বাপ-বান্ধৱ-আই মাতৃ সমস্ত তথা সুধী সমাজ!! আমি সকলোৱে একে খিনি শাস্ত্ৰকে অধ্যয়ন কৰো !। আমাৰ সকলোৱে লক্ষ্য আৰু উদ্দেশ্যও একেই । কিন্তুু আমাৰ খেল-সমাজ অথবা পন্থ বোৰ ভিন্ন কিয় ? ( জানিবৰ বাবেহে কৃষ্ণঃ )🙏🙏🙏
Krishna krishna bap hewa jonalu bhokot hokole jani hudhe ne nejani hudhe najsnu mur mote hudhib nalage manuhor je bibek namor bostu eta ase tak khotab lage
পৃথিৱীৰ ভিতৰত আটাইতকৈ মূৰ্খ জীৱটোৱেই হল মানুহ। যিয়ে বেছিকৈ ধৰ্ম কৰ্ম কৰে বা পালন কৰে সি আকৌ সবাতোকৈ মূৰ্খ।
Hoi nki thn tumi aeibur video kio sabo lge.....
কৃষ্ণ নামৰ বিনে জীৱৰ গতি নাই কলি যুগত। কৃষ্ণ বাপ , বৰ ভাল লাগিল। জয় গুৰু শঙ্কৰ।
😂❤😂❤😂❤❤❤❤😂😂😂❤😂😂😂😂😂😂❤😂😂❤❤😂❤😂😂❤❤😂😂😂😂😂❤❤❤❤❤❤😂❤😂😂❤😂❤❤😂❤😂😂❤❤😂❤😂❤😂❤😂❤😂❤😂❤😂❤😂❤❤😂❤❤❤❤😂❤❤😂❤😂😂😂❤❤❤❤❤❤❤❤❤❤😂😂😂😂😂😂😂❤😂❤❤😂❤😂😂❤❤😂❤😂😂😂😂😂❤❤😂❤😂❤❤😂😂❤❤😂❤😂❤❤😂😂❤❤❤❤😂❤😂❤😂❤❤❤❤😂❤😂😂❤😂😂😂❤😂😂😂😂❤❤😂😂❤❤❤😂❤😂😂😂😂❤😂😂😂😂❤❤❤😂❤😂😂😂😂😂😂😂❤😂😂❤😂😂😂😂😂😂😂❤😂😂😂❤❤😂😂😂❤😂❤😂❤😂😂😂😂😂😂❤😂❤😂😂❤😂❤😂😂❤😂❤❤😂😂❤😂❤❤❤😂😂❤😂❤❤😂❤😂❤❤😂😂😂😂❤😂😂❤❤😂❤😂❤😂😂😂❤❤❤😂😂❤😂😂😂❤❤❤😂❤❤❤😂❤❤❤😂❤❤❤😂😂❤❤😂😂❤❤😂❤😂😂❤😂😂😂❤❤😂❤😂❤😂❤😂❤😂😂😂😂😂❤❤😂😂❤😂❤😂😂❤😂❤😂❤😂😂❤😂😂❤😂😂😂😂😂😂😂😂😂😂😂😂😂❤❤😂😂😂❤😂😂😂❤😂😂😂😂😂❤😂❤😂❤❤😂😂😂😂😂😂❤❤😂❤😂😂😂😂❤😂❤❤😂❤😂❤😂😂❤❤😂😂❤😂😂❤😂❤😂😂😂😂😂❤😂😂❤😂😂😂😂😂😂😂😂😂❤😂😂😂😂❤❤😂❤❤❤😂❤😂😂😂❤😂😂😂😂😂😂❤❤❤❤😂❤😂😂😂😂😂😂😂😂😂😂❤😂❤❤❤😂😂😂😂❤😂😂😂😂😂❤😂❤❤😂😂😂❤😂😂❤😂😂❤😂❤😂😂😂❤😂😂😂😂😂😂❤❤😂😂😂😂😂😂😂❤❤❤❤😂😂😂😂❤😂😂❤❤❤😂❤❤😂😂😂❤😂❤😂❤❤😂❤😂❤❤😂❤😂😂😂😂😂😂😂😂😂❤❤😂❤❤❤😂❤❤❤❤❤😂❤❤❤😂😂😂😂😂😂😂😂😂😂😂❤❤❤😂😂😂😂😂😂😂😂😂😂❤😂😂❤😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂❤❤❤😂❤😂😂😂❤😂😂😂😂❤❤😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂❤😂😂😂😂😂❤😂❤😂😂❤❤❤😂😂😂😂😂😂😂😂😂❤😂❤😂😂😂❤❤❤😂❤😂😂😂😂😂❤😂😂😂😂😂😂😂😂❤😂😂😂😂😂😂😂😂😂❤😂😂😂😂😂❤😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂❤😂😂😂😂😂😂😂😂😂😂😂😂❤😂😂❤❤❤😂❤😂😂😂😂❤😂❤😂😂❤❤😂❤😂❤😂❤😂😂😂😂😂😂😂😂😂❤😂😂😂😂😂😂❤😂😂😂😂❤😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂❤❤😂❤😂❤😂😂😂😂❤😂❤😂😂😂😂😂😂❤😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂❤❤❤😂😂😂😂😂❤😂
প্ৰাণজিৎ গগৈ দাঙৰীয়া আপুনি আপোনাৰ মাতৃৰ গৰ্ভৰ পৰা জন্ম নাই হোৱা নেকি ? নে আপোনি স্বৰ্গৰ ঈশ্বৰৰ ৰাজসভাৰ পৰা জাপ মাৰি পৃথিৱীত নামিল ? গোটেই শুদ্ধ জ্ঞানখিনি যেন কেৱলমাত্ৰ আপোনাৰ মগজুতহে আছে। আপোনাৰ বাদে গোটেই বিশ্ব যেন অজ্ঞান ।
Right
