Excellent song video, my favourite video, best song video, I love you this video, my favourite video, best song video, most beautiful song video, I love you this video.
Aami horu thakute Aamar colony t g kunu function patilei ei geet2 bojaisil. Horure pora Amar sobore mukhosto asil ei gaan Keita. Aji Moi nostalgic. Love you Goswami sir.
Purona gaan bur hunilehe mind tu fresh hoi mur.. Kimann meaning thka gaan.. Hunile buku sui jai.. Aji kali tu ankwa gaan naie.. Sobe njr LOVE story t busy.. Romantic song nhole nhunei.. Xosakoi Oxomiya jogot t ankwa gaan bur heirai goise.. New song r vtrt atya NAKSHATRA tu hunibo pra val gaan ata.. Moi bhabu oxomiya jogotoloi akou jen ebur gaan ghuri ahe..
Bohut dhuniya geet hkunile xuni thakibo mon jai moi jetiya khuru asilo tetiya redio t ai geet to bohut disil aru ai geet to dile bohut val lagisil akanto mone xunisilo ajio je amar majot anekua geet bilak jiyai ase tar babe bohut val lagise aru agoloi anekoiye jen thake .. best singer
এই গীত বোৰেই আমাৰ সংগীত কিমান উচ্চ মানৰ তাৰ পৰিচয় দিয়ে... আশা কৰো এই গীতবোৰ যাতে কেতিয়াও হেৰাই নেযায়... আমাৰ ভৱিষ্যত প্ৰজন্ম ও যাতে এই গীত বোৰ উপভোগ কৰিব পাৰে..
Excellent song video, my favourite video, best song video, I love you this video, my favourite video, best song video, I love you this video, my favourite video, best song video.
World no 1 best song video, my favourite video, best song video, I love you this video, my favourite video, best song video, my favourite video, best song video, I love you this video.
মই আজিৰ পৰা 3 দিন হল এই গান টো বিচাৰি আছিলোঁ আজিৰ পৰা 3 দিন আগত আমাৰ ঘৰৰ ওচৰত এজন মানুহে এই গান টো গুণগুণাই আছিল মুৰ এই গান টো কিবা এটা ভাল লাগিল মই লগালক you tube টো on Kori বহুত চেষ্টা কৰিলোঁ কিন্তু বিচাৰি নাপালো পিছত মই সেই মানুহ গৰাকীক কোলে যে আপুনি গান টো যে গুণগুণাই চিল মোক কোক চন গান টো আজি বিচাৰি পালোঁ ❤ Love from Sorbhog barpeta
Bhut vl lage ai geet bur xuni. Kin2 bortoman oxom khn ji fale goti kri ase. xeyehe vabile voy lage ai geet bur onagoto dn burot heray jbo buli. Ai omulyo geet bur xurokkhito kri rakhiboloi ami xokoluwe sesta kra usit.
Best song, my favourite song, I love you this song, marvelous, superhit, amazing, evergreen, world no 1 best,so sweet voice, marvelous, superhit, beautiful, awesome, excellent song
কি গীত আছিল, কি শব্দ, কি সুৰ, কি সুন্দৰ আৰু সাৱলীল পৰিৱেশন শৈলী,,, শুনি শুনি আমনি নলগা গীত এইবোৰ, লোকনাথ গোস্বামীৰ দুটি গীত প্ৰতিটো মূহুৰ্তত মোৰ মূখত থাকেই " আমোলমোল শেৱালীৰ গোন্ধ " আৰু মঘাই বুলে ঢোলৰ মাত "
আজিলৈকে মই এই দুটি গীতৰ লগত ফেৰ মাৰিব পৰা গীত শুনা নাই,,, ❤❤❤
খুব সুন্দৰ গীত, শুনিলে শুনি থাকিব মন যায়, মোৰ খুব প্ৰিয় গীত। ধন্যবাদ ছাৰ।
কোনে-কোনে , এই অপূৰ্ব সুন্দৰ গানটো শুনিছে , ২০২০'ত । 😍
জাতি মাতিৰ গোন্ধ থকা গীত .শুনিলে গা মন শীতল পৰি যায়.
শুনিলে শুনি থাকিব মন যায়.
