এটাৰ পিছত আনটো সুৰীয়া গীত লৈ ষ্টুডিঅ’ত আশ্বাস আয়ুষ্মান।ৰঙালী বিহুক লৈ কেনেদৰে সাজু কণমানিজন?

Поділитися
Вставка
  • Опубліковано 26 гру 2024

КОМЕНТАРІ • 231

  • @bhadreswardeka1695
    @bhadreswardeka1695 Рік тому +37

    অসমৰ সোনৰ টুকুৰা। তোমাৰ all song মনত থকাৰ‌ বাবে ধন্যবাদ। আজিৰ লৈকে এনেকুৱা singer দেখা নাই।

  • @nayanmanidas6680
    @nayanmanidas6680 Рік тому +23

    সুন্দৰ বাবা। অসমৰ ৰাইজৰ ধ্ৰুৱ তৰা হবা।

  • @Itz____Ragini255
    @Itz____Ragini255 9 місяців тому +1

    Hayeee....❤ আগুৱাই যোৱা❤️

  • @SwarnalataBoruah-e2f
    @SwarnalataBoruah-e2f 9 днів тому

    অ ‌দেহাকণ বহুত ধুনীয়া ‌গীত গাবলৈ পাৰিছা‌‌ বহুত ধুনীয়া ‌হৈছে‌।‌তোমাক‌ হয় ভগৱানে ‌‌মঙল‌‌ কৰক

  • @joymoliaboruah3631
    @joymoliaboruah3631 Рік тому +8

    ধুনীয়া গীত গাইছা। আৰু আগবাঢ়ি যোৱা।

  • @HimantoNeog-bn5kv
    @HimantoNeog-bn5kv Рік тому +6

    নেওগ পোৱালি ।
    আমাৰ ঘৰৰ লৰা।
    সুন্দৰৰ জয়ৰ যাত্ৰা হওক ।মৰম মৰম।

  • @DwipendraSharma
    @DwipendraSharma 8 місяців тому

    ❤bohut xundor hoise dhunu ❤❤❤❤

  • @devdas8542
    @devdas8542 Рік тому +31

    A Moza ❤ বুঢ়া খুপাক মাতি পইচা লাখ লাখ দিয়াতকৈ এই মৰম লগা বাবু জনক মতাই ভাল... দৰ্শকে ভাল পাব প্ৰগ্ৰাম চাই

    • @minusaikia6224
      @minusaikia6224 Рік тому +1

      ইমান ধূনীয়া. ভাষা নাই কবলে.

  • @seutichutia6736
    @seutichutia6736 10 місяців тому +2

    Bor hundor lagil

  • @BIPULGOGOI
    @BIPULGOGOI 11 місяців тому +2

    Bohut hundor❤❤❤❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 9 місяців тому +3

    বিহুৰ শুভেচ্ছা জনালো আগতিয়াকৈ, পুৰনি আৰু নতুন গীতো শুনিবলৈ পালে মনতে সুখ পালো হেতেন সেয়ে তুমি গাই যোৱা ইমান ভাল লাগিল যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ,,,

  • @laxmivlogs9968
    @laxmivlogs9968 Рік тому +3

    Bohut vl lagil , tumi axomor gowrob God bless you

  • @LAWRENCE-f5t
    @LAWRENCE-f5t Рік тому +12

    উজ্জ্বল ভবিষ্যৎ কামনা কৰিলো।

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 Рік тому +4

    সুন্দৰ আগবাঢ়ি যোৱা

  • @kamalpursantipurnarayanpur5970
    @kamalpursantipurnarayanpur5970 Рік тому +24

    খুব সুন্দৰ হৈছে আশ্বাস, তুমি আৰু আগুৱাই যোৱা। 👍👍💓💓

  • @nituali-pm5qu
    @nituali-pm5qu Рік тому +8

    ভাল লাগিছে দে আগুয়া জোৱা তুমি 🙏🙏🙏🙏

  • @কুমাৰজয়
    @কুমাৰজয় Рік тому +53

    সোনৰ টুকুৰা হয় ❤️❤️তুমি অসমবাসীৰ বাবে আৰু আগুৱাই যোৱা তুমি ৷

  • @HiraSaikia-z9o
    @HiraSaikia-z9o 9 днів тому

    সঁচা ইমান ধুনীয়া সুৰ আৰু কথা শুনিলে শুনি থাকিবলৈ মন যায়

  • @princebaruahbaruah7735
    @princebaruahbaruah7735 Рік тому +1

    ❤❤baba,aaru,val,huya

  • @sonitsaikia1884
    @sonitsaikia1884 Рік тому +6

    সুন্দৰ আশ্বাস, আগুন্তোক ৰঙালীৰ লগতে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলো

