Report@30 || তামোলৰবাৰীত ৰোপণ কৰিব পাৰি চকলেট গছ || বান্দৰ কে‍ঁকোৱাৰ পৰা উপাৰ্জন ১ৰ পৰা ডেৰ কোটি টকা

Поділитися
Вставка
  • Опубліковано 7 січ 2025

КОМЕНТАРІ • 986

  • @mukulchandrabaruah3631
    @mukulchandrabaruah3631 3 роки тому +9

    ভাল লাগিছে। অসমৰ মানুহ আগবাঢ়ি যোৱা দেখিলে, exceptional কিবা কৰি উন্নতি কৰা দেখিলে বহুত বহুত আনন্দ লাগে।

  • @basisthaacharya6590
    @basisthaacharya6590 4 роки тому +1

    এইটো এটা উল্লেখযোগ্য প্ৰেৰণাদায়ক অনুষ্ঠান। অসমৰ বহুকেইখন গাঁৱত এই কামটো কৰিবলৈ সুবিধা আছে, পিছে এই অজাত শত্ৰু বান্দৰৰ জাকৰ পৰা ইয়াক ৰক্ষা কৰা সম্ভৱ নহয়। গতিকে বান্দৰৰ পৰা কিদৰে এই খেতি বাতি বোৰ ৰক্ষা কৰিব পাৰি তাৰ বাবে কিছুমান উপায় প্ৰচাৰিত কৰিলে ৰাইজৰ বহুত উপকাৰ হ'ব। উদ্যোগী ব্যক্তি সকলৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছো।

  • @rebotnath7962
    @rebotnath7962 6 років тому +47

    বহুতে মতামত দিছে সকলোৱে সুধিছে কি দৰে বীজ পোৱা যাব কিন্তু দুখৰ কথা যে dy365 ৰ ফালৰ পৰা কোনো সহাৰি পোৱা নাই আপোন লোকক অনুৰোধ কৰিছোঁ যে কথা খিনিৰ উত্তৰ দিয়ক আৰু আমাৰ দৰে নিবনুৱা লৰা ছোৱালী বোৰক প্ৰেৰণা জনাব যাতে আমি তাৰ খেতি কৰি স্বাৱলম্বী হব পাৰো ধন্যবাদ

    • @futurelife5828
      @futurelife5828 6 років тому

      🙏 কৃষ্ণ

    • @garimadeka3771
      @garimadeka3771 5 років тому

      Amar gaont bandor kekua ase dada..

    • @garimadeka3771
      @garimadeka3771 5 років тому +2

      @@rupeshrabhaswargiary1444 nai nuari..gaat kibakoi lagilbo lagile moribo lagibo😊

    • @garimadeka3771
      @garimadeka3771 5 років тому

      @@rupeshrabhaswargiary1444 hoi neki..etat 1000 dile nissoi ksto kori holeu anim😁😁

    • @garimadeka3771
      @garimadeka3771 5 років тому

      @@rupeshrabhaswargiary1444 ki korubo aapuni kini loi??

  • @Sarat933
    @Sarat933 6 років тому

    সচাকৈয়ে অতি সুন্দৰ পদক্ষেপ ।।। সাধাৰণতে সঠিক যোগাযোগৰ অভাৱতে বহুতে ইচ্ছা আৰু সামৰ্থ থাকিও এইক্ষেত্ৰত আগুৱাই যাবলৈ কুণ্ঠাবোধ কৰে ।।

  • @nomadicassamese618
    @nomadicassamese618 6 років тому +95

    সুন্দৰ পদক্ষেপ!!
    এই গছৰ বীজ কেনেকৈ পোৱা পোৱা যাব!! এই বীজবোৰ আৰু এই খেতিৰ প্ৰক্ৰিয়াটো আমাৰ নৱপ্ৰজন্মক যোগান ধৰি প্ৰশিক্ষণ দিলে অসমৰ অৰ্থনীতিত যথেস্ট উন্নত হ'লহেতেন!!
    চৰকাৰে skill devlopmnt ৰ নামত কি কৰি আছে সিহঁতে জানিব!!

