কিমান শুনিব এঘৰীয়া হোৱাৰ কাহিনী, সঁচাকৈয়ে আমি এনে অসম বিচাৰোনে?

Поділитися
Вставка
  • Опубліковано 26 гру 2024

КОМЕНТАРІ • 1,7 тис.

  • @pallbaruah9
    @pallbaruah9 2 роки тому +530

    সেই গাঁও‌ খনৰ মানুহবোৰ মানুহৰ নামত কলংকʼ ।

    • @mukulbaruah1833
      @mukulbaruah1833 2 роки тому +5

      Ki kotha koy. Apuni u khei ekei bebosthar majot khumai thaki pratibad kari kunu laav nai. Jetialoikey jatibadi monubadi,Pakhanda, Andha biseakherey Bhora ponthat khumai thakibo apunar pratibad foos. NOROK r MUKUL.

    • @dhuvaaa1140
      @dhuvaaa1140 2 роки тому +8

      Amr eyat muslim swali biya korileu emn dhuneyaky ghor t oha jwa kore manuh bur amr eyar homaj y val 🙂moi nahraktia dibrughar t thku amr eyat aeebur dekh nie kentu

    • @thememeworld3910
      @thememeworld3910 2 роки тому +2

      Manuh ne gadho

    • @mukulbaruah1833
      @mukulbaruah1833 2 роки тому

      @@keyore8915Bhunya baa kalita habo.

    • @Simanta_Boruah
      @Simanta_Boruah 2 роки тому +2

      Kobole gole sob ake sala 🤣🤣🤣

  • @pd5182
    @pd5182 2 роки тому +107

    এইয়াই আমাৰ অসম আমেৰিকা,লণ্ডনৰ ছোৱালী বিয়া পাতিব পাৰে কিন্তু অসমৰে এজনী বেলেগ cast ৰ ছোৱালী বিয়া পাতিলে এঘৰীয়া হব লগা হয় |

  • @jitudeka4431
    @jitudeka4431 2 роки тому +81

    ধিক্কাৰ দিছোঁ সেই গাওঁ ✊✊✊

  • @angshumanbharali3880
    @angshumanbharali3880 2 роки тому +127

    গাঁওখনৰ মানুহবোৰ মানুহৰ নামত কলংক
    যিখন সমাজে মানুহ চিনি নাপায় সেইখন সমাজক এৰি চলায় ভাল
    আমি আছো আপোনালোকৰ লগত।।
    God bless your family
    🙏🏻💞

    • @gmr8094
      @gmr8094 2 роки тому +5

      Gaon khonok axomor pora okolhoria koribo lage

    • @pujagogoi2021
      @pujagogoi2021 2 роки тому

      Umm

    • @munmikashyap8577
      @munmikashyap8577 2 роки тому

      আজি অলপ দিনৰ আগত কিছু মান মানুহ ব্ৰাহ্মণ সম্প্ৰদায়ৰ ওপৰত জঁপিয়াই পৰিছিল। আজি সেই সকল মানুহ কত সোমাই আছে। লোকৰ দোষ বোৰ খুসৰি নিজৰ বোৰ লুকুৱাই থৈ সোমাই আছে । বৰ হৰামি সেই সকল লোক।

  • @lord4840
    @lord4840 2 роки тому +238

    সমাজে এঘৰীয়া কৰিলে সমাজখনকে এঘৰীয়া কৰক । বেলেগ এখন শিক্ষিত সমাজৰ অংশীদাৰী হওক ।

    • @travelmdshorts8998
      @travelmdshorts8998 2 роки тому +3

      Thik koisa

    • @whitefox5801
      @whitefox5801 2 роки тому

      Perfect 👍

    • @abinashbasumatary5448
      @abinashbasumatary5448 2 роки тому

      Right

    • @putuldutta3803
      @putuldutta3803 2 роки тому

      Right ✅

    • @kulendrabora58
      @kulendrabora58 2 роки тому +1

      শিক্ষিত সমাজতো এনে ধৰণৰ জাত পাতৰ বিচাৰ কৰা অনেক মানুহ আছে । তেওঁলোকে সাৱধানতা অৱলম্বন কৰে কাৰণে প্ৰকাশ নাপাই । শিক্ষি লোকৰ মাজত অসবৰ্ণ বিবাহিত দম্পতি কিমান আছে? যি দুই এক আছে তেওঁলোকৰো কোনোবা এটা পক্ষৰ আই ঘৰৰ লগত সম্পৰ্ক বেয়া । পৰীক্ষা কৰি চাব পাৰে ।

  • @tiwamusicofassam7313
    @tiwamusicofassam7313 2 роки тому +162

    কোনে কৈছে তিৱা তলৰ জাতি বুলি? তিৱা জাতি কেতিয়াওঁ তলৰ জাতি নহয়। তিৱা সকলৰ কলা কৃষ্টি ,বুৰঞ্জী , ইতিহাস আছে। তেওঁলোকে বুৰঞ্জী আৰু ইতিহাস নাজানে। ভাৰত স্বাধীনতৰ কাৰণে তিৱা মানুহে শ্বহীদ হৈছিল । তিৱা বীৰ ৰজা জুঙাল বলহু হে মধ্য অসম আসন কৰিছিল । তিৱা সকলৰ কি নাই সকলো আছে ৰজা আছে ঐতিহাসিক জোনবিল আছে আৰু অসম খনত তিৱা সকলৰ অৱদান আছে সেয়ে বুৰঞ্জী আৰু ইতিহাস পঢ়ক । জনজাতিক নিম্ন খাপৰ বুলি নাভাবিব। কাক লৈ অসম হৈছে বুলি ভাবিছে বাৰু? আমি সকলো হৈ য়ে অসমীয়া হৈছে কিয় বুজি নাপায়। ধিক্কাৰ দিছোঁ নিকৃষ্ট মানসিকতাৰ সমাজক।