বৰ সুন্দৰ ছাৰ। আপোনাক বহুত ধন্যবাদ ছাৰ। মন পৰসা গীত। মোৰ মনৰ গান।
এই গীতবোৰ জীয়াই ৰাখিবলৈ প্ৰতিজন অসমীয়াই চেষ্টা কৰা উচিত। কাৰণ, আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে এই গীতবোৰ।
Best Dr.Moghai Ojha,Dr.Loknath Goswami
শিল্পী গৰাকীৰ এক অনবদ্য ও অতুলনীয় অৱদান। যুগজয়ী গীত। সদায়েই প্ৰশংসিত হৈ থাকিব।
thanks dadada
এইবোৰ গানে প্ৰমান কৰে অসমীয়া সংগীতজগতখন কিমান চহকী। লগতে কল্পতৰু অনুস্থানটো বৰ ভাল লাগিছিল দে,এইবোৰ বৰ মনত পৰে
কি অপুৰ্ব সৃষ্টি এই গানটি । বাৰে বাৰে শুনিও হেপাঁহ নপলায় । আজিকালি এনেকুৱা গান শুনিবলৈ পোৱা নাযায় । সৃষ্টিৰ অভাৱ অনুভৱ কৰিছোঁ ।
Excellent song video, my favourite video, best song video, I love you this video, my favourite video, best song video, most beautiful song video, I love you this video.
অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ মাজৰ একতাৰ দোলডাল অধিক সুদৃঢ় কৰিবলৈ গীতৰ জৰিয়তে প্ৰয়াস কৰা সমন্বয়ৰ গীত।
Aami horu thakute Aamar colony t g kunu function patilei ei geet2 bojaisil. Horure pora Amar sobore mukhosto asil ei gaan Keita. Aji Moi nostalgic. Love you Goswami sir.
Long live Assamese culture.
বহুত ধুনীয়া গান.... হৃদয় ছুই যায় এইবোৰ গানেই
আমাৰ শৈশৱ এইবোৰ গীত শুনিয়েই পাৰ হৈছিল ।। এতিয়াও দেহৰ ৰন্ধে ৰন্ধে প্ৰবাহিত হৈ আছে এই চিৰসেউজ গীতসমূহ।।।।।।
কি যে সুমধুৰ গীত !!!
শুনিলে শুনি থাকিবৰ মন যায়।
অসমীয়া সংগীত জগতলৈ এই গীতটো এক অনবদ্য সংযোজন ৷ গীতটি সঁচাকৈয়ে বাৰে বাৰে শুনিবলৈ মন যায় ৷
Purona gaan bur hunilehe mind tu fresh hoi mur.. Kimann meaning thka gaan.. Hunile buku sui jai.. Aji kali tu ankwa gaan naie.. Sobe njr LOVE story t busy.. Romantic song nhole nhunei.. Xosakoi Oxomiya jogot t ankwa gaan bur heirai goise.. New song r vtrt atya NAKSHATRA tu hunibo pra val gaan ata.. Moi bhabu oxomiya jogotoloi akou jen ebur gaan ghuri ahe..
Very very nice
সচা কথা কৈছে
thanks dada
A gaan tu hulila, horu kal or kotha monot pori jai. One of my very fav song❤. Ak dom nostalgic hoi jau aru a geet ti hunila❤
Moja gan dei hosakoi.
সছাকৈ আগৰ এই গিট বোৰ বৰ মন মোহাৰ আছিল ❤❤❤❤❤❤❤❤❤
Best song video, superhit, beautiful, awesome, excellent song video
Bohut dhuniya geet hkunile xuni thakibo mon jai moi jetiya khuru asilo tetiya redio t ai geet to bohut disil aru ai geet to dile bohut val lagisil akanto mone xunisilo ajio je amar majot anekua geet bilak jiyai ase tar babe bohut val lagise aru agoloi anekoiye jen thake .. best singer
one of my most favourite song since school life. .. Guswami khuwa is a very genuine man. ... first I met him in mumbai 2016 Nov 9th
jani
Wow Bohutbohut bhal lagil huni 💕👌💕
এই গীত বোৰেই আমাৰ সংগীত কিমান উচ্চ মানৰ তাৰ পৰিচয় দিয়ে... আশা কৰো এই গীতবোৰ যাতে কেতিয়াও হেৰাই নেযায়... আমাৰ ভৱিষ্যত প্ৰজন্ম ও যাতে এই গীত বোৰ উপভোগ কৰিব পাৰে..
