হিমন্তৰ বিপদ অনিবাৰ্য্য এইবাৰ/ৰাইজৰ প্ৰচণ্ড খং🤭

Поділитися
Вставка
  • Опубліковано 9 лип 2024
  • হিমন্তৰ বিপদ অনিবাৰ্য্য এইবাৰ/ৰাইজৰ প্ৰচণ্ড খং🤭#time8news #news18assamnortheast

КОМЕНТАРІ • 36

  • @kushalbaruah8438
    @kushalbaruah8438 21 день тому +6

    BJP YE assamiya bhasa SES KARILE..26 at BJP HATAW ASOM BASAW PLS

  • @user-jh3qq7eu4v
    @user-jh3qq7eu4v 21 день тому +6

    Dilip Sorma devor boktobyo grohonjugyo nohoi.

  • @anjanadutta4728
    @anjanadutta4728 20 днів тому +16

    মুখ্যমন্ত্ৰীমহোদয়ে সচাঁকৈয়ে যদি নজনাকৈ এনে আাদেশ উলিয়াইছে সেই জাতিদ্ৰোহী বিষয়াগৰাকীক চাকৰিৰ পৰা এতিয়াও বৰ্খাস্ত কৰা নাই কিয় ?

  • @gunaramdas131
    @gunaramdas131 21 день тому +6

    কিমান আৰু সাপ হৈ খুটিব,বেজ হৈ
    জাৰিব!অসমীয়া মানুহ আপোনালোকে ভবা দৰে ইমান আৰু অক ৰা হৈ থকা নাই।

  • @anupomdowarah1381
    @anupomdowarah1381 18 годин тому

    আমাৰ হেমন্ত চাৰ মিছলীয়া , বিপদত পৰিলে শুদ্ধ নাতক কৰে

  • @princhipriya4119
    @princhipriya4119 14 днів тому

    বি,জে,পি প্ৰতিনিধি জনে কি কয় ৰাজনৈতিক দল কেতিয়াৰ পৰা জাতীয় সংগঠন হ'ল।

  • @bhabanandabasumatary8211
    @bhabanandabasumatary8211 18 днів тому +1

    By whoever it's was done , no matter; the controversial prc issue or the raising hidden intention of PRC laid by certain 😊😊govt officer as per office memorandum is possibly
    to pave the way for recruiting others as profs and vice chancellors out side of our states especially for our colleges and universities .True to say, some of high ranking officers and leaders are always engaged in some doings even by putting down our regional interest of our state and cannot we point out this issue as an instance.

  • @user-cb5mv7tx9i
    @user-cb5mv7tx9i 18 днів тому

    Ministers,MLA xakalu political MA haba lage

  • @user-of4yf2pu7w
    @user-of4yf2pu7w 20 днів тому

    Good news🎉👍

  • @SwapnaDutta-he3xb
    @SwapnaDutta-he3xb 20 днів тому

  • @hemantamahanta5578
    @hemantamahanta5578 16 днів тому

    মুখ্যমন্ৰীৰ লৰা ছোৱালীয়ে ইংৰাজী মিডিয়ামত পঢ়া আৰু সেইবাবে অসমীয়া মিডিয়ামত গুৰুত্ব নিদিয়ে মুখ্যমন্ৰী ডাঙৰীয়াই ।

  • @barnabaskisku7192
    @barnabaskisku7192 7 днів тому

    RAIJE RUP DEKHUWAI EKO LAAB NAI .MM

  • @munindrakumarbhuyan2884
    @munindrakumarbhuyan2884 21 день тому

    Discussion t MLA keitak matibo.Aei bilakok namatibo

  • @natureearth6718
    @natureearth6718 15 днів тому

    Hoi B J P k Horisbo lagibo Anibarjo graimo sndolot sorsa hoise

  • @alhasuddinahmedahmed95
    @alhasuddinahmedahmed95 18 днів тому

    Venture স্কুলবিলাক লৈ বহু ৰাজনৈতিক কৰিলে আৰু কিমান কৰিবি ।

  • @munindrakumarbhuyan2884
    @munindrakumarbhuyan2884 21 день тому

    Elected representatives matibo.

