সোণালী দিনৰ সুৰীয়া গীত । কণ্ঠশিল্পী, গীতিকাৰ মনোৰঞ্জন গগৈৰ গীতৰ এমুঠি নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ

Поділитися
Вставка
  • Опубліковано 27 жов 2024

КОМЕНТАРІ • 369

  • @DibyaranjanLachan-wx6kn
    @DibyaranjanLachan-wx6kn 7 місяців тому +4

    তেখেতৰ গীত শুনি শুনি ডাঙৰ হৈছোঁ বুলি কলেও মিছা কোৱা নহ'ব। সদায়ে তেখেতৰ আত্মাৰ চিৰ শান্তিৰ কামনা কৰো।

  • @ReenaDewri-lx6ql
    @ReenaDewri-lx6ql Рік тому +5

    ৰেডিঅ' শুনাৰ দিনবোৰলৈ বৰকৈ মনত পৰি গ'ল। দেওবৰীয়া দুপৰীয়া নাটক থুপ খাই সকলোৱে শুনি যি আনন্দ লাভ কৰিছিলো , সেই দিনবোৰ বৰ সুন্দৰ আছিল।❤️❤️👍👍

  • @anjumanidevi7054
    @anjumanidevi7054 Місяць тому +4

    অনাবিল আনন্দ পুৰণি গানত❤

  • @chimojitsharma3698
    @chimojitsharma3698 Рік тому +4

    অতীতলৈ মনত পৰিগল,প্ৰতিটো গীতেই মুখস্থ, বহুত আবেগিক হৈ পৰিলো

  • @ritamanisahariavillagevide9956
    @ritamanisahariavillagevide9956 11 місяців тому +3

    Agor sei dinboorei bohut val loga asil.❤❤❤

  • @--mxmmusicals3134
    @--mxmmusicals3134 Рік тому +3

    বৰ সুন্দৰ কৈ আলেখ্য প্ৰস্তুত কৰি অনুষ্ঠানটো পৰিবেশন কৰিছে। ভাল লাগিল। এই চেগতে প্ৰয়াত প্ৰিয় শিল্পী জনাক শ্ৰদ্ধা নিবেদন কৰিলোঁ।

  • @kabitabordoloii
    @kabitabordoloii Рік тому +2

    শৈশৱতে শুনিছিলো এই গীতবোৰ আজিও শুনিলে ভাল লাগে

  • @ujjalkonwar6930
    @ujjalkonwar6930 8 місяців тому +3

    Yeah! very nice. I still remember those time. Oh God! what times those were. I was in school and got ready for school listening to all this beautiful numbers on radio. But anyway, times move on so do we, don't we?

  • @sharatmaina4918
    @sharatmaina4918 9 місяців тому +3

    বৰ সুন্দৰ পদক্ষেপ

  • @juleedutta1821
    @juleedutta1821 8 місяців тому +2

    Hundor ❤👌👍

  • @Kiran-si2bf
    @Kiran-si2bf Рік тому +4

    বৰ ভাল লাগে ,ইমান সুমধুৰ গীত ,মই নিজকে আপুন পাহৰা হৈ পৰো,আশা কৰোঁ এনেকোৱা গীত poshar কৰি থাকে ,

  • @arupjyotisaikia7390
    @arupjyotisaikia7390 Рік тому +2

    মন ভৰি যোৱা সৃষ্টি । সকলো দুখ ভাগৰ দুৰ হৈ যায় ।

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw 23 дні тому +1

    কি কম কবলৈ ভাষা নাই সচাকৈয়ে অতীত কিমান মধুৰ আছিল কি সুন্দৰ গীত হৃদয় চুই যায় শুনি থাকিলেও হেপাহ নপলায় আজি আকৌ সেই দিনবোৰলৈ বহুত মনত পৰিছে আপোনাক অশেষ ধন্যবাদ জনালোঁ এনেধৰণৰ গীত আগলৈ যেন শুনিবলৈ পাওঁ তাৰেই আশা থাকিল বহুত বহুত বহুত ধন্যবাদ জনালোঁ ❤🙏🙏🙏🙏🙏❤

