||Cover Song ||Aikhoni Gaon || ANTARA CHUTIA|| HUNTU CHUTIA|| DIPEN BARUAH ||
Вставка
- Опубліковано 13 жов 2021
- Cover Song
Aikhoni Gaon bukur Aapun
Original Singer, Dipen Baruah
Covered By,
ANTARA CHUTIA
HUNTU CHUTIA
new cover song👇👇👇
• ||COVER SONG|| KAZIRON...
#dipen_baruah
#antara_chutia
#huntu_chutia
#cover_song
সুন্দৰ কণ্ঠ , সুন্দৰ অনুশীলন ।
Proud of our Child,wish you god bless ,bright your life
Pppp
বহুত ভাল লাগিছে ।উজ্বল ভবিষ্যত কামনা কৰিলোঁ ।
Beautiful voice
Beautiful song
বৰ ধুনীয়া গাইছে দেই তোমালোকে👍🏻🌷🥰🙏🏻😀🌸🌺☺️🤭
অতিকে সুন্দৰ। দেউতাক-জীয়েকক অভিনন্দন জ্ঞাপন কৰিছো। সুন্দৰ সংস্কাৰ, সুন্দৰ আদৰ্শ 💖💖💖
পিতৃ কন্যা যুতিৰ কি সুন্দৰ, চমৎকাৰী আৰু অতুলনীয় পৰিৱেশন, ভাষাৰে বৰ্ণনা কৰাই কঠিন। শুনি হেপাহেই নপলায়। অসমীয়া সংগীত জগতত এনে যুতি সঁচাকৈয়ে দুৰ্লভ।বাক দেৱী বিনা পানি আই সৰস্বতী আপোনা লোকৰ সংগীত যাত্ৰাৰ সংগী হক,তাৰেই কামণাৰে। ধন্যবাদ।
বহুত বহুত ধন্যবাদ
Amazing Amazing Amazing
Atiya hundor git vonti tumer jibon hundor hok. tare kamona koru eman Val hoisa
Eman morom laga konmani joni...
Bodhiya mama and vonti👍👍👍🤟🤟 fantastic voice
Very good.
@@hankhaborah7357i i
Very very sweet tone & your's sing .
ইমান ধুনীয়া পৰিৱেশন আপোনাৰ (তোমাৰ) অন্তৰা সুৰীয়া সুৰ শুৱলা কণ্ঠ শুৱনি সংগীত ব্যৱস্থাপনা যুগমীয়া প্ৰাচীন সপোন আধুনিক সুবাস কুণ্ডিল সভ্যতা জেউতি ভগৱান সহায় উজ্বল ভৱিষ্যৎ কামনা কৰিলো অন্যন্য উপহাৰ গাঁৱ ছবি যাউতী যুগীয়া সোণালী মোৰ গাঁৱৰ সপোন সেউজীয়া জীৱন মোহনীয়া ভাৰত সভ্যতা গ্ৰাম্য কেন্দ্ৰিক মনোৰম মনোমোহা 🕉️🌴 জীৱন ছবি সাহিত্য দাপোন আপোন সৃষ্টি দামোদৰ ৰঙৰ দোলনি
Thank you Antara very nice God bless you.
Oti hundor hoise,vl lagil...
Bht duniya bhonti jonir gaan❤❤❤❤
ইমান যে ধুনীয়া। আগুৱাই যোৱা অন্তৰা, বহুত মৰম তোমালৈ।
খুউব সুন্দৰ, পিতৃ-কণ্যাৰ গীতৰ যুগলবন্দী সঁচাকৈয়ে অতুলনীয় । শুনিলে শুনি থাকিবৰ মন যায় । তোমালোক দুয়োলৈ বহুত বহুত মৰম আশীৰ্বাদ আৰু অলেখ শুভকামনা জনালোঁ । আৰু বহুত আগুৱাই যোৱা, অন্তৰেৰে তাৰেই কামনা কৰিছোঁ,,,,,
Yes very ñice
Hi
তোমাক বহুত বহুত মৰম ভাল পোৱা যাচিলো।
OM Gonna poteyo NoMh Nice job ANTARA I Like it More More again🌹🌼💟🌸🌻4⃣🌹🌼💟🌸💗🌻
Moi aji 2 Basar dhari 100 barar uparat shunilo shuniye thakib mon jay bohut bohut dhuniya gaise
Thank you
Beautiful oldy song which recall all my memory
গীতটি পলমকৈ শুনিলো, বৰ সুন্দৰকৈ পৰিবেশন কৰিছা, দুয়ো সুন্দৰ কণ্ঠৰ অধিকাৰী, আগুৱাই যোৱা, আৰ্শীবাদ থাকিল,
DddddddaDDR
Nice
@@lakichutialakichutia5199kj!p{nu been seen ki hmemr. A
H
Excellent Really Heart Touching
Nice song ❤❤❤❤
সচাঁকৈয়েই বহুত সুন্দৰ হৈছে
Sweet voice.
