Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
খুব সাৰুৱা বক্তব্য ❤️🙏।।। প্ৰতিজন গাড়ী চালক কুশলে থাকক
সুন্দৰ বক্তব্য ।তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ।প্ৰভু ভগৱন্তই তোমাক কৃপা কৰক । 🙏
, সুন্দৰ ভাষণ । তুমি মোৰ মনৰ কথাবোৰ কলা । মোৰ ল'ৰাটো ইঞ্জিনীয়াৰিং পাছ কৰি গাড়ী চলাইছিল। এই অভিজ্ঞতা আমাৰ আছে। বৰ্তমান চাকৰি কৰে।
খুব সুন্দৰ কথা কৈছে। বিশ্বাসে মিলাই হৰি ।কৰ্মৰ সৰু ডাঙৰ নাই।সকলোকে সন্মান দিয়া আৰু সন্মান লাভ কৰা। অমাক সন্মানেৰে গন্তব্য স্থানত অৱস্থিত কৰিব।
অতি সুন্দৰ ভাষণ শুনি লে হৃদয় চুই যায়। তোমাৰ আগলৈ আৰু ভবিষ্যত উজ্বল কামনা কৰিলো
খুব সুন্দৰ কথা কৈচে আপূনী ।মই ১৯ বচ্ছৰ গাৰী চলালো কিন্তো এদিনো সন্মান নাপালো বাইদেওঁ ।
অতি সময়োপযোগী বক্তব্য, ভাল লাগিল এঞ্জেলা...👍
সুন্দৰ ভাষণ এজ্ঞেলাৰ ভণ্টি তোমাৰ কথাই হৃদয় চুই গ'ল।
বহুত সুন্দৰ অৰ্থাৎ এটা ব্যতিক্ৰমী অনুস্থান,ভাল লাগিল। উদ্যোক্তা সকলক ধন্যবাদ।
এঞ্জেলা চাংমাইৰ ভাষণ বোৰ বৰ সুন্দৰঃ সচাঁকৈ হৃদয় চুই যায়।আদৰ্শবাণ;দীৰ্গজীৱি হওক এঞ্জেলাই।❤❤🎉🎉
বৰ ভাল লাগিল ৷ শুনিলে শুনি থাকিবৰ মন যায় ৷ ইমান সাৰুবা ভাষণ ৷
সুন্দৰ ভাষন । শুনি ভাল লাগিল বাইদেউ । আমাৰ কোনো সন্মান নাই কিছুমান মানুহৰ বাবে ধন্যবাদ বাইদেউ।
এনজেলা, তোমাৰ সকলো ভাষন অতিশয় সময়োপযোগী আৰু গুৰুত্বপূৰ্ণ ৷ সোনৰ অসম গঢাৰ বাবে তোমাৰ আৰু অধিক উদ্যম , দুৰ্বাৰ চেষ্টাৰ অপেক্ষা থাকিল ৷ যোগাত্মক মনোবৃত্তিৰ সকলো অসমবাসী তোমাৰ লগত আছে ৷
আপোনাৰ বহুমূলীয়া ভাষণবোৰ বহুত ভাল লাগে । অনাগত দিনবোৰত আপোনাৰ ভাষণ কথা বতৰা আৰু আধ্যাত্মিকতাৰ আদৰ্শই নৱপ্ৰজন্মক নতুন আৰু শৃংখলাবদ্ধ সমাজ গঠণত প্ৰেৰণা , উৎসাহ আৰু উদ্দীপনা জোগাব ।
অতি সুন্দৰ ভাষণ শুনি বহুতো ভাল লাগিল ধন্যবাদ।
বহুত ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিলোঁ
E 4:33 Uug😅 4:52
আপুনি কিমান জনক ধন্যবাদ জনালে জনবাচোন বাইদেউ স সন্মানে সুধিছো
এঞ্জেলা তোমাৰ কথাবোৰে হৃদয় চুই যায় ৷ বাস্তৱ সন্মত কথাবোৰে দহৰ উপকাৰ কৰিব ৷
Bahut val lagile bai do Masha Allah
Bahut val lagil baideu apunar kathabur🙏
