কৈলাসতে নাচে শিৱই | kailashote Nase shivai | Dihanam | Shivarati geet | Tukarigeet | Pranab dihingia

Поділитися
Вставка
  • Опубліковано 16 лис 2024

КОМЕНТАРІ • 647

  • @mukulborah7212
    @mukulborah7212 8 місяців тому +11

    Deep .....proud of japisajia
    Dhunia hoise❤

  • @smbworld9857
    @smbworld9857 8 місяців тому +2

    Bor Dhuniya Hoise ❤

  • @DipankarGogoi-j5i
    @DipankarGogoi-j5i 8 місяців тому +2

    Hundor hoise.. huni bht vl lagile

  • @tayeaao7813
    @tayeaao7813 7 місяців тому +2

    Aru Notun Horinam Hunibar Babe Roi Asu Dada ❤

  • @digantaphukan3700
    @digantaphukan3700 8 місяців тому +2

    Bor val hoise sei.....❤❤❤

  • @pradipgogoi3085
    @pradipgogoi3085 8 місяців тому +2

    Majjaa lagil dei

  • @papusonowal5217
    @papusonowal5217 8 місяців тому +3

    ভাল লাগিল।

  • @ManjitDas-tq1ij
    @ManjitDas-tq1ij 8 місяців тому +2

    ❤❤❤...dhuniya hoise...

  • @pankajbonia799
    @pankajbonia799 8 місяців тому +2

    Hundor ❤ Jai Bholanath 🙏

  • @dimplekashyap6690
    @dimplekashyap6690 8 місяців тому +2

    Bohut dhunia 👍

  • @nextlevel7850
    @nextlevel7850 8 місяців тому +3

    Mojja 🎉❤

  • @muningogoi9156
    @muningogoi9156 8 місяців тому +3

    Hundor jui🔥🔥🔥💥

  • @সংস্থাপন
    @সংস্থাপন 8 місяців тому +13

    বহু ত ধুনীয়া হৈছে অদূৰ ভৱিষ্যতে আৰু আশা কৰিলো

  • @HarkhajitGogoi-n2q
    @HarkhajitGogoi-n2q 21 день тому +1

    Hundor ❤jai bholanath

  • @namratagohain9950
    @namratagohain9950 8 місяців тому +2

    Borhiyaa😍

  • @mohannath6515
    @mohannath6515 8 місяців тому +13

    ঔঁ নমঃ শিৱয় , সুন্দৰ হৈছে 🎉

  • @simplyflywithpankaj6249
    @simplyflywithpankaj6249 8 місяців тому +2

    Boom Boom .... Jai Mahakal...

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 місяців тому +26

    সচাকৈ দেই গীটটো শুনি খুবেই আনন্দ পালো, ইমানেই ভাল পালোঁ যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ বা পোৱা নাই,, সেয়ে আপোনালোকে গাই যাওক চোন বিশেষ কৈ গুৰুত্ব প্রদান দি গোৱা বাবেই সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল যে কবলৈ ভাষা নাই ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক ইমানেই ভাল পালোঁ,,,

  • @sankarbora6730
    @sankarbora6730 8 місяців тому +2

    Bht vl lgil dada.... Siboratir krone vl nm party ata lgisil dada....

