AMBANI WEDDING vs Our wedding - বিয়াত কিমান খৰচ কৰা দৰকাৰ আচলতে - Dimpu Baruah

Поділитися
Вставка
  • Опубліковано 21 сер 2024
  • #dimpubaruah #assamesevideo #wedding
    lets explore Ambani wedding...... expenses

КОМЕНТАРІ • 3,9 тис.

  • @basantahatiboruah5772
    @basantahatiboruah5772 Місяць тому +594

    শেষৰ দুটা মান কথাই কিন্তু হৃদয় চুই গ'ল।।

    • @SilukTalukdar
      @SilukTalukdar Місяць тому +2

      A

    • @pranjitdas1467
      @pranjitdas1467 Місяць тому +8

      Correct

    • @bobostoryhindi
      @bobostoryhindi Місяць тому +6

      👍👍 right

    • @maniltaid6744
      @maniltaid6744 Місяць тому +3

      Hm hsa

    • @maniltaid6744
      @maniltaid6744 Місяць тому

      Beya npabo apunakr Assamese bilake besi kore nidile mari pelai okant kore amar eyat anekuwa gtna hoi take kuwar babe sorry deki a koisu nijei bonai kuwa nai

  • @jitendrasaikia9508
    @jitendrasaikia9508 Місяць тому +260

    তোমাৰ এই ভিদিঅ টোৰ জৰিয়তে বৰ্তমান চলি থকা সমাজ ব্যৱস্থা লৈ এটি যোগাত্মক বাৰ্তা পঠিয়ালে । ধন্যবাদ ডিম্পু , বহুত বহুত ❤❤❤❤❤❤❤

  • @bhaskarnath5552
    @bhaskarnath5552 Місяць тому +65

    চহৰৰ মানুহ বুলি নহয় গাওঁৰ মনুহেৰ বাবেও উপযোগী এই কথাখিনি salute 🫡🫡🫡 dimpu da ❤❤❤

  • @b.k.borkataky7915
    @b.k.borkataky7915 Місяць тому +24

    আজিকালি তোলনি বিয়াতে মাটি-বাৰি বিক্ৰী হৈ যায় দেখোন কিছুমানৰ! তোলনি বিয়াতেই starter😮 ত ice cream, coffee, pokora, puska etc. ভিতৰত বুফে, item ত কুইন্টলৰ হিচাপত কমেও তিনিবিধ মাংস, পাতত দিয়া মাছৰ পৰা আৰম্ভ কৰি ২০/২২ টা মান item! বাপৰে, কিমান আয়োজন! Woow great asomiya(সকলো নহয়৷)৷
    Vdo টো ভাল লাগিল!

  • @PKDaa-pd6uz
    @PKDaa-pd6uz Місяць тому +73

    দেউতাকে নিজৰ অতি মৰমৰ ছোৱালী জনীকে দান কৰি দিয়ে,, দেউতাকে ছোৱালী জনীৰ মৰমত কিবা এটা দিব বিচাৰে সক্ষম অনুযায়ী দিয়াটো ভাল,,,❤❤
    দৰা পক্ষই যদি কিবা দাবী কৰে, সেই দৰাৰ লগত বিয়া নিদিয়াই ভাল, ঘৰতে ধুনিয়াকৈ সুখেৰে থাকিব পাৰিব ❤❤❤

  • @surjyakakoty1344
    @surjyakakoty1344 Місяць тому +348

    তোমাৰ মন্তব্য সচাঁই বৰ গঠন মূলক । ভবিষ্যত বৰ্তমানৰ sistem বোৰ পৌৰানিক sistem লৈ আনিবলৈ যত্ন কৰক ।

  • @porinitabora3747
    @porinitabora3747 Місяць тому +25

    Reality check ✅
    Thank you so much Dimpu Da❤
    A must need video for our society.. আমিয়েই সলনি কৰি দেখুৱাব লাগিব

