মংগলদৈৰ অনুপম ডেকাৰ ব্যৱসায়িক সফলতাৰ কাহিনী || UPARJAN ||
Вставка
- Опубліковано 11 тра 2023
- মংগলদৈৰ অনুপম ডেকাৰ ব্যৱসায়িক সফলতাৰ কাহিনী || UPARJAN ||
দেউতাকে এসময়ত আনৰ দোকানত পানী বিক্ৰী কৰিছিল
আনৰ ঘৰত ধুইছিল বাচন বৰ্তন
কিন্তু এদিন তেওঁলোকৰ দিন সলনি হ’ল
এতিয়া ভাৰতৰ ভিতৰতে এটা বৃহৎ কোম্পানী মালিক তেওঁলোক
Contact us - 9101735732
uparjan.in
এওঁলোক হ’ল আমাৰ মংগলদৈৰ গৌৰৱ, ৰিপোজ কোম্পানীৰ মালিক। এওঁলোক বহুত ভাল পৰিয়াল। পৰিয়ালৰ সকলো লোক খুবেই ভাল।
এওলোক হহুত ভাল মানুহ বহু মানুহক ভাত দিছে শুভ কামনা থাকিল!
ভাল মনৰ মানুহ , ভগবানে সহায় কৰিছে । আৰু আগবাঢ়ি যাওক ।উঠি অহা চামৰ পথ প্ৰদৰ্শক হওক । সৰু মানুহৰ সৰু আৰ্শীবাদ ।
এও অসমীয়া জাতিৰ প্ৰকৃত গৌৰৱ।
এওঁলোকে হল জাতিৰ গৌৰৱ।।।।।
কোনো কামেই সৰু নহয়, কষ্টৰ ফলাফল সদায় মিঠা হয়। ধৈয্য আৰু একাগ্ৰতাৰে নিজৰ লক্ষ্য জয় কৰিব পাৰি। আমাৰ হিয়াভৰা শুভেচ্ছা প্ৰতিস্থান তোলৈ।
নতুন পুৰুষৰ বাবে সেয়া প্ৰেৰণা হওক। আজিৰ দিনত মূলধনৰ কাৰণে বিশেষ একো চিন্তা কৰিব লগা নহয়।
অতি সুন্দৰ পদক্ষেপ প্ৰকাশৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো।
সেই পানী ভাৰী " সুনন্দ ডেকা "" কাল ক্ৰমত সুনন্দ মহাজন হৈছিল । আছলতে নিষ্ঠা সহঃকাৰে কৰা কৰ্ম ' একাগ্ৰতা ' সুদৃঢ় বিশ্বাস ' বিশ্বাসভাজনতা সকলো গুণ আছিল বুলি দেউতাৰ মুখে শুনিছিলো ।
Proud of SRD in Darrang District and Assam also..❤❤❤
ধনী লোক সকলে টকা বাকচথ নথৈ এনেকুৱা উদ্যোগ যত নেকি হাজাৰ জনে ভাত পায়। এখেতক বহুত বহুত ধন্যবাদ।
যেতি়য়ালৈকে অসমীয়া লোকে business কৰিব নিশিকে তেতিয়ালৈকে আমি উন্নতি সাধন কৰিব নোৱাৰিম
নলবাৰীৰ মানুহ অসমৰ প্ৰতিখন চহৰতে একো একোটা প্ৰতিষ্ঠিত পৰিয়াল আছে বুলি মুখ্যমন্ত্রীদেৱে কৈছিল। তাৰে এটা উদাহৰণ SRD
নলবাৰী বনগাঁওৰ পৰা গৈ মঙ্গলদৈত প্ৰতিষ্ঠা কৰা ব্যৱসায়ে আজি অসমৰ গৌৰৱ হল
Proud ❤of SRD in darrang district❤❤❤❤... 😊🥰
The success of "Repose"is an inspiration to all the upcoming Assamese entrepreneurs. He has rightly stated that business is the backbone of a state.👍👍👍
ভগৱানে তেখেতক মঙ্গল কৰক । সুন্দৰ বৰ ভাল লাগিল
অসমীয়া ৰ গৌৰৱ মঙ্গলদৈ SRD❤
Axomiya jatir gourov. Golden of Assam.
আগলৈ আৰু ডাঙৰ বেব্ৰসাই বাঢ়ি যাওক কামনাৰে ধন্যবাদ
মই একমত। চাকৰি নকৰু কাকো কৰিবলৈও নিদিউ। চাকৰি মানে চাকৰ আমাক এনেকুৱাই মালিক লাগে।
Repose r story tu college t amak Sir ajone koisil 👍🙏 xosai bohut motivational story hoi
সুন্দৰ এনেদৰেই অসমৰ অসমীয়াই আগবঢ়ি যওক । অসমীয়াইও ব্যৱসাই কৰিব পাৰে । এয়া তাৰেই প্ৰমান ।
ভাল লাগিল। ধন্যবাদ।
আপোনালোকৰ দেউতাক ভালকৈ দেখিছোঁ।তেওঁ আমাৰ অনুপ্ৰাণিত কৰি আহিছে।কিন্তু যি খন কিতাপ আছিল এবাৰ পঢ়িছিলোঁ।কিন্তু নামটো পাহৰি গলো কিতাপ খনৰ নাম।
অসমৰ গৌৰৱ
Fantastic achievement Junti really very proud of you 👏
I feel proud for him.
