Fagun | Zubeen Garg | Sasanka Samir | Jayanta Kakati | Bablu | New Assamese Song 2020

Поділитися
Вставка
  • Опубліковано 11 вер 2024
  • #NewAssameseSong#ZubeenGarg#SasankaSamir
    ♪ DOWNLOAD/STREAM FROM THE BELOW LINKS ♪
    ● iTunes - itunes.apple.c...
    ● Spotify - open.spotify.c...
    ● Deezer - www.deezer.com...
    ● JioSaavn - www.jiosaavn.c...
    ● Gaana - gaana.com/song...
    ● Wynk - wynk.in/u/Cohb...
    ♬ AUDIO CREDITS ♬
    Song - Fagun
    Singer - Zubeen Garg
    Music & Tune - Jayanta Kakati
    Music Arrangement - Bablu
    Lyrics - Sasanka Samir
    Flute - Pradeep
    Tabla - Raja Barua
    Recorded @Sound & Silence by Sekhar Jyoti Goswami
    Mix & Mastered by - Bhupesh Saikia
    SPECIAL THANKS :
    GARIMA SAIKIA GARG
    KUSSUM KAILASH
    SHYAMANTAK
    BIJIT TAMULY
    PARTHA PRATIM GOGOI
    SAMEERAN
    PORAN BARKATOKY (JOJO)
    NAVANITA SHARMA
    MUSIC LABEL - DHWANI RECORDS
    © 2020 DHWANI RECORDS
    ◆ FOR MORE UPDATES ◆
    ► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
    ► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
    ► FOLLOW US ON INSTAGRAM - / dhwanirecords
    ► FOLLOW US ON TWITTER - / dhwanirecords
    ► SUBSCRIBE OUR UA-cam CHANNEL - / dhwanirecords

КОМЕНТАРІ • 1,7 тис.

  • @marulidharrabha8339
    @marulidharrabha8339 2 роки тому +98

    বাহিৰত কিনকিনিয়া বৰষুণ + অন্ধকাৰ ৰুম + গভীৰ ৰাতি + কিছু স্মৃতি + চকুত চকুৰ পানী + ফোনৰ স্ক্ৰিনত কাৰোবাৰ ছবি + কানত হেড ফোন + আৰু এই গানটো,,,আহ,,, কি,, মজা। জয় জুবিন দা।❤️❤️
    18/12/2021 তাৰিখ 🍁🍁

    • @alakeshsvlog
      @alakeshsvlog Рік тому +5

      গীতটো আজি শুনিলো বাহিৰত চিকিমিকি +কিছু বতাহ +মনত বহুত স্মৃতি +গানটো =উফ কি যে মজা😌🙏🏿

  • @kangkanakashyap9678
    @kangkanakashyap9678 4 роки тому +57

    সদায় প্ৰিয় ❤️। এবাৰ ভৰি খন চুবলৈ বোৰ ইচ্ছা । এবাৰ দাদা ক গুবামাৰি ধৰিবলৈ বহুত ইচ্ছা আছে❤️❤️

  • @abinashbokalial_cse_3633
    @abinashbokalial_cse_3633 4 роки тому +364

    ইমান সুন্দৰ কথা...... অাৰু কন্ঠ দিয়া জন মোৰ ভগবান...... জয় জুবিন দা❤..... জুবিন দাৰ বাবে এটা like ❤

  • @rantunath305
    @rantunath305 Рік тому +33

    ফাগুন মানেই কেৱল শেষ নহয়..ফাগুন মানে এক নতুন জীৱনৰো আৰম্ভনি❤❤❤

  • @rituparnachetia6395
    @rituparnachetia6395 4 роки тому +864

    ফাগুনৰ প্ৰথম দিনাই এটি ধুনীয়া গান.... ফাগুন মানে কেৱল হিয়া দিয়া নিয়াৰ বতৰ নহয়, সৰাপাতৰ মাজত থাকে ভগা হৃদয়ৰ ছবি

    • @nipuhaloi3617
      @nipuhaloi3617 4 роки тому +4

      💔

    • @KuuShorts
      @KuuShorts 4 роки тому +19

      ফাগুনৰ প্ৰথম দিনাই জুবিন দাৰ দ্বাৰা এটি আবেগিক সংগীত । ফাগুন মানেই কেৱল হিয়া দিয়া বতৰ নহয়, সৰাপাতৰ আঁৰত লুকাই থাকে কাৰোবাৰ ঠান-বান হৈ যোৱা হৃদয়ৰ মৰ্মান্তিক ছবি ।

