Kamrupi Lokogeet Tumi probhu Anathor nath by Jibon Lahon And Madhurima Saikia

Поділитися
Вставка
  • Опубліковано 19 вер 2024
  • Music, Mix and Mast. - Nayanmoni Boruah
    Flute- Bharat Hazarika
    Dutara- Mukut Molia
    Purcassion- Maina Bordoloi
    Lyrical video made by Nabajyoti Gayan
    Singer contact number- 9101634805/7399593844
    #lokogeet _#kamrupi Lokogeet_#Assamese Devotional song.
    Thank you

КОМЕНТАРІ • 180

  • @lohitchkalita1717
    @lohitchkalita1717 6 днів тому +1

    Ati sundar, barhiya.

  • @ramanimohandeka2378
    @ramanimohandeka2378 Місяць тому +2

    অতি সুন্দৰ লোকগীত।

  • @Putulchbora-j7n
    @Putulchbora-j7n 8 місяців тому +2

    Mind Blowing

  • @jayantaray6397
    @jayantaray6397 Місяць тому +1

    Bap jibon bahut sundar hoise krishna

  • @robinbora9837
    @robinbora9837 5 днів тому +1

    বহুত সুন্দৰ হৈছে।❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 місяців тому +5

    শুনিলে শুনি থাকিবলৈ মন যায় মোৰো মন টো হে কৰবালৈ উৰা মাৰে আৰু তেতিয়াই এই গীতটো মনলৈ আহে আৰু কিনো কম সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু আনন্দ পালো ভবিষ্যত এনেধৰণৰ ভক্তি মূলক গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি বাধিত কৰক ইমানেই,,,,,

  • @rabinkalita9247
    @rabinkalita9247 2 місяці тому +1

    Very good dhrubajyoti and chyanika

  • @RajAhmed-h5j
    @RajAhmed-h5j 3 місяці тому +2

    nice dadaআৰু আগবাঢ়ি যাওক া

  • @dharanikalita7446
    @dharanikalita7446 17 днів тому +1

    Bor dhuniya

  • @pradipgogoi3182
    @pradipgogoi3182 2 роки тому +15

    অতি সুন্দৰ কামৰূপী লোকগীতটো শুনি বহুতো ভাল লাগিল কৃষ্ণ, কৃষ্ণ বাপ।

  • @biswajitborah4407
    @biswajitborah4407 2 роки тому +5

    অতি সুন্দৰ, ,,,,,, হৈছে, ,,, আগবাঢি যাওক, ,,, আৰু, ,,,,

  • @binitachetia7327
    @binitachetia7327 2 дні тому +1

    ভাল লাগিলে🙏👌

  • @ashimkhanikor7027
    @ashimkhanikor7027 Рік тому +3

    আশীৰ্বাদ কৰিছো দুয়ো গৰাকীকে আৰু আগবাঢ়ি যোৱা

  • @hitendraphukan274
    @hitendraphukan274 7 місяців тому +3

    অতি সুন্দৰ

  • @undyingn1223
    @undyingn1223 6 місяців тому +2

    Eman xundr kanth diyo jnr bhagbane tumalokk ru skty diyk

  • @jayantachetia4488
    @jayantachetia4488 8 місяців тому +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ কণ্ঠ দুয়োৰে ভগৱন্তয় কৃপা কৰক ধণ্যবাদ।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 3 місяці тому +1

    সুন্দৰ, ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনাব বুলি খুবেই আশা কৰিলোঁ ভগৱানে আপোনালোক কুশলে ৰাখক এই মানসেৰে ই

  • @pulenmahanta948
    @pulenmahanta948 Рік тому +5

    বহুত ভাললগা এটি লোকগীত ৷

  • @ramennath7241
    @ramennath7241 Рік тому +2

    Krishna prabhu🙏🙏🙏

  • @pabankrbaruah3355
    @pabankrbaruah3355 5 місяців тому +2

    Sweet voice, carry on. God bless both of you.