    • @samiranjyoti220
      @samiranjyoti220 2 роки тому

      Moi lalung lora

    • @dipjyotinath5055
      @dipjyotinath5055 2 роки тому +3

      Tar manhu khini hoitu bhut pis pra hoitu najane

    • @bharathindubhumi
      @bharathindubhumi 2 роки тому +3

      মই অসমীয়া |
      জাত পাত নাই | আমি সকলো অসমীয়া |
      অসমীয়া জাতি প্ৰথম পৰিচয় |
      জয় আই অসম |

    • @krishnadasassam6479
      @krishnadasassam6479 2 роки тому +2

      কনো মানুহ তলৰ নহয়

    • @মৰিগাঁওডেকা
      @মৰিগাঁওডেকা 2 роки тому +4

      আমাৰ তিৱা জাতিক অপমান কৰাৰ দৰে হৈছে আৰু সেই গাঁৱৰখনৰ মানুহবোৰ মূৰ্খ হয়

  • @yutfufty
    @yutfufty 2 роки тому +483

    মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত ময়ে অসমীয়া জয় আই অসম, কোনো ঘেণ্টা কাকো খাতিৰ নকৰোঁ ময়ে জুবিন দাদাৰ ভক্ত 👑🔥

    • @FIFAMBL-w8h
      @FIFAMBL-w8h 2 роки тому +12

      একেই মতামত ক্লা ঘেন্টা এনেকুৱা সমাজক যি সমাজত মানুহক মানুহ বুলি চিকিতৃপ্ৰপ্ত নহয়

    • @yutfufty
      @yutfufty 2 роки тому +6

      Hoi vai, aikhon xomaj nhy bl hoi kla, sob pagol eyat

    • @p.j.h4542
      @p.j.h4542 2 роки тому +3

      Joi Jubin da

    • @babybrown2995
      @babybrown2995 2 роки тому +3

      Yess me to ghontao khatir nokoru ..manuh hisabe hihot besi tol khapor karon usso sinta thoka k ke he usso manobr sikriti dibo pari .

    • @manjilsaikia4533
      @manjilsaikia4533 2 роки тому

      Thats why i hate religion and god...... And i dont biliv them really

  • @nivabora2932
    @nivabora2932 2 роки тому +36

    দুখ নকৰিব, এনেকুৱা চিন্তা ধাৰাৰ সমাজৰ খনলে অনুৰোধ জনালো, চিন্তা ধাৰা সলনি কৰিব হ'ল, মানুহ ঘৰক অকলশৰীয়া নকৰিব 🙏🙏🙏🙏🙏

  • @Mintusaikia9418
    @Mintusaikia9418 2 роки тому +42

    মানুহ গৈ মঙ্গল গ্ৰহত পালেগে আৰু আমাৰ অসমত কিছুমান মানুহৰ মানসিকতা এতিয়াও সলনি হোৱা নাই । Gaor t কেইজন মান মানুহ থাকেই এনেকুৱা ।

  • @arpondas7642
    @arpondas7642 2 роки тому +21

    গাওঁ খনৰ মানুহ জাক মানুহৰ শাৰিত নপৰে । পশুতকৈ অৰ্ধম । মহা পাপি সেই জাক ।

  • @padumpait1657
    @padumpait1657 2 роки тому +162

    যদি ধনী পৰিয়ালৰ হলে হৈ, এইবোৰ নিয়ম নহলে হেঁতেন।

  • @biswavolg1562
    @biswavolg1562 2 роки тому +10

    নাপাই মানুহে মানুহৰ বাবে এনে কৰিব। কাৰণ আজি আছোঁ কালৈ হয়টো কি। জীৱন দুদিনিয় নাথাকে ৰৈ। থাকোঁ মানে সকলোৱে মিলি থাকা টো ভাল।

  • @anuborah4561
    @anuborah4561 2 роки тому +49

    এখেত সকলৰ তেজৰ ৰঙ বেলেগ নেকি ? মনৰ পৰা এলান্ধু অতৰাৱ হ'ল । আজিৰ যুগত এইৱোৰ নিয়ম 'শোভা নপাই । জাত দুটাহে মতা আৰু মাইকী ।

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 2 роки тому +7

    ৰাইজৰ মনবোৰ ঠেক , কুঁৱাৰ ভেকুলীৰ দৰে জীয়াই আছে ৷ আচৰিত সমাজ এইখন !

  • @deepjyotideka6200
    @deepjyotideka6200 2 роки тому +130

    আত্মাৰ কোনো জাতি নেথাকে, কোনো গোষ্ঠী নেথাকে....আত্মা মাথোঁ পৰমেশ্বৰৰ দাস.... মানুহঘৰক নানসিক অশান্তি দিয়া মানে ঈশ্বৰকেই কষ্ট দিয়া বুজাইছে.. .আজিৰ বিজ্ঞানৰ যুগত এনেধৰণৰ চিন্তাধাৰাই শুভ নেপায়।।

    • @mukulbaruah1833
      @mukulbaruah1833 2 роки тому

      Dada apuni dukhon naot vori disey. Afaley bigyan aru anfaley atma maney andha biswakh. Science t atmaa niradhar. Norokr Mukul.

    • @DARKANGEL-uy3nw
      @DARKANGEL-uy3nw 2 роки тому +1

      @@mukulbaruah1833 ki bal singa kotha koi aso kla

    • @dwipenmedhi5323
      @dwipenmedhi5323 2 роки тому

      Tmm

    • @nishi316
      @nishi316 2 роки тому

      @@mukulbaruah1833 science t atma ki,??? Philosophy buli eta sbjct ase , ondho bissakh ne ki buji pai jbo. Science e fact ane , hetu xosa kintu kisumn ondho bissakh burei reality hoi. Taak jbrdsti science buli proof kori eku lbh nai. Bcz science e even god k e bissakh nokore, jst ondho bissakh buli koi. Dekhi asu,science r pise pise douri mnuh kimn agbarhise.