  • @bhagabansarma8679
    @bhagabansarma8679 21 день тому

    For third and 4th grade jobs exam will be asAPSC then what exam is held for MLA minister

  • @keshakantadas1935
    @keshakantadas1935 9 днів тому

    মুখ্য মন্ত্ৰীয়ে আনৰ কান্ধ ত বন্দুক থৈ চিকাৰ কৰা ব্যক্তি। ৰাইজৰ প্ৰতিবাদ হ'লে ওলোটা শৰ মাৰে। চাৰ্কোলআৰ খন ওলোৱা ইমান দিনৰ পিছত ওলোটা শৰ মাৰি নিজকে ধোৱা তুলসী পাত বুলি প্ৰমাণ কৰিব বিচাৰিছে। বিভাগীয় মন্ত্ৰী সকলক নামতহএ ৰাখিছে ,
    অসমৰ মুখ্যমন্ত্ৰী জনেই সকলোতে হস্তক্ষেপ কৰি আনক বশ কৰি ৰখাৰ শিয়ালৰ বুদ্ধি।

  • @munindrakumarbhuyan2884
    @munindrakumarbhuyan2884 21 день тому

    Aeu loke kowa katha implement koriba nowari

  • @puspadhardowarah1932
    @puspadhardowarah1932 21 день тому

    আমিও এসেকা দিম।

  • @user-cp8wl2oy2n
    @user-cp8wl2oy2n 21 день тому +7

    এই বাৰ অসমৰ ৰাইজে দিব এসেকা মানে ভালকৈ দিব আপোনালোকে শিৰ ফুলাই দম দি কথা কিহৰ কাৰণে আমি ভুট দি ৰজা পাতি এতিয়া ৰাইজে গম পাই গল

  • @lokeswarsonowal7410
    @lokeswarsonowal7410 17 днів тому

    সদ্য অনুষ্ঠিত হব লগা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ সাক্ষাৎকাৰৰ বাবে PRC নেলাগে বুলি মুখ্য মন্ত্ৰী ডাঙৰীয়াই TV পৰ্দাৰ আগত ঘোষণা কৰা আমি প্ৰত্যক্ষ কৰিছিলো । যেতিয়াই ইয়াৰ প্ৰতিক্ৰিয়া চাৰিওফালৰ পৰা হবলৈ আৰম্ভ কৰিলে তাৰ পিছত স্বভাৱ সুলভ ভাৱে মুখ্য মন্ত্ৰীয়ে দোষতো আনৰ ওপৰত জাপি দিলে ।

  • @user-cp8wl2oy2n
    @user-cp8wl2oy2n 21 день тому

    এই খন চৰকাৰে দুখিয়াক খাই দিলে ইলেকটিক লাইট ওপৰত ৰাম টাঙোন গেছত খাব নোৱাৰা হল গাড়িৰ পলোছন দিয়াৰ দেইলি ফাইন =100=টকা আমি উওৰ দিবলৈ ৰৈ আছো পঞ্চায়ত নিৰ্বাচনত বিধান সভাত, আৰু কেৰাচিন তেল কি কৰিলে আমাক কেৰাচিন তেল দিয়ক লাইট বোৰ কটন কৰি দিয়ক এই বাৰ ঘৰে ঘৰে ভুট বিছাৰি আহিব নোৱাৰে ৰাইজেই ৰজা আৰু সম্পতি গুটাই লক আমাক লুট পাট আৰু কৰক ধন্যবাদ

  • @jugeswarphukan9726
    @jugeswarphukan9726 17 днів тому

    Masrat.thika.aibur.kenedare.bihari.manuhe.pai.udesiaki.karpara.kihaise.aibur.assamat.tene.mastar.thikadar.kinainiki.aije.assamar.minister.kar.bihararniki.

  • @krishnanandaroy1230
    @krishnanandaroy1230 21 день тому

    পিতৃ মাতৃ নোহোৱাকৈ যদি পুত্ৰৰ জন্ম হয় তেন্তে সেই কথাটো হিমন্ত বাবুয়েহে জানিব

  • @abdulzaber
    @abdulzaber 20 днів тому

    Jn

  • @moshmibarman7661
    @moshmibarman7661 18 днів тому

    Des salabaloi Raja howa nia nahai paica gatiboloi he Raja hoisa.

  • @bitoponsonowal9341
    @bitoponsonowal9341 20 днів тому

    Ai sharma jon asomia sharama ne bihari sharma ? Khedibo lage ai sobok .

  • @BinaBaruah-jo4lr
    @BinaBaruah-jo4lr 18 днів тому

    Bjp.go

  • @bhagabansarma8679
    @bhagabansarma8679 21 день тому

    False