  • @user-kandrp
    @user-kandrp Місяць тому +23

    দিম্পু দাৰ কথাখিনি সকলোৱে positively লবচোন আমাৰ জীৱনটো বহুত ধুনীয়া হৈ পৰিব

  • @babulsarma967
    @babulsarma967 Місяць тому +624

    মোৰ মতে তোমাৰ আজিৰ এই VDO টো সৰ্বশ্ৰেষ্ঠ VDO

    • @rupamdas7002
      @rupamdas7002 Місяць тому +3

      একমত

    • @letsdoart.artistpro
      @letsdoart.artistpro Місяць тому +1

      Hoi hoi

    • @jibanbhujel3046
      @jibanbhujel3046 Місяць тому +1

    • @Rakibul0111
      @Rakibul0111 Місяць тому +2

    • @bishalkalita4541
      @bishalkalita4541 Місяць тому

      মোৰ বিয়া আগদিনা ঘৰত কৰবাৰ পৰা ধুনীয়া ছোৱালী দুজনীমান আনি থব লাগিব! নহলে লগৰ গাল বিয়াত কাম কৰিব নাহে।

  • @Withhprcreation
    @Withhprcreation Місяць тому +129

    ভাল লাগিল ভাই.... আগলৈও এনেদৰে আমাৰ অসমীয়া সমাজখনক সজাগ কৰি যাব বুলি আশা ৰাখিছোঁ

    • @dorothysaikia6797
      @dorothysaikia6797 Місяць тому +2

      সঁচা কথা কৈছা ভাই ।

  • @khazabikerboy
    @khazabikerboy Місяць тому +9

    Last kotha khini ekdom mja kotha koisa dimpu da... salute 👏👍❤

  • @anamikadas8289
    @anamikadas8289 Місяць тому +21

    সঁচাকৈ আপোনাৰ কথাখিনি বহুত বেছি ভাল লাগিল ❤❤❤

  • @assamcadet4971
    @assamcadet4971 Місяць тому +134

    আজিৰ সমাজত মাটি বেছি বা সম্পত্তি বেছি বিয়া দিয়াটো বা বিয়া কৰোৱাটো এটা মূৰ্খামি কাম। দিম্পো দাই কোৱা ৱেষ্টাৰ্ণ ষ্টাইলত খানা খোৱোৱাটো এটা যধা মূৰ্খামি কাম। কোনো ধৰ্ম বা শাস্ত্ৰতো এনেকৈ বিয়া পতাটো উল্লেখ নাই। মই যদি আমাৰ ইছলাম ধৰ্মৰ কথা কব যাও তাত নিকাহ কৰাৰ কথা কৈছে। যিটো নিকি একদম কম খৰচতে হৈ যায়। আৰু যদি বিয়াত কাৰোবাক কিবা খোৱাবো বিচাৰে দুখীয়া মানুহক মাতি আনি খোৱাওক। ঈশ্বৰৰ পৰা ভাল পাব😊।

  • @user-om3cw9lx8s
    @user-om3cw9lx8s Місяць тому +80

    সমাজৰ বাবে এটা সুন্দৰ গঠনমূলক বাৰ্তা তোমাৰ এই ভিডিঅ'ৰ দ্বাৰা প্ৰকাশ পাইছে,ধন্যবাদ তোমালৈ!

  • @AshrafRock-od5rt
    @AshrafRock-od5rt 26 днів тому +1

    Aitu vedeo top level t ase dei kintu very very important

  • @jumanmunna7464
    @jumanmunna7464 Місяць тому +4

    One of the best video ever ❤😮... Dimpu da ❤🙌🙏

  • @bijumanisarma5961
    @bijumanisarma5961 Місяць тому +51

    সময় উপযোগী এক বাৰ্তা। বহুত ধন্যবাদ।🙏🙏🙏

  • @NabaSarma-oq4xe
    @NabaSarma-oq4xe Місяць тому +82

    তোমাৰ নিচিনা প্ৰতিজন মানুহে হৃদয়ত এনেকুৱা মনোভাৱ ৰাখিলেটো বহুত ভাল হ'লহেতেন,,তোমাৰ সুন্দৰ সহজ সৰল মনোভাৱৰ বাবেই ভাল লাগে, তোমাৰ লগতে সকলোকে ভগৱানে সদায় মংগল কৰক 🙏🙏🙏