ভাগৱত ব্যাখ্যাকাৰ সকলে এটা ভাল ব্যৱসায় বাচি লৈছে।ভাগৱতখন নিজে পঢ়িলেওবহুত শিকিব বুজিব পাৰিব।আজিকালি ঘৰে ঘৰে ভাগৱত অনুস্থান পাতিবলৈ লৈছে। সেইমতে মানুহ সংস্কাৰী হোৱা নাই। অপ্ৰিয় হলেও সত্য।
@@bijubharali8484 একে বাৰে সতয়। সমাজত এতিয়াও এঘৰীয়া প্ৰথা জাত পাত উচ্চ নীচ বিদয়মান। সদায় এই বাৰ্তা পাব মিডিয়াত। ইফালে সকলো লোকৰ সকলো পন্থাৰ প্ৰতি বিপৰীত মনোভাৱ।কিয়? আজিকালি ভাগৱত কীৰ্তন আদি গুৰুজনাই দি যোৱা বানী সকলো বিগয়লোকৰ অধ্যয়ন হৈ পৰিল।কি কৰিব লাগে নালাগে সকলো বিশ্লেষণ উপলব্ধ হ'ল। কিন্তু এই ভকতক ভাল বেয়া বোজাবৰ কাৰ ক্ষমতা। এখন গাঁৱত মানুহ ১০০ ঘৰ। নামঘৰৰ হ'লগৈ ৪ টা।ভাগ ভাগ।কিয়? গুৰুজনাই কোৱা নাছিল। আজিকালি সকলো শিক্ষিত লোকে ধৰ্ম ঘৰতে আৰাধনা কৰে। ভাল বাখ্যাকাৰ আনি পুনয় কৰে।নামঘৰ এতিয়া বিতৰ্ক ভুমি হ'বলৈ গৈ আছে। কেনেকৈ একতা অনা যায় তাৰ চিন্তা কৰা ভাল।
@@bijubharali8484 লোকক বুৰ্বক সজাই আছে ৷
@@bijubharali8484 যেতিয়া লৈ আমি নিজে নাজানো তেতিয়ালৈ আমি কৈ থাকিম বা বাখ্যা আগবঢ়াম যেতিয়া ম ই শিকি বুজি জানিব পাৰিম তেতিয়া নিৰৱ হৈ যাম।
গতিকে সাৱধান অন্ধ বিশ্বাস বহু ধৰনে সমাজত আছে।
আমি মহান ব্যক্তিসকলৰ তিথি সমুহ পাতো । এই মহান ব্যক্তিসকল মৃত্যুৰ পিছত পৃথিৱী এৰি ঈশ্বৰৰ ধামলৈ যোবা নাই নেকি। এতিয়াও যে আমি তিথি পাতি থাকিব
লাগে।
আমাৰ মা দেউতাক স্মৰণ কৰাৰ পৰা বিৰত থকা কথা শাস্ত্ৰত উল্লেখ, এয়া কেনে সনাতন?
৬ মহীয়া ’বছৰেকীয়া আদিবিলাক ধৰ্মীয় পন্থা ভেদে পৃথক হয় ‘ সামাজিক চিন্তা ধাৰা‘ ব্যক্তিবিশেষে আদিকৰি বেলেগ বেলেগ হয় ৷ গতিকে স্মৃতি দিৱস বুলি কয় ৷
ভগৱান কৃষ্ণ ইমান স্বাৰ্থপৰ নে যে তেওৰ লগতে অন্য দেৱ-দেৱীক পূজা বা শ্ৰদ্ধা কৰিলে তেও বেয়া পাব!
Bhogoban swarthopor nhy ru Teo beya npy kin2 Teo Ai2 bhogoban na gotike blg Deb debik kio Puja path krbo lge
Srikrishnoi nijei ovishapot mritu hoisil
হৰিয়ে কাকো বেয়া নাপায়। তেওঁ বুজাব খুজিছিল যে কৃষ্ণ হ'ল গছৰ গুৰিৰ দৰে। গছৰ গুৰিত পানী দিলে ডাল পাত সকলোৱে পায়।
কিবা ভুল হ'লে ক্ষমা কৰিব। আৰু ভুলটো সুধৰাই দিব কৃষ্ণ
বাপজনা আপুনি মোৰ লগত মূখামূখি হৈ যুক্তি কৰিবনে ক’ত লগ কৰিব লাগে কওক
এইজন ক আকৌ ২,য় মহাপুৰুষ শঙ্কৰদেৱ নৱনাব!!!
