'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্রিয় ৰসিক অভিনেতা সিদ্ধাৰ্থ শর্মা || EP 19 ft.

Поділитися
Вставка
  • Опубліковано 31 лип 2024
  • ** EP 19 features renowned actor Siddhartha Sharma. Enjoy! **
    Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credit -
    Host and Concept - Aichengfa Boruah
    Direction, Music & Audio Production - Xulfi
    Video Edit - Dipankar Saharia
    Cinematography - Ravi Sankar, Josy Saikia, Jintu Kumar
    Make-Up - Binita Das

КОМЕНТАРІ • 409

  • @aichengfaboruah
    @aichengfaboruah  7 місяців тому +57

    যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥️🙏

    • @SnehalataGoswami
      @SnehalataGoswami 6 місяців тому +2

      ❤l❤❤❤❤❤p0

    • @saratray6448
      @saratray6448 6 місяців тому

      Qqq mm

    • @biswajyotiarandhara9402
      @biswajyotiarandhara9402 5 місяців тому +1

      খুব ভাল লাগিল অনুষ্ঠানটো সঁচাকৈয়ে ❤ দুয়ো ভাল থাকক আপোনালোক তাৰে কামনা
      🥰🤗💞💐

    • @HappyMacawBird-rd7uu
      @HappyMacawBird-rd7uu 2 місяці тому

      Apunar flim ekhon xorute saisilu...etiya bisari furisu saboloi naipuwa....rabi sharma logot plz play koribo neki

  • @boraananta830
    @boraananta830 6 місяців тому +11

    আও ইমান সুন্দৰ কথা কয় বা জনী 😍 সহজ সৰল দুইগৰাকী ভালে থাকক।।

  • @gautamdutta340
    @gautamdutta340 7 місяців тому +14

    আইচেংফাক ইমান ভাল লাগে ৰিমপি বাৰ নিচিনা একে দেখিবলৈ ❤

  • @jahnumoran4127
    @jahnumoran4127 6 місяців тому +8

    আইচেংফা বাইদেউৰ প্ৰেমত পৰিযাম যেন লাগিছে,,,ইমান ধুনীয়া কণ্ঠ,ইমান ধুনি চেহেৰা ।

  • @debahandique8522
    @debahandique8522 7 місяців тому +10

    আইচেংফা বাৰ দৰে অনুষ্ঠান এটা আঁত ধৰা মানুহ দ্বিতীয় গৰাকী মই পোৱা নাই, কি সুন্দৰ প্ৰশ্ন শোধে আপুনি, যাত্ৰা অনুষ্ঠানটোত এবাৰ সোমাই গলে উলাই আহিব নোৱাৰি, love from Kashmir

  • @tulumonigogoi8385
    @tulumonigogoi8385 7 місяців тому +11

    বৌৰ কথা শুনি আৱেগিক হৈ পৰিলোঁ❤।অসমৰ মানুহৰ কলিজাত আছে কে কে দা আৰু মোহন।❤❤আপোনাৰ anchoring টো আৰু ক'বই নালাগে বা❤😘

  • @bontibora5562
    @bontibora5562 5 місяців тому +4

    অতি সুন্দৰ। সিদ্ধাৰ্থ শৰ্মা প্ৰিয় অভিনেতা। অভিনেতা গৰাকীৰ উত্তৰোত্তৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

  • @jitenrabha9674
    @jitenrabha9674 6 місяців тому +9

    মই সহযাত্ৰী য়ে কৈছোঁ। সিদ্ধাৰ্থ শৰ্মাৰ lucky number 19 আৰু আপোনাৰ podcast episode টোও দেখুন 19, মিলাই লৈছিল নে মিল খাই গ'ল। বহুত ভাল লাগিল ♥️

