'ৰেন মৌ'ত আইচেংফাৰ স'তে নৱ প্ৰজন্মৰ এগৰাকী অধ্যয়নশীল তথা চিন্তাশীল যুৱক ত্রিদীৱ ভাগৱতী || EP 30

Поділитися
Вставка
  • Опубліковано 6 жов 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also, press the bell icon to stay updated with our latest uploads.
    CREDITS:
    Host & Concept : Aichengfa Boruah
    Direction, Music & Audio Production : Xulfi Nawaz
    Video Edit : Dipankar Saharia
    Camera : Nihar Ranjan, Nayan Bordoloi, Ravi Shankar
    Make Up : Manash Rabha
    all rights reserved © Jaatra

КОМЕНТАРІ • 227

  • @aichengfaboruah
    @aichengfaboruah  6 місяців тому +50

    নমস্কাৰ, মই আইচেংফা ...😊🙏
    আজি মোৰ মনত দোলা দি থকা কেইটামান কথা আপোনালোকৰ আগত প্রকাশ কৰোঁ দেই ...! প্রথমতে, বহুত ডাঙৰকৈ এটা ধন্যবাদ প্রতিগৰাকী সহযাত্রীলৈ, আমাৰ প্রতিটো খণ্ডক ইমান আলফুলকৈ মৰম দিয়াৰ বাবে ! প্রতিটো ক'মেন্ট পঢ়ি বুকুখন ভৰি যায়... সঁচাই ...! আপোনালোকৰ বহুজনে কয় যে UA-cam টো চাবলৈ মন নোযোৱাৰ সময়তে এনেধৰণৰ ভিডিঅ' Content এ আপোনালোকক পুনৰ UA-cam ৰ প্রতি সুস্থ ধাৰণা এটা গঢ়ি তোলাত 'যাত্রা'ই সহায় কৰিছে...! সেই কথা জানি আমি অত্যন্ত সুখী হৈছোঁ... কিন্তু তাতোকৈ বেছি সুখী হৈছোঁ এই কথা জানি যে ... দৰাচলতে, আপোনালোকৰ চিন্তাবোৰ ভাল, শুদ্ধ ... সেয়ে আমাৰ চিন্তাখিনি আপোনাসৱে আদৰিছে অতি হেঁপাহেৰে ! তাৰ মাজতে আপোনালোকৰ বহুজনৰ পৰা অনুৰোধ আহে আপোনালোকৰ প্ৰিয় শিল্পীগৰাকীক অতিথি কৰি আনিবৰ বাবে ... আমাৰ সেই প্রচেষ্টা অব্যাহতও আছে... কিন্তু প্রতিগৰাকী শিল্পীয়েই যিহেতু ব্যস্ত হৈ থাকে , সেয়ে সকলোৰে সময় সুবিধাবোৰ মিলি গ'লেহে আপোনালোকৰ প্ৰিয় শিল্পীগৰাকীৰ স'তে অনুষ্ঠানটি সম্ভৱ হৈ উঠেগৈ ... লগতে আৰু এটি কথা হয় , মই মাহত তিনিটা বা চাৰিটা ভিডিঅ'হে প্রস্তুত কৰিব পাৰোঁ সেয়ে আপোনালোকৰ সকলোৰে প্রিয় শিল্পীগৰাকী 'ৰেন মৌ'লৈ আহোঁতে কিছু পলম হৈছে বা হ'ব ... যিহেতু মই চাকৰি এটিও কৰি আছোঁ লগতে অন্যান্য অনুষ্ঠানৰ স'তেও জড়িত হৈ থাকোঁ, সেয়ে সময়বোৰ ভাগ ভাগ কৰি ল'ব লগা হয়... কিন্তু কথা দিছোঁ, আপোনাসৱৰ প্রতিটো অনুৰোধ ৰক্ষা কৰাৰ আন্তৰিক প্রচেষ্টা এটা সদায় কৰি যাম... আপোনালোকৰ মন্তব্যবোৰ পঢ়ি কেতিয়াবা আবেগিকেই হৈ পৰোঁ‌ ...। দিনটো কাম কৰি আহি ৰাতি শোৱাৰ পৰত এই ধুনীয়া ধুনীয়া মন্তব্যবোৰেই হৈ পৰে মোৰ বাবে টোপনিৰ ঔষধ পালি...! আকৌ এটি ধুনীয়া সপোন দেখোঁ... তাৰপিছত পুৱা সতেজ হৈ পুনৰ এটি নতুনৰ আৰম্ভণি হয়...। 'নতুন' বুলি কওঁতেই মনলৈ আহিছে, ঘৰটোৰ নাম যে 'ৰেন মৌ' অর্থাৎ নতুন ঘৰ... সেই নতুন ৰ অর্থ কেৱল ঘৰটো বুলি বুজাবলৈ চেষ্টা কৰা নাই ... ইয়াত আপোনালোকৰো নতুন চিন্তাবোৰ যোগ হয়, অতিথি সকলৰ নতুন চিন্তাবোৰ যোগ হয় , লগতে ময়ো কিছু নতুন চিন্তা সংযোগ কৰিবলৈ প্রয়াস কৰোঁ । সেইবাবেই ঘৰটোৰ নাম ৰাখিছোঁ 'নতুন ঘৰ' বা 'ৰেন মৌ' !
    আমাৰ আজিৰ খণ্ডটিত ভাতৃ ত্রিদিৱ ভাগৱতীৰ চিন্তা-চেতনাক ইমান বেছি মৰম দিয়াৰ বাবে পুনৰ বাৰ আমি 'ৰেন মৌ' বাসীয়ে প্রতিগৰাকী শ্ৰদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ জনাইছোঁ অশেষ ধন্যবাদ ... সদায় কুশলে থাকক, হাঁহি থাকক ... শেষত সদায় কোৱাৰ দৰেই কওঁ, Stay tuned Jaatra with Aichengfa ! ♥️🙏

