Maa | Akou Hikai De Maa - Zubeen Garg | Madhurjya PratiM | Pallab Talukdar| Trishanu Bhuyan

Поділитися
Вставка
  • Опубліковано 14 січ 2025

КОМЕНТАРІ • 1,2 тис.

  • @jadumonibora8646
    @jadumonibora8646 8 місяців тому +26

    ' মা ' এটি মূল্যৱান শব্দ। মা এই ধৰাৰ ধৰিত্ৰী, পৱিত্ৰ এটি নাম মা ♥️♥️

  • @thelifeommyheart9
    @thelifeommyheart9 4 місяці тому +75

    7 বছৰতে হেৰাইছিলো মাক.... ২৭ বছৰ হবৰ হ'ল.....আজিও মনত আছে মাৰ লগত কটোৱা সেই সৰু সৰু কিছু ৰ্মূহুৰ্তবোৰ... সেইবোৰৰ মাজতে মাক আজিও নিজৰ মাজত ৰাখি থৈছো... জুবিন দা এনেকৈ আপোনাৰ গানবোৰৰ সৈতে মাক আৰু এবাৰ ওচৰত পাবলৈ বহুত মন যায় ..... জুবিন দা আপুনি❤

  • @Ajoy_Nath
    @Ajoy_Nath 6 місяців тому +29

    সঁচাকৈ হৃদয় চুই গল 😢
    ❤❤ মৰিগাঁও ৰ পৰা মৰম যাচিলো দে 🥳

  • @chinmoykalita..darrang.ass8788
    @chinmoykalita..darrang.ass8788 8 місяців тому +203

    'মা'এটি জীৱন 'মা' এটি সপোন।। 'মা মানে হৈছে পৃথিৱী '😊❤😊😍

  • @zgbittuofficial8725
    @zgbittuofficial8725 7 місяців тому +56

    হে মহান শিল্পী প্ৰণাম তোমাক ❤,

  • @ranjanborah6021
    @ranjanborah6021 8 місяців тому +49

    জুবিন দাৰ গান তাতে আকৌ 'মা'ক লৈ একদম ultimate অনুভৱ ❤❤❤

    • @garimaborah6040
      @garimaborah6040 6 місяців тому +2

      Zubeen da r gan nhi madhurjya pratim r gan but Zubeen dai gaise hee

  • @bboruah38
    @bboruah38 8 місяців тому +57

    এইয়া অসমীয়া সঙ্গীতৰ জগতলৈ এটা নতুন নক্ষত্ৰ আগমন।

  • @lakhigiri8216
    @lakhigiri8216 8 місяців тому +29

    'মা' মানেই গোটেই পৃথিৱী‌❤❤❤

  • @RahulRajbongshi-bn8fr
    @RahulRajbongshi-bn8fr 6 місяців тому +52

    যেতিয়া স্কুলৰ পৰা আহি পাওঁ। যদি মাক দেখি নেপাও তেতিয়া বহুত কষ্ঠ লগে 🥺 আৰু প্ৰতিতো সময়তেই মা লাগে। 🥺 পৃথিৱী খনেই হৈছে মা ❤️‍🩹🥺❤️‍🩹🫶

  • @KalpaJyotiShyam-jk7vg
    @KalpaJyotiShyam-jk7vg 8 місяців тому +29

    মা বিহীন জীৱন এটা বৰ কষ্টকৰ। মা মোক এৰি যোৱা চাৰি বছৰে হলে। সৰুৰেপৰাই জীৱনত যিমানবোৰ গান শুনিছো বৈছি ভাগ জুবিন দাৰ ,সুখটো জুবিন দাৰ গান আৰু দুখতো জুবিন দাৰ গান। জুবিন দা সদায়েই অনন্য ❤।

