শুনিবলৈ তিতা কিন্তু সচাঁ কথা? Sagorika Goswami

Поділитися
Вставка
  • Опубліковано 21 січ 2025

КОМЕНТАРІ • 159

  • @manjumanigogoi1907
    @manjumanigogoi1907 2 дні тому +33

    ভগবানক অনুভৱ কৰিব পৰা হে যায় ।সেই অনুভবে পৰম সুখ ,শান্তি আৰু শক্তি দিয়ে।

  • @sabitakalita7065
    @sabitakalita7065 День тому +1

    ভগবান বেলেগকৈ নাথাকে। ভগবান মানুহৰ হৃদয়ত থাকে। ভগবানে একো নিবিচাৰে। কিন্ত্ত ভগবানক স্মৰন/প্ৰাৰ্থনা কৰিব লাগে।। মই। অনুভৱ কৰো। সাগৰিকা বাইদেউক নমস্কাৰ জনালো।🙏🏻🙏🏻

  • @swapnalisarmah7081
    @swapnalisarmah7081 3 години тому

    যেতিয়া কোনোবাই শুদ্ধ মনেৰে ঈশ্বৰক স্মৰণ কৰে তেতিয়া তেওঁ নিজেই অনুভৱ কৰে, আৰু ঈশ্বৰৰ শক্তি আছে বাবেই পৃথিৱী খন চলি আছে..সেই শক্তিৰ অবিহনে এই পৃথিৱীৰো একো মূল্য নাই😊আপুনি এদিন নিজেই বিশ্বাস কৰিবলৈ বাধ্য হব🙏

  • @narayanchetia7538
    @narayanchetia7538 2 дні тому +3

    বাইদেউ কথাবোৰ শুনি বৰ ভাল লাগিল। এখেত মোৰ বহুত প্ৰিয় এগৰাকী অভিনেত্ৰী। বাইদেউক মতাৰ বাবে হিমাশ্ৰী লৈও বহুতো ধন্যবাদ থাকিল 🤝🌹🌲🌹

  • @digantaprakashmahanta1795
    @digantaprakashmahanta1795 День тому +3

    পৃথিৱীৰ মহান বিজ্ঞানী সকলে ভগৱান ৰ অস্তিত্ব ক স্বীকাৰ কৰে, এই পাবত গজা কেইজনী কিহৰ কিটো অ' । তাহাতৰ সন্তান কেইটাৰ কিবা অকনমান অসুখ হ ওকচোন, পোনচাটেই ভগৱানক চিঞৰিব। ব্যতিক্ৰমী কথা কৈ ইহঁতে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচৰা তথাকথিত পণ্ডিতৰ আকাল নাই!!

  • @girishchandrasharma5023
    @girishchandrasharma5023 2 дні тому +21

    সাগৰিকা গোস্বামীয়ে ঘৰত যদি থাপনা নাই লগতে থাকিলেও যদি চাকি বন্তি নজলাই বা সময়ৰ প্ৰয়োজনত যদি কৃষ্ণ প্ৰভু বুলি নকয় বা নামঘৰ মন্দিৰত শৰাই শলিতা নিদিয়ে দুৰ্গা পুজাত গৈ মা দূৰ্গাৰ ওচৰত সেৱা নধৰে তেন্তে তেখেতৰ ওচৰত ক'বলৈ একো নাই কিন্তু যদিহে এইবোৰৰ ব্যতিক্ৰম হয় তেন্তে তেওঁ কেমেৰা বা মঞ্চত যেনেদৰে অভিনয় কৰে লগতে বাস্তৱতো অভিনয় কৰে

  • @RatanKrBarah
    @RatanKrBarah 2 дні тому +5

    ভগৱানক দেখা নাপায় বাবে মানি
    লাভ নাই বুলি কোৱাৰ পাছতো বেমাৰ ভাল হোৱাৰ পাছত আকৌ
    ভগৱানক ধন্যবাদ কিয় দিলে বুজি
    নাপালো। নিজকে বেছি আধুনিক
    দেখুওৱাবলৈ গৈ কথা বোৰৰ মিল
    নোহোৱা কৰি পেলাইছে। অভিনয়
    কৰোতে কৰোতে দৈনন্দিন জীৱনৰ
    সচা কথা কবলৈ এৰিয়েই দিছে যেন
    লাগিল।

  • @jibanbora6004
    @jibanbora6004 2 дні тому +9

    ❤❤❤❤ ভাষা বিছাৰি পোৱা নাই।বা তুমি সূৰুযমুখীৰ পৰা কিয় ইমান সোনকালে আতৰি আহিলা? তোমালৈ মনত পৰি থাকে।❤❤❤❤