    • @barnalichakraborty6785
      @barnalichakraborty6785 4 роки тому +1

      Heart touching song...🙏

    • @bbbrosmusicofficial
      @bbbrosmusicofficial 4 роки тому

      Superb. Much love from twins. 😍

    • @minakshisfoodcourt4804
      @minakshisfoodcourt4804 4 роки тому +2

      এটি মনপৰশা গীত, হৃদয় চুই গ'ল

  • @pallabidas5173
    @pallabidas5173 4 роки тому +526

    লকডাউন + মাজৰাতি + আন্ধাৰ কোঠা+ হেডফোন+ জুবিন দাৰ কন্ঠ + তাৰ স্মৃতিবোৰ = অনাবিল শান্তি❤

  • @dipuboruah7300
    @dipuboruah7300 4 роки тому +395

    সমীৰ দা আপোনাৰ শব্দৰ গাঁথনি সঁচাই অতুলনীয় তাতে জুবিন দাৰ কণ্ঠত 💕

  • @niranjansaikia2860
    @niranjansaikia2860 4 роки тому +9

    কি অপূৰ্ব সৃষ্টি, কি কণ্ঠ।।।।।বাঁহীৰ সুৰ যিদৰে শুনিলে শুনি থাকিৱলৈ মন গৈ থাকে কেতিয়াও আমনি নালাগে, একেদৰে জুবিন দাৰ গান শুনি থাকিলে কেতিয়াও আমনি নালাগে, ইটোৰ পাছত সিটো গান শুনি থাকিৱলৈ হে মন গৈ থাকে।।।।।

  • @jumonigogoi5947
    @jumonigogoi5947 4 роки тому +46

    প্ৰশংসা কৰাৰ ভাষা নাই সচাকৈয়ে জুবিন দা তুমি মহান আৰু সমীৰ দাৰ অতি সুন্দৰ শব্দৰ গাঠনিৰ কোনো তুলনা নাই কি কম মানে তোমালোক দুজনক ভগৱানে যুগ যুগ জিয়াই ৰাখক।

  • @hemantasaharia1057
    @hemantasaharia1057 4 роки тому +31

    হৃদয়খন যেন বাৰিষাৰ আকাশ হৈ পৰিছে
    আৰু ক’ৰবাত অকলে নিজানত বহি কান্দিব মন গৈছে__
    হৃদয়স্পৰ্শী হৃদয়স্পৰ্শী হৃদয়স্পৰ্শী

  • @krishnakshikalita3949
    @krishnakshikalita3949 4 роки тому +384

    সমীৰে দিবগৈ ফাগুনৰ দিনতে ম‌ই নোহোৱাৰ বাতৰি..ধুনীয়া গান😍😍 কিন্তু এটা কথা জানানে না‌ই জুবিন দা আপোনাক যে আমাৰ মাজৰ পৰা কেতিয়াও নোহোৱা হব নিদিও আৰু সমীৰেও আমাক বাতৰি দিব লগা নহয়🤗🤗

  • @gyandeepsaikia5823
    @gyandeepsaikia5823 2 роки тому +18

    জুবিন বিহীন অসম কল্পনা কৰিবলৈ বৰ কষ্ট হয়।সদায় ভালে থাকক জুবিনদা।কণ্ঠৰ যাদুৰে আমাৰ হৃদয়বোৰ অনাবিল আৱেগত ডুবাই ৰাখক

  • @dibakarchetia6485
    @dibakarchetia6485 4 роки тому +423

    মই মৰা শেষ মুহূৰ্ত্তত যেন জুবিন ককাইদেউৰ গান এটা শুনি মৰো তাৰে কামনা কৰো ভগৱানৰ ওচৰত...

