প্ৰিয়ংকা হাজৰিকাৰ সফলতাৰ কাহিনী || UPARJAN ||
Вставка
- Опубліковано 1 січ 2023
- প্ৰিয়ংকা হাজৰিকাৰ সফলতাৰ কাহিনী || UPARJAN ||
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ মাত্ৰ ছহেজাৰ টকাই আৰম্ভ কৰিছিল নাৰ্ছাৰী ব্যৱসায় ৷
ঘৰৰ বাৰাণ্ডাত কৰা নাৰ্ছাৰী ব্যৱসায় লাহে লাহে দাঙৰ হৈ আহিছিল ৷
স্বামীৰ সহযোগত প্ৰিয়ংকা হাজৰিকা নমাৰ নাৰায়ণপুৰৰ জীয়ৰীগৰাকীয়ে লাহে লাহে ফুল আনিবলৈ ল’লে বহি:ৰাজ্যৰ পৰা ৷
এদিন মাটি লিজত লৈ হাৰমতীত গঢ় দিলে “খিনাম ”নামেৰে এখন বৃহৎ নাৰ্ছাৰী ৷
Klub xundar 👌👏🤝✌👍🙏❤
Hundor protiva
❤❤
Good job
বৰ ধুনীয়া আপোনাৰ নাৰ্চাৰী খন।
All the best baideu ghr kot apooner jonabo plz apooner kotha khuni dhunia lagil logote ata khahokh palo aponer pora thq
অতি সুন্দৰ।
Keep it up 👍
Happy to see this
"মানুহ দুজন, সপোন এটা"___কথাষাৰে অন্তৰ জয় কৰিলে। তেওঁ আৰু আগুৱাই যাওক।
She has very good communication skill, one of the reasons for being successful in business
Really, the video is attractive due to good communication skill of Ms Hazarika.
Very very nice thank you so much
Priyogka bai deu aponaloi bohut dhonya bad,apuni je anor kotha sinta krise bohut val kotha,aponar bhagyaye val sage sei karne eman koribo Parise, happy new year priyogka ba,
From UDALGURI
Hoi neki
Gud job. God bless you
Congratulations jonaloo. Go ahead way to your journey. Always be positive and happiness
আমাৰ মানুহবোৰ ব্যৱসায় কৰি আগ বাঢ়ি যাবলৈ কিয় বেয়া পায় । আগুৱাই যাওক তাৰেই কামনা
আগ বাঢ়ি যোৱা তুমি আমাৰ আশীৰ্বাদ সদায় আছে।
আগবাঢ়ি যোৱা ।সুন্দৰ নিদৰ্শন।
Great presentation
Congratulations to her ❤️🎉
Very nice ,all the best,I am also MSC with math ,I am also from Assam ,doing business in Nepal and Mumbai
Wishing you Happy &prosperous business
Good work 👍
Congratulations....keep it up sister👏👏👌💓
সুন্দৰ কাম কৰিছা তুমি ভাল লাগিল তোমাৰ কথাখিনি শুনিও ভাল লাগিল নিজৰ লগতে আৰু দহ জনৰ সংস্হাপন দিব পাৰিছা আৰু তোমাৰ কাম দেখি কি কৰিম বুলি ভাবি থকা কেজনমানে এই কাম কৰিবলৈ সাহস কৰিব । শুভকামনা থাকিল তোমালৈ লগতে ভোগালীবিহুৰ শুভেচ্ছা জনালো।
চাকৰিয়েই আদিমুল নহয় ব্যৱসাই কৰিলেও বহুত টকা উপাৰ্জন কৰিব পাৰি মাত্ৰ লাজ কৰিব নালাগে।
Muru akhon narchari khula bohut akha Ase.
👍
very good
Be happy what ever you do that’s what you do for living bt be human good human that’s all after all
Good Inspirtion....
Congratulations❤❤❤
Very nice
Nice ba........ great job.
Very good job
hundor bebokhai.
Good job 👍👍
👍👍👍
Congratulations good job bohut val lagil nursery go ahead
সুন্দৰ
👌👌❤️
Nice vedio 🙏🏽
Good
🌹🌹🌹
Hundar baaidau.aguwai juwk
Nice
Duniya
Congratulations
Sir moi business koribo bisaru in future but aamr gharat kuneu business kora naai so muk government jobr karone prepare koribo koi ase kintu moi kara naai kiii karu baaaru 😭
Nice video
Bahut val lagil baideu Aguai jaok .
