গেৰুৱা দলৰ আভ্যন্তৰত দপদপাই জ্বলিছে একুৰা জুই...

Поділитися
Вставка
  • Опубліковано 18 жов 2024
  • গেৰুৱা দলৰ আভ্যন্তৰত দপদপাই জ্বলিছে একুৰা জুই। একাংশ বঞ্চিত-ক্ষোভিত আৰু একাংশৰ অত্যাচাৰত অতিষ্ঠ একাংশ নেতা ঢাপলি মেলিব বিচাৰিছে আন দললৈ। দীৰ্ঘদিনীয়া এই চৰ্চাক অৱশেষত যেন মান্যতা দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে মুখ্যমন্ত্ৰীৰ দাবী- ২০২৬লৈ খালী হ’ব কংগ্ৰেছ।
    #pratidintime #assam #bjpnews

КОМЕНТАРІ • 97

  • @BadshahMominur
    @BadshahMominur 3 місяці тому +13

    2026 হিমন্ত প্ৰাক্তন হব

  • @AdvAltafhussain
    @AdvAltafhussain 3 місяці тому +12

    ❤Gourav gogoi 2026 t Cm

  • @puspadhardowarah1932
    @puspadhardowarah1932 3 місяці тому +29

    জয় কংগ্ৰেছ মিত্ৰজোট।আমাৰ মানত হিন্দু মুছলিমৰ প্ৰভেদ নাই। হিন্দুটো যদি চোৰ হয়;মুছলিমটো যদি সাধু হয় তেতিয়া মই কাক ভাল বুলি কম? মোৰ বাবে যাৰ চৰিত্ৰ বেয়া সিয়ে মোৰ বাবে বেয়া;যাৰ চৰিত্ৰ ভাল সিয়ে মোৰ বাবে আপোন।জাত -ধৰ্ম যিয়েই নহওক।

  • @glgub5272
    @glgub5272 3 місяці тому +9

    Val kotha hemonto out

  • @C.Barman7
    @C.Barman7 3 місяці тому +5

    ২০২৬ ত বিজেপি অসমৰ পৰা চিৰবিদায় হ'ব ।

  • @NRJ19888
    @NRJ19888 3 місяці тому +27

    এইজন আকৌ কংগ্ৰেছ ত অহাৰ চিন্তা কৰা নাইটো......? এইজনক আৰু কেতিয়াও কংগ্ৰেছ ত ঠাই নিদিব.....তাৰ আৰু বেছি দিন নাই.....

    • @Randeep-kb1xh
      @Randeep-kb1xh 3 місяці тому +1

      Yes 100% HBS APCC come back krb 2026 election r agot .
      BJP k politically totally brbd krb tr pist teu sbo ke lght loi comeback krb .

    • @jitendrarabha4660
      @jitendrarabha4660 3 місяці тому

      মোক লৈ আপোনলোকৰ ই--মা--ন চিন্তা কিয়?দলপতি দলপতিয়েই (লিডাৰ),চেণ্ডেল দলত থাকিলেও দলপতি,টুপি দলত থাকিলেও দলপতি,ৰজা ৰজাই৷আমি অমৰ,আমি ভগৱানতকৈও ওপৰত৷

    • @NRJ19888
      @NRJ19888 3 місяці тому +1

      ​@@Randeep-kb1xh তাৰ জেলৰ ভাত হে মুখলিব এতিয়া

  • @gh12138.
    @gh12138. 3 місяці тому +10

    Atia only congress and raijor dol cholibo🙏

  • @Axomgiyan12
    @Axomgiyan12 3 місяці тому +10

    নিজে আকৌ যোৱাৰ চেষ্টা কৰা নাইতো

  • @utpalgoswami1990
    @utpalgoswami1990 2 місяці тому +1

    আহক আমি সকলোৱে মিলি বি জে পি হিন এখন অসম গ্ৰহদিও । বি জে পি হাটাওক অসমক বছাওক । নহলে ৰিনিকি ভূঞাই গোটেই অসম কিনি পেলাব ল'ৰা ছোৱালীৰ সম্পত্তিৰ নামত । পিছে বাইদেউৱে পাহৰি গ'ল যে --ওপৰত এজন আছে , লিভাৰ , কিডনী আদিত কেঞ্চাৰ হলে সম্পত্তিৰে বছাব নোৱাৰে নহয়নে?