দেৱীৰ সৃষ্টিনোহোৱাকৈ প্ৰভূ কৃষ্ণও জন্ম হোৱা নাই ছাগে
সুন্দৰ অতি সুন্দৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ জীৱৰ মূৰত ঘিউ আছে যদি অতিসুনদৰ কৈ বুজি পাব সকলোৱেই কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
জীৱৰ মুৰত ঘিউ বাক্যশাৰী নিন্দাসূচক ।সংস্কাৰী হওক প্ৰভু ।মাধৱ গুৰু জনাই এনেয়ে লিখা নাই "নাজানে শাস্ত্ৰ নয় যেহি আহে তাকে কয় '''''''''"""""" পণ্ডিত বোলায় ফুৰে লোকৰ'''''' ।
আপোনাৰ প্ৰটিতো ভিদিও কথা ব্যখ্যা হৃদয়ত স্থান পাইছে । হে প্ৰভূ আপোনাক প্ৰাৰ্থনা জনাইছো নেদেখা জনৰ ওচৰত জিলিকি অমৰ হৈ থাকক
শৃংখলাবদ্ধ সমাজ ব্যৱস্থাত ধৰ্মৰ প্ৰয়োজন নুই কৰিব নোৱাৰি তেহেলে একশৰণেই হক বা বামুণীয়াই হক।
মই আপোনাৰ লগত যুক্তি তৰ্ক কৰিব বিচাৰোঁ ।। আপুনি যি বাখ্যা কৰিছে সব ভুল কৈ কৰিছে । ভগবানৰ নাম লৈ ধেমালি নকৰিব । পাপে চুব
কৃষ্ণ আপুনি তেওঁৰ দৰে হ'বলৈ চেষ্টা কৰক আনৰ বেয়া নহয় আনৰ ভাল চাওক।এয়াই মানুহৰ ধৰ্ম। কৃষ্ণ। আপুনি কাৰণ এজন ভাল মানুহ
কৃষ্ণ ভুল হ'লে ক্ষমা কৰিব কৃষ্ণ আৰু ভুলটো সুধৰাই দিব কৃষ্ণ
মই ও শংঘৰে কিন্তু সকলো নিয়ম নামানো দেখা যায় কিছুমানে মাচ বুলি নহয় জিজী বুলি খাই। আৰু সেই ভাবে কৰ্ম কিছুমান কৰে
Hosa kotha... Bohutok dekhisu mas mangho khua
বাপ-বান্ধৱ-আই মাতৃ সমস্ত তথা সুধী সমাজ!! আমি সকলোৱে একে খিনি শাস্ত্ৰকে অধ্যয়ন কৰো !। আমাৰ সকলোৱে লক্ষ্য আৰু উদ্দেশ্যও একেই । কিন্তুু আমাৰ খেল-সমাজ অথবা পন্থ বোৰ ভিন্ন কিয় ? ( জানিবৰ বাবেহে কৃষ্ণঃ )🙏🙏🙏
সচাঁই, এটা কথা কিন্ত কিছুমান অধমে বৈষ্ণৱ পন্থী হৈ বিষ্ণু ভগৱান আচল শিপা দালকে নুই কৰে... এটা কথা কিন্ত মানৱ সৃষ্ট ধৰ্ম্মৰ পৃথিৱীৰ সকলোতে প্ৰশ্ন আৰু আঁসোৱাহ আছে...! বৈষ্ণৱ পন্থী সকল কিন্ত জন্মৰ পৰাই হিন্দুধৰ্মৰ হয় তাকে উলত বাগৰ মাৰি থাকে...!
ভাগৱত শাস্ত্ৰ ভাগকে আপোনালোকে বেলেগ কৰি পেলালে ।যিসকল বামুনীয়া পন্থাৰে চলি আছে তেওঁ লোকক আপোনালোকে মুৰ্খ বুলি ভাবে নেকী বাৰু ।শাস্ত্ৰই কৈছে নাৰায়ণৰ বাহিৰে কোনেও তত্ব নাপায় বুলি উলেখ আছে।আপোনালোকে যিমান ব্যাখ্যাৰে বুজাই থাকে।প্ৰকৃততে ভগৱানক দেখা পাব লাগে।গুৰু চৰিত্ৰ পূঠিভাগ পঢ়ি চাবচোন।
Buji loi coment bur dibo sun
শংকৰে তপস্যা কৰি জ্ঞান অৰ্জন কৰি ভাগৱত লিখা নাছিল অনন্যান্য পুথিৰ সহায় লৈছিল কিন্তু আমাৰ ঋষি সকলে তপস্যা কৰি কাৰো সহায় নোলোৱাকৈ পুথি ৰচনা কৰিছিল
এইজনাই একো নাজানে।বেদৰ জ্ঞান এইজনাই একো নেজানে ।এই জনাৰ পিতৃ মাতৃ নাই নেকি ।জীৱকুল কৰ পৰা আহে জনাবচোন ।আপোনালোকে এঙাৰগেছ সমাজত দি সমাজখন কুলষিত নকৰিব।
কৃষ্ণ, জয় গুৰু শঙ্কৰ🙏🙏🙏🙏
কলিত কলঙক ঢ়াকি ভক্তি অভিনয় কৰা এনে ভক্ত আছে অগনন পৰিস্কাৰ পোছাক পিন্ধি ধৰ্ম শাস্ত্ৰৰ পঢ়ি য'ত ভক্তি কৰে আকাৰতণ উত্তম মাধ্যম নৰম 3 বিধৰ ভিতৰত আপোনি নিজে বিধৰ আপোনি মোক কমেনত জনাব
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ প্ৰভুজনা
