ভকত কোন, প্ৰকৃত ভকতৰ সংজ্ঞা কি?

Поділитися
Вставка
  • Опубліковано 17 вер 2024
  • 📌 এগৰাকী ভকতৰ কথাৰে আজিৰ ‘কথন-বীক্ষণ’
    📌 ৭ বছৰ বয়সত নাম-প্ৰসংগ কৰা ল’ৰাজন...
    📌 বহি ৰাজ্যতো গুৰুজনাৰ আৰ্দশ প্ৰচাৰত সদা ব্যস্ত তেওঁ
    📌 অসমৰ চুকে-কোণে সমাদৃত সোণাৰাম ভাগৱতী
    📌 ভকত কোন, প্ৰকৃত ভকতৰ সংজ্ঞা কি?
    📌 নামধৰ্মই কেনেকৈ মুক্তি দিয়ে জীৱক?
    📌 এঞ্জেলা চাংমাইৰ সৈতে ‘কথন-বীক্ষণ’
    #assamesenews #nd24news #nd24live #nd24assamese #livenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24's UA-cam channel offers the latest news videos on politics, cricket, technology, entertainment, and much more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐋𝐢𝐧𝐤𝐞𝐝𝐈𝐧: / nd24assam
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

КОМЕНТАРІ • 106

  • @kamalakantanath2896
    @kamalakantanath2896 21 годину тому +2

    গুৰু জনাৰ বহুমূলীযা কথাখিনি শুনি ভাল লাগিল.।ধন্যবাদ জ্ঞাপন কৰিলো।

  • @dhunup1501
    @dhunup1501 17 днів тому +9

    ভকত জনক প্ৰণিপাত জনালো,লগতে এনে এটা সুন্দৰ অনুস্থান কৰি আমাক উপকৃত কৰাৰ বাবে আপোনাকো সেৱা জনালো।

  • @user-yk3yx8bw1v
    @user-yk3yx8bw1v 16 днів тому +8

    দুয়ো জনলৈ আন্তৰিকতাৰে ভক্তি ভৰা সেৱা জনাইছো, কৃষ্ণ কৃষ্ণ।

  • @lakhipriya5994
    @lakhipriya5994 16 днів тому +7

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf 2 дні тому +1

    ভকতজন নৱম সন্তান আছিল নেকি এই টো নাজানি লো চাই শুনি বহুত ভাল লাগিল

  • @subantiburagohain9151
    @subantiburagohain9151 13 днів тому +2

    এই বিষয়ে অনুষ্ঠান আজিৰ পৰা ৫০ বছৰৰ আগতেই চাবলৈ পলো হয় সঁচাকৈ প্ৰহ্লাদ জন্ম দিব পাৰিলো হেঁতেন কৃষ্ণ কৃষ্ণ কৃষ্ণ তেতিয়া ও ভগৱানক বিশ্বাস কৰিছিলোঁ পুৱা গধূলি ধূপ চাকি দিছিলোঁ সেই কাৰণতেই ইমানতে ৰক্ষা পালো কৃষ্ণ প্ৰভূ বাকী তোমাৰ ওপৰত ❤❤

  • @junumech7558
    @junumech7558 День тому

    কৃষ্ণ কৃষ্ণ প্ৰভু জনা আপোনাৰ শ্ৰী চৰণ কমল ভক্তি সেৱা নিবেদিলে আই সুন্দৰ অতি সুন্দৰ ব্যাখ্যা শুনি বৰ ভাল পালে কৃষ্ণ,,❤❤🎉 কৃষ্ণ ‌, 🪔👏👏 কৃষ্ণ

  • @kartick1957
    @kartick1957 7 днів тому +1

    আলোচনা ভাগ তন্ময়েৰে শুনি বৰ উপকৃত হলো । আকৌ এনে সুন্দৰ আলোচনা শুনিবলৈ পোৱাৰ আশাৰে ।