  • @ashamonihazarika6569
    @ashamonihazarika6569 День тому +1

    বহুত ভাল লাগিল বাইদেউ, ভালে থাকক সদায়🙏

  • @rumibarman8007
    @rumibarman8007 День тому

    মই ভাল পোৱা অভিনেত্ৰী গৰাকী হৈছে সাগৰীকা গোস্বামী বাইদেউ তেওঁৰ কথাবিলাক বহুত ভাল লাগে। তেওঁ সুৰুজমুখী ছিৰিয়েল খনৰ পৰা সোনকালেই গুছি গ'ল সেই বাবে বহুত বেয়া লাগিল ❤️❤️❤️

  • @mousumibora1934
    @mousumibora1934 День тому

    বহুত ভাল পাওঁ বাইদেউক , কথাবোৰ practical, শুনি ভাল লাগিল

  • @R.B.vloger
    @R.B.vloger День тому +2

    Ekdom right mamm,,kormoi amar dhormo,,,,,moiu aneke vabu.

  • @azadkalam8904
    @azadkalam8904 2 дні тому +3

    যি কোনো বস্তু এনেই হৈ নাযায় নিশ্চয় বনোৱা এজন থাকিব লাগিব ।আল্লাহ আছে

  • @BimalchBordoloi-y2m
    @BimalchBordoloi-y2m 23 години тому

    Sagarika badeo apunar katha khini nukhuni nuwarilu bahut bhal lagil

  • @gahinkalita1343
    @gahinkalita1343 2 дні тому +18

    আপুনি শব্দ দেখিছেনে ? বতাহ দেখিছেনে ? আছে বুলি কিয় মানি লয় ? ভগৱান আছে বুলি হলে মানি নলয় ?

  • @MinakshiBorahGogoi
    @MinakshiBorahGogoi День тому +2

    বহুত ভাল কথা কলা বা৷

  • @MØYUKHRAJKHOWA
    @MØYUKHRAJKHOWA 2 дні тому +2

    ভগৱানক দেখা পোৱা নাযায় অনুভৱ কৰিব পাৰি। ভগৱান প্ৰতিজন মানুহৰে হৃদয় আছে বাবে আমি জীয়াই আছো । অলপ সময়ৰ বাবে ভগৱানে মানুহৰ গাৰ পৰা এৰি দিলে মানুজন ডেদবদি হয় ।সাগৰিকা গোস্বামীকহে দেখিছোঁ ভগৱান নাই বুলি কোৱা । আপোনাৰ যদি বিশ্বাস নাই মন্দিৰলৈ নগলে হল ।

  • @KiranDeka-j8m
    @KiranDeka-j8m 2 дні тому +7

    ,আহে ভগবান দেখা নাই যদি দেখা ই দিও । মিছা মিছি কৈ ফাতলামি কৰি থাক।

  • @diptigarwal8445
    @diptigarwal8445 2 дні тому +1

    ভাল লাগিল কথা খিনি।হাগৰিকা বাই পিন্ধি অহা কোট টোৰ নিচিনা মোৰো আছে❤❤

  • @Comment_Man_Of_Assam
    @Comment_Man_Of_Assam 2 дні тому +6

    Lord Shiva ❤❤

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL 2 дні тому +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏

  • @LiliNath-y8h
    @LiliNath-y8h 2 дні тому

    Baidau bhal loga katha koise aapni . aaponar mangal kamona katilo.dhanyabad....

  • @jayashrinath8251
    @jayashrinath8251 2 дні тому +1

    বহুত ভাল লাগিল❤

  • @krishnasaikiaentertainment7011
    @krishnasaikiaentertainment7011 2 дні тому +3

    খুব ভাল লাগিল আপোনাৰ কথাবোৰ সাগৰিকা বা ❤

  • @JonaakiDevi
    @JonaakiDevi 6 годин тому

    Bahut val lagisa topic to

  • @Kaushik632
    @Kaushik632 2 дні тому

    কথাবোৰ ভাল লাগিল।❤

  • @kameswarboro3351
    @kameswarboro3351 День тому +1

    ভ গ বান আছে,কাৰণ বাইদেউ, ধৰি লোৱা আপোনাৰ মা-দেউতা কোকা - আইটা স্বৰ্গবাছ হৈ গ'ল
    তেতিয়া তেওঁলোক জন্ম
    ডাতা,
    কি তেওঁলোক ভগৱাণ নহয় নেকি ?
    😮😢

  • @krishnasaikiaentertainment7011
    @krishnasaikiaentertainment7011 2 дні тому +5

    ভগৱানক কিন্তু মানিব লাগে

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL 2 дні тому +3

    অতি সুন্দৰ❤

  • @aratinath9982
    @aratinath9982 2 дні тому

    Bar kotha bur xosai vl lagil.

