কিয় হোমেন বৰগোহাঞিৰ কক্ষৰ পৰা কান্দি কান্দি ওলাই আহিছিল অনুৰাধা শৰ্মা পূজাৰী?

Поділитися
Вставка
  • Опубліковано 16 жов 2024
  • Da News Plus is an Assamese satellite channel. Da News Plus brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, national and global news.
    Please follow up page to watch live and latest news with latest updates every hour.
    দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক DA NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল DA NEWS PLUSত
    To subscribe to our channel click here / @danewsplusassam
    Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
    Follow us on Twitter-
    / danewsplus​
    Facebook-
    / da-news-plus-106862991...
    Koo app- www.kooapp.com...

КОМЕНТАРІ • 107

  • @bonjurybaruah876
    @bonjurybaruah876 2 місяці тому

    অনুৰাধা বাইদেউক একেবাৰে কাষৰপৰা পাইছো _ ইমান সুন্দৰ কন্ঠত গীতটি গাই শুনালে ৷ বাইদেউ এতিয়া অসমৰ এগৰাকী সাহিত্যৰ সম্পদ ৷বাইদেউলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ৷❤❤❤❤

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 роки тому +2

    অনুষ্ঠানটো চাই বৰ ভাল লাগিল তথা উপকৃত হলো। অনুৰাধা শৰ্মা পূজাৰী মোৰ এগৰাকী প্ৰিয় সাহিত্যিক। তেখেতৰ,"হৃদয় এক বিজ্ঞাপন","নাহৰ নিৰিবিলি ছাঁ","চাহেব পুৰাৰ বৰষুণ","মেৰেং","কাঞ্চন","কলিকতাৰ চিঠি","বৰাগী নদীৰ ঘাট"আদি গ্ৰন্থ সমূহ পাঠকৰ অতি প্ৰিয়। অসমীয়া সাহিত্যৰ মই যিমান সংখ্যক উপন্যাস পঢ়িছোঁ তাৰ ভিতৰত, "কাঞ্চন"মোৰ অতি প্ৰিয়।

  • @debajit6017
    @debajit6017 Рік тому

    খুউৱ সুন্দৰ অনুস্থান, উপকৃত হ'লো

  • @shashiburagohain4558
    @shashiburagohain4558 2 роки тому +19

    বাইদেউৰ চিন্তাধাৰাবোৰ খুউব ভাল লাগে। আপোনাৰ কেইবাখনো গ্ৰন্থ পঢ়িছোঁ। সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিলো 🙏🙏

  • @omsairam7193
    @omsairam7193 2 роки тому +10

    মোৰ প্ৰিয় লেখিকা গৰাকীলৈ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনালোঁ। সাক্ষ্যাৎকাৰটো চাই বহুত ভাল লাগিল।

  • @rajatrabha8666
    @rajatrabha8666 2 роки тому

    বহুত ভাল লাগিছে। ধন্যবাদ

  • @pallabitakakotyshah1496
    @pallabitakakotyshah1496 2 роки тому +8

    বাইদেউৰ কথাবোৰ শুনিলে শুনি থাকিবৰ মন যায়..ইমান সুন্দৰ কৈ কয়..
    সাহুত্য অকাডেমি বটাৰ বাবে আন্তৰিক অভিনন্দন.থাকিল |

    • @sandhyadevi9094
      @sandhyadevi9094 2 роки тому

      Li uilúuuuu0i

    • @AbcdEfgh-wt8iv
      @AbcdEfgh-wt8iv 2 роки тому

      অভিনন্দন জনাইছো।ইয়াত এখন অৰণ্য আছিল পঢ়ি বৰ ভাল লাগিল।

  • @aparnagoswami2607
    @aparnagoswami2607 2 роки тому +15

    অভিনন্দন জনালো মোৰ প্ৰিয় লেখিকা গৰাকীলৈ। 🌺

  • @lakhimiacreativemind
    @lakhimiacreativemind 2 роки тому +4

    বাইদেউলৈ আন্তৰিক অভিনন্দন ..।বাইদেউৰ লেখাবিলাক তথ্যভিত্তিক..সমাজ বাস্তৱ আধাৰিত..বলিষ্ঠ ..সেয়ে সদায় ভাল পাওঁ🙏🙏🙏লগতে পৰম শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰলৈ অসীম কৃতজ্ঞতা..এনে এগৰাকী প্ৰতিভাবান সাহিত্যিকক আমাৰ সতে পৰিচয় কৰোৱাৰ বাবে। কাৰণ 'কলিকতাৰ চিঠি' ৰ পৰাই বাইদেউৰ লেখাৰ সতে আমাৰ পৰিচয় ঘটিছিল🙏🙏

