Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
চিৰ যুগমীয়া গীত।
বাইদেউ আপোনাৰ হু স্বাস্থ্যৰ কামনা কৰিলোঁ,ভগৱানে কৃপা কৰক ,মঙ্গল কৰক তাৰেই কামনা কৰিলোঁ,
পুৰণি।গান।। শুনি খুবেই ভাল লাগে আৰু আপোনাৰ কন্ঠ সুৰ।।বোৰকৈ।। ধুনীয়া
বাইদেউ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।পুৰনী গীতসমূহে অতীতৰ দিনবোৰলৈ বৰকৈ মনত পেলাই দিয়ে ,ম ই বৰ আবেগীক হয় যাও আজি মোৰ শৈশৱলৈ ঘুৰি যাবৰ মন গৈছে।
অতিতলৈ মনত পৰি যায়। বৰ ভাল পাওঁ এই গীত বোৰ।
বাইদেউ, আপুনি,সেই সময়লৈ, ঘূৰি,যাওক,ভগৱানক,ওচৰত, পাৰ্থনা,কৰিছো
যুগমীয়া গীত , শুনি থাকিলে ল'ৰালি দিনলৈ মনত পৰে । সেই দিন বোৰ কিমান মধুৰ আছিল !
বহুত ভাল লাগে দেই শুনি। মনত দুখ থাকিলেও দুখ বোৰ পাহৰি যাও সেইকন সময়ত,👪❤
গা-মন শাঁত পৰি যায় এইবোৰ গীত শুনিলে ❤আহ!কি সুন্দৰ গীত ❤
মোৰ প্ৰিয়া গীত।নমস্কাৰ বাইদেউ। দীৰ্ঘায়ু কামনা কৰিলো ।
সঁচা আগৰ দিনবিলাকলৈ মনত পৰে ধন্যবাদ
সদায় প্রিয় এই গীতবোৰ❤️শুনিলে লগত নোগোৱাকৈ নোৱাৰি ❤️❤️❤️
যুগমীয়া গীত বোৰ হুনিলে অতীত লৈ মনত পৰে ❤❤❤
মজা লাগিল আপোনাৰ গান পুৰণি গান বোৰ দি থাকিব চোন। ❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Eman Sundar ganbor val lagil
🎉 Nice collection. Thanks. from Andharpradesh neillore dist. Meil.
Aagr purni gan bure hridoi xat pori Jai thank you so much
নমিতা ভট্টাচাৰ্য্য বাইদেউ এই মন পৰক্ষা গীত বোৰ ইমান ভাল লাগে ,যিমান শুনিলে ও শুনি থাকিব মন যায় , আকাশ বাণী ডিব্ৰুগড় কেন্দ্ৰ ত বেছিকৈ হুৰৰ সাতসৰী অনুষ্ঠান টি ত শুনি বলৈ পাওঁ,,সঁচা কৈ এই গীত বোৰ সঁচা ই ইমান ভাল লাগে,
Puroni gaan mane moi pagol.radiot hunisilu atiya mobilot pai hukhi❤❤❤❤❤❤❤
ইমান ধনীয়া গীত ❤❤❤❤ শুনি ভাল লাগিছে ❤❤❤
K
My favorite song melody mur piyo singar nomita bhattacharya ❤ baideo
😊😊
Geet xuni val lagil thank s ; kabita geet bure morm usor spai Ane tomar mor val puwar nohoine baru ? 🎉🎉 @ 5&6 & ?
⁰ AA
Axomor Lata didi I love Nomita Baideu, apunar konthoi mur hridoy sui jai
সুনীলে শূনি থাকিবৰ মন যায়❤
আমাৰ যৌৱনকাল এনেবোৰ সংগীতেৰেই ওপচি আছিল,মন তাহানিলৈ উৰি যায়,
Amar jibon kalar sumdhur geetbur suni montu cata parijay.baideo aponar suodi kantha gitbbur saday jipal hoi thaki asamia samajak sanjibin diyak.
ভাল লাগিল গীত কেইটা শুনি
Pg
My faverat song
I like it remember to childhood nice songs hojai.