  • @DwipendraSharma
    @DwipendraSharma 6 місяців тому +3

    Silpi Monoranjan gogoi sir r geetbor xuni khub val lage . Hriday sui jua geet

  • @SonamikaBoruah
    @SonamikaBoruah 2 місяці тому +2

    অতিতক কেনেকৈ পাহৰি যাওঁ ভাল লাগিছে আজি গীত বোৰ শুনি ।আগলৈ আভ যাত্ৰী

  • @Ankrr-w3s
    @Ankrr-w3s 8 місяців тому +1

    Montu jipal koribole hole aibilak geet xuna oti awachyak .
    Chiro jugomiya ai geet br banibodho kri raijak diyar babe
    bohut dhanyabad .
    Bhobishyate ari borenya xilpir
    geet xunar axare

  • @hiteshborah1367
    @hiteshborah1367 Рік тому +1

    সচাকৈ বহু দিনৰ পিছত সুন্দৰ সন্ধিয়া এটি। গীতেৰে উপভোগ কৰি বৰ সুখী হলো ।

  • @jatinsarmah2300
    @jatinsarmah2300 2 роки тому +2

    সঁচাকৈ অতীত মধুৰ, বৰ্তমান গধুৰ ৷ শৈশৱৰ সোণালী দিনৰ স্মৃতি সোঁৱৰি কণ্ঠশিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদিলো ৷

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @DaisyRaniPatirDoley
    @DaisyRaniPatirDoley Місяць тому +1

    সুন্দৰ সুৰীয়া গীতবোৰ শুনি আপ্লুত হ'লোঁ!❤️❤️

  • @RatulKhanikar-k9u
    @RatulKhanikar-k9u Місяць тому +3

    পুৰনি গীত বোৰ সঁচাই ভাল লাগে।

  • @binodkakati7300
    @binodkakati7300 2 роки тому +6

    সুন্দৰ সুৰ, সুন্দৰ কণ্ঠ, সুন্দৰ গীত ! আজি বাপতি সাহোন আদৰৰ বিহুটিৰ দিনা এই গৰাকী মহান শিল্পীৰ বিহু সুৰীয়া গীতটি শুনি সঁচাকৈ নষ্টালজিক হৈ পৰিলোঁ ! মোৰ প্ৰিয় গীত এইটোও এটা !🙏🙏🙏

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому +2

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ । ধন্যবাদ

    • @binodkakati7300
      @binodkakati7300 2 роки тому

      @@RadioRodaliEntertainment মোৰ তৰফৰ পৰাও অলেখ অযুত শুভ কামনা জনালোঁ !

  • @manjukardong8270
    @manjukardong8270 Рік тому +2

    Bohu bashor murot huni bohut bhal lagil. Amar bakosor nisina radiotuloi manot poril.

  • @bijurajkhowa7114
    @bijurajkhowa7114 2 місяці тому +2

    এই গীতবোৰ শুনিবলৈ পাগল হৈ থাকো।❤❤❤❤❤

  • @binodkakati7300
    @binodkakati7300 2 роки тому +7

    সঁচাকৈ গীতটিয়ে আপোন পাহৰা কৰিলে ! গীতৰ কথা, সুৰ আৰু কণ্ঠ অতি সুন্দৰ ! মনোৰঞ্জন গগৈদেৱৰ গীতবোৰ শুনিলে শুনি থাকিবৰ মন যায় ! সচাঁকৈ সোণালী দিনৰ সুৰীয়া গীত ! গীতটি শুনি পুৰণি দিনবোৰ লৈ মনত পৰি নষ্টালজিক হৈ পৰিলোঁ ! কিন্তু দুখৰ বিষয়- আজি এই গৰাকী মহান শিল্পীৰ গীত শুনিবলৈ পোৱা নাযায় !🙏🙏🙏

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому +1

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

    • @tikendranathborah7027
      @tikendranathborah7027 2 місяці тому

      অতি বিতোপন

  • @nitulsenapati7435
    @nitulsenapati7435 Рік тому +3

    Bahut vl lgil puroni dinbur jen ghurai palu

  • @sanjaybora6117
    @sanjaybora6117 8 днів тому +1

    মোৰ প্ৰিয় গীতিকাৰ মনোৰঞ্জন গগৈৰ গীত শুনি বৰ ভাল লাগিল

  • @runamoniduarah694
    @runamoniduarah694 7 днів тому

    বহু দিনৰ অন্তত মনোৰঞ্জন গগৈ দেৱৰ গীত শুনি ভাল লাগিল। অতীতলৈ মনত পৰি গ'ল। ধন্যবাদ। ❤🙏