  • @anantamoranvloge7255
    @anantamoranvloge7255 Рік тому +17

    সুন্দৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ 🙏🙏🙏

  • @madhumita-dg2qi
    @madhumita-dg2qi Рік тому +5

    জুবিন গাৰ্গ ৰ পাছত এই কণমানি আশ্বাসেই ধৰি ৰাখিব আমাৰ অসমীয়া সংস্কৃতি আৰু সংঙ্গীত জগতকে। হীৰাৰ টুকুৰ তুমি। হৃদয়েৰে আশীর্বাদ যাচিলোঁ। আগুৱাই যোৱা। পিতৃ মাতৃ লৈও আমাৰ পৰিয়ালৰ ফালৰ পৰা শুভেচ্ছা যাচিলোঁ। আপোনালোকে এনে সুসন্তান অসম বাসীক উপহাৰ দিয়া বাবে। ভগৱান পৰিয়ালটো সদায় কুশলে ৰাখক। 🙏🙏 17:15

  • @janardankaman6824
    @janardankaman6824 Рік тому +5

    Nice song
    ধন্যবাদ
    From Bangaluro

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 9 місяців тому

    বহাগৰ বিহু টি পাই মনতে ভালো লাগে, জানা,, ভৱিষ্যতে ও এনে গীত শুনিবলৈ পালে মনত খুবেই আনন্দ পালো হেতেন সেয়ে তুমি গাই যোৱা ইমান ভাল লাগিল যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ,

  • @robinchandrahazarika561
    @robinchandrahazarika561 Рік тому +4

    Very good.go forward.

  • @puronpayeng7151
    @puronpayeng7151 Рік тому +8

    বৰ মৰম লগা কণমানি ছোৱালীজনীক চাই থাকিলে চাই থাকিবৰ মন যায় , ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে , মৰম লগা কণ্ঠ , আশীৰ্বাদ থাকিল ; ভগৱানে মঙ্গল ৰাখক । 🙏🙏🙏

  • @swarnasaikia7768
    @swarnasaikia7768 Рік тому +5

    তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো আশ্বাস আৰু আগুৱাই যোৱা আশীৰ্বাদ কৰিলো good bless you ❤❤❤

  • @deepjyotiduttayoutubeoffic8932
    @deepjyotiduttayoutubeoffic8932 6 місяців тому +1

    Moja❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 9 місяців тому +6

    বিহুৰ শুভেচ্ছা জনালো তোমালৈ, ভৱিষ্যতে ও এনে গীত শুনিলে ভাল পালোহেঁতেন চিন্তা কৰিচাবাচোন, সুন্দৰ হওক তোমাৰ আচনি বোৰ,

  • @champakbora6397
    @champakbora6397 Рік тому +1

    মৰম লগা বহুত ভাল লাগিছে

  • @binitakakati1561
    @binitakakati1561 Рік тому +11

    কৱলৈ ভাষা নাই । ইমান মৰম লগা। অতি সুন্দৰ 👍❤❤❤❤❤💕💕💕💕

  • @onitatin7372
    @onitatin7372 Рік тому +1

    Excellent

  • @jupitarachetra4505
    @jupitarachetra4505 Рік тому +5

    তুমি অসমৰ ভোটা তৰা হৈ জিলিকি উঠা আমাৰ আশীৰ্বাদ তোমাৰ লগত সদায়ে থাকিব।

  • @jupitarachetra4505
    @jupitarachetra4505 Рік тому +3

    ধুলীয়া জন ভাল লাগিছে দেই।

  • @PriyakumargohainPriya
    @PriyakumargohainPriya Рік тому +1

    Bahut Hundar Miramar nati tolai ATI suma dilu

  • @rinaarandhara5164
    @rinaarandhara5164 Рік тому +1

    Bahhhh !!! ki sundor ! eman dhunia lora ❤️❤️❤️👍

  • @jayantibarman8150
    @jayantibarman8150 Рік тому +3

    ATI Sundar maina

  • @niranjannath9669
    @niranjannath9669 Рік тому +3

    তোমালৈ বহুত মৰম থাকিল । তুমি আগুৱাই যোৱা ।❤❤❤❤

  • @bishwadeepgogoi5436
    @bishwadeepgogoi5436 Рік тому +5

    তোমাৰ কথাৰ মাদকতা বিলাক আজীৱন তোমাৰ লগৰীয়া হৈ থাকক...সদায় আগুৱাই যোৱা..নিৰহংকাৰ জীৱন যাপন কৰিবা সোণজনী❤️