মন্তব্য সমূহ লিখোতে ভাষা মাৰ্জিত হোৱা টো আমি বিচাৰোঁ।তুচ্চতাচ্চিল্য কৰি লিখা টো অশোভনীয়। সন্মান কৰিলে হে সন্মান পায়।। গগৈ বাপ জনালৈ সেৱা নিবেদিছো
@@r.ctalukdar1659 তই কি প্ৰাণী মানুঘ নে অসুৰ ?অসমীয়া সমাজৰ কলংক তহত শংকৰী ব্যাখ্যাকাৰ কেইটাই সনাতন বেদধৰ্মক ,বেদ বিহিত ভক্তি কৰ্ম ধৰ্ম আচৰণক নিন্দা ঘৃণা তুচ্ছ তাচ্ছিল্য অপমান হেয়জ্ঞান বিৰোধ কৰি থাকিব নৰাধম বেপাৰী কেইটাই কৃষ্ণ শংকৰ মাধৱৰ নামত ভাগৱতৰ নামত ঊুল উিকৃত কৰি তাৰ বিৰোধ কৰাসকল অমাৰ্জিত শব্দ কয় কয় হা ?এইটো প্ৰাণী কৃষ্ণ শংকৰ মাধৱ আৰু বৈষ্ণৱ ধৰ্ম নামত শাস্ত্ৰৰ নামত কলংক অসমীয়া সমাজৰ ।
Krishna Krishna pranam jonalu bap
কৃষ্ণ বাপ!
আমি আপোনাক, আপুনিও কাৰোবাক কৃষ্ণ বাপ বুলি কয়, আপোনাকো বহুতে সেৱা ধৰে, আপোনালৈও বহুতে বৰঙণি আগ বঢ়াই.... কিন্তু শাস্ত্ৰৰ উত্তম ভাগৱতে দেখোন কোৱল কৃষ্ণৰ ভক্তি/ সেৱা কৰিবলৈ উপদেশ দিছে.... ইয়াৰ উপৰিও আমি জীৱনত অনেক কাম কৰোঁ.... উদাহৰণ- এই ধৰক আপোনাক প্ৰশ্ন সুধিছো, আপুনিও উত্তৰ দিছে..... গতিকে ভাগৱতেটো আমাক ভক্তিৰ বহিছে বেলেগ কথাত মন লগাবালে কোৱা নাই.... কিন্তু থাপিও আমি মন লগাই আছোঁ.... মোৰ বোধেৰে আমি কেনেকৈ কৃষ্ণত মন লগাব পাৰি তাক ধ্যান দিয়া উচিত.... কংসই কৃষ্ণৰ প্ৰতি থকা ঘৃণা তথা ভয়ৰ বাবে মুক্তি পালে.... আমি মন যতেই ৰাগ বা বিদ্বেষ ভাৱ যেনেকৈ নালগাওঁ কিয়..... তেওঁৰ হে প্ৰাপ্তি হব..... এনে স্থলত কৃষ্ণ নহয় অন্য দেৱ দেৱীৰ কথা আলোচনা কৰাটো হিতে বিপৰীত হে হব যেন পাওঁ...। কৃষ্ণ।
কৃষ্ণ কৃষ্ণ বাপ প্ৰভু ইশ্বৰ চৰন পঙ্কজ প্ৰনাম 🙏🙏🙏🙏🪔
শ্ৰাদ্ধ মানে হৈছে শ্ৰদ্ধা বুজি পালে।।।যাৰ মাক দেউতাকৰ প্ৰতি শ্ৰদ্ধা নাই,সি কিয় শ্ৰাদ্ধ পাতিব?
অলপ কথা শিকি লৈ বাখ্যা কৰিব।।
নিজৰ নীতি নিয়ম ক শুদ্ধ বিচাৰ কৰি,লোকৰ নীতি নিয়মৰ ওপৰত কথা নকব।
আপোনালোকৰ মানুহেই আমাৰ ঘৰত আহি দুৰ্গা পূজাৰ শৰাই মনে মনে দি যায় হি😂😂।
শনি মন্দিৰলে তিল তেল লৈ কিমান সংঘৰ মানুহ গৈ আছে আমি হে জানো😂
আমি সকলো ধৰ্মক সমানে শ্ৰদ্ধা কৰা মানুহ।
।
व😊😊
একমত, শুদ্ধ কথা
Right...e akhon UA-cam bepar solai ase
@@navaborthakur528 কথা নাজানিলে কব নালাগে ইউ টিউব ত ভিডিও দি।
ই লোকৰ ধৰ্মক উপলুঙা কৰে।
Hosa kotha
অতি সুন্দৰ কথা কৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ
বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিক,ধৰ্মক , সন্মান জনোৱা টো আপোনাৰ সঙস্কাৰ আপোনাৰ ধৰ্ম।
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
Om namah shivai
কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ 🎉🎉❤❤👏👏
ব্যৱহাৰে নিজৰ পৰিচয়, কৃষ্ণ।
প্ৰভু কৃষ্ণই ও মহাদেৱ ক পূজা কৰিছিল। কিন্তু আপোনালোকে নকৰে। ব্ৰহ্মা বিষ্ণু মহেশ হৈছে ত্ৰিদেৱ। কৃষ্ণ হৈছে মাত্ৰ ভগৱান বিষ্ণুৰ এটি মানৱ অৱতাৰ।
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভূ
আপোনাৰ ভাগৱত বাখ্যা শুনি বহুত ভাল লাগিল
কৃষ্ণ কৃষ্ণ ৰাম
কৃষ্ণ কৃষ্ণ বাপ, অতি সুন্দৰ baikhya....