  • @santanaphukongogoi7275
    @santanaphukongogoi7275 2 дні тому +3

    তোমাক বহুত ভাল লাগে.কিন্তু ভগাৱনৰ বিষয়ে এনে দৰে কোৱা বাবে আচৰিত পালোঁ.

  • @analyticalquranstudiessyed5833

    Super discussion 👍

  • @NirmaliBharali-hc8oq
    @NirmaliBharali-hc8oq 2 дні тому +1

    বহুত ভাল লাগিল।

  • @Himashree-l8c
    @Himashree-l8c 2 дні тому

    Sagarika baa r katha bor xuni bahut bahut vl lagise ❤❤
    Himasri baa aibar silpisikha bora k matibo sn

  • @mukulrabha9440
    @mukulrabha9440 2 дні тому

    ১৯৯৭চনত আৱাহন থিয়েটাৰত সাগৰিকা তোমাৰ প্ৰথম বছৰ আছিল !তেতিয়াচোন তুমি নটৰাজৰ মূৰ্ত্তিত সেৱা কৰিছিলা ।মই তোমাক দেখিছিলো।মই নিজে চিত্ৰশিল্পী হিচাবে কাম কৰিছিলো ।তোমালোকৰ ছৱি অংকণ কৰিছিলো

  • @__--mousumi--__5459
    @__--mousumi--__5459 2 дні тому +1

    Seema kakoty ba r interview loi ahib please ba please ❤❤

  • @HelperNanda
    @HelperNanda День тому

    Vara ghort dekhisilo khuri apunak 😊😊

  • @ranjitaneog5653
    @ranjitaneog5653 2 дні тому +3

    ভগৱান নাই জদি এইগৰাকী এই Prithibit কেনেকৈ জীয়াই আছে বাৰু . কেনেকৈ উশাহ নিশাহ লৈ আছে বাৰু . Mondidrt সেই পজিটিভ Anarji টো কৰ পৰা আহিল .এইবোৰ মানুহ অলপ পাগলৰ নিচিনা .

  • @dikhamoniboidya1192
    @dikhamoniboidya1192 2 дні тому

    vl lgil bht ❤

  • @minarabegum9893
    @minarabegum9893 2 дні тому

    Very nice video Val lagil video to say 🎉

  • @sreyashisharma6350
    @sreyashisharma6350 2 дні тому +2

    😂 bhaallaagil sai,kintu, nede kha ejonaase,dekha nepau,upolobdhi koribolaage🌺🌺

  • @Neha-zq1jh
    @Neha-zq1jh 2 дні тому +3

    Sagorika ba ❤❤❤

  • @gayatriphukan6282
    @gayatriphukan6282 2 дні тому +7

    Bogowan bishhakh koru babei manuh hoi jiyai asu....

  • @nivapaglyvlogs4518
    @nivapaglyvlogs4518 2 дні тому +1

    যি সকলে বেয়া মন্তব্য দিছে ভিডিঅ'তো সম্পূৰ্ণকৈ চালেনে বাৰু? তেওঁ ভগৱান নামানো বুলি নাই বুলি কেতিয়া ক'লে ভালকৈ চাওকচোন আৰু শব্দবোৰ অৰ্থ বুজি লৈ মন্তব্য কৰক।।। ইমান ধুনীয়া কৈ তেওঁ কথাবোৰ কৈছে,, ধনাত্মক ভাৱে ল'বছোন কথাবোৰ আপোনালোক 🙏

  • @ArindomsaikiaJunak
    @ArindomsaikiaJunak 2 дні тому

    I thought a positive energy is exist😊

  • @AnitaDeka-jp4wf
    @AnitaDeka-jp4wf 2 дні тому

    Bahut val lagil sagarika baa

  • @Luna_koch
    @Luna_koch День тому

    Bor priyo❤

  • @tjgaming3724
    @tjgaming3724 2 дні тому

    Aaji r kotha bur bor vl lgise

  • @ajayray2
    @ajayray2 2 дні тому +3

    Apuni Bohutoke Podcast loi mati ane. Kintu Literature logt Jorit Manu borok matile bohut val pam. Abar jodi Apuni Anuradha Sharma Pujari, Hiren Gohain naiba aan karobak matile heten val palu heten

  • @soilendrasaikia5038
    @soilendrasaikia5038 2 дні тому

    Val lagil baideuk. Bhut mrm jasilu ...

