Return Back of Junior Bhupen Hazarika.

Поділитися
Вставка
  • Опубліковано 4 жов 2024
  • Turning Point interview of Junior Bhupen Hazarika.

КОМЕНТАРІ • 114

  • @pallabitakakotyshah1496
    @pallabitakakotyshah1496 2 роки тому +4

    খুউব সুন্দৰ অনুষ্ঠান এটা উপভোগ কৰিলো .ধন্যবাদ

  • @jitenkonwar3091
    @jitenkonwar3091 Рік тому +2

    ভূপেন দাক শ্ৰদ্ধা জনাই গোৱা গীতটো শুনিবলৈ বহুত সুন্দৰ লাগিল। শলাগ ললো আপোনাৰ।

  • @mexi1344
    @mexi1344 3 роки тому +3

    Welcome sir , programme too বৰ ভাল লাগিল ট্ৰেজেদী টো হে মনত দুঃখ পালো আগবাঢ়ি যাওক শুভ কামনা কৰিলো।

  • @arunabha2321
    @arunabha2321 3 роки тому +8

    "বুঢ়া লুইতৰ বিশাল বাহুই" এই কালজয়ী গীতটিৰ সুৰকাৰ জ্যোতিৰ্ময় দেৱনাথ বুলি আজিহে গম পালোঁ । এই গীতটি অত্যন্ত উচ্চ মানদণ্ডৰ এটি অমৰ সৃষ্টি ।

    • @किरण2021
      @किरण2021 Рік тому +1

      কথাটো বহুতেই নাজানে.. তাৰেই চেলু লৈ মিতালী চৌধুৰীয়ে নাম কিনিলে.. মই কিন্তু পিছলৈ মিতালী চৌধৰীৰ একাউণ্টত কমেন্ট কৰি তেঁওক সুধিছিলো পিছে তেঁও কমেণ্টটো ডিলিট কৰি দিছিল..

    • @Elora.Baruah
      @Elora.Baruah 10 місяців тому

      @@किरण2021 wishing you all the best

  • @किरण2021
    @किरण2021 Рік тому +1

    আজি মই কিমান সুখী হয়তো ভাষাৰে কব নোৱাৰিম হয়তো কোনোবাই মোৰ কমেন্ট তো পঢ়ি হাঁহিব কিন্তু মই ভ্ৰুক্ষেপ নকৰো...
    প্ৰথম ধন্যবাদ আপোনালোকৰ নিওজ পৰ্টেল টোলৈ.. জ্যোতিৰ্ম্ময় দেৱনাথ ডাঙৰীয়াক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ বাবে...
    তেঁওক দেখিছিলো পলাশবাৰীৰ বহাগী বিদায়ৰ সাংস্কৃতিক সন্ধিয়াত.. নাম দিছিল জুনিয়ৰ ভূপেন হাজৰিকা.. গীত শুনি ইমানেই আপ্লুত হৈ পৰিছিলো.. যে বন্ধু সকলোৰ মাজত আলোচনা কৰিছিলো এদিন এজন অসমৰ সুগায়ক হব পিছে কেনেকৈ ক'ত হেৰাই গল বিচাৰিয়েই নাপালো.. বহুত বিচাৰ খোচাৰ কৰিছিলো..
    কিন্তু যেতিয়া মিতালী চৌধুৰী বাইদেউয়ে বুঢ়া লুইতৰ সেই বিখ্যাত গীতটি উলিয়াই অকল তেখেতৰ নাম দিলে দেখি আচৰিত হৈছিলো.. মই বহুতকে কৈছিলো সেই দিনটোৰ কথা পলাশবাৰীৰ বিহুত দেৱনাথ দাই পৰিবেশন বিখ্যাত গীতটি.. তাতেই এখন কাজিয়া হৈছিল তেঁওৰ চাগে মনত পৰিবনে নাই নাজানো.. মাত্ৰ হাৰ্মোনিয়াম গীটাৰ তবলা ঢোলক লৈ গীত গাই কলিকতাৰ পৰা অহা দল এটাক লৈ কিবা কিবি কৈছিল l আমাৰ কিশোৰ মনত জাতীয় চেতনা জগাই তুলিছিল.. তাৰ পিছত কলিকতাৰ দলটোৱে গীত পৰিবেশন নকৰিলেই..
    কথাখিনি মনৰ পৰা প্ৰকাশ কৰিবলৈ পাই আজি মই বহুত সুখী.. পিছলৈ মই বহু কথাই তেঁওৰ বিষয়ে ইজনৰ পিছত সিজনক সুধি জানিবলৈ চেষ্টা কৰিছিলো l
    জ্যোতিৰ্ময় দা.. আপোনালৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো...
    যদি মোৰ কথাখিনি পঢ়ে তেন্তে ঘটনাটো নিষ্চয় মনত পৰিব...
    দীঘলীয়া হল তাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ..
    শেষত আপুনাৰ আৰু বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলো.. কাৰণ আপোনালোক দুয়োজন এটা বিশেষ সন্মানীয় বাৰ্তা সমাজৰ আগত দেখুৱাই দিছে...

