কবিতাৰ শিৰোনাম: ইতিহাসে ৰিঙিয়াই By Ratul Das আবৃত্তি জনতাৰ শিল্পী: মহেন্দ্ৰ হাজৰিকা।
Вставка
- Опубліковано 16 жов 2024
- অসমৰ জনপ্ৰিয় আৰু মোৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু
জনতাৰ শিল্পী: মহেন্দ্ৰ হাজৰিকাৰ কন্ঠত আবৃত্তি লগতে কাব্যৰ পুণ: শব্দ ছন্দলংকাৰ আৰু সঙ্গীত কৰা মোৰ এটি বাস্তৱ গীতি কবিতা "ইতিহাসে ৰিঙিয়াই''
আপোনালোকলৈ আগবঢ়ালোঁ। আশাকৰোঁ আপোনালোকে মৰমৰে আকোঁৱালি ল'ব। আৰু অনুগ্ৰহ কৰি চেনেলটো Subscribe কৰিব। লগতে like, comment আৰু Share কৰিব।
Instagram id:- ratuldas1181
অতি সুন্দৰ,প্ৰণাম জনালোঁ ।
🙏🙏🙏
সুন্দৰ অতি সুন্দৰ বুকু কপি উঠা কাব্য ৰস ।শ্বহীদ প্ৰণামো তোমাক।
অতি মৰ্মস্পী কবিতা । তাতে আমাৰ মহেন্দ্ৰ ককাইদেউৰ বজ্ৰকণ্ঠত কবিতাটোৰ দুগুণে গুণ-জেউতি চৰিছে । কি বুলি শলাগিম কবি বৰক !!!! দেশৰ স্বাধীনতাৰ আন্দোলনত যি সকল মহান দেশ সেৱকে বৃটিছৰ বুট জোতাৰ গচক আৰু লাঠিৰ কোবত হাঁহি হাঁহি প্ৰাণ আহুতি দিলে সেই সকল শ্বহীদ ক এটোপাল তপত চকুলোৰে অশ্ৰু অঞ্জলী যাচিঁলো !।
আপোনাৰ ইমান ধুনীয়া মন্তব্যত সুখী হ'লো।হয় সেই শ্বহীদ সকলৰ আত্মাৰ সদগতিৰ কামনা কৰিয়েই এই কবিতাটি মই লিখিছিলোঁ, আৰু মৰমৰ মহেন্দ্ৰ দাই কবিতা টো আবৃত্তি কৰি দিয়াত তেওঁৰ ওচৰত কৃতজ্ঞ হৈ ৰ'লো।পাৰিলে কবিতাটো চেয়াৰ কৰিব সেই শ্বহীদ সকলৰ আত্মাই শান্তি পাব।
বৰ সুন্দৰ কৈ আবৃত্তি কৰিছে মহেন্দ্ৰ দাদাই ৷সুন্দৰ কবিতা ৷সুন্দৰ অলংকাৰ কবিতা ৷
সহৃদয়তাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
কবলৈ ভাষা নাই,, এটাই কওঁ আপুনি আৰু আগুৱাই যোৱা,,,,,,,
বৰ সুন্দৰ।কবলৈ ভাষা নাই।
সহৃদয়তাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
অন্তৰ চুই যোৱা অনন্য অনুভৱৰ সৈতে সুন্দৰ আবৃত্তি। মুগ্ধ হলো। প্ৰণাম জনালোঁ।
আন্তৰিকতাৰে আৰু সহৃদয়তাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤️
অতি সুন্দৰ কাব্যিক উপস্হাপন ....সুন্দৰ আবৃত্তি.....মন চুই গল
আন্তৰিকতাৰে বহুত বহুত ধন্যবাদ জনালো।
সঁচাকৈ বহুতো ভাল লাগিল ৰাতুল দা।
আন্তৰিক ধন্যবাদ জনালো।
মন চুই গ'ল
Bor khundor thkil dada Agwai jaouk hridoy xn kopi uthil
অন্তৰ চুই যোৱা অনুভৱ । বলিষ্ঠ আবৃত্তি আপ্লুত হ'লো
ধন্যবাদ জনালোঁ ❤️
বুকু কপাই যোৱা, হৃদয় স্পৰ্শী কি যে মহান শব্দশৈলী 😍🤗সঁচাকৈ বৰ প্ৰশংসনীয় 👌👍🙏
ধন্যবাদ জ্ঞাপন কৰিছোঁ।
বলিষ্ঠ কবিতা। হৃদয়স্পৰ্শী। শ্ৰদ্ধা নিবেদিলোঁ শ্বহীদ সকললৈ..
অশেষ ধন্যবাদ জনালো।
অতি সুন্দৰ কাব্যিক অনুভৱ
অশেষ ধন্যবাদ জনালোঁ।
অতি সুন্দৰ কবিতাৰ সুন্দৰ আবৃত্তিয়ে অন্তৰ চুই গ'ল 👌👌
আন্তৰিক আৰু মৰমেৰে ধন্যবাদ জনালোঁ ❤️❤️
হৃদয়স্পৰ্শী অন্তৰ চুই গ'ল😢😢
সুন্দৰ কথা সুন্দৰ আবৃত্তি।
আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ
সুন্দৰ। বৰ ভাল লাগিল।
Waoooo outstanding...gaar num khiyori utha 🤗😰😰😰
Xsai bhut vl lagile diok,najona ktha aji bhut gom palu.....