  • @tridibbhagabati7339
    @tridibbhagabati7339 6 місяців тому +35

    মৰম শুভকামনাবোৰৰ বাবে আটাইলৈ অশেষ ধন্যবাদ❤

    • @youcan671
      @youcan671 6 місяців тому +2

      😊😊😊

  • @karabi-ek6de
    @karabi-ek6de 6 місяців тому +33

    এগৰাকী মাতৃ হিচাপে নিজৰ সন্তানক শিক্ষা দিব পৰাকৈ তোমাৰ পৰা বহু কথা শিকিলোঁ। ধন্যবাদ ভাইটি।

  • @deepjyotisaikiasaikia3514
    @deepjyotisaikiasaikia3514 6 місяців тому +96

    Anekua podcast bur saaley nijokey bohut gaadho gorutur nisina he laagey..... Ki nu Kori asu jaanu jibon Tut..... Mur eke logor lora hobo aijon..... Kintu aijon a ki Kori ase aru koi asey.... Aru moi ki Kori asu aru koi asu....... Raam raam...... Moi borbaad....🥺🥺🥺........ Proud of you my boy...❤️💪❤️.....
    Thanks to all of you for so much of adoration and nourishment...... It means a lot to me..... Thankyou so much...🙏❤️🙏

    • @deulankhui
      @deulankhui 6 місяців тому +15

      Read books that's the only power at present time

    • @handloom1621
      @handloom1621 6 місяців тому +17

      মন টো ভাল হলেই হ'ল। এই লৰাজনে কিতাব পঢ়িছে, কথা ক'ব জানে। হয়তু ৰাজনীতিৰ প্ৰতি আকর্ষণ আছে।
      তুমি এনেকৈ ভাবিছাঁ যে সেইটোৱেই বুজাই যে তোমাৰ মনটো ভাল আৰু ভাল কৰিব পাৰিবা । অন্তৰখন ভাল হ'লে আৰু সঁচাত থাকিলে চব কৰিব পাৰিবা। All the best

    • @rajibborah8894
      @rajibborah8894 6 місяців тому +6

      Enekua podcast bur aamak lage... Thank you Aaisengfa baa... Vobisyotor ekujon budhhijibi... Rahul gautam sharmah, Tridip bhagabati ❤️‍🩹

    • @udipta72
      @udipta72 6 місяців тому

      ​@@rajibborah8894seriously কিন্তু গাহৰি লাই বনাই resturent খানা জুতি লৈ ফুৰা ঘূৰি ফুৰা দলী গোসাঁনী কান্ধত লৈ ফুৰা দেউতাক মৃত্যু ব্লগ বনাই ৱাঃ ৱা লোৱা মানুহ view আৰু subruciber বেছি। অনেহেন ধনাত্মক video 📷 প্ৰতি মানুহৰ ৰুচিবোধ কম। হাই মানুহ। আগুৱাই যাওক মই কিন্তু নতুন video বাবে সদায় wait 🫸🏼 কৰি থাকো

    • @karabi-ek6de
      @karabi-ek6de 6 місяців тому +3

      Bujije paisa heiyai bht.... Bhal hbo tmru...

  • @bhupenkalita2556
    @bhupenkalita2556 3 місяці тому +2

    Tridip.Vagoboti Long live you,

  • @deeprajgogoi1822
    @deeprajgogoi1822 6 місяців тому +19

    বয়স হলেও। বেছি হোৱা নাই বাৰু । 40 মান হৈছে। কিন্তু এনেকৈ উঠি অহা অসমীয়া মানুহৰ পৰা বহু শিকিছোঁ। ভাল লাগে আৰু নিজৰ লগতে আন দহ জনক উৎসাহ দিবলৈ সাহস আৰু বেছিকৈ পাইছোঁ। কাম কৰি যাবলৈ। ধন্যবাদ ৰেন মৌ।

  • @chandramagogoi5982
    @chandramagogoi5982 6 місяців тому +20

    ভাল লাগিল অনুষ্ঠানটো।ত্ৰিদিৱ দা আমাৰ কটনৰ চিনিয়ৰ।তেওঁৰ চিন্তা-ধাৰা সদায় শলাগনীয়।তেওঁ আৰু আগবাঢ়ি যাওঁক তাকেই বিচাৰোঁ।👍

