আজিৰ ‘অভিমত’ত টীম ‘শ্রীৰঘুপতি’

Поділитися
Вставка
  • Опубліковано 11 чер 2023
  • এসপ্তাহত ৩ কোটিৰো অধিক ব্যৱসায়
    এদিনতে ৮০ লাখৰো অধিক বক্স অফিচ কালেকচন
    বহিঃৰাজ্যৰ চিনেমা হললৈ বৈছে দৰ্শকৰ সোঁত
    সৰ্বকালৰ সকলো অভিলেখ ভংগ ‘শ্রীৰঘুপতি’ৰ
    আজিৰ ‘অভিমত’ত টীম ‘শ্রীৰঘুপতি’
    মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’ LIVE

КОМЕНТАРІ • 540

  • @monalishatalukdar9162
    @monalishatalukdar9162 Рік тому +54

    চিনেমাখনত কোনো অশ্লীলতা নাই, আৰু সকলোখিনি ধুনীয়াকৈ প্ৰকাশ পাইছে বহুত ভাল লাগিছে চাই।

  • @rajibulali3734
    @rajibulali3734 Рік тому +121

    চাহ দিয়া ল'ৰা জনৰো অবদান আছে।। ৰবি দাৰ মুখত শুনি অন্তৰ চুই গৈছে।। দাদাই সচাই সকলোকে সমান চকুৰে চাই।।

  • @Parthajyoti2001
    @Parthajyoti2001 Рік тому +19

    অসমীয়া চলচ্চিত্ৰ জগতৰ এটা ভাল দিশ দেখা পালো শ্রী ৰঘুপতি চিনেমা খনৰ দ্বাৰা। ধন্যবাদ টিম ৰঘুপতি । জয় আই অসম

  • @BBMusicAxom
    @BBMusicAxom Рік тому +31

    এই অনুষ্ঠানৰ যোগেদি মই ৰবি দাক আৰু তেখেতৰ টিমটোক অভিনন্দন জনাইছো। মই নাৰায়ণ গীতটোৰ কথা কবলৈ লৈছো _ এই গীতটো যেতিয়া বাজিছিল চিনেমা হলত মোৰ যেন গাৰ নোম ঠিয় হৈ গৈছিল। কিবা এটা Emotion আছে এই গীতটোত। So Thank you All becauseআমাক এনেকুৱা এখন চিনেমা উপহাৰ দিয়া বাবে। ধন্যবাদ।

  • @mridupawanborah7246
    @mridupawanborah7246 Рік тому +9

    "হে নাৰায়ন " গীত তিয়ে মন চুই ই গল❤❤❤
    ছবি খন চাই থকা সময়ত গীতটি মন সেমেকাই তুলিলে❤

  • @ajantasarmah7019
    @ajantasarmah7019 Рік тому +19

    বৰ ধুনীয়া চিনেমা ৰঘুপতি।সকলোৱে চাব দেই।অৰুণ নাথৰ ব্যতিক্ৰমি অভিনয়।

  • @jireality.6377
    @jireality.6377 Рік тому +4

    🎉🎉🎉
    ভাল চবি এখন চালো এইবছৰ ।
    জাতি ধৰ্মৰ ওপৰত এখন চবি হিন্দু_মুছলমান সকলো মিলি এক অভিনৱ প্ৰয়াস । মুছলমান লৰাই গীত লিখিছে প্ৰণয় দাই গাইছে ৰবি দাৰ অভিনয় আৰু কি লাগে অসমীয়া সদায়েই এইদৰেই মিলি যাব লাগিব । ৰাজনীতিৰ পথাৰখনৰ পৰা আতৰি থকাৰ ফল পাইছে ৰবি দাই ।।

  • @jonalihazarika3305
    @jonalihazarika3305 Рік тому +8

    বহুত বেছি ভাল লাগিছে শ্ৰী ৰঘুপতি চাই । শ্ৰী ৰঘুপতিৰ সকলো কলা কুশলীলৈ আন্তৰিক অভিনন্দন জনালোঁ।

  • @mitaliboruah7809
    @mitaliboruah7809 Рік тому +20

    প্রমছনৰ নামত অযথা হৈ ছৈ কৰাবহুকেইখন ছবি চাই উঠি ছেঃ এনেই আহিলো যেন লাগিছিল, কিন্তু ৰঘুপতি চাই পাৰিলে আকৌ যাম এনে লাগিছে