  • @dimbeswargogoi9576
    @dimbeswargogoi9576 Рік тому +3

    বৰ ভাল লাগিল

  • @arupkumarsarma7161
    @arupkumarsarma7161 15 днів тому +1

    Aapuni pran dhali gaise . Atee sundarkoi

  • @user-ig5ic7wy1s
    @user-ig5ic7wy1s 10 місяців тому +3

    অতি সুন্দৰ হৈছে ভাল লাগিল শুনি সদায় যেন শুনিব পাওঁ ভগৱানক তাৰেই প্ৰাথনা জনালোঁ।

  • @phukanrajbangshi426
    @phukanrajbangshi426 Рік тому +2

    Bhal hoise

  • @villagelifeassam1717
    @villagelifeassam1717 Рік тому +1

    Mozaahhhhh

  • @diplinashorts
    @diplinashorts 2 роки тому +2

    Khub hundor 🙏 mem r konthot aru val lgil🙏🙏🥰

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 місяці тому +2

    সুন্দৰ, পুৱাতে আপোনাৰ এই ভক্তি মূলক লোকগীত টো শুনি লে মই মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়, সেয়ে আপুনি গাই যাওক আৰু শুনিও ভাল লাগে দিয়ক, ইমানেই আৰু এই মানসেৰে ই,,,,

  • @pankajtalukdar2516
    @pankajtalukdar2516 10 місяців тому +2

    Bahut sundar gaise.
    Jen aamar pranor srestho silpi prayata Rameswar Pathok Deb punor pran pran pai uthise.
    Aapunanalokok bahut bahut pronam.
    Aapunalokor mongol houk

  • @KumudSaikia-cq5pm
    @KumudSaikia-cq5pm Рік тому +2

    বহুত বহুত ধন্যবাদ থাকিল সুন্দৰ কণ্ঠ

  • @tileswarigogoidas5947
    @tileswarigogoidas5947 8 місяців тому +2

    Very very nice. Many many thanks to both.

  • @achyutanandadas7127
    @achyutanandadas7127 6 місяців тому +2

    Very very nice lahan

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 місяців тому +2

    সুন্দৰ হৈছে, আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও আনন্দ পালো, দুয়োগৰাকীয়ে আগবাঢ়ি যাওক,, ইয়াৰ মানসেৰেই, ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো, ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক ইমানেই ভাল পালোঁ যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ,,,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 5 місяців тому

      সুন্দৰ আৰু শুনিও আনন্দ পালো দুয়োলৈশুভ কামনা যাচিলো,, ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে, মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক আৰু পৰিৱেশন চাইও ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ,, এনে গীত শুনিবলৈ পালে ভগৱানৰ চৰণত সমর্পণ কৰা যেন অনুভৱ হয় সেয়ে, আপোনালোকে গাই যাওক চোন অতি সুন্দৰ হৈছে,,,,,,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 5 місяців тому

      পুৱাৰ সময়কনত এনে গীত শুনিলে মোৰ লগতে মনটো খুবেই ভাল পাও আৰু শুনি থাকিলেও আমনি নালাগে দিয়ক ইমানেই ভাল পালোঁ যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ, ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনত খুবেই আনন্দ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক চোন ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দি বাধিত কৰক এইআশাৰেআপোনাক ধন্যবাদ থাকিল,, ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো,,,,,,

  • @priyankasaikia4255
    @priyankasaikia4255 2 роки тому +2

    Huni bohut val lagil Jibon da

  • @chandrathakuria6399
    @chandrathakuria6399 2 роки тому +5

    Go ahead. Very sweet.

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 місяців тому +1

    সচাকৈ কৈছো তোমাক জীৱন দা, আপোনাৰ এই গীতটো শুনি খুবেই ভাল লাগিল দেই, ভগৱানে আপোনাক কুশলে ৰাখক আৰু সংগ দি সুখ দি ৰাখক এই মানসেৰে ই, শুভেচ্ছা জনালো আগন্তুক ৰঙালী বিহু লৈ বুলি,

  • @mileswarbhuyan7110
    @mileswarbhuyan7110 Рік тому +2

    বৰ সুন্দৰ হৈছে বাপজন আৰু আইদেউ শুনিলে শুনিয়েই থাকিব মন যায়

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 місяців тому +2

    সুন্দৰ অতি সুন্দৰ হৈছে,,,,, নমস্কাৰ,, আপোনালাক দুয়োকে আৰু আগবাঢ়িযাবলৈ ভগৱানে আশীৰ্বাদ কৰক, সেয়ে আপোনালোকে গাই যাওক চোন দুয়োৰে গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও ভাল পালোঁ,,, ভৱিষ্যতে ও এনে ধৰণৰ গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দি ৰাখক এই মানসেৰে ই,,,,

