাৰি কিনি আনি পঢ়ো।

    • @rumidas807
      @rumidas807 Рік тому

      ময়ো বাইদেউ

  • @jaminikomar3754
    @jaminikomar3754 8 місяців тому

    Favourite writer

  • @ashima302
    @ashima302 Рік тому +1

    Khub xundor.. Jenedore cinema r prosar kora hoi, kitap r prosar korau bor jaruri buli vabu.

  • @monujkonwar8875
    @monujkonwar8875 Рік тому

    Bor val lagil . Thnk u dada.

  • @bhupalichoudhury1835
    @bhupalichoudhury1835 Рік тому +1

    My All time favourite ❤Anuradha mam

  • @pompigogoi-my2bo
    @pompigogoi-my2bo Рік тому +1

    Thank you চক্রপাণি পৰাশৰ দা❤

  • @manaswnisarmah6328
    @manaswnisarmah6328 3 місяці тому

    Xosakoi..moi 1st page tu pohar pisot aru aribo nowari 2hours t porhi xekh korisu

  • @himaniry6004
    @himaniry6004 9 місяців тому

    Class 10 Aranya jatra

  • @domborugogoi971
    @domborugogoi971 Рік тому

    Hosai, baideur upanyasbur bhal lage😊

  • @enjoyamazinglife
    @enjoyamazinglife 7 місяців тому

    Background music টো বেছি হল। নোহোৱা হলে ভাল হলেলেতেন।
    বাকী সকলো অতি সুন্দৰ।

  • @manoveeborpuzari8656
    @manoveeborpuzari8656 Рік тому +1

    আপোনাক বৰ ভাল লাগিল বাইদেউ

  • @BhagyashreeGogoi-lz6uj
    @BhagyashreeGogoi-lz6uj Рік тому

    All time favourite

  • @anamikahazarika4825
    @anamikahazarika4825 7 місяців тому

    সচাকৈ মোৰ বহুত প্ৰিয় বাইদেউ গোটেই কেইখন উপন্যাসয়েই , ( হৃদয় এক বিজ্ঞাপন খন বহু বাৰ পঢ়িছো ) সপোনতো ভাবা নাছিলো এই উপন্যাসখন টিভিত ছিৰিয়েল হিচাপে দেখিবলৈ পাম বুলি , সেই কাৰণে বহুত বেছি ভাল লাগিল 🙏

  • @tarulatahazarika6418
    @tarulatahazarika6418 Рік тому

    Nam2 sinaki kintu mukh khon sini npaislu aji apuni sinaki kri dia babe dhanyabad dada Love from Gohpur

  • @mainusonowal1087
    @mainusonowal1087 Рік тому +1

    Love you

  • @uttaran3663
    @uttaran3663 Рік тому

    Khun bhal lagil anusthantu,agoloio Asa korilu.

  • @julideka6408
    @julideka6408 Рік тому

    Bahut bhal lagil.

  • @diksha8756
    @diksha8756 Рік тому

    My fvrt

  • @lakhimi7259
    @lakhimi7259 Рік тому +1

    প্ৰিয়❤

  • @queendas9546
    @queendas9546 Рік тому

    All time mur favourite ❤️👍

  • @mayurakhikashyap5436
    @mayurakhikashyap5436 5 місяців тому

    প্ৰিয় সাহিত্যিক❤

  • @alivaphukan-wt4fw
    @alivaphukan-wt4fw Рік тому

    My favourite Anuradha Baidew........jiwanor prio novel.......ejon isshoror hondhanot.....