  • @kamakhyabaruah9457
    @kamakhyabaruah9457 Рік тому +4

    He has a unique voice of his own. I believe he can establish himself as a Jyotirmoi Deb Nath .I request him to bring an end of all those odds and start afresh his works.Going away from the public is an injustice for him . Best wishes from the core of my heart.

  • @barshasridas9664
    @barshasridas9664 6 років тому +3

    দেৱনাথ ছাৰ, আপোনাৰ কণ্ঠৰ পৰা নিগৰা সংগীতৰ সুমিষ্ঠ জলপ্ৰপাতটো এইদৰেই বৈ ৰওক আজীৱন । অসমৰ সাম্প্ৰতিক সংগীতৰ পথাৰখনত আপোনাৰ দৰে সুকণ্ঠী শিল্পীৰ অতিকৈ আৱশ্যক হৈছে । আপোনাৰ সুস্বাস্থ্য কামনাৰে পুনৰ গীতৰ মাজলৈ ঘূৰি অহাৰ আহ্বান জনালোঁ । 💐

  • @labaram566
    @labaram566 4 роки тому +3

    অতীত এটা দু:স্বপ্ন-বুলি সহজ ভাবে ভাবি লৈ, জীৱনৰ বাকী থকা বাট খিনি সাহসীসতাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক ,এয়া মোৰ ব্যক্তিগত আহ্বান ।ধন্যবাদ ।

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 2 роки тому +3

    Jayotimoi Da. go on ! You have a God gifted voice. Wishing you all the best.💥💥💥💥

  • @mithunpegu5935
    @mithunpegu5935 13 днів тому

    আকৌ ৰাইজৰ মাজলৈ ওলাই আহক, আমি আন্তৰিক অভিনন্দন জনাইছো ।

  • @basantahira8645
    @basantahira8645 3 роки тому +3

    দাদা, আপুনি আকৌ আমাৰ মাজলৈ আহক। ওচৰত পোৱা হয় আপোনাৰ ভৰি খন এবাৰ চুই চালো হয়। মন গৈছে আপোনাক এবাৰ ওচৰৰ পৰা চাবলৈ।।

  • @madhumitabaruah
    @madhumitabaruah 4 роки тому +2

    Uncle Auntyk ami Nisei osarar pora paisu... Pari xokolu khiniye onubhob koribo paru.. Kiman bhal manuh nokoleu sobei janei.. Akebarei nijor nijor lagey.. Bhogobaney Bhaley rakhok.. Xukh xanti unnoti.. kamona korilu 💜🌹

  • @kushalbora504
    @kushalbora504 4 роки тому +5

    জ্যোতিৰ্ময় জ্যোতি বিয়পি যাওঁক বিশ্বত.আমিও বিচাৰো মনে প্ৰাণে.
    কিন্ত এংকৰ ডাঙৰীয়া ভূপেন হাজৰিকা ভূপেন কেৱল.জুনিয়ৰ শব্দ প্ৰয়োগ কৰি অসন্মান নকৰিব শ্ৰদ্ধাৰ ভূপেন হাজৰিকাক.