  • @dhanjitnath6999
    @dhanjitnath6999 4 роки тому +70

    ধুনীয়া হৃদয় চুই যোৱা গাণ..... উতনুৱা কৰি তোলে দাদাৰ গাণ.... Lv u দাদা... ✌️✌️👌👌Plz one like for jubin dada... 🤝

  • @ytmyaarteramonster3251
    @ytmyaarteramonster3251 4 роки тому +668

    কবলৈ বাক‍্য নাই ইমানে ধুনীয়া💗💗💗😘😘😘😘
    জুৱিন দা কাৰণে এটা Like পামনে

    • @joecool3876
      @joecool3876 4 роки тому +7

      SPD guru zubeen r karone like bhikkha korba nalge bhikarir jaat......ghrot d thoi ahim zubeen dar......toi like r dalal neki be

    • @ripumanirahman5367
      @ripumanirahman5367 4 роки тому +2

      Ata like nohoi unlimited like Pabe

    • @dipika.borah.9399
      @dipika.borah.9399 4 роки тому +4

      জুবিন দা বাবে লাইক কমেন সেই বোৰ একোৱে নহয়।শব্দ টো একোৱে নহয় কবলে।

    • @sagarmisra5874
      @sagarmisra5874 4 роки тому +1

      @@joecool3876 Hi my friend Kashyap

    • @rimachetia2626
      @rimachetia2626 4 роки тому +1

      ❤️❤️❤️

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music 2 роки тому +50

    Sasanka Samir + Jayanta Kakati + Zubeen Garg : DEADLY COMBINATION ❤️🔥

    • @palashparasar7432
      @palashparasar7432 Рік тому +3

      Hoi.. bhal lage..
      Kintu Zubeen-Diganta combination tu nisina aru nulai.. prithok asile ekdom ❤️

    • @THUNDERSTORM_Music
      @THUNDERSTORM_Music Рік тому +2

      @@palashparasar7432 hosakoi ❤️

    • @utpalsaraniya724
      @utpalsaraniya724 Рік тому

      😅😅😅😅😅😅😅😅😅😮😅😅😅😅😅😅😅😅😅😅😮😅😮😅😮😅😅😅😅😅😅😅😮😮😅😅😅😅😅😅😅😅😅😢😅😅😅😮😅😮😅😮

    • @nabajitkalita498
      @nabajitkalita498 Рік тому

      😊😊😊

    • @Hiradeep
      @Hiradeep Рік тому

  • @hirahirablog5295
    @hirahirablog5295 4 роки тому +141

    জীৱনৰ কেঁচা যৌৱন পাৰ কৰা গাঁওখনলৈ মনত পৰি গল।উকা উকা লগা হৃদয় খন কিবা বুজাব নোৱাৰা আবেগেৰে ভৰি পৰিল। জীৱনৰ বাটত খোজ দিয়া মনোমোহা পোৱা নোপোৱাৰ বেথা বোৰ উফান্দি উঠিল।
    অসমীয়াৰ কলিজা টুকুৰা টোৰ বাবে এটা Like Banta hain

  • @dhrubakalitamix8606
    @dhrubakalitamix8606 Рік тому +6

    আপোনবোৰে যেতিয়া নজনাকৈয়ে একো নোকোৱাকৈয়ে দুৰলৈ গুছি যায়।সময়ৰ নিদাৰুণ অত্যাচাৰত হৃদয় যেতিয়া ৰাঙলী হৈ পৰে তেতিয়া জুবিন দাৰ গানবোৰে ৰাঙলী হৃদয় জুৰ পেলাই।

  • @SantoshMohanPhukan
    @SantoshMohanPhukan 4 роки тому +102

    গীতটিয়ে কন্দুৱাবলৈ আহিছে😥!!
    zubeen💓💓

  • @parikshitkakoti7289
    @parikshitkakoti7289 2 роки тому +8

    তাই এৰি যোৱা মোক আজি এবছৰ হ'ল...তথাপিও মনটোৰ কোনোবাখিনিত বহি মোক তাই বৰ দুখদায়ী ৰূপে থেকেছি থাকে....তাই সুখী নতুনজনৰ সৈতে...তথাপিও মোৰ কলিজা আজিও ক্ষতবিক্ষত😥

  • @angamitradutta7213
    @angamitradutta7213 4 роки тому +103

    সুৰবোৰে ফাগুনক আৰু ভাল লগা কৰি তুলিছে..... প্ৰিয় ফাগুন তোমালৈ বুলি এসাগৰ মৰম ❤️

  • @gaurangadas6279
    @gaurangadas6279 Рік тому +5

    জীৱন মানে পোৱা নোপোৱা,আশা-নিৰাশা,সপোনৰ পম খেদি ঘূৰি ফুৰা এজাক ফাগুণ।তাত আকৌ জুবিন দাৰ এই গানটো....উফ কি এক ফাগুণৰ অনুভৱ।ই যেন এক বলিয়া বতাহ।