  • @user-jx9uu7lx4u
    @user-jx9uu7lx4u 5 місяців тому

    খুব প্ৰিয় লেখিকা গৰাকী♥️

  • @manojdeka2450
    @manojdeka2450 Рік тому

    My favorite

  • @Banditaskibakibi
    @Banditaskibakibi Рік тому +1

    মোৰ প্ৰিয় লেখিকা । প্ৰতিখন উপন্যাসেই পঢ়িছো । লগতো আছে ।❤

  • @jahnubhaskar962
    @jahnubhaskar962 6 місяців тому

    মোৰ অতি শ্ৰদ্ধাৰ বাইদেউ গৰাকী 🙏

  • @dipalirrandhonixal
    @dipalirrandhonixal Рік тому

    বাইদেউক বহুত ভাল পাওঁ। খুব ভাল লাগিল চাই।👍

  • @tuluhazarikadevi1587
    @tuluhazarikadevi1587 Рік тому

    Val .lagil baiduk dakha pi

  • @ajantadas4807
    @ajantadas4807 Рік тому

    Chokro Pani porashoror program bur unic concept hoi,best of luck

  • @JanmoniGogoi-hk4gx
    @JanmoniGogoi-hk4gx Рік тому +1

    বৰ ভাল লাগিল বাৰ্তালাপটো ❤

  • @nitushreegogoi7419
    @nitushreegogoi7419 10 місяців тому

    আপুনি সদায় প্ৰিয় ❣️🌼

  • @prasannabora7644
    @prasannabora7644 3 місяці тому

    Dada Apuni kiba teliai teliai kotha bilak hudha nisina lage

  • @songitasaikia2902
    @songitasaikia2902 Рік тому +2

    মোৰ প্ৰিয় লেখিকা গৰাকী❤😘

  • @luijiranigogoi2462
    @luijiranigogoi2462 Рік тому

    Nice baideuk dekhi bohut vl lgl....👍👍👌🙏

  • @user-rh5rr5yo3r
    @user-rh5rr5yo3r Рік тому

    অনুস্থানটো বহুত ভাল লাগিছে।

  • @gitasrikalita9207
    @gitasrikalita9207 Рік тому

    ❤️❤️

  • @rupaliphukan9078
    @rupaliphukan9078 Рік тому

    Ekebare right baideo

  • @user-uq1eo1kt9b
    @user-uq1eo1kt9b Рік тому +3

    অনুৰাধা বাইদেউ ৰ কিতাপৰ প্ৰেমত সৰুৰে পৰা পৰিছো। কাঞ্চন মোৰ প্ৰিয় উপন্যাস। মোৰ what's app about ত সদায় বাইদেউ ৰ উপন্যাসৰ এটা লাইন উজ্বল হৈ আছে --- " মোক অলপ সত্য দিয়া, বঞ্চনা নকৰা সত্য।"

    • @rupakrabha-2179
      @rupakrabha-2179 11 місяців тому +1

      My favourite line from নাহৰৰ নিৰিবিলি ছা - ৰুঢ় বাস্তৱ যেনেকৈ সদায় ভাল নালাগে, অলীক কল্পনাও সদায় ভাল নালাগে। ভাল লাগে ইয়াৰ সংমিশ্ৰণ ❤️।

    • @user-uq1eo1kt9b
      @user-uq1eo1kt9b 11 місяців тому

      ধন্যবাদ দেই। গ্ৰন্থ প্ৰেমী লোক আজিকালি নাইকীয়া হৈছে দেখোন।

  • @rupjyotiray9740
    @rupjyotiray9740 Рік тому

    All time favorite meam

  • @purabidas5670
    @purabidas5670 Рік тому

    Khub val lagile..

  • @AparajitaGogoi-uh6bs
    @AparajitaGogoi-uh6bs Рік тому +14

    All time favourite Anuradha Ma'am❤️hosai khub Val lagil ajir bartlap

    • @smritirekhadutta8899
      @smritirekhadutta8899 Рік тому +2

      বাৰ্তালাপ মোৰ প্ৰিয় ।মোৰ প্ৰিয় লেখিকাগৰাকী (অনুৰাধা বাইদেউ)ৰ লগত হোৱা তত্ত্ব গধুৰ আলোচনাই যথেষ্ট আপ্লুত কৰিলে ।বাইদেউৰ কলমত নতুন নতুন লেখাৰ সৃষ্টি হওক তাকেই কামনা কৰিলোঁ ।

  • @user-hp5mr5bk4d
    @user-hp5mr5bk4d Рік тому

    All time fev till now it is not possible to read her all books but most of them completed , now a days i am reading her book sahebpurar boroshun❤

  • @rekharanikalita7773
    @rekharanikalita7773 Рік тому

    Bohut val lagil

  • @ranjitadeori6018
    @ranjitadeori6018 Рік тому

    Very nice Baidew ❤️❤️🙏🙏

  • @MunmiGogoi-wy2mo
    @MunmiGogoi-wy2mo Рік тому

    Baidew Mur all time favourite moi khub prohu apunar hakalu likha

  • @Luna_koch
    @Luna_koch 7 місяців тому

    Kitap khon pohi hosai vl lagil❤

  • @akankhyaduttaakankhya5063
    @akankhyaduttaakankhya5063 Рік тому

    বাইদেউ লৈ অশেষ ধন্যবাদ।

  • @smritirekhasonowal6714
    @smritirekhasonowal6714 Рік тому

    খুউব ভাল লাগিল । ❤

  • @ParismitaBora-iw8ym
    @ParismitaBora-iw8ym Рік тому

    Bartalap ♥️

  • @assamdeni3311
    @assamdeni3311 8 місяців тому

    অনুৰাধা শৰ্মা বাইদেউৰ দ্বাৰা ৰচিত "চাহেবপূৰা বৰষূণ " আৰু "নাহৰৰ নিৰিবিলি ছাঁ"উপন্যাস দুখন পঢ়িলো।। অনাগত দিনত তেওঁ ৰচনা কৰা আন আন গ্ৰন্থ সমূহ পঢ়িম।।।
    এক কথাত কবলৈ গলে অনুৰাধা বাইদেউ মোৰ প্ৰিয় লেখিকা।।

  • @queensarmah
    @queensarmah Рік тому

    Dada Hridayat bigyapan serial khnr nam ki hbo baru...janibo Mon goise...

  • @chimidatta6582
    @chimidatta6582 Рік тому

    Huni thkile Jen huni a thkim😌imn dhuniya ke koise baideo a💌

  • @RiturajKonwar-wq7ku
    @RiturajKonwar-wq7ku 10 місяців тому

    আজিৰ দিনত উপপতি /উপপত্নী থকাটো গৌৰৱৰ কথা...