  • @kusumdas999
    @kusumdas999 11 годин тому

    KathaBurBarVallLagil❤❤❤❤

  • @Rimpeegogoi2245
    @Rimpeegogoi2245 2 дні тому +11

    Mr mote bhogoban asa ❤

  • @pankajsharmapankajsharma5814
    @pankajsharmapankajsharma5814 2 дні тому +29

    Himasri baa tumar kiba bamer hoise jen lagise kio nu 😮😮😮😮

  • @LuckyLahon
    @LuckyLahon 2 дні тому

    Love you sagarika ma'am...love from majuli ❤❤❤❤

  • @sabitadas4972
    @sabitadas4972 2 дні тому +1

    সাগৰিকা বা ব হু ত ভাল লাগিল

  • @rinadeka2756
    @rinadeka2756 2 дні тому

    মোৰ মনৰ কথাৰ লগত বহুত মিনলিছে। বহুত ভাল মনৰ গৰাকী সাগৰীকা গোস্বামী।

  • @bontibora4333
    @bontibora4333 2 дні тому

    Hagorika bowr kotha bur bor val lagile ru bohut kothai hikibo parilu

  • @nitumonidasdas8240
    @nitumonidasdas8240 2 дні тому +1

    A 🥲😢 ram imn dangor manuh apuni hle u ako njana sn vgbanok mani lav ni ki je Kwa aji vgbanr krne prithibi khn dkhisa nhleba dkhila hoi jnu vgban knekoi dkhiba nu ভক্তি হব লাগিব vogobanor 😢 ru jdi bishak ase vgbanr uprt tetiya hle sbtei vgbank dekhiba bujisa ba ru jdi vba vgbnor phto khnotu bisari pba ভক্তি হব lgibo

  • @MinakshiBorahGogoi
    @MinakshiBorahGogoi День тому

    মই সততাই ভগৱান বুলি ভাবো৷

  • @mohibulali7382
    @mohibulali7382 2 дні тому

    Baidewk ako adin matibo lage ba.bahut val lagil 2 hourse karone

  • @BijumaniDas-u5o
    @BijumaniDas-u5o 2 дні тому

    Aji mor mon vori gol . Bohut val lagil

  • @junuguwala363
    @junuguwala363 2 дні тому +1

    Bohut bohut val lsgil

  • @Kaushik632
    @Kaushik632 2 дні тому

    আধৰুৱা কৈ ভিডিঅ'চাই কোনেও বেয়া মন্তব্য নকৰিব... সম্পূৰ্ণ ভিডিঅ'চাওঁক, আৰু বুজি পাওঁক, কি ক'ব বিচাৰিছে... শিক্ষিত বোৰে বুজি পাব..!!❤

  • @dipankarchutia7809
    @dipankarchutia7809 2 дні тому +1

    U are right❤

  • @ushadas8192
    @ushadas8192 2 дні тому

    Thankyou . ❤🙏

  • @PoliDeka-x5u
    @PoliDeka-x5u День тому

    ❤❤❤❤❤❤❤

  • @anowara.begum23
    @anowara.begum23 2 дні тому

    Xunder video ❤❤❤

  • @eduvarangia
    @eduvarangia 2 дні тому

    এক্ দম্
    সচা কথা
    কিন্ত
    সৃষ্টিকৰ্তা আছে ।।।

  • @rameshchandradas1759
    @rameshchandradas1759 2 дні тому

    গোস্ৱামী ৰ সুন্দৰ আৰু সাৰগৰ্ভ কথা

    • @manjuborthakur8604
      @manjuborthakur8604 2 дні тому

      সাগৰিকা গোস্বমীৰ তত্বগধুৰ আলোচনা শুনি মনতো প্ৰশান্তিৰে ভৰি পৰিল।ইস্পষ্টবাদী আৰু ৰ্নিভিক সাৱলিল ভাষাৰে কোৱাবাবে তেখেতলৈ আন্তৰিক শ্ৰদ্ধা অলেখ শুভ কামনা জনালোঁ।আপোনালৈ বহু মৰম থাকিল ইমান সুন্দৰ সাৎক্ষাতকাৰ শুনিবলৈ পোৱাৰ বাবে।❤

  • @ManashPratimNathNitumoni
    @ManashPratimNathNitumoni 2 дні тому

    Bhagban aase....

