ভয়ানক অত্যাচাৰ কৰিছে মোক😭

Поділитися
Вставка
  • Опубліковано 18 січ 2025

КОМЕНТАРІ • 771

  • @namitakalita
    @namitakalita Рік тому +83

    সেইকাৰণে নিজৰ ভৰিত থিয় হৈ বিয়া হব লাগে যাতে পাছত এইবোৰ সমস্যা হলেও নিজে নিজৰ কাৰণে থিয় হব পাৰি। God bless u sister ...😢❤

  • @banditathakuriya8535
    @banditathakuriya8535 Рік тому +25

    কেনেকুৱা মানুহ এইজন ।।। ভগৱানে কাকোকে এনেকুৱা life partner নিদিয়ে যেন ।।

  • @shyammahanta7317
    @shyammahanta7317 Рік тому +85

    কথাবোৰ শুনি সচাকৈয়ে দুখ লাগিল |তেখেতৰ ধৈৰ্য্য মানিব লাগিব | তেখেতৰ স্বামীজন মানুহৰ
    শাৰিতে নপৰে | সেই কাৰণে ছোৱালীবোৰ আজিকালি বিয়াৰ
    আগতে সংস্থাপন হৈ লব বিছাৰে |
    প্রেমত একেবাৰে অন্ধ হব নালাগে |

    • @happybangla615
      @happybangla615 Рік тому

      99% suwaliye chehera sai prem kore jar karone biyar pisat sab buji pai.....

    • @kamalakantanath2896
      @kamalakantanath2896 Рік тому +1

      Manuh eman nisthur hob a napay. Kathabur shuni dush lagil.He is actualy mad.

  • @samudraduttanortheast..6258
    @samudraduttanortheast..6258 Рік тому +29

    এগৰাকী সৎ সাহসী তথা মৰমীয়াল যুৱতী!
    এই ধয্য শক্তি বত্তর্মান তোমাৰ লৰা টোক মানুহ হিচাপে গঢ় দিবলৈ চেষ্টা কৰা।

  • @sikhadas7687
    @sikhadas7687 11 місяців тому +5

    তুমি ইমান সহি থকাৰ কাৰণেই নাছিল , প্ৰথমতে কওঁ তোমাৰ মানুহজন মানসীক ৰোগী | প্ৰথমতে নিজৰ হাতত এটা চাকৰী , তাৰ পাছত হে বিয়াত সোমাৱ লাগে , তেনেধৰণৰ মানুহ এজনৰ লগত থকাত কৈ অকলশৰীয়া জীৱনেই শ্ৰেয় |

  • @bijoyagogoi6248
    @bijoyagogoi6248 Рік тому +35

    প্ৰথম বাৰতে গুচি আহিব লাগিছিল। সেই জন মানসিক ৰোগী যেন লাগিল। ভগৱানে তোমাক সহায় কৰিব।

  • @basantibarmanpathak5786
    @basantibarmanpathak5786 Рік тому +11

    এনে অসভ্য মানুহ আছে। গৰ্ভৱতী তিৰোতাৰ যতন ল'বলৈ এৰি অত্যাচাৰহে কৰে। এনে বহু আছে ভুক্তভোগী। পাষণ্ড এইবোৰ। কিছুমান যে আৰু মাক ভনীয়েকো এনে অত্যাচাৰী আছে। আপোনাৰ কথা মই এশ শতাংশই বুজি পাইছোঁ।

  • @riturajkalita2767
    @riturajkalita2767 Рік тому +10

    আপুনি সাহসী হওঁক নিজৰ জীৱনটো আগুৱাই নিবলৈ, লগতেই আপোনাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষা তথা উজ্জ্বল ভৱিষ্যত গঢ়াৰ বাবে।
    সংঘাতে আপোনাৰ জীৱনলৈ আনি দিয়ক উজ্জ্বল তৰংগ। বহুত বহুত আশীৰ্বাদ জনাইছোঁ। আপুনি আৰু আপোনাৰ সন্তান সদায় কুশলে থাকক, সুৰক্ষিত থাকক।