  • @bababoruah1027
    @bababoruah1027 Рік тому +2

    উফ❤️❤️❤️কি যে মধুৰ দিন আছিল❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @bababoruah1027
    @bababoruah1027 Рік тому +2

    লৰালিৰ সেই সোনোৱালী দিনবোৰলৈ মনত পৰি গল

  • @rabindratalukdar3191
    @rabindratalukdar3191 Рік тому +2

    সচাই এইবোৰ বৰ সুন্দৰ গীত । evergreen song

  • @rameshchsarma4406
    @rameshchsarma4406 Рік тому +3

    সঁচায় দেই ! মোৰ প্ৰিয় গায়কৰ এজন।নষ্টালজিক হৈ যোৱাৰেই কথা! আকাশবাণী গুৱাহাটীৰ প্ৰতিটো আধুনিক গীতৰ অনুস্থানেই মোৰ প্ৰিয় আছিল।ৰাতিপুৱাৰ গীতিমালিকা শুনিবলৈ মই কোনো দিনে এৰা নাছিলোঁ।

  • @chitradas4893
    @chitradas4893 Рік тому +3

    Dhunia geet

  • @hafizurrahman4757
    @hafizurrahman4757 Рік тому +2

    Rj অভিজিৎ দা আপোনাৰ কণ্ঠত অপূৰ্ব মেজিক আছে যিয়ে মোক বাৰুকৈয়ে উৎসাহিত কৰিছে | আশা কৰিছো আপোনাৰ কণ্ঠত গীতৰ কলি এটা শুনিবলৈ পাম | সঁচাকৈ আপোনাৰ মাতে মোক দেউলীয়া কৰিছে..... আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ 😊🥰😊

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Рік тому

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ❤️ ❤️

  • @ggv7608
    @ggv7608 2 роки тому +2

    Nice 👍 shearing 💕 ভাল লাগে আগৰ গানবোৰ #ganesh_Gogoi_vlog

  • @nabingogoi8689
    @nabingogoi8689 2 роки тому +57

    সচাঁই মনোৰঞ্জন গগৈ দাৰ গান আৰু সুৰে মানুহৰ মনত এক অনন্য আনন্দ দি যায় ।তেখেতৰ অকাল বিয়োগে অসমৰ অপূৰণীয় ক্ষতি কৰিলে ।তেখেতৰ বিদেহ আত্মা য'তে নাথাকক তাতে শান্তিৰে থাকক তাৰ বাবে আজি প্ৰাৰ্থনা জনালো ।ওঁম শান্তি ।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому +8

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।ধন্যবাদ

    • @nabingogoi8689
      @nabingogoi8689 2 роки тому +3

      নিশ্বয়।ভাল কালক সদায় প্ৰসংশা কৰি যাম ।অভিনন্দন জনালো

    • @mriduladas1878
      @mriduladas1878 2 роки тому

      .

    • @tankewarkalita1796
      @tankewarkalita1796 2 роки тому

      mo

    • @tankewarkalita1796
      @tankewarkalita1796 2 роки тому +1

      .,

  • @khokansarkar1483
    @khokansarkar1483 Рік тому +2

    সোণালী দিনৰ গীত শুনি বহত ভাল লাগিল।

  • @nilomonigogoi2121
    @nilomonigogoi2121 Рік тому +2

    বহুত ধুনীয়া ❤️

  • @abhijitborah5030
    @abhijitborah5030 2 роки тому +1

    লিখনিৰে বুজাব নোৱাৰা এক অনুভৱ। এই গীতবোৰে অতীতৰ সেই মধুৰ দিনবোৰলৈ বৰকৈ মনত পেলাই দিয়ে।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ । ধন্যবাদ ❤️

  • @bkgogoi8636
    @bkgogoi8636 Рік тому +3

    ৰেডিঅলৈ মনত পৰে আজি আমাৰ ঘৰত ৰেডিঅ নাই অতি সূন্দ গীত ❤🙏🙏🙏🙏🙏

  • @amarendrasarmah7915
    @amarendrasarmah7915 2 роки тому +2

    অন্তৰ চুইযোৱা গীত শুনি সচাকৈয়ে নষ্টালজিক অনুভৱ কৰিছো।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @harensaikia2554
    @harensaikia2554 2 роки тому +3