  • @njdeka1907
    @njdeka1907 4 роки тому +165

    সমীৰদা… বুজাব নোৱাৰিম আপোনাৰ প্ৰতি থকা মোৰ ভালপোৱা… জুবিনদাৰ দৰদী কণ্ঠত সচাকৈ আপুনি সানি দিয়া প্ৰতিটো শব্দই যেন জীয়াই তুলিব ফাগুনৰ সেই সৰাপাতবোৰ…

  • @jimoninath733
    @jimoninath733 4 роки тому +10

    ক'বলৈ ভাষা নাই...বহুত বহুত বহুত ধুনীয়া❤️....শুনিলে শুনি থাকিবৰ মন💕

  • @utpalhaloi6169
    @utpalhaloi6169 4 роки тому +78

    আজিৰ যিটো অনুভব
    দহবছৰ পিছতো একেই থাকিব❤

  • @pabitrabharali3264
    @pabitrabharali3264 4 роки тому +53

    হৃদয় চুই যোৱা শব্দৰ সংমিশ্ৰণ সমীৰ দা, লগতে সোনত শুৱগা চৰা জুবিন দাৰ কণ্ঠ। আগলৈ আৰু আশা কৰিছোঁ

  • @izazahmed8212
    @izazahmed8212 4 роки тому +53

    লুইতৰ বুকুৰ সু সন্তান💓💓💓।।প্ৰতিটো গান দেহ মন চুই যায়।।

  • @bornaleehazarika4659
    @bornaleehazarika4659 4 роки тому +1

    বিশেষ জনৰ স’তে কটোৱা বিশেষ মূহূৰ্ত কিছুমান মনত সজীৱ কৰি থৈ গ’ল গীতটোৰ কথাবোৰ ৷ জুবিনৰ ফটো দুখন পাম বুলি দুখন "মায়া" কিনা দিনৰ শ্ৰোতা আমি৷ তবলা বৰ সুন্দৰ হৈছে গীতটোত৷

  • @dipudixitofficial4449
    @dipudixitofficial4449 4 роки тому +27

    মৰমৰ জুবিনদা ইমান ধুনীয়া এটি গীত আমালৈ উপহাৰ দিয়াৰ বাবে বহুত ধন্যবাদ🙏❤️

  • @debojitchangmai1350
    @debojitchangmai1350 4 роки тому +23

    জুবিন দাৰ নাম টো কৰবাত দেখিলেই টোত কি আছে একো নাভাবি direct like মাৰি দিও কিয়নো জুবিন দা বুলি শুনিলেই কিবা গা টোত নিজৰ নিজৰ অনুভৱ হয়❣️

  • @ankurdas4
    @ankurdas4 4 роки тому +44

    সচাই ..ফাগুন মানেই সৰা পাতৰ মাজত বিষাদৰ ছবি 💔

  • @gitanjaliboro562
    @gitanjaliboro562 3 роки тому +8

    গানটো যেতিয়াই শুনো কিছুমান পুৰণি স্মৃতিয়ে বুকুত হেচা মাৰি ধৰে। চকুপানী নিজে নিজে সৰে😭😭😭, সচায় মনটো চুই যায়❤❤

  • @M.2.B.
    @M.2.B. 4 роки тому +28

    মনটো যে উৰি যাব খোজে কাৰোৱাৰ কাষলৈ .... বহু দিনৰ আগলৈ ... Beautiful song by zubeen Da

  • @gafurahmed4841
    @gafurahmed4841 Рік тому +17

    জয়ন্ত দা , সমীৰ দা , আৰু মোৰ জীৱনৰ সেইজন মানুহ যাৰ গান নুশুনাকৈ এনে এটা দিন যোৱা নাই দুখৰ মাজত হাঁহি আমাৰ মৰমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ অসমীয়াৰ আবেগ জুবিন দা 100 বছৰ জীয়াই থাকক তাৰে কামনা কৰিলো

  • @user-gq5sj6fh6u
    @user-gq5sj6fh6u 4 роки тому +76

    এটা ধুনীয়া গান শুনিলো। ফাগুণৰ প্ৰথম দিনা।। খুবেই ভাল লাগিল হৃদয় চুই গ'ল। ধন্যবাদ জুবিন দা❤