    • @UjjaldasBubul
      @UjjaldasBubul 6 років тому +3

      ভাল কথা কৈচা তুমি

    • @ranarabha2547
      @ranarabha2547 6 років тому

      Atiya kot jai pam ami ei bustu bor

    • @paragborah7998
      @paragborah7998 6 років тому +7

      বাতৰিটো প্ৰচাৰ কৰিছে ভাল পাইছোঁ । কিন্তু বাকী সহায় সহযোগিতাবোৰো যদি কৈ দিলে হয় ভাল লাগিল হয় ।

    • @RupamKamrup
      @RupamKamrup 6 років тому +2

      বলক হে এদিন যাওঁগৈ | লগ কৰোগৈ

    • @bijuphukan5634
      @bijuphukan5634 6 років тому

      Hh

  • @adityanath2552
    @adityanath2552 6 років тому +2

    ২ কেজি গুড় ২০০ লিটাৰ পানী ৰ লগত ২০ টকা দামৰ এটা বটল মিহলাই মাটিত দিলে মাটিৰ উৰ্বৰতা বাঢ়ে । বাঃ ইমান ধুনীয়া informetion । ধন্যবাদ

  • @jeetoxom3897
    @jeetoxom3897 6 років тому +7

    Great job. This is what people actually want. Keep it up. 💯

  • @himanibanikya8168
    @himanibanikya8168 3 роки тому

    সুচিল পাটোৱাৰী আপুনাৰ কথা বোৰ খুবভাল ধিৰ স্থিৰ আজিৰ পৰা বহুত কথা জানিব পাৰিলো বৰভাল লাগিল আমি নজনা কথা বহুত আচে সকলোৰে ভাল হওক খেতি কৰা জুবক কেইজনক শুভেচ্চা দিলো তেওলোকৰ উন্নতি কামনা কৰিলো

  • @chandonpaponborah.4240
    @chandonpaponborah.4240 6 років тому +6

    সুন্দৰ প্ৰচেষ্টা আপোনালোকৰ। এইবোৰ আৰম্ভ কৰিবলৈ হলে কেনেকৈ আপোনালোকৰ লগত যোগাযোগ কৰিব পাৰিম।

  • @hiteshgogoi9409
    @hiteshgogoi9409 4 роки тому +1

    বৰ সুন্দৰ নিদৰ্শন, আমাৰ নৱপ্ৰজন্মই এইবোৰৰ প্ৰতি আকৰ্ষিত হব,আৰু নিবনুৱা সমস্যা দূৰ হব,চৰকাৰৰ লগতে তেখেতে বাট দেখুৱাবলৈ প্রাৰ্থনা জনাইছোঁ(ঠিকনা দিব বুলি অনুৰোধ জনাইছোঁ)🙏🙏🙏

    • @bhabensahariah8526
      @bhabensahariah8526 2 роки тому

      প্ৰগেমটো ধাৰাবাহিক ভাবে দি থাকি অসমৰ খেতিয়কক আগবঢ়াই নিয়াত সহায় কৰে যেন ।

  • @dambaruspersonalblog5541
    @dambaruspersonalblog5541 6 років тому +37

    আমাৰ অসমৰ মানুহে বিভিন্ন খেতি কৰে যদিও উপযুক্ত বজাৰ তথা মধ্যভোগী আৰু বিভিন্ন কাৰণৰ বাবে উপযুক্ত মূল্য নাপাই মাজতে এৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।গতিকে যিকোনো খেতি কৰাৰ আগতে চৰকাৰে নিদিষ্ট ব্যৱস্থাপনাৰ যোগেদি কৃষকৰ বাবে সুলভ বজাৰ এখন সৃষ্টি কৰিব নোৱাৰিলে যিমান খেতি কৰিলেও লাভ নাই।আশা কৰিছোঁ ৰাইজে কৃষি বিপ্লৱত অংশগ্ৰহণ কৰি এনেকুৱা অনুষ্ঠান বোৰৰ পৰা লাভবান হ‌ওঁক।