  • @2.0940
    @2.0940 8 місяців тому +361

    জুবিন দা কি কম 🥺💙 যোৰহাটৰ প্ৰগেমৰ পৰা অহা পাছত ৰাতি২.৩৭ বজাত হেডফোনত শুনী আছোঁ.।।❤️🌍যুগ যুগ ধৰি জীয়াই থাকক জুবিন দা 🤍🎈 মই এই সংসাৰৰ পৰা যোৱাৰ আগতে এবাৰ লগ পাৱৰ আশা আছে কাষত মোৰ ভগৱান মোৰ মা দেউতাৰ পাছতে ভালপোৱা মানুহ জন 🥺🥺🙇💐🙏🥰 program jua hokole like abhag de jabo bhall lagibo 😊

    • @jakirgamingyt7094
      @jakirgamingyt7094 8 місяців тому +12

      ❤❤same 😢😢

    • @2.0940
      @2.0940 8 місяців тому

      @@jakirgamingyt7094 um. 🥺

    • @mukutphukan8774
      @mukutphukan8774 8 місяців тому +8

      Love u maaaa ❤❤❤❤❤❤❤❤❤

    • @bishalmusicstudio7397
      @bishalmusicstudio7397 7 місяців тому +5

      Nice song ❤

    • @DhantiNath-gb8jp
      @DhantiNath-gb8jp 6 місяців тому +4

      আপোনাৰ গান আমাৰ বাবে এক উপহাৰ 🥺❤️ আপোনাৰ প্রতিটো গানত এক অযুত ভাল পোৱা লুকাই আছে💫🫂🌍 সদায় ভগবানে ভালে ৰাখক আপোনাক 💫❤️

  • @Niyorneelbora
    @Niyorneelbora 5 місяців тому +10

    মা মানে পৃথিৱী, দেউতা মানে ভগৱান ❤

  • @07...zubeengargshorts88
    @07...zubeengargshorts88 8 місяців тому +20

    জুবিন দা কি কম গাৰ নোম সিয়ৰি উঠা এটি গীত।। জয় জুবিন দা ❤❤❤❤

  • @bhashyajyoti7894
    @bhashyajyoti7894 8 місяців тому +26

    কি কম অতুলনীয় সেই কণ্ঠ , শুৰ, মাত ❤️! জুবিন দাৰ প্ৰতিটো গানেই মোৰ প্ৰিয় 😍!
    Love You জুবিন দা! তোমাৰ দীৰ্ঘ আয়ো কামনা কৰিলোঁ ....🤗❤️🌸
    Bhashya Jyoti Kakati

  • @Krishnarprithivi
    @Krishnarprithivi 8 місяців тому +39

    বৰ ধুনীয়া হৈছে , চকু সেমেকি উঠিল ❤❤❤❤

  • @Ramdhenu_Zg
    @Ramdhenu_Zg 6 місяців тому +17

    জুবিন দা কোনো নাই ঔ আপোনাৰ সমান গাব পৰা । মা গান, তাতে আকৌ জুবিন দা আপুনি গাইছে , কি কম মানে .....ভাষা নাই
    চকু পানী ওলাই গল ....

  • @SauravHazarikaVlogs
    @SauravHazarikaVlogs 8 місяців тому +14

    Pallab da, Bhaswat, Trishanu, Udayan bhaitee, Supranta, Rituparna da 🫶🏻🫶🏻 Loads of love❤️
    Zubeen da 🙏🏻

  • @jhankarbeat7854
    @jhankarbeat7854 6 місяців тому +14

    কি হয় নাজানো ৷ যেতিয়াই চাওঁ গানটো , চকুপানী বৈ আহে ❤️ Love u মা ৷ ❤❤❤❤❤

  • @darinakalita2150
    @darinakalita2150 8 місяців тому +35

    নৈৰ দৰে বʼব কোনো
    আইৰ সমান হ'ব কোন❤

  • @ringkupathaktourtravels3897
    @ringkupathaktourtravels3897 6 місяців тому +78