  • @Murkh38
    @Murkh38 4 роки тому +51

    জুবিন ...এক অন্তহীন সুৰৰ নাম❤️

  • @hrishi6436
    @hrishi6436 4 роки тому +175

    সমীৰ দাৰ কথা
    জুব্ন দাৰ দৰদী কন্ঠ
    আৰু কি লাগে।

  • @jubilantjunakworld1732
    @jubilantjunakworld1732 3 роки тому +12

    আকৌ শুনিলোঁ আজি ।
    ফাগুন মানেই জুবিন দা।
    কি সৃষ্টি আপোনাৰ 🙏🤘❤❣🌹

  • @d.k.entertainment7584
    @d.k.entertainment7584 4 роки тому +46

    কেনে এক মিঠা অনুভূতি, ফাগুনৰ বতৰত জুবিন দাৰ "ফাগুন" 🍂

  • @AnuraagPw
    @AnuraagPw 3 роки тому +2

    Hosakoi karubar nothoka kahinit bor rohosyo humai thke, kio j herai gol etya ahi ahi ami kor paluhi heibur bhabilei eitu gan monot pore aru huniboloi youtube khulu.. Thank u Zubeen daa💞

  • @nabajyotimedhi8765
    @nabajyotimedhi8765 4 роки тому +88

    সমীৰে দিবগৈ
    ফাগুনৰ দিনতে
    ম‌ই নোহোৱাৰ বাতৰি ♥️♥️♥️

  • @pujakalita9008
    @pujakalita9008 3 роки тому +4

    এটা এটা শব্দই অন্তৰ চুই গৈছে। সঁচাকৈ বহুত ধুনীয়া হৈছে। তাকো জুবিন দাৰ কণ্ঠত । কি কম ভাষা নাই ।

  • @gogoiCRPF5552
    @gogoiCRPF5552 4 роки тому +22

    মন চুই গ'ল গানটোৱে।
    মনটো বেয়া লাগি থকাৰ সময়ত যেতিয়া একেকুৱা গানবোৰ শুনা যায় তেতিয়া মনটো কিবা এটা যেন কব নোৱাকৈয়ে অলপ সময়ৰ বাবে ভাল লাগি যায়,, বহুত সুন্দৰ সঁচাকৈ

  • @thethings7985
    @thethings7985 3 роки тому +8

    নিঠৰ শুকান ৰূঢ় ফাগুনৰ বুকুত ৰং বুলোৱা এটি গীত.......গীতটিয়ে যেন ফাগুনক জীপাল কৰি তোলে ......|

  • @abhijitnarah2286
    @abhijitnarah2286 4 роки тому +82

    আজি ওৰে দিনটো এই গীতটি শুনিও হেঁপাহ পলুৱাই নাই।
    Love you #Zubeen Da😘😘😘
    আশা কৰো আগন্তুক দিন বোৰ যেন এনেকৈ আমালৈ উপহাৰ দিয়ে তাৰে কামনা কৰিলোঁ।
    😍😍😍

  • @rupamkalita8795
    @rupamkalita8795 3 роки тому +4

    বহুত বহুত ধুনীয়া গীত।এই গীতটোই শুনিলে মন বহুত কান্দে। হৃদয়ে আজিও কান্দে কিছুমান কথা মনত পৰি যায় গীতটো শুনাৰ পিছত।।। বহুত ধুনীয়া গীত জুবিন দা ।

  • @dhanshreenath
    @dhanshreenath 4 роки тому +96

    চকুপানী টুকিব লগা অৱস্থা কিয় কৰিলা জুবিন দা ? এই গীতটো শুনাৰ সময়ত শৰীৰৰ প্ৰতিডাল সিৰা উপসিৰা সাৰ পাই উঠিছে