    মন ভৰি গ'ল.....।
    ... পাহৰণিৰ গৰ্ভত লুকাই থকা এই সুমধুৰ গীতকেইটি পুনৰ শুনোৱাৰ বাবে ধন্যবাদ শব্দটি অতি ক্ষুদ্ৰ হ'ব। সচাকৈয়ে ৰেডিঅ শুনা তাহানিৰ দিনবোৰলৈ মনত পৰি গ'ল। আন্তৰিক ধন্যবাদ নিবেদিলোঁ ॥

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @nabajitsarma4974
    @nabajitsarma4974 Рік тому +2

    বহুত ভাল লাগিল

  • @mahendradas1610
    @mahendradas1610 Рік тому +3

    Mahendra dad, realy sonali dinar suria geet

  • @leenahandique4285
    @leenahandique4285 2 роки тому +3

    বহত।ভাল।লাগিল

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @harenborah4086
    @harenborah4086 Рік тому +3

    এলাগী হৈ পৰি থকা ৰেডিঅ'টোলৈ বাৰে বাৰে ঘুৰি চাইছো।

  • @sudarshinagogoi3395
    @sudarshinagogoi3395 Місяць тому +2

    Hosakoi, agor hei gitanjoli,hurorhathori anusthanti bohut bhal laisil .anor ghorot huniboloi goisilu emnei bhal Pau.

  • @abharanisonowal3099
    @abharanisonowal3099 2 роки тому +2

    মন‌ভৰি‌ গল্ আপোনালৈ ধন্যবাদ

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @sabitriduttas9249
    @sabitriduttas9249 2 роки тому +2

    বহুত সুন্দৰ গীত বহুত ভাল লাগে শুনি।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому +1

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ । ধন্যবাদ

  • @prodipduarah5177
    @prodipduarah5177 2 роки тому +2

    Very good programme,attractive,Melodious evergreen culture,keep it on thanks.

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      Thank you so much ❤️ stay in touch

    • @digantadutta4688
      @digantadutta4688 Рік тому

      Very good comments to the music lovers they also go ahead yours good comments thanks again and

  • @kaminiray4904
    @kaminiray4904 2 роки тому +1

    সুন্দৰ গীত , সৰু থাকতে শুনিছিলো ,আজি আকৌ শুনিবলৈ পাই বৰ ভাল লাগিল ।
    সংশ্লিষ্ট সকলোলৈ ধন্যবাদ

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому +1

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

    • @kaminiray4904
      @kaminiray4904 2 роки тому

      নিশ্চয়

  • @gayatricreation4903
    @gayatricreation4903 Рік тому +2

    পূৰনি দিনলৈ মনত পৰি গ'ল

  • @jagadisnath7439
    @jagadisnath7439 2 роки тому +1

    বৰ সুন্দৰ লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছো।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @mamaassam3044
    @mamaassam3044 2 роки тому +1

    Oti khundar padokhep val lagil👍👍👌+🔔✔️❤🌺

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 роки тому +1

    কামিনী কুমাৰ গোহাঁই ৰচনা কৰা আৰু মনোৰঞ্জন গগৈয়ে কন্ঠদান কৰা বিহু সুৰীয়া এই চিৰসেউজ গীতটো তাহানিতে শুনিছিলো। আজি বিচাৰি পাই ভাল লাগিল।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @debojitahomrk6645
    @debojitahomrk6645 2 роки тому +2

    🙏সৰুতে radioত শুনিবলৈ পোৱা গীত কেইটা আজি আপোনাৰ যোগেদি শুনিবলৈ পাই মই আৰু মোৰ মা-দেউতাই বৰ হেঁপাহেৰে শুনিলোঁ । আগলৈ এনেধৰণৰ গীত পাই থাকিম বুলি আশা কৰিলোঁ । ধন্যবাদ 👍👍👍👍👍❤️❤️❤️❤️❤️