ভাগৱত তত্ত্ব বুজিবলৈ নিজকে বুজি পাব লাগিব 🙏
Krishna Krishna pranam jonalu
ঈশ্বৰৰ বিভুতি স্বৰূপ চৈতন্য শক্তি দেৱ দেৱীৰ পূজাত ,মন্দিৰত দান অৰিহনা দিব নালাগে দিলে অসাৰ হয় পিছে জগত সৃষ্টিৰ পৰা শিৱ দুৰ্গা বিষ্ণু দেৱ দেৱীৰ বৈদিক উপাসনা স্থলি অসমত লোকৰ মাজত শংকৰী একশৰণীয়া বৈষ্ণৱ ধৰ্ম প্ৰচলন হোৱা ৫০০ বছৰ হল এই ৫০০ বছৰত শংকৰী একশৰণীয়া সকল অশুদ্ধ অসুচী হোৱা নাইনে ?চুৱা নাজায়নে ?যদি সনাতন বৈদিক ধৰ্মৰ শৈৱ শাক্ত সৌৰ গাণপত্য বৈষ্ণৱ ধৰ্ম উভয়ে একত্ৰে প্ৰচলিত হৈ অহা জগত তথা অসমত শংকৰদেৱে চৈধ্যশ শতিকাত প্ৰচাৰ কৰা কৃষ্ণ নাম একশৰণ বৈষ্ণৱ ধৰ্ম কৰা মাধৱদেৱ সহিতে আজিলৈ পাঁচশ বছৰত কোন কোন ভকত কিমানে মুক্তি বৈকুণ্ঠত গৈছে তাৰ তথ্য প্ৰমাণ হিচাপ দিবাচোন প্ৰাণজিত গগৈ ? লগতে শংকৰদেৱক গুৰু নভজা আন গুৰুৰ শিষ্য ভকত শিৱ দেৱ দেৱীৰ পূজক সকল যে মুক্তি বৈকুণ্ঠ নাজায় নৰকতহে যায় তাৰো তথ্য প্ৰমাণ দিবা প্ৰাণজিত গগৈ তেতিয়াহে তই কোৱা কথা শুদ্ধ হব ।যদি তই শংকৰী একশৰণীয়া শংকৰ গুৰুৰ ভকতে মুক্তি পাই বৈকুণ্ঠত যায় শংকৰদেৱক গুৰু নভজা আন গুৰুৰ শিষ্য ভক্ত সকলে নৰকত যায় বুলি প্ৰমাণ কৰি দিব লাগিব প্ৰাণজিত গগৈ তই কাৰণ তই আৰী তোৰ লগত কেইটামান তহত শংকৰীয়ে সদায় জোৰ জোৰকৈ একপক্ষীয় ভাবে পক্ষপাত কৰি কৈ প্ৰচাৰ কৰি আছা ।তহতে যিহেতু জানা বিজ্ঞ শুদ্ধ সত্যত আছা সেয়ে তই প্ৰাণজিত গগৈ অসমবাসীক প্ৰমাণ কৰি দিয়া যে শংকৰ মাধৱক গুৰু ভজি শংকৰী একশৰণ বৈষ্ণৱ হোৱা সকলহে মুক্তি বৈকুণ্ঠত যায় ,অনাশংকৰী সকল মুক্তি নাপায় নৰকত যায় বুলি তই প্ৰমাণ কৰি দিব লাগিব ।যদি তই প্ৰমাণ কৰি দিব নোৱাৰা তেন্তে তই তোৰ ভণ্ডামী দুৰাচাৰ পাষণ্ডামী একপক্ষীয় স্বাৰ্থপৰ ধৰ্মভ্ৰষ্ট কৰা ধৰ্ম কলুষিত কৰা আৰু সমাজ ভঙা বেপাৰ বন্ধ কৰা ।তই যি কেইটা পদ ঘোষা মাতি ভুল বিকৃত অপব্যাখ্যা কৰি মতিভ্ৰম কৰি আছা সেইকেইটা পদ ঘোষা বেদ পুৰাণ গীতা ভাগৱত কীৰ্তনঘোষাৰ পাঠৰ শ্লোক পদেৰে খণ্ডন কৰিম শ্লোক পদ এটা এটাকৈ পঢ়ি শুদ্ধ অৰ্থ তত্বৰে ।গতিকে প্ৰাণজিত গগৈ তই বেদ পুৰাণ গীতা ভাগৱত উপনিষদৰ উৰ্ধত নোহোৱা আনকি শংকৰ মাধৱো বেদ পুৰাণ গীতা ভাগৱত উপনিষদৰ উৰ্ধত নহয় ।শাস্ত্ৰৰ শ্লোক পদ তত্ব অৰ্থ ভুলকৈ বিকৃত অপব্যাখ্যা নকৰিবা ।যদি শংকৰী ভকত সকলেহে মুক্তি পাইছে অনাশংকৰী বা আন গুৰুৰ শিষ্য ভকত সকলে মুক্তি নাপাই নৰকত পৰিছে তাৰ তথ্যসহ প্ৰমাণ কৰি দিব পাৰা তেতিয়া তোক প্ৰকৃত ভকত বুলি মইটো মানিমেই জগতবাসীও মানিব ।এতিয়া মই কোৱা মতে প্ৰমাণ দিবা প্ৰাণজিত গগৈ নহলে তই ভণ্ডামী দুৰাচাৰী স্বাৰ্থপৰ বেপাৰী বুলি প্ৰমাণ হব ।এতিয়া তোৰ কথাৰ সত্যতাৰ প্ৰমাণ দিয়াৰ দায়িত্ব তোৰ ।