    • @user-yh6tz8dz1d
      @user-yh6tz8dz1d Місяць тому +2

      Eibur video sai ami ki korim

    • @bhaskarnath5552
      @bhaskarnath5552 Місяць тому

      একো যদি কৰিব লগাই নাই তে চাইছা কি বাল কৰিব😡🖕

    • @chimkideka1866
      @chimkideka1866 Місяць тому

      Inspiration.Tumi jodi ene ata videot ai kothakhar koisa mane tumi jibonor asol rup dekhai nai​@@user-yh6tz8dz1d

  • @sanjibpaul2765
    @sanjibpaul2765 Місяць тому +2

    Moza dipmu da.. moza.. mur monor kotha jen apuni aji prokakh kori dixe.. thank u so ai video tu bonuar babe❤

  • @debashreeborah413
    @debashreeborah413 Місяць тому +3

    বহুত সুন্দৰ। যথেষ্ট সময়োপযোগী video❤

  • @axomiabuwari
    @axomiabuwari Місяць тому +76

    ধুনীয়া কথা কৈছা আশীৰ্বাদ কৰিছোঁ ভালে থাকা 🎉🎉।

  • @rimalteron8111
    @rimalteron8111 Місяць тому +70

    আমাৰ টো গাওঁৰ মানুহে সকলো কৰে , কেটাৰিং পাৰ্টি দৰকাৰ নাই দেই 😂 .. best of the best ....
    গাঁওৰ খানা...🥳🥳👍🏻

  • @user-ei8pj6nz9z
    @user-ei8pj6nz9z Місяць тому +5

    Best video till date....❤😊

  • @subratkalita9841
    @subratkalita9841 Місяць тому +1

    Ay video tur pora dimpu dar big fan hoi golu 🔥

  • @syedafarhin157
    @syedafarhin157 Місяць тому +40

    বিয়াৰ নামত আজিকালি প্ৰতিযোগিতা হে দেখা যায়,ভাল লাগিল video টো।

  • @pallabipolhazarika6047
    @pallabipolhazarika6047 Місяць тому +25

    বহুত ভাল লাগিল ..আজিৰ আমাৰ সমাজে বুজিব লগীয়া এই কথাখিনি ❤

  • @beaulaboruahmoran4697
    @beaulaboruahmoran4697 Місяць тому +1

    Anekuwa Video Aituye first palu Bohut Val lagile Thank you So much!

  • @tezpurialuittl8983
    @tezpurialuittl8983 Місяць тому +2

    লক্ষ্মীৰ লগত যেনেকৈ কূবেৰ থাকে, ঠিক তেনেকৈ মৃতব্যয়ি মানুহৰ হাতত হে ধন টিকি থাকে। আজিৰ দিনত মৃতব্যয়ি হোৱাটো বহুত জৰুৰী। ভাৰতীয় মানুহৰ আৰ্থিক সমস্যাৰ মূল কাৰণ হৈছে উৎসৱ পাৰ্বনত অত্যাধিক ধন ব্যয় কৰা।

  • @arupjyotiborah7286
    @arupjyotiborah7286 Місяць тому +22

    Apuni akdom monr kotha kole.....সুন্দৰ সুন্দৰ সুন্দৰ.....junvilag kotha mnt ahi asil ba ahe xaivilag kotha apuni koise......apunar nisina koi bujabo nuaribo paru but buji pou kotha bilag but bujai kabo nuaru nije buji pou kotha vilag.......bor ধুনীয়া koi kotha vilag kolee bor bhal lagil.....mn sui gol.....200% right kotha koise apuni......সুন্দৰ সুন্দৰ সুন্দৰ ❤🙏😍❤️

