খুবেই সুন্দৰ ও আদৰণী বক্তৃতা আধ্যাত্মিক ও সাংস্কৃতিক ক্ষেত্ৰখনত ,বৰ্তমান নতুন প্ৰজন্মৰ বাবে,এখন সুন্দৰ সমাজ গঢ়িবলৈ আপোনাৰ দৰে বক্তাৰ প্ৰয়োজন আছে। কৃষ্ণ
Angelina Sangma has much knowledge about Sankardeva which is expressing with good art is unique it is need to share through the living touch of society which is the soul expression of human
বহুত সুন্দৰ নিদৰ্শন দেখিবলৈ ভাল লাগিছে 🙏
Bahut dhanya manilu jiwantik aie Angela Sangmai'r xaruwa bhaxon xuni. Dirghayu kamona korisu aieloi.
বহুত ভাল লাগিল শনি কৃষ্ণ 🙏
Bahut val lagil anjela kathabur Iman sundarkoi koba para. ❤❤❤❤❤
শত কোতি প্ৰনাম বাইদেউ আপোনাৰ ভাষন শুনি ইমানেই ভাল লাগে ক'বলৈ ভাষা নাই, আপোনাৰ ভাষনৰ মাজত মই বহু তত্ত্ব বিচাৰি পাইছোঁ।🙏🙏🙏🙏
অতি মনমোহা বক্তব্য,,, বহুত ভাল লাগিছে
কৃষ্ণ । সুন্দৰ বক্তব্য । তোমাৰ কথাবোৰ শুনি থাকিলে শুনি থাকিবৰ মন যায় ।তোমালৈ হিয়া ভৰা শুভেচ্ছা আৰু আৰ্শীবাদ যাছিচোঁ ।🙏
কৃষ্ণ অতি সুন্দৰ ভাষণ, অভিনন্দন জনায়চো,লগতে সুস্বাস্থ্য কামনা কৰিলোঁ
আপোনাৰ জ্ঞান অভিজ্ঞতা বক্তৃতা সঁচাকৈয়ে ধন্যবাদ ৰ উপযুক্ত পাত্ৰ, কৃষ্ণ প্ৰভুৱে আপোনাক কুশলে ৰাখক, কৃষ্ণ
কৃষ্ণ ৰাম নাৰায়ণ
তোমাৰ আধ্যাত্মিকতা আৰু সত্যবাদিতা স্পষ্টবাদিতাক সেৱা জনাইছো ৷ কৃষ্ণ ভগৱানে আগ বঢ়াই নিয়ক ৷ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৷
Bohut val lagil baidew vogobane apunak vale rakhok
Apunar kothabur xunile amr Dore Lora suwalibur aru akhuj agbarhiboloi prerona Pau xosai bohut val lagil xuni ❤❤
খুব ভাল লাগিল আপোনাৰ সাৰুৱা ভাষণ শুনি মন আপ্লুত হলো।কৃষ্ণ🙏🙏🙏
We salute to journals Anjala madam .for her knowledge best fruit ful speech .her speech batterment for society.
বৰ ভাল লাগিলে 🙏
তোমাৰ জ্ঞাৰ্তাথে মই জনাবলৈ পাই বৰ আনন্দিত যে গোলাঘাট জিলাৰ ফৰকাটিঙৰ পাঞ্চজণ্য প্ৰাথমিক শাখাৰ নামঘৰৰ মজিয়াত অকমানিহঁতৰ এটা অতিব সুন্দৰ খোল বাদনৰ দল গঠন হৈছে। তেওঁলোকে ওচৰৰ গাঁৱৰ নামঘৰত গৈ ভাওনাৰ আৰম্ভনিও কৰিছে।
আপোনাৰ মুল্যবন তত্ত্ব গধুৰ গুৰু দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ যি মন্তব্য প্ৰকাশ পাইছে সঁচাকৈ আকৰ্ষণীয়। আপোনাৰ বয়স অনুসৰি মন্তব্যৰ ধ্যান ধাৰণা বহুত উচ্চ মানদণ্ডৰ।। মই আশা কৰোঁ আপুনি আৰু বহু দুৰ আগুৱাই যোৱাৰ সু-ব্যৱস্থা গ্ৰহণ কৰিলে আনন্দিত হ'ম।।
Hoi, dada ! Nishyoi koi. Apunar kothat moiyu xohojug korilu. Dhanyabad.