    • @deepjyotideka6200
      @deepjyotideka6200 2 роки тому +2

      @@mukulbaruah1833 ভুল নুবুজিব...ইয়াত আত্মা মানে কোনো অলৌকিক বা বেলেগ শক্তিক প্ৰশ্ৰয় দিয়া হোৱা নাই...কাৰণ ঈশ্বৰৰ বাহিৰে এই পৃথিৱীত সকলো মাথোঁ মায়া...মাটি, পানী, তাপ, বায়ু আৰু আকাশ এই পঞ্চভূতেৰে দেহৰ গঠন হয়....এই পঞ্চভূতি দেহক যোনে চেতন কৰি ৰাখে (আপোনাৰ উশাহ নিশাহ, আভ্যন্তৰীণ অংগৰ চলাচল আদি)... সেয়াই জীৱাত্মা(জীৱ+আত্মা)......এইয়া জানো বিজ্ঞান নহয়....???? আশা কৰোঁ অকণ হলেও বুজিছে....

  • @habiburrohman6763
    @habiburrohman6763 2 роки тому +10

    মানুহ এনেকোৱা হব নাপাই 😭
    পৰিয়ালটিৰ এনে দশা কৰা কেইজনক ভগৱানে..........

  • @monujmanoshborah9388
    @monujmanoshborah9388 2 роки тому +155

    ফটুৱা নিয়ম বোৰ ঘৃণা লাগে ।। মানুহ মানুহেই ।। মূৰত গোবৰ আছে মানুহ বোৰৰ ।।

    • @mukulbaruah1833
      @mukulbaruah1833 2 роки тому

      Manuhr majot Uswa/Nich,Cuaa/Choot,Jaat/Paat kuney sristy karisey janeney.

    • @DARKANGEL-uy3nw
      @DARKANGEL-uy3nw 2 роки тому +1

      @@mukulbaruah1833 tohotr nisina olpo mogojur manuhei korise

    • @mukulbaruah1833
      @mukulbaruah1833 2 роки тому

      @@DARKANGEL-uy3nwPrathom kotha Hijira baa Sur,Dhurndhar,Dokait,Johorai hey nijor nam nidiey. Tur mukhat moi 100baar mutu.

    • @daisyrabharabha2078
      @daisyrabharabha2078 2 роки тому

      ঠিকেই কৈছা মৃৰত একো নাই

    • @nilimadasdas9694
      @nilimadasdas9694 2 роки тому +1

      সমাজখনৰ মানুহবোৰৰ মানসিকতা নিকৃষ্ট ৷ অসমীয়া ল’ৰা এজনে অসমীয়া ছোৱালী এজনী বিয়া পাতিছে তাতেই কিহৰ জাত পাতৰ কথা আহে ৷

  • @pikubora9865
    @pikubora9865 2 роки тому +5

    এনেকুৱা কৰা গাৱবিলাকক চৰকাৰে কঠোৰ ব্যৱস্থা লওক সকলো চৰকাৰি সা সুবিধাৰ বঞ্চিত কৰক

  • @johnalbertpatir3110
    @johnalbertpatir3110 2 роки тому +73

    ছিঃ ছিঃ মানৱীয়তা ছিঃ.......
    ঘৰখনে ভাল সিদ্ধান্ত লৈছে, এনেকুৱা সমাজ নহ'লেও ঘৰখনৰ একো অনিষ্ট নহয়।

    • @kakoli8291
      @kakoli8291 2 роки тому +3

      হয় দাদা ঠিক কৈছে আপুনি🥲🥲🥲🥲 😭😭😭😭🙏🙏🙏🙏

    • @FaithfulMuslim
      @FaithfulMuslim 2 роки тому

      Pise religious scripture t ase dekhun shudra (lower caste) r hator khana khale norok t jabo bli 🤔

  • @roniegogoi4611
    @roniegogoi4611 2 роки тому +24

    Comparatively lalun people are the most indigenous people of Assam. They should feel proud on to that.

  • @Rubulgogoi209
    @Rubulgogoi209 2 роки тому +84

    অলপ এৰা ধৰা কৰিব লাগে । লালুং জাতি -- সম্প্ৰদায় অসমৰ ভূমিপুত্ৰ হয় আৰু খিলঞ্জীয়া হয় । সেই কথাটোও মনত ৰখা উচিত ।

    • @keyore8915
      @keyore8915 2 роки тому +3

      Tolor upor ki ase. Lalung jatir history ase. Hobhahya he je morom laga lalung buwari paise. Ei Baruah Nagaon r bur Ki jati r hoi. Bamum ne napit ne Aan kiba.

    • @horenhimansu2843
      @horenhimansu2843 2 роки тому +2

      এৰা - ধৰা , মিলা- মিছা মাজেৰে চলাই উচিত 🙏✌️

    • @dwimubaro8730
      @dwimubaro8730 2 роки тому +1

      ai karone ami axomiya logot nathake ami tribal hoi agor porahe ai bilag pai asu...