  • @mjchetia386
    @mjchetia386 6 місяців тому +10

    ত্ৰিদিৱ দা নতুন প্ৰজন্মৰ এটা ভাল নক্ষত্ৰ। সমাজ খনক সদায় পোহৰাই ৰাখক। মানৱ সম্পদ সমাজে গঢ়ে আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। আগুৱাই যাওঁক সৎ, সততা, নিষ্ঠাৰে নতুন প্ৰজন্মৰ আদৰ্শ আৰু সাহস, প্ৰেৰণা হওঁক। বহুত মৰম শুভেচ্ছা আৰু শুভ কামনা জনালোঁ। আমি অনুসৰণ কৰোঁ আপোনালোকক।

  • @jasinthdeka482
    @jasinthdeka482 6 місяців тому +10

    খুব সুন্দৰ অনথষ্ঠান।ত্ৰিদিব ভাগৱতীলৈ বহুত শুভেচ্ছা থাকিল।ত্ৰিদিবৰ কথাবোৰ বহুত ভাললগা।ত্ৰিদিব ৰাহুলৰ ল'ৰাবোৰ অসমৰ বাবে ডাঙৰ সম্পদ।

  • @priyankamedhi2414
    @priyankamedhi2414 2 місяці тому +1

    অনুষ্ঠানটো চাই বহু কথা শিকিলো আৰু বহু শিকিব বাকীও আছে❤️Tridib দা অসমীয়া সমাজৰ এটা উজ্জ্বল নক্ষত্ৰ হৈ ৰক❤️👍👍👍

  • @swarnabhajani6884
    @swarnabhajani6884 6 місяців тому +24

    বঢ়িয়া।মগজু পখালিব পৰা ত্ৰিদিব ভাগৱতীৰ কথা।
    তেওঁ‌ৰ মংগল হওক ।

  • @dipankarhazarika5213
    @dipankarhazarika5213 6 місяців тому +35

    যাত্ৰা, অনুষ্ঠানটো আগুৱাই যাওক।
    ত্ৰিদীপ,ৰাহুলৰ দৰে সম্পদ আমাক লাগে।

    • @jatinrajbongshi5164
      @jatinrajbongshi5164 6 місяців тому +1

      ত্ৰিদীপৰ দৰে সম্পদ আমাক লাগে।

  • @jintuborah576
    @jintuborah576 6 місяців тому +5

    ত্ৰিদীপ দা তুমি সঁচাকৈ বহুত সাহসী ,তুমি আগুৱাই যোৱা লগতে নিজৰ জীৱনৰ লগতে অসমৰ সকলো মূল্যবান কাম বোৰ তুমি নিয়াৰিকৈ কৰা ,কৰিব লাগিব ।তুমি এটা জাতীয় সম্পদ ,মানৱ সম্পদ সকলো । বহুত কৰিব লগীয়া কাম আছে তোমাৰ । নিজৰ লগতে সদায় সকলো দিশ আগুৱাই লৈ যোৱা, নিজৰ দেহ টো প্ৰতি ও যত্ন লবা সদায়।

  • @niharikastory1481
    @niharikastory1481 6 місяців тому +14

    এনেধৰণৰ অনুষ্ঠান খুবেই ভাল লাগে । যʼত অতিথিজনক কথাবিলাক কবলৈ সুবিধা দিয়া হয় । নহলে তু আজিকালি অনুষ্ঠানবোৰত যি গৰাকীয়ে আঁত ধৰে তেওঁ এ বেছিকৈ কথা কৈ থাকে ।

  • @funusenapoti9220
    @funusenapoti9220 6 місяців тому +6

    আইচেংফা তোমাৰ এই যাত্ৰা অনুস্থানত সময় উপযোগী নৱ প্ৰজন্মৰ এজন যুৱক নিমন্ত্ৰণ কৰি আনি খুব সুন্দৰ বিষয় কেইটামান আলোচনা কৰিলা য'ত মই বিশেষকৈ জানিব পাৰিলো। তাৰ বাবে তোমাক ধন্যবাদ জনালোঁ। ত্ৰিদিৱ ভাগৱতী লৈ মোৰ আশীৰ্বাদ আৰু শুভেচ্ছা থাকিল, আগন্তুক দিনবিলাকত তেওঁ যেন আগুৱাই যাওঁক।

  • @raktimjyotiborah1487
    @raktimjyotiborah1487 3 місяці тому +1

    সঁচাই এটা বৰ সুন্দৰ অনুষ্ঠান উপভোগ কৰিলোঁ তৃদ্বীপ ভাগৱতী আমাতকৈ বয়সত সৰু যদিও তেওঁৰ চিন্তা ধাৰা বহুত উপৰত কথা কোৱাৰ ভংগিমা সঁচাই অতুলনীয় প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ ইমান সুন্দৰকৈ দিছে ভাল লাগিল আজিৰ পৰা এজন আদৰ্শ ব্যক্তি হিচাপে বাচি লৈছো আগুৱাই যাওক জীৱনৰ বাটত নিজৰ উন্নত চিন্তাধাৰাৰ আৰু বিকাশ হওঁক তাকে কামনা কৰিছোঁ

  • @karabi-ek6de
    @karabi-ek6de 6 місяців тому +7

    Oh my god কি ধুনীয়া অ কবিতাটো। মাজে মাজে গানটো গাই দিছে আইচেংফাই আৰু সোনত সোৱগা হৈছে।