Bohut vle lagil...God bless you 🙏
So nice, absolutely true,Anupom brother,thanks
বহুত দিন জীয়াই থাকা প্ৰকৃত অসমীয়া ।বহুত বহুত ধন্যবাদ ।
Val lagise atiya je Successful Businessman aru val hoyok aponalokar
Great person salute sir proud of you 💕💕🙏🙏🙏🙏
Bohut val lagil...
Xundr alosona......
🎉 Good achievement for our society. 🎉He was real Hero of our state. We're proud of you. Go ahead way to your journey. God bless you. All the best wishes to you 🎉
Very inspiring...but we are proud of deka family
❤Very Inspiring 🎉Thanks God !
Good step for new generation.
Proud of you 👌God bless you .
ধন্য বাধ জনাইছো দাদা,
Very good.. proud of you and your company ❤
My Dear Anupam,You are Exceptional Human in this World,With Honarable Ministar Bimal Bora Sir ❤
ছাৰ আপুনি মোৰ মনৰ আশাৰ কথা কৈ দিলে
ছাৰ মোই এজন ভাল Business man হব বিচাৰো
ছাৰ মোৰ কাৰেণ দুৱা কৰিবা
Think you sir
Ki business koriba?
Awesome, superb and very very inspirational.... Thanks to sir Anupam Deka and the reporter for the valuable informations... it's simply great..God bless you! Hope our people can learn from this video.... With love from Bangalore.....
Bahut val lagil 👍👍👍
Great
Super......ILike it
Val lagil
Bohut hundor
Khub bhal lagil
Deka Sir ,
Salute you
Very good ... 🙏🙏🙏🙏
ভাল লাগি গল
My home town mangoldai .bhut Val lagil❤❤
Repose r দৰং ৰ খাৰ খোৱা Restaurant খন বাহিৰৰ পৰা দেখিয়ে বহুত ভাল লাগে, কেতিয়াবা যাম ভাবি আছো ।
🙏 bohot val lgila 🙏
Proud to be Mangaldoiyan ,,,,,❣️❣️❣️ main khini he tew koise ,,,,ro2 kiman ase SRD r business complex, cinema hall , wholesale, restaurant etc😍
Great 👍
Proud of you Sir🙏
ভাল লাগিছে।
Good will concept, innovation
Bohut bhal lage eibur jia kahini parile subidha dibo
Good news da
Bahut val lagil
🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
Jar bikhoya janibo bisari asilu....
Taur video aa dila.... thank you UPARJOR LOT A LOVE ❤
Apunaluka Parsonaly goi video ata bonabo sun...
God bless you sir..
Mr idol, SRD group ❤
Jai Aai Axm ✊✊✊
Proud of you sir....❤
সুন্দৰ
Very good anupamda long life 🙏🙏🙏🙏🙏
🎉🎉🎉 great job sir
Anupan daa, Bohot val lagil aponar kotha khini xuni,
আমাৰ গাঁৱৰ অনুষ্ঠানত ❤
RongaliTingkhang
❤❤❤ mangaldai r gourav...
Darrngr gaurav❣️
God bless u Anupom da
Right Sir
Proud of you sir.. Bortomn moi o SRD r outlet a job kri aso ghy.. Thank you.. Apunalukr babe amr nisina bhut lra suwali e Khangsthapn paise..
❤❤❤great inspiration ❤️
সুন্দৰ 💝💘🥰
ধন্যবাদ
Bhut val manuh❤
God very very help U
Bohut Bhal Manuh Anupam Deka ,Moi Log Paiso Ekhetok Bhalke ✌️
Proud of u dada
এইটো কোম্পানীত বহুত বাৰে তেজপুৰৰ পৰা বস্তু লৈ যাওঁ ।। বহুত বস্তু পাই।।
এই ভিডিও টো চোৱাৰ দিনাৰ পৰাই মোৰ মনত এটা সপোন জাদি উঠিছে।। ডেকা চাৰক লগ কৰি তেখেতৰ কম্পেনীত কণী যোগান ধৰা.. কোনোবাই এই ক্ষেত্ৰত মোক অলপ সহায় কৰিলে মই আনন্দিত হম।। চাৰক কত লগ পাম মই।।। মই বহুত আশাবাদী এই সপোনটো লোই।।
Success hobalai luck lage aru hard work lage.
Aru aguai jaok
Proud of SRD
Inspiration sir
Pride of India .
Apunak thankyou disu mur ata b, s, c, pass lara ase sangthapan dibanaki ami ati garib manuh thank you
Barhia sir
Real hero
Nice bro
Love from Mangaldai..❤❤❤
🙏🙏 aasomia jatir gourob SRD , 🙏🙏🙏
Darrang proud 🙏
Proud of Darrang
Aponalokr video bor sai mor bht bhal lge bht anupranit ho moro kiba ata karar hepah bht kintu scope he napao
Proud of you sir 🙏🙏🙏.