'' ৰাঙলী কাজলি নন্দৰ চাৰিজনী গাই '' ধেমাজি প্ৰণৱ দিহিঙ্গীয়া ।।

Поділитися
Вставка
  • Опубліковано 18 жов 2024

КОМЕНТАРІ • 695

  • @dipankarlahan1390
    @dipankarlahan1390 3 роки тому +26

    সঁচাকৈয়ে এক অতুলনীয় অনুভৱ।বহুত ভাল লাগিল। ওচৰৰ পৰা চাবলৈ পাই নিজকে ভাগ্যবান যেন অনুভৱ কৰিলো।🙏কৃষ্ণ🙏

  • @monimaikoch4438
    @monimaikoch4438 2 роки тому +36

    অতি সুন্দৰ ....... নামতিৰ পৰা ধৰি নেগেৰা বাদক , গুৰুবাদ্য খোল , তালৰ লগতে বাঁহী বাদকলৈ মোৰ ফালৰ পৰা অশেষ শুভ কামনা ।
    আগলৈ আৰু আগুৱাই যাওক তাৰে কামনা কৰিলো

    • @Dhemajikendriyaharinam
      @Dhemajikendriyaharinam  2 роки тому +1

      ধন্যবাদ।

    • @bhumisvlogs6005
      @bhumisvlogs6005 2 роки тому

      এই দলটি মই এবাৰ লগ ধৰিব বিচাৰো। যোগৰ ঠিকনাটো পাৰিলে জনাবচোন।

    • @Dhemajikendriyaharinam
      @Dhemajikendriyaharinam  2 роки тому +1

      Dhemaji 8011217272

    • @dipukuki8071
      @dipukuki8071 2 роки тому +1

      @@Dhemajikendriyaharinam Dada ai team tu nimontron jonabo pora jai ne ,,,jonabo sun

    • @Dhemajikendriyaharinam
      @Dhemajikendriyaharinam  2 роки тому +1

      Parib

  • @preronabhuyan22
    @preronabhuyan22 3 роки тому +88

    অতুলনীয় হৰি নাম। অতি সুন্দৰ পৰিৱেশন।🙏🏻 কৃষ্ণ

  • @sewalideka6869
    @sewalideka6869 Рік тому +11

    🥰🥰🥰🥰🥰অতি সুন্দৰ প্ৰদৰ্শন। ইয়াতকৈ আৰু কি লাগে।বহুত ভাল লাগিল শুনি কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @nilamanihaloi7861
    @nilamanihaloi7861 2 роки тому +26

    অতি মনোমোহা দৃশ্য । হৰিনাম মোৰ অতিকৈ প্ৰিয় ।

  • @soundofsilence5505
    @soundofsilence5505 2 роки тому +5

    ইয়াত কৈ সুন্দৰ সংস্কৃতি পৃথিৱীৰ আন কোনো ঠাইত পাবৰ নাই।। জয় গুৰু শংকৰ। হে গুৰুজনা। কৃষ্ণ

  • @kamalasajati5679
    @kamalasajati5679 2 роки тому +17

    সুন্দৰ হৰিনাম 🙏শুনিলে শুনি থাকিবলৈ মন যায়। কৃষ্ণ কৃষ্ণ 🙏🙏

  • @rajivgogoi5082
    @rajivgogoi5082 Рік тому +7

    অতিসুন্দৰ ❤️ বাপ 🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏

  • @manikdas1257
    @manikdas1257 Рік тому +3

    সুন্দৰ হৈছে অতুলনীয়

  • @mrbiswajit3475
    @mrbiswajit3475 2 роки тому +14

    কৃষ্ণ গুৰুজনাৰ অপুৰ্ব সৃষ্টিক সতকতি প্ৰনাম জনালোঁ🙏

  • @surajitsaikia7712
    @surajitsaikia7712 3 роки тому +17

    খুব সুন্দৰ হৈছে ঈশ্বৰে মঙ্গল কৰক🙏🏻❤️

  • @NirupomaBorah-y6p
    @NirupomaBorah-y6p Місяць тому +1

    ❤❤ iman hundor kontha 🙏🙏🌺 iman dhuniya Doha Naam gaming just Pori hoise🌹🌹🌺🙏🤟Aru agowai joke apunaluk isore apunaluk Mongol korok 🙏🙏🙏🙏🙏🌺🌺🌺🤟🤟🤟🌹🌹🌹🙏