  • @dilipbaruah1655
    @dilipbaruah1655 16 днів тому +3

    কৃষ্ণ🙏বাপ আই দুইলৈ সেৱা জনালো কৃষ্ণ🙏

  • @jibongogoi6940
    @jibongogoi6940 6 днів тому

    দুয়োজন ব্যক্তিলৈ ধন্যবাদ জনাইছো l

  • @purnanathborah2729
    @purnanathborah2729 16 днів тому +2

    বৰ ভাল লাগিল ৷

  • @sasadharrajbangshi35454
    @sasadharrajbangshi35454 3 дні тому

    কৃষ্ণ কৃষ্ণ বাপ আই প্ৰভু‌ ইশ্বৰ চৰন পঙ্কজ প্ৰনাম 🙏🙏🙏🙏🪔

  • @J.B.Rsoundandlight
    @J.B.Rsoundandlight 16 днів тому +3

    Bhut val kotha koi se aamar noboprojnm loi ❤😊

  • @sonjyotirabha-s9w
    @sonjyotirabha-s9w 2 дні тому

    Bohut bhal lagil Krishna namaste

  • @nikhilphukan8279
    @nikhilphukan8279 День тому

    যাৰ অন্তৰত ভগৱানৰ অস্তিত্ব থাকে;সেইজনেই ভকত ।

  • @bhantichoudhury9335
    @bhantichoudhury9335 4 дні тому

    কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণই কৃপা কৰক 🙏🙏🙏🙏🙏

  • @DigantaGogoi-q3s
    @DigantaGogoi-q3s 6 днів тому

    কৃষ্ণ ৰাম মাধব হৰি । বৰ ভাল লাগিল ।

  • @purnakantasaikia451
    @purnakantasaikia451 8 днів тому +1

    তেখেতক ৰাইজৰ আগত চিনাকি কৰাই দিয়া ৰ কাৰণে চংমাইক ধন্যবাদ জনাইছোঁ ।

  • @AnilTantibhagawat
    @AnilTantibhagawat 16 днів тому +2

    Krishna Prabhu Ami haua jonalu hundar 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤❤❤❤❤

  • @Shua_098
    @Shua_098 16 днів тому +2

    Krishna Krishna Krishna Krishna Krishna Krishna , akou abar bap janak log puar hujug anekoi diya jen , bap jonaloi antarik sardha janalu.

  • @dipaksaikia5100
    @dipaksaikia5100 6 днів тому +1

    ইমান খিনি প্ৰয়োজন নাই ।
    তেখেতক এটা প্ৰশ্ন কৰা হওক যে -
    ক/- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সঙ্গী হিচাপে, সংঘৰৰ ভিতৰত চলি থকা কিছুমান নেতিবাচক কৰ্ম বোৰৰ ক্ষেত্ৰত তলমুৱাকৈ থকাৰ ৰহস্য কি ? তেখেতৰ দায়িত্ব নাই নে কি ? নে সেই নেতিবাচক কৰ্মক সমৰ্থন জনাই সেই নেতিবাচক কাৰক সকল উদ্গনি জনাই আহিছে নে কি ?
    খ/- অতি ৰঞ্জিত কথাবোৰ নস্যাৎ কৰিছোঁ ।
    গ/- উপাধি কিয় ? সম্প্ৰদায়টোহে কোৱাটো প্ৰয়োজন !
    যদিওবা, মই সম্প্ৰদায় শব্দৰ বিৰুদ্ধ ।
    ঘ/- মানে তেখেতৰ পিতৃ দেৱতা অজামিল আছিল ! কোনো শিক্ষিত বা জধামুৰ্খ পুত্ৰই জ্ঞাতে বা অজ্ঞাতে নিজৰ পিতৃক পাকে-প্ৰকাৰন্তৰে অজামিলৰ লগত তুলনা নকৰে ।
    "ভকত" বুলি অভিধালোৱা/ল'ব বিচৰা তেনেধৰণৰ কথাই মোৰদৰে মহামূঢ়মতিক ক্ষুন্ন কৰিছে ।
    ঙ/ তেখেতলৈ অনুৰোধ, টুপী পিন্ধোৱা অতি ৰঞ্জিত কথাবোৰ ত্যাগ কৰক !