  • @bipasha123-r9g
    @bipasha123-r9g День тому

    Apunak moi bor val pau❤❤❤❤❤❤

  • @The_Comment_Man_Of_Assam
    @The_Comment_Man_Of_Assam 2 дні тому +6

    1st Comment 😂😂

  • @NikumoniGogoi-r9b
    @NikumoniGogoi-r9b 2 дні тому

    Akebare.right.kotha.koise.baideu..

  • @tapsulaliakanda5028
    @tapsulaliakanda5028 2 дні тому

    Bahut val lagil.xosa kotha.

  • @kamrupiyasuwalinazma8097
    @kamrupiyasuwalinazma8097 2 дні тому

    Khosai val lagil

  • @Sonowall-u1p
    @Sonowall-u1p 2 дні тому

    Very good job 👍❤😊😊

  • @RahulSaloi
    @RahulSaloi 2 дні тому

    Aibor pahori golu atiya

  • @ankurraj8350
    @ankurraj8350 День тому

    এইবিলাক মানুহক কিয় মাতা বিভ্ৰান্তিৰ সৃষ্টি কৰে

  • @urmibora3416
    @urmibora3416 2 дні тому +1

    Himashri baa Jiu k mtiba sun❤️

  • @nitumonidasdas8240
    @nitumonidasdas8240 2 дні тому

    vgbank bisari kaio oh njai ba bujisa vgbank puja kribo jai ksumane ru ksumane vgbank mondirote dkha bisari pai jdi hee bishak ase 😢bishak main bstu jdi bishak ni ei prithibit vgban ni vgban ase jdi vgban ni a,,,knekoi tmi jiyai thakibo prisa

  • @DiplaliBoruah
    @DiplaliBoruah 2 дні тому

    Val lagil❤

  • @mohibulali7382
    @mohibulali7382 2 дні тому

    Baidewk ako adin matibo lage ba.bahut val lagil 2 hourse. karone plese matibo na

  • @ধেৎতেৰি07
    @ধেৎতেৰি07 День тому

    আপুনি আপোনাৰ আজু ককাৰ দেউতাৰক দেখিছেনে ? আপুনি আপোনাৰ আজু আইটাৰ মাকক দেখিছেনে ? নাইদেখা নহয়নে তেতিয়াহ’লে তেওলোক নাছিলেই মানে আপুনি ক’ৰপৰা আহিলে ?

  • @rupalibora170
    @rupalibora170 2 дні тому

    Bahut val lagil khothabur

  • @ASTCDhubri
    @ASTCDhubri 2 дні тому

    Excellent baidew

  • @nilimsovangoswami2812
    @nilimsovangoswami2812 2 дні тому

    Sagarika Goswami... Apunar jee kotha bur koishe , sheiburu dekha najai, ami sunishu kintu..... Bujishe ne.....?????

  • @marketznews2516
    @marketznews2516 День тому

    Hosa bhogoban kunjon hoi...kunubai kobo paribo ne....Allah Jesus ... krishno...kun hoi hosa kun hoi misa???

  • @mohibulali7382
    @mohibulali7382 2 дні тому

    Baidewk ako adin matibo lage ba.bahut val lagil 2 hourse. karone plese matibo na 50:22 50:22 50:22

  • @Rimpikalita-bb1zz
    @Rimpikalita-bb1zz 2 дні тому

    ❤️❤️❤️

  • @nishasonowaldas7727
    @nishasonowaldas7727 2 дні тому

    ভাল লাগিল।

  • @dnjlovelove5998
    @dnjlovelove5998 2 дні тому

    right

  • @MinakshiBorahGogoi
    @MinakshiBorahGogoi День тому

    ৰুপহী সোণতৰা চাইছিলো আমি

  • @ChandanGogoi-r2q
    @ChandanGogoi-r2q 2 дні тому

    Eman val lagal😮😮😮

  • @himakshimazumdar1260
    @himakshimazumdar1260 2 дні тому

    Bohut Val lagil

  • @pallabikalita3450
    @pallabikalita3450 2 дні тому +1

    Mur priya avinatry❤❤

  • @bipasha123-r9g
    @bipasha123-r9g День тому

    Vagabanor bikhoy apuni thike koise ba

  • @RimaSarma241
    @RimaSarma241 2 дні тому +2

    Moi knto soku mudi vogobaan k bisakh kro... Aapunak vl pao knto ktha to vl nalagil baideu

  • @MonikaBorah-cw6wk
    @MonikaBorah-cw6wk 2 дні тому

    Nice

  • @pranameshbharadwaj6190
    @pranameshbharadwaj6190 2 дні тому +1

    মোৰ সেইটোৱেই হয় সদায়।

  • @krishnasaikiaentertainment7011

    Khub bhal lage aapunak ❤