  • @bishal9314
    @bishal9314 Рік тому +17

    ৰবি দা এগৰাকী ভগবান সদৃশ মানুহ ❤

  • @nilavsarma8315
    @nilavsarma8315 Рік тому +63

    “অসীমত যাৰ হেৰাল সীমা “ ক ৰূপালী পৰ্দাত চাব পাৰিলে অসমীয়া চলচিত্ৰই অভিলেখ কৰিব ।

  • @kalyangogoi6750
    @kalyangogoi6750 Рік тому +55

    চাই খুবেই ভাল লাগিল। আকৌ এবাৰ চোৱাৰ হেঁপাহ আছে। সাংঘাটিক ব্যতিক্ৰম কাহিনী, অৰুণ নাথ, কেকে দা ৰ চৰিত্ৰ। সংগীতে বুকু চুই গৈছে। কাহিনী ৰ ক্সিনপ্লেৰ বেকগ্ৰাউণ্ড মিউজিক সলাগ লব লাগিব, চিনেমা খন জীপাল কৰাৰ বিশেষ হল বেকগ্ৰাউণ্ড মিউজি। আশা থাকিল।

  • @Pallabkcreation
    @Pallabkcreation Рік тому +19

    মুঠতে এইখন চিনেমাত প্ৰতিটো চৰিত্ৰ এ ভাল লাগিল প্ৰত্যেক জনৰ অভিনয় ধুনীয়া হৈছে #জলিউড #Jollywood 🔥#SriRaghupati

  • @n.lakhimpurjhandique1302
    @n.lakhimpurjhandique1302 Рік тому +131

    "হে নাৰায়ণ‌ " গীতটি 😢 হ'লট পৰিবেশটো সেমেকাই তুলিলে সঁচাকৈ‌।
    ‌‌ .... All team members congratulations. ....🤟

    • @reflectionassam
      @reflectionassam Рік тому +10

      nokonda manuh nai sga

    • @bijupathak1865
      @bijupathak1865 Рік тому

      অশেষ কষ্ট কৰিছে বহুত বহুত ধন্যবাদ।

  • @devdas8542
    @devdas8542 Рік тому +49

    ৰবি শৰ্মাই সুবিধা পালে বলিউডৰ ছুপাৰ ষ্টাৰ হব পাৰিলে হয়.... ইমান ধুনীয়া ফিতেদ আৰু সুন্দৰ এক্টিং ছলমান খনৰ কম নহয় যেন লাগিল ৰাঘূপতি চাই ❤

    • @peaa666
      @peaa666 Рік тому +2

      কাৰণ ...অকল সেইখিনি ৰে নহয় কাম। । Bollywood বা যিকোনো mainstream /ওপৰৰ লেভেল ত , কামবোৰ সদায় খাতিৰত চলে।

    • @bhargabschannel7637
      @bhargabschannel7637 Рік тому +1

      Salman Khan ot koio besi val Rabi da❤

  • @Arnab_Xaikia
    @Arnab_Xaikia Рік тому +204

    In simple words SUV is the upcoming Rohit Shetty of assamese film industry!!

    • @Dhemon-cx3mh
      @Dhemon-cx3mh Рік тому +1

      Stop comparing to the shitty bollywood........SUV will make their own identity and will represent globally like south

    • @RANGPURRDEKA
      @RANGPURRDEKA Рік тому +7

      Not rohit chetry s.s rajamoli

    • @remittance5862
      @remittance5862 Рік тому +1

      Bahut bhal lagise, eman bhal director ajon ami paisu,,,,,love u suv & team

    • @deadman000
      @deadman000 Рік тому +5

      ​@@RANGPURRDEKA Rohit shetty hoi,chetri nohoi xi nepali nohoi😅😅😅

    • @kokosingh2549
      @kokosingh2549 Рік тому

      That right bro ...