  • @anupkrdas6798
    @anupkrdas6798 Рік тому +40

    তুমি জীৱন যুদ্ধত হাৰি নাযাবা , তোমাৰ শিক্ষা খিনিৰ দ্বাৰা কিবা এটা কৰিবলৈ চেষ্টা কৰা । নিশ্চয় সফল হবা । সেই নৰপিশাচটোক কেতিয়াও মনত নেপেলাবা ।

  • @pravadutta9333
    @pravadutta9333 Рік тому +7

    আচৰিত হৈ গলো।কি কৰিবা মাইকী মানুহৰ জীৱন।আনৰ হাতৰ পুতলাহে।দুখ নকৰি সাহসেৰে আগুৱাই যোৱা।

  • @karishmatamuly6505
    @karishmatamuly6505 6 місяців тому +1

    ইমান ধৈয শীলতা তুমি, ইমান খিনি হৈ যোৱাৰ পাছতো পত্নী ধৰ্ম প্ৰতি মূহুৰ্ততে পালন কৰি আগৱাহি গৈ আছা্,"God Bless you."

  • @chekanidhara1567
    @chekanidhara1567 11 місяців тому +1

    !দুখ লাগিল কাহিনীটো শুনি। আগুৱাই যোৱা ।

  • @BarakhaKonwar
    @BarakhaKonwar 10 місяців тому +2

    Ba agbahi jua aru tar ķotha nuhuniba❤❤

  • @manjulaborah1351
    @manjulaborah1351 Рік тому +13

    জয়মতী কো ইমান শাস্তি দিয়া নাছিল,সয্যৰ এটা সীমা থাকে, ইমান সয্য ও কৰিব নালাগে,তাক ভাল দৰে বান্দৰ চৰ দুটা মান দিলে গছত বান্ধি থিক হ'লে হয়,কুসঙ্কাৰৰ কুফল,মানব নহয় দানব😢😮

  • @jatinsonowal5975
    @jatinsonowal5975 5 місяців тому +2

    সেই জনৰ গাত প্ৰকৃততে জন্তুৰ তেজ আছে । তোমাৰ এই চিন্তা বোৰ বহু দিনৰ আগত সিদ্ধান্ত ল'ব লাগিছিল । যি হৈ গ'ল লৰাটোৱে ই তোমাৰ সম্পত্তি বুলি ভাবি গঠন মূলক চিন্তা কৰি আগবঢ়ায় ভগৱানে আশীৰ্বাদ কৰক ।

  • @mouchumibaruah9486
    @mouchumibaruah9486 Рік тому +13

    একেই জীৱন মোৰ একেই স্বামী একেই সৰু সৰু অজুহাত সকলো বিলাক মোৰ জীৱনৰ লগত মিলি গৈছে । একেবাৰেই একেই ।কি কম আৰু ।। সংসাৰৰ মায়া মোহ ত্যাগ কৰিলো

  • @arunimadasarunima-zc8db
    @arunimadasarunima-zc8db Рік тому +23

    দুখ নকৰিবা মানুহৰ জীৱনত ধুমুহা আহেই ।ল'ৰাটোক সুপথ দেখুৱাবলৈ চেষ্টা কৰা এদিন তোমাৰে জয় হ'ব ।ঈশ্বৰৰে যি পিনে নিয়ে কেতিয়াবা অসময়ত অহা বতাহ জাকৰ কোবত জীৱনৰ নাওখন স্থিৰতা হেৰুৱাব লগিয়া হয় তথাপি মনটোক বান্ধি ৰাখিবা ।মাথোঁ যুজি যোৱা পৰিস্থিতি লগত ।একমাত্ৰ সন্তানটো কাৰণে ।তোমাৰ কথাবোৰ শুনি ময়ো চকুপানী ধৰি ৰাখিব পৰা নাই ।চিন্তা নকৰিবা God bless you পৃথিৱীত যদি কঠিন বুলি কিবা আছে তেন্তে সেয়া হৈছে মানুহ চিনি পোৱা

