এই জনী য'তেই যায় তাতেই বিতৰ্ক যে কিয়। যোৱাবাৰ ও বিচাৰক জনীৰ লগত বিতৰ্ক হৈছিল আনকি বিহু বিচাৰক হিচাপে থাকোঁতে ও বিহু দলৰ লগত বিতৰ্ক হৈছিল। এই জনী বাৰে বাৰে বিতৰ্কৰ মাজত সোমাই থাকে যে, এই জনীক বিচাৰক হিচাপে কিয় মাতে ? তাই প্ৰজ্ঞান দা দৰে ভাওনা বিষয়ে আদি পৰা অন্ত লৈকৈ যানে জানো। মোৰ বোধেৰে তাই নোৱাৰে।
তাই বনৰী এই হয় কাৰণ তাই য'তেই যায় তাতেই বিতৰ্ক হয়। যোৱাবাৰ ও তাই লগত বিতৰ্ক হৈছিল। তাই কৰা বিচাৰত শুদ্ধ হোৱা হ'লে বাৰে বাৰে বিতৰ্ক নহ'ল হয়। আনকি বিহু বিচাৰক হিচাপে বিহু দলৰ লগত বিতৰ্ক হৈছিল।
বিচাৰক জনীৰ নাম অবিম্মৃতা হাজৰিকা, ঘৰ তিনিচুকীয়া। তাই য'তেই যায় তাতেই বিতৰ্ক। যোৱাবাৰ ও তাই লগত বিতৰ্ক হৈছিল আনকি বিহু বিচাৰক হিচাপে থাকোঁতে ও বিহু দলৰ লগত বিতৰ্ক হৈছিল।
Johora hot vauna vauna hoi thakibo diyok ki balor protijugita patibo juwa aye nohoi aru belegu hbo aru ji keyta bisarok matise moi vabisu tahato vaunar uport ki gyan ase, bal gyan ase level sob balor bisarok kam nai aisob vaunak vauna hisape thakibo diyok tat protiguita patibole najabo
শুনি ভাল লাগিল, কাৰণ অসমৰ বাপতি হাহুন বিহু মঞ্চত গল, গুৰুজনাই দি যোৱা হৰি নাম, দিহা নাম পইচাৰ বিনিময়ত পোৱা গল আৰু এতিয়া ভাওনা ও প্ৰতিযোগীতা মূলক হোৱা হৈছে, সেইবাবে এইটো হোৱাটো সাধাৰণ কথা।
গুৰুজনাৰ সৃষ্টি ঈশ্বৰৰ চৰণত ৰাখিব লাগে। ভাওঁনা নামঘৰৰ ভিতৰত হোৱা ভক্তিৰ বস্তু। প্ৰতিযোগিতা পতাটো লাজৰ কথা।
প্ৰতিযোগিতা মানে ২নম্বৰী তাতে ভাওনা গুৰুজনাৰ শাওপাত ই।ভাওনাক লৈ কোনো প্ৰতিযোগিতা পাতিব নালাগে আৰু বেয়া ঘটনা হব ভৱিষৎ🙏🙏
ভাওনাক ভাওনা হৈ থাকিব দিয়ক ভাওনাক প্ৰতিযোগিতা নকৰিব
অসমৰ কৃষ্টি-সংস্কৃতি আমাৰ গৌৰৱময় ঐতিহ্য আৰু আত্মপৰিচয়ৰ আধাৰ। ইয়াৰ সন্মান আৰু সংৰক্ষণ প্ৰতিজন নাগৰিকৰ নৈতিক দায়িত্ব। কোনো ধৰণৰ অপব্যৱহাৰ বা প্ৰতিযোগিতাৰ নামত ইয়াক অবমাননা কৰা অগ্ৰহণযোগ্য। সৃষ্টিশীলতা আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত এই ঐতিহ্যৰ মর্যাদা অক্ষুণ্ণ ৰাখি আগবাঢ়াটোই সৰ্বত্ৰ কাম্য।
বিচাৰকৰ ভাওনা চাই বৰ ভাল লাগিল।
বিচাৰকৰ এনে আচৰণ জানো শুভনীয়? উচ্চ বাচ্য বাক্যৰে আষ্ফালন কৰাতকৈ সাম্য আৰু যুক্তিসংগত বাক্যৰে পৰিস্থিতি শান্ত কৰিব পৰা জন হে প্ৰকৃত জ্ঞানৰ অধিকাৰী।
উদণ্ড যুৱক বুলিহে ক’লে৷বিচাৰকগৰাকীৰ বিষয়ে নক’লে কিয়?? বাতৰি পৰিৱেশন কৰিলে একপক্ষীয়ভাৱে নকৰিব৷ভাল নালাগে৷
উদণ্ড যুৱকসকলৰ কাণ্ড বুলিয়ে ক'ব লাগে।নিজে চুৰিয়া নিপিন্ধে কিন্তু বিচাৰক এগৰাকীয়ে কি পিন্ধিছে তালৈ চকু।
@shashwatbortamuly9853 বিচাৰক গৰাকীৰ আচাৰ-আচৰণ উচিত আছিলনে৷সেয়া কওক৷বিচাৰকে কি পিন্ধিছে সেয়া কিয় সুধিব লগা হৈছে আপুনি জানেনে? বুজিছোঁ বাৰু ল’ৰাহঁতে ভুল কৰিছে৷বিচাৰক বুলিয়ে তেওঁৰ ভুলবোৰ ভুল নহ’ব নেকি!!