  • @purnakalita-yu4xf
    @purnakalita-yu4xf 6 місяців тому +6

    এই যাত্ৰা আগুৱাই যাওঁক।
    প্ৰতিটো খণ্ড চাই আছোঁ খুব ভাল হৈছে আৰু ভাল হওঁক । ❤

  • @ckctube
    @ckctube 6 місяців тому +2

    😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
    অতি উত্তম অনুষ্ঠান। মন হৃদয় আনন্দেৰে পৰিপূৰ্ণ নহৈ নোৱাৰিলে। ৱাহ্! অসমৰ সুসন্তান, এজন প্ৰকৃত অসমীয়া। নামেই যাৰ পৰিচয়- ত্ৰিদীৱ ভাগৱতী।
    আমি শুনিব লাগে, শুনি শিকিব লাগে। এনে বক্তাই জ্ঞানৰ পোঁহৰ বিলাই চৌদিশ উজলাই তোলে। অসম আৰু অসমীয়াক চহকী কৰে।
    আহঁক, আমি সকলো 'অসমীয়া' হওঁ।
    🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @jibeshkrb529
    @jibeshkrb529 6 місяців тому +4

    সঁচাকৈয়ে বহুতেই ধুনীয়া 👌👌
    বহুত বেছি লিখিব বা কʼবলৈ নাযাও......
    অত্যধিক অধ্যয়নে মানুহৰ জ্ঞান বঢ়ায় আৰু সেই জ্ঞান-ধাৰনাবোৰে মানুহজনৰ চিন্তাবোৰক বহুত বেছি ওপৰলৈ লৈ যায়, শেষত ত্ৰিদীৱলৈ অশেষ ধন্যবাদ জনায় তেখেতৰ সপোনবোৰ পুৰন হওঁক তাৰেই কামনা কৰিলোঁ।।

  • @PrayashiHazarika-nt8me
    @PrayashiHazarika-nt8me 6 місяців тому +9

    বা কি কম , ক'ৰ'বাত যেন হেৰাই যোৱা জাতীয়তা বোধ তোমাৰ এই অনুস্থানৰ জৰিয়তে বিচাৰি পাইছো। এই যাত্ৰা সদায় অব্যাহত থাকক। বৰ্তমান প্ৰেক্ষাপটত এনেকুৱা অনুস্থানৰ প্ৰাসংগিতা বহুত বেছি।

  • @moureensvlogandworld225
    @moureensvlogandworld225 6 місяців тому +6

    সাক্ষাৎকাৰবোৰ এইধৰণৰ ব্যক্তিক লৈয়ে হ'ব লাগে।এন্টাৰটেইনমেন্ট বহুত হ'ল।ভাল পালো।

  • @দৰ্শক
    @দৰ্শক 6 місяців тому +6

    অনুষ্ঠানটোৰ যাত্ৰা দূৰ দিগন্তৰ হওক ।
    আৰু ত্ৰিদীৱ দাৰ পৰা উদ্ভৱ হোৱা চিন্তাৰ সত্বাটো অমৰ হওক ।🙏

  • @birajjyoti3222
    @birajjyoti3222 6 місяців тому +8

    ঘৰখনেই চৰিত্ৰবোধৰ/ ভাষা গঠনৰ,, প্ৰথম পঢ়াশালি।

  • @Chintumanihazarika
    @Chintumanihazarika 6 місяців тому +12

    ত্ৰিদীৱ দাৰ কথা,যুক্তি আৰু চিন্তা-চেতনা বহুত ভাল লাগে।মোৰ বিশ্বাস আমি প্ৰায় প্ৰতিগৰাকী নৱপ্ৰজন্মই যদি এই মন আৰু চিন্তাৰে কাম কৰোঁ,সেয়া অসমৰ বাবেই অত্যন্ত অনুকূল হ'ব,এককথাত অসম, অসম হৈ থাকিব❤

  • @Rijuwanasaikia
    @Rijuwanasaikia 5 днів тому

    ইমান সুন্দৰ অনুষ্ঠান এটিৰ অংশীদাৰ মই কিয় ইমান দেৰিকৈ হ’লোঁ৷তাৰবাবে নিজেই অনুতপ্ত

  • @gitikadevchoudhury8773
    @gitikadevchoudhury8773 6 місяців тому +3

    বহুত ভাল লাগিল। এই অনুষ্ঠানটো খুউব সুন্দৰ হৈছে। অইচেংফাৰ কথা সোধা আৰু কোৱাখিনি খুউব সুন্দৰ। ত্ৰিদিপলৈ বহুত শুভেচ্ছা। তেওঁৰ প্ৰত্যেক টো অনুষ্ঠান চাও। আমাৰ মনৰ কথাবোৰ বৰ সুন্দৰ কৈ কয়❤