Dhuniya voice munu jonir❤❤❤
গীতটো সুন্দৰ ভাবে পৰিবেশন কৰিছে, ভাল লাগিল লগতে ধন্যবাদ জনাইছো 👍👍👍😊
Bht dhunia hoise aguai jua....
ধন্যবাদ
ছেছতা অব্যাহত ৰাখীবা মইনা সুন্দৰ কণ্ঠ
Ppppppppppppppppppp
দেৰিকৈ হলেও বহুতবাৰ শুনিলো ।পিতৃকণ্যাৰ কণ্ঠৰ এই গীতটি ।বহুত ভাল লাগে ।এনে দ্বৈতকণ্ঠ মোৰ বৰ প্ৰিয় ।❤️❤️❤️
Ankita tomale bohut suva kamona thakil aru bohu bur aguai gaba lagiba
Qt voice maina joni love you..❤💜❤
Excellent👍 God bless you❤
Excellent mainajonir voice......
Amazing voice Antara, wish your bright future
This song is already one of the sweetest of Assamese. The combination of father and daughter added colour and flavours to it.... wonderful.
সুন্দৰ মানে 🙏🏽🙏🏽🙏🏽
অতি মধূৰ, ঘূৰাই ঘূৰাই শুনিছো৷পিতৃ কণ্যাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো৷
98
মাজনী দীর্ঘায়ু হওক তোমাৰ এই যাত্রা।।
Sweet, heart touching song ❤❤❤❤❤, heart breaking ❤❤❤ lovely Sweet Antara. Future is bright 🎉
Nice val lagisa hundor kontha god bless you
কণ মানি জনী মাতত গান গাওঁতে থাকিব লগীয়া সকলো খিনি গুনেই আছে।শুনি ভাল লাগিল ।আশিৰ্বাদ কৰিছো ভৱিষ্যতে এগৰাকী ভাল গায়িকা হৈ জিলিকি থাকিবা।
Nh
Ekebare mur monor kothake koise ....jiman easily gaise tew xeitu scale maintain karatu iman hojox nohoy
Dipu
Great song 👍👍🎶
বৰ ভাল লাগিল মাইনা তোমাৰ ভবিষ্যতলৈ আগূয়াই য়োৱা
Bahut. Val. Hoisa
Bor dhuniya ooo voice tu.....👌
সুন্দৰ, কণমানি জনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
lllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllll
Hii Moja
@@enamulhoque6914😅😅uuiukuiikkkkkkk*
@@hemrajhemraj25000ppß
.
@@hemrajhemraj2500djdwstehmkrjmfj😂❤😊bm
সুন্দৰ হৈছে
কন মানি জনীয়ে বহুত ভাল গাইচে ।😍😍👍🏻👍🏻👌🏻👌🏻
Wowwww...so sweet Voice ♥️😘🥰🤗
বহুুত ভাল লাগিচে ধন্যৱাদ
মাইনা জনিলৈ অফুৰন্ত মৰম আৰু আৰ্শীবাদ
I love this song, and dhuniya gaise 2jone geet to,
মাইনাজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো
Zz✨🌾 🌾 🌾
😏😏😏😏😏
😏😏😏😏😏😏😏
😏🕓🕓😏🕓🕓😏
😏🕓🎱😏🕓🎱😏
😏😏😏😏😏😏😏
😏😏😏✔😏😏😏
🌀😏😏😏😏😏🌀
😏🌀😏😏😏🌀😏👍
👉🌀🌀🌀🌀🌀🌀
🌀🌀🕐🌀🌀🌀🌀
🌀🌀🕐🕐🕐🌀🌀
🌀🌀🌀🌀🌀🌀🌀
🌀🌀🌀🌀🌀
👟 👟
zzeb
তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।।।।। ভগৱানে তোমাক আশীষ নিৰ্মালি দিয়ক।।।❤️❤️❤️
721dl ye fws2wz rjy
বহুত সুন্দৰ
Verry verry. Nice Song.god bless you
সুন্দৰ👌👌👌
অকমানিজনী বহুত ধুনীয়া গাইছে 👌
উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
She is a top singer.
God bless you.
Good girl.