  • @amiokachari4375
    @amiokachari4375 Рік тому +5

    গান গোৱা ই নহয়, বাদ্য পৰিবেশন ওপৰতো অনুকৰণ অভিগতা ৰ কিন্তু মানিব লাগিব !💖💖👍 মজা।

  • @jitunath151
    @jitunath151 Рік тому +3

    উজ্বল ভৱিষ্যত কামনা কৰিলো

  • @bidyabotideka7375
    @bidyabotideka7375 Рік тому +3

    অতি সুন্দৰ। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল .................. 🙏🙏

  • @rashmirekhadutta2702
    @rashmirekhadutta2702 Рік тому +10

    So cute ❤❤❤

  • @KakatiKakati-c9r
    @KakatiKakati-c9r Рік тому +1

    So cute tikli

  • @shyamolikabora2924
    @shyamolikabora2924 Рік тому +2

    বহু ত ধুনীয়া

  • @eusufali8854
    @eusufali8854 6 місяців тому

    So so wonderful wow this amazing girl 😍😍🔥🔥ke dhuniyaaa bihu gaise tai huni bohut bohut besi val lagise 👍😚

  • @digantagohain8860
    @digantagohain8860 Рік тому +5

    মোৰ ইমানেই মৰম লাগে তোমাক ❤❤

  • @punyarabha151
    @punyarabha151 Рік тому +3

    God bless you ❤❤........

  • @jitendranathsingharoy4199
    @jitendranathsingharoy4199 10 місяців тому

    বহুত বহুত ভাল লাগিসে ❤❤❤ ধন্যবাদ ....

  • @mantunath8190
    @mantunath8190 Рік тому +1

    Bahut bhal lagi se

  • @pulakgogoi2990
    @pulakgogoi2990 Рік тому +2

    Hundor ❤🔥

  • @promodborah3768
    @promodborah3768 Рік тому +2

    তোমাৰ গান কেইটা ভাল লাগিল ধন্যবাদ

  • @pratapkalita8894
    @pratapkalita8894 Рік тому +9

    অতি সুন্দৰ। তুমি আমাৰ হিয়াৰ আমঠু। তুমি আমাৰ দেশৰ ভৱিষ্যত। মই বহুত ভাল পাওঁ তোমাৰ গান আৰু তোমাক।

  • @puspadhardeka5665
    @puspadhardeka5665 Рік тому +1

    Excellent. Babu. From Kashmir.

  • @PinkybaruahPinkybaruah
    @PinkybaruahPinkybaruah Рік тому +1

    Beautiful 😊😊😊😊😊😊😊

  • @bindumonigogoi7729
    @bindumonigogoi7729 24 дні тому

    Bohut val lagile ❤❤❤❤❤

  • @SatyaDas-j1k
    @SatyaDas-j1k 18 днів тому

    ❤ Bor hundor lagil

  • @bhagyashrinath4492
    @bhagyashrinath4492 Рік тому +2

    Bohut val pao tumak deha 🙏🙏🙏

  • @aminakhatun6018
    @aminakhatun6018 Рік тому +2

    Very excellent performance . God bless you for your future.

  • @Monalishabaruah-do1xy
    @Monalishabaruah-do1xy Місяць тому

    Hundor❤❤❤

  • @dipakborah3167
    @dipakborah3167 8 місяців тому

    Xundor voice,God bless her

  • @Kaushik632
    @Kaushik632 Рік тому +11

    আশ্বাস ৰ কন্ঠ খুব সুন্দৰ। আগুৱাই যোৱা..!!

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 Рік тому +6

    ইমান সুন্দৰ কন্ঠ ৷ তুমি আমাৰ হিয়াৰ আমঠু ৷

  • @basantakrpathak9109
    @basantakrpathak9109 Рік тому +1

    Very smart boy and best future.......