  • @karabi-ek6de
    @karabi-ek6de 6 місяців тому +8

    আইচেংফাৰ অতিথি কেইজন বৰ সাংঘাটিক। মন মগজু হিলাই দিয়ে। ইমান কথা শিকিব পাৰি। ৰাহুলৰ prodcust টো কি যে ভাল লগা। লৰাটোৱে ঠিকে কৈছে আইচেংফাৰ প্ৰগেমতে কথাবোৰ মন খুলি সকলোৱে কয়। একদম সঁচা কথা। চেনেলটো সদায় সজীৱ হয় থাকক। বৰ ষ্টেণ্ডাৰ্ড চেনেল। ❤বাকী আইচেংফাজনী কিয় ইমান ধুনীয়া? 😍

    • @dhrubadas7656
      @dhrubadas7656 6 місяців тому

      Aponar o kthalhini km dhunia nhy kintu..mor magajuto sali thka kthalhini apuni knk jnile he 😆😆😆

    • @karabi-ek6de
      @karabi-ek6de 6 місяців тому

      @@dhrubadas7656 হয় নিকি

  • @DipankarKachari-o9v
    @DipankarKachari-o9v 6 місяців тому +4

    সুন্দৰ অনুষ্ঠান। চাই খুবেই অনুপ্ৰাণিত হলো । দাদৰ কথা খিনি বহুত ভাল লাগিল। সুন্দৰ মনৰ সুন্দৰ চিন্তাৰ এজন ব্যক্তি । Big fan হৈ গলো দাদা।

  • @KaSiYali
    @KaSiYali 6 місяців тому +9

    বৰ মৰমলগা ল'ৰা।উঠি অহা ল'ৰা-ছোৱালীসকলক এনেধৰণৰ চিন্তা চেতনাৰে উদ্বুদ্ধ হোৱা দেখি মনটো ভৰি উঠে❤শুভেচ্ছা থাকিল।

  • @কবিতাৰসুবাস
    @কবিতাৰসুবাস 5 місяців тому +1

    বহুত উপকৃত হলোঁ আপোনালোকৰ বাৰ্তালাপ চাই ।

  • @dipjyotiborgohain8771
    @dipjyotiborgohain8771 6 місяців тому +7

    অসমৰ এজন প্ৰতিভাশালী সুনাগৰিক

  • @mathsbychannasir9871
    @mathsbychannasir9871 6 місяців тому +5

    এনেকুৱা প্ৰতিভাৱান মানুহৰ শ্বো চাই শিকিব পাৰি শিকাৰ হেপাহ বাঢ়ে ।
    বহুত ভাল লাগিল ❤

  • @hirakkalita3559
    @hirakkalita3559 5 місяців тому +1

    Mojaaaa love from Tamulpur !! Aaru joy Zubeen da

  • @mukulbarma
    @mukulbarma 6 місяців тому +4

    অনুষ্ঠান আৰু অতিথি নিৰ্বাচন সুন্দৰ হৈছে। ত্ৰিদিপ আৰু আইচেংফালৈ শুভকামনা।

  • @mjchetia386
    @mjchetia386 6 місяців тому +2

    আইছেংফা বা এনেকৈ আগুৱাই লৈ যাঁওক । সংখ্যা কম হলেও একো নহয় ।গুৰুত্ব পাওঁক সকলো স্তৰৰ নতুন প্ৰজন্মই । যাতে আপোনাৰ অনুষ্ঠানটো পিছৰ প্ৰজন্মই চাই উপকৃত হব পাৰে। এটা ভাল চৰ্চাৰ অনুষ্ঠান এনেধৰণৰ চৰ্চা বোৰ অব্যাহত থাকিব লাগে। ভাল বোৰ ৰৈ যাব ,বেয়া বোৰ লুপ্ত হব। আপোনালৈ বহুত বহুত মৰম শুভেচ্ছা আৰু শুভ কামনা জনালোঁ। সদায় ভালে থাকক সুখী হৈ থাকক। সু স্বাস্থ্যৱান হৈ সদায় মনৰ শক্তিৰ পৰা ডেকা হৈ তৰুণ হৈ থাকক। ১২/১৮ ‍ ঘণ্টা কামৰ মাজত আপোনাৰ অনুষ্ঠানৰ লগত সময় কটাও, জানিবলৈ , শিকিবলৈ, উপলদ্ধি কৰিবলৈ।

  • @santimoni7949
    @santimoni7949 6 місяців тому +2

    বৰ সুন্দৰ । ত্ৰিদীপৰ দৰে যুৱক নতুন প্ৰজন্মৰ আৰ্দশ হওঁক💐

  • @BD12348
    @BD12348 6 місяців тому +5

    অনাগত দিনৰ এটি নক্ষত্ৰ।আগুৱাই যোৱা বহুদূৰ।

  • @dipakgogoi4266
    @dipakgogoi4266 5 місяців тому +1

    Rengmoi Tumi aguai jua eiejatrat hodai bighini hunyo houk

  • @nishantakdas07
    @nishantakdas07 6 місяців тому +6

    "Tridip Bhagabati" will be a big name in the future,Mark my words.
    Best wishes to him 🌸❤️

  • @sauravgogoi1471
    @sauravgogoi1471 6 місяців тому +7

    He is the upcoming voice of New Generation of Assam, God Bless#👌🏼👏😇

  • @DiSaTLC
    @DiSaTLC 6 місяців тому +7

    Rahul,Tridip aulukor abhibhabokok aru Axom Jatiyo Bidyalaya r xikhok-xikhyotrik jen mate..ami janibo bisaru keneke aulukok dangor korise..upcoming parents xokolur babe bohut bhal hobo..