শেষত কও ভাগৱতেই কৈছে ভাগৱত মায়া আৰু ভক্তিধৰ্ম যুক্ত শাস্ত্ৰ ।ভাগৱতত যিমান শুদ্ধ সত্য ভক্তিধৰ্ম আছে সিমান মায়াও আছে অতি ৰহস্যময় মায়াময় পদ উপদেশ সিদ্ধান্তও আছে তই কোৱা গাই বাই থকা ভাগৱতৰ সকলো কথা উপদেশ শুদ্ধ নহয় অতি ৰহস্যময় মায়াময় মায়াবী ।
এতিয়া উত্তৰ কেনেকৈ দিয়া কেনেকৈ প্ৰমাণ কৰি দিয়া অসম তথা জগতবাসীক চিন্তা কৰা কাৰণ তই তঁহত কেইটামানে অবিৰত ভাবে লোকক শাস্ত্ৰৰ ভুল বিকৃত অপব্যাখ্যা কৰি অসমৰ লোকক মতিভ্ৰম কৰাই ভক্তিধৰ্ম ভ্ৰষ্ট কৰি কলুষিত কৰিছা কৃষ্ণ শংকৰ মাধৱ ভাগৱত কীৰ্তনঘৈষা নামঘোষাৰ নামত ।
সঁচা কৈ ক'বলৈ গ'লে আজি কালি কি কি যে মহাপুৰুষ ওলালে মহাপুৰুষ দুজনাই ওলিয়া ধৰ্ম জ্যোতি ময় নাইকীয়া কৰিব।
আপুনি থিকে কৈছে, তেওঁতো মহাপুৰুষ নহয়, মহাপুৰুষ দুজনাই ওলিয়াৱা পূৰ্ব্ব ধৰ্ম বিকৃত ৰূপ দিবলৈ।
প্রকিত নৰকত যাব এই অধমটো যিয়ে নেকি ভাগৱত ভাঙনি নামত ব্যৱসায় কৰী শংকৰী - বামুনিয়া ফৈদ সৃষ্টি কৰি অসমীয়া মাজতে ভেদাভেদ আনি আছে, প্ৰকিততে জেহাদী এই অৰ্ধম টো ।
@@RajuSharma-h8i অসমত মহাপুৰুষ ধৰ্ম গুৰু তিনিজন গুৰু হৰিদেৱ ,গুৰু শংকৰদেৱ আৰু গুৰু দেৱ দামোদৰদেৱ ।মাধদেৱে গুৰু শংকৰদেৱৰ প্ৰধান শিষ্যহে ।ঠিক তেনেকৈ গুৰু দেৱ দামোদৰদেৱৰ প্ৰপন্ন শিষ্য গদ্য সাহিত্যৰ জনক কবিঐত্ন ভাগৱত ভট্টাচাৰ্য ভট্টদেৱ ।
@@RajuSharma-h8i মৰ্তমান শংকৰদেৱৰ ধৰ্ম আদৰ্শ শংকৰৰ শিষ্য সকলে বিকৃত কৰি শংকৰদেৱক নকল কৰিছে ।
আপোনাৰ কথা বিলাক শুনি বহুত ভাল লাগে বাপ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ সুন্দৰ কথা কইচে আপুনি কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ আমি সেৱা নিবেদিলো ।কৃষ্ণ কৃষ্ণ ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতে পূজাত নাম গাব পাৰে মানে তাৰ পৰা টকা ঘটিব পাৰে কিন্তু বৰঙণি দিব নোৱাৰে এইবোৰ কেনে কথা।
Krishna🙏🙏🙏🙏
কৃষ্ণ ৰাম নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধব ৰাঘৱ যদুননদন অচ্যুত কেশব বিষ্ণু হৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
Krishna krishna pranam pravu.