    • @Johncena100-n3x
      @Johncena100-n3x 2 роки тому

      @@dwimubaro8730 tohotor majotu hindu ase Christian ase. Ki bal bokiso

    • @dnarzary2813
      @dnarzary2813 2 роки тому +1

      Tribel manuhok beya pai asolote nki hihoti faltu manuh

  • @kelvinvlogs6507
    @kelvinvlogs6507 2 роки тому +8

    আপোনালোক যদি এনেকৈ সুখী হৈ জীয়াই আছে, তেন্তে এইটোৱেই বহুত 🙏🙏বাকী আজিৰ সমাজত কিছুমান মানুহৰ নামত কলংক আৰু ভদ্ৰতাৰ মুখা পিন্ধা নিকৃষ্ট মনৰ মানুহ এনে সিদ্ধান্ত লোৱাত আগভাগ লোৱা দেখা যায়, এনে চিন্তাৰ মানুহ সাধাৰণতে মানসিকভাৱে বিকাৰগ্ৰস্ত 💯

  • @birajkalita3573
    @birajkalita3573 2 роки тому +63

    হলা গছ দেখিলে সকলোৱে বাগী কুঠাৰ মাৰে। আমাৰ দৰে সাধাৰণ দুখীয়া মানুহৰ বাবেহে এই নিয়ম -নীতি।

    • @kakoli8291
      @kakoli8291 2 роки тому +5

      হয় দাদা ঠিক কৈছে আপুনি 🥲🥲🥲🥲😢😭😭😭😭😭😭🙏🙏🙏🙏🙏🙏🥺🥺🥺🥺🥺

    • @horenhimansu2843
      @horenhimansu2843 2 роки тому +1

      ✌️

    • @kunjaraj2863
      @kunjaraj2863 2 роки тому

      Dokhiya manhur moilo nai ai duniyat

  • @sahcindrasonowal7292
    @sahcindrasonowal7292 2 роки тому +15

    এয়াকে কৈয় আমাৰ অসমীয়া সমাজ জাত বিচাৰ কৰে মানুহ মানুহে বুলি ভাবিব লাগে আজিসময়ত লালুং আমাৰ অসমীয়া সমাজৰে মানুহ

  • @DigantaKrBaro
    @DigantaKrBaro 2 роки тому +16

    এই প্ৰতিযোগিতাৰ যুগতো মানুহৰ চিন্তাধাৰাৰ পৰিসৰ ইমান ঠেক হৈ আছে । অত্যন্ত পৰিতাপৰ বিষয় । পৰিয়ালটোৰ মানুহবোৰৰ মনৰ অৱস্থা কেনেকুৱা হব পাৰে ভাবি বহুত বেয়া লাগিছে ।

  • @ManabDutta007
    @ManabDutta007 2 роки тому +14

    মানুহ গৈ চন্দ্র পালেগৈ কিন্তু কিছু মানুহে জাতি ধর্ম ক লৈয়ে মৰি আছে কি যে হব 😪

  • @GitarthaGogoi_Original
    @GitarthaGogoi_Original 2 роки тому +30

    অসমীয়া জাতি কেকুৰা জাতি.....
    মই বহুত সুখী যে মই সেইখন গাৱৰ লৰা নহয়

  • @munmivlogchannel9270
    @munmivlogchannel9270 2 роки тому +24

    ছোৱালী হ'ল পানীৰ নিচিনা, পানী যি পাত্ৰত থোৱা যায় তাৰে আকাৰ লয়। ছোৱালী জনীও হ'ল হিন্দু, ল'ৰা জনো হ'ল হিন্দু , গতিকে ইয়াত সমাজে আপত্তি কৰাৰ কোনো কথাই নাই। সমাজৰ এচাম কু মনৰ মানুহৰ বাবে সাধাৰণ মানুহে কষ্ট খাব লাগে

  • @putulgayan648
    @putulgayan648 2 роки тому +43

    যিকেইটা মানুহে এই পরিয়ালটিক এঘরীয়া করিছে সেইকেইটা অধমক দহ বচৰমানকৈ জেইলত দিব লাগে । কটা নিধকহঁত । ধিক্কাৰ দিছো ।

  • @manubaruah9410
    @manubaruah9410 2 роки тому +12

    সেইখন গাৱৰ মানুহ দূৰণীবটীয়া জেগালৈ গলে ৰাস্তাত চাহ ভাত নোখোৱাকৈ থাকে নিকি? বেমাৰ দেখুৱাবলৈ গলে ডাক্তৰৰ জাত চাই বেমাৰ দেখুৱাই নিকি?ডেকা লৰাবোৰে ওলাই গলে নিজৰ খেলৰ মানুহৰ হোটেলত ভাত,চাহ খাই নিকি? হোষ্টেলত থাকিব লগা হলে ৰূমমেট নিজৰ খেলৰ লয় নিকি?

  • @khirudkonwar3197
    @khirudkonwar3197 2 роки тому +30

    অকলে ই থাকক ভগৱান আপোনাৰ লগত ভগৱান আচে যি খন সমাজে মানুহে মানহক চিনি নাপায় সেই সমাজত থাকি কি লাভ

  • @devajitgogoi1o1
    @devajitgogoi1o1 2 роки тому +33

    জধামূৰ্খ গোৰামি এগালৰ লগত নথকাই ভাল

  • @porashmoniganingborah8503
    @porashmoniganingborah8503 2 роки тому +66

    মই আহোম সম্প্ৰদায়ৰ লৰা, মইয়ো লালুং ছোৱালী বিয়া পাতিছো

    • @devasenchowaofficial4692
      @devasenchowaofficial4692 2 роки тому +3

      Kintu Ahom Boruah r prablm nai kintu teu luk General Boruah heikarone aitu problm

    • @simangbaro4050
      @simangbaro4050 2 роки тому +1

      @@devasenchowaofficial4692 general boruah nohoi burbok boruah

    • @Mr_rocky776
      @Mr_rocky776 2 роки тому

      @@devasenchowaofficial4692 ami mahanta hoi kintu mur dadai kochari swali biya patise amr iat kintu udhar kori dile thik hoi jai

    • @axom7985
      @axom7985 2 роки тому

      @@Mr_rocky776 ki kochari
      Boro ne sonowal ne thengal kachari ?