    • @boro3775
      @boro3775 28 днів тому

      Parents or upbringing or babe hua naai. Parenting give them study habit may be.
      But Teuluk ajb r porai beleg chinta dhari asil. Cotton e change kori dile rest.

  • @KalpanaDevi-h2q
    @KalpanaDevi-h2q 6 місяців тому +4

    ইমান মনোমোহা অনুষ্ঠান উপভোগ কৰোৱাব বাবে বহুত বহুত ধন্যবাদ । আগলৈও এনেকুৱা অনুষ্ঠানলৈ বাট চাই থাকিম ।❤❤

  • @pranabborthakur5372
    @pranabborthakur5372 6 місяців тому +5

    Jatra anusthan sai monot anekuwa lagil, kune koi assam hompodar dukhiya buli, moi kom, assamot "Rshul" aru "Tridipor"dore hompod atiyau. ase.

    • @axom_television_official
      @axom_television_official 6 місяців тому

      Apunar hoite ...akmot moiii

    • @DiSaTLC
      @DiSaTLC 6 місяців тому

      Axomiya xompod agoteu asil aru agoleu thakibo..ami Axomiya bure belegor dore keu keu meu meu k nathaku nijoke jona-ustadi dekhabole..gyani manuhe mone mone kaam kore..brihot gos adal mone mone dangor hoi aku xobdo nokora koi..most classic people are the “khilonjio axomiya” on earth..agote pratibha bur raijor usoroloe aha madhyom khub kom asile..kintu atia gutei Bharat aru logote Bishwa u jona hobo lahe k ami kun..kebol ami sobe milon xohokare thoka tu usit..

  • @nabadas2528
    @nabadas2528 6 місяців тому +2

    সুন্দৰ বক্তব্য। তোমাৰ উজ্বল ভবিষ্যত হৃদয়েৰে কামনা কৰিলো ❤

  • @binoysinghgour4230
    @binoysinghgour4230 6 місяців тому +3

    ত্ৰিদীপৰ চিন্তাধাৰা বহুত ভাল। তেওঁৰ দৰে চিন্তা কৰা ব্যক্তি ৰাজনীতিত আহিলে। অসম আগুৱাই যাৱ।

  • @silpiranibhagawati5558
    @silpiranibhagawati5558 4 місяці тому +1

    আমাৰ দেশৰ সম্পদ এওলোক❤️কি সাংঘাতিক চিন্তাধাৰা❤️

  • @jutikamech-r4m
    @jutikamech-r4m 6 місяців тому +4

    আপোনাৰ অনুষ্ঠান টি চাই বৰ ভাল লাগে বা।আজি ও ভাল লাগিছে। আপুনি আগ বাঢ়ি যাওক

  • @AijoneePori
    @AijoneePori 6 місяців тому +2

    খুব ভাল ।আলোচনা বোৰ এনে হ'ব লাগে।

  • @priyojonorbandhun
    @priyojonorbandhun 6 місяців тому +4

    আইচিংফা তোমাৰ এই "যাত্ৰা" অনুষ্ঠানৰ মই এগৰাকী তোমাৰ সহযাত্ৰী প্ৰতিটো অনুষ্ঠানৰ।আজি দিনটোত মই দুটা খণ্ড চালো।ইমানেই ভাল পালো ভাষাৰে বুজাব নোঁৱাৰো তোমাক ।"যাত্ৰা"ৰ পৰিধি বৃদ্ধি হওঁক ।আৰ্শীবাদেৰে। ডুমডুমাৰ পৰা তোমাৰ "যাত্ৰা" অতিথি।🙏🙏🙏

  • @asthajitadeka4290
    @asthajitadeka4290 6 місяців тому +8

    অসমৰ সম্পদ এওলোক ভগৱানে সদায় ভালে ৰাখক ❤

  • @kamalmahanta1452
    @kamalmahanta1452 6 місяців тому +3

    যাত্ৰাৰ যাত্ৰা সদায় আগোৱাই যাওক আৰু আপোনাৰ জৰিয়তে সদায় নতুন নতুন বেক্তিৰ কথা বোৰ যেন শুনিব পাও তাকে কামনা কৰিলো বা ।

  • @nanditadutta6770
    @nanditadutta6770 6 місяців тому +3

    ত্ৰিদিপ ভাগৱতীৰ কথাবোৰ শুনি ভাল লাগিছে।উজ্জ্বল ভৱিষ্যত আশা কৰিলো।❤❤❤

  • @bastobkalita6328
    @bastobkalita6328 2 місяці тому

    প্ৰিয় অনুষ্ঠান এইটো। Tridib দা যদিও বয়সত বহুত সৰু কিন্তু চিন্তাৰে বহুত আগবঢ়া। এনেকুৱা সম্পদ অসমক লাগে। ৰাহুল দা আৰু তৃদ্বীপ দাই ইচ্ছা কৰিলে অনাগত বৌদ্ধিক জগতখনলৈ পৰিৱৰ্তন আনিব পাৰিব। দুয়োজনলৈকে শুভেচ্ছা জনালোঁ।

  • @hirakdas4212
    @hirakdas4212 6 місяців тому +1

    এই যাত্ৰা বহুত দূৰলৈ যাওক। বহুত সুভকামণা। কিমান ধুনীয়া চিন্তা - আদৰ্শ। বহুত আগুৱাই যোৱা Tridip....