  • @JuriBorah-x4p
    @JuriBorah-x4p Рік тому +1

    তুমি বহুত সাহসী আগ বাঢ়ি যোবা god bless you ❤❤

  • @rupjyotineog2054
    @rupjyotineog2054 Рік тому +4

    বৰ দুখ লাগিছে কাহিনী টো শুনি ।নাৰীৰ নিয্যাতন কেতিয়া দূৰ হ'ব ?

  • @pijushsharma8249
    @pijushsharma8249 9 місяців тому +1

    You are rights....jibonot aag bari jowa.... God help her

  • @anowarabegum3782
    @anowarabegum3782 11 днів тому +1

    Aponar katha bor suni bor val lagise😂

  • @jennygogoi8230
    @jennygogoi8230 22 дні тому

    ajoni prokit nari gun ...apuniyei udahoron❤❤ dhoijyo ata hima ase ji2 apuni bhut bsi hohile ..😢 hukhi houk..❤ru hai danov tu sa tu poribo nidibo gat god blss u❤

  • @dhanadadevidoley8594
    @dhanadadevidoley8594 Рік тому +4

    ইমান ভাল মনৰ ছোৱালী জনী আসুৰীক প্ৰকৃতিৰ মানুহ জনৰ লগত বিয়া হৈ বহুত ডাঙৰ ভূল কৰিলা

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 8 місяців тому +1

    সচা কথা। সম্মুখীন হোৱা সমস্যাবোৰ সাহসেৰে সমাধান কৰিবলৈ চেষ্টা কৰা। ভগৱানে/ আল্লাহ তাল্লাই দোৱা কৰিব তোমাক। নিকৃষ্ট মানসিকতাৰ মানুহৰ লগত সংসাৰ কৰি থকাতকৈ অকলেই থকাই ভাল। তোমাৰ নিজৰ ভৱিষ্যত নিজেই নিৰ্ণয় কৰা। সাহসৰ শিখাই জীৱন যুৰোৱা তুমি।

  • @SanjayDas-yu2gy
    @SanjayDas-yu2gy 9 місяців тому +3

    মোৰ ফালৰপৰা তুমাক জনাব বিচাৰোঁ ভগবান তুমাক সহায় কৰিছে তুমি মোৰ ছোৱালী সমানে ভবিষ্যতে তুমাৰ এই জনৰ লগত থাকিলে কেতিয়াও শুখি হ'ব নোৱাৰিলে হেঁতেন

  • @RitaSarmah-f2o
    @RitaSarmah-f2o Рік тому +17

    তুমি আগবাঢ়ি যোৱা বৰ দুখ লাগিল 😭 ল'ৰাটোক ভাল কৰা

  • @Rihangaming.66
    @Rihangaming.66 Місяць тому

    সচাকৈ আপোনাক ধন্য মানিছো । আল্লাই ভালে ৰাখক আপোনাক।

  • @nirupoma5935
    @nirupoma5935 Рік тому +2

    সচাকৈ আটাইতকৈ ডাঙৰ কথা সংসাৰ চলাবলৈ। তুমি বহুত ভাল কাম কৰিলা।সৎ আৰু সাহসেৰে আগবাঢ়ি যোৱা ,তুমি জয়ী হ'বাই। ঈশ্ৱৰ তোমাৰ সহায় হওক।

  • @rekhaborah9566
    @rekhaborah9566 Рік тому +3

    সছাকৈয়ে দুখ লাগিল তোমাৰ ধৈয্য মানিব লাগিব

  • @assamdhamakavlogs9015
    @assamdhamakavlogs9015 Рік тому +3

    Exactly.same condition with me.Now my son and me very happy.