    • @user-gg8tw7nf4u
      @user-gg8tw7nf4u Місяць тому +2

      Dimpu akdom monr kotha kole❤❤❤❤❤❤❤❤❤

  • @pranjaldas6416
    @pranjaldas6416 Місяць тому +26

    বঢ়িয়া, মই ও একমত | একেবাৰে মনৰ কথা কৈছা, বহুত ভাল লাগিল দিম্পু | সচা কথা, কথাবোৰ সকলোৱে বুজি পালে একো অসুবিধাএ নাই |

  • @anjandas8666
    @anjandas8666 Місяць тому +2

    ইমান ধুনীয়াকৈ বুজাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ

  • @monikayasmin8953
    @monikayasmin8953 29 днів тому

    Bah Dipmu daa bohut valuable hoi apunar kothabur 👍

  • @simibaro6539
    @simibaro6539 Місяць тому +1531

    Jiye Dimpu daar biyar krne wait kri ase 1 like! 🥳😂😂

  • @purabidas9489
    @purabidas9489 Місяць тому +61

    তোমাৰ চিন্তা ধাৰা বহুত উন্নত। ভাল লাগে তোমাৰ ভিডিও চাই।

    • @monjit358
      @monjit358 Місяць тому

      @@purabidas9489 really

  • @biso2.O
    @biso2.O Місяць тому +2

    Moi bohut happy karon tumar video sai moi dekh bidekh dekhilu

  • @RainDrops-nz1ii
    @RainDrops-nz1ii Місяць тому +3

    Best Video Ever Dimpu daa❤

  • @user-uu1ue9pp7y
    @user-uu1ue9pp7y Місяць тому +18

    Dimpu dar mind ye Belk ❤ sob kota buji pai arw amk emn dhuniya k bujai ❤

  • @pranjalbarua5149
    @pranjalbarua5149 Місяць тому +60

    এটা ভাল ভিদিঅ''সকলো যুৱ প্ৰজন্মই চাব লগা ভিদিঅ

  • @Runjun.Sonowal99
    @Runjun.Sonowal99 Місяць тому +1

    কথা খিনি শুনি ভাল লাগিল ❤ অদ্ভুত হলেও আজি কালি দিনত এইবিলাক এ চলি আছে❤❤❤😊

  • @MindharVlogs
    @MindharVlogs Місяць тому +2

    Perfect time perfect video.

  • @Krishnamusic112
    @Krishnamusic112 Місяць тому +65

    Dimpu da love from odisha Jay jagannath ❤❤

  • @jabedulislam6495
    @jabedulislam6495 Місяць тому +110

    বহুত ভাল এখন information দিছে ভাল লাগিল ❤

    • @mriduldeka68
      @mriduldeka68 Місяць тому +1

      😂😂 oi ekhon information nhoi o bapu 😜🤪 ata information he kobo lge

    • @dipsikhabhagawati7531
      @dipsikhabhagawati7531 Місяць тому

      Bahut bhal lagil

  • @_riyan_
    @_riyan_ Місяць тому +1

    Practical kotha ekdom to the point ekdom dimpu da❤️

  • @MovieReligious-ph6tk
    @MovieReligious-ph6tk Місяць тому +2

    Dimpu Da বৰ্তমান সময়ত আপুনি অসমৰ এজন বিখ্যাত you Tuber হৈ আছে। আপুনি যদি অলপ মান এই কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষাত বাহিৰা candidate বোৰৰ বিষয়ে অলপ কিবা এটা কৰে তেতিয়া হ'লে অসমৰ বহুতো লৰা ছোৱালীৰ সহায় হ'ব। 😢 কাৰণ আমি কৰিব খুজিলেও কৰিব নোৱাৰো।

  • @thecreep1712
    @thecreep1712 Місяць тому +32

    kothaxini ekdom right.. মানুহৰ চিন্তাধাৰা bur xoloni kori নিজৰ income sai biya পাতিব লাগে... social status মিলাব goi last t ধাৰ t পোত ji..