  • @pollymahanta7508
    @pollymahanta7508 Рік тому

    বাইদেউ আপোনাৰ কথাবোৰ খুব ভাল লাগিল

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Рік тому

    ভাল লাগিল 😘👌

  • @indunibharajbongshi1155
    @indunibharajbongshi1155 Рік тому

    উপন্যাস খন পঢ়িছো ।বহুত ভাল লাগে

  • @pranabrajbongshi5432
    @pranabrajbongshi5432 Рік тому

    অজিৰ অনুষ্ঠানতো চাই খুব ভাল লাগিল

  • @rimipathak1955
    @rimipathak1955 Рік тому

    Uff apunar thinking bur emn vl lage ...

  • @mridulkumarrabha892
    @mridulkumarrabha892 Рік тому

    Persistency

  • @paporichutia
    @paporichutia 11 місяців тому

    বাআপোনাৰ,সকলো,উপনাস,পহিবহূতভাল,লাগে,আৰূসেইবিলাকৰ,পৰাবহূত,কথা,শিকবলৈ,পো ৱাযায,আৰুআগলৈ,যাতেভাল,ভাল,উপন্যাস, কবিতা,লিখক,বুলি,আশা,ৰাশিলো,আৰু,ভগমানৰু,উচৰত,পাথনাবিচাৰিচো,আপুনি যাতে,সুখেৰেশাতিৰে,থাকক,ইয়াৰেকামনা,ৰাশিলো

  • @riyadutta771
    @riyadutta771 Рік тому

    Tekhetor likhoni bor val lge..bohu keikhn pohisu❤

  • @maina2663
    @maina2663 Рік тому +1

    প্ৰিয় লেখিকা❤

  • @niharikanath1330
    @niharikanath1330 Рік тому

    Anuradha ma'am ❤

  • @sushilkonwar7012
    @sushilkonwar7012 Рік тому +1

    নতুন প্ৰজন্মক লৈ মোক কিয় দোষ দিব লাগে। গতিকে হৃদয় কথা যদি খূলি কয় --- চৰিত্ৰ বিলাক প্ৰকাশ পাব -- No body could say every one right ___ .I am alone from the human being ------- l am only trust on myself - মোক নেলাগে হৃদয়ৰ গুণ গুণনি --- লাগে মাথো হৃদয় সচা স্পৰ্ষ ।

  • @rupakrabha-2179
    @rupakrabha-2179 11 місяців тому

    নাহৰৰ নিৰিবিলি ছা is my favourite

  • @chayanikamedhi1674
    @chayanikamedhi1674 Рік тому

    প্ৰিয় লেখিকা গৰাকী❤

  • @indugogoi3410
    @indugogoi3410 Рік тому

    Kta bur huni bhut vl lagil

  • @chayanikahandique1490
    @chayanikahandique1490 Рік тому

    সুন্দৰ ❤️

  • @BADulumoniRajkhowa
    @BADulumoniRajkhowa 9 місяців тому

    সকলো কৰিব পাৰি কিন্তু হৃদয়ক বিজ্ঞাপন কৰিব নোৱাৰি

  • @susmitagogoi7313
    @susmitagogoi7313 Рік тому

    প্ৰিয় লেখিকা😍

  • @nishamaniborah9776
    @nishamaniborah9776 Рік тому

    চক্ৰপাণি অনন্য।

  • @chayanika_25
    @chayanika_25 Рік тому

    Video 2 prothomr pra ahibo ne?

  • @daisydas2025
    @daisydas2025 Рік тому +1

    Dada Pallabi Ghosh k abar matibo ketiaba
    Aru ei interview tu iman vl lagil ki kom mane...

  • @mouchumidutta5737
    @mouchumidutta5737 Рік тому

    Anuradha baidow aru bartalap hunat huaga sorese

  • @bmworld3512
    @bmworld3512 Рік тому

    Kanchan khon r kotha aku a nuhudhile 😢,,,,,

  • @rumidas807
    @rumidas807 Рік тому

    আপোনাৰ প্ৰায়বোৰ কিতাপেই মোৰ আলমিৰাত বাইদেউ আপুনি মোৰ সদায় প্ৰিয় সাহিত্যিক হৈ ৰব

  • @nabaneetabaruah19
    @nabaneetabaruah19 Рік тому

    Apuni hosai adorkho, eman buji pai

  • @tultulbora8932
    @tultulbora8932 Рік тому

    ❤বাৰ্তালাপ ❤

  • @InformationbyJB
    @InformationbyJB Рік тому +2

    এটা অপ্ৰিয় হলেও সত্য যে বৰ্তমান কিতাপ মানুহে নপঢ়ে গতিকে মানুহক আকৰ্ষণ কৰিবলৈ যৌনগন্ধী লিখনিৰ সহায় লোৱা হয়

  • @rukminihazarika5566
    @rukminihazarika5566 Рік тому

    Khub bhal paw বাইদেউ r লিখনি