  • @fooddiary3235
    @fooddiary3235 28 днів тому

    Kahini tu huni bor dukh lagil....tumi bohut dhoyjohil suwali...tumi agole agbarhi jua...amar dua ase tmr lgt❤

  • @bishnuramnarzary9773
    @bishnuramnarzary9773 Рік тому +2

    ভগৱানৰ ওচৰত প্ৰাথনা কৰিছো যাতে তাই এনে অমিল জীৱনযাপনৰ বাচিব পাৰে।

  • @jitumonibharali7946
    @jitumonibharali7946 Рік тому +17

    সচাকৈতুমি বৰ সাহসী ছোৱালী আগবাঢ়ি যোৱা তোমাৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি লো

  • @digantadeka6547
    @digantadeka6547 Місяць тому

    Go ahead my sister. Bright features will come soon be positive and God bless you sister.

  • @sabinayeasmin196
    @sabinayeasmin196 Рік тому +1

    🥲 hodai anekoi postive mind loi ag barhi jayuk....Allah ase apuni niyai pabo.

  • @JintiKalita-dr1ue
    @JintiKalita-dr1ue Рік тому +2

    লৰাটোক লৈ আগবাঢ়ি যাওক,❤

  • @ayaanarhan395
    @ayaanarhan395 Місяць тому

    তাক এৰি আপুনি আপোনাৰ নিজৰ জীৱনলৈ চেষ্টা কৰক জীৱন টো যিমান সুন্দৰ সিমান মূল্যৱান হয় গতিকে নিজৰ কথা ভাবক এৰি দিয়ক আল্লাহে চাব আপোনাক।

  • @papulidutta6015
    @papulidutta6015 Рік тому +1

    বহুত দুখ লাগিল কথাখিনি শুনি😔 god bless you

  • @ankitagogoi9846
    @ankitagogoi9846 Рік тому +7

    কথা বোৰ শুনি সচাই বহুত বেছি বেয়া লাগিছে,,, তুমি সুখী থাকা ❤

  • @barnalidutta8210
    @barnalidutta8210 Рік тому +5

    ইমান দুখ লগা ছোৱালীজনীৰ জীৱনৰ কাহিনী, আকৌ তেওঁৰ জীৱনলৈ ঘূৰি অহাৰ চিন্তা নকৰিবা ।

  • @arunimalahon-ld8rs
    @arunimalahon-ld8rs Рік тому +41

    জীৱন যুদ্ধত জয়ী হোৱা আশীৰ্বাদ কৰিছো ❤❤❤❤❤❤

    • @deviranu1127
      @deviranu1127 Рік тому

      বহুত আগতেই তুমি আতৰি আহিব লাগিছিল এনেকুৱা মানুহৰ পৰা।ভালে থাকা।

    • @deetdutta986
      @deetdutta986 Рік тому

      ),

    • @sewaliroy143
      @sewaliroy143 10 місяців тому

      😅

  • @anamikagoswami-zb2pm
    @anamikagoswami-zb2pm Рік тому +16

    শুনি বহুত দুখ লাগিল ।

  • @ranjudoley530
    @ranjudoley530 Рік тому +14

    What a tragedy story 😮😢as a cinematic story. and take action for the mad man and l have found inspiration ❤

  • @krishnaborah7189
    @krishnaborah7189 Рік тому +1

    আগবাঢ়ি যোৱা 'বা' ভগৱান আছে .. আৰু সাহসী হোৱা

  • @AbyanNafi567
    @AbyanNafi567 9 місяців тому +1

    God Blesse u Sister 😢❤😢❤😢❤😢❤😢❤

  • @banasmitakalita6149
    @banasmitakalita6149 Рік тому +2

    Go ahead sister ... Be brave and win the race of life😊

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 5 місяців тому +2

    Sister তোমাক বৰ ভাল লাগিছে কন্যাৰ দৰে উজ্বল হৈ থকাৰ বাবে। তোমাক কন্যা হ'লে তুসাৰ ধুনীয়া লাগিব। দেৰি নকৰিলে ভাল সোনকালেই ধুনীয়া কন্যা হোৱা ভাল। সময়লৈকে বাদ চোৱা। প্ৰদীপ গগৈ গুৱাহাটী।

  • @dharmakantapatir3146
    @dharmakantapatir3146 Рік тому +2

    Very, heart. Touching story subject has been impressed me........