  • @N.M.Ahmed007
    @N.M.Ahmed007 2 роки тому +3

    গাওঁৰ সকলোবোৰ মানুহ মূৰ্খ যেন লাগিছে, মানুহৰ আকৌ কিহৰ জাত, শৰীৰৰ অঙ্গ কাটি চা একে তেজ ওলাব,

  • @lakhyadeephandique9400
    @lakhyadeephandique9400 2 роки тому +12

    জাতিত কি আছে , ধৰ্মত কি আছে ? কাটিলে সকলোৰে তেজেই ওলাব । চিন্তা শক্তিৰ অলপ বিকাশ কৰিবৰ হ'ল ।

  • @pinkyborabonia6239
    @pinkyborabonia6239 2 роки тому +2

    হে ভগৱান কি কম ভাবি এ‌ নাই পোৱা এতিয়াও এনেকোৱা মানসিকতাৰ ব্যক্তি আছে নে

  • @nabajyoti2869
    @nabajyoti2869 2 роки тому +18

    জীৱ শ্ৰেষ্ঠ মানুহৰ এয়া এক লাজ লগা উপহাৰ পৰিৱৰ্তিত সমাজত মানুহ বহুত নিকৃষ্ট হৈ উঠিছে

  • @prasantabprdoloi2575
    @prasantabprdoloi2575 2 роки тому +6

    Aji 18 basar pora moi Assamar bahirat asu, all India bahu thait asu, bahirar UP, Haryana adit he anekuwa dekhu, kintu pratham baar Assamat anekuwa dekhi nikake bahut pis pori thoka jen lagise, so bad, so sad, Administrative officer or Government should take necessary action and make educate people, other wise Assam will fallback 1500 years.
    Remember Dr Bhupen Hazarika Song... Manuhe manuhak nisinile Asom rakhatale jabo...

  • @chandrakt.kachari3092
    @chandrakt.kachari3092 2 роки тому +16

    অসম আকৌ উন্নতি পথত জয় আই অসম বোল । উচ্চ- নিম্ন ধ্যান ধাৰণাই এই ধৰ্মকো বহু পিছুৱাই লৈ গৈছে । আমি জনজাতীয় আমাৰ ভাই - ককাইৰ মাজতো বৃহৎ ফাত । অইন ধৰ্মই পৃথিৱী জয় কৰিবলৈ নানা কৌশল আবলম্বন কৰিছে আমি জাত - পাততেই সীমিত থাকিলেই হল ।

    • @udbhashjyotinath2482
      @udbhashjyotinath2482 2 роки тому

      @@satyajitboro5799 heikarone bodoland goi miyaland hol ge. Ata 2ta harami mane sob harami nhoi . axom vag koru koru ka thako

    • @udbhashjyotinath2482
      @udbhashjyotinath2482 2 роки тому

      @@satyajitboro5799 moiu Eneka tribal dekhisu ji bina karonot non tribal k ghin kore. Aru axomiya k gali diya agot axomiya definition Sai ahbo ge. Tribal non tribal korute axom t aji bahiror manuh r dop doponi. June beya Pai tehatok Kobo lage soboke Kobo nalage

  • @ratulentertainmentzone3948
    @ratulentertainmentzone3948 2 роки тому +1

    Oxomot oxomiya dhonxo hoise enekuwa xomaajor baabe

  • @abcentertainmentassam6012
    @abcentertainmentassam6012 2 роки тому +27

    😢আজিৰ যোগত এনেকুৱা মানুহ থাকে নেকি,,, সেই খন গাঁৱৰ মানুহ বোৰ মৰি যোৱাই ভাল ।

  • @dhanjitdeka6115
    @dhanjitdeka6115 2 роки тому +10

    সেই গাঁওখনৰ মানুহে হাগিলে কি সোণ ওলাই নেকি? noncence সেই গাঁওখনৰ মানুহবোৰ।

  • @AnkurJoyti123
    @AnkurJoyti123 2 роки тому +20

    সেই সমাজ খনৰ মানুহ খিনিক আৰু সেই সমাজ খনৰ সমাজ ব্যৱস্থাক ঘিণ কৰো।

  • @pappubhailifegamer9255
    @pappubhailifegamer9255 2 роки тому +2

    আচলতে মানুহ ঘৰ যদি বহুত ধনী মানুহ হল হেঁতেন তেতিয়া এইবোৰ নিয়ম নকৰিলে হৈ ৰাইজে। আৰু যিকেইজনে এইবোৰ নিয়ম বনাই চে তেখেত সকলৰ লৰা ছোৱালী এ যদি কৰিলে হৈ তেতিয়া তেওঁ লোকে কি কৰিলে হৈ। সকলো মানুহ একেই নিয়ম সমূহ মানুহে নিজে বান্ধি লোৱা হয়। সকলোকে বিপদে আপদে এখন সমাজ লাগে আৰু কিছুমান এৰা ধৰা মাজত চলিব লাগে।

  • @banjitchangmai4047
    @banjitchangmai4047 2 роки тому +52

    বাপেকৰ মূৰটো হঁত.... পাগল হৈছে নাপায় অ...কি তলৰ কি ওপৰ অ... সঁচা দুখ পাইছো.....

  • @stormxt2542
    @stormxt2542 2 роки тому +7

    চ্যুকাফাই গঢ়ি যোৱা বৃহত্তৰ অসমীয়া জাতি এতিয়া ভাঙিব ধৰিছে। Please মানুহ হয় মানুহ হিচাপে জিয়াই থাকক। কোন তল জাতি কোন ওপৰ জাতি সেইবোৰ ভবাৰ সময় আৰু এতিয়া নাই। শিক্ষিত হ‌ও‌ক It's 2022 ধন্যবাদ।🙏🏻

  • @karendradas9197
    @karendradas9197 2 роки тому +22

    অসমৰ ছোৱালী বিয়া হৈছে অসমত বাহিৰ পৰা আহি বিয়া হব ধৰিছে অসমত কেলা চকুদুটা দি দেখা পোৱা নাই । জাতি ধৰ্ম লৈ এইবোৰ নকৰিবা বিয়া নহয় কি কৰিব কাৰ কত জোৰা আছে কোনে জানে সব ভগবানে কৰি থৈছে ।

  • @oxygenlife8980
    @oxygenlife8980 2 роки тому +8

    Best comedy ever seen in Assamese media...