  • @prasantkasyap3922
    @prasantkasyap3922 Рік тому +34

    Ravi Sarma not only a good actor But he is also a good human being, A good motivator for youth.... we all the youth should follow his life pattern...I really appreciate his humblness and Loyalty... keep going on SRI RAGHUPATI 🙏

  • @Someoneelse.1650
    @Someoneelse.1650 Рік тому +48

    Narayan song is absolutely heart touching 😢❤

  • @smrjt9102
    @smrjt9102 Рік тому +29

    Ravi Da's personality is just WOW ❤

  • @kasturibhuyan6395
    @kasturibhuyan6395 Рік тому +7

    হিন্দু মুছলমান ৰ যি একতা টো ৰ কথা মই ছবি খন চাই থাকোতেওঁ মেমে মৰ্মে উপলব্ধি কৰিছিলোঁ, আটাইলৈ বহুত ধন্যবাদ ❤

  • @bornalichetia8471
    @bornalichetia8471 Рік тому +2

    শ্ৰী ৰঘুপতি চাই বহুত বহুত বেছি ভাল লাগিলে হাহি, কান্দুনৰ মাজেৰে খুব সুন্দৰকৈ উপভোগ কৰিলোঁ। লগতে ৰবিদা হতৰ পৰা আগলৈ আৰু ইয়াতকৈ ভাল চিনেমা যাতে চাবলৈ পাও তাৰেই আশা ৰাখিলোঁ।

  • @Kolita_Da4568
    @Kolita_Da4568 Рік тому +20

    নাৰায়ণ গানটো সচাকৈয়ে হৃদয় চুই যোৱা গান😢❤

    • @hukhorpooja
      @hukhorpooja Рік тому

      ua-cam.com/video/sBmjYqXUc0Q/v-deo.html

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go Рік тому +5

    চেষ্ঠাৰ বল হৈছে সফলতা,বহুতে প্ৰথমে আহিছে,শোভেচ্ছা থাকিলআগলৈ এজন দৰ্শক হম আৰু ভাল চিনেমা অসমীয়া যত বেপাৰি দিশ নেচায় সমাজক চোৱা হয়

  • @PranjalNath-Prock
    @PranjalNath-Prock Рік тому +5

    এবাৰ চাইছো।আকৌ এবাৰ চাব মন। খুব ভাল লাগিছে। খুব সুন্দৰ অভিনয় হৈছে সকলোৰে। খুব ধুনীয়া কাহিনী। খুব ধুনীয়া গান। খুব ধুনীয়া এডিতিং। চৰিত্ৰ কেইটা খুব ভাল। খুব ভাল লাগিছে অৰুণ নাথ ডাওৰীয়াৰ চৰিত্ৰটো। এইকেইজন ব্যক্তিৰে আকৌ এখন নতুন চিনেমা চাব পাম বুলি আশা থাকিল

  • @diipakkgogoi3252
    @diipakkgogoi3252 Рік тому +6

    যত বিতর্ক তাত জনপ্রিয়❤❤❤❤সেইটো ১০০%সচা কথা

  • @bikihazarika2194
    @bikihazarika2194 Рік тому +3

    Bohut val lagise sai Sri Raghupati 🔥❤️ Ravi da 💪🔥❤️ aru xokolure abhinoy vl hoise ❤️🔥 Joi Asomiya Cinema r Joi,, Joi Sri Raghupati,,Joi Ravi Sarma ❤️💪 জয় আই অসম ✊

  • @JeonDeori______
    @JeonDeori______ Рік тому +10

    ❤ ফিল্ম খন South Indian টাইপৰ বাবে চুপাৰহিট হৈছে। সচা কথা কবলৈ গলে গানবোৰ সিমান হিট হোৱা নাই south indian ফিল্ম বোৰৰ দৰে। কিন্তু romance, imotional, action, acting, movie খনৰ কাহিনী বহুত নহয় অভাৰ বহুত এ ভাল লাগিছে। Background music ইমান ভাল হৈছে এতিয়াও মনত পৰিলে চিঞৰিবলৈ মন যায়। গুৱাহাটীৰ অনুৰাধা হলত প্ৰথমপৰাই শেষলৈকে যি মানুহবোৰৰ জচ্ দেখি আকৌ চাব মন গৈ আছে। শেষ হোৱাৰ পাছতো মানুহবোৰ উঠি যাবলৈ মন যোৱা নাছিল। জীৱনত প্ৰথমবাৰ অসমীয়া ইমান ভাল ফিল্ম চালোঁ ❤️❤️

    • @attitudeking5138
      @attitudeking5138 Рік тому

      Assam ot thaki south or lgot kio compare kori aso...South a amar assam or industry r lgot tulona kori ase neki...???