চিৰ সেউজ এই গীতবোৰ শুনি থাকিলেও হেঁপাহ নপলায়।
❤❤❤purani git hunile huni thakiboi mon jai❤❤❤
Bohut val lage aibur git huni abegik hoi jow
আজি কালি লাজেই নকৰে আৰু গানতও সোভা নাপাই ।তোমাৰ লৈ অশেষ ধন্যবাদ থাকিল 🎉🎉🎉
শুনি থাকিলে আমনি নলগা চিৰ সেউজীয়া গীত l❤🙏🙏🙏
🙏🙏🙏
After legendary Dipali Borthakur baideo, I rank sweetest Assamese singer--Anima Choudhury, Namita Bhattacharya, Queen Ojah and Vitali Das.
মোৰ সৰুকালটো এইবোৰ গীত শুনিয়েই পাৰ কৰি আহিছো। যিমান শিল্পী ওলালেও এইবোৰ শিল্পী দৰে হ'ব নোৱাৰে। এইবোৰ গীতৰ সোৱাদেই বেলেগ। এতিয়াও শুনো গান কিন্তু আগৰ অতিতৰ গানবোৰ।মানুহে কয় এইবোৰ গানেই শুনিছনে কিন্তু সিহঁতে এইবোৰ গানৰ অথ কি জানে। অসমৰ ৮০% মানুহে গান শুনিব নাজানে । সিহঁতে শুনে অটৱালা,ছেলফী,ডিস্ক, টেক্সী গাড়ী,পেডেল মাৰি, এইবোৰ কি গানেই হ'ল ।
What a great wonderful 👏 ❤️ song 🎵 hrartching love it and I will definitely try to sing please l have track please 🙏 ❤❤❤
মোৰ বৰ প্ৰিয় গীত ।❣️❣️❣️❣️
Nice ❤❤❤❤❤❤
আপোনাৰ কণ্ঠত এই গীত শুনি ভাল লাগিল❤❤❤❤
Sweet song sweet voice
মোৰ প্ৰিয় শিল্পীৰ সুৱদী কণ্ঠৰ প্ৰিয় গীত।
অতি সুন্দৰ চিৰসেউজ গীত।
💓 hundor lagise
আপোনাৰ তিনিতা গীত নহয় আগলৈই আকৌ শূনিবলৈ ৰৈই থাকিলো
😊so proud of you so happy son❤
Evergreen song no example with others modern song .we salute to respected N. Bhattacharya madam.
Extraordinary feeling
এই গানৰ ধাৰাটোৱে আধুনিকতাৰ নামত সলাই পেলাইছে ৷ এনেধৰণৰ গীত আজিকালি লিখাৰ অভাব নে জ্ঞানৰ অভাব ?
Atitoloi mont pori jai
পুৰণা গীতবোৰ মিঠা মধুৰ ৰসাল ❤❤❤❤❤❤❤❤
Mur balyo kal aibur gan sunisilu. Bixek koi deobare kolpoturu xunib napahorisilu.
❤খুব মনপৰশা গীত🙏
অতি সুন্দৰ
চিৰসেউজ❤
Barabhalhishe klbhabim aru 1:16❤1:49 1:51
Etiya he eibur gaanor ortho buji paisu
Very nice songs❤❤🎉
Nomita baidu uponer Goun tow bor Val lageel ❤
WowWowWowWow
অতীতটোৱেই স্থায়ী হৈ ৰৈ গ,ল
Old is always gold good song thanks
Mor bohut bhal lage geet tu
Namita baideo mur favourite singer hoi. ❤❤🎉
বাঃ কি মাত কি বাজনা কি সুৰ কি যে গীতৰ কথা অমৰ গীত এই বোৰকে কয় |
Namita Baa 🙏
Sooooo Sweet Song Amazing ❤❤❤🎉🎉🎉
Monot Santi lage..
Very melodious voice.
Very nice song
Bahut Val lagil
sundar
Sosweet songs mom's namaste
ৰেডিঅৰ পৰা কিমান যে শুনিলো উ: অতীতলৈ উভতি যাও .
My fevauurite Song
Nice song
Best song.
Namita baidew gaan Suni mur bor bhal Lage Utpal Jorhat
❤❤❤❤❤❤
My always favourite song, Evergreen song
Old is gold
Good. Song
❤❤❤❤❤🎉🎉🎉🎉🎉
নামৰূপৰ লৈ ম নট প ৰিল
Nice songs
Aibur gith hunila huni thakibor monjai aakow gaboloi loksun aajkali gitbur hunila khongha uthe
Mur priyo gaan bilak, huni thakibor mon jai, amoni nalage, montu puroni dinoloi gusi jai
❤❤❤❤❤❤no language ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Aitu Mur favourite song hoi
❤❤
Evergreen song😂
Ei geetbure mur sunamoi dinbur monot pelai diye aru mur source Pani ulai
Old is gold.