sunddar explain , Krishna 🙏
খুবেই সুন্দৰ ও আদৰণী বক্তৃতা আধ্যাত্মিক ও সাংস্কৃতিক ক্ষেত্ৰখনত ,বৰ্তমান নতুন প্ৰজন্মৰ বাবে,এখন সুন্দৰ সমাজ গঢ়িবলৈ আপোনাৰ দৰে বক্তাৰ প্ৰয়োজন আছে। কৃষ্ণ
Krishna Krishna joy shree krishnay govindo Hore murari hay natho narayono nomo nomo 🙏🙏🙏
শংকৰে আপোনাক পুনৰ পাঠিকাৰ ৰূপ দিয়াৰ বাবে ধন্যবাদ জনালো ❤❤
,তুমি.ক.ধন্যবাদ. দীৰ্ঘায়ু হোৱা❤❤
শত শত প্ৰণাম বাইদেউ
Krishna, apunar pratito Katha bhut giyan lobo pari .apunar maa - deutak bhout bhut pranaam.
আপোনাৰ প্ৰত্যেক ভিডিঅ' বোৰ চাও বাইদেউ । বহুত ভাল লাগে ।
🙏🙏প্ৰণাম জনাইজো
Bahut hundar anjela dhanyabad
বহুত ভাল লাগিল ।
ভাবিছিলো অসম মুলোকৰ ৰাজ্যত আধ্যাত্মিক, নৈতিক, নীতি -নিয়ম শাস্ত্ৰ দৰ্শনৰ মাধ্যমেৰে প্ৰচাৰক নোলাব বুলি ভয় কৰি আছিলোঁ। কিন্তু এতিয়াৰ পৰা কোনো চিন্তা নাই। যিহেতুকে ভগৱানে পুনৰ অসমৰ অস্থিৰতা ৰক্ষা কৰিবলৈ নাৰদৰ জন্ম হৈছে। এঞ্জেলাক ভগৱান আপুনি হাতৰ মুঠিত ৰাখিবা। প্ৰণাম নিৰ্গুণ ভ্ৰম ঈশ্বৰ কৃষ্ণক 😮😮😮😮❤❤❤
❤bohut vall lagel❤
Krishna Krishna apunar vakhon huni bor val lagil ❤❤❤
BAA LOVE YOU SO MUCH 🎉❤🎉❤🎉❤
বৰ ভাল লাগিল 🙏
Bar bhal lagil❤❤❤❤❤❤
Bhogobane vale rakhok sundor kotha koise val lagil
Angelina Sangma has much knowledge about Sankardeva which is expressing with good art is unique it is need to share through the living touch of society which is the soul expression of human
বহুত বহুত ধন্যবাদ ।
।।জয় কৃষ্ণ 🙏।।জয় গুৰু শংকৰ🙏।। আপুনি বাইদেউ অতুলনীয়। ভগৱানৰে সৃষ্টি আপুনি। আপুনি সুস্বাস্থ্যৰে শতাধিক পৰম আয়ুস লাভ কৰক তাৰেই ভগৱানৰ ওচৰত কামনা ও প্ৰাৰ্থনা কৰিছো। কৃষ্ণ 🙏।
Baideu apuni bahut espasta badi apunar bhakhan khuni khasa koi hidoy sui jay apunar dore khantanak janma diya babe apunar maa deutak khahasa kuti pranam
সুন্দৰ ভাষন । তোমাৰ উজ্বল ভবিষ্যতৰ কামনা কৰিলো 21:43
কৃষ্ণ কৃষ্ণ সূন্দৰ বাৰ্তা🙏🙏🙏
কৃষ্ণ ৰ সেৱা হে ।...🙏💐👌👌👌
❤❤❤❤ অতি সুন্দৰ উপস্থাপন 🙏🏻 কৃষ্ণ আই 🙏🏻❤
সুন্দৰ।গুৰু বাদ্য সকলোতে নহয়
Hosake aljena vonti tumar portitu sobdi kotha hirdoi cui goi e 🙏🙏🙏🙏🙏🙏
Bohut val lage
Br vl hoise
Bor sundor suni thakibor mon Jai Krishna
খুব সুন্দৰ আগুৱাই যোৱা তুমি।ভালে থাকা।
Congratulations to Anjela for good performance at Rup Nagar Duliajan.