    • @JeonDeori______
      @JeonDeori______ Рік тому

      @@attitudeking5138 jeতিয়ালৈকে নিজে আগলৈ যাবলৈ খোজ দিব চেষ্টা নকৰিব। কোনোৱে নিব নোৱাৰে। চাউথৰ লগত তুলনা কৰিলো তুমাৰ কি ক্ষতিদাল হ'ল। তেন্তে কি অৰুণাচলৰ ফিল্ম বোৰৰ লগত তুলনা কৰিব লাগিছিল নেকি, ,,

  • @Rose-ps8fj
    @Rose-ps8fj Рік тому +9

    Arun nath ulua music tu j 🔥🔥🔥🔥🔥🔥... Sobore acting dhuniya hoise❤❤❤

  • @manuborah4135
    @manuborah4135 Рік тому +1

    এজন কম বয়সীয়া ল'ৰাৰ ইম্মান সুন্দৰ পৰিচালনা ❤️❤️

  • @AqUaBbIsT
    @AqUaBbIsT Рік тому +46

    SUV will definitely fill the gap of Bhaimon Daa in the Assamese film industry

  • @manoranjankalita7069
    @manoranjankalita7069 Рік тому +9

    বহুত ভাল লাগিছে ছবি খন ,, আগলৈ আৰু এনেকুৱা ছবি লাগে ।।।

  • @chiranjeetspecial7018
    @chiranjeetspecial7018 Рік тому +8

    Raj Sharma dangoriya r acting 🔥🔥🔥 iman bosor r pisot dexilu bht val lagile as a Villain... Whole team r outstanding❤❤❤

  • @geetadas1015
    @geetadas1015 Рік тому +34

    Ravi Sharma is really good and serious person, it's reflected in the Raghupati movie. I wish him and entire team good luck for future. Expected more such types of movie

  • @gunaramdas131
    @gunaramdas131 Рік тому +2

    বহুত ভাল লাগিল, আশা ৰাখিলোঁ আপোনা সবৰ প্ৰচেষ্টাত অসমীয়া
    ছবি জগত খনে পুনৰ প্ৰাণ পাই উঠিব!সকলো কলা কৌশ লি তথা
    অভিনেতা অভিনেত্ৰী লৈ আন্তৰিক
    অভিনন্দন শুভেচ্ছা জনালোঁ।

  • @Ayushmitasvlogs
    @Ayushmitasvlogs Рік тому +2

    Salute to Team Raghupati

  • @kankandas3309
    @kankandas3309 Рік тому +13

    Congratulations to Shri Raghupati's team. Keep it going ❤

  • @dharanidharburagohain4461
    @dharanidharburagohain4461 Рік тому +6

    কম টকাত ভাল movie বনাব পাৰি বহুত important 🎉🎉😊

  • @momisaikia8468
    @momisaikia8468 Рік тому +3

    ❤❤❤❤ শ্ৰী ৰঘুপতি চালোঁ, আকৌ এবাৰ চাব মন গৈ আছে, সকলো অভিনেতা অভিনেত্ৰী নিজৰ জেগাত ইমান সুন্দৰ অভিনয় কৰিছে, আমি দৰ্শক হিচাপে শলাগ লবই লাগিব,অসমীয়া চিনেমা জয় যাত্ৰা অটুট থাকক, আৰু আগুৱাই যাওঁক আশীৰ্বাদ শুভেচ্ছা থাকিল।

  • @khaninsarma5522
    @khaninsarma5522 Рік тому +3

    Thank you Ravida Asombasik iman dhuniya cinema akhon upohar diyar babe.....
    Kiman bhal lagise Kobo bhasa nai ..
    Sakolore acting excellent.... Story super.... Ru action super duper.... Asolote cinemakhont everything ase.....
    Asomiya cinemar babe hall ot manuh a manuh dekhi proud feel korisu....
    1 minute o bor nologa akhon sanghatik bhal cinema...
    Ravida apuni ajon bahut bhadro manuh..... Bhagwane osort kamona kori asilo aponar cinemakhon bahut hit jaok buli.....
    Sakolo a olai ahok cinema khon saok..bahut bhl movie ...

  • @lakhyeswarborah614
    @lakhyeswarborah614 Рік тому +2

    শ্ৰী ৰঘুপতিৰ সম্পৰ্কত যিটো আলোচনা ছবি খনৰ ক'লাকৌশলীৰ লগত হল , যথেষ্ট ভাল লাগিল ।সকলোলৈকে ধন্যবাদ জনাইছোঁ ।

  • @adilhussain5468
    @adilhussain5468 Рік тому +9

    Ravi Da SUV n Entire team❤ Assamese cinema industry rise again✨✨

  • @mridultalukdar8542
    @mridultalukdar8542 Рік тому +12

    Old Assamese film come back... Vibe tu xai nayok , hiya diya niya....... Xokoluye jaok ru Assamese film biswa dorobarot niyar babee akhuj xokoluye diyok... Sri raghupati is the best film of Assamese film industry...

