Mahapurush Sri Sri Madhavdev Tithi: এঞ্জেলা চাংমাইৰ সৈতে এইবাৰ লেটেকুপুখুৰীৰ পাৰত ‘কথন-বীক্ষণ’

Поділитися
Вставка
  • Опубліковано 15 вер 2024
  • 📌 লোক বিশ্বাস তথা তথ্যৰে প্ৰমাণিত এডোখৰ পবিত্ৰ ঠাই
    📌 য'ত আজিও সজীৱ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ স্মৃতি
    📌 ৫০০ বছৰীয়া বৃক্ষ, মহাপুৰুষে ব্যৱহাৰ কৰা পাটনাদ
    📌 মাধৱদেৱৰ জন্ম ভেটিত এগছি বন্তি , আৰু অগণন ভকতৰ বিশ্বাস
    📌 এঞ্জেলা চাংমাইৰ সৈতে এইবাৰ লেটেকুপুখুৰীৰ পাৰত ‘কথন-বীক্ষণ’
    #assamesenews #nd24news #nd24live #nd24assamese #livenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 UA-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐊𝐨𝐨: www.kooapp.com...
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

КОМЕНТАРІ • 49

  • @moshmibarman7661
    @moshmibarman7661 14 днів тому +5

    এঞ্জেলা চাঙমাই অসমৰ এগৰাকী বিশেষ ৰিপোৰ্টাৰ। অসাধাৰণ বক্তব্য। উজ্জ্বল ভৱিষ্যত কামনাৰে।

  • @digantanath2622
    @digantanath2622 15 днів тому +3

    বহুত ভাল লাগিল৷ এনে এটা অনুষ্ঠান ইমান সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে বহুত বহুত ধন্যবাদ৷ মোৰ সকলো সময়ৰে এগৰাকী প্ৰিয় সাংবাদিক আপুনি❤❤

  • @debajitrock
    @debajitrock 14 днів тому +3

    এনেকুৱা এজনী, সকলোৰে প্রিয় সাংবাদিক অসমত কোনো নাই❤️❤️

  • @KashyapKataki
    @KashyapKataki 21 день тому +6

    এনেকুৱা এভাগ অনুষ্ঠান আগবঢ়োৱা বাবে অশেষ ধন্যবাদ......🙏

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 18 днів тому +6

    অতি সুন্দৰ আৰু সময়োপযোগী পৰিবেশন শৈলী অনুষ্ঠান। ভগ্নী স্বৰপ এঞ্জেলালৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 18 днів тому +2

    অসমৰ সঙবাদজগতৰ এগৰাকী সুদক্ষ স্পষ্টবাদী, গভীৰ অধ্যয়নপুষ্ট যুৱ সাংবাদিক। আমাৰ যুৱ প্ৰজন্মৰ কাৰণে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস মননশীল যুৱ সাংবাদিক এঞ্জেলা উপস্থাপন শৈলীও আকৰ্ষনীয়।

  • @puspamedhi7545
    @puspamedhi7545 2 дні тому

    তোমাৰ কথাবোৰ শুনি বহুত ভাল লাগে গুৰু জনাৰ জন্ম স্থানলৈ মোৰ শতকোটি সেৱা জনালোঁ। তুমি ভৱিষ্যত আৰু আগুৱাই যোৱা। ❤❤

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 21 день тому +2

    মই বৰগীত ঘৰতে আওৰাইছিলো বন গীত লোক গীত আদি আৰু ভাওনা ৰাসত সক্ৰিয় অংশ গ্ৰহণ আছিল উল্লেখযোগ্য বিহু গীত পৰিৱেশন কৰা বিহুত সৰুৰে পৰা ঘৰে ঘৰে সমনীয়াহঁতৰ লগত বিহু হুঁচৰি দল বদ্ধ হিচাপে গোৱা হৈছিল এই সকলো বোৰ গুন মাতৃৰ অকাল মৃত্যুৰ লগে লগে জীৱন সৈলিৰ পৰা আতৰি গ'ল।।

  • @DhananjoyboruahDhananjoy
    @DhananjoyboruahDhananjoy 17 днів тому +1

    বৰ ভাল লাগিল মহাপুৰুষ জনা জন্ম ঠাই দেখুওৱাৰ বাবে

  • @SanatanBiswas-jy1yw
    @SanatanBiswas-jy1yw 14 днів тому +1

    সুন্দৰ সাংবাদিকতা --------- congratulations ------------ বাস্তৱ গঠনা সমূহ তুলি ধৰিব লাগে ------ এয়াই সংবাদ ধৰ্ম কিনু কম দেখা যায় । age baro best of luck.

  • @dilipkumarmech2084
    @dilipkumarmech2084 9 днів тому

    গুৰুজনাৰ জন্ম স্থানলৈ শত কৌটি প্ৰণাম জনালোঁ । কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু

  • @haribaruah9280
    @haribaruah9280 14 днів тому

    এনে এটি সুন্দৰ অনুষ্ঠান উপস্থাপন কৰা বাবে এঞ্জেলালৈ অশেষ ধন্যবাদ।এই ঐতিহাসিক ঠাইখনিৰ উন্নতি আৰু সঙৰক্ষণৰ কাৰণে চৰকাৰে চকু দিব বুলি আশা কৰিলো।

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 21 день тому +1

    মাধৱদেৱৰ জন্ম স্হান দিনজোৰা কাৰ্যসূচীৰে চাই দুখন মান ফটো তোলাৰ বাহিৰে অন্য কোনো গুৰুত্ব দিয়া হোৱা নাছিল।। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰনাম।।

  • @user-qh6ez9le3p
    @user-qh6ez9le3p 21 день тому +2

    অতি সুন্দৰ 🙏🙏

  • @SantanaSaikiaPhukan
    @SantanaSaikiaPhukan 21 день тому +10

    Tumar kothabur khub bhal lage.