  • @dipaknath9818
    @dipaknath9818 Рік тому +3

    কৃষ্ণ❤❤ সুন্দৰ। এয়াই হৈছে অসমৰ মান 🙏🙏

  • @mailmanoj6411
    @mailmanoj6411 2 роки тому +6

    অপূর্ব আপোনালোকৰ পৰিবেশনশৈলী। 🙏কৃষ্ণ।

  • @rokipatar8305
    @rokipatar8305 Рік тому +5

    মন টো ভাল লাগি যায় হৰি নাম বোৰ শুনিলে,, ভাল লাগিল শুনি

  • @nipennath2328
    @nipennath2328 2 роки тому +7

    শুনি থাকিলে শুনি থাকিব মন যাই , সুন্দৰ পৰিবেশন,অতুলনীয় , অৱদান

  • @chinmoykrishnadas6911
    @chinmoykrishnadas6911 3 роки тому +3

    Krishno bap aupunalukor video sai bohut val lage 👍👍👍👍

  • @hirakjyotidutta8660
    @hirakjyotidutta8660 3 роки тому +15

    সুন্দৰ পৰিবেশন বাপ সকল ।সচাই অতুলনীয়
    গোলাঘাট।

  • @bhaskarjnath3637
    @bhaskarjnath3637 2 роки тому +9

    অতুলনীয়, অবিশ্বাস্য। শত কোটি প্ৰণাম 🙏🙏🙏

  • @jaantikhanikar2081
    @jaantikhanikar2081 2 роки тому +3

    অতুলনীয়হৰিনাম।অতিসুন্দৰপশনৰিৱে।🙏 কৃষ্ণ

  • @axomvillagersgaming7027
    @axomvillagersgaming7027 2 роки тому +1

    Excellent, bor dhuniya lagil, krishna

  • @BaluramAmsong
    @BaluramAmsong 2 місяці тому +2

    আপোনাৰ দলতো লৈ ধন্যবাদ জনাইছো❤❤❤

  • @Gunandbivu
    @Gunandbivu 2 місяці тому +1

    Bor dhunia dihanaam❤❤❤

  • @jugalgogoi3730
    @jugalgogoi3730 Рік тому +4

    আপোনাৰ কণ্ঠই মন প্ৰাণ চুই যায় । দিনটোত এবাৰ নুহুনকে থাকিবই নোৱাৰোঁ 🙏🙏

  • @gunavathibuwari6644
    @gunavathibuwari6644 3 роки тому +30

    বহুত ভাল হৈছে ......আমাৰ ওচৰলৈ আহোতে ও
    মই পাপিয়ে লগ কৰিব নোৱাৰিলো ..? পাৰিলে পিচত লগ দিম কথা দিলো

  • @sanju2.0yt
    @sanju2.0yt Місяць тому +1

    ধেমাজি বাসিন্দা হিচাপে মই আজি গৌৰৱান্বিত ❤

  • @tysonexe2095
    @tysonexe2095 2 роки тому +24

    সুন্দৰ কণ্ঠ❤️

  • @parishmitaboruah4753
    @parishmitaboruah4753 2 роки тому +2

    Bor hundor lagise krisno

  • @achintadasdas2752
    @achintadasdas2752 2 роки тому +10

    কৃষ্ণ ৰাম কৃষ্ণ , বহু ত ধুনীয়া হৈছে

  • @soilanphukan3030
    @soilanphukan3030 Місяць тому

    কৃষ্ণ কৃষ্ণ ❤ভাল লাগিল

  • @lordkrishna3980
    @lordkrishna3980 3 роки тому +17

    Hari Bol ❤️ Spirit Soul

  • @parthaphukan7139
    @parthaphukan7139 3 роки тому +33

    Amazing... focusing our rich Assamese culture through Melody and talent

  • @babuldas2855
    @babuldas2855 2 роки тому +1

    পনৱ দা আপোনাৰ গানে হিদয় চুই জাই ভগৱানে আপোনলোকক কুসলে ৰাসক এতাই বেয়া লাগে যে এই মানুহ জনে নাচিলে বিহু নচা যেন লাগে