  • @biswajitpegu6387
    @biswajitpegu6387 2 роки тому +6

    কৃষ্ণ সুন্দৰ কণ্ঠ

  • @jatingogoi7215
    @jatingogoi7215 2 роки тому +6

    অতি সুন্দৰ
    যুগমীয়া গীত।

    • @badanchutia8428
      @badanchutia8428 Рік тому

      পুৰনি।লোকৰ।দিত।অতিমনোমুহা।বহোত ।বহোত ।ভাল।লগা।ধন্যবাদ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 місяці тому +1

    সুন্দৰ আৰু সুমধুৰ শুনি মই খুবেই ভাল পাও সেয়ে আপুনি গাই যাওক ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে আপোনালোক কুশলে থাক ক এই মানসেৰে ই

  • @angitaboruah4160
    @angitaboruah4160 Рік тому +2

    সুন্দৰ

  • @RanjitDas-ni7eb
    @RanjitDas-ni7eb 2 роки тому +5

    অতি সুন্দৰ কন্ঠ. শুনি ভাল. লাগিছে দেই. ধুনীয়া হৈছে গীতটো

  • @pranayeenath
    @pranayeenath 6 місяців тому +2

    বহুত ভাল লাগিল❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 місяці тому +2

    কৃশন্ঃ কৃশন্ঃ, পুৱাতে আপোনাৰ এই ভক্তি মূলক গীত টো শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয় সেয়ে তাৰ পিছত হে অইন কামৰ সন্ধানত নামি পৰোঁ কাৰণ এই গানটো শুনি খুব ভালো লাগে,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 місяців тому +2

    কৃশন্ খুবেই ভাল লাগিল আপোনাৰ এই লোকগীত টো শুনিবলৈ পাই মই অতিকৈ আনন্দ পালো ভবিষ্যত এনেধৰণৰ ভক্তি মূলক লোকগীত শুনাব বুলি আশা কৰিলোঁ, ভগৱানে আপোনালোক ভালে ৰাখক কুশলে ৰাখক,,,, আপোনালোকৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ শুনিও ভাল লাগিল গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনত ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন লাগে,,,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 місяців тому +2

    কৃৃশন্ দুয়োজনালৈ শুভেচ্ছা জনালো আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰিব ভগৱানে,,,, আপোনালোকৰ গীতৰ সুৰ শুনি খুবেই আনন্দ পালো ভবিষ্যত এনেধৰণৰ ভক্তি মূলক লোকগীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক চোন অতি সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল, ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক ইমানেই,,,,,,,

  • @utpalsaikia9702
    @utpalsaikia9702 2 роки тому +2

    Sundar hoise

  • @birenpdas5347
    @birenpdas5347 Рік тому +4

    আপোনালোকৰ গানটো বৰ ভাল হৈছে

  • @currentassam7464
    @currentassam7464 Рік тому +1

    XUNDOR

  • @prabhatgogoi2689
    @prabhatgogoi2689 2 роки тому +3

    বৰ সুন্দৰ হৈছে মনমোহা

  • @jadabnath6830
    @jadabnath6830 Рік тому +5

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম জয় গুৰু শঙ্কৰ 🙏🙏🙏 খুব ধুনীয়া হৈছে 👌🎤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 місяців тому +1

    বহু কথাই কয় এই গীতটোৱে সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও আনন্দ পালো ভবিষ্যত ও এনে ধৰনৰ গীত শুনিবলৈ ইচ্ছা কৰিলো সেয়ে আপুনি গাই যাওক ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 місяці тому +2

    সচাকৈ দেই, মই পুৱাতে আপোনাৰ এই ভক্তি মূলক বৰগীত টো শুনিহে আন কামৰ সন্ধানত নামি পৰোঁ কাৰণ এই বৰগীত টো শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয়, সেয়ে আপুনি গাই যাওক চোন বিশেষ কৈ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে আৰু কিনো জনাম, ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দিয়ক এই মানসেৰে ই জয় হওক আপোনালোকৰ সুখেৰে থাকক,,

  • @motiurrohman7374
    @motiurrohman7374 2 роки тому +2

    Hundor . val lagel huni

  • @dipankarhazarika5213
    @dipankarhazarika5213 7 місяців тому +2

    জীৱন দা, বহুত ভাল লাগিল।
    দুয়োৰে কন্ঠত সৰস্বতী মায়ে লগ দিয়ক।
    ভৰত দাক বহুত বছৰ লগ পোৱা নাই।

  • @anildutta5905
    @anildutta5905 2 роки тому +3

    ভাল হৈছে , অতি সুন্দৰ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 місяців тому +2