, সত্য কথা দেই বাইদেউ।কিছু মানুহ এনেকোৱা পাইছো।অই ড্ৰাইভাৰ ৰক্ষাবি।
সমাজত দেখি অহা ঘটনাবোৰ,যিবোৰ শুনিলে দেখিলেই খং উঠেসুন্দৰ উপস্থাপন ৷ আৰু এজন লোকে যিয়েই নকৰক কিয় তেওঁক সমালোচনা কৰিব নাপাই৷আমি সকলোৱে বিশেষভাৱে ড্ৰাইভাৰসকলক সন্মান কৰাটো উচিৎ কাৰণ এজন ড্ৰাইভাৰে আপোনাক,মোক সুন্দৰকৈ নিজৰ গন্তব্য স্থানত ৰাখে ৷গতিকে সমালোচনা নকৰিব কাৰণ ভগৱানে মৰাৰ পিছত উপৰত শাষ্টি নিদিয়ে , এই জীয়াই থকা দিনকেইটাতে তিলতিলকৈ দিয়ে ৷😊
মই প্ৰত্যেক জন ড্ৰাইভাৰ বা গাড়ীৰ চাললক ধন্যবাদ এটা দিও,,সুখ অনুভৱ কৰো
Eman Moulyaban Bhakhon ROKHAR BABE THANK YOU MAAM 🙏🙏🙏
বৰ সুন্দৰ উপস্থাপন কৰিছে । ভাল লাগিল।
বাইদেউ হিমান ধুনীয়া কথা কৈছে । সঁচাকৈ ড্ৰাইভাৰক কিছুমান মানুহে মানুহ বোলি নাভাবে।
হচা কথা কৈছে বৰ ভাল লাগিল
ধন্যবাদ বাইদেউ! খুব-সুন্দৰ কথা কৈচে আপুনি। কিন্তু গাড়ী চালক জনে সেই সন্মান নাপায় বাইদেউ।
Bhut val lagil mem aponar kotha suni 🎉🎉🎉
খুব সুন্দৰ বক্তৃতা প্ৰদান কৰিলে, ধন্যবাদ থাকিল বাইদেউ।
অতি সুন্দৰ ভাষণ।হৃদয় চুই গৈছে।
অতি সুন্দৰ কথা কৈছে আই গৰাীয়ে তথাপিও নিলৰ্জ মুখা পিন্ধা অভদ্ৰ বিলাকে সুধৰনি নহয়। কৃষ্ণ।🙏🙏🙏🙏
❤❤❤❤ঈশ্বৰে সদাই ভাল ৰাখক। কৃষ্ণ
Hasai Vanti Tumar katha aru upodekh Bahut Mulyba. Dhanyabad tumaloi
বাইদেউ গৰাকীৰ ভাসণ শুনিবলৈ মোৰ বহুত ভাল লাগে
বঢ়িয়া!
Hundor Spece
Anjela br hundor kotha koisa bht vl lagil dhonyobad jonalu
অসমৰ ৭০% মানুহে ড্ৰাইভাৰক সন্মান নকৰে কাৰণ মই নিজে এজন ড্ৰাইভাৰ প্ৰমাণ পাইছো '
হয় আৰু পাৰিলে মাৰিবলৈ চাই সাধাৰণ ভুল কৰিলে
Driver বুলি কলে কিছুমান মানুহে হতিকিং কৰে । সন্মান তো দূৰৰে কথা । Next time মাত দিবলৈ লাজ পায় । এয়ে হল Driver ৰ জীৱন । HS pass কৰি গাড়ী চালক হে হলো ।
@@hiteshboroc9907নিজৰ কৰ্মত মনোযোগ দিয়া বন্ধু,আনে কি কৈচে গুৰুত্ব নিদিবা।
সুন্দৰ ভাষন 🙏
বহুত ভাল লাগিল কুশলে থাকক মোর দ্রাইভার ভাই ককাই সকল ।
Vohut val lagisa vonti
Val lagile ba
গাড়ীৰ চালক সকলৰ কথা ক'লেই নহয় সকলো চালকৰ প্ৰতি কৃতজ্ঞতা জনালোঁ।
বহুত সুন্দৰ ভাষণ।।।।
Vl lagela Ba❤
Khub val lagil..apunar kotha khini.