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Рік тому +17

    এইটো আচৰিত কাহিনী। অতি মৰ্মন্তুদ।

  • @HikujyotiRay-ui8up
    @HikujyotiRay-ui8up 9 місяців тому +1

    Ki kom blagr dukh nija vuktovogi Prem ly....2013 dakhisilu 2023 aghon mah...etc
    ..ako ni life...akhola ahisu jibonot hokolua akala jabo lgibo....2dina jibon😭😭😭😭😭dukh bhutora thaka dukhr majot nija hukh bisaribo lga...

  • @aimonidas9405
    @aimonidas9405 11 місяців тому +6

    Ba moi kintu biya khua nai val pua asa kintu apuner doa arib nuari

  • @HasibRahim07
    @HasibRahim07 Рік тому +48

    😂মন খুলি কান্দিব পাৰিলে কান্দোতো সুখ পাব পাৰি😂ইতিমধ্যে ফেচবুকত তোমাৰ জীৱনৰ ইতিবৃতি শুনি বৰকৈ মৰ্মাহত হৈছো।প্ৰেম মানে ভাল পোৱা,কেতিয়াবা এই প্ৰেম কাৰোবাৰ ওচৰত বিষাক্ত ৰূপ ধাৰণ কৰে।সেয়ে কোৱা হয় প্ৰেমেই স্বৰ্গ প্ৰেমেই নৰক, তোমাৰ কথোকপনৰ পৰা বোধগম্য হলো যে,তুমি নৰক যন্ত্ৰণা ভোগী আছা।তুমি নিশ্চয় জানিবা,নিশ্চয় দুখৰ পিছত সুখ আহে। তুমি হয়তো এদিন সুখ পাবা,লৰাটোক মানুহ হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰিবা;এদিন হয়তো তোমাৰ লৰাটো তোমাৰ দুখৰ সমভাগী হব।

  • @ankuranmajumdar7514
    @ankuranmajumdar7514 11 місяців тому

    Kahinito xunu aasorot hoisu..
    Akhetor khahokh to manib lagib eman kenekoi khojya korib Parise ....God bless you

    • @AjitDas-w6d
      @AjitDas-w6d Місяць тому

      Manisu bow goraki bohut dhojya ase. Bohut parib

  • @pratshiyumiko9027
    @pratshiyumiko9027 Рік тому +1

    বা আপুনি সাহসী হওক ❤❤❤❤

  • @ProtimaDehingia
    @ProtimaDehingia Рік тому +1

    প্ৰতিমা দিহিঙীয়া আশীৰ্বাদ দিছো‌ তোমাৰ জিৱনটো। ভাল হ'ব আগ ‌বাহক

  • @bipulsaikia7415
    @bipulsaikia7415 Рік тому +6

    তুমি দুশ নকৰিবা তোমাৰ লগত ভগবান আছে।তেনে ধৰণৰ পুৰুষৰ কাৰনে আমাৰ পুৰুষ জাতি টোৰ কলঙ্ক হৈছে সকলোৱে চিন্তা কৰক ধন্যবাদ।

  • @নীলপৰী-শ৫ঞ

    Kbole aku bhakha nai bohut dukh lagil kthakhni huni...i salute u..anekuwa manuhok mari pelabo lage actlly..Ba apuni hahokh nkrahle ajiu sage hai akekhini torture bhugi thkilhtn..bohut val kam korile🙏❤

  • @rubu530
    @rubu530 Рік тому

    Huni bht bea lagil . Apuni aag bahi jauk tare kamona krelu..