  • @hridoyvlogs7118
    @hridoyvlogs7118 2 роки тому +8

    আপোনালোকৰ অনুষ্ঠান‌ চাই বহুত ভাল লাগিছে ❤️❤️❤️

  • @drvlogsaxom726
    @drvlogsaxom726 2 роки тому +6

    সুন্দৰ Tamul pur ৰ পৰা মৰম দিলো 😘😘😘😘😘😘😘😘😘😘😘

  • @sirumoni3x
    @sirumoni3x 2 роки тому +11

    মন মোহনীয়া গীত সুন্দৰ 🙏🙏

  • @ultimatecreation....
    @ultimatecreation.... 19 днів тому

    “ হেমন্ত গগৈ ” এই জনৰ গাত ভগৱান লম্ভি যায় চাগে , গাৰ নোম শিয়ঁৰি উঠে এইজনৰ বাদন দেখিলে ৷ কৃষ্ণ দেই 🙏 আপোনাৰ লগতে সমস্তকে তেৰাই ভালে ৰাখক ৷❤❤

  • @mr.saikia8158
    @mr.saikia8158 2 роки тому +4

    দেহ মন জুৰ পৰি যোৱা দিহানাম৷অতি সুন্দৰ

  • @hemantabaruah3693
    @hemantabaruah3693 3 роки тому +9

    এটি উত্তম নামৰ দল। দলীয় ঐক্য অতি সুন্দৰ।প্রতি গরাকী ভকতৰ উলাহে নামষাৰ ৰমনীয় করি তুলিছে।বিশেষকৈ নেগেরাবাদক আরু নৃত্য করা বাপজনাৰ মোহনীয় নৃত্য বারে বারে চাওঁ যেন লাগিছে।বাপজনাৰ লাৱন্যময়ী নৃত্যটি কিয় কমকৈ দেখুৱlলে?পিছলৈ আকৌ এনেদরে নাম দিলে নৃত্যসহ সমানে দেখুৱlব দেই। কৃষ্ণ,কৃষ্ণ সেৱlহে জনালোঁ।

  • @dadudas3884
    @dadudas3884 3 роки тому +2

    Moja lagi jai aapuna hbr video🙏🙏🙏💯

  • @mompibs9528
    @mompibs9528 Місяць тому

    বহুত বহুত ভাল লাগিল শুনি🙏🙏🙏

  • @nickvijay1224
    @nickvijay1224 Рік тому +8

    মন গাবোৰ আধ্যাত্মিক দিশলৈ লৈ যায়, জয় শ্ৰীকৃষ্ণৰ 🙏🙏🙏

  • @atanudutta1921
    @atanudutta1921 2 роки тому

    Apurba paribexon, Hare Krishna Hare Ram Hare Hare Hare🌷🌷🌷🙏

  • @nityamorang2665
    @nityamorang2665 2 роки тому +18

    ধন্য,ধন্য,ধন্য:মন ,প্রাণ প্রফুল্লিত কৰিলে সচঁাই।

  • @M17-f5l
    @M17-f5l 2 роки тому +4

    Love from Sivsagar.krishna Krishna🙏🙏❤️

  • @DipjyotiDas8822
    @DipjyotiDas8822 Рік тому +14

    অতি সুমধুৰ "জয় গুৰু শঙ্কৰ "কৃষ্ণ 🙏

  • @BabuBora-h3w
    @BabuBora-h3w 10 місяців тому

    Hori om hori om .bohut val lagil

  • @Vaity369
    @Vaity369 Рік тому

    bohut val lagil ohhh . krishna prabhu.

  • @prahladgogoi8847
    @prahladgogoi8847 2 роки тому +5

    অতি সুন্দৰ বাপ সকল কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @simantaborgohain9181
    @simantaborgohain9181 2 роки тому +1

    হৰি নামৰ মাজত নাছ তু কিয় পৰিৱেশন কৰে জনাব চুন ( ভক্তি কিছুমান কথা নাজানিলেও কিছুমান জানো গতিকে জনাব চুন) সুন্দৰ কন্ঠ ❣️

  • @santoffgaming6708
    @santoffgaming6708 2 місяці тому

    সুন্দৰ হৈছে শুনিলে শুনি থাকিবলে মন যাই❤ ❤❤

  • @uttamkumarroy7337
    @uttamkumarroy7337 2 роки тому +1

    Hari Nam Mor Aotikoi Priyo 🙏 Moner kastha dur hoie jai 👌

  • @bhaskarjyotidas4879
    @bhaskarjyotidas4879 3 роки тому +12

    খুবেই সুন্দৰ ।।।।

  • @AnkurDas-p5v
    @AnkurDas-p5v Місяць тому

    বহুত, সুন্দৰ ,আশা, ৰাখিছোঁ, আগুৱাই , যাওঁ,❤❤ 😮❤❤

  • @RantuBorah-t6w
    @RantuBorah-t6w 3 місяці тому

    সূন্দৰ 🙏🙏🙏🙏🙏🥳🥳🥳🥳🥳🥳🥳💖

  • @maosumsaikia1145
    @maosumsaikia1145 2 роки тому

    Bohut dhunia hoise

  • @jayantachetia4488
    @jayantachetia4488 2 роки тому +2

    সুন্দৰ অতি সুন্দৰ গলাৰ লগতে সংগত কৰা সহযোগি সকল ভগৱন্তয় কৃপা কৰক হৰিৰ নাম লবলৈ আনিও পূণ্য ভাগ পাবলৈ

