Thankyou so much everyone for your love and support..hodai enedorei jaate hohojug kore...agoloi enedore jaate kaam kori juar utkhah diye...try korim val val kaam upohaar diar babe...keep supporting and keep your blessings.. Actually this was a small gift to Zubeen da from our team on his birthday...aru jaate kori jabo paru..lastly HAPPY BIRTHDAY GOLDIE DA🍰🍰....😊😊🤗🤗
Wow what a lovely songs heart khon sesa pori gol apunar gan tu xuni! Mon tu beya lagi asile hothat gan tu pai xuni lu so mine tu fresh hoi gol.....🙏🙏🙏🙏👌👌👌👍👍🌳🌳🐰🐰🍻🎑☀️🤗🤘? Zuben da you're my best singer..... Thank you so much brother!
সচা কথা কও ভালকৈ গানটো অঁকলে বহি কিছুমান স্মৃতিক স্মৰণ কৰি শুনিব চোন তেতিয়া এনেকুৱা ভাৱ আহিব যে সচাই জুবিন দা ভগবানৰ আন এটা ৰুপ❤❤
১০০%সচা
জুবিন দা প্ৰতিটো গীতেই মোৰ ভাল লাগে
Heart touching song love u Zubin da
😊
মোৰ বহুত গানটো লগত স্মৃতি আছে😢😢😢😢
দুই বছৰ ধৰি ৰাতি এই গীতৰ কণ্ঠত অমৃত পান কৰি আহিছোঁ । 💝😍🎉🎉
শিতানেই একমাত্ৰ প্ৰকৃত বন্ধু, যিয়েই আয়ুস থকালৈ তাক এৰিবলৈ পৰা নাযায়
মনটো খুউব বেয়া লাগি আছিল, চাৰ্জ কৰি গানটো শুনিলো। এইটোৱেই একমাত্ৰ গান, যিটো শুনিলে নিজৰ ভুলবোৰ উপলব্ধি কৰিব পাৰো। গানৰ প্ৰতিটো লাইন মোৰ জীৱনৰ ঘটি যোৱা এটা ঘটনা। জয় জুবিন দা।❤️❤️
Right
@@mukutsarania7513 ধন্যবাদ থাকিল বন্ধু।❤️
Xosaikoi Montu a kiba vll lagi Jai gan tu xunile . Logote puroni kotha bor monot porile dukh o lage 😢
@@Sarania4862 ধন্যবাদ। হৰ হৰ মহাদেৱ।🥰
জুবিন দা আপোনাৰ কণ্ঠত আছে অসীম যাদু আৰু এই যাদুত আমি সকলো মুগ্ধ 😇❤️ আপোনি সদায় ভালে থাকক কুশলে থাকক 🙏 আৰু আমাক এনেকুৱা ৰোমান্তিক গান সমূহ উপহাৰ দি থাকক 🤗 জয় গুৰু জুবিন ককাইদেউ 🥀♥️
সুন্দৰ গীত ।
জুবিন দা সদায় জিলিকি থাকক এনেদৰে ।
ওপজা দিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ
বাৰে বাৰে প্ৰেমত পৰো এই মাতটোৰ,love you zubeen da😘
হৃদয় চুই যোৱা গান । জুবিন দাৰ গান শুনি মনটোৱে শান্তি পায় । এনেদৰেই গাই যাওক আগলৈ ☺☺☺অসমীয়া গান মানেই জুবিন দা । 🙌🙌🙌🙌🙌🙌🙌🙌🙌
Pp
সচা কথা
ভাল লাগিল😍
সচা কথা
Joi zubeen da
এই গানটো সকলোৰে মন জয় কৰিব পাৰিব। love you zubeen da..