  • @nabanitasaikia8749
    @nabanitasaikia8749 6 місяців тому +4

    যাত্ৰা সদাই আগুৱাই যাওক ❤❤❤ত্ৰিদীপলৈ আন্তৰিক শুভ কামনা থাকিল

  • @Basanta_Official1
    @Basanta_Official1 6 місяців тому +3

    নৱপ্ৰজন্মৰ উজ্জ্বল নক্ষত্ৰ❤🎉

  • @punyashreedas1617
    @punyashreedas1617 6 місяців тому +3

    Jatra loi bahut Thanks...new generation or upcoming Baktik amar majoloi lou aohar babe..bahut morom aru suvo kamona..

  • @imtanmaykalita
    @imtanmaykalita 6 місяців тому +3

    সুন্দৰ❤️
    জয় আই অসম

  • @ritamazumdar696
    @ritamazumdar696 6 місяців тому +3

    ত্ৰিদীপলৈ বহুত বহুত শুভেচ্ছা থাকিল ।আগুৱাই যোৱা তুমি

  • @tanmanasubhasini5949
    @tanmanasubhasini5949 5 місяців тому +2

    11:11
    তেওঁৰ শব্দ আৰু আপোনাৰ কণ্ঠ! উফ্🤍

  • @dibakarphukan8536
    @dibakarphukan8536 6 місяців тому +3

    বৰ সুন্দৰ বিশ্লেষণ ত্ৰিদীপ দা ❤

  • @kusumsarma6702
    @kusumsarma6702 6 місяців тому +4

    মনৰ মানুজন,শেষ কৰি চামে❤❤❤

  • @mayuribaruah571
    @mayuribaruah571 6 місяців тому +3

    আন্তৰিক শুভকামনা জনালোঁ ৷এনেদৰে আগবাঢ়ি যাওক ৷আমি যথেষ্ট আশা কৰোঁ ৷

  • @arupkachari1432
    @arupkachari1432 6 місяців тому +1

    ত্ৰিদীপ ভাগৱতী মোৰ অতি প্ৰিয় বন্ধু হিচাপে মনত ৰাখিছো। তেওৰ কথনশৈলী লগতে অধ্যয়ন বাঃ ভাষা নাই।। তেওক লৈ সপোন দেখো মই ব্যক্তিগত ভাবে কিয় নাজানো এদোখৰ জেগাত তেওক দেখি থৈছো। আশা কৰো

  • @mamonidevi617
    @mamonidevi617 6 місяців тому +2

    Birat dhunia lagil 2 jonekei morom jonalu Tridip bhaiti tumar monor bancha puron houk takei kamona korilu

  • @chandanadeka8599
    @chandanadeka8599 6 місяців тому +3

    বৰ সুন্দৰ অনুষ্ঠান।ল'ৰাজন আগুৱাই যাওক।

  • @jyotidas2063
    @jyotidas2063 6 місяців тому +4

    সুন্দৰ অনুষ্ঠান চাই বৰ ভাল লাগিল

  • @chaosouravjyotigogoi9508
    @chaosouravjyotigogoi9508 6 місяців тому +3

    নৱপ্ৰজন্মৰ বাবে এটি গুৰুত্বপূৰ্ণ Podcast.প্ৰয়োজন আছে যুক্তি আৰু চিন্তা চৰ্চাৰ বোৰৰ।

  • @purbachangmai2704
    @purbachangmai2704 2 місяці тому

    আইচেংফা বা,"ৰেন মৌৰ" প্ৰতিটো খণ্ড ধনাত্মক আৰু সৃষ্টিশীল চিন্তাৰাজিৰ এক ধুনীয়া প্ৰতিফলন।ইমান কৌশল পূৰ্ণ ইমান ধুনীয়াকৈ প্ৰশ্নবোৰ সোধে আপুনি বহুত ভাল লাগে বা।
    আৰু অসমীয়া ভাষাতো ইমান সাৱলীলভাৱে উপস্থাপন কৰিছে বহুত ভাল লাগিল।
    লগতে
    ত্ৰিদিপ ভাগৱতী দাদাৰ প্ৰতিটো শব্দৰ অনুৰাগী। ভৱিষ্যতৰ এক সম্ভাৱনা আপুনি।
    "যাত্ৰা" দীৰ্ঘজীৱি হওঁক ।

  • @jatinrajbongshi5164
    @jatinrajbongshi5164 6 місяців тому +3

    আইচেংফালৈ বহুত বহুত ধন্যবাদ এইবোৰ অনুস্থানৰ বাবে।

    • @jatinrajbongshi5164
      @jatinrajbongshi5164 6 місяців тому

      মোৰ যদি ভূল হোৱা নাই আইচেংফাই বহুত বছৰ আগতে কহিনুৰ থিয়েটাৰত অভিনয় কৰা নাছিল জানো‌? যতীন বৰাৰ লগত।