  • @priyankakalita5225
    @priyankakalita5225 Рік тому +1

    Hats off to ds strong lady....stay blessed....

  • @Sunudeka-h8m
    @Sunudeka-h8m Рік тому

    Hodai strong hoitaka ba ❤❤

  • @Pranita-p3p
    @Pranita-p3p 28 днів тому

    আচলতে মানুহে মানসিক ৰোগ বুলি কয় কিন্তু শিহত তেনেকুৱা নহয় বহুত বেছি মতলবি। কৰে এক যেকলি‌ মোৰ লগতে হৈছে তেনেকুৱা ঘটনা বাৰ বাৰ তেনেকুৱা পালাত। পৰিছু মোৰ লগতে মিলিছে তুমাৰ কথা বৰ। গতিকে তেনেকুৱা মতা এজনৰ লগত সংসাৰ কৰাত কৈয়। অকলে থকায় ভাল

  • @RameswarRajbongshi-i1o
    @RameswarRajbongshi-i1o Рік тому +1

    God will help you

  • @arunjyotihazarika4950
    @arunjyotihazarika4950 Рік тому +1

    Be strong .

  • @meripoushtikrosoi6091
    @meripoushtikrosoi6091 Рік тому +1

    মোক আপোনাৰ কাহিনী শুনি অকণো বেয়া লগা নাই কাৰণ আপোনাৰ husband যিবোৰ ভুল বাৰে বাৰে কৰি আহিছে সেই ভুল কৰাৰ বাবে আপুনি নিজেই chance দিছে যাৰ ফলত আপুনি নিজৰ লগতে পৰিয়ালৰ মানুহকো কষ্ট দি আহিছে আপুনি বুজি পাব লাগিছিলে যে ভুল মানুহৰ এবাৰ হয় বাৰে বাৰে যিটো হয় সেইটো ভুল বুলি কেতিয়াও ক'ব নোৱাৰি গতিকে আপুনি অকন মান সুখৰ বাবে আপুনি নিজৰ লগতে পৰিয়াল খনকো বহুত বেছি কষ্ট দি আহিছে আপুনি অবশেষত লোৱা সিদ্ধান্তটো বহুত আগতে লৱ লাগিছিল আপুনি নিজেই নিজৰ ভৰিত থিয় দিব লাগিছিল আৰু তাৰ বাবে আপোনাৰ suport ও যথেষ্ঠ খিনি আছিলে

  • @mridusmitabestbora4016
    @mridusmitabestbora4016 Рік тому

    Best of luck sis aggbahi jua

  • @NilakshiGoswami-n1j
    @NilakshiGoswami-n1j Рік тому +2

    তোমাৰ দৰে সাহসী ছোৱালী হব লাগিব এনে পৰিস্থিতিত পৰিলে।তেমাৰ ধৈৰ্য্য ও সাহসক ধন্যবাদ জনালো।

  • @bhupalikalita4379
    @bhupalikalita4379 Рік тому

    Bhut bhut besi xahokhi apuni👍❤

  • @RajiaBegum-jh9en
    @RajiaBegum-jh9en Рік тому

    😢😢😢xosakoi dukhloga...tumi think korile 👍👍

  • @mahanpuja7915
    @mahanpuja7915 Рік тому +10

    May Allah bless u forever 💕💞

  • @priyankagogoi4826
    @priyankagogoi4826 10 місяців тому

    সত্য কথা কৈছে ।মোৰ লগত তেনেকোৱা হৈছিল

  • @sehenajbegum7911
    @sehenajbegum7911 Рік тому +1

    Allah bless her ❤️

  • @roksanaekhtarbora
    @roksanaekhtarbora Рік тому +1

    Ghotona bilak xuni xub besy beya lagi gol..... 😢😢😢😢😢suwali bilakor jibon kenekoi xoloni hoi jai vabib nuaru