  • @sridhardeka3117
    @sridhardeka3117 2 роки тому +2

    অতি আপ্লুত হ'লো!!
    দীৰ্ঘ দিনৰ পিচত দেখা পাই খুবেই আনন্দিত হ'লো ।

  • @wahabali1298
    @wahabali1298 2 роки тому +1

    Bhut Val lagise aro moi jibone morne Val pao bhupen dak Aponaloi mor Allah osrt parthana jonao gan bor gai let Val pam

  • @arupjyotigogoi1351
    @arupjyotigogoi1351 6 років тому +3

    আকাশত তৰাবোৰ নহ'লে
    আকাশ জানো আকাশ হৈ
    ৰব। হে সুন্দৰ আপুনি আমাৰ
    মৰমৰ । আপোনাক আমাক
    লাগে।

  • @nekibhussain4073
    @nekibhussain4073 10 місяців тому

    বহু কথা নাজানিছিলো , ভাল লাগিল 💜🙏

  • @harikantagogoi2607
    @harikantagogoi2607 Рік тому

    Bahut bhal laagil..... Bhopen Da moor otikoi priya..... Because ,, axomor Homaaj aru Culture jagataloi ji awadaan Heia aajir neta aru kisumaan manuhe kot bujiba..

  • @ফুলেশবৰিদাশ

    আপুনি পুনৰ উভতি আহক সংগীত জগতলৈ।

  • @susenchetia1551
    @susenchetia1551 Рік тому

    Jyotimoi.da.bohut.bohut.Ovinondon.jonalu.aru.gan.hunim.apunar.konthot.Logote.Robin.Gouswami.da.Mithun.Dhor.dangoria.kenekoi.Same.Voice.kontho.mili.Jai.study.bohute.korise.kintu.korbat.kisu.holeu.olop.konthotu.buji.pua.jai.aru.Vakha.nai.Long.Live.all.the.best

  • @manindranath4509
    @manindranath4509 2 роки тому

    জ্যোতিৰ্ময় সদায় জ্যোতিৰ্ময় হৈ আগুৱাই যাবলৈ সাজু হোৱা মই বিচাৰোঁ । মই মোৰ জীৱনৰ যুদ্ধ কৰি কৰি ভাগৰি পৰা নাই!! মই মোৰ বিশ্বাসী বন্ধুৰ পৰা যেতিয়া প্ৰতাৰিত হয় তেতিয়া বহুত ধৰ্য্যৰ প্ৰয়োজন হয় আৰু ধৰ্য্যৰ ফল বৰ মিঠা বুলি ভাবো । ধানবাদ দাদা ।

  • @purnanathborah2729
    @purnanathborah2729 6 місяців тому

    আপ্লুত হ’লোঁ ৷

  • @bulbuligogoi7889
    @bulbuligogoi7889 4 роки тому +1

    ধন্যবাদ । আপোনাৰ প্ৰতিশ্ৰুতি কেছেটৰ গান কেইটা কেতিয়াবা শুনিবলৈ পাম নিকি। ? 🙏🙏

  • @tulikalahkar4784
    @tulikalahkar4784 Рік тому

    Bohut val lagil, Apuni akou agar nisinakoi gaboloi louk

  • @monglapathak3322
    @monglapathak3322 5 років тому +2

    Sweet voice jyotirmoy daa.. God bless you

  • @NageswarNath-ty6pg
    @NageswarNath-ty6pg 4 місяці тому

    অভিভূত হলোঁ ককাইদেউ

  • @kuladharborah3973
    @kuladharborah3973 5 років тому +3

    তাহানিৰ এটা ভূপেন হাজৰিকাদেৱৰ সংগীত গালে সুখী হম

  • @rajubasumatary8211
    @rajubasumatary8211 3 роки тому +1

    Wish you a very happy Durga puja Nath da

  • @prodipgogoi7520
    @prodipgogoi7520 Рік тому

    প্ৰতিভা সদাই চিৰসেউজ আমৰণ অভগন।সু ৱদি সুৰ মধুৰ কন্ঠ ধুনীয়া শৰীৰ ভগৱানৰ দান।আনৰ কথা শুনি থমকি যাব নালাগে নিজৰ প্ৰতিভাৰ বিস্তাৰ কৰি যাব লাগে।