Heart touching speech.Thanks🙏
Krishna 🙏
Bohut bohut val lagile
I like it , God bless youuuu ❤️
Bhut val lagil tomar Katha khuni
100% Right.
Gah r num uthi gol heart touching ekdom 👌👌👌👌❤️❤️❤️❤️
কৃষ্ণ কৃষ্ণ কৃষ্ণ সেৱা জনাইছো ।বৰ ভাল লাগিল।
Very nce. Carry on. Salute u
শত শত প্ৰণাম বাইদেউ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ অসমীয়াগিৰী❤❤❤
মই ৰাইজৰ আৰ্শীষ বিছাৰিলো প্ৰণাম সকলোৱে মোলৈ অকনম পদধূলি প্ৰেৰণ কৰে যেন এঞ্জেলা।।
সত্যম জ্ঞানম অনন্তম ব্ৰহ্ম। জীৱ ও ব্ৰহ্ম এক ও অভিন্ন। ব্ৰহ্ম সৰ্বোচ্চ সত্য। ব্ৰহ্ম নিগূন সচিদানন্দ। ব্ৰহ্ম বিশুদ্ধ চেতনা। জীৱ জীবাত্মা চেতনা আত্মা আৰু ব্ৰহ্ম এক ও অভিন্ন। ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্ম ব্ৰহ্ম আৰাধনা প্ৰণালী। 1, শ্ৰৱণ 2মনন3নিদিধ্যাসন। অহম ব্ৰহ্মাশ্মি বুলি কানেয়ে ভালকৈ শুনা। মনন মানে মনত শুদ্ধতা স্থিৰ কৰা নিদিধ্যাসন বাস্তৱ সত্য উদ্ঘাটন কৰা। ব্ৰহ্ম সভাৰো উদ্ধত ভগৱান ও ব্ৰহ্মৰ ওপৰত নহয। ব্ৰহ্ম এক নিগূন ব্ৰহ্ম সচিদানন্দ। বাকী জগত বা প্ৰকৃতি বা দেহ নিত্য অমৰ ব্যক্ত নকৰে। নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত কল্পনাতীত কালৰ অতীত চৈতন্য সনাতন ইত্যাদি। ব্ৰহ্মক জানিলে ব্ৰহ্ম শক্তিৰ পৰা হোৱা মায়াৰ ভ্ৰম নাথাকে আৰু জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰে। নমস্কাৰ। প্ৰদীপ গগৈ গুৱাহাটী।
Majoni, go ahead, I am always with you.........
Bohut bhal lagise....
Apunar boktobyo....Akha korisu
Ene VDO. Punor paam...
Aru akhonor jubo projonmok utsah jugayy......