আৰু কোনে কোনে গান শুনি শুনি কমেণ্ট পঢ়ি ভাল পাই like কৰক।
Hosai bhal lagie,🌺🌺🌺🌺🌺🌺🌺❤️
bohut vl lagy gantu xuni
Bahut vl Lage gaan2 huni
@@mridulboruah9024 aaaaaaa
@@mridulboruah9024 aaaaaaa
শব্দবোৰ খুবেই সুন্দৰ ।হৃদয় স্পৰ্শ কৰি যোৱা গীত এটি ।
জুবিন দা এই এজন যাৰ গান শুনিলে মন প্ৰাণ জুৰ পৰি যায়।।।। ভগৱানে যাতে কুশলে ৰাশে দাদাক।।
(কবিতাৰ শিৰোনামা)
"তুমি মহান জুবিন দা"
✍🏻কবি: সমুজ্জ্বল ডেকা, ৰঙিয়া
'জু' আখৰেৰে হৃদয়ত যতি পেলাই যোৱা,
'বি' আখৰেৰে বিশাল মনৰ মানৱ হোৱা।
'ন' আখৰেৰে নতুন আশা জগাই তোলা,
তুমি অসমৰ,মৰমৰ জুবিন দা হোৱা।
তোমাৰ কণ্ঠত আছে অসীম যাদু,
ৰাইজৰ বাবে তুমি আমাৰ বিশ্বাসৰ সাধু।
গায়ক,সুৰকাৰ,গীতিকাৰৰ লগতে
তুমি এজন সমাজসেৱক,
হেজাৰ-হেজাৰ সুৰেৰে
তুমি হোৱা মহান গায়ক ।
টোপনি নাহিলেও আহি যায় টোপনি,
কেৱল তোমাৰ গীত শুনি-শুনি।
জ্ঞানৰ জেউতিৰে তুমি মহান জুবিন দা,
চিনেমা,গান আদিৰে তুমি প্ৰখৰ জুবিন দা।
I love zubeen
পজবিগ r
Val lagil moi o rangia r pora. A diyok Batakuchi side r moi novoday school r kaxor. Zubben da bhogoban t koi kom.nohoi ❤❤❤❤
জুবিন দাৰ অনুৰাগীসকলে সকলে👍 এটা দি দিব।।।জয় আই অসম।।।জয় জুবিন দা।।।
তোমাৰ সমান আন কোনো হব নোৱাৰে । জয় জুবিন দা । আপোনাৰ সকলো গীতত অথ আছে । ভগৱানে আপোনাক বহুবছৰলৈ জীয়াই ৰাখে যেন
সদায় এনেকুৱা মধুৰ গান শুনি থাকিব পাৰোঁ যেন জুবিনৰ পৰা ।
Zubeen r pora nhoi zubeen dar pora respack kora .
প্ৰথমে জন্মদিনৰ শুভেচ্ছাজনালোঁ।আপুনি সুখী আৰু দীৰ্ঘায়ু হওঁক।
ভগৱানক প্ৰাৰ্থনা জনাইছো।
গানটো সুন্দৰ হৈছে,আপুনি গোৱা কোনো গানেই আজিলৈকে বেয়া পোৱা নাই মই।❤❤❤
Rtgiwsgkmyu😱😰
Thankyou so much everyone for your love and support..hodai enedorei jaate hohojug kore...agoloi enedore jaate kaam kori juar utkhah diye...try korim val val kaam upohaar diar babe...keep supporting and keep your blessings..
Actually this was a small gift to Zubeen da from our team on his birthday...aru jaate kori jabo paru..lastly HAPPY BIRTHDAY GOLDIE DA🍰🍰....😊😊🤗🤗
Beauty baa tumr no2 dya sn..mi Nani...polohar
Beauty congratulations ....God bless you
Best of luck
Suprb song
সুন্দৰ গীত বেউতি বাইদেউ
Bhut dhunia gantu .Digonta da emn dhunia koi likhise apuni agoloi anekua gan hunibo pam buli akha thakile.....beauty ba n jubin da thank u
guli....................
জুবিন দা বাবে লাইক এটা মাৰি দিব ৰাইজ.
প্ৰিয় শিল্পী গৰাকীক জন্মদিনৰ ওলগ জনালো !! ভাইটি দিগ দিগন্ত, তোমাৰ কথা সুৰে অন্তৰ চুলে !! সুন্দৰ !! ♥️
Love u zubeen daa..
Happy birthday zubeen da..