  • @user-gd8xp9vm4i
    @user-gd8xp9vm4i Місяць тому +21

    ভাল লাগিল কথা খেনি শুনি।।।।Dimpu dar বিয়াত নামাতিলেও যাম বুলি কোনে কোনে ভাবি আছে।।।।😍😍😍😍🥰❤❤

  • @sunusonowal6745
    @sunusonowal6745 Місяць тому +1

    এনেবোৰ মানুহ কিন্তু ভাৰতৰ যিকোনো দুৰ্যোগৰ সময়ত দেখা নাপাই ।কথাটো মন কৰিবলগীয়া😢😢😢

  • @sangitabarman7507
    @sangitabarman7507 Місяць тому +1

    Bohut dhuniaa kotha koisa

  • @gitankarjyotisaikia5508
    @gitankarjyotisaikia5508 Місяць тому +150

    বিয়াত photography, videography ৰ নামত লাখ লাখ টকা উৰুৱাই দিয়ে। সুন্দৰ

    • @rajivbhuyan3208
      @rajivbhuyan3208 Місяць тому +6

      Biya poisa aami hadharan janta dibo loga hoise.Dimpu Tumi jana ne nai Jio Recharge kiman dm bhil koror janatai Jio sim solai aase.dukhiya manuhr poisa hoi

    • @chandanadevi6149
      @chandanadevi6149 Місяць тому +3

      BSNL lba lage

    • @abhijitgogoi4388
      @abhijitgogoi4388 Місяць тому +1

      Airteleu Bea patiboloi dam bohaise ni

    • @axomiafreefirezone4062
      @axomiafreefirezone4062 Місяць тому

      ​@@rajivbhuyan3208BSNL Lok no apuni apunak Kune Jio solabo dise

  • @sankarpiano
    @sankarpiano Місяць тому +121

    Dimpur dore amar Assomot Jodi aru keyjon man youtuber ulai jai Assam khonor Bohut unnoti hobo.Very important video for All.Thx.

    • @hirakjyotidas212
      @hirakjyotidas212 Місяць тому

      Bikash Chetty faltu hoi khi manuhok besi luxurious influence kori ase

    • @user-he6dh8qu6h
      @user-he6dh8qu6h Місяць тому +6

      What's about Homoy Gogoi?

    • @Rashmi-qe9pv
      @Rashmi-qe9pv Місяць тому +5

      Homoy Gogoi ....

    • @north2061
      @north2061 Місяць тому +4

      Lukor hisab marise baan panit thoka manuh burok olop hohai kora hole Val lagil hoi

    • @hridaydeka2928
      @hridaydeka2928 Місяць тому +3

      Hs Extra. BULI CHANNEL ETA ASE SAOK

  • @bikashmixassamese3539
    @bikashmixassamese3539 Місяць тому +1

    That's why I like Dimpu Baruah !!

  • @GunjanParasar-fy9mg
    @GunjanParasar-fy9mg Місяць тому +1

    Best video dimpu da ❤❤😮😮

  • @কুঁহি
    @কুঁহি Місяць тому +20

    ভাল কথা কৈছা দিম্পু দা তুমি বহুত লাগতীয়াল কথা কৈছা
    আগলৈ ও এনেদৰে আমাক লাগতীয়াল কথা জনাই থাকিবা ❤

  • @hirockdas5232
    @hirockdas5232 Місяць тому +32

    বৰ সুন্দৰ কথা কেইটামান কলা .... সময়ৰ লগত উপযোগী .... ধন্যবাদ

  • @assamtaraniprank7896
    @assamtaraniprank7896 Місяць тому +1

    Lift dimpu daa a tu video a sai vl paisu ❤️👍🏻

  • @nabya4787
    @nabya4787 Місяць тому +2

    বৰ ভাল video বাৰ্তা. Thanks ❤❤❤

  • @dreamer3165
    @dreamer3165 Місяць тому +8

    Society r real face tu show korila dimpu, val lagil... Buji pabo manuhe.