    মা😭😭😭 চিঞৰি চিঞৰি মাতিলেও নুশুুনা দেশলৈ কিয় গুচি গলা 😭😭 miss you maa😭😭

    • @KanikaTumung-yh7me
      @KanikaTumung-yh7me 5 місяців тому +3

      Maa homan morom tu kuneu dibo nuware . Kintu bhogoban apunak sob hukhi diyok . 😊dukh nokoriba

    • @Army_345
      @Army_345 5 місяців тому +1

      Apunk upror pora xdai sai thkibo aru agr jonmot lg pabo

    • @SouravHazarika-s6c
      @SouravHazarika-s6c 5 місяців тому

      🥺🥺😭😭😭😭😭

  • @pallabisaikia7050
    @pallabisaikia7050 7 місяців тому +7

    প্ৰতিটো শব্দই চুই যায় অন্তৰত❤
    পৃথিৱীৰ প্ৰতিগৰাকী মা ভালে থাকক....🥀

  • @Assamgirl9125
    @Assamgirl9125 6 місяців тому +8

    মা টো মায়ে ন❤🌎
    পৃথিৱীৰ এনেকুৱা এটা বস্তু নাই মাৰ সমান হবলৈ 😢

  • @babluboruah
    @babluboruah 4 місяці тому +5

    মা দেউতা নথকা দুখ যন্ত্ৰণা কেনেকুৱা সেইটো মইও বহুত ভালদৰে বুজি পাওঁ,,, বহুত ভাল লাগিল গান টো শুনি, বহুত দুখ ও লাগিল,,, কমেন্ত এটা দি থৈ গলো, কমেণ্টত like আহিলে আকৌ শুনিব আহিম।😢

  • @karabigogoi1982
    @karabigogoi1982 7 місяців тому +2

    Goosebumps❤❤
    ভগৱানে হে জানে,, মাক জীৱন্তে সুখ অলপ হলেও দিব পাৰিম নে নাই!! সৰুতেই ভাল আছিল।এতিয়া বেলেগৰ দায়িত্বত ঘৰখনলৈ মনত পৰিলেও আওকাণ কৰি থাকিব লগা হৈছে।। Miss you.. you are the whole earth for me..❤

  • @niranjannath9220
    @niranjannath9220 6 місяців тому +9

    যেতিয়াই এই‌ গানটো শুনো মালৈ মনত পৰি চকুহাল সেমেকি উঠে....

  • @BhaswatiKarmakar-e7l
    @BhaswatiKarmakar-e7l 3 місяці тому +1

    জুবিন দা আপোনাৰ এটা এটা শব্দ হৃদয় চুই যায় আপুনি দীৰ্ঘ দিন জীয়াই থাকক আপোনাৰ গান বোৰ শুনিলে বহুতো পাহৰি যোৱা সন্তানে মা ক দেউতাকক মনত পেলাই love you Zubeen da ❤

  • @dipankarjyotibora5688
    @dipankarjyotibora5688 8 місяців тому +20

    মা লৈ মনত পৰি গৈছে। গানটো বহুত ধুনীয়া হৈছে❤

  • @MadhurjyaPratimMusical
    @MadhurjyaPratimMusical  Місяць тому +1

    Thank you so much everyone for your support and love ❤ Please keep blessing 🎉

  • @RashmiRekhaDas-sw4qu
    @RashmiRekhaDas-sw4qu 8 місяців тому +7

    কাহিনী আৰু গান উফফ একদম শেষলৈ গা শিয়ঁৰি উঠিছিল। আগুৱাই যোৱা মাধু (ধুনু) শুভকামনা থাকিল। ❤❤

  • @jintumonidas4607
    @jintumonidas4607 2 місяці тому

    When zubeen da said " সেই আচল খনেই মোৰ কপালত মূচি দি যায়।।" His voice are swimming in my soul...❤️