  • @B.Sarmah1
    @B.Sarmah1 5 років тому

    আপোনালোকৰ এই প্ৰচেচ দেখি সচাকৈয়ে ভাল লাগিছে ।আৰু বহলভাবে কৰক তাৰেই কামনা কৰিছো ।লগতে দ্ৰেগন ফ্ৰুইতৰ খেতিতো কৰিলে বহুত লাভজনক বুলি জানো । পাৰিলে দ্ৰেগন ফ্ৰুইট লগাওক । মই জানুৱাৰী মাহত ২ কিলো দ্ৰেগন ফ্ৰুইট আনিছো ৯৫০ টকাত দুকিলোট ৮ টা উঠিছে।গতিকে পাৰিলে চেষ্টা কৰক চোন ।

  • @dhrubajyotigogoi2228
    @dhrubajyotigogoi2228 6 років тому +6

    thanks .... kin2 bojar kot ase kwa hole vl asil .....

  • @Gunda0506
    @Gunda0506 6 років тому

    Bahut encouraging video.......Aakha koru natun projonmoi bahut kotha hikibo paribo

  • @palashkakati7166
    @palashkakati7166 3 роки тому +4

    Amar কুঁহিয়াৰ খেতি বাৰিৰ বান্দৰ কেঁকোৰা বহুত আছে

  • @niyoresmiofficialmusic8161
    @niyoresmiofficialmusic8161 6 років тому +1

    বহুত ধুনিয়া লাগিল

  • @Bhattapapu
    @Bhattapapu 6 років тому +5

    One of the best programmes by Dy

  • @SriCCDas
    @SriCCDas 4 роки тому

    ধন্যবাদ আপোনাৰ এই চকলেট খেতি কৰাৰ বাবে।

    • @গাঁৱলীয়ালৰামই-ষ৫ষ
      @গাঁৱলীয়ালৰামই-ষ৫ষ 4 роки тому

      আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻

  • @anupamsaikia735
    @anupamsaikia735 6 років тому +7

    তেওলোকক লগ কৰিব বিছাৰো ৷ তেওলোকৰ ঠিকনা দিলে উপকৃত হলো হয় ৷

    • @Bikram12344
      @Bikram12344 6 років тому +1

      সাৰ খোৱা অসমীয়া অ' কোনো নকয়।

    • @jyotishmedhi4116
      @jyotishmedhi4116 Рік тому

      @@Bikram12344 sob Pakistani hoí

  • @munindrasarma2508
    @munindrasarma2508 4 роки тому

    apunar anusthan tur pora manuh khosai lavambito hobo thank you

  • @kirihanse2403
    @kirihanse2403 6 років тому +3

    Xundor idea koribo lagibo

  • @rueeborah8033
    @rueeborah8033 3 роки тому

    সুন্দৰ পদক্ষেপ

  • @deepankarchutia1413
    @deepankarchutia1413 6 років тому +6

    Coffee gos jupak j bandor kekura koi moi dy365 pora hey gom palu..by d way dy365 a bandor kekura use kori sabo adin

  • @bkumar1288
    @bkumar1288 4 роки тому +2

    We should encourage unemployed youths to grow with guidance.Nice programme

  • @adityanath2552
    @adityanath2552 6 років тому +14

    news টো হয়তু সচাঁ । কিন্তু এনেধৰনৰ news এ কাৰো উপকাৰ কৰিব নোৱাৰে ।

    • @indprajit1590
      @indprajit1590 3 роки тому +1

      Hoi naki bupa...tumak game kheli poisa lage

  • @bidyasingengleng1014
    @bidyasingengleng1014 6 років тому

    Kheti kori Raijor dekuwar babe bohut bhal lagise gotike apunalukok bohut bohut dhaibad namaskar..

  • @mohammadabdulmotalibhussai1713
    @mohammadabdulmotalibhussai1713 5 років тому +3

    Allah is only one (1) ek

  • @JituAssam564
    @JituAssam564 6 років тому

    Bhut vl lagil jani kinie...

  • @trikendrajitkalita9511
    @trikendrajitkalita9511 6 років тому +4

    All time good Vedio l am interested l am science graduate and have nursery firm also l hope if a proper counseling is initiated then it can promote our poor firmer....