  • @dilipkrsharmah3384
    @dilipkrsharmah3384 3 місяці тому +3

    Val decission

  • @dhurbakonwar6761
    @dhurbakonwar6761 3 місяці тому +1

    হিমন্তক বিদাই দিব লাগে ।

  • @hemjeet2023
    @hemjeet2023 3 місяці тому +3

    All leader done the good decide.... best of luck all of your good decision

  • @Rana-hg8hg
    @Rana-hg8hg 3 місяці тому +2

    চিন্ডিকেট বাহিনীৰ নেতা সকলক বৰ্জন কৰিব লাগে

  • @SKR-su1rw
    @SKR-su1rw 3 місяці тому +4

    2026 rahul gandhi

  • @rajudewri9096
    @rajudewri9096 3 місяці тому

    ধন্যবাদ মূখ্য মন্ত্ৰী

  • @bijoydeka9134
    @bijoydeka9134 3 місяці тому

    Good decision

  • @technewsthatyoushouldlove8332
    @technewsthatyoushouldlove8332 3 місяці тому

    Mza❤❤❤❤

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 3 місяці тому +3

    বিনাশ কালে বিপৰীত বুদ্ধি দেশৰ বিজেপি দলৰ অৱস্থা ঠিক তেনেকুৱা হৈছে। হাল এৰি শিয়াল খেদাৰ ৰাজনীতি কৰি এতিয়া পতনৰ দিশে বিজেপি।

  • @deadlydrax2711
    @deadlydrax2711 3 місяці тому +5

    Gourav Gogoi is now good leader of Congress. He can lead congress in Assam. So, they want to join Congress.

  • @প্ৰিয়ানুজ
    @প্ৰিয়ানুজ 3 місяці тому

    2026 ত হিমন্ত শেষ ‌।সোণোৱাল দেৱ Welcome

  • @jadavgogoi944
    @jadavgogoi944 3 місяці тому +2

    পিছ ফালে ৰৈ থকাটি ধূৰন্ধৰ দাস বোলাটি নহয় নে? এনে ধূৰন্ধৰ বোৰক লৈ দল সলনি বিষয়ক কথা বিলাক নোকোৱাকৈ থকাই ভাল নেকি!

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc 3 місяці тому

    মামাও ভাগিনীয়েক ইমান ঠগিলি, ২৬ ৰ বিয়াখন নাখাব

  • @beria842
    @beria842 3 місяці тому

    Jindabad

  • @santanukumardas6602
    @santanukumardas6602 3 місяці тому +2

    HBS Assamor all In all nohoi . Teo ki bhabise je khi malik Baki sobo gulam. Bohut lootile Assamok aru lootibo diya nohobo

  • @beria842
    @beria842 3 місяці тому

    Cong

  • @pikusaikia5953
    @pikusaikia5953 3 місяці тому

    প্ৰতিদিনে খুব বিজেপি বিৰোধী হৈছে

  • @HirakDas-q7t
    @HirakDas-q7t 3 місяці тому

    ehotok lobo nalage ,new member entry dibi laage..

  • @জিন্টু-ঝ৮ষ
    @জিন্টু-ঝ৮ষ 3 місяці тому +1

    অহা যোৱা টো লাগে

  • @NilutpalPhukan-b2j
    @NilutpalPhukan-b2j 3 місяці тому

    Mojja😂

  • @movieclips9771
    @movieclips9771 3 місяці тому +2

    Aibur gusi gol ai BJP heh hoi jabo nki

  • @bijoydeka9134
    @bijoydeka9134 3 місяці тому

    Mama ai bar aiudf t jabo nki

  • @AbdurRafique-gj9yz
    @AbdurRafique-gj9yz 3 місяці тому

    Right sir kintu pwss r jalmitra sokolor dormoha bodabo lage 6500 Toka re ghor nosole

  • @AbdulSamad-oh8sc
    @AbdulSamad-oh8sc 3 місяці тому

    Great astrologer mama

  • @dharmeswarbaruah9797
    @dharmeswarbaruah9797 3 місяці тому

    Prc

  • @bikashdeka4831
    @bikashdeka4831 3 місяці тому

    apunalokoloi anurudh jonaw j apunaloke ek gut hoi ata dol hwk..