  • @barashasaikia572
    @barashasaikia572 6 місяців тому +7

    Love u maaa❤😢maa obihony jibon tu solai nible bhut kostokor thik tenedry deuta obihony u😓.. Miss u deuta 😔

  • @ZGFANS-lg5un
    @ZGFANS-lg5un Місяць тому +1

    Uffs❤️ Zubeen da tumi gar num hiorai he ariba mane 💞🫀

  • @MaineeChutia
    @MaineeChutia 7 місяців тому +17

    মাৰ অবিহনে একোৱে ভাবিব নোৱাৰোঁ😢 দেউতাই এৰি যোৱা ৫বছৰ হ'ব হ'ল মায়ে আৱৰি ৰাখিছে বৰ আলফুলে❤ ভগৱানে সকলোৰে মাক-দেউতাক কুশলে ৰাখক ...মা- দেউতাহীন জীৱন বৰ কষ্টকৰ 🥲🥲

  • @jarnelrabha2022
    @jarnelrabha2022 8 місяців тому +1

    Uff 😢 Zubin da আপোনাক এবাৰ হলেও চুব মন হুইছো। মা তোমালৈ মনত সদায় পৰো।😢❤❤️🫂🫂

  • @MonikaBorgohain-uv7zx
    @MonikaBorgohain-uv7zx 8 місяців тому +5

    বহুত ধুনীয়া গীতটি,লগতে অভিনয়ৰ কথা কবলৈ ভাষাৰ অভাৱ🥰মোৰ নিজৰ লগত একেবাৰেই মিল আছে🥲

  • @HimangshuKalita-ok8xf
    @HimangshuKalita-ok8xf 4 місяці тому

    ...মনবোৰ দেখো কিবা লাগে।কিমান শুনিলো ক'ব নোৱাৰো। সচাঁকৈ মা অতুলনীয়❤❤❤।

  • @Arider245
    @Arider245 8 місяців тому +17

    Jorhat zubeen dar progamer pora ahiso deiii😊😊😊

  • @kalyanbordoloi2927
    @kalyanbordoloi2927 6 місяців тому +2

    মই যদি মৃত্যুৰ আগ জাননী পাওঁ , এইকেইটা গান শুনি হে যাম ....
    পাগল হৈ যাম দাদা ❤❤❤

  • @astompegu8133
    @astompegu8133 5 місяців тому +4

    Zubeen da tumi jui🔥🔥 kolija suy Jai Zubeen da tumiye xngit jogtor bogban Jai guru Zubeen da apuni nhle jiyai toka2we bekar

  • @ishanjyotidutta761
    @ishanjyotidutta761 4 місяці тому

    মা কি হয়, কোন হৈ আকৌ এবাৰ জুবিন দা আপুনি শিকাই দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ। এনেকুৱা এটা সুন্দৰ গান আমাক উপহাৰ দিয়া কাৰণে♥️

  • @bijaykumarmusical5269
    @bijaykumarmusical5269 8 місяців тому +6

    ইমান ধুনীয়া Lyrics & Composition ❤ আৰু ভাল ভাল কাম কৰি যোৱা Brother ❤️🎉

  • @anamikalahkar-le4kt
    @anamikalahkar-le4kt 4 місяці тому +1

    মা অবিহনে এই পৃথিৱীত কোনো নাই ❤❤❤

  • @Zubiniyan-kishor
    @Zubiniyan-kishor 5 місяців тому +3

    Ha vogoban mak xodi vale rakheba . Maa jate xodi mor logt a thake . Love you maaaa❤❤❤.bohut val paw tumak maa ❤❤.xodi xukhe hoi thaka tumi maaa ❤❤❤❤❤❤❤❤❤❤