  • @dipankarborah1546
    @dipankarborah1546 6 місяців тому +5

    কে কে দা আৰু মোহনৰ অবিহনে বেহাৰবাৰী অলপমান আধৰুৱা যেন লাগে। তথাপিও নিজশ্বতা বুলিও তু কিবা এটা মন যায় কৰিবলৈ। বাৰু যি কি নহওক,আপোনালোকৰ দীৰ্ঘায়ো কামনা কৰিলো। লগতে বিভিন্ন ধৰনৰ সুন্দৰ অভিনয়ৰে ৰাইজক মনোৰঞ্জন দিব বুলি আশা ৰাশিলো🙏🙏আৰু আইচেংফা বা❤ তোমাৰ ইণ্টাৰভিউ চাই খুউব ভাল লাগে লগতে তোমাকো,তোমাৰ ব্যক্তিত্ত্ব ❤❤

    • @dipankarborah1546
      @dipankarborah1546 6 місяців тому +2

      কে কে দাৰ আপোনাৰ ইণ্টাৰভিউৰ episode ১৯ 😊😊

  • @joonhazarika3941
    @joonhazarika3941 5 місяців тому +2

    সুন্দৰ অনুষ্ঠান, ধন্যবাদ।

  • @apurbakrkalita3234
    @apurbakrkalita3234 6 місяців тому +4

    Sidhartha Sarma - worth of Assam.
    Ren Mou & Ishengfa.
    Good Luck to both.

  • @dimpinath3467
    @dimpinath3467 3 місяці тому +1

    এই অতিথি জন সদায় প্ৰিয়❤

  • @worldfact6084
    @worldfact6084 7 місяців тому +22

    নতুন বছৰত ভাল মানুহ এজনৰ কথাবোৰ শুনিবলৈ পায় ভাল লাগিল , ধন্যবাদ বা সিদ্ধাৰ্থদাক অতিথি কৰি অনাৰ বাবে আৰু ইংৰাজীৰ নতুন বৰ্ষৰ শুভ কামনা জাছিলোঁ।

  • @nijorapatangia7797
    @nijorapatangia7797 6 місяців тому +7

    বহুত ভাল লাগিল । সিদ্ধাৰ্থ শৰ্মাই ( বাসু ) সততাৰে কোৱা কথাখিনি আৰু তোমাৰ উপস্থাপন শৈলী লগতে সিদ্ধাৰ্থৰ পত্নীৰ ভাষ্যই আমাক আপ্লুত কৰিলে । শুভেচ্ছা যাচিলো আগুৱাই যাওঁক 'ৰেন মৌ ' ।

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 5 місяців тому +4

    খুউব ভাল লাগিল। কেতিয়াবা কমেণ্ট লিখিবলৈ থাকি যায়।

  • @sawneelphukan6568
    @sawneelphukan6568 7 місяців тому +6

    আইচেংফা আৰু ৰেন মৌ দুয়োটা শব্দই মোৰ বৰ প্ৰিয় ❤
    নতুন বছৰৰ শুভকামনা থাকিল বা

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 6 місяців тому +4

    খুব ভাল লাগিল কথোপকথন টো শুনি। সিদ্ধাৰ্থ দাৰ অভিনয় চাই সঁচাকৈ খুব ভাল লাগে 💕💕

  • @user-wt8cf5pq3x
    @user-wt8cf5pq3x 6 місяців тому +4

    Eman morom lage Nang Aisengpha eman cute expression apunar hostor karone program Tu val lage so cute

  • @minotichetia9972
    @minotichetia9972 6 місяців тому +7

    প্ৰথম চালো যাত্ৰাৰ ৰেন মৌ এই অনুষ্ঠানটো। ইমান ভাল লাগিল প্ৰশ্ন সুধাৰ ধৰণ টো। দুয়ো জনলৈ নৱ বৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।❤❤

  • @anantamoran6611
    @anantamoran6611 5 місяців тому +3

    সুন্দৰ অনুস্থান তোমাৰ অনুস্থান সদাই ভাল হওক

  • @digantaborah8274
    @digantaborah8274 7 місяців тому +6

    1:09:06 আজি প্ৰথমবাৰ চালো, মই ভাবোঁ মই আজিলৈকে অসমীয়া ইমান সুন্দৰ অনুষ্ঠান খুব কমকৈ চাইছো। অতি বেচিকৈ ভাল লাগিল, আইচেং বা আপোনাৰ hosting কিন্তু salute জনাইছোঁ মোৰ শুদ্ধ অন্তকৰণে। এই যাত্ৰা আগুৱাই লৈ যাওঁক আৰু আগলৈ তাকে কামনা কৰিলোঁ।