Very nice Angela . I am very much appreciated of your valuable speech . We are really proud of you .
বৰ সুন্দৰ কথা ❤❤❤
বহুত ভাল কথা কৈছ বা
তোমাৰ সাৰুৱা ভাষণ মোৰ বৰ ভাল লাগে ।
সুন্দৰ কথা কৈছে বাইদেউ
Very nice sister. God bless you.
Nice speech, thanks,God bless you ❤
সুন্দৰ মন্ত্যব্য।
❤সুন্দৰ উপস্থাপন ধন্যবাদ
Bahut val lagile ....... Krishna krishna
❤সুন্দৰ ।
বৰ ভাল লাগিল
ইমান সুন্দৰ ভাষন🙏
Mojah😮😮
Val lagise bhahan dhanyabad changmai .
Val lagile baido ....,
অতি উচ্চ মানদণ্ডৰ ভাষণ।
Bhut bhut val lagil kothabur
আপোনাৰ ভাষণ বোৰ বহুত ভাল লাগে।
সুন্দৰ
Akdm vl kotha dd ❤😂😢😅
কামৰ সৰুবৰ নাই সকলো কামকে সন্মান জনোৱাত উচিত।
অসমৰ দিনত লাইনত যিবোৰ চালকে গাড়ী চলাই তেওঁলোকে এই সুবিধাকন নিদিয়ে।৯০% চালক হেন্দিমেনৰ ব্যৱহাৰ পাতি খুব বেয়া। কিন্তু যি সকলে দিবা-নৈশ বাছ অৰ্থাৎ চুপাৰৰ লগত তেওঁলোকক যাত্ৰাৰ অন্তত ধ্যনবাদ দিয়াৰ প্ৰয়োজন।
ড্ৰাইভাৰবোৰক ভাল ব্যৱহাৰ নকৰে কিন্তু নাভাবে যে গাড়ীত যোৱা প্ৰতিজনৰে জীৱন ড্ৰাইভাৰ ওপৰত নিৰ্ভৰ কৰে।
Val lagil kotha bur❤
আপোনাক লগ পাবলৈ বিচাৰো আপোনাৰ কথা বোৰ শুনি
আপোনাৰ কথা শুনি সছাকৈ ভাল পাওঁ ।❤❤❤❤
Best speech Angela sister, go ahead, god bless you.
আমাৰ মানুহে চালি জাৰি চাঁওতে চাঁওতে নিজৰ শেষত নিজৰ কুলা , চালনি কে হেৰুৱালে গে নিজই একো কৰিব নোৱোৰে সকলোবোৰৰ লোকৰৰ আশা ভৰষা
একেবাৰে সঁচা কথা কৈছে, আমি বোৰে সদায় ডাঙৰ কাম কৰা লোকক হে বেছি গুৰুত্ব দিওঁ,কামৰ ক্ষেত্ৰট সকলো সমান, সকলো কামতে সন্মান আছে,🎉🎉
Ba val lagil apunar Montyobyo huni
Khub hundor kotha koise❤
Xundor kotha koise val lagise 🙏🙏
Bohut bhal lagil ba
Good Remark.
ভাল কথা কলে বাই দেও
Angela sangma God bless you
Khub bhal katha huni bhal lagil anjela dhanyabad 10:09
সুন্দৰ বক্তিতা
এই খিনি কথা ত মই ও একমত,চালকবোৰক এনেই মাৰ পিত কৰাটো মই ও পক্ষ পাতি নহয়। মাত্ৰ চালক দাদা বোৰক এটাই অনুৰোধ কৰিম আপোনাৰ জৰিয়তে যাতে মাদক দ্ৰব্য সেৱন কৰি গাড়ী নছলাই🙏🙏। আমিও তেওঁলোকক সন্মান কৰো।
Yes Right. .