  • @ankitakhargharia5454
    @ankitakhargharia5454 7 місяців тому +1

    মা মোৰ পৃথিৱী । Heart touching song soku Pani ulai gol...ki dhunia lyrics

  • @HajumaKhakhlary
    @HajumaKhakhlary 6 місяців тому +4

    I love you Ma ❤❤❤Mojah Hoise Dada gan tu ❤❤❤❤❤🎉🎉🎉🎉🎉

  • @Deepgogoi123
    @Deepgogoi123 6 місяців тому +1

    সঁচাকৈ “ মা " বিহীন জীৱনটো বহুত কষ্টকৰ।
    “মা" এইখন পৃথিৱীৰ পৰা যোৱা আজি প্ৰায় পাঁচ বছৰেই হ'ল 😢,
    সৰুৰেই পৰা বেছি ভাগ গান জুবিন দাৰ শুনিছোঁ, সুখটো তেওঁৰ গান , দুখটো তেওঁৰেই গান ।

  • @AxomJoydev
    @AxomJoydev 7 місяців тому +3

    Ki kom maa karone vaxkh nai 😍😍😍 maa mor jibon maa k xukhi rakhi babe bhut kosott korim ❤❤

  • @bblock7495
    @bblock7495 12 днів тому +2

    I love you maa deuta😢😢❤❤

  • @TrideepBorah-ny1qb
    @TrideepBorah-ny1qb 7 місяців тому +5

    Zg is not a singer he is emotion. Zg আপুনি ভগবান

  • @zgarsalan5180
    @zgarsalan5180 7 місяців тому +1

    অন্তৰ চুই যোৱা মাত জুবিন দা মানেয়ে গানৰ ৰজা ❤ জীৱনত আপোনাৰ দৰে দ্বিতীয়জন ওলাব নোৱাৰে

  • @rabibordoloi5359
    @rabibordoloi5359 5 місяців тому +172

    Gaan to xuni bahut kandilu maa loi bahut monot porile😢😢😢

  • @dharitrygogoi4019
    @dharitrygogoi4019 5 місяців тому +2

    "মা" এই অনুভৱ, মৰমবোৰ ময়ো পোৱা হ'লে ... মাকবোৰ সঁচাকৈয়ে এনেকুৱাই নে বাৰু😢😢

  • @Dipankarmedhi877
    @Dipankarmedhi877 8 місяців тому +9

    মা মোৰ বাবে কি সেইয়া কোনো এটা শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ ও মা।
    মোৰ মাৰ বহুত অখুগ হৈ আছে মা গানটো এবাৰ সুনিলো চকু পানী ওলায় গ'ল।❤😢

  • @JinniDas
    @JinniDas 6 місяців тому +2

    Mur 1 basar houte maa dhukaise .. bht mnt pore .. vgbnr osrt parthana jate prithibir xokolo maa vle rakhe .. miss u maa

  • @meyauvlog8587
    @meyauvlog8587 5 місяців тому +5

    Moi bortoman axomor bahirot asu.maaloi bohut monot poru. Maatkoi dangor kunu nai i love you maa..😢😢😢😢😢😢😢😢.

  • @JantiAli-d3e
    @JantiAli-d3e 3 місяці тому

    Every paragraphs ❤ every word iss! .....jodiu mur maa asee. ❤❤❤❤❤❤

  • @rituraj1135N
    @rituraj1135N 5 місяців тому +3

    গীতটোৱে আৱেগিক কৰি পেলালে কিন্তু বৰ ভাল লাগিল শুনি...❣️🙏

  • @Teck-wq5ei
    @Teck-wq5ei 4 місяці тому +1

    Very emotional hoi golu........sakupani.......pura ulai gol

  • @lohitborah9529
    @lohitborah9529 8 місяців тому +4

    ধুনীয়া হৈছে ককাই আগবাহি জা ❤

  • @MithunRajbongshi-qj6te
    @MithunRajbongshi-qj6te 8 місяців тому +1

    সুন্দৰ কন্ঠ জুবিন দা সচাকে মা দেউতাৰ দৰে কোনো হ'ব নোৱাৰে ❤

  • @ManashSenapoti
    @ManashSenapoti 8 місяців тому +19

    Zubeen dai emn dhuniake gaai ji geetei nhouk kio kali jorhatt lounch houte nije Sai ase bht blg ata feel hoisl moi zubeen Dak u Sai asilu porda khn u Sai asilu like krba zubeen Dak vl pua bure