  • @surujkumarborah7473
    @surujkumarborah7473 8 місяців тому +3

    Bohut xundor bohut a val lagil hkoluloi dhynabad jonalu har har mahadev❤🙏🙏🌎

  • @purnakantakalita8383
    @purnakantakalita8383 8 місяців тому +9

    হৰ হৰ মহাদেৱ❤

  • @dadulborah6003
    @dadulborah6003 8 місяців тому +3

    বর ভাল লাগিল। আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছো

  • @bikashborgohain4193
    @bikashborgohain4193 8 місяців тому +2

    Dip mojja

  • @harnathkakati4230
    @harnathkakati4230 8 місяців тому +2

    Sundar hoise

  • @sauravkakoty
    @sauravkakoty 8 місяців тому +2

    Har har mahadev Bor hundar hoise Val lagil

  • @piyushphukan
    @piyushphukan 8 місяців тому +3

    Deep , bhushan juii 🔥
    Har har Mahadev 🔱

  • @debojitbhuyan460
    @debojitbhuyan460 8 місяців тому +2

    Hundor hoise 🎉❤😊

  • @sivasaikia4942
    @sivasaikia4942 8 місяців тому +2

    Bohut dhuniya

  • @jitunath7719
    @jitunath7719 8 місяців тому +1

    Xosai 🔥 hoise❤

  • @abhisheksaikiaofficial
    @abhisheksaikiaofficial 8 місяців тому +2

    ইমান সুন্দৰ হৈছে ❤❤

  • @DharmeswarBoruah-e6d
    @DharmeswarBoruah-e6d 2 місяці тому +2

    Ati sundar lagil dei dhanyabad giyapan karilu

  • @dharitrisaikia3695
    @dharitrisaikia3695 8 місяців тому +3

    Dhuniya 💗

  • @Ayanbikashsaikia
    @Ayanbikashsaikia 8 місяців тому +2

    Joi lokhya deep da

  • @explorewithkinjon
    @explorewithkinjon 8 місяців тому +2

    Lucky daaa🔥❤️

  • @বিহুৱাযতীন
    @বিহুৱাযতীন 8 місяців тому +2

    কি সুন্দৰ অপূৰ্ব ❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 місяців тому +10

    সচা,,কৈ গীতটোৰ পৰিৱেশন চাইও ভাল লাগিল, এনেধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনি,ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয়, মোৰ নাচিবলৈ খুবেই মন যায়, কিন্তু কি নো কম সচাকৈ কৈলাশলৈ যাবলৈ সাজু হমযেন লাগে,,,,,

  • @nomoskarbondhu8099
    @nomoskarbondhu8099 8 місяців тому +8

    হৰ হৰ মহাদেৱ ৷সকলোৱে সহযোগিতা অতুলনীয়

  • @dhurbaregonregon2384
    @dhurbaregonregon2384 8 місяців тому +4

    সুন্দৰ কন্ঠ❤হৰ হৰ মহাদেৱ 🙏

  • @champak8918
    @champak8918 8 місяців тому +6

    ধুনীয়া হৈছে দেই

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 місяців тому +4

    হৰ হৰ মহাদেৱ জয় হওক আপোনাৰ, এনে ধৰণৰ গীত শুনিবলৈ পাই অতিকৈ আনন্দ পালো যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ আপোনাসবক দিবলৈ, সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ খুবেই ভাল লাগিল সেয়ে আপোনালোকে গাই যাওক ইমান ভাল লাগিল, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক ইয়াকে কলো,,

  • @Deepanjali_D_Das
    @Deepanjali_D_Das 8 місяців тому +2

    Dhuniya 😊

  • @Pompii...
    @Pompii... 8 місяців тому +3

    শুভেচ্ছা যাছিলো❤

  • @anjusaikia2483
    @anjusaikia2483 8 місяців тому +3

    বৰ ভাল লাগিল❤❤❤

  • @gyandeepflute
    @gyandeepflute 8 місяців тому +2

    Chandra , bhoirab ❤❤🔥🔥

  • @lajmisaikia524
    @lajmisaikia524 8 місяців тому +8

    Har har Mahadev 🙏❤️
    Bht dhunia hoise💐

  • @JahnuSaikiaVisuls
    @JahnuSaikiaVisuls 8 місяців тому +8

    Bhusan r kontor hoite agor porai sinaki ❤ aru vaiti lucky tur hat khon hosakoi bohut val o ❤ agbahi juwa dui jon 🎉