হয় । চিৰ যুগমীয়া গান ।
যিবিলাক অন্তৰত বহি গৈছে তাক কেনেকৈ আঁতৰাব ।
যুগমীয়া গীত যুগ যুগ এনেকৈয়েই থাকিব ।
Aponar Lagat moi sanmat
You
same wish
Lakhs of thanks sir, for this song. Aami anedore asom dekot bohhu vhaka vaki jono gono aakotar jorirea ban khai aasu, aaru thakim siro dinoloi.
কেঁচা মাটিৰ সোণ আছিল এইবোৰ গীত
আমাৰ সংগীত জগতত এক অনবদ্য সংযোজন......
Excellent song video, my favourite video, best song video, I love you this video, my favourite video, best song video, I love you this video, my favourite video, best song video.
I was looking for this song from a long time.. thanks!
বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ গীত।।।
Best song video, my favourite video, I love you this video, my favourite video, best song video, I love you this video.
I am very pleased with the lyric and meaning of the SOCIETY COORDINATION song.....🤗🤗🤗🤗🤝🤝🤝🤝🤝🏅🏅🏅🏅🏅🙏🙏🙏
ঐক্যবদ্ধতা কি মহান প্ৰকাশ।
Nice song
অতি সুন্দৰ সুৰিয়া গীত❤
bohut dhunia gaan.....anekua gaan lage amak....
saidul Ali
+Rana Ali 0000000000
+Rana Ali,00000000000ki nu?
সৰুৰে পৰা শুনি আহিছো এই সমন্বয়ৰ গীতটো । বৰ ভাল লাগে গীতটো । অসম থকালৈকে এই গীতটো অসমীয়াৰ বুকুত বাজি থাকিব ।
অতি আপুৰুগিয়া গীত উপহাৰ দিলে । তাৰ বাবে ধন্যবাদ
Thanks
@@nilutpolplays7283 ggggggg
Axom Amar hosakoi xuwoni rupohi aru moromi ...Ami hosakoi bhut lucky Ami ai axom r nibakhi .. I love my Assam
বৰ ধুনীয়া লাগে গীতো শুনি।পুৰণি গীতবোৰ শুনিলে শুনি থাকিব মন যায়।❤❤❤
Nice song I like you
World no 1 best song video, my favourite video, best song video, I love you this video, my favourite video, best song video, my favourite video, best song video, I love you this video.
Bohut val paw aigantu .
Aaibur Gaan Khuniley Blood Garam Hoi Jaai. Jai Aai Asom. U R Great Baidaw
শুনি আমনি নেলাগে।চিৰযুগমীয়া গীত।
চিৰ-সেউজ ❤️
চিৰসেউজত ৰ'দালিৰ ৰহন, আগৰৱালাই দিয়ে সোঁৱৰায় সোণসেৰিয়া কৃষ্টি ভাবিকালৰ সমাজলে লাগে নতুন সৃষ্টি।
Big fan
*সাম্প্ৰতিক সময়ত বৰকৈ প্ৰয়োজনীয় গীত*
Really,,, we as the member of new Assamese society should avoid caste discrimination and think for the unity of Assamese people
Sar iman Hundor gan huni thakibor mon jai ai Hundor monumuha gan bur jn hodai jiai thake aiai bhogobanor ushorot mur amar hokolure parthona krishno
সৰুতে ষ্টেজ পাৰফৰ্ম কৰোঁতে এই গীত টোৰে আৰম্ভ কৰোঁ।
গানটো এবাৰ শুনিলে শুনি থাকিব মন যায় ৷
Otikoi dhunia geet... Mon jur pori jai aibur geet hunile
Bor hundor lagil..
Aji ei gan tu hunibo kiba mon gol bohut dinor murot hunilu vhal lagil😌
Ati sunder house.
