Media Uploads
Media Uploads
  • 1
  • 107 503
Return Back of Junior Bhupen Hazarika.
Turning Point interview of Junior Bhupen Hazarika.
Переглядів: 107 522

Відео

КОМЕНТАРІ

  • @mithunpegu5935
    @mithunpegu5935 13 днів тому

    আকৌ ৰাইজৰ মাজলৈ ওলাই আহক, আমি আন্তৰিক অভিনন্দন জনাইছো ।

  • @junakilaskar6198
    @junakilaskar6198 24 дні тому

    ধন্য

  • @gojenhaloi2833
    @gojenhaloi2833 2 місяці тому

    Dada aapuni akoahak

  • @NageswarNath-ty6pg
    @NageswarNath-ty6pg 4 місяці тому

    অভিভূত হলোঁ ককাইদেউ

  • @mitzdas8850
    @mitzdas8850 4 місяці тому

    Khub vl lgile sai inspired holu tekhetor ktha buror pora nd encourage holu

  • @purnanathborah2729
    @purnanathborah2729 6 місяців тому

    আপ্লুত হ’লোঁ ৷

  • @subhashdas2152
    @subhashdas2152 6 місяців тому

    জ্যোতিৰ্ময়, আমি সকলো তোমাৰ লগত আছো , আগুৱাই জোৱা।

  • @bhabeshkakati2830
    @bhabeshkakati2830 7 місяців тому

    সুন্দৰ

  • @sanatanbaishya5234
    @sanatanbaishya5234 8 місяців тому

    প্ৰণাম

  • @harshitkishorlaskar
    @harshitkishorlaskar 9 місяців тому

    জয়তু জ্যোতিৰময় দেৱনাথ । আকৌ ওভতি আহক । মোলান লস্কৰ ।

  • @nekibhussain4073
    @nekibhussain4073 10 місяців тому

    বহু কথা নাজানিছিলো , ভাল লাগিল 💜🙏

  • @nitomtayung2480
    @nitomtayung2480 10 місяців тому

    Very nice

  • @jayharidas6150
    @jayharidas6150 Рік тому

    Joytirmay Devnath Dak assamiya Raije punar sangeet jagataloi ghurai aanak

  • @harikantagogoi2607
    @harikantagogoi2607 Рік тому

    Bahut bhal laagil..... Bhopen Da moor otikoi priya..... Because ,, axomor Homaaj aru Culture jagataloi ji awadaan Heia aajir neta aru kisumaan manuhe kot bujiba..

  • @jitenkonwar3091
    @jitenkonwar3091 Рік тому

    ভূপেন দাক শ্ৰদ্ধা জনাই গোৱা গীতটো শুনিবলৈ বহুত সুন্দৰ লাগিল। শলাগ ললো আপোনাৰ।

  • @tulikalahkar4784
    @tulikalahkar4784 Рік тому

    Apuni ejon val singer hoi buli xokoluwe Jane, apunar pora aru val val geet xuniboloi pam buli akha korilu

  • @tulikalahkar4784
    @tulikalahkar4784 Рік тому

    Bohut val lagil, Apuni akou agar nisinakoi gaboloi louk

  • @prodipgogoi7520
    @prodipgogoi7520 Рік тому

    প্ৰতিভা সদাই চিৰসেউজ আমৰণ অভগন।সু ৱদি সুৰ মধুৰ কন্ঠ ধুনীয়া শৰীৰ ভগৱানৰ দান।আনৰ কথা শুনি থমকি যাব নালাগে নিজৰ প্ৰতিভাৰ বিস্তাৰ কৰি যাব লাগে।

  • @किरण2021
    @किरण2021 Рік тому

    আপুনি আকৌ ওলাই আঁহক জ্যোতিৰ্ময় দা.... এবাৰ মনত পেলাব... পলাশবাৰীৰ বহাগী বিদায়ৰ দিনটোলৈ যত হেজাৰ হেজাৰ মানুহৰ মাজত বুঢ়া লুইতৰ সেই বিখ্যাত গীতটি গাই কথাৰ মাজেৰে যি জাতীয় চেতনা অকণমান সময়তে ধাৰাসাৰ বৰষুণৰ মাজত জগাই তুলিছিল.. তাক মই সোঁৱৰাই দিলো.. আকৌ চাব খোজো মঞ্চত হাৰ্মোনিয়াম গীটাৰ মেণ্ডোলিন তবলা ঢোলক লৈ গীত পৰিবেশন কৰা...

