ছাগলী ফাৰ্মৰ পৰা ষ্ট্ৰবেৰীৰ খেতিলৈকে ,জিতেন চন্দ্ৰ বৰাৰ সফলতা | jiten ch borah
Вставка
- Опубліковано 10 лют 2022
- ছাগলী ফাৰ্মৰ পৰা ষ্ট্ৰবেৰীৰ খেতিলৈকে ,জিতেন চন্দ্ৰ বৰাৰ সফলতা jiten ch borah
২০০৯চনত তেওঁ ভাৰতীয় সেনাৰ চাকৰিৰ অৱসা লোৱাৰ পাছত বহি ৰাজ্যৰ পৰা মৰমতে পুহিবলৈ আনিলে বিটেল প্ৰজাতিৰ দুটি ছাগলী পোৱালি ৷
এই উন্নত প্ৰজাতিৰ ছাগলীৰে যেতিয়া থলুৱা ছাগলীৰ সৈতে প্ৰজনন হ’ল তেতিয়া তেওঁ এক নতুন সুত্ৰ আৱিষ্কাৰ কৰিলে ৷
যোৱা বাৰটা বছৰে আৱদ্ধ ৰূপত ছাগলী পালন কৰি অহা এই ব্যক্তিজনৰ নাম জিতেন চন্দ্ৰ বৰা ৷ ঘৰ নগাঁও জিলাৰ ডিফলুত ৷ এওঁ থলুৱা প্ৰাজাতিৰ ছাগলীক উন্নত প্ৰজাতিলৈ ৰূপান্তৰ কৰি ছাগলী পালনৰ ক্ষেত্ৰত সৃস্তি কৰি আহিছে এক নিৰবিছিন্ন আন্দোলন ৷
ষ্টত ফিডিং ৰূপত চলাই অহা এই ফাৰ্মৰ চাজলীৰ বাবে তেওঁ আমেৰিকাৰ এবিধ ঘাহৰ সঁচ উৎ পাদন কৰি আহিছে ঘৰতে ৷ ইয়াৰোপৰি ছাগলীৰ উপযুক্ত খাদ্যৰ বাবে কলা মাহ আৰু অদছৰ খেতি কৰি আহিছে ৷
কম্পজিত ফাৰ্মৰ ওপৰত বিশ্বাসী এই অভিজ্ঞ খেতিয়ক জনে তেওঁৰ চাৰিবিঘা মাটিৰ বাৰীখনত ষ্টবেৰী খেতিৰ পৰা আৰম্ভ কৰি আপেল বগৰীলৈকে বহুখেতি কৰিছে ৷
ছাগলী পালনৰ বাবে একাধিক বঁটাৰে সন্মানিত হোৱা জিতেন চন্দ্ৰ বৰাৰ পৰা ছাগলী পালনৰ লগতে কম্পজিত ফাৰ্মৰ বিষয়ে সবিশেষ:
uparjan.in
জিতেন দা, আপোনাৰ নম্বৰটো বহুত, জৰুৰী। নম্বৰটো জলদি দিয়ক
মানুহজনৰ সফলতা আৰু উৎসাহ দেখি বহুত ভাল লাগিল। এনেদৰেই অসমীয়া আগবাঢ়ি যাওক।
ককাইদেউ আপোনাৰ পৰা অনা বিটেল ছাগলীটোৰ পৰা এতিয়া মই উন্নত প্ৰজাতিৰ ছাগলী ফাৰ্ম এখন খুলি সফল ব্যবসায় আৰম্ভ কৰিছো । আপোনাৰ পৰামৰ্শ পাই নিজকে ধন্য মানিছো । আগলৈকো এনেদৰে পৰামৰ্শ পাই থাকিম বুলি আশা ৰাখিলোঁ । ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আপোনী কোশলে থাকক ।
দাদা তেখেতৰ নম্বৰটো দিব নেকি ময়ো আনিম ভাবিছো
ফোন নম্বৰটো দিবনেকি?
Nmbrtu pam neke
Number tu diok sun...raha pora kolu
tumer ghar kot
বহুত ভাল লাগিল মানুহজনৰ কথাখিনি। সাংঘাটিক উৎসাহ পূৰ্ণ।
ভাল লাগিল।
শুভেচ্ছা জনালো দাদা ৷ আপুনি আৰু আগুৱাই যাওঁক তাকে কামনা কৰিলো
Proud of you uparjon.... Plus thanks to you for advice former 👍👍👍👍
খুবেই প্ৰয়োজনীয় ভিডিঅ'
Jai Jawan Jai Kishan
Thanks Borah Da..
Bhut bhal lagil 😍😍
Dhuniya lagil video to sai
Val lagil jiten da
ভাল লাগিল।👍👍👍
সুন্দৰ আপুনি আগুৱাই যাওঁক ।
ভাল লাগিল
Val. Lagil. Vidio. Tu. Sai.