  • @ripunjoyofficial4286
    @ripunjoyofficial4286 4 роки тому +56

    👉সমীৰ দাৰ কথা আৰু জুবিন দাৰ কণ্ঠ ।।❣👈
    👇👇

  • @jinkuschannel4507
    @jinkuschannel4507 4 роки тому +52

    বহু দিনৰ পিছত ভাল গান এটা শুনিবলৈ পালো। জয় জুবিন দা

  • @rajavlog3m166
    @rajavlog3m166 3 роки тому +12

    Zuben da manei ek notunotror xondhan❣️❣️
    জয় জুবিন দা ❣️

  • @jugmasaikia6488
    @jugmasaikia6488 4 роки тому +263

    আজিৰ পৰা 20 বছৰ পাছতো চিৰ সেউজীয়া গান হিচাপে জিলিকি থাকিব ❤️💞

  • @RiturajCreation
    @RiturajCreation 4 роки тому +17

    কবলৈ ভাষা নাই ,,,,,ভগবান জন মোৰ 💕💕💕💕💕💕 জুবিন দাৰ বাবে এটা লাইক

  • @hiteshsarma6908
    @hiteshsarma6908 4 роки тому +40

    জুবিন আপুনি কিয় ভাল হৈ পৰে? ইমান ধুনীয়া গান গাই দিলে। সুন্দৰ সুৰ, সুন্দৰ শব্দ,সুন্দৰ অলংকাৰ। সুৰ তাৰ শব্দ আটাইয়ে ভাল লাগিছে। মনবোৰ সেৰেঙা লাগিলেও ভাল লাগে চোন....

  • @tekintoke5895
    @tekintoke5895 6 місяців тому +2

    জুবিন দাৰ গান বোৰ কিয় ভাল লাগে বাৰো ইমান, 😢❤
    Zubeen দাৰ গান শুনিলে আৰু বেলেগৰ গান সুনিবলেই মনেই নাযায়, ❤🎉

  • @sangeetasaikia9404
    @sangeetasaikia9404 4 роки тому +9

    প্ৰতিটো শব্দই কলিজা চুই গ'ল ,,,সমীৰ দাৰ শব্দৰ খেল আৰু জুবিনদাৰ সুৰ ,,,, speechless হৈ যাওঁ ।

  • @banashreesahariah1498
    @banashreesahariah1498 2 роки тому +12

    বহুত ধুনীয়া গীত 💖👌👌👌💖💖💖♥️♥️♥️ হৃদয়খন জুৰ পৰি গ'ল । জুবিন দা 😍😍💝❤️ কি কʼম ভাষাই নাই । ভগৱানে তিনিওঁকে সদায় এনেদৰেই ৰাখক । Love u zubeen Da

  • @anupampatar7594
    @anupampatar7594 4 роки тому +7

    কিনো কম ভাষা নাই 😍😍😍😍😍জুবিন দা তুমি অতুলনীয় ।তুলনাবিহীন ।অসমৰ একমাত্র আপুৰুগীয়া সম্পদ।প্রতিটো গীতেই হিয়া চুই যায় ।👌👌👌👌👌👌🙏🙏🙏🙏

  • @user-it1ty3zi5u
    @user-it1ty3zi5u 3 роки тому +4

    জুবিন দাৰ কণ্ঠ অতুলনীয় আৰু সমীৰ দাই ইমান ধুনীয়া ধুনীয়া lyrics বিলাক বিচাৰি পায় তেওঁকো প্ৰণাম🙏

  • @ankurjyotidass131
    @ankurjyotidass131 4 роки тому +92

    কবলৈ ভাষা নাই দাদা 💗💗❣️❣️
    👇👇

  • @dipankarchangmaiaxom1299
    @dipankarchangmaiaxom1299 2 роки тому +18

    Lots of thanks to Zubeen daa and Samir daa🥺🌼for this beautiful song given us💖

  • @bishnujyotidas1102
    @bishnujyotidas1102 4 роки тому +106

    বহুত ভাল লাগিল গানটো শুনি জুবিন দা। জুবিন দাআৰু সমিৰ দা কাৰনে এটা লাইক মাৰি দিবা

  • @DipankorBora-qo5xv
    @DipankorBora-qo5xv Рік тому +3

    উফ কি শব্দৰ মেলা কিযে সুৰৰ মায়া ❤️❤️

  • @user-py4qk8vw5u
    @user-py4qk8vw5u 4 роки тому +30

    সুন্দৰ লিখনি
    লগতে জুবিন দাৰ স্পৰ্ষত প্ৰাণ পায় উঠিছে ফাগুন ♥️

  • @dipshikhalaskar7093
    @dipshikhalaskar7093 7 місяців тому +138

    Listening in 2024😢

  • @monalisagogoi3762
    @monalisagogoi3762 4 роки тому +72

    ৰঙা ফাগুনৰ ৰং
    কেতিয়াবা বিৰহ, কেতিয়াবা উৎসৱ🍂
    বিৰাট ভাল লাগিল🎶❤️

  • @junphukan2773
    @junphukan2773 2 роки тому +11

    জুবিন দাৰ প্রতিতো গান হৃদয় চুই যায়

  • @Anuragaxomm
    @Anuragaxomm 4 роки тому +50

    When 3 talented men created a masterpiece

  • @goutamsaikia22
    @goutamsaikia22 4 роки тому +3

    ইমান সুন্দৰকৈ কি দৰে গীতবোৰ লিখে অ' লগতে আকৌ জুবিন দাৰ কন্ঠ । হৃদয় স্পৰ্শ কৰি যায় । 💛💙💚❤️