ভাল লাগিল কথা বোৰ শুনি।
ঠিক কথা কৈছে। গাৱত বহুত সুন্দৰ শিল্পী আছে।
❤ bohut hundor ❤❤❤❤
ভগৱানেকিপা কৰক❤❤
একদম সঁচা কথা কৈছে বাইদেউ 👍👍👍👍🙏🙏♥️♥️
Respected Nang Anjela Chang mai(reporter) thanks you very much to you as young reporter and best ideologist for giving so many News announcement and advices deliver among the societies.it is very good idia. But one thing. Now a days this medicinal precisely does not be successful completely. সাম্প্ৰতিক কালৰ মানুহৰ মন বুদ্ধি হ্নদয় চিন্তা চেতনা ধ্যান ধাৰণা পৌৰাণিক কালত ভাৰতীয় দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত ও প্ৰচলিত দিনৰ কথা কৈছোঁ যেতিয়া মহিষী সকলে অৰণ্যাশ্ৰম পাতিছিল আৰু তাত শিষ্য সকলক আধ্যাত্মিকতাবাদৰ মাধ্যমেৰে আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা মানৱীয় প্ৰমূল্যবোধ সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস ব্ৰহ্ম উপলব্ধি অনুভৱ অনুশীলন কৰিবলৈ শিকাইছিল। কিন্তু আজি তোমাৰ দিনত সাম্প্ৰতিক কালত দৈনিক কি ঘটে দুষ্ট দৈত্য দানৱৰ আসুৰিক খেল। কিয় হৈছে জানা জীৱ শ্ৰেষ্ঠ মানৱৰ মানৱতাৰ খ্ৰলন। জীৱন নিৰ্বাহৰ পদ্ধতি বা শিক্ষণ হৈছে শৈক্ষিক জ্ঞানৰ মূল ভেটি। স্বাৰ্থ সিদ্ধি মিছা ব্যেশা হত্যা লূন্থণ ফাকি ধনী মানি বৈষম্য সমাজ সংস্কাৰ সংস্কৃতি সঙবিধান ৰীতি-নীতি আহাৰ বিহাৰ ইন্দিয় আসক্তি পূৰ্ণ যুৱক আৰু যুৱতী পিতৃ মাতৃ সন্মানীয় ব্যক্তি সকলক অপমান মদ্যপান দুষ্কিতি পূৰ্ণ ব্যৱহাৰ। মনে প্ৰাণে হ্নদয়ে কামনা বাসনা আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰজ তম হিঙসা খিয়াল অহ্ঙকাৰ শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অনাচাৰ অভিমান ইত্যাদি অসৎ মানুহখিনিৰ মাজত থকা সৎ মানুহ সদাচাৰী জীৱনৰ অশেষ কষ্ট। মুখেৰে সকলো কৰে সলাগিব হাতে কামে পলাব। গতিকে তাহানিৰ যুগ আৰ্য সভ্যতা সংস্কৃতিৰ যুগ।সৌ তেতিয়াৰ যুগ পাটকাই পৰ্বত বগাই অহা ছ্যুকাফাই মুঙডুনছূন খামঙত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰা দিনৰ বুৰঞ্জী। বুৰঞ্জীৰ মহা নায়ক লাচিত বৰফুকনৰ নেতৃত্বত আহোমে মোগলক পৰাস্ত কৰে আৰু সেই সময়ৰ পৰিবেশ। বহুতো কথা সময় হে লেঠা। আজিৰ মানুহ কেতিয়াও নহয় মাটিৰ মানুহ । তাহানিৰ দৰে হোজা অসমীয়া। ভাৰত খন বহুবাৰ ঘুৰিলো। তাৰ পৰাই পূথিৱীৰ কথা শুনিলো। বহুতক জানো। নাজানো বহুতক। তোমাৰ মঙ্গল কামনাৰে আকৌ কলো ভালদৰে চাই চিন্তি জীৱ শ্ৰেষ্ঠ মানৱৰ মনৰ ভাৱনা বুজি আকৌ তাহানিৰ ৰংপুৰ থাইলেণ্ড লাওচ বাৰ্মা আহোম স্বৰ্গদেউ সকলৰ পুৰনি ঠাই সিফালে হিন্দু ধৰ্মৰ ব্ৰহ্ম সত্য জগৎ মিথ্যা। চাৰি বেদ ১৮পুৰাণ উপনিষদ গীতা ভাগৱত বেদান্ত দৰ্শন ৰামায়ণ মহাভাৰত মহাকাব্য আদি শাস্ত্ৰ সমূহ আধ্যাত্মিকতাবাদৰ পোষকতা ইত্যাদি বিভিন্ন ধৰণৰ কথা আমাক জনাব পাৰি। ধন্যবাদ।চাও প্ৰদীপ গগৈ। গুৱাহাটী। original upper Assam talam(jonai)