  • @subhashdas2152
    @subhashdas2152 6 місяців тому

    জ্যোতিৰ্ময়, আমি সকলো তোমাৰ লগত আছো , আগুৱাই জোৱা।

  • @bhabeshkakati2830
    @bhabeshkakati2830 7 місяців тому

    সুন্দৰ

  • @jahahoralmushahary9682
    @jahahoralmushahary9682 2 роки тому +1

    Many many thanks

  • @dr.p.hazarika500
    @dr.p.hazarika500 Рік тому

    Sumonta choliha dev apunak pranam jonaisu aru morom jasilu.
    Apuni oxomiya jatir babe bohut kori thoi goise

  • @tulikalahkar4784
    @tulikalahkar4784 Рік тому

    Apuni ejon val singer hoi buli xokoluwe Jane, apunar pora aru val val geet xuniboloi pam buli akha korilu

  • @shekharrajbongshi6929
    @shekharrajbongshi6929 2 роки тому

    Sorry apunar Program saute bohut polom hol very very nice video Mur mon suy gol

  • @aruphazarika4717
    @aruphazarika4717 4 роки тому +1

    জ্যোতিৰ্ময় দা প্ৰকৃততেই এজন সংগীত শিল্পী । আশীৰ দশকৰ এজন
    অগ্ৰণী আৰু অদিত্বীয় গায়ক আছিল
    আমি ভূপেন দাৰ পিছতে তাহানি
    তেওকে ভাবিছিলো । কিন্তু পট
    পৰিবৰ্তন হল বহু " ভূপেন হাজৰিকাৰ " জন্ম হল পিচলৈ । আৰু
    অসমীয়াৰ সেই বিখ্যাত স্বভাৱ "কেকোঁৰা " ৰ কাম -কাজ আৰম্ভ হল
    ফলত জ্যোতিৰ্ময় দাৰ যি অৱস্থা হল
    জনাই জানে । কিন্তু এতিয়া তেওঁ
    পুনৰ ওলাই আহিছে আমি সন্মান
    জনাব লাগে অসংখ্য জন " ভূপেন
    হাজৰিকাৰ" পিচতো কিন্তু জ্যোতিৰ্ময়
    দা সদায় জ্যোতিৰ্ময় দা য়েই যাৰ
    ওপৰত ভূপেন হাজৰিকাৰ আশীৰ্বাদ
    আছিল আৰু সদায় থাকিব।

  • @bikullaskar5079
    @bikullaskar5079 2 роки тому

    bahut.bhal..hoise

  • @sanatanbaishya5234
    @sanatanbaishya5234 8 місяців тому

    প্ৰণাম

  • @uttarabaruva3461
    @uttarabaruva3461 3 роки тому +3

    You have got your different identity, I request you come forward and continue singing. We are all with you. All the best.

  • @किरण2021
    @किरण2021 Рік тому

    আপুনি আকৌ ওলাই আঁহক জ্যোতিৰ্ময় দা.... এবাৰ মনত পেলাব... পলাশবাৰীৰ বহাগী বিদায়ৰ দিনটোলৈ যত হেজাৰ হেজাৰ মানুহৰ মাজত বুঢ়া লুইতৰ সেই বিখ্যাত গীতটি গাই কথাৰ মাজেৰে যি জাতীয় চেতনা অকণমান সময়তে ধাৰাসাৰ বৰষুণৰ মাজত জগাই তুলিছিল.. তাক মই সোঁৱৰাই দিলো.. আকৌ চাব খোজো মঞ্চত হাৰ্মোনিয়াম গীটাৰ মেণ্ডোলিন তবলা ঢোলক লৈ গীত পৰিবেশন কৰা...

  • @santonooacharjyya3422
    @santonooacharjyya3422 2 роки тому

    Dada ...Bor Bhal laagile interview tu aapuni Gaanor Maajoloi punor ghuri aahok..aamar Bohutu xubhokaamona aase aapunaloi

  • @uttambordoloi7815
    @uttambordoloi7815 3 роки тому +1

    Very good singer for me.

  • @rupjitkumardas7377
    @rupjitkumardas7377 2 роки тому

    ঐতিহাসিক অসম আন্দোলনত শ্ৰদ্ধেয় এইগৰাকী শিল্পীৰ আগমনে লক্ষজনক আপ্লুত কৰিছিল..অথচ অসমীয়াই আজি পাহৰি গলো..