  • @bhrigukr.kalita6043
    @bhrigukr.kalita6043 4 роки тому +16

    অসমীয়া সংগীতৰ সুদিন৷ গানৰ শব্দ কণ্ঠ সুৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম৷ ধন্যবাদ শ্ৰদ্ধাৰ সমীৰ দা আৰু জুবিন দা লগতে সকলো কলা কৌশলীলৈ৷

  • @suranjanasaikiaknowar5856
    @suranjanasaikiaknowar5856 4 роки тому +1

    ইমান ধুনীয়া গান শশাংক সমীৰ আপুনি আমাক উপহাৰ দিছে । জুবিন দাই আৰু সজীৱ কৰি তুলিলে গীতটো

  • @nitugogoi3624
    @nitugogoi3624 4 роки тому +12

    ভাষা নাই কবলৈ ,,, অতুলনীয় ❣️

  • @swarajdharmeswari1904
    @swarajdharmeswari1904 4 роки тому +1

    কৃষ্ণ আৰু উদ্ধৱৰ যুগল বন্দী।সমীৰে কব নালাগে তুমাক সোণ আতৰি যাৱই নিদিও।

  • @siromonivocalistofficial4205
    @siromonivocalistofficial4205 4 роки тому +23

    মৰমৰ..জুৱিন দা আৰু শশাংক...গীতটিয়ে হৃদয় চুই গ’ল...😊

  • @BoikunthaPhukan
    @BoikunthaPhukan Місяць тому

    কিছুমান গীতে ক'ব নোৱাৰাকৈ অন্তৰ চুই যায়।❤❤❤ জুবিনদা মোৰ বাবে সদায় বিশেষ।

  • @rintubarman1091
    @rintubarman1091 4 роки тому +39

    কিবা এটা পালো গানটোত
    💕💕💕💕💕💕💕💕💕💟💟💟
    ধুনীয়া লাগিছে 💕💕💕

  • @nikhitagogoi9587
    @nikhitagogoi9587 4 роки тому +2

    সমীৰ দা ৰ কলম আৰু জুবিন দা ৰ কণ্ঠ কি কম ভাষা নায়। একেবাৰে হৃদয়ত খুন্দিয়াই যায়।আৰু মিউজিক টো কি কম ভাষাহীন। হেৰাই যাঁও গানটোৰ লগত। ৰাধিকা 😍😘😘💕💕

  • @parinitichopra9916
    @parinitichopra9916 4 роки тому +29

    Zubeen the legend....love u sir....ur voice is heaven...my playlist is just full with ur songs...

  • @TechTubeAssamese
    @TechTubeAssamese 4 роки тому +2

    হৃদয় খন এফালে দি চুই আন এফালে ওলাই গৈছে🌹

  • @Krishnamoninath92
    @Krishnamoninath92 4 роки тому +31

    হৃদয় চুই যোৱা গীত❣️

  • @karabibokalial6417
    @karabibokalial6417 4 роки тому +2

    কবলৈ ভাষা নাই। হৃদয় শাঁত পৰি গ'ল।

  • @indrajeet7857
    @indrajeet7857 4 роки тому +114

    ফাগুন মানে ৰঙা আৰু ৰঙা মানে প্ৰেম,, ফাগুন মানে সৰা পাত সৰা পাতত বিৰহ

  • @jyotijagannath7362
    @jyotijagannath7362 2 роки тому +12

    এক মিঠা অনুভূতি , প্রিয় ফাগুন তোমালৈ এসাগৰ মৰম ❤️❤️

  • @mridulkalita5982
    @mridulkalita5982 4 роки тому +15

    জুবিন দা ♥️।
    সুন্দৰ উপহাৰ আমাৰ বাবে ।

  • @minakshivaishnab1313
    @minakshivaishnab1313 3 роки тому +3

    😭😭😭😭😭bhout dhukh loge gan tu xunile🥰

  • @Tinkugogoi555
    @Tinkugogoi555 4 роки тому +9

    ভাল লাগিল তাতে দাদাৰ কণ্ঠ ❤️

  • @babuljonak3828
    @babuljonak3828 3 роки тому +13

    আপুনি নোহোৱাৰ বাতৰিতো হয়টো সহ্য কৰিব নোৱাৰিম😭।সেইকাৰনে আপুনি অমৰ হই ৰওক গুৰু🙏💕💕💕