Tumak bohut bohut dhainoybad jonaisu
হৃদয় স্পৰ্শ কৰি গল
আন্তৰিক ধন্যবাদ জনালোঁ
Xochakoi bor xundor hoise....Hridoy sporsha kori gol...Congratulations !!! bhaiti
আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ বা 🙏
অতি সুন্দৰ👌
আন্তৰিক ধন্যবাদ জনালো আপোনাক।
বুকু কঁপাই যোৱা এটি সুন্দৰ কবিতা...।।
বৰ ভাল লাগিল শুনি।
আন্তৰিকতাৰে আৰু সহৃদয়তাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🙏
ধুনীয়া লাগিছে
ধুনীয়া
অশেষ ধন্যবাদ জনালোঁ।
বৰ ভাল লাগিল ।
Mojjaa lagise
সচাঁই বুকু কঁপি গৈছে দাদা আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিছো🙏❤
শ্ৰদ্ধাৰ হাজৰিকা দেৱলৈ সেৱা যাচিলো 🙏🙏❤
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক। তোমাৰ মন্তব্য পায় ধন্য হ'লো
@@kalongporia2330 আন্তৰিক স্বাগতম দাদা❤
Bohut val lagil khuni sir
Thank you
Bor dhuniya dada
বহুত বহুত ধন্যবাদ
Waoooooo,soooo nice bro😍😍😍
Xsai njna ktha gm plu..bhut vl lagise
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
বহুত ধুনীয়া আপোনাৰ কবিতাবোৰ
তোমাক আন্তৰিক ধন্যবাদ জনাইছোঁ
হৃদয়স্পৰ্খী ।
ধন্যবাদ
Xundor hoise
Xundor
Dhainoybad
অপূৰ্ব কন্ঠ সুন্দৰ কথা
আপোনাৰ মন্তব্য পায় ধন্য হ'লো। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ
Congratulations Ratul... keep it up
Dhainoybad janaisu
Dhunia
Dhainoybad janaisu
WOW
বহুত ধুনীয়া দাদা চকুপানী বাগৰি ধৰিল হেঁচা মাৰিলে বিষাদে । শুভেচ্ছা থাকিল দাদা আগুৱাই যাঁওক ভগৱানে সদায় কুশলে ৰাখক ।
তোমাৰ মন্তব্য আগবঢ়ায় মোক সুখী কৰিলা। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ
Very nice keep it up brother
Thank you so much
Dhuniya 😘😘
Dhainoybad janaisu
কবিতাটোৰ শব্দৰ সমাহাৰ সচাকৈয়ে প্ৰশংসনীয় ।
হয় আপোনাৰ মন্তব্য পায় ধন্য হ'লো। ধন্যবাদ জ্ঞাপন কৰিছোঁ
অতি সুন্দৰ দাদা
Proud to be kaibartta
Thank you so much ❤️
🙏🙏🙏🙏
Very very nice
Nice
সূন্দৰ 🙏
ধন্যবাদ জ্ঞাপন কৰিছোঁ
Val lagil xuni
Dhainoybad janaisu dei
Bor val hoise
Dhainoybad janaisu
Vl lgil ,apunk sb krilu muku in kri dea
Dhainoybad janaisu.nichoi kari dim
Ai jia ak bastab kabitai amak suwarai diye 83 andulanloi.ai kabitar kabi aru abritksr loi ases dhyanbad.asamia jatijagrat pahari.
অন্তৰ পৰশা ছবি
Bhal lagil apunar video tu sai👌 sub korilu apunak, apuniu muk sub koribo💙✨
ধন্যবাদ। নিশ্চয় কৰিম
বুকু কপাই তুলিলে
আন্তৰিকতাৰে ধন্যবাদ জনালো
Bohut dhuniya lagil sub karilu.plz back karibo.
Dhainoybad dei.nichoi
Ontor sui gol ....
Xasakoi aji mur vl lagise.
Vl lagile apunar video Tu sai😍 apunak 422 subs korilu apuniu mok subs back koribo buli akha rakhisu
Dhainoybad janaisu.l
Nice , moi apunar channel tu sub kori dilu apuniu mur channel tu sub kori dibo buli akha thakil
Dhainoybad janaisu dei.nichoi korim
@@kalongporia2330 ok
Moi apunar channel Tu subs kori dilu apuniu mor channel Tu subs kori dibo buli axa rakhilu 🙏
ধন্যবাদ। নিশ্চয় কৰিম
Bhai mur channel 2 subscribe kore dia moi kore delu 🙏 AXA thakel ❤️🖤
Dhainoybad.nichoi korim
Thank you so much ♥️😊......
Bohut dhuniya
Dhainoybad janaisu dei.chennal tu Subscribe karib dei
সুন্দৰ
ধন্যবাদ জ্ঞাপন কৰিছোঁ
Nice
🙏🙏🙏
Val lagil xuni
Dhainoybad janaisu dei sister
Nice
Nice
Dhainoybad janaisu dei
Nice
Nice
Thank you so much