  • @nakuldas7848
    @nakuldas7848 17 днів тому +2

    Krishna

  • @benudharrabha9119
    @benudharrabha9119 17 днів тому +1

    Jai Shree Krishna 🌺🌺🌺

  • @munindraborgohain6054
    @munindraborgohain6054 День тому

    Krishna. Krishna 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻

  • @prasantabordoloi5555
    @prasantabordoloi5555 День тому

    কৃষ্ণ বহুত ভাল লাগিল ।

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 15 днів тому +2

    এই জগতৰ সকলো দেহ থকা জীৱ বা আত্মা থকা জীৱ শ্ৰেষ্ঠ মানৱ ঈশ্বৰ বা মহাপুৰুষ নহয়। একেই মানুহ। মানৱ এটা জাতি ইয়াৰ ইয়াৰ বহুত জাতি ধৰ্ম কৰ্ম বৰ্ণ লিঙ্গৰ বৈষম্যতা আহিব নোৱাৰে। জীৱ শ্ৰেষ্ঠ মানৱৰ এটা পঞ্চ মহাভূতৰ দেহ আৰু তাৰ ভিতৰত জীৱ বা আত্মা সোমাই থাকে। জীয়া মানুহৰ বাবে এইয়েই সত্য। মৰা মানুহৰ অকল দেহটো থাকে। আত্মা বিহীন দেহৰ মূল্য হীন নিত্য নহয় অসাৰ। সেই হে অদ্বৈত বেদান্তৰ মতে ব্ৰহ্ম সত্য জগৎ মিথ্যা। জগত মানে পঞ্চ মহা ভূত ই বিনাশ শীল। দেহ বোৰ ব্ৰহ্ম শক্তিৰ মায়াৰ ভ্ৰম মাএ। দেহ যুক্ত আত্মা ঈশ্বৰ হ'ব নোৱাৰে আকৌ আত্মা হীন দেহ জীৱিত হ'ব নোৱাৰে। কাৰণ আতা বা ব্ৰহ্ম সত্য জগৎ মিথ্যা। সত্যম জ্ঞানম অনন্তম ব্ৰহ্ম। ব্ৰহ্ম অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত কল্পনাতীত কালৰ অতীত চৈতন্য সনাতন অসীম নিগূন নিষ্কাম অদাহ্য অদ্ৰৱনীয় অপৰিমান অকম্মা অকত্তা অপৰিহাৰ্য অপৰিবৰ্তিত সবব্যাপী সববূহৎ ইত্যাদি। ব্ৰহ্ম অদূশ্য যদিও ভগৱান নালাগে এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সকলো তেওঁ ৰ ওপৰত নহয়। দৈহিক কম্ম ও চিন্তা চৰ্চা ভগৱান বিষ্ণু শিৱ আদি দেৱী দেৱতা ও সৎ ৰজ তম তিনিটা গুণৰ অতীত নিগূন ব্ৰহ্ম সচিদানন্দ। দেহধাৰী কোনো ভগৱান হ'বও নোৱাৰে। ব্ৰহ্ম অব্যক্ত কিন্তু নিগূন। যি যোগ্য ভোগ্য সৎ ও অসাধাৰণ প্ৰতিভাশালী ব্যক্তত্ব প্ৰৰায়ন তাক ঈশ্বৰ পুৰুষ দেৱতা আদি বিশেণেৰে ক'ব বা মাতিব পাৰে কিন্তু সত্য শুদ্ধ হ'ব নোৱাৰে। জগতত যিমান জীৱ বা আত্মা আছে সবেই এক ব্ৰহ্মৰেই স্বৰূপ। ব্ৰহ্মৰ স্বৰূপ allready কোৱা হৈছে ্। প্ৰদীপ গগৈ গুৱাহাটী।

    • @Rishavborah-
      @Rishavborah- 15 днів тому

      ক্ষমা কৰিব কৃষ্ণ

  • @khiroddeori1669
    @khiroddeori1669 7 днів тому +1

    🙏 কৃষ্ণ ।জয় গুৰু শংকৰ। সেৱাভাগ জনালো।

  • @sarojgogoi2685
    @sarojgogoi2685 16 днів тому +17

    Moi koisu aapunalukor dore jikhini manuh Akhomot aase, ulai aahi homajot gyanor patoni melibo lagibo. Tetia aamar homajkhon bohu aaguai jaabo buli bhabu. Raam omn Krishna.

  • @raktimascreation221
    @raktimascreation221 16 днів тому +1

    কৃষ্ণ 🙏🙏

  • @nirupomachetia327
    @nirupomachetia327 День тому

    Bhagawati bap janak hata kuti pranam .😊😊😊😊
    😊😊😊😊

  • @binapanichetia582
    @binapanichetia582 13 днів тому +1

    বৰ সুন্দৰ লাগিল ❤❤

  • @bijoyaveryniceborah8304
    @bijoyaveryniceborah8304 3 дні тому

    Krishna Krishna 🌹🙏

  • @PutulkalitaPutulkalita-r5p
    @PutulkalitaPutulkalita-r5p 5 днів тому

    তেখেতলৈ অশেষ ধন্যবাদ জনালোঁ। লগতে দীৰ্ঘায়ু কামনাৰে

  • @user-iy4dy8ke9j
    @user-iy4dy8ke9j 7 днів тому

    বাপ জনলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ।

  • @muninoza4944
    @muninoza4944 13 днів тому +1

    বহুত সুন্দৰ লাগিল, দুয়োজনৰ শ্ৰী চৰণলৈ ভক্তি ভৰা সেৱা জনালো দেই । কৃষ্ণ, জয় গুৰু শ্ৰীমন্ত শঙ্কৰ।

  • @RasnaBorgohain
    @RasnaBorgohain 5 днів тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏

  • @anjalibaruah7669
    @anjalibaruah7669 8 днів тому +1

    সেৱা জনাইছো🙏❤🙏

  • @KumudeBordoloi
    @KumudeBordoloi 8 днів тому

    Excellent interview. Many Many thanks.