  • @किरण2021
    @किरण2021 Рік тому

    আজি মই কিমান সুখী হয়তো ভাষাৰে কব নোৱাৰিম হয়তো কোনোবাই মোৰ কমেন্ট তো পঢ়ি হাঁহিব কিন্তু মই ভ্ৰুক্ষেপ নকৰো... প্ৰথম ধন্যবাদ আপোনালোকৰ নিওজ পৰ্টেল টোলৈ.. জ্যোতিৰ্ম্ময় দেৱনাথ ডাঙৰীয়াক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ বাবে... তেঁওক দেখিছিলো পলাশবাৰীৰ বহাগী বিদায়ৰ সাংস্কৃতিক সন্ধিয়াত.. নাম দিছিল জুনিয়ৰ ভূপেন হাজৰিকা.. গীত শুনি ইমানেই আপ্লুত হৈ পৰিছিলো.. যে বন্ধু সকলোৰ মাজত আলোচনা কৰিছিলো এদিন এজন অসমৰ সুগায়ক হব পিছে কেনেকৈ ক'ত হেৰাই গল বিচাৰিয়েই নাপালো.. বহুত বিচাৰ খোচাৰ কৰিছিলো.. কিন্তু যেতিয়া মিতালী চৌধুৰী বাইদেউয়ে বুঢ়া লুইতৰ সেই বিখ্যাত গীতটি উলিয়াই অকল তেখেতৰ নাম দিলে দেখি আচৰিত হৈছিলো.. মই বহুতকে কৈছিলো সেই দিনটোৰ কথা পলাশবাৰীৰ বিহুত দেৱনাথ দাই পৰিবেশন বিখ্যাত গীতটি.. তাতেই এখন কাজিয়া হৈছিল তেঁওৰ চাগে মনত পৰিবনে নাই নাজানো.. মাত্ৰ হাৰ্মোনিয়াম গীটাৰ তবলা ঢোলক লৈ গীত গাই কলিকতাৰ পৰা অহা দল এটাক লৈ কিবা কিবি কৈছিল l আমাৰ কিশোৰ মনত জাতীয় চেতনা জগাই তুলিছিল.. তাৰ পিছত কলিকতাৰ দলটোৱে গীত পৰিবেশন নকৰিলেই.. কথাখিনি মনৰ পৰা প্ৰকাশ কৰিবলৈ পাই আজি মই বহুত সুখী.. পিছলৈ মই বহু কথাই তেঁওৰ বিষয়ে ইজনৰ পিছত সিজনক সুধি জানিবলৈ চেষ্টা কৰিছিলো l জ্যোতিৰ্ময় দা.. আপোনালৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো... যদি মোৰ কথাখিনি পঢ়ে তেন্তে ঘটনাটো নিষ্চয় মনত পৰিব... দীঘলীয়া হল তাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ.. শেষত আপুনাৰ আৰু বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলো.. কাৰণ আপোনালোক দুয়োজন এটা বিশেষ সন্মানীয় বাৰ্তা সমাজৰ আগত দেখুৱাই দিছে...

  • @robindas9296
    @robindas9296 Рік тому

    He is a great singer… should be brought back to singing…

  • @kamakhyabaruah9457
    @kamakhyabaruah9457 Рік тому

    He has a unique voice of his own. I believe he can establish himself as a Jyotirmoi Deb Nath .I request him to bring an end of all those odds and start afresh his works.Going away from the public is an injustice for him . Best wishes from the core of my heart.

  • @susenchetia1551
    @susenchetia1551 Рік тому

    Jyotimoi.da.bohut.bohut.Ovinondon.jonalu.aru.gan.hunim.apunar.konthot.Logote.Robin.Gouswami.da.Mithun.Dhor.dangoria.kenekoi.Same.Voice.kontho.mili.Jai.study.bohute.korise.kintu.korbat.kisu.holeu.olop.konthotu.buji.pua.jai.aru.Vakha.nai.Long.Live.all.the.best

  • @ফুলেশবৰিদাশ

    আপুনি পুনৰ উভতি আহক সংগীত জগতলৈ।

  • @dr.p.hazarika500
    @dr.p.hazarika500 Рік тому

    Sumonta choliha dev apunak pranam jonaisu aru morom jasilu. Apuni oxomiya jatir babe bohut kori thoi goise

  • @amarendranathsarma6283
    @amarendranathsarma6283 Рік тому

    Manuh bor baayae Kam ,chinta korishil , Tu dada.

  • @bikullaskar5079
    @bikullaskar5079 2 роки тому

    bahut.bhal..hoise

  • @pranabjyotikashyap6238
    @pranabjyotikashyap6238 2 роки тому

    Faltu ...bhupen hazarikar voice equivalent hoise mithu dhar kolkatar bujisaw.

