Mor mon oti val lgise,kheto krok tetiahe nojor abastha val hoi,oti val lagil, ai adjamar atukura mati nai babe dubori bono kinib loga hoise. Pranami tomak,miyaai he parene,apuni he akon Prakrit asomiya.
Bohut val lagil sai ...moi bohut xukh onubhab korisu amar axomot eman dhunia xetiok ase ...jibon ai tuke koi moiu ajon sabolombi hobo bisaru kintu ki korim mur ghrr mati kali 1 bigha aku nai mur so sesta korim ru korie asu moiu......but love you jayanta dutta family....god bless you
Great. Very inspiring and motivating work. True Atmanirbhar Bharat Abhiyan. Politicians must see these true farmers of our country. Thanks Assamese Educator channel for this excellent video.👍
এই আদৰ্শবান খেতিয়ক বিলাকৰ নিউজ চেনেলবোৰে দেখা নাপায় সিহতে কেৱল ৰাজনীতি, কোৰোনা আদিক হে দেখাই থাকে,এই বিলাক মানুহ ৰ খেতি বিলাক যদি নিউজ বোৰে ভালকৈ দেখালে হৈ বহুতো উৎসাহ পালে হৈ,,,, মোৰ কাৰণে এইবিলাকে হে Real Hero👍🏻👍🏻
Right
Right
Bohut dhunia kotha koisa..hoi news channel bur ondho hoi
কৃষি ফাৰ্মৰ পৰিবেশটো ভাল লাগিল।এই পৰিয়ালটোৰ কৃষি আদৰ্শক আজিৰ যুৱচামে আদৰ্শ হিচাপে লৈ আগবঢ়ি যোৱা সুবেই প্ৰয়োজনীয়তা আছে।
বহুত ভাল লাগিছে এয়া এক ডাঙৰ উদাহৰণ পাৰিলে এবাৰ যাব চেষ্টা কৰিম চাবলৈ বহুত মন গৈছে
বৰ ধুনীয়া উৎসাহী এই সাক্ষাত্ কাৰটো উপহাৰ দিয়া কাৰণে আপোনালোকৰ চ্যেনেলটোক ধন্যবাদ দিছোঁ।
খেতিয়ক হ'বলৈ মোৰ বহুত মন। বহুত ভাল লাগিল ভিডিঅ'টি ইমান আদৰ্শবান,সহজ-সৰল ব্যক্তিত্বৰ লোক দুয়ো ভাতৃ,অকণো অহংকাৰো নাই।###যদি একমত লাইক কমেন্ট কৰিব।
লক্ষী দত্ত সচাকৈ এজন আমাৰ অসমীয়া সমাজৰ আদৰ্শ খেতিয়ক । তেওঁক আৰু তেওঁৰ পৰিয়ালক মই বহুত বহুত নমস্কাৰ জনাইছো । এই পৰিয়ালটোৰ পৰা আমাৰ অসমীয়া সমাজে বহুত শিকিব লগিয়া আছে । এই পৰিয়ালৰ দীৰ্ঘায়ু সু স্বাস্থ্য নিৰুগী আৰু মঙ্গল কামনা কৰিলো । ধন্যবাদ নমস্কাৰ ।
I salute to you
গৌৰৱ অনুভৱ
দত্ত পৰিয়ালৰ আদৰ্শ অসমবাসীয়ে লোৱা উচিত।।।
চৰকাৰৰ বিয়াগোম কৃষি বিভাগে অসমৰ নিবনুৱা সকলৰ কাৰনে কিয় এনে ধৰনৰ আচনি লব নোৱাৰে ।চাকৰি কৰি লাভ নাই ।