  • @SumiBaishya-g6q
    @SumiBaishya-g6q 8 днів тому +1

    Krishna❤ pronam❤bap❤❤

  • @MintuGogoi-z8m
    @MintuGogoi-z8m 16 днів тому +1

    কৃষ্ণ কৃষ্ণ

  • @hkgaming.7548
    @hkgaming.7548 16 днів тому +1

    কৃষ্ণ কৃষ্ণ হৰি ৰাম।

  • @rivachiringphukan1440
    @rivachiringphukan1440 11 днів тому

    বহুত সুন্দৰ অনুষ্ঠান আগৱঢ়ালে ভাল লাগিল ! আকৌ যেন তেখেতৰ ব্ক্তব ৰাখে ।

  • @jinuchawrok9178
    @jinuchawrok9178 11 днів тому

    কৃষ্ণ কৃষ্ণ দুয়োজনালৈ আমাৰ ভক্তিভৰা সেৱা নিবেদিলোঁ 🙏🙏🙏🙏

  • @dipankarborah87249
    @dipankarborah87249 17 днів тому +2

    Krishna vokot jonok sini paw bohut bohut sordha hewa jonaisu Krishna

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 14 днів тому

    কৃষ্ণ কৃষ্ণ 🙏দুয়ো জনকে ভক্তি ভৰা সেৱা জনালোঁ । বহুত ভাল এটি অনুষ্ঠান উপহাৰ দিলে আমাক।
    বাইদেউলৈ অনুৰোধ এখেতৰ দৰে ভাগৱত বাখ্যাকাৰ শ্ৰদ্ধাৰ শ্ৰী ৰন্টো শইকীয়া বাপ , শ্ৰী জগত বণিয়া বাপ , শ্ৰী প্ৰঞ্জিত গগৈ বাপ এনেদৰে বহু কেইজন সুন্দৰ ব্যাখ্যা কাৰক কথন বীক্ষণ লৈ আনি অনুষ্ঠান কৰিলে ভাল লাগিব কৃষ্ণ কৃষ্ণ 🙏

  • @bhuboneswarbhuyan7251
    @bhuboneswarbhuyan7251 15 днів тому

    শত শত নমস্কাৰ দুয়োগৰাকী মহীয়ান আই বাপলৈ__অনতিপলমে অনাগত দিনত পুনৰদেখা পাম__এই আশাৰে__dear sister Anjela __cordial thanks of mine for ur unique interest on spiritualism ......

  • @user-gy8bc7pu4n
    @user-gy8bc7pu4n 6 днів тому

    Krishna hundor

  • @troilokyabora7839
    @troilokyabora7839 15 днів тому

    সুন্দৰ অনুস্নান ।🙏🙏🙏 ।

  • @BishmritaLahon
    @BishmritaLahon 16 днів тому +3

    Krishna aii bor hundar lagise.vagobowati probhur soronot Mur antoror pora vokti vora hewa jonalu.krishna madhabo.