    এই পুৱাতে আপোনাৰ এই লোকগীতটো শুনি আছোঁ, শুনি খুবেই ভাল লাগে গীতটো শুনিবলৈ, সচাকৈ দেই আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ শুনি খুবেই ভাল পাও সেয়ে আপুনি গাই যাওক আৰু ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দি ৰাখক এই মানসেৰে ই, ৰঙালী বিহুৰ শুভেচ্ছা জনালো,,,

  • @TonujaNarah
    @TonujaNarah 2 дні тому +2

    Maja😂🎉🎉😢😮

  • @banamalidas5567
    @banamalidas5567 2 роки тому +3

    সুন্দৰ হৈছে।

  • @gopaltalukdar5302
    @gopaltalukdar5302 2 роки тому +6

    এই মাত্ৰ লোকগীতটো শুনিলো ।খুউব ভাল হৈছে ।আমাৰ আশীৰ্বাদ থাকিল ।

  • @tridipgaming1m932
    @tridipgaming1m932 2 роки тому +2

    Hundor hoise

  • @simantaborah4946
    @simantaborah4946 2 роки тому +4

    কৃষ্ণ সুন্দৰ হৈছে

  • @DandidharKalita
    @DandidharKalita 4 місяці тому +2

    Mostpleasurable

  • @rekhalahon5418
    @rekhalahon5418 2 роки тому +3

    মনটো ভাল লাগি গল। বৰ ধুনীয়া হৈছে।

  • @akhiltalukdar1214
    @akhiltalukdar1214 Рік тому +2

    Shuni bar val lagil duyojanaloi antariksh suveshs nibedilo

  • @protimabhajani2113
    @protimabhajani2113 2 роки тому +3

    বহুত ধুনীয়া হৈছে ।

  • @bhadrakantadas6101
    @bhadrakantadas6101 2 роки тому +5

    Really heart touching song.sweet voice .keep it up.

  • @dinakantagogoi9744
    @dinakantagogoi9744 Рік тому +3

    Jibon দা আপোনাৰ কণ্ঠ বৰ সুন্দৰ ।

  • @dilipbora2705
    @dilipbora2705 2 роки тому +1

    Verry nic

  • @prabhatrajbongshi8299
    @prabhatrajbongshi8299 Рік тому +3

    Bohut dhuniya lagise oti xundor🙏🙏🙏

  • @jatinborgohain587
    @jatinborgohain587 Рік тому +2

    ❤❤❤❤❤

  • @pranabjyotigogoi9259
    @pranabjyotigogoi9259 2 роки тому +3

    মজা হৈছে জীৱনদা । বৰ ভাল লাগিছে।।

  • @phatiklahon8319
    @phatiklahon8319 2 роки тому +3

    Ati bhal hoise, mazza gaana enekuwa gaana huni besi maaza lage

  • @bhadreswardeka1695
    @bhadreswardeka1695 Рік тому +1

    Very nice

  • @IpsitaDutta428
    @IpsitaDutta428 2 роки тому +4

    অতি সুন্দৰ দ্বৈত কণ্ঠ।শুনি ভাল লাগিল।

  • @DipakBaishya-bk6gu
    @DipakBaishya-bk6gu 6 місяців тому +1

    God bless you🌹🌹🙏🙏

  • @rupamkalita2274
    @rupamkalita2274 Рік тому +2

    আমাৰ অসমখন সছায় সোনৰ। ইমান ধুনীয়া লোকসংগীতেৰে ভৰি আছে । অসমৰ প্ৰত্যেকটো চুকে কোনে সুকীয়া সুকীয়া লোকসংগীতেৰে ভৰি আছে। এইবোৰক লৈ সছায় আমি গৌৰৱ কৰিব লাগে। কিন্তু কিছুমান অৰ্ধপাগল লোকে উজনি নামনি ভাগ কৰি আমি অহংকাৰ কৰিব পৰা বিষয়বোৰক অপমান কৰিবলৈ উথি পৰি লাগিছে।

  • @OpGAMER-vt6gu
    @OpGAMER-vt6gu 2 роки тому +3

    Hari Hari ati sundar 🙏🙏🌹🌹👍

  • @rijuborah7044
    @rijuborah7044 Рік тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
    বহুত বহুত ভাল লাগিলে

  • @ranjanbhuyan8601
    @ranjanbhuyan8601 2 роки тому +2

    Vhakti a hakti.krisna.
    Haakti.guru dujanaar...

  • @birendeka5674
    @birendeka5674 Рік тому +1

    So sweet voice madhurim baidew.