  • @kakolihazarika3457
    @kakolihazarika3457 4 роки тому +10

    Bukukhon bikhai gol.. Apuni nuhuwar kotha hoponotu vabibo nuaru.. ❤️❤️❤️😭😭😭

  • @northeastindia279
    @northeastindia279 3 роки тому

    জুবিন দাৰ এই যাদুকৰী কন্ঠ কোনোদিনে মৰহি নাজায় আৰু জুবিন দাৰ ভাল নলগা গান আঙুলিয়াই দিবলৈও বৰ কঠিন অ'।।

  • @arupdutta2966
    @arupdutta2966 4 роки тому +23

    Zubeen da babe like kora. Eman mozzaa lagise gaan2 👍👍💓💓

  • @krishtinadeka2632
    @krishtinadeka2632 3 роки тому +1

    হৃদয় স্পৰ্শ কৰি গৈছে অ' সমীৰ দা আৰু জুবিন দা আৰু প্ৰশংসা কৰিবলৈ ভাষাহীন মই😌❤️🌸

  • @namitadas2902
    @namitadas2902 4 роки тому +9

    Imaan je dhunia gaan. Proti tu xobdo eta eta kaahini jen. Zubeen da and Sameer ❤❤

  • @chinmoybhuyan225
    @chinmoybhuyan225 Рік тому +3

    সমীৰৰ সৃষ্টি + জয়ন্ত দাৰ ৰহণ + জুবিন দাৰ কণ্ঠ = ❤️

  • @simideka6899
    @simideka6899 4 роки тому +11

    সমীৰ দা আৰু জুবিন দা,,,love u for ever 😍😍🥰😍👌👌👍🏻👍🏻🙏🏽🙏🏽

  • @allrounder8764
    @allrounder8764 3 роки тому +3

    ফাগুন মানেই এক আধা লিখা দস্তাবেজ ❣️✨

  • @sibasishnath3443
    @sibasishnath3443 4 роки тому +42

    ক'বলৈ ভাষা নাই। সকলোৰে মন জয় কৰিব। ❤

  • @dbmusic4431
    @dbmusic4431 Рік тому +1

    Mujhe to ye gana ajh hi sunne ko mila 😭😭😭 Zubeen da one of the best singer in Assam

  • @GirijaNandaDas
    @GirijaNandaDas 4 роки тому +45

    কি সুন্দৰ লিখিছা ও ভাই ৷ বুকু খনত চেপা উৎত্তেজনাৰে আবৰি ধৰিছে ৷ 100 বাৰ শুনিলেও হেপাঁহ নপলায় ৷

  • @rakeshnath9648
    @rakeshnath9648 4 роки тому +2

    Lyrics ৰ‌ কথানো আৰু কি কম কি শব্দৰ গাঁথনি কবলৈ ভাষা নাই🔥 তাতে জুবিন দাৰ কণ্ঠত সোণত সুৱগা চৰিছে।লগতে music টোৱে সাত পেলাই গৈছে দেহ।
    অসমীয়া আন কণ্ঠশিল্পীৰ গান মিলিয়ন views গ'ল কি হল কিন্তু জুবিন দাৰ গানবোৰৰ সোৱাদটোৱেই বেলেগ ১০০ বছৰৰ পাছতো ইয়াৰ একে সোৱাদেই পাব joi Zubeen daa ❣️

  • @debajanisvlogs528Hz
    @debajanisvlogs528Hz 4 роки тому +18

    ফাগুন আহিলেই তো মন বোৰ উৰুঙা হয়।গছে সলাই পাত॥ফাগুনৰ অকাশ ৰঙাই তুলে ৰঙা ৰঙা পলাশ ফুলে ॥দূৰৈৰ আকাশত জিলিকে চিলা খেলা লৰাৰ হাতৰ যাদু....॥

  • @nabajyotiborgohain5177
    @nabajyotiborgohain5177 6 місяців тому

    কবলৈ ভাষাই বিচাৰি পোৱা নাই গানটো শুনিলে কিবা এটা অনুভৱ হয় হৃদয়ত