  • @ProbhatBoraBora
    @ProbhatBoraBora 16 днів тому +2

    কৃষ্ণ বাপ কুশলে থাকক

  • @arabindamalakar1269
    @arabindamalakar1269 16 днів тому +1

    কৃষ্ণ কৃষ্ণ 🙏🏻

  • @user-nb3yp1vn3q
    @user-nb3yp1vn3q 16 днів тому +1

    প্রনাম, জনালো

  • @gautomdutta3597
    @gautomdutta3597 День тому

    Krishna Krishna prabhu

  • @simpapuyapu1407
    @simpapuyapu1407 5 днів тому

    ভকত ছয়জনৰ এজনৰ নাম বুজি নাপালোঁ। গোটেইকেইজনৰ নাম কবচোন।‌ কৃষ্ণ

  • @metalisaikia5618
    @metalisaikia5618 14 днів тому

    বৰ সুন্দৰ কথোপকথন৷কৃষ্ণ কৃষ্ণ৷

  • @norenbhuyan641
    @norenbhuyan641 4 дні тому

    কৃষ্ণ কৃষ্ণ

  • @momineog4652
    @momineog4652 4 дні тому

    Krishna Krishna

  • @jyotiprasadsaikia6922
    @jyotiprasadsaikia6922 16 днів тому +1

    কৃষ্ণ । বহুত নজনা কথা শিকিলোঁ। সেৱা জনাইছো

  • @birajdas8481
    @birajdas8481 День тому

    দুয়ো কে প্ৰণিপাত জনাইছো ।

  • @bijoygogoi4209
    @bijoygogoi4209 8 днів тому

    Krishna

  • @kishorebayan5949
    @kishorebayan5949 11 днів тому

    প্ৰণাম,,,,

  • @padumkakati2938
    @padumkakati2938 14 днів тому

    ধন আহিল আৰু ধন্যবাদ থাকিল। তেওঁ পুতেকক কি বনালে।

    • @bedaballavbhagawati760
      @bedaballavbhagawati760 14 днів тому

      আপোনাৰ মন্তব্য ৰ বাবে ধন্যবাদ থাকিল। মই তেওঁৰ ডাঙৰ পুত্ৰ। পেচাত এজন অভিযন্তা হলেও দেউতাই দিয়া আদৰ্শ সমূহৰ পৰাই মানৱ সেৱা কি বুজিছোঁ আৰু কৰি গৈছো যেতিয়াই যেনেকৈ পাৰোঁ। পুৱা গধূলি নামঘৰত সোমাই গুৰু সেৱা কৰিছো, সন্ধ্যা নিজৰ ঘৰৰ নামঘৰত নাম প্ৰসংগ নিজে কৰিব পৰা হৈছে দেউতাৰ আশীৰ্বাদত। ভাগৱত কীৰ্তন সকলো পঢ়িব পাৰিছো। মাজে মাজে খোল বজাই ভাওনা চলাও বাবে দুই এজনে বায়ন হিচাপেও চিনি পাই। মোৰ জীৱন সাৰ্থক কৰিব বাবে দেউতাৰ পৰা পোৱা এইখিনি আদৰ্শ আৰু আশীৰ্বাদ যথেষ্ঠ। কৃষ্ণ। 🙏🙏

  • @johngogoi253
    @johngogoi253 15 днів тому

    Krishna🙏

  • @entonideka5891
    @entonideka5891 13 днів тому

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏

  • @prodipsaikia1808
    @prodipsaikia1808 14 днів тому

    ভাগবতী বাপে জনম কথাকবলৈ গল নে ভাগৱত ব্যাখ্যা কৰিবলৈ লৈছিল ধ্যনবাদ

  • @poresh660
    @poresh660 15 годин тому

    বাপ শৰণ ভজন ল'ব লাগে নে নাই জনাব বুলি আশা ৰাখিলোঁ

  • @jashodasahariah4687
    @jashodasahariah4687 5 днів тому

    Krisan

  • @dileeptalukdar
    @dileeptalukdar 8 днів тому

    ভক্তিত য়্য়ে অনুৰক্ত সিয়ে ভকত

  • @bitulgogoi7200
    @bitulgogoi7200 16 днів тому

    মাধৱ কৃষ্ণ ।

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq День тому

    কৃষ্ণ

  • @ChitraranjanHandique
    @ChitraranjanHandique 9 днів тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @konmaiboruah1943
    @konmaiboruah1943 15 днів тому

    Krishna কৃষ্ণ

  • @dhankaibarta3971
    @dhankaibarta3971 16 днів тому

    কৃষ্ণ বাপ ❤❤

  • @lakhimiacreativemind
    @lakhimiacreativemind 16 днів тому

    কৃষ্ণ🙏🙏

  • @bhaskarhazarika4429
    @bhaskarhazarika4429 16 днів тому

    হয় জানো!

    • @ranjitduttaey3967
      @ranjitduttaey3967 16 днів тому

      100শতাংখ শুদ্ধ কথা কৈছে, আপোনাক কোটি কোটি নমস্কাৰ জনালো আৰু আপোনালোক দুয়ো জনকে ভগৱানে দীঘ্ৰা আয়ু দিয়ক সু-স্বাস্থ্য দিয়ক জয় গুৰু শ্ৰীমন্ত শঙ্কৰ, কৃষ্ণ কৃষ্ণ হৰি ৰাম