  • @akb1975
    @akb1975 2 роки тому +32

    It was in practice but it's nice step by media to aware people n society👍

  • @nilakhi2383
    @nilakhi2383 Рік тому

    ৰাইজ....🙏🙏 এচাম অসমীয়া মানুহৰ মানসিকতা...

  • @travellersuman7859
    @travellersuman7859 2 роки тому +15

    জাত পাতৰ কি কথা আছে? অসমত অসমীয়া মানুহ থাকে সকলো অসমীয়া হয়। উচ্চ নিম্ন এইবোৰ কোনে কৰে সেইসকলক ধৰি গৰু পিতন দিব লাগে।

  • @sudarshanborah2914
    @sudarshanborah2914 2 роки тому +2

    love you lalung people moi sob manhuok e respect koru

  • @শ্ৰীসঞ্জীৱ
    @শ্ৰীসঞ্জীৱ 2 роки тому +39

    ফালটো নিয়ম এইবোৰ , কাম নাই 👎
    টকা দিলে সকলো ঠিক আৰু টকা দিব নোৱাৰিলে এঘৰিয়া 😂
    এই মগজুৰ মানুহ বোৰক কুকুৰৰ পোৱালি বোলিহে কলো আৰু 😠

    • @mukulbaruah1833
      @mukulbaruah1833 2 роки тому +1

      Apuni faltu niom buli koi ki laav. Apuni nijey kalitar bahirat biaa karok soon apunar parialr u ekei durdakha habo. Jetialoikey saitan Brahmon panthat khumai thakiba tetialoikey bhugi thakiba. Janma, Bibah, Namakaran, Mrityut khukhita,Lunthita hoi thakiba. Iarpira poritran puar rasta hol Ana Swarbad,Anatmabadi, Bastobadi,Tarksil habo lagibo. Narokr Mukul.

    • @bishalkalita3388
      @bishalkalita3388 2 роки тому

      @@mukulbaruah1833 👍👍

    • @শ্ৰীসঞ্জীৱ
      @শ্ৰীসঞ্জীৱ 2 роки тому

      @@mukulbaruah1833
      কি কৈছে মই ভালকৈ বুজি নাপালোঁ ।
      শুদ্ধ কৈ লিখক ,

    • @dhunubordoloi3723
      @dhunubordoloi3723 2 роки тому +3

      Misa kole ki hb apunalukr jati manuhe belgk jati suwali anibo nidiye aru anilau suwali Jonik ghrt jbo nidiye amar eat a paisu

    • @mukulbaruah1833
      @mukulbaruah1833 2 роки тому

      Apuni Eswar maney niki. Jodi Eswar maani thakey tentey apuni u bhugiba.Manuhr jaati kebol Bharatat hey asye. Jaat kunye sristi karisil apuni janeney.

  • @ngiphewmanhai7372
    @ngiphewmanhai7372 2 роки тому +1

    অতি দুখ লগা কথা

  • @mr.bordalai2541
    @mr.bordalai2541 2 роки тому +8

    নিজকে উচ্চ বুলি কোৱা সকল প্ৰকৃততে সিহঁতবোৰ নিম্ন বৰ্গ। লালুংৰ অৱদান কি আছে অলপ মান অধ্যয়ন কৰিবি উচ্চ বুলি কোৱা কেইটা। মই নিজকে লালুং বুলি কব লাজ নকৰো বৰঞ্চ গৌৰৱ হে কৰো। একবিংশ শতিকাত এনে ভাৱ চিন্তা থকাটো এটা ডাঙৰ সমস্যা।

    • @mukulbaruah1833
      @mukulbaruah1833 2 роки тому

      Vaal hoisey aru Brahmonr pukar seleki thaka. Janma, Mrityu,Bibah, Namakarn t Brahmon naholey kamei nahoy. Prathom Brahmon k tyag kora. NOROK r MUKUL.

  • @omnamahshiva8103
    @omnamahshiva8103 2 роки тому +4

    That's the mentality of Old generation......New generation i.e. 21st youngsters are not like this type of mentality......

  • @rahulsaikia9839
    @rahulsaikia9839 2 роки тому +4

    Akhomiya Jati dhongkho hobor Aru besi din naiiii.... Aru 10 bosor vitorot akhomiya jati bilupto prai hbo aru.
    Krishno he bulilu 🙏🙏🙏

  • @huntugaming4150
    @huntugaming4150 2 роки тому +6

    সমাজ এখনত কেইটামান মানুহ বেয়া থাকে আৰু সেইকেইটাৰ কথা শুনে সকলোৱে। যদি ইমানকে কোৱাৰ পাছতো লগ নিদিয়ে আপোনালোকে বেলেগ এখন সমাজত সোমাই লওক।

  • @axom6256
    @axom6256 2 роки тому +18

    মানুহবোৰ পগলা হৈছে
    আজিৰ দিনত এনেকুৱা হোৱাটো অতি লজ্জাজনক

  • @fighter7610
    @fighter7610 2 роки тому +12

    Don't worry God bless your family 🙏

  • @sdtech2285
    @sdtech2285 2 роки тому +78

    এনেবোৰ মানুহ মানুহৰ নামত কলংক

  • @northeastkaberisvlogs4422
    @northeastkaberisvlogs4422 2 роки тому

    Si...si...bortomaan xomoyot enebur nitr-niyome xubha nepai.Logote dhonyobad jonalu NK TVk.