  • @manojpatgiri5151
    @manojpatgiri5151 8 місяців тому +2

    Oti hundor hoise 🙏🙏

  • @DulalBorgohain1983
    @DulalBorgohain1983 8 місяців тому +1

    সুন্দৰ হৈছে

  • @JadumoniGogoi-m8s
    @JadumoniGogoi-m8s 8 місяців тому +3

    Gullllli disa bhusan...God bless u 🎉❤

  • @jyotishpratimtamuli7752
    @jyotishpratimtamuli7752 8 місяців тому +8

    বৰ ধুনীয়া হৈছে দেই । ভূষণ লাকী 🔥

  • @DipankarDas-pp5zz
    @DipankarDas-pp5zz 8 місяців тому +11

    বৰ সুন্দৰ হৈছে

  • @jibannath6245
    @jibannath6245 8 місяців тому +2

    Bhut dhuniya lagaise ❤❤

  • @madhabdutta9807
    @madhabdutta9807 8 місяців тому +2

    Mojja

  • @ChayanikaSaikia-ec3pc
    @ChayanikaSaikia-ec3pc 8 місяців тому +3

    Dhuniya deii❤

  • @BuddhaGogoi-h1w
    @BuddhaGogoi-h1w 4 місяці тому +2

    🥰🥰🥰🙏🙏 বহুত ধুনীয়া লাগিল

  • @jharitdutta9631
    @jharitdutta9631 8 місяців тому +9

    ❤❤❤❤ উফ আগুৱাই যোৱা

  • @dutta22
    @dutta22 8 місяців тому +6

    ধেমাজীৰ গৌৰৱ,অসম গৌৰৱ আমাৰ প্ৰণৱ দা❤

  • @surajkumarram9527
    @surajkumarram9527 8 місяців тому +1

    অতি সুন্দৰ ❤❤❤❤❤❤

  • @saratnath6782
    @saratnath6782 8 місяців тому +2

    হৰ হৰ মহাদেৱ

  • @dipankarborah9953
    @dipankarborah9953 8 місяців тому +6

    Bht besi dhunia hoise ❤🎉🎉

  • @dipchangmai44
    @dipchangmai44 8 місяців тому +7

    Emn val lagise hoitu vakhare porokh koribo nuwaru .. om namah Shivay ❤

  • @mrkunal7279
    @mrkunal7279 8 місяців тому +1

    খুন্দৰ 🙏

  • @dipsaikia4373
    @dipsaikia4373 8 місяців тому +2

    বহুত ভাল লাগিছে।

  • @khirudkalita1345
    @khirudkalita1345 8 місяців тому +2

    আপ্লুত হ'লো ❤

  • @ankurpritomentertainment2863
    @ankurpritomentertainment2863 8 місяців тому +7

    হৰ হৰ মহাদেৱ ❤🙏

  • @Megharanjan.346
    @Megharanjan.346 8 місяців тому +2

    সুন্দৰ লাগিছে❤ 🙏🙏

  • @nilakhisonowal5032
    @nilakhisonowal5032 8 місяців тому +4

    Har har mahadeb 🙏🙏🙏🕉🔥 Bohut dhuniya kontha 🙏🙏

  • @MainiGogoi-n6l
    @MainiGogoi-n6l 8 місяців тому +1

    অতি সুন্দৰ ❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 місяців тому +4

    সুন্দৰ আৰু শুনিও আনন্দ পালো মোৰ মনটো কৰবালৈ উৰা মাৰিলে আৰু দেহাটোও শাঁত পৰি গল ধন্যবাদ থাকিল,,,,, কৈলাশৰ টোকাৰী বজালে বাজিব যিদিনা মই,,, শুনি খুবেই ভাল লাগিল,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 7 місяців тому

      গীত টো শুনি মই খুবেই ভাল পালোঁ, এনে গীত শুনিবলৈ পালে মনটো কৰবালৈ উৰা মাৰে আৰু তেতিয়াই কত আছোঁ নিজেই কব নোৱাৰা হও,,,,,,,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 7 місяців тому

      নমস্কাৰ,,,, এই পুৱাতে মৰানত আপোনাসবৰ এই টোকাৰী গীত শুনি আছোঁ, আৰু পৰিৱেশন চাইও আছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালো সকলোলৈ,, আৰু ঘৰৰ সকলোৱেই গীত টো শুনি আছে, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ, ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দি সুখেৰে ৰাখক এই মানসেৰে ই,,

  • @babulbora4032
    @babulbora4032 8 місяців тому +2

    Bhut bhut val lagel nasi delu ❤🎉

  • @JunDas-mm6ib
    @JunDas-mm6ib 8 місяців тому +1

    খুন্দৰ হৈছে ❤️‍🩹🙏🤗

  • @RimliKolita-hl2ue
    @RimliKolita-hl2ue 8 місяців тому +1

    মহাদেৱ ❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 місяців тому +4

    অতিকৈ সুন্দৰ আৰু শুনিলে শুনি থাকিবলৈ মন যায় মোৰো,, কিযে সুৰৰ সমাহাৰ, সুন্দৰ হৈছে অতিকৈ সুন্দৰ হৈছে আৰু পুৱা তে এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনত ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন ভাৱ হয়,,আপোনাৰ গীতৰ সুৰ শুনি মই খুবেই আনন্দ পালো ভবিষ্যত এনেধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে, মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক আৰু পৰিৱেশন চাইও ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ হৈছে,,,,,,,

  • @amarsaikia-i8v
    @amarsaikia-i8v 8 місяців тому +6

    Khub hundor hoixe aru aguai ja ...

  • @user-suku24
    @user-suku24 8 місяців тому +5

    Har har mahadev.....🙏🙏 oti hundor hoise

  • @tileswaryein1295
    @tileswaryein1295 8 місяців тому +4

    উপষ্ঠাপন 'পৰিবেশনৰ প্ৰণালীৱদ্ধ প্ৰকাশভংগী সঁচাকৈ দৃষ্টি আকৰ্ষণ কৰিছে। বহূত ----------ধন্যবাদ থাকিল।
    From
    Tileswar yein
    Desangmukh-- s v r🙏🙏🙏🙏🙏.