দত্ত ধন্য, ধন্য আপোনাৰ মানব জীৱন।আপোনী ল'ৰা দুজনক আদৰ্শ , উদ্যমী, কৰ্ম-দক্ষতা, খেতিৰ প্ৰতি মানে সকলো ধৰণৰ খেতি কৰি নিজে স্বাবলম্বী হোৱাৰ উপৰি দেশৰ উন্নতিৰ খেত্ৰত অৰিহন জগোৱাত সহায় আগবঢ়োৱা বাবে।
পামখন নিশ্চয় কৃষি পৰ্যটনৰ কেন্দ্ৰ হোৱা উচিত ।
বহুত ভাল লাগিল আপোনালোকৰ এই আদৰ্শ কথা জানিব পাৰি।এখন সুস্থ-সবল ঘৰ সংসাৰ কৰিবলৈ হ'লে এজন সৎ -সাহসী, উদ্দমী, শিক্ষিত, আদৰ্শবান লোক এজনৰ দৰকাৰ। আপোনালোকক শত শত প্ৰণাম জনাইছোঁ। কেৱল এখন সমাজেই নহয়, আপোনালোক এখন সুস্থ সবল শক্তিশালী দেশৰ উদাহৰণ। আপোনালোকৰ আদৰ্শক🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻❤️👍👍👍
আদৰ্শবান খেতিয়ক , তেনেই সাধাৰণ যেন লগা মানুহ কেইজন কাম-বন , চিন্তা-ধাৰা কিন্তু বহুত ওপৰত ।
চেনেলৰ কৰ্মকতাৰ লগতে উদ্যমী
কৃষক পৰিয়ালটিক ধন্যবাদ জনালো। এইখন অসমত যে এনেকুৱা পৰিয়াল আছে, সছাকৈ বহুত গৌৰৱ অনুভৱ হৈছে।
বৰ প্ৰিয় মোৰ খেতিয়ক শব্দটো❤️
খেতিয়ক শব্দটো প্ৰিয় পিছে খেতিয়কৰ লগত বিয়া হ'ব হে নোখোজা।
সঁচাই এটা ধুনীয়া শব্দ খেতিয়ক
Very nice
Mor mon oti val lgise,kheto krok tetiahe nojor abastha val hoi,oti val lagil, ai adjamar atukura mati nai babe dubori bono kinib loga hoise. Pranami tomak,miyaai he parene,apuni he akon Prakrit asomiya.
কৃষিজীৱী পৰিয়াল
যৌথ পৰিয়াল
আদৰ্শ পৰিয়াল
যতন কৰিলেই ৰতন পায় বুলি কোৱা কথাষাৰ এখেতসকলে কামেৰে কৰি দেখুৱাইছে ।
অভিনন্দন জ্ঞাপন কৰিছো ।
এনেকুৱা ভিদিঅ' আৰু বনাব..বহুলোক উপকৃত হ'ব ।
ua-cam.com/video/BwY-EyOhUHo/v-deo.html
Assam educator ক ধন্যবাদ ।।এনেকুৱা এটা পৰিশ্ৰমী আৰু উদ্যোগী পৰিয়ালৰ সৈতে চিনাকি কৰাই দিয়াৰ বাবে। আৰু অধিক এনেকুৱা ভিডিঅ লাগে।
স্বাধীনতাৰ মূল বস্তুটোৱে হৈছে খেতি,খেতি কৰিম নিজেও খাম আনকো খোৱাম। And I felt that
এওলোকেই হল প্ৰকৃত খেতিয়কৰ উদাহৰন ।
ua-cam.com/video/BwY-EyOhUHo/v-deo.html
এয়া হে আচল অসমীয়াগিৰি। সকলো অসমীয়াই অভিনন্দন জনোৱা উচিত।
প্ৰকৃত মানুহৰ পৰিচয়
বহুত বেছি ভাল লাগিল , সকলো মানুহ এনেদৰেই আগবাঢ়ি যাব লাগে, আগলৈও এনেকৈয়ে ভাল ভাল video দি থাকিব । এওঁলোকৰ পৰা বহুত অনুপ্ৰেৰণা পালো।