Val lagil. Dada pora ami bohut upokrito hoisu
Hii, I am worked at Indian Army from Barpeta Dist. Your this Chanel is very Important of we for knowledge. Very nice and we wait many Inspirational video.
বৰ ভাল লাগিল দেই।
বৰ ভাল লাগিল দেই 😊
Nice video.....all the best
Writereman army wala good cultivator
🙏❤️
Nice 👌👌
Jitenda r farm r concept excellent hoi....
Sai aso dai🥰
Nice bro
Love
Nice
Good
Dhanyabad, mon korilei son bakari matite dhan.
ঠিকনা দিব দাদাজনৰ,উপকৃত হম ।
VL lgl apunar kmbur dekhi
🙏🙏🙏
শুভেচ্ছা থাকিল দাদা আপোনালৈ 🙏🏻। বহুত ভাল লাগিছে আপোনাৰ এই কৰ্মক। এটা অনুৰোধ আপোনালৈ যদি আপুনি এই সকল ব্ৰক্তিৰ ফোন নম্বৰ সমূহ description boxt দিলে আমি উপকৃত হম। আৰু আগুৱাই যাওঁক আপুনি 🙏🏻🙏🏻
শুভেচ্ছা জনাইছো দাদা। আপোনাক দেখি হইটো আৰু অধিক যুৱক যুৱতিয়ে কৰ্মসংস্থাপন বিচাৰি পাব।
Bohut val lagil
aponar video sai moi u kamot mon diso
Apunar videor pora bohut onuprenito hoisu dada...
Nice,. good job.....kun jegat dada
দাদা আপোনাৰ লগত কেনেকৈ সংযোগ হম।
বগৰি আৰু ঘাহ গছৰ পুলি লাগিছিল
Dada r dawr female kayjoni asa breeding r karne
Subamolr puli Dhemaji t dibo paribonake
Dada Apunar adders to vlkoi dibo sun, aru beya napai jodi apunr number2 dibo plz_, mur o bohut mon asa nija kiba ata kori upajon koriboloi...!
Subabulor Puli lag kenekoi pam
Aponar background moscovy duck dekha paisu pabone 😁 2 lagisil val lage sai
Pabo
দাদা জনৰ লগত যোগাযোগ কৰিব পাৰিম নেকি
Sagoli vori bis hola ki kora
Nmbr2 dibo nlhy adss 2 kbo nhly Ami knekoi contact krim..
Please cantact him for framing p🙏🙏🙏 gd bless him
Dada bogori tur puli tu lou buli kole keneke anibo parim apunar pa
Apunalukor location tu kun khinit ase exactly jonabo
দাদাৰ লগত যোগাযোগ কৰিব পাৰিম নিকি
American grass o guti kot pam
চাৰ গচৰ পুলি লগিচিল পাম নে?কবাত,
Dada number to dibo sun screen ot apunar logat contact Karim kenekoi val sagoli lagisil dada
Subobol r puli lagisil dada 100 pis
বাহিৰৰ পৰা আনিও বিক্ৰি কৰে। মিছাকথা কয়। ফোনত কয় ১০০০০ তাত গৈ পালে কয় ১৮০০০
মই এটা তাৰ পৰা ২৬০০০/টকা ললে।
Sir taka ase babe karise.....amibor ki karu
Mur Beta gaan hoi saba dei
ata video k a 2 e bar dio nki.
Apunar Farm khon kot ase
Ai ghaahor guti kot pam
Dadak log pable ki koribo lagibo
@@myworld-br8zl thank you
Upaarjan Jiten ch bora kokidewr phone no Tu dibo pariboni ? Moi apunar subscriber.
Kiman mati lagibo
Number tu kio nideai apuni...
Kun jegat ghr
cntc nmbr2 dibo sun apunar...muku lgisil britelor puali
Jitendar number napau karone bealage
Apunar apple Bogori, goat farm sai bhal lagil contact no.dea jen.
Ei channel tue ekebur kothake repeat kori kori video bur bahut dighal kori diye
Contact Keneke korim
Phon number tu lagisil
Number tu lgisil
phn no to lagisil
cannot number pam ni dadar
Dada jnr nmbrtu pam neke
Farmaror number debane
Muk tekhetor phn no tu dibo sun
Apunar mob no tu dibo
Apuni video bur kio ulta pulta koi edit kore
Jiten Da apunar number tu dibone mur apunar nikhinake khoru ke akhon farm kora mon ase please apunar number tu dibo
Jiten da r phone number to pam nki
Dada jiten ch borah mobile number lagey
Contact number 2 dibo nki
ভাল লাগিল