  • @Kaston_bhai
    @Kaston_bhai 2 роки тому

    🙏 🤗 // Val lagile বহুত 👌🏻 মোজা ❣️

  • @pubgpagolmoi3284
    @pubgpagolmoi3284 2 роки тому +1

    Video tu sai val lagise de😘😘😘

  • @bikusaikia9312
    @bikusaikia9312 2 роки тому +1

    Moja lagise

  • @ranjanroy177
    @ranjanroy177 2 роки тому

    Nagra khub dhunia bojaise aru bahi awesome

  • @blazeofficial8385
    @blazeofficial8385 3 роки тому +13

    অতি সুন্দৰ প্ৰদৰ্শন 💜

  • @janarddanhukai7135
    @janarddanhukai7135 2 роки тому +5

    Love from morigaon ♥️♥️♥️

  • @dipasaikia9486
    @dipasaikia9486 Рік тому +2

    খুউব সুন্দৰ, কৃষ্ণ 🙏🙏🙏

  • @bibekahandique5704
    @bibekahandique5704 2 роки тому +1

    খুওব সুন্দৰ হৈছে ।নামতি ,খোল ,নাগাৰা ,বাঁহি বাদন মনোমোহা হৈছে ।

  • @parswajyoti5089
    @parswajyoti5089 2 роки тому +1

    Hemanta dar negera bojua xuni vl lage 😌😌❤️❤️

  • @amulyanarah8243
    @amulyanarah8243 3 роки тому +6

    সুন্দৰ পৰিৱেশন।

  • @dipaligogoi433
    @dipaligogoi433 2 роки тому

    Mur huni amoni nalage eman val lage moi bohut bar hunisu aru atiyaw huni asu 🙏🙏👌🥰

  • @Jahnobihazarika-f5h
    @Jahnobihazarika-f5h Рік тому

    খুব ধুনিয়া হইচে

  • @rimalakhimpur5549
    @rimalakhimpur5549 3 роки тому +1

    আপোনালোকৰ আগৰ নাচনী লৰাজনে বহুত ধূনীয়া নাচে তেখেত কত গল , পাৰে যদি আনিবচোন সেইজনক আৰু হেমন্ত তুমি জুই 👌👌

  • @rakeshphukan422
    @rakeshphukan422 Рік тому

    Ati hundor... Krishna, ki j binondiya ei harinam...

  • @bijusonowal5
    @bijusonowal5 2 роки тому

    Hiriday sue jai o,krishna ram krishna ram,,ram ram 🙏🙏🙏🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

  • @RidipHazarika2571
    @RidipHazarika2571 3 роки тому +3

    Ki moja hemonta daa♥️♥️💥🙏

  • @BabliMridha-ds3mv
    @BabliMridha-ds3mv Рік тому

    Hundor diha nam ❤krishna

  • @nickvijay1224
    @nickvijay1224 2 роки тому +2

    বহুত সুন্দৰ জয় শ্ৰীকৃষ্ণ 🙏🙏🙏

  • @rajaofficial6191
    @rajaofficial6191 Рік тому +2

    অতি সুন্দৰ পৰিবেশন ।। কৃষ্ণ 🙏

  • @bulbul6595
    @bulbul6595 Рік тому +3

    ভাল লাগে ।
    এওঁ‌লোকৰ প্ৰায়বোৰ গীতৰ ভিডিঅ' চাইছো আৰু সন্মোখতো চাইছো ধুনীয়া লাগে কিন্তু নেগেৰা বজোৱা জনে মূৰটো কিয় ইমান এচাৰি থাকে ।