বেয়া নাপাব আজিকালি প্ৰতিযোগিতা বোৰ এনেকুৱা হলগৈ যে প্ৰতিযোগি বোৰে আগতে গম পাই কোনে কোনে পুৰস্কাৰ পাব। মানে সঁচা কথা কবলৈ গলে বিচাৰক সকলক আগতে মেনেজ হৈ থাকে।
ভাওনা অসমীয়া সংস্কৃতিৰ এটা এৰাব নোৱাৰা বিষয়। মহাপুৰুষ দুজনাই কি মহৎ উদ্দেশ্য আগত ৰাখি ভাওনা ৰচনা কৰিছিল আমাৰ দৰে সৰু মানুহে নুবুজো যদিও আজিকালি ভাওনাৰ নামত যি সস্তীয়া ব্যৱসায় আৰম্ভ হৈছে -এইয়া একেবাৰে ভাল নালাগে। এটা কথা তাতোকৈ বেয়া পাওঁ মহিলা ভাওনা। মহিলা এগৰাকীয়ে নাৰী চৰিত্ৰটো গাই দিলে বেয়া নাপাও কিন্তু পুৰুষৰ চৰিত্ৰ এটা ৰূপায়ন কৰিলে মাতে কথাই একেবাৰে ভাল নালাগে। গুৰুজনাই ইমানবোৰ কথা বুজিছিল মহিলা সকলক ভাওনা গাবলৈ দিয়া নাছিল।
এতিয়া আকৌ বহতে ক'ব পুৰণিকলীয়া বুলি। আচলতে মই এইটো নাভাবো যে মানুহে মানুহৰ মূল্য নুবুজা এইখন পৃথিৱীত এদিন মহিলা সকলে ভাওনা গালেই নাৰী সম্পৰ্কীয় বিষয়বোৰ তল পৰিব। য
নাৰী আগবাঢ়ি যোৱাটো মইও বিচাৰোঁ কিন্তু বহুত ক্ষেত্ৰত আগবাঢ়ি যোৱাটো নাৰীৰ অধঃপতনৰো কাৰণ হৈছে।
Thike ase . Olp besi hoise aai competition bur . Dhemali nki 1.5 month t ekekhn jilat 3 khn vauna competition. Protitu bostu ata xima thake. Val lav ata pai committee khone hkrne hoitu pate ghonai ghonai
ভাওনা আজি কালি পইছা ঘতা বেৱসাই।
লজ্জা জনক ঘটনা।
ভাওনাত কিহৰ প্ৰতিযোগিতা ? অযথা সময়ৰ অপব্যয় !!!
এই জনী য'তেই যায় তাতেই বিতৰ্ক যে কিয়। যোৱাবাৰ ও বিচাৰক জনীৰ লগত বিতৰ্ক হৈছিল আনকি বিহু বিচাৰক হিচাপে থাকোঁতে ও বিহু দলৰ লগত বিতৰ্ক হৈছিল। এই জনী বাৰে বাৰে বিতৰ্কৰ মাজত সোমাই থাকে যে, এই জনীক বিচাৰক হিচাপে কিয় মাতে ? তাই প্ৰজ্ঞান দা দৰে ভাওনা বিষয়ে আদি পৰা অন্ত লৈকৈ যানে জানো। মোৰ বোধেৰে তাই নোৱাৰে।
Asorit ey kathasar ajihe janilo.
ভাওনা কোনো খেল নহয় । তহতে ভাওনাৰ প্ৰতিযোগিতা কিয় পাতিচ
Competition চাই ভাল লাগিল সেইয়া বৰ্তমান যুগৰ নীতি আদৰ্শ...😅😅😅😅
Eis ram Bor laz lagil
Bisark mahila garakir bhasya bur gahan juigya nohay
শিৱসাগৰ আৰু যোৰহাটৰ নাম দেৰগাঁৱত উজলালে
😮😮😮😮
কলিযোগ
জকাই মানুহ পলত ; নমালে এনে হোৱাটো স্বাভাবিক;
এখন তাল বজাই দেখুৱাওক😡,বিচাৰক ধোৱা তুলসীৰ পাত😂
Right 👍
কি কৰিলে এই বোৰ লাজ পাইছোঁ দেই।বহুত বেছি বেয়া হল।
Amr gurujonai vaouna compitition patiboloi koi jua nasil..kintu aji kli asame vaouna business kori palaise
Ai compitition bure bhunar aadhayamikota nai kiya korise bhuna garima mlan karise bhunar compitition hua para aji bhunar dhonkhar mukholoi goti karise
Joi jorhat
Baideo e boga kopahi long kiba eta pindhise
Disqualified koribo lgisil,
Bhauna comptioson hobo nuware…. 🙏
Competition bndho hb lge ru
আজিকালি গলিয়ে গলিয়ে সাংবাদিক।😂😂😂😂 Paid ne Unpaid? Batori এইবোৰক হে কয়।আৰু ১ বছৰ মান আছে তহঁতি husband - Wife ৰ মাজৰ কথাৰ কটা কটি ডাঙৰ কাজিয়া বুলি কবি😂😂
Prize napai kanfulit lagil
bhaona protijugita koriley ene kua a hobo.