  • @gorumorardeka
    @gorumorardeka 7 місяців тому +12

    একেবাৰেই মাটিৰ মানুহ সিদ্ধাৰ্থ শৰ্মা(বাচু দা)❤❤ বৌৰ কথা খিনিও বৰ ভাল লাগিল,আমাৰ বৌ জনীও বৰ মৰমিয়াল❤️সচাই এক সুন্দৰ অনুষ্ঠান👍🏼

  • @lsd4889
    @lsd4889 7 місяців тому +6

    Bow r kotha khinit moro saku pani olai goise ..... kob nowarakoie...siddhartha da bhhttttt besi vlpao ... episode 2 bht dhunia lgise...love frm sipajhar

  • @sanjibpegu5834
    @sanjibpegu5834 6 місяців тому +3

    ভাল লাগিছে যেন মৌ আন্তৰিক শুভেচ্ছা জনালোঁ

  • @krishnagogoi301
    @krishnagogoi301 7 місяців тому +8

    উফঃ কবলৈ মই ভাষাহীন,কি অপূৰ্ব আপোনাৰ অসমীয়া শব্দৰ গাঁঠনি বা। অশেষ ধন্যবাদ দুয়ো জনকে জনালোঁ লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ❤

  • @suklachetia3813
    @suklachetia3813 5 місяців тому +1

    আপোনাৰ মঞ্চত প্ৰতিভাধৰ সকলক আমন্ত্ৰণ জনাই তেখেতলোকৰ প্ৰতিভা আৰু অভিজ্ঞতাসমূহ শ্ৰোতা- দৰ্শকৰ মাজত ভগাই দি আনন্দ দিয়াৰ বাবে অশেষ ধন্যবাদ ।

  • @nayanmanisaharia4616
    @nayanmanisaharia4616 6 місяців тому +2

    বহুত বেছি ভাল লাগিল অনুস্থানটি উপভোগ কৰি।তাতে আকৌ মোৰ প্ৰিয়জনৰ সাক্ষাৎকাৰ।যিখিনি কথা পটাহৈছে খুবেই ধুনীয়া আৰু দৰকাৰী।শোধাৰ ধৰন আৰু প্ৰশ্ন শৈলী ধুনীয়া।শেষত "ৰেন মৌ" আৰু আইচেংফা বালৈ মৰম জাচিলোঁ।

  • @kamanahazarika173
    @kamanahazarika173 6 місяців тому +2

    Bohut, bohut ,bohut bhal lagil

  • @dimbeswarsaikia3917
    @dimbeswarsaikia3917 6 місяців тому +2

    বৰ ধুনীয়া লাগিল দেই ।

  • @KashmirizHandique
    @KashmirizHandique 6 місяців тому +4

    Kk da lacky nmbr 19 krne episode tu 19 poril ❤ kk da bhut vl lge teuk

  • @swarnabhajani6884
    @swarnabhajani6884 7 місяців тому +3

    যেন এজন অচিনাকি মানুহ ...
    ১০বছৰে লগ পোৱা কে কে জনৰ আঁ‌ৰৰ আচল মানুহজন লগ পাই আচৰিতেই নহয় আনন্দিতও হ'লোঁ‌। তেওঁ‌ৰ সামাজিক দৃষ্টিৰ লগতে মানসিক
    আৱেগ কোমল মনৰ প্ৰকাশে মুগ্ধ কৰিলে।
    তেওঁ‌ৰ ভাল হওক সৰ্বতোপ্ৰকাৰে । অলেখ শুভেচ্ছা ....।