    • @axomiyapodcast
      @axomiyapodcast Рік тому

      যেতিয়া আপুনি যিকোনো বাদ্য হাতত মাৰি (stick) লৈ বজায় আৰু সম্পূৰ্ণ নিখুঁত ভাৱে সংগীতৰ সুৰ বৈ যায় তেতিয়া নিজস্ব ভাবে তলৰ লগত মূৰৰ সঞ্চাৰ হয় । ভালকৈ লক্ষ কৰিলে ঢুলীয়া খুলীয়া সকলোতে দেখিব । মাথোঁ তেঁওলোকে তেঁওলোকৰ performance ৰ extreme level ত থাকিব লাগিব । ধন্যবাদ।

  • @ranasonowal2875
    @ranasonowal2875 Рік тому

    Ak biral harinam, atihunder mon bhal lagi Jai👌👌👌👌👌👌👍

  • @basuchakraborty2121
    @basuchakraborty2121 Рік тому

    Wonderful heart touching I love you that song. Tsk

  • @jugenrajkonwar4294
    @jugenrajkonwar4294 2 роки тому +5

    🤗 অতি সুন্দৰ

  • @nabajitbarman1427
    @nabajitbarman1427 2 роки тому

    Mon2 bht val lgi jai krishna🙏🙏

  • @Kartik111Kartik
    @Kartik111Kartik 4 місяці тому

    সূনদৰ হৈছে ,নাগাৰা বজোৱা জনে ফতূৱাকৰে বাকী ভাল হৈছে

  • @PranayNath-t5x
    @PranayNath-t5x 2 місяці тому

    ভাল লাগিছে

  • @hunmonichutia7442
    @hunmonichutia7442 2 роки тому +4

    অপূৰ্ব , মনোমোহা।

  • @ইটোসিটোবহুটো-ষ৯ম

    বাপসকল অতি সুন্দৰ।❤🙏

  • @jadabdihingia6816
    @jadabdihingia6816 2 роки тому +2

    Dhuniya lagise 🌼💗💗💗

  • @junuhazarika5234
    @junuhazarika5234 2 місяці тому

    কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @sanjibdas15040
    @sanjibdas15040 2 роки тому +4

    কবলৈ ভাষা বিচাৰি পোৱা নাই ❤

  • @lachitdas5540
    @lachitdas5540 2 роки тому

    Apunar hari name khuni bahut bhal lagise aru negera iman khundar lagise khuni bahut bhal lagile

  • @manashsaikiaofficial9502
    @manashsaikiaofficial9502 3 роки тому +7

    সুন্দৰ প্ৰদৰ্শন ♥️❣️♥️

  • @ankurboruah8273
    @ankurboruah8273 2 роки тому +2

    খুব বেছি ভাল লাগিল ,, আৰু আগতেও চাইচো ভাল লাগে ,,❤️😘
    মই সন্মুখৰ পৰাও চাইচো , কিন্তু খৰ তাল টোত যে নাচি থাকে বা নাচে , সেইটো কিবা এটা ভাল নালাগে ,,😭 পাৰিলে অতৰাই দিলে বেছি গাম্ভিয্য আহিব নিকি বাৰু

    • @bn-sm1tf
      @bn-sm1tf 2 роки тому +1

      Hoy naas tu bhaal nalage

  • @shivanyaenjoymoments5768
    @shivanyaenjoymoments5768 3 роки тому +1

    Bohut val lagise dei bortta ga akdom sess lagi goise....

  • @dharmeswarbarman8126
    @dharmeswarbarman8126 3 роки тому +1

    Bhut Val lagil.sosai sunile sunib mn ji thake.bhut Val lage.

  • @pagalromeo00
    @pagalromeo00 3 роки тому +1

    Sobe hat sapori 👏 bojabo lagisil kintu bht Dhuniya 🥰 kisno🙏🙏🙏

  • @sonmoni_SB
    @sonmoni_SB 2 роки тому +2

    নেগাৰা বেয়া মাৰিছে বা বা🥰😍😘🤩

  • @sharatgogoi6545
    @sharatgogoi6545 2 роки тому +3

    Excellent keep it up

  • @BORGOSS4473
    @BORGOSS4473 2 роки тому

    Hundor lagile, moi eman dhuniya horinam guya aru bojuya dekha nai dea , UA-cam t dekhilu aji , potitu bostuye hundor bojaise

  • @greeno8884
    @greeno8884 2 роки тому +3

    Krishno 🙏🙏🙏🙏

  • @Gs__shanker
    @Gs__shanker 3 місяці тому

    সুন্দৰ বহোত সুন্দৰ 😮😮

  • @bishnuKharia-mz3zc
    @bishnuKharia-mz3zc Місяць тому +1

    হৰিনাম🙏🙏