Habung Bihu Husori Dol-2024 | হাবুঙ বিহু হুঁচৰি দল-ধেমাজি |
Вставка
- Опубліковано 25 кві 2024
- বহাগী ক্ষেত্ৰ চৌকিডিঙ্গী খেলপথাৰত সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় বাসীৰ সহযোগত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ৰঙালী উৎসৱৰ বিহু হুঁচৰি প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দল (যুটীয়া) হাবুঙ বিহু হুঁচৰি দল- ধেমাজি জিলা । দলটিলৈ বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো
#Bihu_2024
#husori_bihu
#Habung_bihu_husori_dol
#bihu
Habung Bihu Husori Dol-2024
Bihu Husori
Chowkidingee bihu 2024 - Розваги
Ki dhunia ka gaise o gan 2 bohut mojja lagise 20 bar uport gan gua dokhor saisu amoni nlage mne mur bohut mon ase habung bihut gabole parile next year sabo sun moi video ata dim baru pepa bojua apunalukor bihu juat bojua koli kaita boijai dim
বহুত বহুত ভাল লাগিল চাই ,হাবোং ৰ হুঁচৰি দলটিৰ প্ৰতেক বিহুৱা বিহুৱতী মোৰ সুভ কামনা জনালোঁ আৰু লগতে দীৰ্ঘায়ু কামনা কৰিছোঁ ।🙏🙏
আহোমৰ ৰাজধানী হাবুঙ। হুঁচৰি বিহু দেউতাক হাবুঙ❤❤❤।
হাবুং হুঁচৰি যোৱা চাবলৈ অতি আগ্ৰহেৰে ৰৈ থাকো বহুত ভাল লাগে গায়ক ৰ কণ্ঠ ও বহুত ধুনীয়া মানুহ ৰ মন চুই যায় এই হুঁচৰি যোৱাই সদায় এ যেন এনেকৈ এ আগুৱাই যায়
অতি সুন্দৰ হৈছে বিহুখন পকিচে দেই 💞🥰🤗👌👍
হাবুঙ বিহু হুঁচৰি দল-ধেমাজি ❤
Juakali amar Moran Tiloloinagar Bihu honmilon khonit pai bor anondo palu 😍❤
সত্য, দ্বীপ ,পাৰ্থদা, প্ৰিতম ভাইটি , টেঙাপুখুৰীৰ বন্ধু বহুত মৰম সকলোলৈকে গোটেই বিহুৱা বিহুৱতীলৈ আন্তৰিক মৰম যাচিলো ❤❤❤❤❤ অহা বছৰ মইয়ো জাম
হাবুং ❣️ চৰাইদেউৰ পৰা বহুত শুভেচ্ছা ।
ঢোলে গৰজিলে অ ৰুণু...ইমান আকুলতাৰে গাইছে। বাৰে বাৰে সেইখিনিয়ে শুনিছো।❤
ধেমাজী গৌৰৱ❤
টকা লোৱা ল'ৰাজনৰ বহুত সুৱলা কণ্ঠ। সুন্দৰ পৰিবেশন। বিহুনামকেইটাও ভাল লাগিল শুনি।❤
Satyajit sivasagar simoluguri lora❤
বহুত ভাল লাগিল❤
Dhunia hoise de Habung bihu husari dol
Uff eman dhuniya lagise 🥰 muru mon jai anekuwa husoridolot jabo😢
Bahut val lagil
অতি সুন্দৰ
বহুত ভাল লাগিল দেই।
ভাল লাগিল চাই
মন চুই গৈছে। লগ পাবলৈ মন দলটোক।
হাবুং হুঁচৰি দলটো প্ৰথম দলটোৰ পৰা এ চাই আহিছোঁ 😊♥️
Val lagil sai bihuwati result nai diya naki apunak dekhisilu kali val lagil❤😊
Ati hundor... Dhemaji bakhi hisape habung k loi gourab anubhav kresyuu...