  • @krishnakathar7472
    @krishnakathar7472 Рік тому

    Supper all the best ,god bless u, be continue

  • @mohammadabdulmotalibhussai1713
    @mohammadabdulmotalibhussai1713 5 років тому +4

    Allah ek hai
    Allah ka akhiri rasul Hazrat Mohammad s.a.w hai

  • @ayatullahsheikh3118
    @ayatullahsheikh3118 4 роки тому

    মোৰ মৰমৰ সুশীল দা আজি বহুত দিনৰ মূৰত দেখা পাইছো, ভাল লাগিল আমাৰ ওচৰত দাদাৰ ঘৰ, ভালে থাকক কুখলে থাকক.

  • @pinkuutpal6032
    @pinkuutpal6032 6 років тому +3

    গুটি/পুলি বাৰু হৈ যাব। মাৰ্কেট টো কত? সেইটো গুৰুত্ত নিদিলে ভিডিঅ টোত।

  • @dhrubajyotigogoi2269
    @dhrubajyotigogoi2269 6 років тому

    🌿 🌴🌳 Agote najona kotha bur Janilu , Bujilu
    ▪Huni Val lagil .

  • @nitubayan7092
    @nitubayan7092 6 років тому +26

    Bhal lagil bekar Lora babe bhal khbr

    • @sihvadeka6825
      @sihvadeka6825 6 років тому

      Jane aapuni....

    • @anupamboruah2862
      @anupamboruah2862 6 років тому

      Original assamese

    • @গাঁৱলীয়ালৰামই-ষ৫ষ
      @গাঁৱলীয়ালৰামই-ষ৫ষ 4 роки тому

      আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻।

  • @priorava1902
    @priorava1902 6 років тому +1

    Wow.....bht bhal concept dada

  • @kasinathtanti1155
    @kasinathtanti1155 6 років тому +15

    বহুতৰ coment চাইছোঁ কিন্তু dy বা কাৰো reply নাই।
    kindly reply বা যোগাযোগৰ ঠিকনা দিয়ক

    • @advlog432
      @advlog432 5 років тому

      Faltu khamkori homoi nosto nokora Jan .aruki ki balor Khan ASA.jubokburok maybe gilanokoribo

    • @arabpragoti9744
      @arabpragoti9744 5 років тому

      fal2

    • @গাঁৱলীয়ালৰামই-ষ৫ষ
      @গাঁৱলীয়ালৰামই-ষ৫ষ 4 роки тому +1

      আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻

    • @jyotishmedhi4116
      @jyotishmedhi4116 2 роки тому +1

      @@গাঁৱলীয়ালৰামই-ষ৫ষ Sir , Mok dibone apunar mushroom training , Kamrup (r) . Jodi diye Moi apunak contact korim

    • @গাঁৱলীয়ালৰামই-ষ৫ষ
      @গাঁৱলীয়ালৰামই-ষ৫ষ 2 роки тому

      @@jyotishmedhi4116 okk call me

  • @mexi1344
    @mexi1344 4 роки тому

    বুজি পাইছোঁ ৰবৰ্ খেতি কি হল মাৰ্কেট নাই অসমৰ বস্তু সদাই দাম নাই বুজা শেষ ভাল idea ।খেতি কৰিম আনে ক্ৰীম খাব সুন্দৰ idea thank you sir

  • @bikashbarman5748
    @bikashbarman5748 6 років тому +6

    আমাৰ ঘৰত আছে বানদৰ কেকুৰা আপোনালোকৰ তাত বেছিব খুজু

  • @lachithazarika1142
    @lachithazarika1142 6 років тому

    ধন্যবাদ DY365 এনে তথ্য জনোৱাৰ বাবে

  • @faridurrahman1731
    @faridurrahman1731 6 років тому +44

    ১00 গ্ৰামৰ দাম ১৩০০ টকা হলে
    ১কেজিৰ দাম কেনেকৈ ১লাখ ৩০ হাজাৰ হয় ?
    এয়াই নেকি আমাৰ অসমৰ বাতৰি।

  • @someswarbrahma2406
    @someswarbrahma2406 3 роки тому

    wow ! Feeling so much proud ,watching this video !
    Cordial thanks to tween Discoverer ;