  • @jadumonisaikia6113
    @jadumonisaikia6113 14 днів тому +1

    Baideogorakir kothabur huni val lagey. Manuhgoraki jiman dhunia kotha o himan dhunia. Cute

  • @jayantadutta165
    @jayantadutta165 16 днів тому +1

    শ্ৰীশ্ৰী মাধৱ গুৰুজনা বাহ্মণ কুলৰ পৰা ওলাই আহি শ্ৰীশ্ৰী শঙ্কৰ দেৱ গুৰু জনাত শৰণ লৈ শিষ্যত্ব গ্ৰহন নকৰা হলে আজি আৰু আমি নাজানিলো হেতেন কৃষ্ণ সেৱা ধৰা হ'ল।

  • @amiyabaruah3534
    @amiyabaruah3534 14 днів тому

    ভগৱানে তোমাক কৃপা কৰিব। ৷

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 14 днів тому +1

    তুমি মোৰ মনৰ পৰা প্ৰিয় নাজানো। বৰ্তমান বতাহে কাক ক'ত নিয়ে।।

  • @rupanta-tu8vu
    @rupanta-tu8vu 21 день тому

    Salute reporter. From kashmir..

  • @ritathakuria2367
    @ritathakuria2367 21 день тому

    ভাল লাগে❤

  • @RontuChutia-ye1iy
    @RontuChutia-ye1iy 22 дні тому

    সুন্দৰ

  • @lakhyajitgogoi6228
    @lakhyajitgogoi6228 19 днів тому

    অতি সুন্দৰ🙏🙏

  • @mamoniphukon141
    @mamoniphukon141 21 день тому

    🙏 Krishno.

  • @tuluhazarika8515
    @tuluhazarika8515 15 днів тому

    Thank you Madhab Dave Guru ganak Pranam Janisu

  • @Damodar-q7c
    @Damodar-q7c 22 дні тому +1

    Krishna Krishna

  • @DaisyRaniPatirDoley
    @DaisyRaniPatirDoley 18 днів тому

    কৃষ্ণ কৃষ্ণ! 🙏

  • @JyotiPrasadSarma-i3v
    @JyotiPrasadSarma-i3v 16 днів тому

    Anjela tomaloi bahut bahut dhanoibad

  • @pankajdas7554
    @pankajdas7554 21 день тому

    কৃষ্ণ🙏

  • @PrabinKunch
    @PrabinKunch 8 днів тому

    আমাৰ মেদামৰ পৰা কিছু কথা শিকিব পাৰিম বোলি আশা থাকিল ❤

  • @binabora5025
    @binabora5025 21 день тому

    Krishna Krishna 🙏🙏

  • @RontuChutia-ye1iy
    @RontuChutia-ye1iy 22 дні тому

    Ajie he janebo parelu bohut bohut dhiybad

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 21 день тому

    তাফাজুলৰ হৈ বৰ্তমান সেই সমাজৰ লোক সকলে আগতেতো একো মন্তব্য নিদিওঁ

  • @JamunaPathak-vd4wm
    @JamunaPathak-vd4wm 13 днів тому

    Krishna krishna

  • @DipakMunda-p8u
    @DipakMunda-p8u 16 днів тому

    Krishna

  • @pranatiphukan7848
    @pranatiphukan7848 17 днів тому

    Ashekh dhanybaad. 🙏🙏

  • @user-gb8uo7vu6b
    @user-gb8uo7vu6b 19 днів тому

    কথা বিলাক ভাল লাগে ❤

  • @koushikxaikia2056
    @koushikxaikia2056 21 день тому

    🙏🙏

  • @bubusonowal1420
    @bubusonowal1420 21 день тому

    কৃষ্ণ

  • @birajsaikia126
    @birajsaikia126 18 днів тому

    Tumar kotha bur bor val lage

  • @70nochetiagaongaurisagar47
    @70nochetiagaongaurisagar47 20 днів тому

    Val padakhap

  • @user-ti2mw9dg9f
    @user-ti2mw9dg9f 21 день тому

    Emn usrt ahisil bajni log kribo nuwarilu.krishna....

  • @Beridabon
    @Beridabon 21 день тому

    𝓚𝓻𝓲𝓼𝓱𝓷𝓪

  • @mainamoromjaun5908
    @mainamoromjaun5908 22 дні тому

    সুন্দৰ

  • @NayanGohain-u7s
    @NayanGohain-u7s 21 день тому

    কৃষ্ণ 🙏🙏

  • @AnkurSaikia-fb5fn
    @AnkurSaikia-fb5fn 16 днів тому

    Krishna

  • @purabidutta2139
    @purabidutta2139 22 дні тому

    🙏🙏🙏

  • @dasarathdas8116
    @dasarathdas8116 22 дні тому

    Krishna Krishna