ধেমাজিৰ গৌৰৱ হাবুং
জয় হাবুং ❤
Habung jui 🔥🔥🔥
Khub dhunia ❤
Ati sundar hoise bhut bhut val lagil husori jura nmoti aru nasoni keijon bhut val hoise ❤👍🙏
Bahut val hoise ; please upload more husori
Oti hundor❤
Dhuniya hoise,Haru dhuniya nasisa।
কি সুন্দৰ অপূৰ্ব ধুনীয়া বিহু❤ ।
অতি সুন্দৰ🎉🎉👍👍
Dhunia Dhuniya
❤❤❤nice bihu❤❤
Love from dhemaji ❤❤
Nice ❤🎉❤❤
Wow background tu kintu heavy
🙏🙏
সুন্দৰ হৈইছে পৰিবেশন
Ultimate kintu ekdm deserving ❤
Khub dhunya lagila ❤
Satya vai mozzzaaaahhhh. Ru nasoni jonir kontho tu hosake huwola
সঁচাই বৰ ধুনীয়া হৈছে ❤
Nich🎉🎉🎉❤❤❤
সুন্দৰ🥰
বিহুযোৰাৰ লগতে ভিডিঅ ৰেকৰ্ডিং সুন্দৰ হৈছে।
ধেমাজীৰ গৌৰৱ ❤
Kali apunar usrte asilu😊...bihukhn sai val lagil❣️
ধন্যবাদ
🔥🔥🔥🔥Powerful performance.
❤I like it 🎉
Br dhuniya
আমাৰ ডিব্ৰুগড়ৰৰ গৌৰৱ চৌকিডিঙীৰ বিহু মঞ্চ❤
Habhong Bihu Silapathar Dhemaji Assam
ধেমাজি ❤❤❤
Bordoisila diok dada
Moja
সুন্দৰ ❤️
Congratulations 🎉❤
Ultimate
Bhorali jui❤
Nich
Superb
Thanks 🤗
Ati xundar
আপোনাক দেখিছিলো সিদিনা তাত ।আপুনি ব্যস্ত থকা কাৰনে আমনি নকৰিলো । বাকি ভিডিঅ টো ভাল লাগিল।❤❤
ধন্যবাদ ধন্যবাদ 🙏
Very nice, What a Assamese culture Happy Rangali.God bless you all.
Vl lagile performance Birina bihu husori dol r video upload koribo sn dada
সুন্দৰ হুচৰি দল।❤
Bhut dhunia hoise❤..... energy maniba lagiba.
মজ্জা
আইজ্জৌ কৃষ্ণ ৷ ইমান যে সুন্দৰ হৈছে হুঁচৰি যোৰা ৷ ❤ একেবাৰে গড়গড়াই গৈছে ৷ Enjoyed a lot.🎊🎊
Satyajit bhaiti hundor kontho
Chinmoy main ❤🤣💥💥💥
Dhule gorojile O runu❤😭 eman dhuniya
বৰ ভাল লাগিল
Dada kali apunk dekhi vl lagil...
ধন্যবাদ
❤
Nice
Satya da 🔥🔥🔥❤❤❤
Nai teo
❤❤❤❤❤❤❤❤
Satya da zeng
ua-cam.com/video/vFRLws0jgQ4/v-deo.html
হাবুং বিহু হুঁচৰি
29 ,30/04/2024 Dhemajir, Bordolonit ase ahibo
Hunder😊😊🎉🎉
Feels extremely happy to my brothers killing the stage 😭💓
Bharaliparia bihu dol tur video dibo sun
যি পাও তাকে গাও
হুচ এৰি দৌৰি যাও
ভিন্ন নাম ভিন্ন সুৰ
তেনে বোৰেই বোলে বিহুৰ মুল
বোলে প্ৰনামো সৰস্বতী ধৰি যাও নাম
মনত যি আহিব তাকেহে গাম
জয় ৰাম জয় হৰি
আমি গাও হুচ এৰি
Husori jura sale mn tu nejai nejai vl lge.Bor dhuniya hoisa daiii ❤.
Bihuwati video upload korok chowkidingit
korem
দ্বিতীয় যোৰা পাম নে
pbo
দাদা,, এই দলটোত জইন কৰিব বিচাৰো মই,, কি কৰিব লাগিব?
আহিবা 🎉
দাদাা,, আমাৰ এইফালে, মানে তিনিচুকীয়া ফিলবাৰী অঞ্চলৰ, গাভৰুভেটিত হুঁচৰি প্ৰতিযোগিতা ১৩ মে ' ২০২৪ সোমবাৰে (৩০ ব'হাগ, ১৯৪৬ শক)-ত অনুষ্ঠিত হব। গতিকে আপোনালোকক অংশগ্ৰহণ কৰিবলৈ মতা হৈছে ।
নিশ্চয় 😊
Aru Kun jua husori ye pale first
Rangmon Enajori
Charaideo jorai napale niki
Ronghor a ki place pale
aku napale
Rongmon 1st. Ronghor naipua
Fkotia mudi ads time pss kam nai ei bur .. val video ata sua agot ei burei matha beya kore slla
Juwa bosor gan guwa lora kita
aibr nai je ki hol Satyajit Das kit gol
Oti hundor❤❤❤❤❤❤
Nich
❤
Nice
Thanks