  • @upantapathak5346
    @upantapathak5346 6 років тому +11

    চজিনা পাট বোৰ কত আৰু কেনেকৈ বেচিব পাৰি এইবোৰ কোনে কিনে।

    • @manashaxom578
      @manashaxom578 6 років тому +1

      আমি কিনো।। supply দিয়াৰ দায়িত্ব আমাৰ।।

    • @AbdulMannan-lf9hx
      @AbdulMannan-lf9hx 6 років тому

      Manash pls give me ur mobile phone number

    • @realassamenjoylife6751
      @realassamenjoylife6751 6 років тому

      @@manashaxom578 .
      pls share ur contac no

    • @hirakjyotisonowal3941
      @hirakjyotisonowal3941 4 роки тому

      মানচ দা‌ কত বিক্ৰি কৰে কব নেকি? ফোন নম্বৰটো দিব চোন।

  • @prabalbharali376
    @prabalbharali376 5 років тому

    Great reporting... Very very Awesome , Knowledge oriented.

  • @sujitchutia-x3y
    @sujitchutia-x3y 6 років тому +11

    Enekua news sabo mn jai

  • @rajneeshhowborah411
    @rajneeshhowborah411 2 роки тому

    ভাল লাগিল ॥ ইয়াৰ বাবেকেনেকুৱা মাটি লাগ লগতে ফোন Notu দিব ॥

  • @himangshukashyap3365
    @himangshukashyap3365 6 років тому +30

    aneke news korile lav nai ...bitong kotha jonabo lage ...lgt xokolu jugajug ba bazaar xnr kotha o janibo lgibo ..nhle Ami jdi sojina Pat 1kg besibo jao kune kinibo ..pagol buli hahibo najana manuhe

  • @mriduldas1032
    @mriduldas1032 6 років тому

    Excellent steps for the benefits of our farmers...congratulations and go ahead...nature will definitely help you along with our farrmers...

  • @palashrabha4398
    @palashrabha4398 6 років тому +3

    100g dam 1300 toka... 1kg dam 101300 toka faltu DY365..... aponalokok bandor kekowa logai dibo loga hoise...

  • @bhupenkakati5973
    @bhupenkakati5973 6 років тому

    Moi Bhupen kakateye apunar natun poyashar babe bohut bahut Thanks,

  • @ahmedadil1334
    @ahmedadil1334 6 років тому +8

    মই খেতি কৰিম বুলি ভাবিছো পুলি কত পাম

  • @dreamprojectofindia
    @dreamprojectofindia 6 років тому +1

    Well-done Good information.
    Negative r majh Di positive news.
    Jai Aai Axom.

  • @a2ztechandfun241
    @a2ztechandfun241 6 років тому +5

    চজিনাৰ পাত ক'ত কেনেকৈ বিক্ৰী কৰিব পৰা যাব?
    #a2ztechandfun

    • @AsadAli-du3hg
      @AsadAli-du3hg 5 років тому

      চজিনার পাত কত বিক্ৰী করিম

    • @ekramhussainmir3903
      @ekramhussainmir3903 5 років тому

      No reply nai, this is problem

  • @assammusicalworld4374
    @assammusicalworld4374 5 років тому

    Bohut val lagil. Amar axom etia dukhia nohobo kn2 jodile eibur r pra xothik mullaya amar krixok bure pai. Moiu vabisilu eibur r khetir bixoie...kn2 monole ahil j kheti korat xokolue koribo paribo kn2 supply kot dibo. Jdi kunubaai ene kiba details dibo pare plz eta vedio anuxare dekhaok...

  • @utpalmodularkitchen937
    @utpalmodularkitchen937 6 років тому +22

    যোগাযোগৰ ঠিকনা দিব নিকী ।।

    • @nirengogoi4665
      @nirengogoi4665 3 роки тому

      যোগাযোগৰ ঠিকনা, আৰু ছাৰহতৰ মবাইল নং দিয়কচোন

    • @bg_gayero9267
      @bg_gayero9267 3 роки тому +1

      Bandor kekua pabor babe adress dile upoker hobo

    • @utpalmodularkitchen937
      @utpalmodularkitchen937 3 роки тому

      @@bg_gayero9267 7892574541

  • @dabajitgogoi9581
    @dabajitgogoi9581 6 років тому

    very precious report...expect more report like this...superb.