  • @shekharrajbongshi6929
    @shekharrajbongshi6929 2 роки тому

    Sorry apunar Program saute bohut polom hol very very nice video Mur mon suy gol

  • @santonooacharjyya3422
    @santonooacharjyya3422 2 роки тому

    Dada ...Bor Bhal laagile interview tu aapuni Gaanor Maajoloi punor ghuri aahok..aamar Bohutu xubhokaamona aase aapunaloi

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 2 роки тому

    Jayotimoi Da. go on ! You have a God gifted voice. Wishing you all the best.💥💥💥💥

  • @nityadas3084
    @nityadas3084 2 роки тому

    Same with Bhupenda

  • @minatimedhi1739
    @minatimedhi1739 2 роки тому

    শিল্পীৰ বাট ত হেঙাৰ নহব

  • @manindranath4509
    @manindranath4509 2 роки тому

    জ্যোতিৰ্ময় সদায় জ্যোতিৰ্ময় হৈ আগুৱাই যাবলৈ সাজু হোৱা মই বিচাৰোঁ । মই মোৰ জীৱনৰ যুদ্ধ কৰি কৰি ভাগৰি পৰা নাই!! মই মোৰ বিশ্বাসী বন্ধুৰ পৰা যেতিয়া প্ৰতাৰিত হয় তেতিয়া বহুত ধৰ্য্যৰ প্ৰয়োজন হয় আৰু ধৰ্য্যৰ ফল বৰ মিঠা বুলি ভাবো । ধানবাদ দাদা ।

  • @prasannabora7644
    @prasannabora7644 2 роки тому

    Junior hobdo tu kio byobohar kore.???

  • @tulsicreations862
    @tulsicreations862 2 роки тому

    Hosai ejon mohan hilpi ...jujaru hilpi teu jiyai thakok

  • @rupjitkumardas7377
    @rupjitkumardas7377 2 роки тому

    ঐতিহাসিক অসম আন্দোলনত শ্ৰদ্ধেয় এইগৰাকী শিল্পীৰ আগমনে লক্ষজনক আপ্লুত কৰিছিল..অথচ অসমীয়াই আজি পাহৰি গলো..

    • @prasannabora7644
      @prasannabora7644 2 роки тому

      Tekhete Nijor matot gaan guwa hole nijor porissoi thakile heten

  • @pratidhwani604
    @pratidhwani604 2 роки тому

    Heraijuwa atit ghuraai palu

  • @girishkandali2550
    @girishkandali2550 2 роки тому

    আজি এটা পুৰণি দিন শুৱৰিছো।

  • @ramprakashsaikia9091
    @ramprakashsaikia9091 2 роки тому

    Very nice . great... pls sir come to the dise.

  • @kaliramkuli2041
    @kaliramkuli2041 2 роки тому

    Gold is gold whatever its forms

  • @pallabitakakotyshah1496
    @pallabitakakotyshah1496 2 роки тому

    খুউব সুন্দৰ অনুষ্ঠান এটা উপভোগ কৰিলো .ধন্যবাদ

  • @bhabeshkalita2439
    @bhabeshkalita2439 2 роки тому

    Please give his mobile number

  • @sailenmallikpoltumallik4998
    @sailenmallikpoltumallik4998 2 роки тому

    তেখেতৰ ভূপেনদাৰ লগতে ফটোত দেখা পাওঁ ,,,,পিছে সচাকৈ দেখা পালোঁ,,,,

  • @jahahoralmushahary9682
    @jahahoralmushahary9682 2 роки тому

    Many many thanks

  • @gitikadevi325
    @gitikadevi325 2 роки тому

    Vl lagil

  • @wahabali1298
    @wahabali1298 2 роки тому

    Bhut Val lagise aro moi jibone morne Val pao bhupen dak Aponaloi mor Allah osrt parthana jonao gan bor gai let Val pam

  • @mamanibezbaruah5520
    @mamanibezbaruah5520 2 роки тому

    🙏🙏🙏🙏

  • @dharanidhardeka8460
    @dharanidhardeka8460 2 роки тому

    Aapuni agg bari jaok jouri bilauk .

  • @nityanandaborah669
    @nityanandaborah669 2 роки тому

    আকৌ আহক আমাৰ মাজলৈ আপুনি।ন-প্ৰজন্মক ভূপেনদাৰ সৃস্তিৰাজিক আকোৱালি লবলৈ প্ৰেৰণা দিয়ক