  • @neelimdas7746
    @neelimdas7746 6 місяців тому +4

    সঁচাকৈ আচলতে সিৰথ শৰ্মা এজন সাধাৰণ মানুহ 😊

  • @nabanitasaikia8749
    @nabanitasaikia8749 6 місяців тому +7

    প্ৰথমে তোমাক আৰু তোমাৰ যাত্ৰাৰ পৰিয়াললৈ নতুন বছৰৰ আন্তৰিক মৰম আৰু শুভ কামনা জনালো ❤❤ আগৰ পৰাই চাই আহিছো যদিও লিখা হোৱা নাছিল... তোমাৰ সকলো অতিথিকে চাই বহুত ভাল লাগে যদিও তোমাৰ কথা খিনি শুনিবৰ বাবেই চাও❤❤ ইমান সুন্দৰ কৈ কথা বোৰ কোৱা কিবা এটা ভাল লাগে জানা.. যিটো যে বুজাব নোৱাৰি ❤❤❤যাত্ৰা আৰু আগুৱাই যাওক

  • @khiruddaflari3083
    @khiruddaflari3083 7 місяців тому +6

    বহুত সুন্দৰ অনুষ্ঠান।অনুষ্ঠানটো চাই কেইটামান কথাই মনটো বহুত আবেগিক হৈ পৰিল।জীৱনত আগবাহি যাবলৈ সঁচাকৈ বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে আগুৱাই যাব লগা হয়।সিদ্ধাৰ্থ দাৰ কথা বোৰে যেন নৱ প্ৰজন্মক আগুৱাই নিয়াত সহায় হব বুলি মই ভাৱো।

  • @pallaviborah1012
    @pallaviborah1012 6 місяців тому +3

    আইচেংফা "ৰেন মৌ"ৰ অনুস্থান আজি প্ৰথম চাঁলো,,,,সঁচাকৈ খুব সুন্দৰ অনুস্থান,,,, সিদ্ধাৰ্থদা সঁচাকৈ খুব সহজ-সৰল।

  • @tapas.pratim9599
    @tapas.pratim9599 7 місяців тому +7

    “যাত্ৰা” ৰ এই যাত্ৰা মধুময় হওঁক, অবিৰতভাৱে চলি থাকক এই প্ৰচেষ্টা।

  • @darondhora1236
    @darondhora1236 6 місяців тому +2

    Bohut val lagile ... বাইদৈউ

  • @sewalikalitaaxomiyasowali5001
    @sewalikalitaaxomiyasowali5001 6 місяців тому +7

    প্ৰিয় ব্যক্তি দুয়োগৰাকী ।কুশলে থাকক দুয়োগৰাকী❤❤

  • @bobitagogoi4985
    @bobitagogoi4985 5 місяців тому +2

    Beautiful❤

  • @pallabisaikia1036
    @pallabisaikia1036 6 місяців тому +3

    বহুত ভাল লাগিল, অনুস্থান টো শেষ কৰি চালো😊😊😊

  • @user-mc6in2sn4e
    @user-mc6in2sn4e 6 місяців тому +3

    Dadai kua mute 19 no2 hosai bohut laky........bar Rain Mou Episode no 19 aru 19 nor otethe jon hoise siddhartha sharma (KK Da) ❤❤❤

  • @anujprotimbarkatokey3864
    @anujprotimbarkatokey3864 6 місяців тому +2

    যাত্ৰাৰ সহযাত্ৰী হোৱা মোৰ বেছি দিন হোৱা নাই। কিন্তু যাত্ৰা যি কেইদিন কৰিছো অতি আপ্লুত হৈছো। আইচেংফাৰ যাত্ৰা আৰু সুন্দৰ হওক আৰু ৰেন মৌ ৰসেৰে সমৃদ্ধ হওক।

  • @prasiddagoswami2642
    @prasiddagoswami2642 6 місяців тому +2

    Oti sundar sakhyatkar. Sakhyat lauta aru diuta duiujanake ovinandan janaisu ....