আপোনাৰ নিচিনাকৈ মইও কৰিব বিচাৰো এবাৰ যদি আপোনাক লগ পাও
Assamis manubura ghr usro bura henkha kut nuti base amr asssamis Khar khua hupai base kora
💐💐💐🧘🧘🧘👍👍👍👌👌👌👏👏👏Safal hk....🙏
🙏🏻🙏🏻🙏🏻❤❤❤🤞🤞🤞
আমাক অলপ সহায় কৰি নে বায়দেউ আমিউ কৰিম আপুনি কৰ পৰা কৈচে জনাব
বাইদেউৰ নাৰ্চাৰীখন বৰ ভাল লাগিছে, লগতে ভিডিওৰ description আপোনাৰ। নাৰ্চাৰীখন দৰ্শন কৰিবলৈ আশা থাকিল। ধন্যবাদ জনালো।
Baideu duniya tanekoiu pul bilak duniya aguai jaok baideu
Baideo joni jenekoi nambur koise mur etao monot nathakile bhal lagise
ছেন্সিভেৰিয়া বিধ কি কামত আহে ?মোৰ তাত এনেই পৰি আছে ৷ (বাৰিৰ ঢাপত) আপোনাক লাগিলে দিব পাৰিম ৷পইচাও নালাগে ৷কিন্ত তাৰ বিষয়ে অলপ বুজাই দিব লাগে ৷
আপোনাৰ পদক্ষেপ শলাগ লৈছো ৷
ধন্যবাদ ৷
Baidew phone no to pam ni moi o agrohi
Moiu apunar dorehoboloi besaru
Think like a successful person 😍😍😍😍😍🔥 be powerful 💪 the magic of thinking big 😍😍
মই ও ফেচবুকৰ ফুলৰ গোটত ফুল বিনিময় আৰু বিক্ৰী কৰি আছো । মোৰ ও বহুত সপোন আছে এদিন মই ও এখন ৰ্নাচাৰি খোলাৰ।
Baidewr ghar kat no. Phone no to dib neki
Ronga chandanr poli pua jab nki
Baidew apuni online diboneki jonabo neki
I am in restaurant business
ভন্টি গৰাকীৰ ফোন number টো দিলে এখন nursery খুলিবলৈ কিদৰে আগ বাঢ়িব পাৰি তেওঁৰ জানিব পাৰিম
ৰাস্তাৰে হাতী গলে কুকুৰে ভুকেই, বাইদেউৰ দৰে মানুহবোৰ আমাৰ আৰ্দশ, আমাৰ গৌৰৱ,, আৰু আমাৰ এচামৰ কাম হ'ল লোকক হঁহা, ইতিকিং, তাচিল্য, এইবোৰ,, গতিকে সেইচাম লোকৰ ফালে মূখ ঘুৰাই চাব নালাগে, ভৰিৰ তলত ৰাখিব লাগে,,,
কত আছে নাচাৰি খন
Where is location?
Baideu case on delivery hoine?apunr w no dibun
No to diya moi o aitu korim buli vabiso
কিমানকে বিকি কৰে কব নে আপোনাৰ নম্বৰ টু দিব নে
Dada apun protyek2 vdo buisness 2 kuti tokr (crore) buli koi....ai2 hosa ktha nohoi kuti tokar buisness koriboloi bohut businesses tur vaal growth hobo lagibo......
Business kori paiso jnu toi
Toi paiso
Uparjone karu no display nokore kio moi buji napao teok khudhileo phone no Nidia .....vedio tu kore thikei kintu phone no tu Nidia, dile sobore xohai hoi nojona kotha eta janibo pari ba ji kunu bostu lobo pari..........
Apnur address tu pam nku
Business sarur parai dangar hoi ,
27 bosor boyohot j tumi emn khini kribo Parisa vl lgise matu,aguyai jua bohut boso r r murot dekha Pai vl lagise hosakoi
Oversmart dekhuabloi jaote vul information dise..
Anugrah kori hudhai dioksun.Vul huatu sabhabik.
Apunar phone number to pam neki. Moi apunar nisinake kam arambha korisu .apunar video to sai bor val lagil.
বৰ সুন্দৰ আগবাঢ়ি যোৱা ।
Nice
আপোনাৰ নিচিনাকৈ মইও কৰিব বিচাৰো এবাৰ যদি আপোনাক লগ পাও
Nice