বৰ সুন্দৰ গান
সুন্দৰ গান👍
সুন্দৰ কন্ঠত পৰিবেশন কৰা জনপ্ৰিয় গীতটি য়ে মন্ত্ৰমূগ্ধ কৰিলে।
এইটো চেনেলৰ নাম কি????? শুনি কি ভাল লাগি| বা কি ভাল লগিল ||| বা বা
মোৰ সাংবাদিক জীৱনত গোস্বামী ককাইদেউৰ এটা সাক্ষাত্কাৰ লৈছিলো, প্ৰতিটো কথাই অন্তৰ পৰশি গৈছিল
অসমীয়া সংস্কৃতিক চহকী কৰাত অনবদ্য অৱদান আগবঢ়াই আহিছে এই গীত সমূহে।
এনেচিৰস্মৰণীয় গীত সমুহ বোজাসকলৰ বাৱে সদায়ে নতুনঃ
মই আজিৰ পৰা 3 দিন হল এই গান টো বিচাৰি আছিলোঁ আজিৰ পৰা 3 দিন আগত আমাৰ ঘৰৰ ওচৰত এজন মানুহে এই গান টো গুণগুণাই আছিল মুৰ এই গান টো কিবা এটা ভাল লাগিল মই লগালক you tube টো on Kori বহুত চেষ্টা কৰিলোঁ কিন্তু বিচাৰি নাপালো পিছত মই সেই মানুহ গৰাকীক কোলে যে আপুনি গান টো যে গুণগুণাই চিল মোক কোক চন গান টো আজি বিচাৰি পালোঁ ❤ Love from Sorbhog barpeta
Mur priyo geet hoi... 😍 😍 😍
Bahut val lagil dada
সচাই এনে গীতবোৰৰ কথা আৰু সুৰে মন পুলকিত কৰি তোলে। আপোনাৰ লৈ অশেষ ধন্যবাদ, গোস্বামী SIR. আপোনাৰ লোকৰ দৰে শিল্পী অসমী আই বুকুত বহু সোভাগ্য বলত হে পোৱা যায়। আপোনাৰ লোকৰ এনেবোৰ গীতৰ অৱদানৰ বাবে আমাৰ গীতৰ ভৰাল আজিও চহকী।এই মনোমোহা গীতবোৰ অসমীয়াই বুকুত যেন চিৰসেউজ হৈ ৰয় তাৰে কামনা কৰিলোঁ।
Bohut val gaan my favourite song👌👌👌
Khorute Dd1ot saisilu.. n tetiar porai fvrt .. birate dhunia n khundor geet..
বৰ সুন্দৰ গীত মহাশয় বৰ ভাল লাগিল।
Aponar geet xunio aamoni nalage xunileo xuni thakibo mon jai love you sir..
One of my most favourite song... Excellent lyrics an music
Guinness world records book world no 1 best song, my favourite song, I love you this song, my favourite song
এনেবোৰ গীত শুনিলে নিজকে অসমীয়া বুলি গৰ্বৰে কব paaruu
নিজৰ মাটিৰ গান মনমহা
Nice song
Xosake bohut dhuniya sang
Bht val lagil xuni
A great song with powerful lyrics and tune.
Bhut vl lage ai geet bur xuni. Kin2 bortoman oxom khn ji fale goti kri ase. xeyehe vabile voy lage ai geet bur onagoto dn burot heray jbo buli. Ai omulyo geet bur xurokkhito kri rakhiboloi ami xokoluwe sesta kra usit.
অসমীয়া সংগীতৰ সোণালী গীত এইবোৰ
Ki mojja gan o eman val lage khuni
Best song, my favourite song, I love you this song, marvelous, superhit, amazing, evergreen, world no 1 best,so sweet voice, marvelous, superhit, beautiful, awesome, excellent song
Nivaj asomiya mon pran jurua ati geet...
Borhiya gan
bohut vaal lagil gaantu honi.Bohut dinar murat honilu
সুন্দৰ গীত
bhut val lagil huni
বহুত ভাল লাগিল
Really good
Your welcome
Please play old sweet song
Thank
From goa
অতীতৰ বহু কথাই মনত পৰে এই গানটো শুনিলে । i love this songs
সুন্দৰ❤️
Nice
গানটো শুনি সৰু কালৰ কথাবোৰ মনত পৰি গ'ল মোৰ সৰুতে এই গানটো ৰেডিঅ'ত বহুত শুনিছিলো আজি আকৌ বহুত বছৰৰ পাছত শুনিলো।
এনেবোৰ গীত ৰেডিঅ' ত
শুণি বৰ ভাল লাগে !❤
সচাকৈ অতিতৰ গীত বোৰৰ লগত আজিৰ কোনো গীতে তুলনা নহয়। বহুত ভাল পাওঁ। ন-পুৰণি গীতবোৰ।
অন্যতম এটা ভাল লগা গীত।
One of my favourite song . I like this song. I like song very much
বাঃ কি সুন্দৰ গীত
অতি সুন্দৰ গীত
আপোনাৰ গীতবোৰ বহুত ভাল লাগে
এই গীতটি শুনি বৰ ভাল লাগে। অতি সুন্দৰ গীত।
Bahut val lage ai geet bilak huni ami hokolua ai geet bilak jiyai rakhibo lage old is gold