২৬ আগত বিজেপি ধ্বংস হব/জেষ্ঠ বিজেপি নেতাই দিলে অবিশাপ/শ শ বিজেপি নেতা কংগ্ৰেছত যোগদান

Поділитися
Вставка
  • Опубліковано 8 вер 2024

КОМЕНТАРІ • 85

  • @Tankabahadurchetry-ze5vs
    @Tankabahadurchetry-ze5vs Місяць тому +4

    এটা কথা ঠিক, গৌৰৱ গগৈ দেৱে নিজৰ সত্যতা আৰু সুন্দৰ নেতৃত্ব বহন কৰাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলী উঠিছে তাৰ বাবে যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে আকোঁৱালি লৈছে।

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n Місяць тому +3

    দেশৰ স্বাৰ্থত বিজেপি ধ্বংস হোৱা খুব বেছি দৰকাৰ
    বিজেপি ৰ 11জন সাঙসদে অসমৰ বাবে বাজেটৰ এটা ফুটা কড়ি ও আনিব নোৱাৰিলে

  • @MridulaSonowal-rs2vz
    @MridulaSonowal-rs2vz Місяць тому +16

    স্বাগতম জনাইছোঁ আপোনাক

  • @nakulbanikya6653
    @nakulbanikya6653 Місяць тому +2

    আমি নামনি অসমৰ জনসাধাৰণে ও গৌৰৱ গগৈৰ এজন সৎ আৰু নিকা নেতা হিচাপে মানি লৈছোঁ। তেওঁ সামগ্ৰীক ভাবে গোটেই অসমৰ জ্বলন্ত সমস্যা ক অগ্ৰাধিকাৰ দিলে ৰাইজে তেওঁক আদৰি লৱ।

  • @debenhandique9958
    @debenhandique9958 Місяць тому +7

    সুন্দৰ পদক্ষেপ মহন ডাঙৰীয়া।❤

  • @bapukonbaishya7564
    @bapukonbaishya7564 Місяць тому +2

    বিজেপিৰ চাউল উঠিব যেন পাইছো। তৰুণ গগৈয়ে কৈ যোৱা কথা কথাশাৰীলৈ মনত পৰে----===।

  • @dibakarmali5637
    @dibakarmali5637 Місяць тому +21

    মহন ডাঙৰীয়াই সময়ুপযুগী সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।

  • @bandanagayan1929
    @bandanagayan1929 Місяць тому +12

    ভাল খবৰ এতা শুনিবলে পালো ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @mukheswargogoi929
    @mukheswargogoi929 Місяць тому +4

    অসম গনপৰিষদ নামৰ কিবা এটা আছে বুলি মই নাভাবো

  • @AltafHussain-le8fc
    @AltafHussain-le8fc Місяць тому +1

    মোহন ডাঙৰীয়াই বিজেপি ত্যাগ কৰি বহু ডাঙৰ ভাল কাম কৰিলে। আজি তেখেতে বিজেপিৰ বিৰুদ্ধে বহুত কেইটা ক্ষোভ আৰু গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰিছে। মোহন ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছো।

  • @azadkabir4014
    @azadkabir4014 Місяць тому

    Gourob gogi,s right

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Місяць тому +3

    মোহন ডাঙৰীয়া CAA ৰ সময়ত আপুনি কত আছিল। অখিল কিন্তু জেলত আছিল।

  • @ranjitsharma9922
    @ranjitsharma9922 Місяць тому +2

    এফালে আদৰ্শ আনফালে অৱজ্ঞা অপমান , নিজৰ লগতে যুদ্ধ কৰি থাকিব লগীয়া হৈছে।

  • @dipankartaye2702
    @dipankartaye2702 Місяць тому

    Hai AGP

  • @shadullaAhamed
    @shadullaAhamed Місяць тому

    Thanks to Mohon da

  • @upinvlog769
    @upinvlog769 Місяць тому +4

    Beautiful ❤❤

  • @MridulaSonowal-rs2vz
    @MridulaSonowal-rs2vz Місяць тому +3

    Great sir

  • @dibakarmali5637
    @dibakarmali5637 Місяць тому +12

    বৰ্তমান সময়ত অসমক ভালপোৱা সকলো BJP কাৰ্য্য কৰ্তাই দল ত্যাগ কৰি আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰি অসমৰ সমস্যা সমূ্হৰ সমাধানৰ চেষ্টা কৰক, মোৰ কামনা।