  • @prabalbania4477
    @prabalbania4477 Рік тому +2

    Nice.

  • @kumudinisaikia1979
    @kumudinisaikia1979 2 роки тому +1

    কৃষ্ণ🙏

  • @dipokgogoi202
    @dipokgogoi202 2 роки тому +6

    অতি সুন্দৰ হৈছে বাপজনা

  • @nihabora8175
    @nihabora8175 2 роки тому +6

    অতি সুন্দৰ কৃষ্ণ 🙏🙏

  • @JuriDas-j6e
    @JuriDas-j6e 6 місяців тому +1

    Xuni bohut val lagil.

  • @cheniramrajkhowa8323
    @cheniramrajkhowa8323 3 місяці тому +1

    বহু বহু শুভ কামনা জনালোঁ আপোনালোক দুয়ো গৰাকীলৈ । সুন্দৰ কণ্ঠ । আমি গৌৰব কৰিব পৰা হ'লো যে উজনি অসমতো কামৰূপী লোকগীতৰ চৰ্চা হয় । আগলৈও জীয়াই থাকক আপোনালোৰ দ্বৈত কণ্ঠ ।

  • @sanjibdas9500
    @sanjibdas9500 Рік тому +3

    বৰ ভাল লাগিল দুজনৰ কণ্ঠত এই লোক গীতটো। লগতে বাদ্য সংগত কৰা আটাইকেইজনলৈকে আন্তৰিক সেৱা জনালো।

  • @NiranjanDas-r8r
    @NiranjanDas-r8r Рік тому +1

    Tumi prabhu hasha hoi❤tumi prabhu❤pranam koru hey prabhu moi hey❤❤❤❤❤❤

  • @khagenhandique6190
    @khagenhandique6190 2 роки тому +1

    Bahut bhal hoisa

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 місяців тому +2

    নমঃওমঃ জয় হওক আপোনাৰ পুৱা তে আপোনাৰ এই ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয় সেয়ে আপোনালোকে গাই যাওক আৰু ভগৱানে আপোনাক কুশলে ৰাখক আপোনালোকক সংগ দি সুখ দি সুখেৰে ৰাখক এই মানসেৰে ই

  • @govindadas4261
    @govindadas4261 10 місяців тому +1

    ❤❤❤💐💐💐

  • @bipulgogoi2535
    @bipulgogoi2535 Рік тому +1

    কৃষ্ণ বাপ

  • @bharatsarma7534
    @bharatsarma7534 2 роки тому +2

    Very good.

  • @bobitadas367
    @bobitadas367 2 роки тому +24

    সুন্দৰ হৈছে, দুয়ো গৰাকীকে আৰু আগবাঢ়ি যাবলৈ ভগৱানে আশীর্বাদ কৰক🙏🙏🙏

    • @niranjankalita9422
      @niranjankalita9422 2 роки тому +2

      Very good

    • @kumudnath1957
      @kumudnath1957 Рік тому

      Very nice..go ahead ..more progress..

    • @KanakLota-r1b
      @KanakLota-r1b 10 місяців тому

      ​@@kumudnath1957qql pop
      A,zy ni ni🎉 5:43

    • @abdulmatlib7747
      @abdulmatlib7747 5 місяців тому

      ​🎉 vyyy6 yhyyyhy yet 🎉

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 4 місяці тому

      নমস্কাৰ, পুৱা তে আপোনাৰ এই ভক্তি মূলক গীত টো শুনিবলৈ পালে মনত খুবেই ভাল পাও শুনি শুনি থাকিবৰ মন যায় মোৰো বৰকৈ, এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনত ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয় সেয়ে, আপুনি গাই যাওক ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপাওঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে আপোনালোক এই মানসেৰে ই,,,

  • @shirubordoloi581
    @shirubordoloi581 6 місяців тому +1

    Baideo Iman Sundar geet ti upahar Dile. Agaloi di thakibo

  • @kumudnath1957
    @kumudnath1957 Рік тому +2

    Very nice go ahead..more progress...

  • @prandipnath3247
    @prandipnath3247 Рік тому +1

    Bohut hundor hoise dada ..🙏🙏🙏

  • @gdas-1464
    @gdas-1464 9 місяців тому +1

    খুউব ভাল হৈছে ৷ আগ বাঢ়ি যোৱা ৷

  • @upengogoi4699
    @upengogoi4699 Рік тому +3

    অতি সুন্দৰ হৈছে কৃষ্ণ ।