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому +1

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ । ধন্যবাদ

  • @jagadisnath7439
    @jagadisnath7439 2 роки тому +3

    বৰ সুন্দৰ লাগিছে।নিজকে বয়স কমি ল'ৰা যেন লাগিছে।এনে গীত বিলাক আৰু শুনাবচোন।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @mamonipator7640
    @mamonipator7640 2 роки тому +1

    Xasai muhaniya geet. Dhuniya. Thanks

  • @rajeshbharali14
    @rajeshbharali14 Рік тому +3

    Aapunak dhanyawad janaisu geet jugan dharar babe

  • @UjjwalBharali-qi2ub
    @UjjwalBharali-qi2ub Рік тому +2

    Hosakoi purona gan bur bohut val huni huni. ❤

  • @surenkachari6911
    @surenkachari6911 2 роки тому +1

    বন্ধু মনোৰঞ্জন দলে এতিয়া কত আছা নেজানো।90ৰ দশকত যেতিয়া মাজুলী কলেজত আছিলো তোমাৰ কণ্ঠত মনোৰঞ্জন গগৈ ৰ এই গীত বিলাক শুনিছিলো। খুব মনত পৰিছে তোমাক।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @saraswatichaliha5773
    @saraswatichaliha5773 2 роки тому +2

    সচাই মন চুই যোৱা গীত

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @usharanirabha8158
    @usharanirabha8158 2 роки тому +3

    Dhuniya 💚💮💮

  • @saitendrarajbonshi6927
    @saitendrarajbonshi6927 8 днів тому

    Hosai mon pran sui jua geet dei.

  • @kon149
    @kon149 2 роки тому +1

    এই চিৰসেউজ গীতটোবোৰ বহুত দিনৰ পাছত শুনিবলৈ পালোঁ।ৰেডিঅ'ত শুনিছিলোঁ স্কুলৰ দিনতেই।সঁচাই আপ্লুত হ'লোঁ।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @rupanjalisonowal5176
    @rupanjalisonowal5176 Рік тому +1

    Khub. Bhal kam karise uponi.all the best.

  • @meenakshigogoi-om4ct
    @meenakshigogoi-om4ct Рік тому +3

    Super Find

  • @mirabaruah3510
    @mirabaruah3510 2 роки тому +1

    বহুত ভাল লগা গীত,ধন্যবাদ জনালোঁ

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @jayantatalukdar7623
    @jayantatalukdar7623 6 місяців тому +1

    ❤❤❤❤❤❤❤❤❤❤ ভাল লগিছে... ৰেডিঅ এতিয়া নাইকীয়া e hoi gol

  • @biplobibhorali510
    @biplobibhorali510 Рік тому +1

    School r sai samay buralai bar monot pare. Ai geet bur Suni suni schoolalai saju haisilu.. Apunak Bohut dhnyabad.

  • @dilip_baruah1108
    @dilip_baruah1108 2 роки тому +1

    অতি সুন্দৰ ব্যৱস্থা❤❤❤

  • @monimalaborah6418
    @monimalaborah6418 2 роки тому +1

    Uff kiman je vaal lage hei dinbur. Nijeu gaisilu. Moor prio geetu tumi moor jibonore huijyo hikha. Bohut galu hei geettu. Hosai montu hemeki ahil... 🙏🙏🙏🙏🙏

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @utolamon
    @utolamon Рік тому +2

    Bhal lagil❤

  • @chitradas4893
    @chitradas4893 Рік тому +1

    Bihu suria geet xuni bar vaal lagil

  • @manimalagogoi9638
    @manimalagogoi9638 2 роки тому +1

    দাদাৰ গান কেইটাই তাহানিৰ ৰেডিঅৰ কথা মনত পেলাই দিলে ৷তাৰ বাবেআৰ জে অভিজিৎ দালৈ ধন্যবাদ ৷

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ । ধন্যবাদ

  • @digantadutta4688
    @digantadutta4688 Рік тому +1

    Great song again we all love

  • @HemprAva
    @HemprAva 2 роки тому

    অপূৰ্ব কণ্ঠ, অপূৰ্ব সুৰ,অপূৰ্ব গীতৰ কথা।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @MahananGogoi
    @MahananGogoi 2 роки тому +1

    Wow! Just wonderful.. Reminded my childhood.... Far far away from home and Assam, yet felt like gone back home and as if in my childhood again ... Real nostalgia 👍👍👍👍