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 16 днів тому

    ভাৰতীয় দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত। গতিকে ভক্তিৰ দৰ্শন টো ঠিকেই আছে। কিন্তু আধ্যাত্মিকতাবাদত ভকত ভক্তি ভাগৱত বেদান্ত গীতা আদিৰ মানে কি্ ধৰ্ম গ্ৰন্থ বা শাস্ত্ৰ সমূহ পঢ়িলেই নহ'ব তাৰ অৰ্থ কলেজ নহ'ব। অতীত কালত মহিষী সকলে অৰণ্যাশ্ৰম বিলাকত শিষ্য সকলক আধ্যাত্মিকতাবাদৰ ওপৰত ভাৰতীয় দৰ্শন বেদান্ত জ্ঞান দিছিল। গতিকে সাম্প্ৰতিক কালত ভাৰতীয় দৰ্শনৰ মূল তত্ত্ব ৰহস্য আত্মাবোধ আত্ম উপলব্ধি সমূহ গল্প কাহিনী ভাওনা ভক্তি ধৰ্মৰ কথা হিচাপে ব্যৱহাৰ কৰে। আচলতে এইটো ভূল। যেনে কুৰুক্ষেত্ৰ যুদ্ধৰ আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণাই ইয়াকে বুজোৱা হয় যে যে প্ৰতি জন জীৱ শ্ৰেষ্ঠ মানৱৰ দেহটো হ'ল কুৰুক্ষেত্ৰ আৰু ধৰ্ম ক্ষেত্ৰ। ক্ষেত্ৰজ্ঞ হ'ল ব্ৰহ্ম বা আত্মা টো। অনন্ত কোটি ব্ৰহ্মাণ্ডত সবব্যাপী থকা নিগূন অনুকুল বায়ু মণ্ডলৰ দহবিধ বায়ু যেনে প্ৰাণ অপ্ৰাণ উদ্যান বেন সমান নাগ কুম্ম কিকৰ দেৱ দত্ত আৰু ধনঞ্জয় বায়ু। প্ৰান বায়ুৰ লগত ব্ৰহ্ম বা আত্মা একেই মিলি থাকে। আত্মা বা ব্ৰহ্ম সত্য জগৎ মিথ্যা।জগৎ মানে দেহ বা প্ৰকৃতিৰ কুৰুক্ষেত্ৰ বা ধৰ্ম ক্ষেত্ৰ। ই। অৰ্থহীন অসাৰ বিনাশ শীল। কিন্তু ব্ৰহ্ম বা আত্মা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত অসীম অভেদ্য অকম্মা অকত্তা অদাহ্য অদ্ৰৱনীয় অপৰিমান ইত্যাদি বিভিন্ন বিশুদ্ধ চেতনা। সত্যম জ্ঞানম অনন্তম ব্ৰহ্ম। গতিকে এই ব্ৰহ্ম ই সত্য জ্ঞান অনন্ত সচিদানন্দ শ্ৰীকৃষ্ণৰ তত্ব। জীৱ বা চেতনাই দেহৰ লগত সংযোগ হৈ থাকি নিজেই দেহ জ্ঞান কৰি অহ্ঙকাৰী হৈ অহম ব্ৰহ্মাশ্মি বুলি ভাবি লয়। ফলত জন্ম মৃত্যু বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰে। যেতিয়া চেতনা (consiousness) বিশুদ্ধ চেতনা লাভ কৰিব পাৰে দেহক নহয় নিজকে আত্মা বা ব্ৰহ্ম বুলি বুজি পাব তেতিয়া চেতনাই অহম ব্ৰহ্মাশ্মি বুলি বুজি পাব আৰু সচিদানন্দ হৈ ব্ৰহ্মতেই বিলিন হ'ব পাৰে আৰু জন্ম মৃত্যু বন্ধনৰ পৰা আত্মা মুক্ত হৈ ব্ৰহ্মৰেই লগত মিলি থাকিব। জীৱৰ কোনো জাতি ধৰ্ম বৰ্ণ কৰ্ম লিঙ্গৰ বৈষম্য নাই। বয়স ও দেহৰ স্বৰূপৰ লগত কথা নাই। জীৱ বা আত্মা সকলো একেই অভিন্ন। সাগৰৰ পানী আৰু সাগৰত উঠা জোৱাৰ বিলাকৰ পানীৰ মাজত বৈষম্যতা একো নাই। জীৱ আৰু ব্ৰহ্ম এক সত্য এক ধৰ্ম এক জগত মিথ্যা। জীৱন কুৰুক্ষেত্ৰক পৰম ব্ৰহ্ম জ্ঞানেৰে পৰিপূৰ্ণ হৈ আত্ম বোধ আত্ম উপলব্ধিক মন্থন কৰি ধৰ্ম ৰাজ্যৰ প্ৰতিষ্ঠাৰ বাবে কূষ্ণাজুণ এক হ'ব লাগিব। অহম ব্ৰহ্মাশ্মি। মই ব্ৰহ্ম মই সত্য ম ই শাশ্বত ব্ৰহ্ম। জীৱ আৰু ব্ৰহ্ম একে সাগৰৰ পানী। জোৱাৰ আৰু সাগৰৰ পানীৰ মাজত কোনো বৈষম্য নাই। গতিকে ইয়াৰ আধ্যাত্মিকতাবাদৰ অথ হ'ল দেহত কুৰুক্ষেত্ৰ ধৰ্ম ক্ষেত্ৰ ৰ যুদ্ধ। আত্মা বা ব্ৰহ্ম বা জীৱ ও এক ও অভিন্ন। মানৱ কল্যাণৰ হকে চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণা কৰা মানৱীয় প্ৰমূল্যবোধ। পিছলৈ। প্ৰদীপ গগৈ গুৱাহাটী