  • @mukutsaikia6302
    @mukutsaikia6302 3 місяці тому

    No entry

  • @tulshihazarika-ru4ji
    @tulshihazarika-ru4ji 3 місяці тому +2

    তিতা কম্বল গালৈ ভাৰি হব। বিনাষ কালে বিপৰিত বুদ্ধি।

  • @HirakDas-q7t
    @HirakDas-q7t 3 місяці тому

    mama ahibo nki oru..

  • @mrinmoykalita3811
    @mrinmoykalita3811 3 місяці тому

    2026 ত অসমৰ ৰাইজে কংস মামাক বিদায় দিব।। বহুত হ'ল মামা আৰু তোমাৰ টোপত আমি ভোল নাযাও

  • @trikenkalita9784
    @trikenkalita9784 3 місяці тому

    BJP bye 2026 bye

  • @Real12976
    @Real12976 3 місяці тому

    Congress mane axom hekh😂😂😂😂

  • @jayantachoudhury260
    @jayantachoudhury260 3 місяці тому

    CM sir Congress khali kori BJP k barbad nokoribo

  • @মানস12
    @মানস12 3 місяці тому

    জুই পুৰি হাত পাইয়ো সাৰ নোপোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়া 😂😂

    • @mukulbaruah1833
      @mukulbaruah1833 3 місяці тому

      Usure mh8vv7 2024 t kanagkga maamak Axomr raije Bodh kariba.

  • @DipankarGohain-v7z
    @DipankarGohain-v7z 3 місяці тому

    Nije cm hoi okhomiat krney krise ki

  • @DhrubajyotiBaruah-yf5ge
    @DhrubajyotiBaruah-yf5ge 3 місяці тому

    Joy hindu , joy bjp

  • @ombasudevainamaombasudevai706
    @ombasudevainamaombasudevai706 3 місяці тому

    Hunduk.2vag.kora.mamujan.H.B.s

  • @indianpanorama303
    @indianpanorama303 3 місяці тому

    Enekua netta kisuman asse..teuloke Aiudf t jogdaan koribo..joinath sarma..praffulla Mahanta i congress t jogdaan korisil

  • @surajitborah9758
    @surajitborah9758 3 місяці тому

    কৰে

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 3 місяці тому

      এৰা জাতি,মাটি,ভেটি ৰক্ষাৰ নামত দেখোন খিলনজীয়াকে উচ্ছেদ কৰিছে, গতিকে কি কাৰনে বিজেপিক সমৰ্থন কৰিব ।

  • @NilutpalPhukan-b2j
    @NilutpalPhukan-b2j 3 місяці тому

    Haha😅😅

  • @DipDeuri-c2w
    @DipDeuri-c2w 3 місяці тому

    Fotua cm aijon laj naikia

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 3 місяці тому +2

    অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো
    এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ ৰাইজ জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। কিমান অসমীয়া মানুহ অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা কলিয়াবৰ সমষ্টি চাওক।
    ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এইবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয়? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
    আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
    অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক।
    এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। নহলে আগতে বাংলাদেশী মূলৰ ভোটত গৌৰৱ জিকিছিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। কাৰণ তেওঁলোকৰ ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে।
    যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধিৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।

    • @debabratsenapati4642
      @debabratsenapati4642 3 місяці тому +1

      😂 Lav nai purona cassette bojai. 2014 r pora 2024 loike ki korile BJP ye dekhilu.

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 3 місяці тому

      @@debabratsenapati4642 নাই ঠিকেই কৈছে। আপোনালোকৰ দৰে মানুহৰ আগত কৈ লাভ নাই। গৰুৰ আগত টোকাৰী বায়, শিং জোকাৰি ঘাঁহ খাই।

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 3 місяці тому

      @@debabratsenapati4642 গৰুৰ আগত টোকাৰী বায়, শিং জোকাৰি ঘাঁহ খাই।

    • @Surajjamanprodhani
      @Surajjamanprodhani 3 місяці тому +1

      Aponar sarkare ki korise Miya Bangladeshi nekhede kiyo .Heikhon cassate manuhe nuhune aji

    • @Surajjamanprodhani
      @Surajjamanprodhani 3 місяці тому

      Bangladeshik khedok sarkar aponar ase

  • @otorhvi8597
    @otorhvi8597 3 місяці тому

    Tihar toi jaboi lagibo adin mukh beka Topa...