🎉krishna bap janar charane pranam❤ hundar bakhya🎉🎉🎉🎉
মই পূৰ্বজন্ম পূৰ্ব পুৰূষৰ তেজ কহিয়াই লৈ ফুৰিছো পৃতি মাতৃক সোৱৰি লাগিব বুলি ভাবো । ভাল তেজে ভাল কৰ্ম কৰিব অপৰাধ নধৰিব কৃষ্ণ ।
Krishna, krishna, krishna parom Prabhu jonar saron kamalot puwar vakti vora hewa nibedisu, krishna.
গুৰুজয়নতিত ঘৰে ঘৰে গৈ দান অনা পকেটখনত কৃষ্ণৰ কথা ভোৰাই আনে নেকি বাপ।আৰু মুৰত ঘিউ আছে যদিএনেকুৱা বচন নিলিখিব।আপোনালোকৰ দৰে বাপৰ বাবেই কৃষ্ণ কবলৈও তান পোৱা হৈছো,তথাপিও কৃষ্ণ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ, ভাল লাগিল, আপোনাৰ চৰন প্ৰঙ্কঁজত শতকোটি সেৱা নিবেদিছো ।🙏🙏🙏🙏
Krishna pran joi kra provu krishna
Krishna 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Pranjit bapor bidhi bidhan moni solato val,karon tew obotar purusattomor dore bidhi bidhan diboloi agbari goise, tewe bidhata, tewei biswa bramhandor malik.
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🌹🙏🙏🙏🙏
যি জনে ভাগবত বাখ্যা কৰিছে সেইজন নামৰ নে বামুনীয়া ভাগবত ভাগ আপুনি লিখা যেন লাগিছে কাৰন আপুনি নাম বামুনীয়া কৰি নামঘৰে নামঘৰে ধ'ম নামত বেবসায় কৰি টকা সংগ্ৰ্হ কৰি ধ'ম নামত কলংক আনিচে
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ l কৃষ্ণ কৃষ্ণ বাপ জনা নাম বৈকুণ্ঠৰ প্ৰকাশ মান কৃষ্ণৰ চৰণত আমি সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৈ আছে য়ে,, তেওঁ কোননো,, তেওঁ মৃত্যু হৈছিল নাই, কৃষ্ণক কোনোবাই দেখিছিল নিকি,,দেউতা মাক দেখিছোঁ,, এতিয়া কথাটো হ'ল মৃত্যু পাছত মা দেউতা পাহৰিব লাগে তেতিয়া হলে ভগৱান আমি,, কৃষ্ণ বুজি নাপালো,,
Ram Ram Krishna
কৃষ্ণ, গগৈদেৱ আপুনি ব্যক্ত কৰিলে যে মৃতকৰ আদ্য শ্ৰাদ্ধ এঘাৰ দিনত শেষ কৰাৰ পিছত মৃতকৰ হৈ ছমহীয়া -বছৰেকীয়া পাতিব নালাগে , তেন্তে আজি শ শ বছৰে শঙ্কৰ - মাধৱ গুৰু দুজনাৰ লগতে অসমৰ জনসমাজে নিজৰ পিতৃ আৰু মাতৃৰ মৃত্যু তিথি পালন কৰাতো ভুল বুলি ক'ব নেকি???
🎉
Moja
আই গৰাকীয়ে ভাগৱত পাঠ কৰিব আহোঁতে কোনেৱে দক্ষিণা নিদিব তেওঁ ইনে আহিব ।
Krishna krishna bap hewa jonalu bhokot hokole jani hudhe ne nejani hudhe najsnu mur mote hudhib nalage manuhor je bibek namor bostu eta ase tak khotab lage
পইচা দিলেও লব নাপাই। এটকা নোলোৱাকৈ অনুষ্ঠান কৰক । দেখিব আপোনাক ঈশ্বৰে মঙ্গল কৰিব আৰু। কৃষ্ণ। মইও এজন এক শৰণ হৰি নাম ধৰ্মৰ সঙ্গী। অপৰাধ ক্ষমা কৰিব। কৃষ্ণ
কৃষ্ণ বাপ, ভক্তি ভৰা হেৱা যাচিলো. কৃষ্ণ বাপ কালি আপোনাৰ আই গৰাকীৰ দিহা নাম খাৰি হোনি লো. ভাল লাগিল.
কৃষ্ণ 🙏🙏🙏
শঙ্কৰীয়া সকলে তেতিয়া হ'লে কিয় বামুণী য়া সকলৰ ঘৰলৈ চান্দা বিচাৰি আহে????
Good question
Dhuniya dise
আপুনি বিনা মুলীয়া কৈ ভাগৱত পাঠ কৰিবলৈ আহে নে ?
Yes
Krishna Krishna Ram Ram Krishna Krishna Ram Ram Krishna Krishna Ram Ram Krishna Krishna Ram Ram
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ
বাপ সুন্দৰ বৰ ভাল লাগিল
আচৰিত বানী আমাৰ ইতিহাস পাহৰি গল ।
Krishna Krishna Krishna Krishna Krishna Krishna Krishna
সত্য ন শৰ্মা ৰ দেহতে সেই বেমাৰ টো দেখা দিওক।কৃষ্ণ কৃষ্ণ কৃষ্ণ
বাপ 🙏 কৃষ্ণ কৃষ্ণ 🙏 ৰাম ৰাম 🙏
Krishna apunar aei amritmoi kothare amak udhar korejen krishna🙏🙏🙏 apunar soronot seywa jonaisu.