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 16 днів тому

    ভাৰতীয় দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত। ভাৰতৰ ধৰ্ম গ্ৰন্থ সমুহ শাস্ত্ৰ সমূহ পঢ়িলেই মানুহৰ বহুতো একো নহয়। ভকত মানে ।ভ= ভাৱ ভাৱনা ভাবুক। ক= কূষ্ণ বা ব্ৰহ্ম বা সত্য শুদ্ধ নিত্য পৱিত্ৰ বুদ্ধ সনাতন চৈতন্য নিগূন সচিদানন। ত=তত্ত্ব তৰণ। তৰণ বা তত্ত্বৰ বাবে সত শুদ্ধ নিত্য পৱিত্ৰ বুদ্ধ সনাতন চৈতন্য নিগূন সচিদানন্দ কূষ্ণক ভবা বা ভাৱনা কৰা ভাবুক হোৱা। ভাৰতীয় দৰ্শন সমূহ আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত ঐতিহ্য পূৰ্ণ ভাৰত ভূমি অতি প্ৰাচীন কালৰে পৰাই মহিষী সকলে অৰণ্যাশ্ৰম পাতিছিল যত শিষ্য সকলক আধ্যাত্মিকতাবাদৰ ওপৰত জ্ঞান প্ৰদান কৰিছিল। সাম্প্ৰতিক কালত বিশ্বায়নত ৰাজনীতি বিজ্ঞানৰ জগত খন জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ নামত সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ নিগূন নিষ্কাম সৎভাৱনা সদাচাৰৰ নামত শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অনাচাৰ আদি বিভিন্ন ধৰণৰ অসৎ কাম বোৰ কৰি ফুৰিছে। আধ্যাত্মিকতাবাদৰ মাধ্যমেৰে বুজিবলৈ সক্ষম হ'ব পাৰে। সামাজিক বৈষম্যতা ইন্দ্ৰিয় আসক্তি আদি অমানুষিক কাৰ্যকলাপ ৰোধ কৰিব পৰা যাব। আধ্যাত্মিকতাবাদে আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা ধ্যান ধাৰণা মানৱীয় প্ৰমূল্যবোধ শিকাই। পৰাশৰ নন্দন বেদব্যাস বিৰচিত মহাভাৰত মহাকাব্যল কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত সপ্তৰথীৰ বেহোৰ মাজত অৰ্জুন পুত্ৰ অভিমন্যুই অন্যায় যুদ্ধত প্ৰাণ ত্যাগ কৰে। সূৰ্য পুত্ৰ কৰ্ণ ও‌ ৰথৰ চকা মাটিত বহি যোৱাৰ সুযোগ লৈ কূষ্ণ ৰ চালনাত প্ৰাণ ত্যাগ কৰে। দুৰ্যোধনৰ দুশাষনৰ ভীষ্ম দ্ৰোণাচাৰ্যৰ অন্যায় কৰি হত্যা কৰে। ইয়াৰ অৰ্থ এইটো নহয় যে এই খন যুদ্ধ সঁচা কৈ হৈছিল। এই খন যুদ্ধ দেহ কুৰুক্ষেত্ৰত হোৱা যুদ্ধ। মানুহৰ কম বয়সতে ই অভি‌মান ত্যাগ কৰা ভাল। 16বছৰ বয়সত সপ্তৰথীৰ হাতত মানে হাত দিনত শেষ কৰিব লাগিব। কাণ দুখন বধ কৰে মাটিত ৰথৰ চকা সোমাই যোৱা বাবে। দুশাষন উৰু ফালি দুৰ্যোধনৰ পানীৰ তলৰ পৰা পাৰত ভীষ্ম শৰীৰ শয্যাত দ্ৰোণাচাৰ্যৰ মিছা বোলাই প্ৰাণ নাশ কৰে। এই বিলাক সকলো নিজৰ দেহত হোৱা ঘটনাৰ আধ্যাত্মিকতাবাদৰ মাধ্যমেৰে বুজিবলৈ ব্যৱহাৰ কৰা হৈছিল। কূষ্ণ হ'ল আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান। সকলো বিলাক শাস্ত্ৰত এই বিলাক অন্তৰ্নিহিত আধ্যাত্মিকতাবাদৰ পোষকতা। প্ৰদীপ গগৈ গুৱাহাটী।