    • @prasannabora7644
      @prasannabora7644 2 роки тому +1

      Tekhete Nijor matot gaan guwa hole nijor porissoi thakile heten

  • @mitzdas8850
    @mitzdas8850 4 місяці тому

    Khub vl lgile sai inspired holu tekhetor ktha buror pora nd encourage holu

  • @diptyborah8196
    @diptyborah8196 6 років тому +2

    আকৌ ঘূৰি অহাৰ বাবে ধন্যবাদ। আমি যিহেতু শিল্পীক ভাল পাওঁ

    • @Tdb.kalita
      @Tdb.kalita 5 років тому

      Khub xundor voice apunar but xuniboloi ktia pam

  • @mridulborah4505
    @mridulborah4505 5 років тому +2

    Actually it is turning point. Bhuyan da, you have done a great job .

  • @sailenmallikpoltumallik4998
    @sailenmallikpoltumallik4998 2 роки тому +1

    তেখেতৰ ভূপেনদাৰ লগতে ফটোত দেখা পাওঁ ,,,,পিছে সচাকৈ দেখা পালোঁ,,,,

  • @robindas9296
    @robindas9296 Рік тому

    He is a great singer… should be brought back to singing…

  • @amarendranathsarma6283
    @amarendranathsarma6283 Рік тому

    Manuh bor baayae Kam ,chinta korishil , Tu dada.

  • @ramprakashsaikia9091
    @ramprakashsaikia9091 2 роки тому

    Very nice . great... pls sir come to the dise.

  • @tulsicreations862
    @tulsicreations862 2 роки тому

    Hosai ejon mohan hilpi ...jujaru hilpi teu jiyai thakok

  • @bankimsarma6359
    @bankimsarma6359 3 роки тому

    Kono ganei ajiloi mur hia iman sui jowanai, Bhupen Da r geetar bahire

  • @nityadas3084
    @nityadas3084 2 роки тому

    Same with Bhupenda

  • @durlovjyotibhuyan9282
    @durlovjyotibhuyan9282 5 років тому +1

    Bor bhal lage Jyotiermoi DebNath r kontha agbahi jawak jyoti Da.

  • @rajanideka4339
    @rajanideka4339 6 років тому +2

    Jyotirmayda aami apunar logat.

  • @junakilaskar6198
    @junakilaskar6198 24 дні тому

    ধন্য

  • @nitomtayung2480
    @nitomtayung2480 10 місяців тому

    Very nice

  • @Its_doto
    @Its_doto 4 роки тому

    Bhal loga bea loga aghat ai hokolubur hamayar kral grasat herai goise. Hakalu pahari jauk. Apuni mathu ajan val sangitàgya. Apuni akau olai ahak debnath dada. Amak ananda diyak sangitere.

  • @satyasundarofficial7286
    @satyasundarofficial7286 6 років тому +2

    মই সদাই আপোনাৰ কাষত আছোঁ

  • @bhesojbaruah8725
    @bhesojbaruah8725 6 років тому +1

    Junior Bhupen Hazarika আকৌ গীত গাওক🎂💐💐💐💐💐

  • @nargisnargis844
    @nargisnargis844 5 років тому

    Xokakoi bohut bhal lagile gaanbur xuni .Apunar usorot akou jam moi gaan xunim.Akou sangitor dixot akou aguai jai jen tarei kamona karilu..

  • @durlovjyotibhuyan9282
    @durlovjyotibhuyan9282 4 роки тому

    J. Debnath, Da. Your voice is very nice.

  • @drngoswami.9507
    @drngoswami.9507 5 років тому +1

    Really nice

  • @dibyajyotidas2003
    @dibyajyotidas2003 6 років тому +1

    Awesome 👍 👍

  • @ramadas5839
    @ramadas5839 3 роки тому

    u r the great.we are all ways ready to recognize u as junior Bhupenda we therefore request u kindly try to come again so that we shall be able get u in stage randomly. We r with u.please don't wory

  • @p.kumarboruah1368
    @p.kumarboruah1368 6 років тому +2

    Nice.....