  • @yourchannel-yu9dj
    @yourchannel-yu9dj Місяць тому +15

    Monor pora ata kotha kolu dimpu daa ,,bohut vall xikaisa vido2t❤❤

  • @zamanashik
    @zamanashik Місяць тому +1

    This is your best video since I have started watching you,aagbari jowa bhaity,Bahut bhale thaka 🙏

  • @dibyadas5455
    @dibyadas5455 Місяць тому +1

    Brilliant advice Mr. Baruah through this video. You are really awesome by your thoughts.

  • @himachoudhary991
    @himachoudhary991 Місяць тому +35

    দিম্পো দাৰ বিয়া খন লক্ষণীয় হ'ব।

  • @davilhunter3342
    @davilhunter3342 Місяць тому +13

    Ut video salo dimpu daa but ei2 a Dil ko touch kar gaya ❤

    • @Sushiii2345
      @Sushiii2345 Місяць тому

      Pura heart touching vedio oo dimpu daaa😢😮🤧❤️❤️❤️❤️bohut bhal lagilll saii

  • @priyakshiborah9320
    @priyakshiborah9320 Місяць тому

    Ekdom video tu sai bhl lagi gol....❤

  • @user-if8wp2hb7k
    @user-if8wp2hb7k Місяць тому +2

    Dimpu dar shirt tu val lgse❤

  • @user-bv1mi4vx4z
    @user-bv1mi4vx4z Місяць тому +12

    Dimpu da bht dhuniya kotha koisa🎉 Love from Lakhimpur ❤❤❤❤❤❤

  • @user-xi4np4ii5k
    @user-xi4np4ii5k Місяць тому +6

    বৰ সুন্দৰ কথা কৈছা দিম্পু।আমাৰ ৰাইজ সজাগ হব লাগে।লোকক অনুকৰণ ভাল কামত কৰিব লাগে , এইবোৰ দেখাকদেখি কৰা কামে পৰিয়াল বোৰক বহুত তললৈ নিছে। আজিকালি হালধি মেহেন্দি সঙগীত এইবোৰ অসমীয়া সমাজত ঠাই পাইছে।বৰ লাজৰ কথা এইয়া।আমাৰ অসমীয়াৰ নিজৰ নীতি নিয়ম বোৰ কিমান ভাল লগা কিন্তু তাকে এৰি লোকৰ নিয়মক আদৰিছে। অন্য ৰাজ্যৰ মানুহে কিন্তু লোকৰটো লৈ গৰ্ব নকৰে।।

  • @tinayasmin6524
    @tinayasmin6524 27 днів тому

    & apunar kotha xuni vale lagil..😊

  • @bishnusaikiavlogs
    @bishnusaikiavlogs Місяць тому +1

    Moja di gol ❤

  • @NikhilMalakar-d1r
    @NikhilMalakar-d1r Місяць тому +7

    Dimpu daa speech rocked 😮
    So audience shocked 😅

  • @dipaligogoi8932
    @dipaligogoi8932 Місяць тому +11

    Positive post
    সুন্দৰ !!🎉 বৰ্ত্তমান এইটোৱেই হ'ব লাগে 👍

  • @user-dn2cr1iv4r
    @user-dn2cr1iv4r 17 днів тому +1

    হয় দাদা আপুনি একদম সচা কথা কৈছে ❤

  • @KokoLala-p8w
    @KokoLala-p8w Місяць тому

    Dimpu moi tumak bohut beya paisilu kintu aji ai video tu Sai peli mur bohut val lagil

  • @shasanksvlogs97
    @shasanksvlogs97 Місяць тому +29

    একদম সঁচা কথা কৈছা bro. 💯 Really agree! 👍🏻
    আৰু লগতে আমি আমাৰ পৰম্পৰা টো বজাই ৰাখিব লাগে। Naa ki western culture!

  • @lohitbarman5775
    @lohitbarman5775 Місяць тому +23

    Dimpu daa Talented , Smart and Most Intelligent youtuber in the Assam.....