  • @rupamdas8736
    @rupamdas8736 Місяць тому

    মই পঢ়া শুনা একে বাৰে নাই কিন্তু সমাজত যিবোৰ সমস্যাৰ কথা শুনি দেখি বুজি পালো প্ৰথম প্ৰেম কৰোঁতে ভুল মোৰ মতে প্ৰেম হৈছে চকু চাই কথা বুজি পাব লাগিব তাৰ পিছত ইজনে সিজনক বিশ্বাস কৰিব লাগিব যদি এইদুটা কথা নাজানি কৰিলে প্ৰেম কোৱা নহয় ।

  • @rashmiborah1103
    @rashmiborah1103 8 місяців тому +1

    বহুত ভাল পাই নিজৰ স্বামীক সেইবাবেই বহুত ধৈৰ্য ধৰিছিল বেচেৰীয়ে কিন্ত বুজি নাপালে ,পদক্ষেপ ভাল ললা বৰ্তমান ভালে থাকি আগুৱাই যোৱা বৰ্তমান সময়ত ইমান সহিব নোৱাৰি ❤❤❤

  • @geetapathak5633
    @geetapathak5633 Рік тому +1

    ইমান শয্যো কৰি আছে আপুনি। ভগৱানে আপুনাক ভালে ৰাখক। তাৰ কথা চিন্তা কৰি লাভ নাই।

  • @mrraja2887
    @mrraja2887 10 місяців тому +1

    Tumar kotha huni bhut dukh lagil.😢😢 mur coment jdi tmr husband saiase tak jutat goo logai marilu ru nengta kori pitim .
    Tumi aag barhi jua tare duwa koru🙏🙏🙏

  • @Ranju-t7j
    @Ranju-t7j Рік тому

    Agbahi jua majoni tumar bhal hobo

  • @debajanikalitadutta2391
    @debajanikalitadutta2391 Місяць тому

    God bless you . ❤

  • @bharatidevi6477
    @bharatidevi6477 Рік тому +2

    Nari eman durbal nahae. Durga mae Mahikhasurk badh karise. Apuni shikshit. Nijak bhal paok. Aru nijar santir babe kam karan. Aporar larajanaka bhal manuh kari sukhi haok. 😢❤

  • @PurnimaSwargiary-t9z
    @PurnimaSwargiary-t9z Рік тому +2

    বৰ দুখ লগা কথা। মানুহ জন মন্টেলি হয়। তোমাক ভগৱানে ভালে ৰাখক। তাৰে কামনা কৰিলো।

  • @prankitborgohain5061
    @prankitborgohain5061 Рік тому

    Go ahead sister,forget him.we are always with u.

  • @FaheemCarz-pn4sj
    @FaheemCarz-pn4sj Рік тому +1

    Bohut val lagil tekhetor channel 2 subscribe kori dilu agbarhi jaok bacha 2r val hok agoloi

  • @ZoohiZannat
    @ZoohiZannat 22 дні тому

    Mor jonamote ane shovabor manuh homajot aru ase heya vugtovugiyehe buji pai bhutore hoito khotha khanibor oprokasshe roi jai , tumi future Karone agbari juwa

  • @shahnazakhter-wm1bm
    @shahnazakhter-wm1bm Рік тому +4

    You are a strong lady. God bless you.

  • @parijatdanceacademy-guwaha8925
    @parijatdanceacademy-guwaha8925 9 місяців тому

    Bohut dukh lagil. God bless you my dear sister.