  • @shaanali6072
    @shaanali6072 6 років тому +4

    Dy365 ,আপোনালোকে news টু দিলা ভাল লাগিছে লগতে যোগাযোগর number টু দিবা নে? Please দিয়া,,

    • @গাঁৱলীয়ালৰামই-ষ৫ষ
      @গাঁৱলীয়ালৰামই-ষ৫ষ 4 роки тому +1

      আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻

    • @jyotishmedhi4116
      @jyotishmedhi4116 2 роки тому

      @@গাঁৱলীয়ালৰামই-ষ৫ষ Trining ketiya hobo , 12 month khati koribo parine ? Please reply

  • @AliKhan-jy2tm
    @AliKhan-jy2tm 6 років тому

    Greet jod..moi khub val lagil sai jiheto nibonuwa homoisiya alop kisu komibo plzz sir ai bikhoi amaku alop valke jonabo..

  • @adityaboruah9529
    @adityaboruah9529 6 років тому +5

    তেখেত লোকৰ লগত যোগাযোগ কৰিব বিচাৰো।। অনুগ্ৰহ কৰি ম'বাইল নম্বৰটো দিয়কচোন।

  • @florenceamsong8987
    @florenceamsong8987 4 роки тому

    Thankyou sir aponar nasari ekdin saboloi jai

  • @bikug1610
    @bikug1610 6 років тому +6

    Kebol kolpona Kori bohe pari kintu reality t sage noho bo 😐😐⚠️

  • @ritulahmed3713
    @ritulahmed3713 5 років тому

    Bhut vl lagisy sai

  • @rebiccasonowal8749
    @rebiccasonowal8749 6 років тому +7

    Dada apunar contracts number aru full address Pamnaki, guwahati city pora Kun rootot jam.

    • @গাঁৱলীয়ালৰামই-ষ৫ষ
      @গাঁৱলীয়ালৰামই-ষ৫ষ 4 роки тому

      আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻।।

  • @newlifelessonassamese4032
    @newlifelessonassamese4032 6 років тому

    বহুত ভাল খবৰ।

  • @sanjaibasumatary8203
    @sanjaibasumatary8203 6 років тому +6

    moi vabu xokolu kerela'r pora xiki goise ..karon kerela't xokolu bostu kamot lage 1'ta bostu peloniya bostu nai....aru moi atiya keralat prai 3 years par hoise

    • @manjitr.4391
      @manjitr.4391 6 років тому

      Tumi tate i thaka etiao?

    • @manjitr.4391
      @manjitr.4391 6 років тому

      Sanjai Basumatary ktha eta kua sun axom t chocolate kheti khon HBO pare ne nai, thaikhonot boroxun pani joma hole HBO janu?

    • @sanjaibasumatary8203
      @sanjaibasumatary8203 6 років тому

      oo ...hobo kio nohoi seshtar oxaidho eku nai

    • @sanjaibasumatary8203
      @sanjaibasumatary8203 6 років тому

      5'6 years above hol..

    • @sanjaibasumatary8203
      @sanjaibasumatary8203 6 років тому

      pani joma hobo nihibo pani joma hobo diley gos mori jabo.karon pani xarot"koi besi xokti korey..

  • @atulchandragogoi7716
    @atulchandragogoi7716 4 роки тому

    Wow!!! It's an amazing program for all of us

  • @bidyabaruah3226
    @bidyabaruah3226 6 років тому +7

    আমাৰ ঘৰত আছে বন্দৰ কেকূৰা

  • @lakulakurajput6886
    @lakulakurajput6886 4 роки тому

    Moja lagil

  • @rajuronghang6941
    @rajuronghang6941 6 років тому +4

    marketing link tu he diyak.

    • @গাঁৱলীয়ালৰামই-ষ৫ষ
      @গাঁৱলীয়ালৰামই-ষ৫ষ 4 роки тому

      আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻।

  • @anantakumarnathanantakumar8077
    @anantakumarnathanantakumar8077 6 років тому

    Dy365 loi dhanyabad anekua ata hundar dikh dekhuor babe. Aagaloi o anekua pragram sabo pam buli axa karilu

  • @babachetia3876
    @babachetia3876 6 років тому +3

    Kiba link axe nki bikibo porakoi mr usart guti 1 kg mn axe

    • @manashaxom578
      @manashaxom578 6 років тому

      Ami kinu.. Supply dia kaam amar..