  • @hirabhuyan2573
    @hirabhuyan2573 Рік тому

    বহুত বহুত শুভেচ্ছা জনালো বাইদেউ।

  • @gangulymili783
    @gangulymili783 2 роки тому +4

    লেখক আৰু কবিৰ মনৰ কথা শুনি মোৰ বহুত ভাল পাওঁ।।

  • @minatibhuyan392
    @minatibhuyan392 2 місяці тому

    গানটো বৰ ভাল লাগিল আপুনি গোৱা আৰম্ভ কৰক বা

  • @mitaleechowdhury890
    @mitaleechowdhury890 2 місяці тому

    খুব আপ্লুত হৈছো। মোৰ আত্মিক শ্ৰদ্ধা নিবেদন কৰিছো।

  • @ChandraprobhaKakoti
    @ChandraprobhaKakoti 5 місяців тому

    বহুত অভিনন্দন আপোনাৰ ‌বাবে।

  • @dr.p.hazarika500
    @dr.p.hazarika500 2 роки тому +9

    people would surely read your books for coming 1000 years. Salute to you. Go ahead Madam.

  • @anjumanideka782
    @anjumanideka782 2 роки тому

    সাক্ষাৎকাৰ টো চাই বহুত ভাল লাগিল।মই বাইদেউৰ কিতাপ বৰ ভাল পাওঁ।কেইবাখনো পঢ়িছোঁ।বাইদেউৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ

  • @sanndhyaneog4440
    @sanndhyaneog4440 2 роки тому

    মোৰ প্ৰিয় লেখিকা গৰাকীলৈ স -শ্ৰদ্ধা প্ৰণাম জনালো । সাক্ষাৎকাৰটো বৰ ভাল লাগিল ।

  • @orjifabegum7845
    @orjifabegum7845 2 роки тому +4

    শ্ৰদ্ধাৰ বাইদেউলৈ আন্তৰিক অভিনন্দন জনালোঁ।
    প্ৰকৃতি ময়ো বহুত ভাল পাঁও।

  • @debajani100rightchamua8
    @debajani100rightchamua8 2 роки тому +1

    My fevaret righter.News plus k bhut dhanyabad.

  • @rupohimixture
    @rupohimixture 2 роки тому +3

    এনেকুৱা অনুষ্ঠানবোৰ চাই থাকিলে মোৰ ডাটাবোৰ এনেই যোৱা যেন নালাগে ৷ বাইদেউলৈ অভিনন্দন ৷

  • @purobigoswami1055
    @purobigoswami1055 2 роки тому

    বহুত ভাল লাগিল I অভিনন্দন জনালো 🙏🙏

  • @momigogoi7836
    @momigogoi7836 2 роки тому

    Bohut vl lgil...

  • @meerabegum1333
    @meerabegum1333 2 роки тому +1

    বাইডেউৰ সাক্ষাৎকাৰ চাই বৰ‌ভাল পালো।আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ 🙏।

  • @ritamonibaruah9339
    @ritamonibaruah9339 Рік тому

    Val lagil baidew 🙏

  • @rupambhagabati
    @rupambhagabati 2 роки тому

    অনুৰাধা শৰ্মা পূজাৰী বাইদেউ মোৰ প্ৰিয় লেখিকা । তেখেতৰ চিন্তাৰ যি গভীৰতা সেয়া বহুতৰ মাজত দেখা নাযায় । তেখেতৰ "হৃদয় এক বিজ্ঞাপন" গ্ৰন্থখনি মই প্ৰথম পঢ়িছিলো । তাৰ পিছৰে পৰা তেখেতৰ লিখনিৰ প্ৰতি আকৃষ্ট হ'লো । তেখেত সদায় কুশলে থাকক তাকেই কামনা কৰিলো ।

