Visited Barpeta many times since school days. The video depects a picture of religious, social and cultural aspects of Barpeta. That the video is based on the poem which was in our class lx syllabus has made me nostalgic greatly to my school days and my memories of visiting Barpeta. A very fine song sung excellently. Thanks a lot.
দাদা ।বাইদেউ ।আতি সুন্দৰ হৈছে গান শুনি বহুত বহুত ভাল লাগিছে এনেকৈ আগবাঢ়ি য়োৱা ।
ভাষা নাই। আগুৱাই যোৱা। ভগনাৰ ওচৰত প্ৰাৰ্থনা কৰিছো।
খুব সুন্দৰ,মন ভৰি গ'ল ।
বৰ ভাল লাগিল
অতি সুন্দৰ প্ৰয়াস৷ বৰ ভাল লাগিল৷শুভেচ্ছা আৰু অভিনন্দন জনালো৷
বৰ সুন্দৰ পদক্ষেপ, গোটেই বৰপেটাখনৰ বাবেই গৌৰৱ কৰিবলগীয়া পদক্ষেপ। বহুত বহুত ভাল লাগিল
Bhal Hoiche
Dhuniya dada
এক শৰণীয়া নাম ধৰ্মৰ পীঠস্থান, অসমৰ কাশীপুৰী, বৃন্দাবন সদৃশ পুণ্য ভূমি বৰপেটা ধামৰ গুণানুকীৰ্তন কৰি অসমৰ স্বনামধন্য,কুকিল কণ্ঠী গায়িকা, শ্ৰীমতী প্ৰণিতা বৈশ্য মেধি বাইদেউ আৰু তেখেতৰ সংগীবৃন্দ ই পৰিৱেশন কৰা সমবেত সংগীতটি অতি সুন্দৰ আৰু শ্ৰুতি মধুৰ হৈছে। এবাৰ শুনিলে, বাৰে বাৰে শুনিবৰ মন যায়। এইয়া বাইদেউ আৰু তেখেতৰ সংগীবৃন্দৰ অসমীয়া সংগীত জগতলৈ অনবদ্য অৱদান। যুগে যুগে এনেবোৰ সুন্দৰ আৰু শ্ৰুতি মধুৰ গীতে আই অসমীৰ সন্তান সকলক অনাবিল আনন্দ দি থাকিব। বাইদেউ আৰু তেখেতৰ সংগী বৃন্দলৈ থাকিল আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা। ধন্যবাদ। কৃষ্ণ।
বহুত ধুনীয়া হৈছে খুড়া।
বহুত ভাল লাগিল সুন্দৰ প্রচেষ্টা
বহু বহু ধন্যবাদ
বৰ ধুনীয়া হৈছে অমেনদা। ভিডিওটুও বঢ়িয়া হৈছে। বৰপেটাবাসী হিচাপে আপোনাক বিশেষ ধন্যবাদ জনালোঁ।
ইমান সুন্দৰ কৈ পৰিবেশন কৰা হৈছে যে শুনিলেই মন প্ৰাণ উঠলি উঠে আৰু মনলৈ আহে গগন চন্দ্ৰ অধিকাৰীদেৱে উল্লেখ কৰা কথাষাৰ" এতিয়ালৈকে এই পৃথিবীত মাত্ৰ তিনি জন লোক হে সমদৃষ্টি সম্পন্ন সকলোৰে মাজত বিৰাজমান আৰু এজন শ্ৰীমন্ত শংকৰদেৱ,২য় জন লিওনাৰ্ডো ডা ভিস্নি আৰু ৩য় জন হৈছে মিচৰৰ পীৰামিদ নিৰ্মাতা।
Xundar
Very nice Assam Bhawan
Aw
আজি এবাৰ আকৌ শুনিলোঁ ৷ মন হৰষিত হ'ল ৷
বহুত ধুনীয়া হৈছে গানটো।দৰাটো বাবলু ন অমেন।🙏🙏🙏🙏
Babul
Buhut bhal hoise👍
এই টো আমি কবিতা পঢ়িছিলো। বহুত লাগিছিল। বহুত ভাল লাগে ।ইমান সুন্দৰ পৰবেশন কৰিছে। বহুত ভাল লাগিল। ধন্যবাদ
বৰপেটা আমাৰ আবেগ, এয়াই আমাৰ বৰপেটা ❤
গীততোত গোতেই বৰপেটা খন দেখা পালো।
বৰ সুন্দৰ গীত।
বৰ সুন্দৰ পদক্ষেপ।
ধন্যবাদ
সুন্দৰ পৰিবেশন । শুনিলে শুনি থাকিবৰ মন, আমনি নেলাগে । ধন্যবাদ--
ভাল লাগিল।
Paran jurai jowa geet paribeshan have a fine day
Borhia 👌
Xundar gan sumadhur sur👌👌👌👌
Bahut sundar....val lagil xuni...Barpetar protichobi dekhibo palu...kintu mor bodhere bothar kob nohoi bothar chap holehe asol artho prakash pale hoi neki...dhrishtota maf karibo...