এই গীত বোৰ শুনিলে এৰি দিনবোৰলৈ মনত পৰি যায় 🙏🙏🙏
Yeibor gaan hunile horukalir dinbor barukoiye monot pore. Aaru sokur pani ulai aaru Maa- Deotakoi bohut monot pore.
Nice beautiful
ইমান সুন্দৰ, সুমধুৰ আৰু চিৰ সেউজ গীত শুনিলে শুনি থাকিবৰ মন যায়। গীতৰ কথা, সুৰ সকলো অনন্য অতুলনীয়, তাতে আকৌ মাননীয়া নমিতা ভট্টাচাৰ্য্য বাইদেউৰ দৰে এগৰাকী অভিজ্ঞ,কুকিল কণ্ঠী শিল্পীৰ কণ্ঠত গীত কেইটিয়ে প্ৰাণ পাই উঠিছে আৰু শ্ৰুতা মণ্ডলীকো সুৰৰ মায়া জালেৰে মোহাচন্ন কৰি ৰাখিছে। বাইদেউ যতেই আছে, পভু ভগৱন্তই সুখত ৰাখক, শান্তিত তাকেই কামনা কৰিলো। ধন্যবাদ।
Bor vl lage
Moi nigkey saisb Jan lagey baidew dirgiou kamna janalo
চিৰ যুগমীয়া গীত।
বাইদেউ আপোনাৰ হু স্বাস্থ্যৰ কামনা কৰিলোঁ,ভগৱানে কৃপা কৰক ,মঙ্গল কৰক তাৰেই কামনা কৰিলোঁ,
পুৰণি।গান।। শুনি খুবেই ভাল লাগে আৰু আপোনাৰ কন্ঠ সুৰ।।বোৰকৈ।। ধুনীয়া
বাইদেউ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।পুৰনী গীতসমূহে অতীতৰ দিনবোৰলৈ বৰকৈ মনত পেলাই দিয়ে ,ম ই বৰ আবেগীক হয় যাও আজি মোৰ শৈশৱলৈ ঘুৰি যাবৰ মন গৈছে।
অতিতলৈ মনত পৰি যায়। বৰ ভাল পাওঁ এই গীত বোৰ।
বাইদেউ, আপুনি,সেই সময়লৈ, ঘূৰি,যাওক,ভগৱানক,ওচৰত, পাৰ্থনা,কৰিছো
যুগমীয়া গীত , শুনি থাকিলে ল'ৰালি দিনলৈ মনত পৰে । সেই দিন বোৰ কিমান মধুৰ আছিল !
বহুত ভাল লাগে দেই শুনি। মনত দুখ থাকিলেও দুখ বোৰ পাহৰি যাও সেইকন সময়ত,👪❤
গা-মন শাঁত পৰি যায় এইবোৰ গীত শুনিলে ❤আহ!কি সুন্দৰ গীত ❤
মোৰ প্ৰিয়া গীত।নমস্কাৰ বাইদেউ। দীৰ্ঘায়ু কামনা কৰিলো ।
সঁচা আগৰ দিনবিলাকলৈ মনত পৰে ধন্যবাদ
সদায় প্রিয় এই গীতবোৰ❤️
শুনিলে লগত নোগোৱাকৈ নোৱাৰি ❤️❤️❤️
যুগমীয়া গীত বোৰ হুনিলে অতীত লৈ মনত পৰে ❤❤❤
মজা লাগিল আপোনাৰ গান পুৰণি গান বোৰ দি থাকিব চোন। ❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Eman Sundar ganbor val lagil
🎉 Nice collection. Thanks. from Andharpradesh neillore dist. Meil.
Aagr purni gan bure hridoi xat pori Jai thank you so much
নমিতা ভট্টাচাৰ্য্য বাইদেউ এই মন পৰক্ষা গীত বোৰ ইমান ভাল লাগে ,যিমান শুনিলে ও শুনি থাকিব মন যায় , আকাশ বাণী ডিব্ৰুগড় কেন্দ্ৰ ত বেছিকৈ হুৰৰ সাতসৰী অনুষ্ঠান টি ত শুনি বলৈ পাওঁ,,সঁচা কৈ এই গীত বোৰ সঁচা ই ইমান ভাল লাগে,
Puroni gaan mane moi pagol.radiot hunisilu atiya mobilot pai hukhi❤❤❤❤❤❤❤
ইমান ধনীয়া গীত ❤❤❤❤ শুনি ভাল লাগিছে ❤❤❤
K
My favorite song melody mur piyo singar nomita bhattacharya ❤ baideo
😊😊
Geet xuni val lagil thank s ; kabita geet bure morm usor spai Ane tomar mor val puwar nohoine baru ? 🎉🎉 @ 5&6 & ?