  • @DeepGogoi-zh5pn
    @DeepGogoi-zh5pn 7 місяців тому +5

    প্ৰিয় মানুহজন, সালিয়া বেজৰ পৰা এতিয়ালৈ হাঁহি বিৰিঙীয়া মানুহ জন।

  • @user-hk3lq2vl3r
    @user-hk3lq2vl3r 6 місяців тому +3

    বৰ্তমানলৈ দুটা খণ্ড চাইছো বহুত ভাল লাগিছে।

  • @mrinalitamuli1502
    @mrinalitamuli1502 6 місяців тому +3

    বহুত ভাল লাগিছে 🥰 কথোপকথন, আগবাঢ়ি যোৱা শুভ কামনা জনালোঁ।

  • @SarangarayMedhi
    @SarangarayMedhi 7 місяців тому +4

    Siddharth sir r kotha khini bohut vl lagise .1 hours 9min r 1sec o miss kora nai.

  • @MonikaBorgohain-uv7zx
    @MonikaBorgohain-uv7zx 7 місяців тому +8

    বহুত ভাল লাগিল আজিৰ অনুষ্ঠানটো চাই ❤

  • @kailashgogoi3484
    @kailashgogoi3484 6 місяців тому +1

    দুয়োৰে কথোপকথন বৰ সুন্দৰ আৰু মিঠা মিঠা লাগিল ।❤

  • @rupamdihingia9308
    @rupamdihingia9308 6 місяців тому +2

    বঢ়িয়া,,, বহুত ভাল লাগিল দেই।

  • @deepshikhadutta7102
    @deepshikhadutta7102 7 місяців тому +14

    আইচেংফা তোমাৰ এই সুন্দৰ যাত্ৰাৰ সফলতাৰ বাবে অভিনন্দন আৰু বহুতো আশা তথা শুভেচ্ছা থাকিল 🧿🌻✨

  • @user-th5nc4lt5l
    @user-th5nc4lt5l 6 місяців тому +4

    19 tu lucky babe ei episode tu u 19 number episode wahh

  • @MoupiyaProduction
    @MoupiyaProduction 7 місяців тому +2

    আপোনাৰ অসমীয়া ভাষাৰ ওপৰত ভাল দখল আছে । বহুত ধুনীয়া

  • @pranamikadas6059
    @pranamikadas6059 7 місяців тому +2

    Eman dhuniyake j kothabur koi apuni baa.. hunile huniye thakibo mon jai... notun bosoror bohut hubhessa jaatra party loi❤❤

  • @olagautam
    @olagautam 7 місяців тому +9

    He has enormous talent
    And the flow of the delivery of dialogue is his forte
    Good show

  • @chutiakrishnaaxom
    @chutiakrishnaaxom 7 місяців тому +8

    সুন্দৰ,, দুয়ুগৰাকীলৈ ইংৰাজী নববৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালো ❤

  • @parashar123abc
    @parashar123abc 7 місяців тому +2

    সঁচাকৈয়ে আমি বহুত গৌৰৱ বোধ কৰোঁ আমাৰ বাসুক লৈ.. সৰলতাই যাৰ প্ৰধান অলংকাৰ ❤❤ .. আইছেংফালৈও মৰম দিলোঁ..

  • @rahulsonowal6201
    @rahulsonowal6201 6 місяців тому +2

    ভাল লাগিল।।
    আজি ""যাত্ৰা""ৰ Episode=19
    আৰু,, কেকে দা''"'ৰো 19 সংখ্যা টো চিৰস্মৰণীয়।।।
    সচাকৈ সময়েই,, সকলো মিলাই।।

  • @cuties3542
    @cuties3542 6 місяців тому +4

    বৰ ভাল লাগিল। অতি সুন্দৰকৈ প্ৰশ্নবোৰ উপস্থাপন কৰিছে। ধন্যবাদ জনাইছো দুয়োজনলৈ।

  • @KhirudSaikia-ry3ks
    @KhirudSaikia-ry3ks 7 місяців тому +2

    Kk da🔥🔥🔥🔥

  • @papughatowar7453
    @papughatowar7453 6 місяців тому +2

    Amar mormr hilpi Sidhartha dar lucky nmbr 19. Logote ai episode u 19. Kiman lucky tekhet❤

  • @babuphukan8920
    @babuphukan8920 7 місяців тому +35

    Very limited Quality Host we have in Assamese entertainment industry, you are One of the perfect host so far I have seen. Positive Attitude, welcoming and pleasing expression, allowing space to the guest to finish his or her answer, no cross questions and list goes on......... All things are perfect in its place. I guess This talk show is setting a benchmark and i strongly wish it to be maintained.

