অসমত গাহৰিৰ ব্যৱসায় কৰিবলৈ আহি আছে থাইলেণ্ডৰ কোম্পানী...মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
Вставка
- Опубліковано 5 лют 2025
- অসমত গাহৰিৰ ব্যৱসায় কৰিবলৈ আহি আছে থাইলেণ্ডৰ কোম্পানী...
থাইলেণ্ডৰ CP গ্রুপক গাহৰিৰ ব্যৱসায় কৰিবলৈ চৰকাৰৰ ৰঙা দলিচা !
থলুৱা পালকক পেটে-ভাতে মাৰিবলৈ উঠি পৰি লাগিছে নেকি চৰকাৰ
পথাৰ ‘আমাৰ’ বজাৰ ‘আমাৰ’ কেৱল শ্ল’গানতেই শেষ নেকি?
প্রকৃততে অসমৰ গাহৰি মাংসৰ বজাৰখনৰ অৱস্থা কেনে?
চাহিদা অনুযায়ী কিমান যোগান দিব পাৰিছে অসমৰ গাহৰি পালকে?
থাইলেণ্ডৰ কোম্পানী আহিলে লোকচানতকৈ লাভ হ’ব নেকি অসমৰ?
অসমৰ গাহৰি পালকৰ বাবে চৰকাৰে ইমান দিনে কি কৰিলে?
ভিন্ন চৰকাৰী আঁচনিৰ সুফল কিমান লাভ কৰিছে গাহৰি পালকে?
চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে গাহৰি পালক সন্থা
সমগ্র বিষয়ত কিয় অজ্ঞতা প্রকাশ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ?
মুখ্যমন্ত্রীৰ অজ্ঞাতে বিভাগীয় মন্ত্রীয়ে আৰম্ভ কৰিছে নেকি বেলেগ অংক?
‘অভিমত’ত সমগ্র বিষয়ক লৈ নিৰ্মোহ বিশ্লেষণ
ষ্টুডিঅ’ত গাহৰি পালক সন্থাৰ পাঁচজনকৈ বিষয়-ববীয়া
লগতে তেজপুৰৰ বিশিষ্ট ব্যৱসায়ী মনোজ বসুমতাৰী
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
#pratidintime #assamnews #assam #Abhimat #NitumoniSaikia