হোৱক দিয়া মই বেছি দিন ৰব লগা নহ'ল পুনৰ আকৌ এবাৰ এই স্হানতে হয় লগ পোৱাৰ সৌভাগ্য হ'ল আমাৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ ভাৰতীয় সমাজত প্ৰচলিত কৰাৰ মানসিকতাৰ অগ্ৰজ সকলৰ মাজত অৱহেলা হোৱাৰ বাবে এতিয়া আমি বহুতো দুঃখিত আৰু কষ্ট অনুভৱ কৰিব লগা হৈছে আমি প্ৰকৃততে হিন্দু ধৰ্মৰ সনাতনী সংজ্ঞাত পৰে বা নপৰে কিছুমান ঠাইত সন্দেহ প্ৰকাশ কৰাৰ সুযোগ লোৱাৰ লক্ষ্য কৰা যায়।।
এঞ্জেলা চাংমাই আজি মোৰ অন্তিম বাৰৰ অনুৰোধ থাকিব মোক এটি সত্য সুন্দৰ মন্তব্যৰ প্ৰয়োজন কি কোৱা কবৰ সুযোগ দিয়া হ'ল।।
সুন্দৰ ভাষন
Wishing a bright future
bohut val lagil bhaxontu xuni.
Very very good
👏👏👏
Krishna... Tumar hokolu boktokbyo mur hridoyot humai porise 🙏👍❤
Jai Jai Shree Ram Jai shree Krishna MODI MAHODAY JI SELUITE AAP KO NAMASKAR
Krishna,❤❤❤❤
তোমাৰ সাৰুৱা ভাষণ শুনি ভাল লাগিছে। তোমাৰ ভবিষ্যত উজ্বল কামনা কৰিলোঁ । ধন্যবাদ
Krishna eman xundorkoi koiche mon pran hori niche ❤❤❤
Krishna 🙏 krishna 🙏 krishna 🙏 iman hundor upostapon imn hunodor baikha manob homajok jiyai Tula abhagi prokhad probhu aru hokti diyok giyan diyok aru dirghayu kamona korilu baideo apunk ......aru ami protek jon manuhe jodi homaj khonr kotha apunr dore vabibo parilu hole aru aagowai jabo parim buli aakha rakhisu anagot dinburt
কৃষ্ণ ।আপোনাৰ ভাষণ বহুত ভাল লাগে ।
কৃষ্ণ 🙏
🙏🙏 vhal lagil
Khub bhal bhakhan, khub bhal kotha, apuni agbahi jauk , gurujanar akhirbad hadaya thakibo, bhagane apunak Mangal koribo, jate apuni kunu karenete nijar adarkha ketaio kahiniou atari nahe.
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
ইমান সুন্দৰ ভাষন ❤
Joy guru shankar, bahut sunder madam
কৃষ্ণ কৃষ্ণ
কৃষ্ণয়ে কৃপা কৰক
জয় গুৰু শঙ্কৰ
❤❤❤❤ very nice ❤❤❤❤ sister.❤❤❤❤
কৃষ্ণ আপোনাৰ কথা বহুতো সুন্দৰ লাগিছে ❤
Bahut Val lagise ba aponar katha xoni
নৱ বৈষ্ণৱ ধৰ্ম হৈছিল এজনী জীয়ৰী ছোৱালীক বিয়া কৰাইছিল যেনে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰথম গৰাকী আই মৃত্যুৰ পিছত দিত্বীয় বিবাহ জীয়ৰী ছোৱালীক বিবাহ পাতিবলৈ উপদেশ দিছিল। (নাম নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ)
কৃষ্ণ মোৰ ভাষা হেৰাই গৈছে বহুত সুন্দৰ
God bless you.
🎉 কৃষ্ণ আইগৰাকি
আই গঢ়াকিলৈ প্ৰণাম জনালোঁ🙏
Apunar protitu boktoby Amar Babe peronadaok.