bhaaonak bhaona hoi thakibo dibo lagy.
Don loga Gita o Kom nohoi bisarok goraki o okhiyobho.
আজি কালি ভাওনা কৰা কেইটা কি তাও.... যেন hollwood এক্টৰ হে..... 😂😂😂😂
Bhaona nonoi Bheko Bhouna😂😂😂😂😂
বেমাৰী অম্বা কোন??😂
Akhaimiya buli garub karba loi laz lagisay...ay bilak daykha pasat
Main culprit smartphone keita..
বিচাৰক 😂😂😂😂
😂😂😂😂
Bunori Jen lagisa bisarok jonik
তাই বনৰী এই হয় কাৰণ তাই য'তেই যায় তাতেই বিতৰ্ক হয়। যোৱাবাৰ ও তাই লগত বিতৰ্ক হৈছিল। তাই কৰা বিচাৰত শুদ্ধ হোৱা হ'লে বাৰে বাৰে বিতৰ্ক নহ'ল হয়। আনকি বিহু বিচাৰক হিচাপে বিহু দলৰ লগত বিতৰ্ক হৈছিল।
Kola kistri honkonskriti holu te bazar pati pocket gorom Kori homaz gelai dise, aneu kisuman bisarok mange hoie thake
Namgharar bhitoror bostu rasta loi anile enekuai hobo
Laaz loga kotha....
Bisarok goraki kor ki nam lora kijontu kom nohoi blsaroku kom nohoi 😅
বিচাৰক জনীৰ নাম অবিম্মৃতা হাজৰিকা, ঘৰ তিনিচুকীয়া। তাই য'তেই যায় তাতেই বিতৰ্ক। যোৱাবাৰ ও তাই লগত বিতৰ্ক হৈছিল আনকি বিহু বিচাৰক হিচাপে থাকোঁতে ও বিহু দলৰ লগত বিতৰ্ক হৈছিল।
Bisarok laj lagise ne ...ane bisarok uprot action lobo lage
Right 👍
Bndhaaa hbo lge .... Competition..
ভাওনাৰ বিচাৰকৰ যোগয়তা কি?
হ'ব লাগে ভাওনা সমাৰোহ। প্ৰতিযোগিতা নহয়।
Bhauna. Mane. Ki ... Tar. Bikhoy. Bostu. Ki. Hei. Bikhoye. Nojona. Bure. He. Bhauna. Potijugita. (. Compitition. ). Pate ..... Bisarok. Gorakitu. Dekhilu. Aru. Sar ....... Bebohar. Kotha. Kua. Dhong. Dekha ...... Bhauna. Nu. Potijugita. Patene. ...... ????? Potijugita. Manei. Hoise. Bepar. Tokar. Khel ..... Bisarokok. Keitokaman. Ghus. Di. Thole. Beya. Podokhon. Koraku. No.1. Kori. Fast prize. Dibo ...... Bhauna. Potijugitaloi. Niboi. Napai .... Ei. Adhormo. Kam. Korababe. Aji. Ei. Abosta. Hoboloi. Paise. .... Eiai. Nohoy. Aru. Ki. Ki. Aghotan. Ghotibo. Saithakok. Raij. Hokol ..... Aghotan. Ghotaloi. Bat. Nasai. Imanote. Bhauna. Potijugita. Bondha. Korok. Aru. Guru. Jonak. Sonman. Jonauk ...... 🙏🙏🙏
Lora bure dhuti pindhi najai kio....😂😂😂 suwalik h koi
Bisarak gorakir thikona2 pale amioo matim bisark hisabe
Faltu news
অভদ্ৰ বোৰৰ কাম নাই আৰু ...
Johora hot vauna vauna hoi thakibo diyok ki balor protijugita patibo juwa aye nohoi aru belegu hbo aru ji keyta bisarok matise moi vabisu tahato vaunar uport ki gyan ase, bal gyan ase level sob balor bisarok kam nai aisob vaunak vauna hisape thakibo diyok tat protiguita patibole najabo
😂😂😂 ভেকোভাওনা
C cc
Fal2 manhu aibur .. chhh
😅😅😅
Faltu sob
🤣🤣
Bhaona naki 😂😂😂😂😂....
Boycott Sivsagar, land of bhanguris