বহুত ভাল লাগে ভাষণ শুনি
এই সন্দৰ্ভত কবলৈ চেষ্টা কৰো ড্ৰাইভাৰ বুলি গণ্য কৰা সকল হ'ল আমাৰ সমাজৰ প্ৰাণ হিন জীৱ।পাইলট বা চালক নামৰে কোৱা ভাল হয়।।
মই চলাই গ'লে এনেকৈ ক'লে দাৰেক নদীত থাকিব
Xundar
কথাবো বহুত ভাল লাগে
Very nice Angela sister . Titabor Fulu
Xundar❤
ধন্যবাদ 👍🙏♥️♥️♥️
সুন্দৰ ভাষন হৃদয় চুই য়াই আপোনাক 🙏🙏🙏👍👍👍👍🙏🙏 15:26
Dhanybd anjela changmai mur cuwalijini
বৰ ভাল লাগে আপোনাৰ 🙏
Val lagil ♥️
খুব সাৰুৱা বক্তব্য ❤️🙏।।। প্ৰতিজন গাড়ী চালক কুশলে থাকক
সুন্দৰ বক্তব্য ।তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ।প্ৰভু ভগৱন্তই তোমাক কৃপা কৰক । 🙏
, সুন্দৰ ভাষণ । তুমি মোৰ মনৰ কথাবোৰ কলা । মোৰ ল'ৰাটো ইঞ্জিনীয়াৰিং পাছ কৰি গাড়ী চলাইছিল। এই অভিজ্ঞতা আমাৰ আছে। বৰ্তমান চাকৰি কৰে।
খুব সুন্দৰ কথা কৈছে। বিশ্বাসে মিলাই হৰি ।কৰ্মৰ সৰু ডাঙৰ নাই।সকলোকে সন্মান দিয়া আৰু সন্মান লাভ কৰা। অমাক সন্মানেৰে গন্তব্য স্থানত অৱস্থিত কৰিব।
অতি সুন্দৰ ভাষণ শুনি লে হৃদয় চুই যায়। তোমাৰ আগলৈ আৰু ভবিষ্যত উজ্বল কামনা কৰিলো
খুব সুন্দৰ কথা কৈচে আপূনী ।মই ১৯ বচ্ছৰ গাৰী চলালো কিন্তো এদিনো সন্মান নাপালো বাইদেওঁ ।
অতি সময়োপযোগী বক্তব্য, ভাল লাগিল এঞ্জেলা...👍
সুন্দৰ ভাষণ এজ্ঞেলাৰ ভণ্টি তোমাৰ কথাই হৃদয় চুই গ'ল।
বহুত সুন্দৰ অৰ্থাৎ এটা ব্যতিক্ৰমী অনুস্থান,ভাল লাগিল। উদ্যোক্তা সকলক ধন্যবাদ।
এঞ্জেলা চাংমাইৰ ভাষণ বোৰ বৰ সুন্দৰঃ সচাঁকৈ হৃদয় চুই যায়।আদৰ্শবাণ;দীৰ্গজীৱি হওক এঞ্জেলাই।❤❤🎉🎉
বৰ ভাল লাগিল ৷ শুনিলে শুনি থাকিবৰ মন যায় ৷ ইমান সাৰুবা ভাষণ ৷
সুন্দৰ ভাষন । শুনি ভাল লাগিল বাইদেউ । আমাৰ কোনো সন্মান নাই কিছুমান মানুহৰ বাবে ধন্যবাদ বাইদেউ।
এনজেলা, তোমাৰ সকলো ভাষন অতিশয় সময়োপযোগী আৰু গুৰুত্বপূৰ্ণ ৷ সোনৰ অসম গঢাৰ বাবে তোমাৰ আৰু অধিক উদ্যম , দুৰ্বাৰ চেষ্টাৰ অপেক্ষা থাকিল ৷ যোগাত্মক মনোবৃত্তিৰ সকলো অসমবাসী তোমাৰ লগত আছে ৷
