Assam goat farming. Smart Napier. 8638035590

Поділитися
Вставка
  • Опубліковано 17 жов 2024
  • Welcome to our UA-cam channel SWAGATAM farming tips
    Our channel playlist
    ছাগলী সম্বন্ধীয় Videos playlist
    • Goat related videos
    ছাগলীৰ ঘাঁহ সম্বন্ধীয় Video's playlist
    • Grass for Goat & Cow
    SWAGATAM farming tips all videos playlist
    • SWAGATAM farming tips
    #ছাগলীফাৰ্ম #গৰুপালন #assam_goat_farming
    About this channel
    Friends এই Channelৰ মাধ্যমেৰে ছাগলী, গৰু আৰু বিভিন্ন প্ৰজাতিৰ ঘাঁহৰ খেতিৰ ওপৰত ভিডিঅ' দিয়া হয়। কি কি ঘাঁহ গৰু আৰু ছাগলীৰ বাবে উত্তম হয়, কোনটো ঘাঁহত কি কি vitamins and minerals থাকে, কি জাতৰ পালন কৰিব লাগে, গৰু আৰু ছাগলী পালনত কিমান লাভ হয়, গোহালি বা গড়াল কেনেকুৱা হব লাগে, গৰু আৰু ছাগলীক কি কি বেমাৰ হয়, গৰু আৰু ছাগলী কেনেকৈ কিনা বেচা কৰিব লাগে, এইবিলাক information দিয়া হয়। Scientific পদ্ধতি অৱলম্বন কৰি গৰু আৰু ছাগলী পালনত আমি কেনেকৈ উপকৃত হ'ব পাৰো ইয়াৰ ওপৰত ভিডিঅ'দিয়া হয়।
    SWAGATAM farming tipsৰ উদ্দেশ্য
    অসমৰ নিবনুৱা সমস্যা কিছুপৰিমানে হ'লেও হ্ৰাস কৰাত সহায় কৰা আৰু যুৱক আৰু যুৱতীক কৰ্মমূখী আৰু স্বাভলম্বী কৰা।
    যদি আপোনালোকক SWAGATAM farming tipsয়ে উপকৃত কৰিছে তেনেহলে Channelটো Like, Share, Comments & Subscribe কৰিব।
    #cowfarminginassam #assamcowfarming #grassforcow #grassfowcoawassam #cowdiseaseassam #cowfeed #cowgrass
    #blackbengalgoatfarm #assamhillgoat
    #localgoatfarm #goatfarm #smallgoat
    #goatfeed #supernapier #amazonsupernapier
    #rednapier #australianrednapier #ginigrass
    #subabul #napier #goat_disease #goat_food_poisoning #grass_in_flood
    #dhansia #gliricidia #betel_goat_farm
    Para grass in Assam
    jinjua grass in Assam
    blackberry grass in Assam
    smart napier grass in Assam
    super napier grass in Assam
    Australian red napier grass in Assam
    giant king grass in Assam
    guenia grass in Assam
    Assam para grass
    Assam jinjuwa grass
    Assam blackberry grass
    Assam smart napier
    Assam super napier
    Assam Australian red napier
    Assam Gini grass
    Assam giant king
    #paragrass #jinjuwa #blackberrygrass
    #Smart napier #Super napier #Australian red
    napier #Giant king #Napier co4 #Gini, #COCN4 ৰ বাবে যোগাযোগ কৰিব।
    Krishna Sharma
    SWAGATAM farming tips
    Kaliabor, Nagaon
    8638035590
    Thank you

КОМЕНТАРІ • 10

  • @mintusaikia1367
    @mintusaikia1367 3 місяці тому

    ভিডিঅ'টো ভাল লাগিল দেই দাদা। আৰু এটা ভাল কথা ক'লে আপুনি - বাহিৰত গৈ আমি যদি ৮,১০ ঘন্টা কাম কৰিব পাৰোঁ, তেনেহলে নিজৰ ঘৰ খনত থাকি উঠি ৫,৬ ঘন্টা কাম কৰিব পাৰিলে। কিমান ভাল কথা।

  • @mintusaikia1367
    @mintusaikia1367 3 місяці тому

    দাদা, ঘাঁহ বোৰ ছাগলীক খুৱাবৰ বাবে কেনেদৰে কাটি আনা হয়। এটা ভিডিঅ' কৰি দেখাবচোন।

  • @pankajrajbongshi9737
    @pankajrajbongshi9737 4 місяці тому

    দাদা পাৰা ঘাঁহৰ বিষয় কব চোন কেনেকুৱা |
    আৰু পানী জমা হোৱা ঠাইত কি ঘাঁহ লগাব পৰা য়াব |
    আৰু আপোনাৰ ওচৰত ধনচাই বীজ পোৱা য়াব নেকি

  • @bikinath8711
    @bikinath8711 4 місяці тому

    Jinjuwa bajra eibilk grass kt pwa jabo

  • @abubakkarsiddique9081
    @abubakkarsiddique9081 3 місяці тому

    Nepear gress pam ne

  • @AbulKalam-vg6qs
    @AbulKalam-vg6qs 4 місяці тому

    Jinjuwa ghah(grass) Ban pani t mori jay neki
    jonabo.
    AK. AZAD
    DHUBRI(ASSAM)