    • @MadhurjyaPratimMusical
      @MadhurjyaPratimMusical  8 місяців тому +3

      বহুত ধন্যবাদ তোমালৈ❤❤

    • @ManashSenapoti
      @ManashSenapoti 8 місяців тому

      @@MadhurjyaPratimMusical bht bht xubhessa dada agbahi jauk gaan ata gabole pam nki lyrics ata dada

  • @geetamonisaikiageetamonisa7521
    @geetamonisaikiageetamonisa7521 7 місяців тому +1

    মা মানেই পৃথিৱী... সদায় ভালে থাকা মা❤

  • @unofficialtopic9129
    @unofficialtopic9129 6 місяців тому +5

    এই ভিদিউতো মোৰ জীৱনৰ লগত কিছু মিলি ।গৈছে 😢 মা অবিহনে সকলো আধৰুৱা । সচাই আজিও এনে দৰে । গানবোৰ দেখি শুনি আজিও চকূলো‌ সেমেকি উঠে 😢

  • @moongagarin2Gamer
    @moongagarin2Gamer 6 місяців тому +2

    20 bar mn hnilu ❤ma loi monot porile aitu ganei hunu..love u zubeen daa❤

  • @H.J.K.CREATION
    @H.J.K.CREATION 8 місяців тому +7

    জুবিন দাৰ কণ্ঠ😭😞♥️🫀

  • @bikramroy7339
    @bikramroy7339 5 місяців тому +1

    গানৰ শব্দবোৰ,সুৰ আৰু জুবিন দাৰ কণ্ঠ,,,,,,উফ্........

  • @barhoijintu3223
    @barhoijintu3223 8 місяців тому +6

    কোনে কয় jubeen দা আগৰ দৰে নহয় বুলি
    ❤❤ হদায় প্ৰিয়

  • @rohitwild2152
    @rohitwild2152 Місяць тому +1

    20 years without you maa 💚😟

  • @Mainahazarika775
    @Mainahazarika775 3 місяці тому +3

    Love you zubeen daaa

  • @dhrubajyotiterang1003
    @dhrubajyotiterang1003 5 місяців тому

    কি সুন্দৰ আৰু চিৰ সেউজীয়া গীত জুবিন দা আপুনি আৰু আপোনাৰ গীত❤😢 সঁচাকৈ অতুলনীয়❤
    জয় জুবিন দা ❤