Like for zubeen da
Add
জুবিন মানেই প্ৰেম
জুবিন মানেই শক্তি
জুবিন মানেই সাহস
*দীৰ্ঘায়ু হওঁক ভগৱান*
৪৮ সংখ্যাক ওপজা দিনৰ পৱিত্ৰ প্ৰাক্ ক্ষণত প্ৰাণৰ শিল্পী *জুবিন দা* লৈ হিয়া ভৰা ওলগ জনাইছো
ন ন সৃষ্টি ৰাজীৰে অনাগত দিনত সফলভাৱে অগ্ৰসৰ হওঁক দৰদী শিল্পী গৰাকী
❣ Zubeen Daa Fans Like Here👍👍👍👍
zubeen da tmi nohole hongit jogot nykia. hy jbo
Hundar
1
Moja
Bahut Vall paw jubin daak .
Happy Birthday Zubeenda love you 😍😍😍😍.🎂 কমেন্ট পঢ়িবলে আহোতে জুবিন দা বাবে লাইক এটা মাৰি দিব ৰাইজ.
Hi
Mere dil me
Moza
Zubeen dar gan xunilehe montu jur pore 😍😊
গীতটিৰ কথাবোৰে চুই গৈছে ❤বিউটি বা বহুত ভাল লাগিছে আৰু আগুৱাই যোৱা তুমি❤❤জুবিন দাৰ গীতৰ মাজত নিজে হেৰাই যাওঁ ❤❤❤❤❤❤❤❤❤
Hi Zubeen Da Good
Bhal lagaca na
Ke moja
My
Q
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Jubeen da jinda bad , joy gindabad, jibon gindabad
Eman hundor gaan eta upohar diar babe Dig Diganta dak hiyavora morom jasilu 💖💖
Ba bahut val lagile tomar xor ❤❤❤❤❤❤❤❤❤❤❤❤❤
Bohot boriah mojaa aa gaya
সচাঁই হৃদয় চুই যায় আপোনাৰ গানবোৰ জুবিন দা আপোকযে এনেকৈয়ে সদায় ভগৱানে কোকলে ৰাখে তাৰে কামনা কৰিলো।
ধুনীয়া হৈছে দাদা গানটো। জন্ম দিনৰ বহুত বহুত শুভেচ্ছা থাকিল দাদা নেদেখা জনৰ আগত সদায় কামনা কৰো কুশলে থাকক আপুনি🙏🙏 ❤❤❤
))
E কৰে এই সাহস চেতনা লাভ কৰিব পাr অসমীয়া লোকেৰি এই ক শৰাইৰ আগবঢ়াইৰে
Rre এৰwe can
@@pranjaldutta877 lwhewhwdl
Do sBaabbb
Olol
Adl
Od.
Q l aoo so
@@pranjaldutta877 lwhewhwdl
Do sBaabbb
OlsalBls.ooslbodasoa c badvsodaab
Ga db of s dl slblbadao.ol
Adl
Od.
Q l aoo so bso is ob saasS al Q
এনেকুৱা লাগে যেন এই কণ্ঠত বিলীন হৈ যাম..... what a voice yaar💖....Love you 3000 Zubeen Daa❤️
জন্মদিনৰ বহু বহু শুভেচ্ছা জনালো দাদা..অসমৰ এক আচুতীয়া অনুভৱ,সম্পদ...ভগৱানে কুশলে ৰাখক..তাৰেই কামনা...জুবিন দা
Happy birthday heartthrob🎂 🎉❤ মোৰ জীৱনৰ প্ৰতিটো সুখৰ আৰম্ভণি হওক তোমাৰ সুৰতেই আৰু মোৰ জীৱনৰ প্ৰতিটো দুখৰ সমাপ্তি হওক তোমাৰ সুৰতেই ....
Nice zubeen da moja
*waow! so beautiful song 💕💞❤ Happy Birthday Zubeen da* 🎂💐
বৰ ধুনীয়া হৈছে ,হৃদয় চুই যোৱা😍
Happy birthday Zubeenda darr babe Spicial val din atat dile song tuu ..❤❤❤😍😍😍😍😍😍
দিনটো ভাল লাগি থাকিব অাজি এইটো শুনাৰ বাবে ❤️❤️ বাঁহী anjan daa ki kom ru❤️❤️❤️❤️ Female Voice tu tamam❤️❤️
Thankyou 😊😊
অসমীয়াৰ ভগৱান জুবিন দা আপুনি অদ্ভু ত 😍😍😍
এই গান তোৰ অতিশীঘ্ৰে video লাগে (joi zubeen da)
bohut vl lagil gantu huni 😍😍😍😍😍😍
What an excellent singing......thanks for precious lyrics....