    • @sd-ru3fg
      @sd-ru3fg 6 років тому

      @@manashaxom578 price kiman diba 1 kg t??

    • @manashaxom578
      @manashaxom578 6 років тому

      @@sd-ru3fg per kg 1000.. Kiman ase.. Address dia

  • @mehmudhassan5382
    @mehmudhassan5382 4 роки тому

    Very useful vdo

  • @biswajitgogoi6583
    @biswajitgogoi6583 6 років тому +4

    Phone number tu dela val asel

  • @janubaruah7363
    @janubaruah7363 3 роки тому

    Lovely video

  • @jitulnj
    @jitulnj 6 років тому +5

    Teo lokor mobile number dibo nki

  • @hridoydeka2150
    @hridoydeka2150 6 років тому +2

    ভাল পদক্ষেপ....

  • @voiceofpeace9821
    @voiceofpeace9821 5 років тому

    Very good progressive farmer and inventor of new variety of high value plantation for the Assamese people. Need modelization and unification for this farming

  • @ftrsongs905
    @ftrsongs905 6 років тому

    Hosa bht vl lagesa 👌👌👌

  • @narjinaparbin7406
    @narjinaparbin7406 4 роки тому +1

    Supper program, thanks

  • @jaandoley
    @jaandoley 6 років тому +1

    Enekua dhoronor news bure bahut help koribo. Keet it up

  • @amitgour5649
    @amitgour5649 4 роки тому

    বৰ ভাল

  • @digantadas6507
    @digantadas6507 5 років тому

    Good concept,go forever and give us advice

  • @everythingsmix87
    @everythingsmix87 6 років тому +2

    Sir, bohut dhuniYa video dixe... agoleu ane kuwa video d jai jen

  • @ratulbhuyan8768
    @ratulbhuyan8768 6 років тому

    Good job. Assam Agriculture department r karma karta sakale aibor Katha najaneneki. Jodi Jane tente tekhet sakale eman din ki Kari ase ??? Sadharan yubakehe aibilak kari dekhuwaba Laga hoise. Tekhet sakalak bahut bahut dhanyabad jonalu.

  • @greentomato2638
    @greentomato2638 4 роки тому

    Great job

  • @debajitkonwar709
    @debajitkonwar709 4 роки тому

    Great job sir .

  • @colorsne
    @colorsne 6 років тому

    Wow... Great....

  • @vibration7071
    @vibration7071 6 років тому

    wow..very nice

  • @assamwildlifeanimals2421
    @assamwildlifeanimals2421 6 років тому

    Dhunia

  • @roncartoon3407
    @roncartoon3407 6 років тому

    Vl lgil..

  • @ah6493
    @ah6493 6 років тому +1

    Salute to our farmers

  • @PrabinBLimbu
    @PrabinBLimbu 6 років тому

    very nice job

  • @babadutta5178
    @babadutta5178 4 роки тому

    এই খেতি কৰিলোৱেই যেনিবা কিন্তু ইয়াৰ বজাৰ ক'ত?বুজাই দিয়া হ'ল ভাল লাগিল হেতেন!

  • @lukudas1209
    @lukudas1209 3 роки тому

    আমাৰ ছয়গাঁও অঞ্চলত বান্দৰ কেঁকোৰা বহুত আছে

  • @hafizabdul7713
    @hafizabdul7713 6 років тому

    Very very good

  • @giasuddinmollah8083
    @giasuddinmollah8083 6 років тому

    Kheti barir bikhoi ea besikoi news dibooo 👌👌

  • @sibaprasadbhuyan8366
    @sibaprasadbhuyan8366 6 років тому

    বাহ: very nice,এই খেতিৰ বজাৰ খন কত আছে?ৰপ্তানি কত কেনেকৈ কৰা হয়।

  • @startingpointslife1422
    @startingpointslife1422 6 років тому

    I salute you sir keep it up

  • @migolpegumigolpegu3717
    @migolpegumigolpegu3717 6 років тому

    verry nice new.....

  • @allomullah4192
    @allomullah4192 3 роки тому

    Good