  • @rajuchetia3644
    @rajuchetia3644 6 місяців тому +4

    Zubeen daa ❤❤❤❤

  • @attitude4063
    @attitude4063 6 місяців тому +1

    মা তুমি ভগৱান ❤
    Love uhhh maa❤

  • @PopiMoran-t5r
    @PopiMoran-t5r 6 місяців тому +3

    Uffff 😢❤❤❤

  • @SumanDeka-vk9lh
    @SumanDeka-vk9lh 5 місяців тому +2

    Maaaa 💎💗gaan to jiman xunileo hepah napalai dekhon 🥺❤

  • @jitulnahorliveyoutube8753
    @jitulnahorliveyoutube8753 8 місяців тому +3

    Hundor geet Love you❤Zubeen da Love you Maa

  • @Tanning6
    @Tanning6 4 місяці тому

    " Maa" vogobanor ati upohar❤Jubinda apunaloi hotobar pronam❤🙏

  • @abinashborah885
    @abinashborah885 8 місяців тому +3

    Xsakoi a bor dhuniya lgil 🥺❤️

  • @Dipom3935
    @Dipom3935 6 місяців тому +1

    Madhurjya da tumi 🔥 enekai agbahi jua tare kamona korilu❤

  • @PahiDas-sh5sw
    @PahiDas-sh5sw 7 місяців тому +65

    Love you maa 🌏🫶

    • @Puja-d3m
      @Puja-d3m 4 місяці тому +1

      Maa love you..🌏❤️

  • @jayantajayanta6480
    @jayantajayanta6480 8 місяців тому +1

    মা সদায় মা ♥️🌍 মাৰ সমান কোনো হ'ব নোৱাৰে এইটোৱেই সচা জীৱনটোত

  • @Girish46-b6k
    @Girish46-b6k 7 місяців тому +3

    Dhuniya gaan bur ketiya u viral nhoi ba views nhe 😢

  • @paradisevlogs3754
    @paradisevlogs3754 4 місяці тому

    Each time when I hear this song tears comes out automatically..I don't know what happens to me❤

  • @zubeengargjukebox
    @zubeengargjukebox 7 місяців тому +3

    মা ❤🎉

  • @pinkiborkakati
    @pinkiborkakati 3 місяці тому

    Zubeen da 2mi 1,000 bosor jiai thaka . Aru amk ai gan bur upohar di jua ❤❤ joi zubeen daa❤❤❤❤🥀🥀

  • @arpitchakraborty8138
    @arpitchakraborty8138 8 місяців тому +5

    Good Job guys

  • @unickuncommon137
    @unickuncommon137 6 місяців тому +1

    Uffhhh kokai❤ tumi Amor Hoi Rua❤❤❤❤

  • @Lohit-wv6xm
    @Lohit-wv6xm 6 місяців тому +5

    Love you Ma 😢❤

  • @happynewyearbulibaruah3007
    @happynewyearbulibaruah3007 5 місяців тому +2

    বৰ ধুনীয়া হৈছে গানটি😊😊

  • @popidutta6660
    @popidutta6660 5 місяців тому +3

    I love you ma ❤️❤️

  • @foodandtravel5433
    @foodandtravel5433 6 місяців тому +1

    God bless you zg da❤️❤️ bhut bar xunilu hephei nopolay

  • @HirakjyotiSarma-tr6ku
    @HirakjyotiSarma-tr6ku 6 місяців тому +3

    I love you maa ❤️❤️❤️🙏🙏🙏😥😥😥😥😥

  • @surasj7418
    @surasj7418 5 місяців тому +1

    কবলৈ একো ভাষা বিছাৰি নাপাওঁ । বৰ ধুনীয়া হৈছে ।

  • @cyverbishnu
    @cyverbishnu 8 місяців тому +7

    Zubeen ❤ like

  • @ankurray1412
    @ankurray1412 3 місяці тому

    Ufff jiman bar xunilu ximan bare kandilu🥺🥺❤❤

  • @Taralibaishya729
    @Taralibaishya729 6 місяців тому +7

    Love you Maa ❤

  • @KachariPassam
    @KachariPassam 3 місяці тому

    সেই আচল খনে.............(গাৰ নুম শিহৰি উঠে )❤❤

  • @TANMOY-DEORI-OFFICIAL
    @TANMOY-DEORI-OFFICIAL 8 місяців тому +9

    Ma abihone ai pritibi kon andokar ooo bohut duk lage maloi ajiu mont pore 😣😖😔🥺 hosae xopun bur xopun hoi takhi roi jai

  • @bastobvlogs3547
    @bastobvlogs3547 5 місяців тому +1

    মা মানে সাহস ❤ মা মানেই মোৰ কাৰণে সকলো 🌏 , আই সমান হব কোন নৈ সমান বব কোন ❤

  • @dipankarchangmaiaxom1299
    @dipankarchangmaiaxom1299 6 місяців тому +2

    Grand Mother

  • @udiptavlogs278
    @udiptavlogs278 7 місяців тому +1

    Joi Zubeen daa ❤😊 Apuni xodai anekoi a thakok my God 🌎🫀🫂