Bohut val lagise dhuniya hoise❤❤❤❤❤❤❤❤
অমেন দা গীতটো সুন্দৰ হৈছে ।ভাল লাগিছে ।মই গৌৰব অনুভৱ কৰিছো ।
Xundor geet
ভাল লাগিল। সামগ্ৰিক ভাবে ভাল হৈছে।আশা কৰোঁ ৰাইজে আকোঁৱালি ল'ব।
Borhiya hoise de gaan Tu o aro videography Tu o 😇😇😇
মন প্ৰাণ হৃদয় জুৰ পেলোৱা গীত ।
গায়ক দুয়োগৰাকীৰ দীৰ্ঘায়ু কামনা কৰিলো ।
Nice
😇😇😇😇😇😇😇😇😇😇😇😇😇😇😇😇😇😇😇😇😄🥺🥺🥺🥺🥺😤🚈🚈🚈
বাৰে বাৰে শুনি হেঁপাহ নপলাই ,,,,,,, ধুনীয়া হৈছে
সুন্দৰ
অনুপম।
Visited Barpeta many times since school days. The video depects a picture of religious, social and cultural aspects of Barpeta. That the video is based on the poem which was in our class lx syllabus has made me nostalgic greatly to my school days and my memories of visiting Barpeta. A very fine song sung excellently. Thanks a lot.
😅😅😢😅😢😢😅😢😅
😢😢😢😅😢😅😅😅😅😢
😊😊😊😊😊
সঁচাকৈ মন পৰশা সংগীত পৰিৱেশন
ধন্যবাদ খুড়া,মাজে মাজে এনেকুৱা বৰপেটাক লৈ গীত লিখি থাকিব।
অতি সুন্দৰ গীতৰ সুমধুৰ কণ্ঠস্বৰ
শুনি ভাল লাগিল ।
অমেন দা গীতটো শুনি খুব ভাল লাগিল । আগলৈ যেন শুনিবলৈ পাও এনেকুৱা গীত।
সুন্দৰ " সু প্ৰভাত
Sundar
Excellent performance, best wishes,
সুৰাৰোপ, গায়কী, উপস্থাপন অতি সুন্দৰ। লগতে ভিডিওগ্ৰাফী। শৈলধৰ ৰাজখোৱাৰ বিখ্যাত কবিতাটোত গীতৰ মাধ্যমত নৱপ্ৰজন্মৰ মাজত আগবঢ়াই দিয়াৰ বাবে অমেন বায়ন দা আপোনাক ধন্যবাদ।
মন্তব্য দিয়াৰ বাবে ধন্যবাদ জনালোঁ ৷
Moja #dhanvlogs
Khub xundor hoise, moi subscribe korisu
Bhal lagiche
জয় আই অসমী 🙏
বহুত ভাল লাগিল। Krishna Krishna Krishna
Dhunia
Ki je monumuha kotha apunar lukor konthot sosai kiba jadu ase excellent both side
ধুনীযা হৈছে
खुप डूनिया युगल हरिनाम गीत, नेपाल पोra साईं आसू,
ভাল লাগিল শুনি🎉🎉💖
সুন্দৰ গান
Very nich
অতি সুন্দৰ কণ্ঠ
মন পৰশা সংগীত।
অতি সুন্দৰ প্ৰদৰ্শন ভক্তি চং ❤😂🎉😊🥰😊🪔🌷🙏
Very nice ❤
Thank you! Cheers!