⁰ AA
Axomor Lata didi I love Nomita Baideu, apunar konthoi mur hridoy sui jai
সুনীলে শূনি থাকিবৰ মন যায়❤
আমাৰ যৌৱনকাল এনেবোৰ সংগীতেৰেই ওপচি আছিল,মন তাহানিলৈ উৰি যায়,
Amar jibon kalar sumdhur geetbur suni montu cata parijay.baideo aponar suodi kantha gitbbur saday jipal hoi thaki asamia samajak sanjibin diyak.
ভাল লাগিল গীত কেইটা শুনি
Pg
My faverat song
I like it remember to childhood nice songs hojai.
চিৰ সেউজ এই গীতবোৰ শুনি থাকিলেও হেঁপাহ নপলায়।
❤❤❤purani git hunile huni thakiboi mon jai❤❤❤
Bohut val lage aibur git huni abegik hoi jow
আজি কালি লাজেই নকৰে আৰু গানতও সোভা নাপাই ।তোমাৰ লৈ অশেষ ধন্যবাদ থাকিল 🎉🎉🎉
শুনি থাকিলে আমনি নলগা চিৰ সেউজীয়া গীত l❤🙏🙏🙏
🙏🙏🙏
After legendary Dipali Borthakur baideo, I rank sweetest Assamese singer--Anima Choudhury, Namita Bhattacharya, Queen Ojah and Vitali Das.
মোৰ সৰুকালটো এইবোৰ গীত শুনিয়েই পাৰ কৰি আহিছো। যিমান শিল্পী ওলালেও এইবোৰ শিল্পী দৰে হ'ব নোৱাৰে। এইবোৰ গীতৰ সোৱাদেই বেলেগ। এতিয়াও শুনো গান কিন্তু আগৰ অতিতৰ গানবোৰ।মানুহে কয় এইবোৰ গানেই শুনিছনে কিন্তু সিহঁতে এইবোৰ গানৰ অথ কি জানে। অসমৰ ৮০% মানুহে গান শুনিব নাজানে । সিহঁতে শুনে অটৱালা,ছেলফী,ডিস্ক, টেক্সী গাড়ী,পেডেল মাৰি, এইবোৰ কি গানেই হ'ল ।
What a great wonderful 👏 ❤️ song 🎵 hrartching love it and I will definitely try to sing please l have track please 🙏 ❤❤❤
মোৰ বৰ প্ৰিয় গীত ।❣️❣️❣️❣️
Nice ❤❤❤❤❤❤
আপোনাৰ কণ্ঠত এই গীত শুনি ভাল লাগিল❤❤❤❤
Sweet song sweet voice
মোৰ প্ৰিয় শিল্পীৰ সুৱদী কণ্ঠৰ প্ৰিয় গীত।
অতি সুন্দৰ চিৰসেউজ গীত।
💓 hundor lagise
আপোনাৰ তিনিতা গীত নহয় আগলৈই আকৌ শূনিবলৈ ৰৈই থাকিলো
😊so proud of you so happy son❤
Evergreen song no example with others modern song .we salute to respected N. Bhattacharya madam.
Extraordinary feeling
এই গানৰ ধাৰাটোৱে আধুনিকতাৰ নামত সলাই পেলাইছে ৷ এনেধৰণৰ গীত আজিকালি লিখাৰ অভাব নে জ্ঞানৰ অভাব ?
Atitoloi mont pori jai
পুৰণা গীতবোৰ মিঠা মধুৰ ৰসাল ❤❤❤❤❤❤❤❤
Mur balyo kal aibur gan sunisilu. Bixek koi deobare kolpoturu xunib napahorisilu.
ভাল লাগিল গীত কেইটা শুনি
❤খুব মনপৰশা গীত🙏
অতি সুন্দৰ
চিৰসেউজ❤
Barabhalhishe klbhabim aru 1:16❤
1:49 1:51
Etiya he eibur gaanor ortho buji paisu
Very nice songs❤❤🎉
Nomita baidu uponer Goun tow bor Val lageel ❤
Wow