  • @tahilmasud
    @tahilmasud Місяць тому +1

    East or west dimpu DA is Best

  • @runuma714
    @runuma714 Місяць тому

    15.10 second kuwa kotha khar mojja lagse❤❤❤

  • @assamesefunnycartoon2299
    @assamesefunnycartoon2299 Місяць тому +19

    কথা খিনি বহুত ভাল লাগিছে ❤️

  • @khaninsarma5522
    @khaninsarma5522 Місяць тому +10

    Bahut bhal lagil vdo to... Ekdam right katha koisa Dimpu.... Moi bhabo ai vdo tor pora mor logote bahute bahut katha xikibo ru labhaban hobo paribo....

  • @DeepKonwar-tv6qy
    @DeepKonwar-tv6qy 29 днів тому

    Bohut Buji palu dimpu da all is ultimate dimpu dar karone 1ta like kori jabo hokoluye

  • @nabadippathakvlog2146
    @nabadippathakvlog2146 Місяць тому +1

    Mojja dimpu da ❤🔥

  • @jitumonidas3623
    @jitumonidas3623 Місяць тому +16

    বহুত ভাল লাগিল কথা খিনি শুনি... একদম 500% সচাঁ.... আমি দেখাক দেখি সকলোবোৰ সমস্যাত পৰি গৈ আছো। চৰকাৰে আচলতে কৰুনাত বিয়া পতা নিয়মটো বাধ্যতা মূলক কৰিলে ভাৰতবৰ্ষৰ 90% মানুহ এই মানসিক সমস্যাটোৰ পৰা আতৰি আহিব পাৰিব❤❤

    • @mynameispagal9460
      @mynameispagal9460 Місяць тому +1

      কেৱল চৰকাৰ কি মানে আপুনি আপোনাৰ বিয়াত প্ৰয়োজনীয় মানুহ বিলাকক মাতাক।বিয়া আপোনাৰ মতে পাতক চৰকাৰৰ মতে নহয়।যিমান আপোনি পাৰে

  • @tabassumrahman1691
    @tabassumrahman1691 Місяць тому +9

    Dimpu eybar tumar ey kothabur bohut bhal lagil ..Hompurno moi ekmot ..ami bohut bujibo hol

  • @user-ru6du4mv9u
    @user-ru6du4mv9u Місяць тому

    বঢ়িয়া কথা কৈছা Dimpu.

  • @piyus400
    @piyus400 Місяць тому +1

    Ake ake dui dimpu da jui🔥🔥

  • @SKumar-ne4sz
    @SKumar-ne4sz Місяць тому +6

    Dimpu Bhai tomar prai videos saisu,bt aei video tu best paisu..ajir date t ami middle class axomiya lok hokole aei video tu soa dorkar.. thank you Bhai ..🙏

  • @shyamolmoran7560
    @shyamolmoran7560 Місяць тому +58

    আপুনি সচা কথা কৈছে দাদা। আপুনি ভিদেও তো বনোৱা অলপ দেৰি কৰিলে, মই বিয়া পতিলো ছয় মাহ আগত। মোৰো বহুত টকা খৰচ হল মানে অকাতকৈ বেছি 😞😞😞

    • @JyotismanHazarika-qd5jc
      @JyotismanHazarika-qd5jc Місяць тому +2

      😢😢😢hosai dei 😢😢

    • @nayanmedhi6017
      @nayanmedhi6017 Місяць тому +5

      Next time patile eman kharos nkorib

    • @kailashdas1140
      @kailashdas1140 Місяць тому +1

      😂

    • @Ah_Ah_Nayan_Deka
      @Ah_Ah_Nayan_Deka Місяць тому +1

      Soli apir biyat nokoribo
      Aponar ji hol hol aru

    • @lakhikutum5485
      @lakhikutum5485 Місяць тому +2

      Hindi English YT channel bhutei ai unnecessary biyar expanse r Topic r bihoye 2 3 বছৰ agote diya ase sabo lge.. Only assamese language tei humai thakibo nlge... Explore kr some other language as well

  • @bablidandachetry525
    @bablidandachetry525 Місяць тому

    Xundor kotha koisai dimpu da . 100% Right 🙏❤❤

  • @user-ig5sj4xe8m
    @user-ig5sj4xe8m 22 дні тому

    Xosai vhal lagise tumar kotha bor vhaity

  • @flyingbird131
    @flyingbird131 Місяць тому +9

    প্ৰত্যেকটো কথাই প্ৰত্যেকটো শব্দই সত্য,,সম্পূৰ্ণ মনৰ কথা খিনি ক'লে। বুফে system একদম পচন্দ নকৰোঁ।

  • @bondonagogoi1072
    @bondonagogoi1072 Місяць тому +5

    Bohut dhuniya kotha koise dimpu daa... Aikhini kotha jate manuh bure buji pai aru amar culture tu dhori rakhe jen.