Krishna Krishna probhu apunar choronot hoto kuti pronam jonaisu Krishna Krishna
কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ
Lagea raho munna bhai
কৃষ্ণ বাপ। সেৱা জনালোঁ।
বাপ অধমৰ সেৱা গ্ৰহণ কৰিব। মই বহু বছৰ আনুমানিক ২৫ বছৰ আগতেই প্ৰভু এগৰাকীৰ ওচৰত সৰণ লোৱা হৈছিল কিন্তু চাকৰিৰ ব্যস্ততা তথা বিভিন্ন কাৰকৰ বাবে সকলো পাহৰি গলো এতিয়া উপায় কি হব। মই নিজকে বহুত দুখি অনুভৱ কৰিছো। উপায় এটা দিয়ক বাপ।(আমি জন্ম গত ভাৱে একসৰনিয়া)
Punar xaran karjyaxusit bahib Krishna Krishna Bap 👃👃
Krishna. Krishna 🙏🏻 🙏🏻 🙏🏻 🙏🏻
মনে মনে দানটো বাদেই শৰাই দিবও পায় ৷ ওচৰৰ মন্দিৰত হে যাব নাপায় আতৰৰ মন্দিৰত যাব পায় নহয় ৷ ফটো socil mediat upload dilehe gam pab .নিদিলেই হল ৷
@@BodhenBorah ইহঁতে মনে মনে সকলো মানে।।।🤣🤣
জগন্নাথৰ মূৰ্তি দৰ্শন!!!
ওচৰতে নামঘৰ প্ৰতিষ্ঠা!!!
জাৰজ কেইজনে নিজৰ পিতৃ মাতৃৰ মৃত্যু পিছত এবাৰো মনত নেপেলাই।
বেদ যদি নামানা তেনেহ'লে বিষ্ণুৰ কি দৰ্কাৰ আছিল যে তেওঁ মৎস্য অৱতাৰ লৈ চাৰি বেদ প্ৰলয়জলৰ পৰা উদ্ধাৰ কৰিবলৈ।
কৃষ্ণ কৃষ্ণ বাপজনা সেৱা ভাগি নিবেদিলো কৃষ্ণ।
Krishna.
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
ক'ত পালে নালাগে?কিকি শাস্ত্ৰ পঢ়িছে? ভগৱান এওঁ নেকি? দূৰ্গা দেৱীক নাজানে বিষ্ণুক কি জানিব? বৈষ্ণৱ মুখত টকাৰ মূল্য কি থাকে নেকি? অসমৰ মুছলমান মছজিদ হে থাকিব? ঈশ্বৰ এজন আকৌ এক ঈশ্বৰ বুলি কি কথা কয়?
krisna krisna buli duniya khon beya kori ase aijonai.aijona ak nambor somaj vangota.krisna bulile je xob xes xi kenedore gom pale
এই বোৰত লাগি থাকোঁতেই গ'ল।কিলাভ বুজি নাপালোঁ।
Krishna hari🙏 ram Narayan Narayan Narayan hari ram🙏🙏🙏🙏
কোনো সাষ্টত মাক দেউতাকৰ তিথি পাতিবলৈ মানা কৰা পোৱা নাই ।তিথিৰ দিনা তেওঁ লোকক স্মৰণ কৰিবলৈ ভকত বৈষ্ণৱ নাম এ কাষৰ গোৱাই আশীৰ্বাদ লোৱা হয় ।
বামুনৰ নাম নোলোকৈ তহতে মৰিব নোৱাৰা লবই লাগিব কাৰন তহতৰ দৰে মনুহৰ জীও নাজাব
Krishna krishna krishna
আপোনালোক বাপ সকলে মুখত এভাগ কামত 2টা কৰে ।
ব্ৰহ্ম বাক্য সংস্কৃতৰ শ্লোকৰ অবিহনে শ্ৰাদ্ধ, বিবাহ আদি সাক্ষী কৰি কৰা কাৰ্য্য আধৰুৱা হয়। বিধি পাঠ সেইকাৰণে আধৰুৱা। শংকৰ গুৰুৱে নিজেই সংস্কৃত ভাষাক মৰ্যদা দিছিল। কীৰ্তনৰ আগৰ শ্লোক, ভাওনাত সূত্ৰই কোৱা শ্লোক, মধু দানৱ দাৰণ দেৱ বৰং,অখণ্ড মন্দলাকৰাং, গুৰুৰ ব্ৰহ্ম গুৰুৰ বিষ্ণু আদি শ্লোক সংস্কৃতৰ গতিকে শংকৰ সংঘই ব্ৰাহ্মণৰ বিপক্ষে গৈ ভুল কৰে। শংকৰ দেৱক যদি সম্পূৰ্ণ ৰূপে অধ্যয়ন কৰিবলৈ হয় তেন্তে সত্ৰ সমূহক অনুকৰণ কৰক। আচল জ্ঞান সত্ৰত হে আছে।
কৃষ্ণ কৃষ্ণ 🙏🙏
Krishna Krishna