আপোনাৰ বহুমূলীয়া ভাষণবোৰ বহুত ভাল লাগে । অনাগত দিনবোৰত আপোনাৰ ভাষণ কথা বতৰা আৰু আধ্যাত্মিকতাৰ আদৰ্শই নৱপ্ৰজন্মক নতুন আৰু শৃংখলাবদ্ধ সমাজ গঠণত প্ৰেৰণা , উৎসাহ আৰু উদ্দীপনা জোগাব ।
অতি সুন্দৰ ভাষণ শুনি বহুতো ভাল লাগিল ধন্যবাদ।
বহুত ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিলোঁ
E 4:33
Uug😅 4:52
আপুনি কিমান জনক ধন্যবাদ জনালে জনবাচোন বাইদেউ স সন্মানে সুধিছো
এঞ্জেলা তোমাৰ কথাবোৰে হৃদয় চুই যায় ৷ বাস্তৱ সন্মত কথাবোৰে দহৰ উপকাৰ কৰিব ৷
Bahut val lagile bai do Masha Allah
Bahut val lagil baideu apunar kathabur🙏
, সত্য কথা দেই বাইদেউ।কিছু মানুহ এনেকোৱা পাইছো।অই ড্ৰাইভাৰ ৰক্ষাবি।
সমাজত দেখি অহা ঘটনাবোৰ,
যিবোৰ শুনিলে দেখিলেই খং উঠে
সুন্দৰ উপস্থাপন ৷ আৰু এজন লোকে যিয়েই নকৰক কিয় তেওঁক সমালোচনা কৰিব নাপাই৷
আমি সকলোৱে বিশেষভাৱে ড্ৰাইভাৰসকলক সন্মান কৰাটো উচিৎ কাৰণ এজন ড্ৰাইভাৰে আপোনাক,মোক সুন্দৰকৈ নিজৰ গন্তব্য স্থানত ৰাখে ৷
গতিকে সমালোচনা নকৰিব কাৰণ ভগৱানে মৰাৰ পিছত উপৰত শাষ্টি নিদিয়ে , এই জীয়াই থকা দিনকেইটাতে তিলতিলকৈ দিয়ে ৷😊
মই প্ৰত্যেক জন ড্ৰাইভাৰ বা গাড়ীৰ চাললক ধন্যবাদ এটা দিও,,সুখ অনুভৱ কৰো
Eman Moulyaban Bhakhon ROKHAR BABE THANK YOU MAAM 🙏🙏🙏
বৰ সুন্দৰ উপস্থাপন কৰিছে । ভাল লাগিল।
বাইদেউ হিমান ধুনীয়া কথা কৈছে । সঁচাকৈ ড্ৰাইভাৰক কিছুমান মানুহে মানুহ বোলি নাভাবে।
হচা কথা কৈছে বৰ ভাল লাগিল
ধন্যবাদ বাইদেউ! খুব-সুন্দৰ কথা কৈচে আপুনি। কিন্তু গাড়ী চালক জনে সেই সন্মান নাপায় বাইদেউ।
Bhut val lagil mem aponar kotha suni 🎉🎉🎉
খুব সুন্দৰ বক্তৃতা প্ৰদান কৰিলে, ধন্যবাদ থাকিল বাইদেউ।
অতি সুন্দৰ ভাষণ।হৃদয় চুই গৈছে।
অতি সুন্দৰ কথা কৈছে আই গৰাীয়ে তথাপিও নিলৰ্জ মুখা পিন্ধা অভদ্ৰ বিলাকে সুধৰনি নহয়। কৃষ্ণ।🙏🙏🙏🙏
❤❤❤❤ঈশ্বৰে সদাই ভাল ৰাখক। কৃষ্ণ
Hasai Vanti Tumar katha aru upodekh Bahut Mulyba. Dhanyabad tumaloi
বাইদেউ গৰাকীৰ ভাসণ শুনিবলৈ মোৰ বহুত ভাল লাগে
বঢ়িয়া!