  • @rupathakuria9903
    @rupathakuria9903 Рік тому +1

    অতি সুন্দৰ ব্যক্তিত্বৰ গৰাকী ৰবি দা। অকলে তেওঁ চিনেমাখনৰ সফলতাৰ কৰ্তৃত্ব নলৈ গোটেই টিমটোক দিছে। ভাল ভাল মেচেজ আছে চিনেমাখনত। কাহিনী শক্তিশালী। সকলো সুন্দৰ। নাৰায়ণ গানটোৱে বিশেষ মাত্ৰা দিছে। মাত্ৰ মই ৰোমান্টিক গানটোত প্ৰীতিকঙ্গনাৰ সাজ পোচাক ভাল নাপালোঁ।

  • @hemantapatgiri7241
    @hemantapatgiri7241 Рік тому +3

    আহক ৰবিদাৰ অভিনয় চাওক আৰু চাবলৈ আমন্ত্ৰণ কৰক।জয় ৰঘুপতি।

  • @miramazumder9815
    @miramazumder9815 Рік тому +1

    সঁচাকৈ খুওব সুন্দৰ কথা আৰু কাহিনীৰে পৰিপূৰ্ণ এখন সৰ্বাঙ্গসুন্দৰ অসমীয়া ছবি শ্ৰীৰঘুপতি

  • @moyurisaikia9841
    @moyurisaikia9841 Рік тому +5

    SUV long live 💥 sri roghupoti jui💟

  • @hirakjyotinath2704
    @hirakjyotinath2704 Рік тому +8

    Arun nath dangoria 71 age t g khini korise ebar sauk baki ravi sharma ki nu kom ru idol hoi... Ebar sauk june sua ny nhole miss koribo

  • @geetz6623
    @geetz6623 Рік тому +13

    Ravi Sharma added a star to the movie..all characters of actors and actresses played their role outstandingly from Priyam pallavi till KK da and little girls

  • @adityasvlogs7552
    @adityasvlogs7552 Рік тому +8

    জয় শ্ৰীৰঘুপতি❤

  • @ashimphukanassam1358
    @ashimphukanassam1358 Рік тому +2

    চিনেমা খন চালো,কি কম ভাষা নাই,ইমানেই এখন সুন্দৰ অসমীয়া চিনেমা,নিজকে গৌৰৱ কৰিছো আমি অসমীয়া বুলি কাৰণ আমাৰ অসমীয়া সমাজৰ গোটেই খিনি চৰিত্ৰ সোমাই আছে।ৰবি শৰ্মাৰ অভিনয়ে চিনেমা খন আৰু মনোগ্ৰাহী হৈছে❤❤

  • @bikashdeka60
    @bikashdeka60 Рік тому +12

    Jai raghupati

  • @chiranjivsonowal2050
    @chiranjivsonowal2050 Рік тому +18

    Feeling proud👏 there should be hidden messages in a film. Ravi Sharma is an amazing person. Congratulations to all the members of Team Shree Raghupati. A good boatman can lead his boat in right direction.

  • @jugantaaxom6570
    @jugantaaxom6570 Рік тому +11

    Main credit অৰুণ নাথ ডাঙৰীয়াই পাব লাগে... আমি তেখেতৰ charecter টোক বহুত ভাল পাইছোঁ....বাকী বোৰ ও ভাল….কিন্তু তেখেতৰ acting কেতিয়াও পাহৰিব নোৱাৰা.... তেখেত mein...hero মৰি গলে চিনেমা কেনেকে হব বে...thanks কব নেলাগে বিয়েৰ এটা খুৱাই দিলে হব...

  • @happy_feeling100
    @happy_feeling100 Рік тому +10

    Narayan is the best gift for us from Pranoy Dutta

  • @santimoni7949
    @santimoni7949 Рік тому +1

    বহুত কান্দিলোঁ অ'😥😥😥

  • @mrinalbaruah1869
    @mrinalbaruah1869 Рік тому +6

    Hosai Ravi da with entire team congratulations for your success... Songs was amazing asiluwa soh kakhot wow .... Jubeen da with deeplina really good sung by both of them...

