'প্ৰতিদিন টাইমৰ সন্মুখত সুনীল গগৈৰ পত্নীৰ বিস্ফোৰণ

Поділитися
Вставка
  • Опубліковано 9 лип 2024
  • 'প্ৰতিদিন টাইমৰ সন্মুখত সুনীল গগৈৰ পত্নীৰ বিস্ফোৰণ। ক’ত আছে সুনীল গগৈ?
    #PratidinTime #Assam #SunilGogoi

КОМЕНТАРІ • 22

  • @janardanbora2803
    @janardanbora2803 14 днів тому +19

    অসম আৰক্ষীয়ে দুৰ্নীতি হে কৰিব পাৰে দুখীয়াক শাস্তি দিব পাৰে আৰু তাৰ বাহিৰে একো কৰিব নোৱাৰে

  • @renasharma8968
    @renasharma8968 14 днів тому +10

    বহুত ৰহস্য সোমাই আছে যেন লাগিছে।

  • @birenburagohain8132
    @birenburagohain8132 14 днів тому +12

    সুনীল গগৈক লৈ চৰকাৰে ল'ৰা ধেমালি কৰি থকা যেন লাগিছে।আপোন জনক হেৰুৱা বেদনা কোনে বুজিব। যেতিয়া নিজৰ জীৱনত ঘটিব তেতিয়াহে বেদনা কি উপলব্ধি কৰিব পাৰিব।

  • @binoykalita7597
    @binoykalita7597 14 днів тому +9

    এই সকলোবোৰ চৰকাৰী কাৰচাজি। মানুহৰ জীৱনক লৈ খেলা কৰাটো কিছুমান ৰাজনীতিবিদৰ মেনিয়াত পৰিণত হৈছে।

  • @janardanbora2803
    @janardanbora2803 14 днів тому +9

    এইবোৰ কাৰণত অসম আৰক্ষীয়ে মেডেল পাব লাগে

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 14 днів тому +11

    আৰক্ষী,চি আই ডি অথবা চি বি আই তদন্তৰ নামত কি হৈছে ৰাইজে বহুত দেখিলে। জোনমনি ৰাভাৰ হত্যাকাণ্ডৰ ক্ষেত্ৰত কি তদন্ত কৰিলে ৰাইজে দেখা পালে। দূৰ্নীতিগস্থ অভিযন্তা জয়ন্ত গোস্বামীৰ ঘৰৰ লকাৰত ইমান বৃহৎ পৰিমাণৰ টকা পোৱাৰ পিছতো আৰক্ষী দুৰ্বল ভূমিকা আৰু ৰাজনৈতিক নেতাৰ আশীৰ্বাদৰ কাৰণেই ইমান সোনকালেই জেলৰ মুকলি আকাশৰ তললৈ আহিল। ঘটনাটোৰ লগত জড়িত সকলো আৰক্ষীৰ তদন্তৰ আৰত ৰৈ গৈছে। ৰাইজে সকলো গম পাইছে। ৰাজনৈতিক ষড়যন্ত্ৰ আৰু হত্যাৰ বলি হ'ল নেকি সূনীল গগৈ। ঘটনাটোৰ সত্যতা আৰু প্ৰকৃত ৰহস্য উদ্ঘাটন কেতিয়াবা হবনে নাই সেইয়া সময়তহে লক্ষণীয় হব।

  • @pranjaldas4049
    @pranjaldas4049 14 днів тому +2

    Shame on CBI

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go 14 днів тому +1

    কথাটো সঁচা সাঁথৰ যেন লাগিল,হাৰাশাস্তি কৰিছে, ঠিকাদাৰ সকলৰ মাজত থকা ৰ সন্দেহ, জ্ঞাত বা চিনাকি লোক হ'ব, দুয়োটা থকা নাই, সাক্ষী নোহোৱা ঘটনা , একে জোনমনিৰ দৰে, স্মাৰ্ট পুলিচ বাকী আছে স্মাৰ্ট হয় নেকি??

  • @JituKalita-fq2zc
    @JituKalita-fq2zc 14 днів тому

    God bless

  • @MonjitBoruah-ds9mv
    @MonjitBoruah-ds9mv 14 днів тому

    😢

  • @JituKalita-fq2zc
    @JituKalita-fq2zc 14 днів тому +1

    God bless true come soon

  • @shawnmichael2754
    @shawnmichael2754 14 днів тому

    Sanjukta Parashar baideu e enekua koribone

  • @debadutta4066
    @debadutta4066 14 днів тому +5

    চব ভেকুভাওনা চলি আছে😌

  • @bitulkonwar1397
    @bitulkonwar1397 14 днів тому +1

    Nijor manuhjon naikiya huwa aru nijor deutak naikiya huwa Tu tekhethlkole he ja ne kenekuwa anubhob tekhethlkolor. Kisuma ne ulta pulta msge viral kori tha ke kiyo najanu.

  • @user-tb4jg6rv8i
    @user-tb4jg6rv8i 14 днів тому +1

    খুড়ী গৰাকীক উচিত ন্যায় বিচাৰ কৰি দিয়কচোন , চি ,আই, ডি বিভাগলৈ এয়া কাতৰ অনুৰোধ।

  • @rohan8973
    @rohan8973 14 днів тому +1

    CM involved with the murder.

  • @bhaskarjthakuria5538
    @bhaskarjthakuria5538 14 днів тому +1

    সুনীল গগৈৰ পৰিয়ালক 3rd degree দিয়ক !!সকলো জানে ইহতে !!কথাৰ ওলটপালট আৰম্ভণি ৰ পৰাই !!