Awesome voice Amazing singing. Go ahead
Oooo beautiful
ধন্যবাদ ৷
অতি ধুনীয়া !!! কিন্তু বাইদেউৰ পিন্ধনত চাদৰ _মেখেলা থাকিলে আৰু সুন্দৰ হ'ল হেঁতেন!!!! ধন্যবাদ সৰুপেটা
সুন্দৰ কণ্ঠ সুন্দৰ গান মন প্ৰাণ জুৰপৰি যায়
Hriday jur pari goise,man tu santi lagise
Bhalai lagil sun .old is gold Realy .
সুন্দৰ পৰিবেশন
Nice pic
Nice 👍❤❤🎉
Nice👍
Nice👍
Bah ki xundar kantha
কৃষ্ণ কৃষ্ণ 🙏 সশ্ৰদ্ধ প্ৰণাম কৃষ্ণ 🙏
194 subscriber jon moi
#jishnubayan
❤❤❤❤❤
Uponer sweet konth bor val lageel
Gito sadaye sunibo khujo pamne akhare
আন্তৰিক অভিনন্দন
Bahut bhal🙏🙏
Sti hundar
কৃষ্ণ কৃষ্ণ 🙏🙏❤❤🙏🙏
অতি সুমধুৰ হৰি নামৰ আমি য় ৰসে মনভৰাই পেলালে
Very nice heart touching song.
মন প্ৰাণ হৃদয় জুৰ পেলোৱা গীত ।
Xundar paribexan
কণ্ঠশিল্পী দুগৰাকীয়ে সত্ৰীয়াপ্ৰতিনিধিৰূপে অলপ উন্নত অভিনয়যোগে সচাঁকৈয়ে এক বৈকুণ্ঠপুৰীলৈ তুলি ধৰিব পাৰিলেহেতেন পৰিবেশটো। অনুভূতিশীল সকলে হয়তো ইতিমধ্যেই উপলব্ধি কৰিব পাৰিছে।
Very Nice
krishnsa Krishna sunddar 🙏🙏
Verry nice ❤
Bahut bhalai Dega today❤❤❤❤❤❤
Knaic❤lalpunakkoria
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@@MoinulSk-sn6ic❤❤❤❤❤
😊@@Gajenchadra
হিয়া মন জুৰ পৰি যাই
Very good
🙏🙏🙏🙏🙏
Krishna krishna ram ram
How most meladiours song . and most. beautiful to look.
Best wishes all of you
এটি লোকগীত নহয়,এটা চিৰসেউজ কবিতাই নহয় মেন এখনি নিখুঁত জীৱিত দলিল। আপোনালোকে ইয়াক ৰাইজৰ মাজলৈ সুন্দৰকৈ আগ বঢ়াইছে। ইয়াতকৈ বেছি কি লাগিছে। বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকলৈ।
Very good meaningful sog
good angker🎉
Kontho to Jen Arsana mohonto aaru khagen mohontor and lagise aapunalokor mat teolokor nisina
ধন্যবাদ জনালো ৷
It's not only a poem or lokgit,our(Barpeta) past cultural history.
On kjjjknnbjkpppkkn
@@bipulkalita3024 pppp
@@monuromahazarika4464 in lpjuiii
,