  • @bidyutdekavlogs7695
    @bidyutdekavlogs7695 Рік тому +7

    সুন্দৰ ছবি kk দাকো মাতিব লাগিছিল ।

  • @porinitabora3747
    @porinitabora3747 Рік тому +1

    Assamese film industry r aru grow houk 🙌💕✨

  • @anupamhazarika8352
    @anupamhazarika8352 Рік тому +8

    I am becoming die hard friend of RAVI DA day by day while watch his talk shows really an inspiring personality

  • @himjyotipathak6571
    @himjyotipathak6571 Рік тому +8

    Cinematography, acting,song is outstanding literally...But as a constructive criticism, story could be better to take it to a next level more suspense needed... otherwise 7/10 movie would be 10/10 if the story has more suspense ❤ জয় আই অসম ❤

  • @mridupawanborah8573
    @mridupawanborah8573 Рік тому +1

    Rabi Da, Bhal cinema akhon amak diya babe apunalukor teamok dhanyabad jonalu. Bohut Bhal lagil...❤

  • @karobigogoi1963
    @karobigogoi1963 Рік тому +5

    Sai bohutei val lgil...byoticrom kahini...arun nath..kk sir..priyam ba....act olp belegkoi dekha pai khubei vl lgil....bdw holure ovinoi hundor....💥💥💥💥kaku baad dibo nuari...ebar sai hepah nopolai...❤❤

  • @prostutigogoi5202
    @prostutigogoi5202 Рік тому +4

    শ্ৰী ৰঘুপতি চালো‌, ৰবি শৰ্মা ৰ আৰু অৰুন নাথৰ অভিনয় ভাল লাগিল , অসমীয়া চিনেমা এনেকুৱা কৈ যদি আৰু কৰিব পাৰি নিশ্চয় সমাদৰ পাব 🙏🏾🙏🏾

  • @vickybharali778
    @vickybharali778 Рік тому +14

    Assamese films should also have a OTT platform...for those who fails to watch in cinemas...

    • @cgxapurba8450
      @cgxapurba8450 Рік тому +1

      1 bosor pasot ahibo lage.
      Hallt nujuwar panushment.

  • @hridayassam9939
    @hridayassam9939 Рік тому +1

    Thanks team Sri Raghupati ♥️ proud Assamese film

  • @missrajaraja5549
    @missrajaraja5549 Рік тому +1

    News dhuniya bonai nitumoni uncle ❤❤❤ good God bless you❤❤🙏🙏

  • @pritikonwar3933
    @pritikonwar3933 Рік тому

    Great Arun da.eman dhuniya hoise

  • @juntiboruah7511
    @juntiboruah7511 Рік тому +2

    মই মোৰ ভাল পোৱা মানুহ জনৰ লগত বহি এখন ভাল অসমীয়া চিনেমা উপভোগ কৰিলো যি আমাৰ জীৱনৰ এক বুজাব নোৱাৰা অনুভৱ❤❤❤...

  • @priyankagogoi3903
    @priyankagogoi3903 Рік тому +2

    Arun nath sirr obhinoi bht vl lgsil...bki hokolure obhinoi bht vl lgl..

  • @bitupansaikia067
    @bitupansaikia067 Рік тому

    সুন্দৰ দুবাৰ চালোঁ, অসমীয়া চিনিমাৰ জয় হওঁক।

  • @lipikaray3592
    @lipikaray3592 Рік тому

    Khubei val lagise cinema khon sai.. Arun nath dangoriyak cinema khonot dekhiboloi xailakh mor deutar nisinay dekha hoisil.. Khubei val lagisil👌🙏

  • @hridaichakravarty111
    @hridaichakravarty111 Рік тому +16

    My favourite Actor in Assamese filmcity ...one in only Ravi Sarma da ❤

  • @lazychefpriyanuj6871
    @lazychefpriyanuj6871 Рік тому +1

    Atul Nath sir or detail interview eta lobo lage teur juntu character play korile haitu salute dibo loga.. teur pra dukhar kotha huniboloi bohut besi mon goise