Kormoi, a dhormo
গতিকে নিবনুৱা সকলে চাকৰি বিচাৰি নাপাই নিৰাশ হব নালাগে আমাৰ অসমৰ মাটিতে সোণ গুটি বিচাৰিব লাগে ।
ua-cam.com/video/BwY-EyOhUHo/v-deo.html
মৈ এই চেনেলটোৰ পৰা বা এই মানুহ কেইজনৰ পৰা এটাই শিকিবলৈ পালোঁ যে পঢ়িলেই যে চাকৰি কৰিব লাগে নহয় আমাৰ থলুৱা বা ঘৰোৱা উপাৰ্জন বহুত আছে ধন্যবাদ 🙏🙏🙏
Right
Mati kintu aloo takiboi lagibo
বহুত সুন্দৰ পৰিয়াল ।এনেকুৱা পৰিয়ালত থাকিব মণ যায়।
সুন্দৰ পৰিয়াল আজিৰ যুগত মানুহ বোৰে অত বিঘা বিঘা মাটি থাকিও বহিৰাজ্যত কাম কৰিবলৈ যায় এইবোৰ কৰি খাবলৈ বেয়া পায়। আনৰ তলত পৰি সাজিৰা কৰি খোৱাটো ভাল পাই। গতিকে আপোনাৰ পৰিয়ালটোক বহুত বহুত ধন্যবাদ থাকিল
বৰ্তমান সময়ত বৰ সুন্দৰ কাম কৰিছে।তেখেতসকলক শতকোতি নমস্কাৰ জনাইছো।উঠি অহা নৱপ্ৰজন্মৰ বাবে তেখেতসকল পাথেয় হৈ সুস্থভাবে আগুৱাই যাওক।নমস্কাৰ জানাই পুনৰ।ভগৱানে সকলোৱে কৃপা কৰক।
এইজন হে প্ৰকৃত খেতিয়ক,অখিল গগৈ খেতিয়ক হৈ জানো
Realy
হবয়েই নোৱাৰে ।
আপোনাক অশেষ ধন্যবাদ জনাইছো,আগলৈ এনেকুৱা ভাল ভাল প্ৰতিবেদন লৈ আহিব আমাৰ মাজত |
অকল চাকৰি বিচাৰি থাকি বেছি লাভ নাই তাতকৈ বেছি ভাল নিজে নিজকে কিবা কামত নিযুত্তি কৰা | আৰু এনেকুৱা বাস্তৱ ৰুপ এই ভিডিঅ টোত প্ৰতিফলিত হৈছে |
অতিকৈ সুন্দৰ এটি ভিডিও।
Highly qualified farmer,Respected cultivator,keep up,god bless you,
দত্ত পৰিয়াল লৈ মই গৌৰৱ আনুভৱ কৰিছোঁ
বহুত ভাল কাম কৰিছে
আজিৰ অসমীয়াই দত্ত পৰিয়ালৰ আদৰ্শ ললে অসমৰ পৰা বিদেশী অসম এৰি গুচি যাব । বহুত বহুত ধন্যবাদ ।
ধন্য মানিছো। সচাকৈয়ে মহান।
সকলো অসমীয়াই এনেকে কৰ্মমূখী হ'লে মিঞা নিজে নিজে খেদা খাব।
👏👏😄😄
হয়, কৰ্মমুখী হবয়েই লাগিব- অন্য ক্ষেত্ৰত হলেও। কিন্তু এনে খেতি/ফাৰ্ম খুলিবলৈ মাটিও দেখোন নামনিত বিদেশীয়ে শেষেই কৰিলে ।
@@udityasaikia1820 যিখিনি আছে সেইখিনিও এনেই পৰি আছে। সেইখিনিও মিঞাই দখল কৰিব আমি পেলাই ৰাখিলে।
সত্য কথা।
Ai channel or Manuh Jon miya hoy
কষ্টৰ ফল সদাই মিঠা
বহুত বহুত ধন্যবাদ জনাইছোঁ । আদৰ্শ বান খেতিয়ক
😊অভিনন্দন জনাইছোঁ দুয়োগৰাকীলৈ 💐অসমীয়াৰ স্বাভিমান এয়াই🙏
বহু বহু ধন্যবাদ!!!