  • @Mr_D4x
    @Mr_D4x Рік тому +2

    I love you so much babu 😊😊😍

  • @dipalidas5343
    @dipalidas5343 Місяць тому

    তোমাৰ গান বৰ ধুনীয়া হৈছে৷

  • @GITABaruah-t6h
    @GITABaruah-t6h 8 місяців тому

    Dhunia aru aguai jua

  • @RONTU684
    @RONTU684 Рік тому +1

    খুব মৰম লগা লৰা❤।

  • @mirodoley6958
    @mirodoley6958 Рік тому +3

    God bless you Happy Bohag bihu

  • @NabajyotiKacharae
    @NabajyotiKacharae 5 місяців тому

    ভাল ভাল।লাগিছে❤❤❤😂😂😂😊

  • @krishnagogoi1657
    @krishnagogoi1657 Рік тому +7

    আশ্বাস তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো |

  • @nilutpalll669
    @nilutpalll669 Рік тому

    Oti hundar. Tumar ujjal bhabishyat kamona korilu

  • @nilimaborkakatidevi5235
    @nilimaborkakatidevi5235 Рік тому

    Nice very very nice Om God Bless you ❤❤❤❤❤

  • @rantudas4511
    @rantudas4511 Рік тому +1

    ❤❤mojja

  • @hareswarhandique2096
    @hareswarhandique2096 6 місяців тому

    তোমাৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ ।

  • @kabitapathakojah
    @kabitapathakojah Рік тому +7

    আশ্বাসক মই ছোৱালী বুলি ভাবিছিলো

  • @sewalimohannath3204
    @sewalimohannath3204 Рік тому +3

    সোণ আগবাঢ়ি যোৱা আশীবাদ কৰিছো

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 Рік тому +2

    অতি সুন্দৰ ❤❤❤❤

  • @ranjanagogoi1115
    @ranjanagogoi1115 9 місяців тому

    Oti hundar .

  • @sikhmonibora8235
    @sikhmonibora8235 7 днів тому

    Bahut.val

  • @birennath8618
    @birennath8618 Рік тому

    গীত সুন্দৰ গায়ছে। কেৱল নামটো চায় বা মূখ খন চায় ল'ৰানে ছোৱালী ধৰিব নোৱাৰি।

    • @nilimadevibordoloi8826
      @nilimadevibordoloi8826 Рік тому

      ❤️❤️❤️ সুন্দৰ কণ্ঠ । সুন্দৰ কথাৰ কোৱাৰ শৈলি । আগুৱাই যোৱা আৰ্শীবাদ থাকিল । 🥰🥰🥰

  • @moonb5194
    @moonb5194 Рік тому

    Kotha bur a iman sweet o....❤

  • @kobitakalita8308
    @kobitakalita8308 Рік тому

    Ashakh r ujjal bhabishat kamana korilu emn hundar teor kantho aru kathabatara bor khub vl palu anuthanti sai.❤❤❤

  • @pritamnath3029
    @pritamnath3029 Рік тому

    Val lagil sai ❤. Very nice 🥰

  • @Sanjib_sonowal0022
    @Sanjib_sonowal0022 Рік тому +2

    Val lagil❤

  • @kalendas1935
    @kalendas1935 Рік тому +1

    So cute ❤️❤️❤️❤️❤️boy❤️❤️

  • @JuriBoruah-h7t
    @JuriBoruah-h7t 11 місяців тому

    Very nice ❤❤❤

  • @sanjaysavapandit
    @sanjaysavapandit Рік тому

    Excellent.

  • @saienarabegum60
    @saienarabegum60 Рік тому

    Kolijato aru aguwai jowa tare kamonare 😘😘

  • @rcdas109
    @rcdas109 Рік тому

    Bahut dhuniya haise

  • @niramahazarika1780
    @niramahazarika1780 Рік тому

    bohut..val..lagil..dei

  • @debanandaborah1650
    @debanandaborah1650 Рік тому +1

    ❤ Beautiful ❤

  • @paporipegu4215
    @paporipegu4215 Рік тому

    ❤❤❤❤beta

  • @BikramDas-xd3hl
    @BikramDas-xd3hl Рік тому +2

    Good 👍

  • @faizurrahman8473
    @faizurrahman8473 Рік тому +1

    ধেৎ মই ছোৱালী বুলি হে ভাবিছিলোঁ।

  • @anuhandiqueanu8643
    @anuhandiqueanu8643 Рік тому +1

    Very nicr❤

  • @ajaykachari7627
    @ajaykachari7627 Рік тому +1

    Bohut val lagil huni ❤❤

  • @bharatgaro3733
    @bharatgaro3733 Рік тому +2

    Very good ❤❤

  • @basantakrpathak9109
    @basantakrpathak9109 Рік тому

    বৰ ভাল পালোদেই

  • @jayabaruah1801
    @jayabaruah1801 Рік тому +2

    Ajoi nasoni bihu bihu lgise 💗