  • @nirudas6337
    @nirudas6337 9 місяців тому

    God bless you sister 👍

  • @dulenborthakur307
    @dulenborthakur307 8 місяців тому

    আমি এই হিয়া ভাঙি যোৱা কাহিনী কথা খিনি এক ফালৰ শুনিবলৈ পালো অতি দুখ পালো কিন্তু লৰা জনৰ ফালৰ পৰা জানিব নোৱাৰি লো আৰু যদি সচাকৈয়ে লৰা জনে নিজৰ তিৰোতাক তেনে শাৰিৰীক আৰু মানসিক ভাৱে নিৰ্যাতন চলোৱাৰ বাবে শাস্তি মূলক ব্যৱস্থা ৰ বাবে আইনৰ কাষ চাপিব লাগে আৰু হয়তো মানশীক চিকিত্সা ৰ প্ৰয়োজন হব পাৰে

  • @kuchbhivlooger3729
    @kuchbhivlooger3729 Рік тому +7

    I can totally understand, I also have gone through this and after 11 Years I field divorced. Sometimes you can't understand a person's TRUE personality until you stay with him or her.

  • @betatest4526
    @betatest4526 Рік тому +1

    Be strong Baa ❤

  • @Pranita-p3p
    @Pranita-p3p 28 днів тому

    মোৰ কাহেনি কৈছা 😢😢😢 বহুত দুখ প্ৰকাশ কৰিলা

  • @OneplusBoy-dr6lz
    @OneplusBoy-dr6lz Рік тому +1

    Nice....moi j tenekua nohoi dei....

  • @LuckyDas-o4i
    @LuckyDas-o4i Рік тому

    Baa story to xuni bhut dukh lagil xosai jibon to manuh sini pabo khikibo lage kaku khjte believe kribo nalge biya baru kotha hleu bhut sinta kri he biya hob lage God bless you baa vale thakok jibont agbarhi jaouk tenekua manuh porai atri thokai val 🙏

  • @PurnimaBhuyan-g1m
    @PurnimaBhuyan-g1m Рік тому

    Xosakoi bohut besi dukh lgil adin tumar xukh ahibo sinta nokoriba lora tu vl manuh koribo sestha Kora vl hobo 🙏🙏🙏

  • @kaberibarman9851
    @kaberibarman9851 7 місяців тому

    সকলো পাহৰি আগুৱাই যোৱা সুখী থাকা লৰা জনৰ লগত 😊

  • @indusonowal
    @indusonowal Рік тому +1

    Tumi bhut hahkhi aru aguai jua

  • @dhunup1501
    @dhunup1501 Рік тому

    মানুহৰ জীৱন এবাৰেই পোৱা যায়।গতিকে জীৱনতো উদযাপন কৰিব লাগে ।আনৰ ওচৰত উচৰ্গা কৰিব নালাগে ।সফলতাৰ শিখৰত আৰোহণ কৰাৰ প্ৰয়াস কৰিব লাগে । এবাৰ বিশ্বাস ঘাতক কৰা জনক পুনৰ বিশ্বাসত নোলোৱাই ভাল। জীৱন তো পুনৰ আৰম্ভ কৰা দেখিৱা তুমি এদিন কৃতকাৰ্য হবা।

  • @Atozcontent809
    @Atozcontent809 Рік тому +10

    Wow himasri aji dhunia lagise 😍

  • @Kalita789
    @Kalita789 25 днів тому +1

    Beya napabo de, apunalokr islamic society khn tenekuai houk.
    Quranr mote he maakr ba womanr value purukh manuhotkoi besi kintu burden ba juta hisape he use kore. Shariah law ase no xeitur karoneo prblm ase aru xosa ktha prithibit sob ake ata Almightyk pray kore n only xeitu relegion jdi nathakile heten completely prithibikhn bohut bohut peaceful hole hoy.

    • @Kalita789
      @Kalita789 25 днів тому +1

      Tat women bur besi chup thake jutar nisina.😊

  • @Subhashray-qy2pk
    @Subhashray-qy2pk Рік тому +5

    ভগবানৰ ওপৰত বিশ্বাস ৰাখি সৎ ভাবে কৰ্ম কৰিলে নিশ্চয় এদিন সুফল পাবাই ।

  • @DipaliGogoi-xn4gv
    @DipaliGogoi-xn4gv 3 місяці тому +1

    Dipaligogoi🙏😭😭👌❤️❤️