গীতটোৰ শব্দবোৰে তেজত টোলপাৰ লগাইছে ,, শিলৰ দৰে স্তবিৰ শব্দ; প্ৰাণৰ গীত,,
তাতে জুবিন গাৰ্গৰ কন্ঠ, বছৰৰ শ্ৰেষ্ঠ গীত হিচাপে স্বীকৃতি দিব এইটো গীত ,,
মোৰ দৰে কোনে কোনে কমেনট পঢ়ি পঢ়ি জুবিন দাৰ গান শুনি আছা লাইক এটা মাৰি দিয়া
তুমি মোক পাগল কৰিহে যাবা দাদা❤
আমি জুবিন দা নহলে অকল শৰিয়া হম
wow🔥🔥😍😍happy birthday zubeen da🎂🎂🎂🎂
জুবিন দাৰ বাবে Like 😍😍
Happy birthday Zubeen da.... Legend of North East....❤️
জুবিন দাৰ গাণৰ প্ৰত্যেকটো শব্দ কলিজাৰ কোঁহে কোঁহে সোমাই যাই। ভাল লাগে তেখেতৰ যাদুকাৰী কন্ঠই খুবেই মোক শাস্তি দিয়ে , দুখ-ভাগৰ নাইকীয়া কৰে।
শান্তি দিয়ে।
অতি সুন্দৰ
Jubeen da apunar ayux Aru bahok. Sarigun.. Apuni amar assamr gourab.. Salute krisu
Happy birthday zubeen daa 💞💞💞
Bhut vl loga song zubeen daa tumi mohan tumr xoman kunu hbo nuare zubeen dada love you so much dada...😘😘😘😘
Fantastic song Zubeen daah 🙏❤️💙💛💓💚
Bohut dhuniya hoise gantu.....happy birthday day zubeen da 💞💞
মোৰ দৰে কোনে কোনে কমেণ্ট পঢ়ি পঢ়ি জুবিন দাৰ গান শুনি আছা লাইক এটা মাৰি দিয়া।
Ha ha
Moi u
Moi
😜😜
Optqueriloharopgapgopiopupogaloppoapioofifhpaepuaeppuaorpophpolufapopheoipaoafioituhtophorepgepauaopaprtrieahpapoyafhoaohoiowawapilripoheihpuerpuoppgpieeapulehupipafipepugaopfloiipgirgrlairgogpopiytopuapurowlapoorulefowafaluoeyyeoahtihaoepooyroafepohpoeapuogpiaauepuopipirapaufelioparuppogaepyaiopgeatyrpouoaeuaeofpttyelitehtopeualuefppuoguoupograehiplipihepppoelhierhpfiiopoooherioihoaepihlerpoaprualurapohopufaooileaahpirioopalhitepehporpeeapfluoygotpeofauoiiohoepfpiafeiphierpahoupafelurlrhyphiralugaohfepggaepiiphoepipipigeopugpiarohoalruwhoeoepfopoouaropaorhtoaepogaihppopipppoeuwuprofuopiogppproyupoppioaegoppootprhop
Vonti bar hundar val lagil
Awesome Beauty & Jubeen daa
Happy Birthday Legend.. Love you Zubeen da..
& heart touching song.. keep going on Deeg Diganta da 💐
ভাল লাগিল শুনি..clear music.. awesome
Zubeen da & nice lyrics
One of my favourite song❤️❤️❤️Tate akao Zubeen da😘 & Beauty ba r gaan❤️❤️❤️🙏🙏🙏😍😍😍
Nice song....May God bless you both....
Gitti huni hsai bhut bhal lagile love u jubeen da🥰😍😍
Dhuniya hoise gaan tuu ❤❤❤👌👌👌👌
Wow😍...what a lyrics.......