  • @prasantasaikia5333
    @prasantasaikia5333 6 місяців тому +1

    আলোচনা খিনি ভাল লাগিল শুনি সঁচাকৈ বহুত দুয়োকে শুভকামনা জনাইছোঁ।

  • @jatinrajbongshi5164
    @jatinrajbongshi5164 6 місяців тому +5

    আইচেংফাৰ অনুস্থান বোৰ চাই বহুত বেছি ভাল লাগে।

  • @bdas25014
    @bdas25014 6 місяців тому +5

    ❤ ভাল লাগে মানুহজনক।

  • @SOURAVJYOTI-d5h
    @SOURAVJYOTI-d5h 6 місяців тому +2

    বহত ভাল লগিল

  • @ranjugogoi4117
    @ranjugogoi4117 6 місяців тому +3

    The best one

  • @nayanjyotidas-lo1qi
    @nayanjyotidas-lo1qi 6 місяців тому +6

    ৰেন মৌ মানে নতুন ঘৰ কিন্তু মোৰ মনত আৰু এটা নাম আহিছে.."জ্ঞানৰ ভৰাল "

  • @PranjolaMohan
    @PranjolaMohan 4 місяці тому +1

    Hundor ❤️🙏

  • @nostalziamithundas9332
    @nostalziamithundas9332 6 місяців тому +2

    Very good episode ever

  • @dhanjitpathak5589
    @dhanjitpathak5589 6 місяців тому +2

    সচাকৈ বৰ সুন্দৰ লিখনি ❤❤❤❤

  • @swapnaligogoi4192
    @swapnaligogoi4192 6 місяців тому +2

    Bor Hundor , Sai huni hepah npolai ren mou r otithi aru tumar kotha botora...

  • @bikash9820
    @bikash9820 6 місяців тому +1

    সুন্দৰ সম্পাদকীয়

  • @pompiburagohain2396
    @pompiburagohain2396 6 місяців тому +3

    বহুত ভাল লাগিল যাত্ৰা আৰু যাত্ৰা

  • @koustubh8117
    @koustubh8117 6 місяців тому +2

    বহুত ভাল লাগে।

  • @chawdggogoi8722
    @chawdggogoi8722 6 місяців тому +2

    ভাল লাগিল

  • @krishnadaskrishna1820
    @krishnadaskrishna1820 6 місяців тому +3

    He is a talented boy . ❤❤

  • @purnanathborah2729
    @purnanathborah2729 6 місяців тому +2

    মন ভৰিল সাক্ষাৎকাৰটো চাই ৷

  • @porismitabora6556
    @porismitabora6556 6 місяців тому +1

    বহুত ভাল লাগিল।

  • @ultimatecreation....
    @ultimatecreation.... 6 місяців тому +3

    Uffff......❤❤❤Nuwari aku kobo

  • @dipjyoti2000
    @dipjyoti2000 6 місяців тому +2

    Same age or ami.. But tridib a ki kri ase ru ami ki kri furisu nijoke question kribo loga hoise podcast Tu sai... Val houk tmr, aguwai jua

  • @lohorjyotimoran3646
    @lohorjyotimoran3646 6 місяців тому +3

    বহু আপেক্ষা কৰি আছিলো । ❤

  • @HirokPatar-v6c
    @HirokPatar-v6c 6 місяців тому +4

    Dada jon xosai bohut vl kotha koise

  • @karabi-ek6de
    @karabi-ek6de 6 місяців тому +7

    মই গৰ্বিত আমি অসমীয়া, অসমীয়া মাধ্যমৰ ছাত্ৰী আছিলোঁ ❤

  • @manishadeka6600
    @manishadeka6600 6 місяців тому +2

    বৰ আগ্ৰহেৰে চালো Tridip Bhagawati ৰ কথাখিনি।ইমান গুণী ল'ৰা ইমান কম বয়সতে।অধ্যয়নশীল বুলি প্ৰতিটো কথাতে গম পালো।বৰ গভীৰ চিন্তনবোৰ।সমাজখনৰ বিভিন্ন দিশৰ বিষয়ে সচেতন ত্ৰিদিৱ ভাগৱতীৰ ভাল হওঁ‌ক।Aichengfa বা সদায় মৰমৰ।

  • @malabikagogoi2288
    @malabikagogoi2288 4 місяці тому +1

    bor hundor.

  • @partha1401
    @partha1401 6 місяців тому +4

    বহুত ভাল পাওঁ দাদাক। ❤

  • @Hariprossanna
    @Hariprossanna 6 місяців тому +2

    Sending love 🎉❤❤

  • @RuwadMigom
    @RuwadMigom 6 місяців тому +4

    Big fan Tridib da from Mising community 🎉❤

  • @himanshugogoi7
    @himanshugogoi7 6 місяців тому +2

  • @khanindrabezbaruah9455
    @khanindrabezbaruah9455 6 місяців тому +2

    Vaal lagil show tu saw hodai.. At least hak khuwa vat khuwa kotha pati time waste kora nai,Jitu ajikali bohute kore.
    Anekuwa kotha bure aopokiyakoi holew eta sinta jogai tulibo bohutor monot.
    Apunar aii prosestha hofol houk.