  • @sherryburagohain1472
    @sherryburagohain1472 2 роки тому

    গানৰ কথা কওঁতে ইমান সুন্দৰকৈ হাঁহিছে৷

  • @jogeshkachari880
    @jogeshkachari880 2 роки тому +3

    অসমবাণী ত কলিকতাৰ চিঠি নিয়মিতভাৱে পঢ়িছিলোঁ। হৃদয় এক বিজ্ঞাপন পঢ়িছিলোঁ। মেৰেং পঢ়িছিলোঁ। প্ৰণয়দা, আপোনালোকে কিয় আজিলৈকে নিৰ্মলা মিশ্ৰ আৰু সুমন কল্যান পুৰৰ সাক্ষাৎ নললে?

  • @nijaraburhagohain8861
    @nijaraburhagohain8861 5 місяців тому

    Hundor kantha

  • @prafulladas7224
    @prafulladas7224 Рік тому

    বাইদেউ মেৰেং খন মোৰ জীৱনৰ আটাইতকৈ প্ৰিয়।
    মই মেৰেং ৰেডিঅ ত প্ৰচাৰিত হৈ থকা কেইটি মান খণ্ডৰ পিছত ৰব নোৱাৰি কিনি লৈ প্ৰচাৰিত খণ্ডক পাৰ কৰি শেষ কৰিছিলোঁ । এতিয়া মন গলেই পঢ়োঁ। ❤❤❤ প্ৰণাম আপোনালৈ।

    • @dipubailung5822
      @dipubailung5822 11 місяців тому +1

      মোৰ আটাইতকৈ পঢ়ি ভাল লগা কিতাপেই হল ❤মেৰেং❤

    • @prafulladas7224
      @prafulladas7224 11 місяців тому

      @@dipubailung5822 সঁচাকৈ

  • @pollymahanta7508
    @pollymahanta7508 2 роки тому

    খুব ভাল লাগিল

  • @dhanmoninath3332
    @dhanmoninath3332 2 роки тому

    Nahoror niribiri cha aji heh hol pohi aru apunak sabo khub mn gol youtube search korilu aru hunibo mn goise apuni produta ne anjonor logot biya hl,aru apunar joriyone dibru bishabidyloy bihoye janilu val lagil bohut dhonybad

  • @mosfiabegom7095
    @mosfiabegom7095 2 роки тому +2

    বাইদেউ ৰ কথাবোৰে মোক বহুত উৎসাহিত কৰে । হতাশ হ'লেই মই তেখেতৰ ইউ টিউবৰ ভিডিঅবোৰ চাও।

  • @debashishpangging7424
    @debashishpangging7424 Рік тому

    Memorable interview....

  • @bhitalideka4075
    @bhitalideka4075 2 роки тому

    Thank you baidew . Sai bhal lagil.

  • @krishnasarkar2230
    @krishnasarkar2230 2 роки тому

    খুব ভাল লাগে আপোনাৰ চিন্তা ধাৰা বাইদেউ

  • @prasannarabha3392
    @prasannarabha3392 2 роки тому

    বাইদেউৰ কিতাপ পঢ়ি খুব ভাল পাওঁ৷ তেখেতৰ চিন্তাধাৰাই মোক মুগ্ধ কৰে ৷তেখেতৰ 'নাহৰৰ নিৰিবিলি ছাঁ,চাহেবপুৰাৰ বৰষুণ,কাঞ্চন,মেৰেং,ইয়াত এখন অৰণ্য আছিল,ব'ৰাগী নদীৰ ঘাট(মোৰ আটাইতকৈ প্ৰিয় উপন্যাস) পঢ়ি খুবেই আপ্লুত হৈছিলোঁ ৷ মোৰ আটাইতকৈ প্ৰিয় সাহিত্যিক গৰাকীৰ পৰা অনাগত দিনত আকৌ ভাল ভাল কিতাপ পঢ়িব পাম বুলি আশাৰে...

  • @khairulkhan4423
    @khairulkhan4423 2 роки тому

    Thanks...