  • @mrinalmedhi8346
    @mrinalmedhi8346 6 місяців тому +3

    আপোনাৰ অভিনয় চালে মনটো হাঁহিৰ খোৰাক পাওঁ

  • @KishalayBaruah-tg2gk
    @KishalayBaruah-tg2gk 6 місяців тому +3

    Dhunia

  • @arindamchakravartty6308
    @arindamchakravartty6308 7 місяців тому +1

    হয় দাদা পইচা মাজে মাজে হে লাগে ❤
    আৰু মাজে মাজে লগায় ভাল,❤
    ৰিম্পি বা 👌

  • @priyojonorbandhun
    @priyojonorbandhun 7 місяців тому +4

    ভাল লাগিল।প্ৰথমে তোমালৈ নৱ বৰ্ষৰ শুভেচ্ছা যাঁচিলো।আজিৰ খণ্ডত ভাল লগা মুহুত্বটো নকৈ থাকিব নোঁৱাৰিলো।পত্নীৰ মনৰ কথাত স্বামীৰ আবেগৰ চকুলো।মোৰো কথাখিনিয়ে কন্দুৱালে।তুমি বৰ সুন্দৰ প্ৰচেষ্টাৰে আনক আনন্দ দিয়া ।শুভৰাত্ৰি।🙏

  • @dilipphangsho47
    @dilipphangsho47 7 місяців тому +5

    বঢ়িয়া হৈছে অনুষ্ঠান টি । অভিনেতা উৎপল দাস দাক মাতিবছোন ।

  • @mrinalchandrakalita627
    @mrinalchandrakalita627 6 місяців тому +3

    সাক্ষাৎকাৰটো চাই বৰ ভাল লাগিল ৷ আশা কৰিছো আপোনাৰ ৰেংমৌ ৰ জৰিয়তে এনে বহু শিল্পীৰ সানিধ্য পাম ৷

  • @MrinaliDutta-oe1mk
    @MrinaliDutta-oe1mk 7 місяців тому +2

    Khub hundor lgil anusthan tu sai

  • @BiplobSaikia-rp9ne
    @BiplobSaikia-rp9ne 7 місяців тому +3

    নতুন বছৰত ৰেন‌ মৌৰ‌ আজি অনুষ্ঠানটো চাই সচাঁই বহুত ভাল লাগিল।‌ বহুত কথা শিকিবলৈ পালোঁ ❤❤

  • @MusicOfAsssam
    @MusicOfAsssam 6 місяців тому +2

    Vl Lagil Nojona Kotha Kisuman Jani❤️❤️❤️

  • @user-om1qz1cj5l
    @user-om1qz1cj5l 7 місяців тому +7

    সুপ্ৰভাত বাইদেউ।
    এটা কথা মন কৰিছেনে?তেখেত পুনৰ ১৯ খণ্ডতে আপোনাৰ "ৰেন মৌ" অতিথি হৈছে।কি আচৰিত সংযোগ।ভালে থাকক দুয়ো।নতুন বছৰৰ বহুতো শুভকামনা জনাইছোঁ।ধন্যবাদ।

  • @prosantasarmah2460
    @prosantasarmah2460 5 місяців тому +2

    Moi UA-cam r video skip kori saw. Bt rain mow channel tur video 1 sec skip kora nii . Emn vl lage apunar video Sai . Moja❤ keep it up 🤗🥰