  • @gitikadevi325
    @gitikadevi325 2 роки тому

    Vl lagil

  • @rajubasumatary8211
    @rajubasumatary8211 3 роки тому +1

    Keep it up Turning point

  • @mamanibezbaruah5520
    @mamanibezbaruah5520 2 роки тому +1

    🙏🙏🙏🙏

  • @pranabjyotikashyap7799
    @pranabjyotikashyap7799 4 роки тому +1

    Nakere matile bhupen hazarika hobow nuware. Turning point mane khanghatik turning luwa point

  • @tapandas5309
    @tapandas5309 4 роки тому +1

    Mr.Debnath.plz return again.

  • @gupikantahazarika2113
    @gupikantahazarika2113 4 роки тому

    great jonb.👍

  • @lon90x
    @lon90x 4 роки тому +1

    ❤Peha❤

  • @girishkandali2550
    @girishkandali2550 2 роки тому

    আজি এটা পুৰণি দিন শুৱৰিছো।

  • @rajubasumatary8211
    @rajubasumatary8211 3 роки тому

    Outstanding singing keep it up

    • @faridabegum3766
      @faridabegum3766 2 роки тому

      বহুত বহুত সুন্দৰ🙏

  • @gyanamnath9236
    @gyanamnath9236 4 роки тому

    Dada tulana bihin gayaki ,anannya, sumadhur .

  • @kaliramkuli2041
    @kaliramkuli2041 2 роки тому

    Gold is gold whatever its forms

  • @prashantabasu3730
    @prashantabasu3730 3 роки тому

    Well come kokaideu 🙏🙏🙏🙏

  • @dharanidhardeka8460
    @dharanidhardeka8460 2 роки тому

    Aapuni agg bari jaok jouri bilauk .

  • @pratidhwani604
    @pratidhwani604 2 роки тому

    Heraijuwa atit ghuraai palu

  • @gojenhaloi2833
    @gojenhaloi2833 2 місяці тому

    Dada aapuni akoahak

  • @pallabitadaschetry3933
    @pallabitadaschetry3933 7 років тому +1

    apuni ako amar babe gaan gawk..val khilpir avab hoise . apuni akow gaan gawk

  • @bhadrakantadas6101
    @bhadrakantadas6101 3 роки тому

    Nice voice

  • @deepkumarnath1994
    @deepkumarnath1994 3 роки тому +2

    মুছলিম বিয়া পাতি তোমাৰ জীৱন শেষ

  • @jayharidas6150
    @jayharidas6150 Рік тому

    Joytirmay Devnath Dak assamiya Raije punar sangeet jagataloi ghurai aanak

  • @the90s4
    @the90s4 6 років тому +1

    awesome

    • @alimumbagamer3791
      @alimumbagamer3791 6 років тому +2

      Luhit Taw e

    • @RajRoy-bk6wy
      @RajRoy-bk6wy 3 роки тому

      তুমি সংগিতলৈ যিকোনো,,,,,ওলাই আহা

  • @khagendutta3646
    @khagendutta3646 3 роки тому

    Nicez

  • @adi199010p
    @adi199010p 7 років тому

    Awesome

  • @baharulislam2894
    @baharulislam2894 6 років тому +1

    উওম কন্ঠ

  • @minatimedhi1739
    @minatimedhi1739 2 роки тому

    শিল্পীৰ বাট ত হেঙাৰ নহব

  • @prasannabora7644
    @prasannabora7644 2 роки тому

    Junior hobdo tu kio byobohar kore.???

  • @pranabjyotikashyap7799
    @pranabjyotikashyap7799 4 роки тому

    Bhupen dak laj nidibow o dada

  • @gboruah6460
    @gboruah6460 5 років тому

    Eaionotkoi robin guswmir kontha beohut mil ase

  • @pranabjyotikashyap6238
    @pranabjyotikashyap6238 2 роки тому

    Faltu ...bhupen hazarikar voice equivalent hoise mithu dhar kolkatar bujisaw.

  • @pranabjyotikashyap7799
    @pranabjyotikashyap7799 4 роки тому

    Rabin goswamir nisina hobow nuware

  • @aruptahbildar55
    @aruptahbildar55 5 років тому

    pratibha mar jaboloe nidib aaponalok aamar shampad

  • @pankajborbora7766
    @pankajborbora7766 5 років тому

    .monk monk mukh khoni

  • @khagendutta3646
    @khagendutta3646 3 роки тому

    L

  • @debajitdibyajyotidj3135
    @debajitdibyajyotidj3135 3 роки тому

    🙏🙏🙏