  • @hirakrajkhowa6536
    @hirakrajkhowa6536 Місяць тому

    Bohut dhunia video bonala ...monor kotha koi dila val lagil huni ....superb video ....

  • @bodybuildingzone6583
    @bodybuildingzone6583 Місяць тому

    Waahh moja koisa dimpu

  • @prosenjitdey657
    @prosenjitdey657 Місяць тому +7

    I love you dimpu da ..apunar ai vidio tu karone bohut manuhor life bachibo

  • @BituExperiment
    @BituExperiment Місяць тому +86

    Tatei aro aro recharge 'r dam baril😂

    • @udiratrabhaudiratrabha3419
      @udiratrabhaudiratrabha3419 Місяць тому +5

      Ha bhai tar karne BSNL sim bonabo lagibo

    • @VictorK2006
      @VictorK2006 Місяць тому +1

      Kotha val koi koba napa naki laoura​@@udiratrabhaudiratrabha3419

    • @nilotpolshankarison5438
      @nilotpolshankarison5438 Місяць тому

      ​@@udiratrabhaudiratrabha3419network tu bhal ne BSNL r??

    • @JagadishDas-l6t
      @JagadishDas-l6t Місяць тому +1

      Recharge only jio bara nai to... Airtel ro o bare sa bhai😵‍💫

  • @karnabarmandhulia7053
    @karnabarmandhulia7053 Місяць тому

    ডিম্পু তোমাৰ কথা খিনিৰ লগত মই একমত । আৰু, মই যি জনী ছোৱালী বিয়া পাতিম তেওঁলোকৰ পৰা মই এক পইচাৰো বস্তু নলওঁ বুলি মোৰ মা-বাবা হঁতক কৈ থৈছোঁ । কাৰণ, মইও গৰিব ঘৰৰ লৰা মই বুজি পাওঁ, এজনী ছোৱালী বিয়া দিয়া মানে কিমান কষ্টদায়ক । উদাহৰণ মোৰ ভনী জনীক বিয়া দিওঁতে গ'ম পাইছোঁ । গতিকে, মই কোনো ছোৱালী ঘৰত কষ্ট দিব নুখুজো আৰু নিদিওঁ । কিন্তু, এটা কথা ঠিক, ভাৱিছো হে বিয়া পাতিম বুলি এতিয়া লৈকে কইনাই বিচাৰি পোৱা নাই দেই 🤭🤭
    আচলতে এষাৰ কথা আছে নহয়, যে
    "কপালত নাই ঘি"
    "ঠকিয়ালেনো হ'ব কি"
    শুভৰাত্ৰী সকলোকে দেই কৃষ্ণ 🙏

  • @mantugupta5132
    @mantugupta5132 Місяць тому

    Sundar Dimpuda Asha koru apunar ai bartha hokoluwe hridayangma kore aru nijor jibon tu.sohoj kare.

  • @jaidekaaxom
    @jaidekaaxom Місяць тому +12

    Ei video tur bahute dorkar asile......Thank you Dimpu for making this video

  • @nitindas2643
    @nitindas2643 Місяць тому +6

    Next level love from Assam India ❣️

  • @ShikharaniDas-hn9pe
    @ShikharaniDas-hn9pe Місяць тому +1

    Monor kotha koise Dimu daa👌👍🙏❤😊

  • @subratkalita9841
    @subratkalita9841 Місяць тому

    👏🏻👏🏻👏🏻 Val lagil kothakhini 🔥