  • @akhimdaimary5525
    @akhimdaimary5525 8 місяців тому +3

    Harr harr mahadev ❤❤❤❤❤🎉

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 місяців тому +6

    নমস্কাৰ, শুভেচ্ছা জনালো,, গাই যাওক চোন,, সুন্দৰ ৰ সৈতে জড়িত হওক,, আপোনাৰ এই টোকাৰী গীত টো শুনি মই খুবেই ভাল পালোঁ,, বিশেষকৈ মহাদেৱ শম্ভু শংকৰকলৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ শুনি খুবেই ভাল লাগিল,,, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ, চেষ্টা কৰি চাব চোন,,,,

  • @HirenChangmai-t8u
    @HirenChangmai-t8u 8 місяців тому +1

    Moina hoise dada

  • @debajitphukan1989
    @debajitphukan1989 8 місяців тому +3

    Har har mahadev bom Bholanath🙏

  • @papuneog7487
    @papuneog7487 8 місяців тому +1

    অতি সুন্দৰ ।

  • @mukulborah7212
    @mukulborah7212 8 місяців тому +2

    Bohut val lagise

  • @dipankorboruah1746
    @dipankorboruah1746 8 місяців тому +2

    Har har mahadev 🔱🔱🔱🔥🔥

  • @putalakakati5002
    @putalakakati5002 8 місяців тому +2

    🙏🙏🙏🙏🙏 হৰ হৰ মহাদেৱ

  • @poppybora-id4jx
    @poppybora-id4jx 8 місяців тому

    সুন্দৰ হৈছে। 🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 місяців тому +7

    শিৱৰাতিৰ গীত টো শুনিবলৈ পাই মই অতিকৈ আনন্দ পালো, এনে গীতে মনটোক ভগৱানৰ চৰণত সমর্পণ কৰিবলৈ বাধ্য হ ও মই অতিকৈ, সেয়ে আপোনালোকে গাই যাওক চোন বিশেষ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে আৰু ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দি সুখেৰে ৰাখক এই মানসেৰে ই,,

  • @rajagangu4952
    @rajagangu4952 8 місяців тому +6

    বাঁহী বাদক জনৰ বাঁহী সুৰত পুৰণি ঠাঁচ বোৰ সোমাইছে ভাল লাগিছে । ❤❤❤ সুন্দৰ হৈছে

  • @nanditabora7001
    @nanditabora7001 8 місяців тому +3

    Bohut bohut dhunea lagise 🥰🥰🥰🥰

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 місяців тому +4

    সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল,,,

  • @tarubaruah4062
    @tarubaruah4062 8 місяців тому +2

    Eman val lagil huni bor monporakha ati dihanam
    Om nomoh
    Sivhayam

  • @hirensaika9329
    @hirensaika9329 8 місяців тому +5

    Dhuniya lgise ❤

  • @sabitaassamesegirl255
    @sabitaassamesegirl255 8 місяців тому +2

    সুন্দৰ ❤❤❤
    আগুৱাই যোৱা সদায় 🙏🙏🙏😍

  • @DISHANT-x2h
    @DISHANT-x2h 8 місяців тому +7

    শিৰতে ফেঁটী সাপ এই শব্দটোৰ বাদে বাকীবোৰ বৰ সুন্দৰ হৈছে

    • @hmahanta71
      @hmahanta71 4 місяці тому

      Hoi Bashuki bulibo lagisil..bhokot tu tekhet sadharon pheti saap nohoi. Olop owomanona hol. Baki sundor lagise geet ti 🙏

  • @___borah___07
    @___borah___07 8 місяців тому +4

    Juii 🔥🔥❣️❣️

  • @mintusmemes7184
    @mintusmemes7184 Місяць тому +3

    Jutula jutuli konthau ba dhuniya

  • @hemantashibaborah1656
    @hemantashibaborah1656 8 місяців тому +4

    Bom bom ❤❤❤❤jui logala lorahot🔥🔥🔥🔥🔥🔥🔥😀

  • @madhabjyoti3015
    @madhabjyoti3015 8 місяців тому +2

    Dhunia.

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 місяців тому +2

    বিশেষকৈ বিগত সময়ছোৱাত মই এনে গীত শুনাই নাছিলো, আৰু এতিয়া আপোনাসবৰ এই গীতটো টো শুনিবলৈ পাই মনতে খুব আনন্দ পালো, সেয়ে আপোনালোকক কবলৈ ভাষা ই বিচাৰি নাপালোঁ, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ, ভগৱানে আপোনালোক কুশল ৰাখক আপোনালোকক সংগ দি সুখ দি বাধিত কৰক ইমানেই আৰু এই মানসৰেই,,,,,,,

  • @debojitsaikia2867
    @debojitsaikia2867 8 місяців тому

    বহুত ধুনীয়া

  • @DebojitChutia-yo3xt
    @DebojitChutia-yo3xt 8 місяців тому +3

    Val lagil ❤aru aguai jua tare kamona korilu bhogowanor usorot🙏🙏