Bohut val lagile. Bohut inspire holu....dhanyabad.🙏🙏
মোৰ মনলৈ প্ৰায়েই আহি থকা , ভাৱবোৰৰেই বাস্তৱ ৰূপ দেখা পালো । এই আদৰ্শ পৰিয়ালটিলৈ সশ্ৰদ্ধ প্ৰনাম যাচিলো । বৰ্তমানৰ এই ভয়ংকৰ নিবনুৱা ৰ দিনত আমি বহুতেই দেখোন এনেবোৰ কাৰ্যৰ জৰিয়তে স্বাৱলম্বী হব পাৰো । আপোনালোকৰ আদৰ্শ ৰ বহুল প্ৰচাৰ হওক লগতে আপোনালোকৰ সু-স্বাস্থ্য আৰু বহুল উত্তৰোণৰ কামনা কৰিলো ।
অভিন্দন জনালো..
সচাই আচৰিত দেই
🙂🙂🙂
ভাল লাগিল কথাবোৰ শুনি
প্ৰেৰণাদায়ক
Dhainyabad sir apunar adrkha arhi dekhi borbhal paisu...
Dhunia kotha kole.. Ghrr manuhor majot ekota.. Sob khula khuli alusona thakibo lage.. Aru apunalukr kheti aru fulok folok.. Apuna lukok adorkho buli vabilu.. Thnk you.. 🙏❤❤
Khub val lagil. Apunaluk hakalu Asomiya juwo prajanmar adarsa houk.
Val lagil apunalukor hundor adorkh
সচাকে. কিন্তো. সাহস ,একাগ্ৰতা,উদ্য়মি অসমীয়া মানুহ দেখিলে মনত গৌৰম অনুভব লাগে. কিবা এতা কৰাৰৰ ইচ্চা যায়
এনেকোৱা যুগাত্মক চিন্তাৰ প্ৰয়োজন আচে 🙏🙏🙏🙏🙏🙏❤
Right
খুৱেই সুন্দৰ , অনুপ্রেৰণাৰে ভৰা এটি ভিডিও | বহুতে উপকৃত হৱ |
উৎসা পূৰ্ণ এটা সুন্দৰ video 👌👌💕💕💕
Vl lagil video2 sai.
এই বিলাক হৈছে আজিৰ দিনৰ দেশ প্ৰেমৰ নমুনা |সমগ্ৰ মানব জাতিক লগা খাদ্য উত্পাদন বিপন কামত জড়িত হৈ থকাটো বহু উচ্চখাপৰ কাম,ধৰ্ম ৰ কাম | চেনেহী অসমী আইৰ যোগ্য অসমীয়া সন্তান,ধন্য দত্ত পৰিয়াল | জয় আই অসম !
Kormoi dormo...... Jibont sesta krili hklu kribo pare..... This is a real farmers of Assam
Bohut val lagil sai ...moi bohut xukh onubhab korisu amar axomot eman dhunia xetiok ase ...jibon ai tuke koi moiu ajon sabolombi hobo bisaru kintu ki korim mur ghrr mati kali 1 bigha aku nai mur so sesta korim ru korie asu moiu......but love you jayanta dutta family....god bless you
You are human resource
Xundor, amar usoror eikeijone bohut kosoto kori agbarhi goise! Horure pora dekhi ahisu. !!!
ইমান সহজ সৰল মানুহ
Congratulations.