  • @junugogoi4732
    @junugogoi4732 Рік тому +3

    Nice song

  • @pratimabhuyan4155
    @pratimabhuyan4155 2 роки тому +1

    ইমান ধুনীয়া গীতৰ কথা সুৰ ।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @gunadachetia8694
    @gunadachetia8694 2 роки тому +1

    সচাঁকৈ মনোৰঞ্জন দাৰ গানবিলাক শুনিলে শুনি থাকিবলৈ মন যায়

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @nagendeka6625
    @nagendeka6625 Рік тому +2

    অনুপম।

  • @prithvirajborah114
    @prithvirajborah114 2 роки тому +3

    Beautiful very beautiful

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому +1

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ । ধন্যবাদ

  • @chandrakamaldeori6419
    @chandrakamaldeori6419 2 роки тому +3

    dangaria aponak bahot bahot dhainiyabat ei gitkeita r babe

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому +1

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @rekhamonigogoi6729
    @rekhamonigogoi6729 2 роки тому +1

    Dangoria ki buli je dhanyabad dim apunak ,aeri oha smiti bilake Mon muhasonna kori pelaise o , aei geetbilakor madokotai beleg bohut vl lagil

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @angelsstudio7527
    @angelsstudio7527 2 роки тому +1

    Khub Hundor proyakh.. Nostalgic gaan bilak hodaiyei nostalgic..

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому +1

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @moheshpegu1438
    @moheshpegu1438 Рік тому +1

    সচাই ভাল লাগিছে শুনি

  • @anupamphukan3617
    @anupamphukan3617 2 роки тому +2

    সুন্দৰ ব্যৱস্থাৰ প্ৰয়াস । ভাল লাগিল আপোনাৰ চিন্তাধাৰা । আগলৈও এনে অদিঅ আৰু ভিডিঅ পাম বুলি আশা কৰিলো !

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।😍

  • @kusumsharma4537
    @kusumsharma4537 Рік тому +2

    Moji🎉🎉

  • @gaganchandrahazarika4605
    @gaganchandrahazarika4605 2 роки тому +1

    সুন্দৰ গীতৰ সঙ্কলন।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ ।শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @amritkotoky9383
    @amritkotoky9383 2 роки тому +1

    বহুত দিনৰ মূৰত গান কেইটা শুনি ভাল লাগিল

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @DipaThengal
    @DipaThengal 10 днів тому

    Ak bujabo nuara anuvutia amoni kori gol puroni xuria gita bohut bohut xuvo kamona thakil.

  • @luishlemaboruah5064
    @luishlemaboruah5064 2 роки тому +1

    আপ্লুত হৈ শুনিলো। আৰু বহু বাৰ শুনিম

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @renunaezary3810
    @renunaezary3810 2 роки тому +1

    Bahudinar para bisari asilu finally aji pai galu bahut thanks agoloiku pam buli akha rakhilu

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @surenboruah3241
    @surenboruah3241 2 роки тому +3

    👌👌👌

  • @debakantadas9216
    @debakantadas9216 2 роки тому +1

    মনোৰঞ্জন গগৈদা মোৰ শৈশৱৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অদিতিয় কন্ঠ শিল্পী আচিল ৷ তেখেতৰ শ্ৰুতিমধুৰ গীত সমূহ সদায় আমাৰ জনজীৱনত চিৰপ্ৰবহমান হৈ থাকিব ৷ ওঁম শান্তি ৷৷

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому +1

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @poragjyotisaikia499
    @poragjyotisaikia499 Рік тому +1

    Thanks🌹 from💯 Andhrapradesh, Nelloredistric.

  • @Art.music--710
    @Art.music--710 2 роки тому +4

    Beautiful 👌👌

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @mamonipator7640
    @mamonipator7640 2 роки тому +1

    A a kobo nalage aru. Iman dhuniya geetbur xunaise. Apunak thanks.

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 роки тому

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @iveehazarika3737
    @iveehazarika3737 8 місяців тому +1

    Good.❤❤❤❤❤❤❤

  • @sobisobibhuyan8812
    @sobisobibhuyan8812 Рік тому +2

    Hosai huni thakibo mon Jai.