  • @buliborah5758
    @buliborah5758 2 роки тому +5

    সমাজৰ কথা ভাবিলে আচৰিত লাগে।ধনী ঘৰৰ হোৱা হলে এইবোৰ নকৰিলে হয়।বিচাৰ অকল দুখীয়া মানুহৰ বাবে হে।

  • @biswavolg1562
    @biswavolg1562 2 роки тому +2

    জি কেইজন এনে বিবহাৰ কৰিছে ।হেই কেইজনক ধ্বংসপ্ৰাপ্ত মানুহ । খেখা খোৱা বুলি কৈছোঁ

  • @চন্দ্ৰকুমাৰডেকাৰজা

    মই এজন লালুং লৰা। আমাৰ সমাজ খন শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ একশৰণ নামধৰ্মৰ। বৰা,ডেকা,কলিতা,পাতৰ,বৰুৱা সকলো মানুহে আছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ একশৰণ নামধৰ্ম গ্ৰহণ কৰক।। 🙏🙏🙏🙏

    • @priyankasaikia
      @priyankasaikia 2 роки тому +3

      Hosa kotha, amio srimanta sankardev sanghor hoi, amar enekua niyom nai

    • @dhunubordoloi3723
      @dhunubordoloi3723 2 роки тому +3

      Right..moiu lalug suwali aru amiu 1994ta AK khoron name dhormot xumalu..aru auluke je Emn koise amar sun belgk suwali anile aku prblm nai amar puwali gole he sbr prblm 😠..amar khomajr manuh belgk Atiyau bhut pispora

    • @udbhashjyotinath2482
      @udbhashjyotinath2482 2 роки тому +2

      heituwa bondu. ai brahmanbad usso nisso r babei aji axomiya vag vag. srimanta shankardev r adorkhoia thik asile.

  • @Request_motivation
    @Request_motivation 2 роки тому +2

    এই বোৰ বৰ বেয়া কথা খুনি বৰ বেয়া লাগিল ।। আগৰ কোৱা কথা এইবোৰ একো নাই।। এই বোৰ মানু্হৰ গীয়ানৰ অভাবব

  • @sumanbhargav1357
    @sumanbhargav1357 2 роки тому +3

    Courtt case korok, fundamental rights harm korise buli-Article 15,Article 21. Sob jailot jabo juney juney ebur decision loise.

  • @digennath7719
    @digennath7719 2 роки тому +1

    ভাগৱত পুৰাণ লিখা আছে, ধৰ্ম যোদ্ধা নকৰিবা খোলি খাব পাপে মহাভাৰত ৰামায়ণে অ,ভকতৰ ভায় কলে বাৰে বাৰে। সেইখন সমাজত ভাল মানুহ নাই।পাছ বছৰে এঘৰিয়া কৰিব নাপায়।অপৰাধ লাগিব সমাজৰ মুৰব্বী কেইজনৰ। ইয়াৰ বিছাৰ ভগৱানে কৰিব।

  • @nabajitdeka9357
    @nabajitdeka9357 2 роки тому +22

    এনে বোৰ মানুহ বহু ফালটো সভ্যতাৰ পোহৰ নেদেখা লোক।

  • @pappubordoloi6068
    @pappubordoloi6068 2 роки тому

    এইবোৰ নিয়ম আজিৰ যুগত ধেৎ ,ধিক্কাৰ দিছোঁ এইবোৰ নিয়ম, উন্নতি নহব ,অসম,

  • @anuragsaikialakhisaikia3782
    @anuragsaikialakhisaikia3782 2 роки тому +7

    আজিৰ অসমীয়া সমাজ কোনো কাম নাই বাদ দিয়ক সকলো ফালে একে দুখীয়া মানুহৰ ওপৰত সকলো ৰজা আমাৰ ফালেও একে কৰ্মই ধৰ্ম কাম কৰি যাওক

  • @MYEARTH59510
    @MYEARTH59510 2 роки тому +1

    পৰিয়ালটোক ৰাইজে আকোৱালি ল'লে হ'ল... এয়াই মোৰ ফালৰ পৰা অধীৰ অনুৰোধ.... যি জাতিৰেই নহওঁক সকলোৱেই আপোনালোকৰ দৰে সেই একেই মানুহ..... মানুহ হিচাপে মই নিজেই লাজ পাইছোঁ..... গাৱৰ ৰাইজে তেওঁলোকক আকোৱালি লওঁক..... 🙏🙏🙏🙏

  • @rajotphukon3403
    @rajotphukon3403 2 роки тому +4

    মানুহে মানুহক সহায় কৰিব লাগে

  • @jitbliss100
    @jitbliss100 2 місяці тому

    Bhaal prothaa.... Good tradition...

  • @himangshusarma1174
    @himangshusarma1174 2 роки тому +9

    everyone deserves same respect and love..after all we all are humans...this is so bad.

    • @gohpurtolgate8167
      @gohpurtolgate8167 2 роки тому

      Val Val khabo matilay kintu jabo tetya,khomas bhokot kotha ke kom is so bad....😭😭

  • @Mrson1234
    @Mrson1234 2 роки тому +2

    God bless you

  • @rajduwarahrajduwarah5710
    @rajduwarahrajduwarah5710 2 роки тому +5

    Aibur gaor manuhok...aru gaor gaowburhak lengta kori pitibo lage...atiyaloike devlop hua nai...balor xomaz ,,🙏🙏🙏🙏

  • @trixaman3968
    @trixaman3968 2 роки тому +21

    Thats why education is important, govt should take proper action on education to provide in society otherwise this problem never be solve in our society