বহুত বহুত ধন্যবাদ ।আপোনালোক প্ৰেৰণাৰ উৎস হৈ থাকক অসমীয়া সমাজৰ ।বহুত ভাল লাগিল ।
Val lagil,,,, , channel or Dada jonok doinobad jonalu ,,,
Govment should awarded him as an ideal farmer.His contribution is so great to our economy.
এওক,,,, ৰাজ্য চৰকাৰে republic day ত সন্মান দিব লাগে,,,মৰি যোৱাৰ পিছত দিলে হব কি🙏🙏🙏🙏
Moi ji khini vbisu.. mne kori asu.. etia apunalukor pora gm pai aru agrohta plu.. dhaniyabad apunalukoi.. enekoiye aguai jaok..
Hundar Kotha
অসমৰ প্ৰথমজন স্বাধীন খেতিয়ক হ'ল দত্তৰ পৰিয়াল।
Eybelak vedio he sai vl lage ...coronar vedio bur sai sai matha bur beya hoi Jai.👍👍👍👍👍👍👍👍👍👍nice vedio🙏🏼
Talking about ideology is easy. But ideology as a life style is too damn tough. This family deserve respect.
Mashallah great job! 😍❤️🤲
স্বাধীন প্ৰকৃত অসমীয়া এইসকল ,,,
Aeijon real hiro hoi sorgo hoi aeikhon
Manisu dei Oti Xundor koi kheti korise 👍👍👌👍👍
কৃষক সকলে এই ভিডিওটো চাওক। উপকাৰ হব। ধন্যবাদ।
Great.
Very inspiring and motivating work.
True Atmanirbhar Bharat Abhiyan.
Politicians must see these true farmers of our country.
Thanks Assamese Educator channel for this excellent video.👍
Bohut val lagil .
Bohut vl lage aponar lokor kohta bur
Dhanybad Dada khoob dhuniya akhon ghor dekhuaor babe
Anekua peronamulok video diar babe Thanks
Great two brothers ,very goot step
Very nice video .it will inspire anybody to work hard.i think it will help our unemployed people.thank you very much.
Bohut val kam karise......teulukoloi xokolure pora abhinandan jonaisu....
এজন আদৰ্শবান খেতিয়ক হিচাপে আপোনাক অভিনন্দন জ্ঞাপন কৰিলো ।
Montu bohut bhal lagise vedio tu sai..
তেখেত সকলৰ কৰ্মৰাজি আমি সকলোৱে অণুকৰণ কৰাটো উচিত । আমি কৰিব পৰা কামটোও এলাহ আৰু সময় নাটনিৰ দোহাই দি আনৰ ওপৰত নিৰ্ভৰ কৰোঁ ।
এই পৰিয়ালটিক অসমৰ যুৱক সকলে অনুসৰন কৰক.
ৰামায়ণততো লিখা আছে শু পুৰষ কৃষক । খালী মাৰাত্মক দৰব ব্যৱহাৰ কৰি খেতি কৰা সকল শু পুৰুষ নহয়। আপোনালোকে অগেনিক খেতি কৰাৰ বাবে ধন্যবাদ।
Bahut vhal lagil sai.. ❤
Very good news bohut val loga post
Dada aponalokor progrem to sai bahut val lagil.
বহুত ভাল লাগিল ভিডিঅটো চাই ।
khub val lgl,video 2...
I have no word to appreciate, please go ahead, God bless you all
Motivational vdo ❣️
Bhal adorkho dekhaise dada bhal lagil..
Bahut bahut bahut bhal lagil...
TV r news ot aibor kio nahe....
Mon sui gol.....
দেখি সুখী হ'লোঁ ।
Adarsh ban khatiyak janaloi axhekh dhanybad thakil.Bharati gogoi.
Val lagil video tu sai.. Thank you
সূন্দৰ
ধন্যবাদ শ্বেয়াৰ কৰিব
ধন্যবাদ শ্বেয়াৰ কৰিব
Bhut val lagel vidio tu si👌
Bohut bhal lagil bro
ধন্যবাদ।