মইনা জনীৰ কন্ঠক উজ্জ্বল ভবিষ্যত কামনা কৰিছোঁ ধন্যবাদ থাকিল জয় আই অসম মইনা
Dgcbchvvvhhugffhhchcdxhccjff dfdytftggfghgfffddgcçfcfxgc ffdtfdf thfffgffffghfhgffg fgfgg fffggffjgghfjhfgyfdytufyguyghjfyyfhhyigyv ghhggjfjjjhjjgjigjijkggjh tu uyuufyy gu uf tu ya ft g hu yyuhb hhhgh
Eman sundar kantha! God bless you
My childhood's sweetsweet song...love both of your sweet sweet boices...God bless you..
সুন্দৰ । দেউতাকে নিজৰ কণ্যাক সুন্দৰ সংস্কাৰ দিয়াৰ বাবে ভাল লাগিছে ।
So sweet cutie pie
Up
@@dulalkrsaikia8843 zip,, MN. M
বহুত বহুত ধুনীয়া লাগিছে,,👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌
🎉❤❤❤❤❤❤😢😮😅😊😂🎉🎉🎉😮😮😮😮😮
🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤❤❤😢😢😢😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😊😊😊😊😊😊😊😊😊😊😊😊
😊😊uwoehbag you can get a new one is for your time ❤
বহোত ধুনীয়া লাগিছে ধন্যবাদ
বহুত সুন্দৰ কণ্ঠ, শুনিলে শুনি থাকিবৰ মন যাই
Thank you
Very good 😊
Ki hundor voice, congratulations 👍👍👍👍
অতি সুন্দৰ। ভাল লাগিল
Beautiful Both daughter and father voice very attractive ❤️🤩
What a tremendous voice our little one |👍it's wao
মাইনাজনীৰ উজ্বল ভৱিষ্যত কামনা কৰিলো
Monor pora koisu bhut bhut vl lgise.all tha best.papa and beti
Very very nice mur sunjani.live long.god be with you.
Wow beta nice voice.. and you are so cute... God bless you❤
ভাল লাগিল, কনমানিজনী আৰু আগোৱাই যাবলৈ আশীবাদ থাকিল।
P
বৰ ধুনীয়া লাগিছে। দুয়োকে।
Ganto sundar hoisai sundar bhabishat achai
Bohut val lagil, agoloi aru geet agbohai jen , akha thakil ❤️❤️✨✨
বহুত সুন্দৰ হৈছে। ভগৱানে তোমাক আৰু শক্তি দিয়ক👍🏽👌🏽👌🏽👌🏽
Hosai
@@axombaruahdodai7695
অসমীয়াতে লিখিব বুলি আশা কৰিলো🙏
😂
@@axombaruahdodai7695
Hohakoi hundor
New subscriber....সচাকে গানটু শুনি বহুত ভাল লাগিলে...❤️💔💔💓❤️🔯🌟🌟🌟🎧🎶🎵🎤
Nice
Nice voice and nice singer godbless you ,you will be singer
Bohut.bohut..val.lagil♥️♥️♥️💕💕💕❤️❤️❤️❤️❤️
Beautiful
বৰ সুন্দৰ কণ্ঠ।সঁচাকৈ মাইনা জনীক বৰ মৰম লাগিছে ।আপোনালোকৰ কণ্ঠত আকৌ গীত শুনিব পাম বুলি আশা কৰিলো ।🙏🙏🧡
ইমান ধুনীয়া সুৰ কণমানিজনীৰ 😍😍😍😍😍😍😍😍😍
Excellent. Bahut dhunia awaz mainajanir.
বহুত ভাল লাগিল
অতি সুন্দৰ ভাৱে প্ৰদৰ্শন কৰা হৈছে এই গীতটো ।
Atu geetne got ole moi School ot gam
❤❤❤❤❤❤❤❤❤❤❤❤
অতি সুন্দৰ, সঁচাকৈ ❤❤❤
বহু ত ভাল লাগিছে।এনেকোৱা বহুতো গীত তোমাৰ কণ্ঠত পোৱাৰ আশা কৰিলো।
🥰🥰🥰💞💕💞💕💞
Very nice Hitesh deka alta
বৰ সুন্দৰ হৈছে। ধন্যবাদ।
Bhut dhuniya anekoi a agbhahi juwa
মইনাজনী খুব ধুনীয়া গাইছে, ছোৱালীজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।।।
কেৱলকাই পোৱালিৰ ভইছ্ ইউনিক দেই। বহুত ভাল লাগিল দেই।
বহু বহুত সুন্দৰ কন্ঠ