    • @yrashid6108
      @yrashid6108 2 роки тому +1

      Education hole nhbo. Bhal poha likha ghortu dekhisu

  • @tenganidiba9970
    @tenganidiba9970 2 роки тому +9

    Jati mati vetite jabo Amar bur🙃

  • @rdas267
    @rdas267 2 роки тому

    খুব বেয়া লাগিল,

  • @axomneo1395
    @axomneo1395 2 роки тому +6

    ভূপেন হজৰিকাদেৱে কৈ গৈছে __
    "মানুহে মানুহৰ বাবে
    যদিহে অকনো নেভাবে
    অকনি সহানুভূতিৰে
    ভাবিব কোনেনো কোৱা সমনীয়া?
    সেই গাঁওৰ মানুহ মানুহখিনি মানুহৰ নামত কলংক

  • @hiramanibasumatary7376
    @hiramanibasumatary7376 2 роки тому +1

    Amar efale henka nohoi deh 😔😔❤️ kio buji napai gwr manuh he ... Amar gawt o lalung jatir manuh sowali aahise bortoman vale 😍

  • @Bishnu5874
    @Bishnu5874 2 роки тому +9

    সেই গাঁৱ খনৰ মানুহবোৰ মানুহৰ নামত কলংক আজি দিনত

  • @ajitneog7659
    @ajitneog7659 2 роки тому +1

    জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে একোগৰাকী মানুহ হবলৈ শিকিব লাগিব। যিদিনা সকলোৱে এজন মানুহ হবলৈ শিকক তেতিয়া পৃথিৱীৰ সকলো সুখী হব।
    কৰ্মৰ দ্বাৰাই হে মানুহৰ জাত পাত চিনিব পৰা যায়, জন্মৰ দ্বাৰা নহয়।
    এনেকুৱা সমাজে কি শিক্ষা দিব নৱপ্ৰজন্মক।
    আজিৰ আধুনিক যুগত এনেকুৱা নিম্ন চিন্তাধাৰাৰ সমাজ জীয়াই আছে নে?
    থু এনেকুৱা সমাজক।

  • @ranjitnarzary6786
    @ranjitnarzary6786 2 роки тому +5

    Pls lodge FIR against the leaders of the village

  • @bharatknowledge7
    @bharatknowledge7 2 роки тому +1

    Ki j hobo.bohut beya lagil dekhi.vogoban ase diyok..dukh nokoribo.

  • @tulonsonowal6521
    @tulonsonowal6521 2 роки тому +16

    আজি দিনত সেইবোৰ কাম
    পাগল বোৰে কৰে,???
    হেই বোৰে,,কি মানুহক সদাই
    তলৰ ওপৰৰ কৰিয়েই ভাল পাই
    সিহঁতৰ মাক বাপেকে ওপৰত হুৱে নে নুহুৱে

  • @jugalkumardas9781
    @jugalkumardas9781 2 роки тому +4

    I think that the main culprit is the village headman, at first arrest the village headman.

  • @axom6256
    @axom6256 2 роки тому +8

    বেলেগ জাতিৰ মানুহ কি মানুহ নহয় নেকি
    কিযে সমাজখন😖

  • @ashinikumarbora5165
    @ashinikumarbora5165 2 роки тому +1

    Gaon khonor manuh bure comment bur pohise ne....proud of u dei...

  • @AnimalsCasa
    @AnimalsCasa 2 роки тому +7

    Baal'or Jati, Dhormo eibur... nijoke eman bhal kori tulok jaate belege xohai support suggestion bisari aahe apunalukor usorot.
    Practically kobo gole Education + Money is a deadly combination.
    MONEY IS NOT EVERYTHING BUT WE NEED MONEY FOR EVERYTHING 🤐

  • @imran6290
    @imran6290 2 роки тому

    আছে গৰু নেবাই হাল
    সেইবোৰ মানসিকতা থকা মানুহৰ লগত থকাতকৈ নথকা য়ে ভাল।

  • @newmotivatinalworld
    @newmotivatinalworld 2 роки тому +7

    এইবোৰ ৰাইজ নহয়, ইহঁতৰ নিচিনা মানুহবোৰক মাৰি পেলাব লাগে, এই খন অসমক কছাৰী ৰজাই ৰাজত্ব কৰিছিল সেই কথা মনত পেলাই এই নিম্ন মানৰ সমাজে সমূহীয়া দেহ ত্যাগ কৰিব লাগে, 😄😄😄😄😄

  • @debojitt7921
    @debojitt7921 2 роки тому

    একো নাই আজিকালি মানুহ কিছুমান এনেকুৱা থাকেই অকল পইচা চিনি পায়
    No problem
    কাকো খাতিৰ নকৰিব 🙏

  • @gobindaboro8201
    @gobindaboro8201 2 роки тому +8

    Too much discrimination among the Assamese society...... So shameless

  • @gyanjatra989
    @gyanjatra989 2 роки тому

    মহান মহান উচ্চ জাতিৰ কেইজনমান অজ্ঞানীৰ সমাজ ব্যৱস্থা।।।।।

  • @LaksminathChutia
    @LaksminathChutia 2 роки тому +4

    ভালদৰে চালি জাৰি চালে অসমৰ প্ৰায়বোৰ গাওঁতে উলাব এনেকুৱা জাত পাতৰ নিয়মবোৰ । সকলোৱে মুখবোৰ বন্ধকৈ থৈছে ।

  • @juhinborah2630
    @juhinborah2630 2 роки тому +1

    যোৰহাটতো এনেকোৱা সমাজ আছে বুলি ভৱা নাছিলো দেই। এনেকোৱা সমাজ থকাতকে নথকায় ভাল।

  • @arstory8065
    @arstory8065 2 роки тому +3

    THIS IS ASSAM ❤️ GREAT ASSAM WOW... 👏👏 SO MUCH DEVELOPMENT GREAT

  • @ridipchandradatta3857
    @ridipchandradatta3857 2 роки тому

    Best of luck....vale thaka ..