Zubeen rocks...........and Beuty mem nice👌👌
Zubeen da
Bohut dhunia song
আপোনাৰ প্ৰতিটো গানেই আমাৰ বাবে বিশেষ ❤️
জন্ম দিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ দাদা 💓💓
প্ৰিয়জন❣️❣️
জুবিন দাৰ জন্মদিনত মোৰ দাদা Deeg Diganta Boruah দাৰ Lyrics'ত এটি সুন্দৰ গীত ৰাইজৰ মাজত 💕❤️
Awesome lyrics❣️
@@madhunath7800 0
@@madhunath7800 zya
5
@@digantadas9704 😎
অতি সুন্দৰ সুন্দৰ আৰু আগুৱাই যাবলৈ আষা কৰিছো 👍👍👍👍
😍Happy birthday Zubeen da🎂,Emn dhuniya gaan eta Huniboloi palu,Mon2 vaal lagi gol.💞
বিউটী ধুনিয়া গাইছা দেই।লগত জুবিন দা। কি ক'ম আৰু ক'বলে ভাষা নাই।শুনিয়েই থাকো আৰু।
Beauty baa😍😍n zubeen daa😍rocks.. Anywys beauty baa zubeen da r upoja dinot bhal gift dila teuk❤
Mojjja lagil gan2 xuni.....Happy birthday Guli da😍😍😍🎂🎂🎂🎈🎈🎈
Vl lgil huni😍😍
Moja zubeen da.hokolu raije enekuab gan bisari thake apunar.
Birthday spical zubeen daa ....happy birthday amr ultra legend 😍😍
A moja
আপোনালোকৰ হিচাপ আছে নে,
এই গানটো কিমান বাৰ শুনিলা??
মোৰ নাই দেই ১০০+ হ'ল সম্ভৱ 🥹❤️
কব নোৱাৰো কিয় দাদাৰ গান শুনিলে মনতো বিয়াকুল হৈ পৰে,,,,,,,
Ki
Ei
Moloy
101% Right
Right bro ❤️💝
Luv u jubeen da.....xdai anekoie dhunia dhunia gan gai jbo😍😍😘😘😘
Nice song... love you zubeen Da..... Wish you many many happy return to the day 🎂🎂
Wow what a lovely songs heart khon sesa pori gol apunar gan tu xuni! Mon tu beya lagi asile hothat gan tu pai xuni lu so mine tu fresh hoi gol.....🙏🙏🙏🙏👌👌👌👍👍🌳🌳🐰🐰🍻🎑☀️🤗🤘? Zuben da you're my best singer..... Thank you so much brother!
Happy birthday zubeen daa........
ধুনীয়া লাগিছে দেই গীতটো
Heart touching .... Congratulations beauty .....Mon sui gol ......bohutdin murt enekuwa geet eti palu....zubeen da Mon sui gol ...
সচাঁকৈয়ে ইমান সুন্দৰ।।ভাষাহীন হৈ পৰিছো।।💕💕💕
I love you Zubeen Da.. দিনতো কামৰ পৰা আহি আবেলি সময়ত আপোনাৰ গান শুনি মনটো বহুত ভাল লাগে ।
Mojaaa deiii beauti ba r mat 2
Zg da juiiii
Thankyou
😍😍😍Happy birthday dada...
Moja 😘😘😘😘😘😘😘😘😘 video to hunkale lge ai gan tu
UA-cam ত জুবিন দাৰ নতুন গান কেতিয়া আহে তাৰ অপেক্ষা সদায় মই থাকো ৷
Akash Nibir Good job bro ❤️👌
huniy thkibo mn jai sun ....long live zubeen da...❤❤❤❤
Moi comments bur pohi pelalu dai.....Khub hundor hoise gan 2 ,,,,,, Beauti Sis❤️Love you Zubin da
জুবিন ভগৱান আমাৰ বাবে ♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️
জুবিন গাৰ্গ - যাৰ গানেই সাহস, প্ৰেৰণা যোগায়! ❤️
I love you Zubeen Da
I can't explain how much I love you
Your songs are so emotional that I go to an another world when I listen to. 💖💖💖💖
Moja....
জন্মদিনৰ শুভেচ্ছা থাকিল ।। মৰমৰ দাদা জনলৈ ... কি যে মধুৰ মাতৰ সংগীত ধুনীয়া দাদা
জুবিন দাদা বহুত বেছি ভাল লাগিছে 👍👍👍 আৰু আগুৱাই যাবলৈ আষা কৰিছো 👍👍 আগৰ কথা মনত পৰিলে
mojja lagil
Baha gaan.. Fida awsm new song.. Sound awsm
..hpy brthdy dada
অসমীয়াৰ হিয়াৰ আ মঠু...😍