  • @padumkakati2938
    @padumkakati2938 14 днів тому

    সেৱা আগবঢ়াইছোঁ কি বুলি কান্দিছিল। ইন্দ্ৰ জাল ভাগ কোনে প্ৰকাশ কৰিলে।

  • @lukumailekharu1022
    @lukumailekharu1022 14 днів тому

    Vl.. Lagil. Mom.

  • @bishnuramrabha4714
    @bishnuramrabha4714 10 годин тому

    Bhokot Mane Bohi Khouaar Jaat.

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 16 днів тому

    ভূল হৈছে অথ কলে নহ'ব লাগিছিল। ক্ষমা কৰিব।

  • @kushalbora4823
    @kushalbora4823 6 днів тому

    Brahmo tatwa aru dehotatwa najanile hokolu adhoruwa ,huhontan kenekoi janma. Dibo pari ami keijone janu kewol nabajanmak dukh dilei nohob.

  • @NirmaliSaikia-yo1tu
    @NirmaliSaikia-yo1tu 13 днів тому

    Bhagawati bapar ghar amar gharor osarate

  • @manoranjandas4562
    @manoranjandas4562 16 днів тому

    Krishna aapunalok duijonke sewa jaiso

  • @rajotphukon3403
    @rajotphukon3403 11 днів тому

    বাপ কৃষ্ণ,

  • @anamikadas3332
    @anamikadas3332 16 днів тому

    apunar homaj khonei sestho NE ? Ru next q. Apunar deutar upadhi r agot KI homaj Asil
    ..

    • @bedaballavbhagawati760
      @bedaballavbhagawati760 16 днів тому

      Teur homaj khnoei srestho buli kua nai teu...teu g khon somajor mote sole seikhon samajot ki kora hoi tar bikhoye he ullekh korise..... aru apunar dritiyo prosnor uttar hoise bhagawati bapor deutak orthat mur koka srimanta sankardev sangha jeteya protistha hoise tetyar porai onusthan tut ase.

  • @Rishavborah-
    @Rishavborah- 15 днів тому

    Aaa

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 14 днів тому

    হে মহান আত্মা প্ৰভূ জন। আমি একো নাজানো। কিন্তু কোৱা শুনিছোঁ। ছয়জন ভকত আৰু বাৰ জন বৈষ্ণৱ। আপুনি যি গাইছিল ঠিকেই গাইছিল। কিন্তু ভকত বৈষ্ণৱ এই বিলাক শব্দৰ আধ্যাত্মিক অথ আছে। যিহেতু ভাৰতীয় দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত। গতিকে নিজৰ দেহত ছয়জন ভকত আৰু বাৰ জন বৈষ্ণৱ কোন আৰু কি কাম কৰে। হে মহৎ ব্যক্তি জন আপুনি কূপা কৰি বুজায় দিলে ভাল হয়। সেৱা গ্ৰহণ কৰিব।চাও প্ৰদীপ গগৈ। গুৱাহাটী ।

    • @PradipGogoi-i7b
      @PradipGogoi-i7b 14 днів тому

      Respected Nang Anjela Chang mai আপোনাৰ কেবিনত আমাৰ কেইবাটাও comments পৰি আছে পঢ়ি চাই like কৰে যেন। আশা থাকিলে। ধন্যবাদ।চাও প্ৰদীপ গগৈ গুৱাহাটী।

  • @abinashsaikia4873
    @abinashsaikia4873 16 днів тому +1

    কৃষ্ণ 🙏

  • @manashjyotiborah6895
    @manashjyotiborah6895 9 днів тому

    কৃষ্ণ কৃষ্ণ

  • @realsound7673
    @realsound7673 8 днів тому

    Krishna

  • @dipmoniborah9074
    @dipmoniborah9074 9 днів тому

    কৃষ্ণ

  • @pabitradeka8027
    @pabitradeka8027 14 днів тому

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @SNProduction-n8h
    @SNProduction-n8h 16 днів тому +1

    কৃষ্ণ🙏🙏

  • @ranjanborah8190
    @ranjanborah8190 16 днів тому

    কৃষ্ণ কৃষ্ণ

  • @mamoniboruah2986
    @mamoniboruah2986 16 днів тому

    Krishna