  • @ipsitasarmah6488
    @ipsitasarmah6488 2 роки тому

    আন্তৰিক অভিনন্দন জনাইছোঁ বাইদেউ।

    • @pollymahanta7508
      @pollymahanta7508 2 роки тому

      খুব ভাল লাগিল আন্তৰিক শুভেছা জনালো

  • @BhabnasVlog
    @BhabnasVlog 2 роки тому +1

    বাইদেউ মই আপোনাক বৰ ভালপাওঁ❤️ আপুনি সদায় ভালে থাকক😊🙏

  • @nipadeka1739
    @nipadeka1739 2 роки тому

    Prany bordoloi sir aponak mor bhut val lage.love you.❤💐anuradha sarma pujari baidew.you 🙏💐vale thakok

  • @DIPTIHAZARIKA_
    @DIPTIHAZARIKA_ 2 роки тому

    Baideuloi bhut bhut xuvesha thakil 🙏

  • @suramanath5523
    @suramanath5523 2 роки тому

    বাইদেউৰ চিন্তাধাৰা বিলাক বহুত ভাল লাগে এই যে গান ভুল আৰু বেসুৰা কৈ গালে বেয়া পাই ।সেয়েহে বাইদেউৰ কথা খিনি যেন অনুকৰণ কৰে ।বটা প্ৰাপ্ত বাইদেউ লৈ নমস্কাৰ 👌👌👌👌

  • @pahisarmah8075
    @pahisarmah8075 2 роки тому

    Baideu aponalai bahut bahut xuveswa thakil

  • @joyshankarpator162
    @joyshankarpator162 2 роки тому +2

    প্ৰিয় সাহিত্যিক গৰাকী লৈ আন্তৰিক অভিনন্দন জনালোঁ।

    • @letterwritingministry1183
      @letterwritingministry1183 2 роки тому +2

      আজিৰ দৰবাৰত, ইমান দীঘলীয়া কথা বতৰা খিনি শুনাৰ পিছতো দেখুন অনুৰাধা শৰ্মা পূজাৰীৰ পৰা নুশুনিলো, হোমেন বৰগোহাঞিৰ ছাৰৰ সম্পাদনা কোঠাৰ পৰা কিয় তেখেতে কান্দি কান্দি এবাৰ ওলাই আহিব লগা হৈছিল । এই একেতা প্ৰশ্নকে প্ৰণয় বৰদলৈকো সুধিছোঁ - কিয় তেখেতে এই প্ৰশ্নটো বাইদেউক নুসুধিলে বা প্ৰশ্নটো যদিও সুধিছিলে কিয় আমাক দেখুৱাব নোৱাৰিলে, যিটো প্ৰশ্নৰ উত্তৰ দিব বুলিহে " দৰবাৰত" আজিৰ শিৰোনামা দিয়া হৈছিল। সচাঁ কথা কবলৈ গ'লে অনুৰাধা শৰ্মা পূজাৰীৰ পৰা এই প্ৰশ্নৰ উত্তৰ শুনিম বুলিহে আজি মই "দৰবাৰ" ৰ সন্মুখত ২৫ মিনিটতকৈও বেছি সময় খৰছ কৰিছিলোঁ। অসমৰ সংবাদ মাধ্যম সমূহে পৰিচালন আৰু পৰিবেশন কৰা এনে বাতৰিৰ অভিজ্ঞতাই আমাক কেতিয়াবা বাৰুকৈয়ে হতাশ কৰে। ই যি কি নহওঁক, দৰবাৰৰ আন কথা বতৰা খিনি দেখি আৰু শুনি বৰ ভাল লাগিল। প্ৰণয় বৰদলৈ আৰু অনুৰাধা শৰ্মা পূজাৰী বাইদেউক ইয়াৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ। 🙏

  • @hiteshrabhaassamvlogs3496
    @hiteshrabhaassamvlogs3496 2 роки тому

    Good & Great Work Da News plus

  • @assamguwahati5265
    @assamguwahati5265 2 роки тому

    all time favorite ❤

  • @mauchumihazarika962
    @mauchumihazarika962 5 місяців тому

    বাইদেউ লিখনি মোৰ ভাল লাগে।।হৃদয় এক বিজ্ঞাপন খনে মোৰ জীৱনত বহু সাঁচ বহুৱালে।। মন গলে পঢ়োঁ।।নিজক বিচাৰি পাওঁ কিতাপ খনত। বাইদেউক শতকোটি প্ৰণাম।❤