  • @user-bi4ng6py5c
    @user-bi4ng6py5c 5 місяців тому +2

    সুন্দৰ

  • @gargisarma8840
    @gargisarma8840 7 місяців тому +4

    ভাল লাগিল আইচেংফা....সুন্দৰ অনুষ্ঠান

  • @rimpyborah8685
    @rimpyborah8685 6 місяців тому +2

    বহুত ভাল লাগিলে

  • @debajitgogoi9333
    @debajitgogoi9333 7 місяців тому +2

    Kk da kotha khini huni bohut val lagill

  • @mintubora8460
    @mintubora8460 6 місяців тому +2

    বৰ ভাল লাগিল দেই👌👍

  • @cobramen8679
    @cobramen8679 7 місяців тому +3

    Kk da manuh jon real life ot bohut hohoj horol ❤

  • @manishadeka6600
    @manishadeka6600 7 місяців тому +7

    Scrol কৰি চায়েই থাকো "যাত্ৰা"ৰ অতিথি কেতিয়া আহে,কেতিয়া আহে🥰।ধুনীয়া হৈছে বা❤️❤️❤️ ।"অনুভৱ মোৰ" গাব দেই এদিন,মই অনুৰোধ কৰিছিলো🙏

  • @ankitarajbangshi2848
    @ankitarajbangshi2848 6 місяців тому +2

    K.k daa ❤

  • @porisaikia3919
    @porisaikia3919 7 місяців тому +2

    Tomar program bor sai khubi Val lage.aru val val kam kori jowa

  • @neelimdas7746
    @neelimdas7746 6 місяців тому +2

    55:00 কথা খিনি লগত আচলতে প্ৰতিদিনে মনলে আহি থকা যায় কিছুমান ক্ষেত্ৰত, কিন্তু সহজ ভাবে ভাবিলে সকলো সুখ বুলি kk দাৰ পৰা বুজি পোৱা গল ।

  • @Krishnakoch174
    @Krishnakoch174 6 місяців тому +2

    Ren mow hofol howk.❤

  • @bhaskarsonowal2271
    @bhaskarsonowal2271 7 місяців тому +2

    Khub priyo anusthan, baa apnaunak sale dekhile imn positive Lage , Tate ako priyo ovineta #sidhatho_sharma love from #Duliajan❤

  • @arunhazarika5296
    @arunhazarika5296 6 місяців тому +2

    a mja

  • @ajantachoudhury9193
    @ajantachoudhury9193 6 місяців тому +2

    Ran mou long live.Standrd program

  • @lachitgogoi5082
    @lachitgogoi5082 6 місяців тому +2

    Way you take the interview, speek is excellent, God bless you Aisengfa.

  • @Abrajitsarma21
    @Abrajitsarma21 7 місяців тому +3

    Episode u 19 hoi.....xosai lucky number kk dar karone😊❤️

  • @user-fc4ze7cj1f
    @user-fc4ze7cj1f 3 місяці тому +1

    Simple man with great skills❤

  • @jatinrajbongshi5164
    @jatinrajbongshi5164 6 місяців тому +2

    Bohut val lagil

  • @pranjalbhuyan1098
    @pranjalbhuyan1098 6 місяців тому +2

    Bhut vl lagil❤

  • @kabitasaikia8051
    @kabitasaikia8051 6 місяців тому +2

    অনুষ্ঠানটি চাই সচাই ভাল লাগিল।

  • @hemnathsaikiya1491
    @hemnathsaikiya1491 7 місяців тому +2

    ভাল লাগিল,তেখেতৰ সৰলতাখিনিও ।

  • @gamerssquad4165
    @gamerssquad4165 6 місяців тому +2

    Nice

  • @dibakardutta68
    @dibakardutta68 7 місяців тому +3

    Basu da A mojaaah

  • @SKumar-ne4sz
    @SKumar-ne4sz 7 місяців тому +2

    19 number lucky sage, episode number o 19.

  • @hemangadas4697
    @hemangadas4697 7 місяців тому +3

    Episode 19.
    really lucky 19

  • @mohanchandranath9398
    @mohanchandranath9398 6 місяців тому +2

    Very good ,

  • @rishirajbongshi7317
    @rishirajbongshi7317 7 місяців тому +2

    Xopun bur lokhyo a hoi was ultimate 🫡