  • @gagansarmamix6217
    @gagansarmamix6217 Рік тому +1

    Aji salu congratulations Ravi da bhut val lagil

  • @PranabAs022
    @PranabAs022 Рік тому +1

    🎶 music বহুত ভাল হৈছে , এক্টিং বহুত ভাল পৰিচালনা আৰু ভাল ।

  • @UNOFFICIAL_ASSAM_MEMES
    @UNOFFICIAL_ASSAM_MEMES Рік тому +12

    Suv bidurbhai part2 lage🥲💪

  • @bijupathak1865
    @bijupathak1865 Рік тому

    ধন্যবাদ ৰঘুপতি টিম।

  • @krishnarabha2955
    @krishnarabha2955 Рік тому

    Nitu daa apuni bhut vl Kotha koi😍😍😍😍

  • @binitadevi9116
    @binitadevi9116 Рік тому

    Khosaay bht vl lagil robidaa... ❤❤

  • @pranjitsaikia5296
    @pranjitsaikia5296 Рік тому +6

    Raj Sharma da outstanding in Raghupati 😊

  • @niyor6719
    @niyor6719 Рік тому +2

    The role of villain is very impressively well done..🎉🎉 liked the vibration in his dialogue delivery ❤❤

  • @geetz6623
    @geetz6623 Рік тому +6

    Detective role was really hilarious and outstanding

  • @renukakati5666
    @renukakati5666 Рік тому

    সকলোৱে অভিনয় চাই বহুত ভাল লাগিল।অৰুণ দাক বেলেগ ৰূপত চাই আৰু ভাল লাগিল

  • @manashazarika3701
    @manashazarika3701 Рік тому +3

    Excellent 👌👌👌 hokolure personality is best, sobei act t 100% dise

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL Рік тому +8

    মোৰ ফালৰ পৰা মৰম যাচিলো❤❤

  • @satyajitbaro2965
    @satyajitbaro2965 Рік тому

    উক্ত শ্ৰী ৰঘুপতি চিনেমাখনৰ পৰিচালক কেইগৰাকীলৈ মোৰ অশেষ অশেষ ধন্যবাদ।

  • @jotinsonowal4829
    @jotinsonowal4829 Рік тому +1

    ইমান ভাল চিনেমা আপোনাৰ নিচিনা কোনেও বনাব নোৱাৰে। চাই বহু ত বহু ত ভাল লাগিল সিদ্ধাৰ্থ দা , প্ৰিয়ম পলৱী

  • @biswadas5163
    @biswadas5163 Рік тому

    Super duper hit sri Raghupati

  • @pijutati338
    @pijutati338 Рік тому

    আগলৈও এনেকোৱা ছবি আশা কৰিম বহুত ভাল লাগিল বহুত শিকিলোঁ।

  • @dimpeeborah954
    @dimpeeborah954 Рік тому

    narayan gaantu best... bht bht dhunia gaan likhise. bht bhl lge xuni gaantu❤️❤️

  • @user-of8wi1nw7d
    @user-of8wi1nw7d Рік тому

    ৰঘুপতি চাই বহুত ভাল লাগিল।

  • @arushirajborah8064
    @arushirajborah8064 Рік тому

    Sai bohut val lagil , AXA koru enekuwa sobi akou dekha pm buli ,,, rabi da🔥❣️

  • @dilipsarmah6810
    @dilipsarmah6810 Рік тому +2

    Ravi Sharma is a cultured personality. He is also a good orator.

  • @deepmaladevi3809
    @deepmaladevi3809 Рік тому +1

    Bohut dhuniya hoise, sri raghupati 🎉🎉🎉😊

  • @RinkuDas-mb9fd
    @RinkuDas-mb9fd Рік тому

    Bohut dhuniya dei raghupati

  • @cemaxcemax2034
    @cemaxcemax2034 Рік тому +1

    আমি কান্দি গৈলো নাৰায়ন গানতো শুনি ।
    সকাম লেকে দেখাইছে
    অসমীয়া সংস্কৃতিৰ লগত মিলি গৈছে ❤❤

  • @ankitabaishya8171
    @ankitabaishya8171 Рік тому +1

    Moi aji milai
    Sobikhon dubar salu
    Worth watching 🙌🏻❤️

  • @akashsall8001
    @akashsall8001 Рік тому +6

    "NARAYAN" is Love 💕

  • @SaddamHussain-mj4rb
    @SaddamHussain-mj4rb Рік тому

    বহুত ধুনীয়া লাগিল চাই।আৰু ভাল আশা কৰিছোঁ 🔥🔥

  • @susildas2765
    @susildas2765 Рік тому +1

    Congratulations assamese film ❤❤❤🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