  • @rumipathak1522
    @rumipathak1522 2 роки тому

    বৰ সুন্দৰ, মন ভৰি যোৱা সাক্ষাতকাৰ

  • @santanuborah8021
    @santanuborah8021 2 роки тому

    বহুত বহুত শুভেচ্ছা জনালোঁ বাইদেউ

  • @boloramtanti741
    @boloramtanti741 2 роки тому +1

    Namaskar Baideo .
    Would you kindly inform the name of the book written on the basis of the sacrifice of a tea community woman Swahid during Non cooperation Movement ?
    Punor srodhare

  • @diptibheruah4121
    @diptibheruah4121 2 роки тому

    Atchaa mam God bless🙏 you

  • @anjanagogoi6105
    @anjanagogoi6105 2 роки тому

    শ্ৰদ্ধাৰ বাইদেউ লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।লগতে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ।

    • @kunjalatamedhi762
      @kunjalatamedhi762 2 роки тому

      শ্ৰদ্ধাৰ বাইদেউ লৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

  • @dharitridevi8608
    @dharitridevi8608 2 роки тому +1

    Congratulations mam👏👏👏

  • @daduhazarika9002
    @daduhazarika9002 2 роки тому

    আন্তুৰিক অভিনন্দন বাইদেউ।

  • @rajlakhihaloi7251
    @rajlakhihaloi7251 2 роки тому

    অভিনন্দন বাইদেউ

  • @jitamonimech9670
    @jitamonimech9670 2 роки тому

    Mur prio lekhika ..nahoror niribili sa👌👌👌

  • @kabitachoudhury4954
    @kabitachoudhury4954 2 роки тому +1

    বাইদেউৰ আত্মজীৱনী! কেতিয়া যে ওলাব। অধীৰ আগ্ৰহেৰে ৰৈ থাকিম।

  • @namitasaikia7682
    @namitasaikia7682 Рік тому

    প্ৰিয় লেখিকা গৰাকী❤❤❤❤

  • @aabirgogoi1694
    @aabirgogoi1694 2 роки тому

    বাইদেউ আপোনাৰ লিখনি পঢ়ি বহুত বহুত ভাল পাওঁ

  • @promodborah3497
    @promodborah3497 4 місяці тому

    কান্দি কান্দি ওলাই আহিছিল বুলি heading কিয় দিলে .... প্ৰশ্নটো এবাৰো নুসুধিলে.... ভাবিছিলো high intellectual কিবা আছেইনেকি......

  • @bhabanikakati8899
    @bhabanikakati8899 Рік тому

    👍🙏

  • @asomiyabowarikabita3292
    @asomiyabowarikabita3292 2 роки тому

    বাইদেউক শুভেচ্ছা জনালো

  • @manishabarman4318
    @manishabarman4318 2 роки тому

    Life time fbrt writter ❤️

  • @rupjyotigogoi7510
    @rupjyotigogoi7510 2 роки тому

    Congratulations Madam 🎉

  • @prasannabora7644
    @prasannabora7644 2 роки тому

    Amar eyat data pabole bohut digdar......amar eyat uliai dibone eman puroni data?????