Hundor Spece
Anjela br hundor kotha koisa bht vl lagil dhonyobad jonalu
অসমৰ ৭০% মানুহে ড্ৰাইভাৰক সন্মান নকৰে কাৰণ মই নিজে এজন ড্ৰাইভাৰ প্ৰমাণ পাইছো '
হয় আৰু পাৰিলে মাৰিবলৈ চাই সাধাৰণ ভুল কৰিলে
Driver বুলি কলে কিছুমান মানুহে হতিকিং কৰে । সন্মান তো দূৰৰে কথা । Next time মাত দিবলৈ লাজ পায় । এয়ে হল Driver ৰ জীৱন । HS pass কৰি গাড়ী চালক হে হলো ।
@@hiteshboroc9907নিজৰ কৰ্মত মনোযোগ দিয়া বন্ধু,আনে কি কৈচে গুৰুত্ব নিদিবা।
সুন্দৰ ভাষন 🙏
বহুত ভাল লাগিল কুশলে থাকক মোর দ্রাইভার ভাই ককাই সকল ।
Vohut val lagisa vonti
Val lagile ba
গাড়ীৰ চালক সকলৰ কথা ক'লেই নহয় সকলো চালকৰ প্ৰতি কৃতজ্ঞতা জনালোঁ।
বহুত সুন্দৰ ভাষণ।।।।
Vl lagela Ba❤
Khub val lagil..apunar kotha khini.
Very nice Angela . I am very much appreciated of your valuable speech . We are really proud of you .
বৰ সুন্দৰ কথা ❤❤❤
বহুত ভাল কথা কৈছ বা
তোমাৰ সাৰুৱা ভাষণ মোৰ বৰ ভাল লাগে ।
সুন্দৰ কথা কৈছে বাইদেউ
Very nice sister. God bless you.
Nice speech, thanks,God bless you ❤
সুন্দৰ মন্ত্যব্য।
❤সুন্দৰ উপস্থাপন ধন্যবাদ
Bahut val lagile ....... Krishna krishna
❤সুন্দৰ ।
বৰ ভাল লাগিল
ইমান সুন্দৰ ভাষন🙏
Mojah😮😮
Val lagise bhahan dhanyabad changmai .
Val lagile baido ....,
অতি উচ্চ মানদণ্ডৰ ভাষণ।
Bhut bhut val lagil kothabur
আপোনাৰ ভাষণ বোৰ বহুত ভা
ল লাগে।
সুন্দৰ
Akdm vl kotha dd ❤😂😢😅
কামৰ সৰুবৰ নাই সকলো কামকে সন্মান জনোৱাত উচিত।
অসমৰ দিনত লাইনত যিবোৰ চালকে গাড়ী চলাই তেওঁলোকে এই সুবিধাকন নিদিয়ে।৯০% চালক হেন্দিমেনৰ ব্যৱহাৰ পাতি খুব বেয়া। কিন্তু যি সকলে দিবা-নৈশ বাছ অৰ্থাৎ চুপাৰৰ লগত তেওঁলোকক যাত্ৰাৰ অন্তত ধ্যনবাদ দিয়াৰ প্ৰয়োজন।
ড্ৰাইভাৰবোৰক ভাল ব্যৱহাৰ নকৰে কিন্তু নাভাবে যে গাড়ীত যোৱা প্ৰতিজনৰে জীৱন ড্ৰাইভাৰ ওপৰত নিৰ্ভৰ কৰে।
Val lagil kotha bur❤
আপোনাক লগ পাবলৈ বিচাৰো আপোনাৰ কথা বোৰ শুনি
আপোনাৰ কথা শুনি সছাকৈ ভাল পাওঁ ।❤❤❤❤
Best speech Angela sister, go ahead, god bless you.
আমাৰ মানুহে চালি জাৰি চাঁওতে চাঁওতে নিজৰ শেষত নিজৰ কুলা , চালনি কে হেৰুৱালে গে নিজই একো কৰিব নোৱোৰে সকলোবোৰৰ লোকৰৰ আশা ভৰষা
একেবাৰে সঁচা কথা কৈছে, আমি বোৰে সদায় ডাঙৰ কাম কৰা লোকক হে বেছি গুৰুত্ব দিওঁ,কামৰ ক্ষেত্ৰট সকলো সমান, সকলো কামতে সন্মান আছে,🎉🎉
Ba val lagil apunar Montyobyo huni
Khub hundor kotha koise❤
Xundor kotha koise val lagise 🙏🙏
Bohut bhal lagil ba
Good Remark.
ভাল কথা কলে বাই দেও
Angela sangma
God bless you