  • @dr.p.hazarika500
    @dr.p.hazarika500 2 роки тому +2

    congratulations to Anuradha Sarma Pujari of Assam

  • @travelzindagiblogs8328
    @travelzindagiblogs8328 Рік тому

    1year pisat saisu kintu Bhal lagil

  • @gayatrymaladevikhound8801
    @gayatrymaladevikhound8801 2 роки тому

    চাই থাকি আৰু শুনি থাকি বৰ ভাল পালোঁ ।

  • @yogajinikalita4754
    @yogajinikalita4754 2 роки тому

    মোৰ প্ৰিয় লেখিকা🙏

  • @nayanmishra9083
    @nayanmishra9083 2 роки тому

    Anuradha mam pranam 🙏🙏
    Apunar likhoni padhile padhiye thakibo man jay🥰🥰

  • @jahnabibhuyan5744
    @jahnabibhuyan5744 2 роки тому

    Baidaw moiu women University students asilu.....val lgisl mareng khn pohi

  • @explortotraveling5949
    @explortotraveling5949 2 роки тому

    Class 10 বাইদেউৰ এটা গদ্য পঢ়িছিলোঁ
    খুব ভাল লাগিছে 🥰

  • @prafulladas7224
    @prafulladas7224 Рік тому

    মোৰ ঘৰত চ চকুৰে দেখিলে চাগে বিশ্বাস হব চৰাই বাঁহ কত কত সাজি আছে ।

  • @euclids..funnyandcutebaby6442
    @euclids..funnyandcutebaby6442 2 роки тому

    অভিনন্দন জনালো🙏🙏🙏

  • @mridusmitasaikia3758
    @mridusmitasaikia3758 2 роки тому +1

    প্ৰিয় লেখিকা গৰাকীৰ আৰু এটা নতুন প্ৰতিভা দেখি অভিভূত হৈ পৰিলোঁ। অসমীয়া হিচাপে গৌৰৱ বোধ কৰিছো। কৃতজ্ঞ।।।

    • @arudas6755
      @arudas6755 2 роки тому

      বাইদেউ ক কেতিয়া বা লগপোৱাহেতেন

  • @davidsarma6744
    @davidsarma6744 2 роки тому

    i ki

  • @minakshisaikia4982
    @minakshisaikia4982 2 роки тому

    🙏🙏🙏🙏

  • @devajitkalita2196
    @devajitkalita2196 2 роки тому

    Thumbnail t dia proshno khudhai nai.. Xokoloe ai video tu borjon koribo

  • @manjirarajkhowa3565
    @manjirarajkhowa3565 2 роки тому

    অনুৰাধা বাইদ আপোনাৰ কথাখিনিৰ পৰা সাহস পাইছো‌।

  • @dr.p.hazarika500
    @dr.p.hazarika500 5 місяців тому

    Jorhator Anuradha sarma pujari k bor aapun aapun laage.
    Tekhetoloi olex xubho kamona jonalu.tekhetor kitap mur bor priyo.

  • @adityaparasar3414
    @adityaparasar3414 2 роки тому

    অনুৰাধা বাইদেউ অসম ৰ সম্পদ ।

  • @mainabarman4477
    @mainabarman4477 2 роки тому

    অনুৰাধা বাৰ কথাবোৰ শুনিলে শুনি থাকিব মন যায়

  • @DipankarGM910
    @DipankarGM910 2 роки тому

    Hosai baido aapunar dare sinta dhara thakilehe ejan safal manuhar suhkh anubhavb karib pari

  • @binduchetia2511
    @binduchetia2511 2 роки тому

    মোৰ প্ৰিয় সাহিত্যিক

  • @bapasmood1381
    @bapasmood1381 2 роки тому

    Mur sradhar priyo lekhika Anuradha sarma pujari.

  • @sagarika776
    @sagarika776 2 роки тому

    কিতাপখন দোকানত নাপালো

  • @jayaphukan2930
    @jayaphukan2930 2 роки тому

    Eur ahankar xulobh mukhmondol khon jiliki uthise..

  • @chiranjitpujari7886
    @chiranjitpujari7886 2 роки тому +1

    Baido apuni amar Assomor GOUROB... ata Nomoskar jonaisu,apuni aru kri jok.

  • @Jon_d_s
    @Jon_d_s 2 роки тому

    Bikhal byaaktitto....jibon jiyaise jen awlukor dore byaktite ....Ami kebol jibito.....

  • @binagohain9329
    @binagohain9329 2 роки тому

    Baideo r kitap pohi moi br vl paw

  • @ajantabaruah2975
    @ajantabaruah2975 3 місяці тому

    মাতটোৰ বৰ মিঠা

  • @songbirds5326
    @songbirds5326 2 роки тому

    Bahu keikhon kitab porhisu tekhetor, hridoi ak bigyapon, kanchon....

  • @slaymmer6664
    @slaymmer6664 Рік тому

    Never trusting a bamun!!!!

  • @fizahussain7345
    @fizahussain7345 2 роки тому

    Q11¹