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Місяць тому +4

    দল বাগৰা সকলক আমাৰ নিচিনা সাধাৰণ🎉অথচ সচেতন মানুহে কেতিয়াও সমৰ্থন নকৰো। আগতেও কৰা নাছিলো।

    • @dibakarmali5637
      @dibakarmali5637 Місяць тому

      হিমন্ত , পিযুষ, জয়ন্তক একা ।

    • @rajivgogoiwarrens6290
      @rajivgogoiwarrens6290 Місяць тому

      @@dibakarmali5637 never

    • @rajivgogoiwarrens6290
      @rajivgogoiwarrens6290 Місяць тому

      @@dibakarmali5637 বেয়া পাওঁ। আপুনি ভাল পাই নেকি

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt Місяць тому +1

    Ami Hojai jilar keba kho Cong Raijor dolor jugran korim.

  • @DurlovGogoi-
    @DurlovGogoi- Місяць тому +4

    2026ot gorab gogoik c m patibo lage b j pik tiag koribo lage akhomor manuhe........

  • @MakundaKalita-vy5nk
    @MakundaKalita-vy5nk Місяць тому +1

    ময়ো। মানি। লৈ। বি। জে পি। দল। নিৰ্ভৰযোগ্য। নহয়

  • @dilipsaikia-pu5hq
    @dilipsaikia-pu5hq Місяць тому +1

    Bhut vl khabor

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn Місяць тому +1

    খিলঞ্জীয়া অসমীয়া মানুহক ভোটৰ স্বাৰ্থত ইতিমধ্যেই শেষ কৰিছে ৷

  • @badalkar9649
    @badalkar9649 Місяць тому +9

    মোহন ডাঙৰীয়াক মই সমৰ্থন জনালো।

  • @abonisaikia5353
    @abonisaikia5353 Місяць тому

    Ami purona b j.p

  • @PRASTOTIAXOM
    @PRASTOTIAXOM Місяць тому +2

    Hundor

  • @TulendraSaikia-tj1hn
    @TulendraSaikia-tj1hn Місяць тому

    এইবোৰ মানুহ বিজেপিত নাথাকিলে বিজেপি কোনো হানী নহয়।আমিবোৰ সদায় থাকিম

  • @hemnarayandutta9012
    @hemnarayandutta9012 Місяць тому

    🎉thanks

  • @AlauddinAhmed-wv7wm
    @AlauddinAhmed-wv7wm Місяць тому +1

    ভবেশ কলিতাইও এদিন অন্য দললৈ যাত্ৰা কৰাৰ সময় আহিব চাগে ।

  • @pranabgoswami2984
    @pranabgoswami2984 Місяць тому

    আমি সদায় থাকিম BJP ৰ লগত।

  • @NaliniDeka-mq1rf
    @NaliniDeka-mq1rf Місяць тому +1

    দেশৰ বাবে শুভ লক্ষণ

  • @pgoswami5378
    @pgoswami5378 Місяць тому

    তাতেও আমোদ নাপাব। ডলাৰ বগৰী হৈ ঘূৰি ফুৰিলে শান্তিও নেপাব।যতে আছে তাতে থাকক।
    সুবিধাবোৰ নিশ্চয় লব পাৰিব।ধৈৰ্য্য
    ধৰাই ভাল।

  • @user-lm6ih9lk9p
    @user-lm6ih9lk9p Місяць тому

    Mozaaaaaa news group news

  • @amarchandra2753
    @amarchandra2753 Місяць тому

    বিজেপিৰ পৰা অলপ মানুহ ওলাই যাব লাগে। অভাব ক্লাউডে ড হৈছে

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt Місяць тому

    Amar dabi CAA ji kunur binimoyet CAA batil kori boi lagibo aru hindu muslim masjid mondir r rajnity samapto hobo lage. Aru miya Asomiya Ali kuli agar dore brother hood goribo lage jot nathake jati bed kewal hob Bharotio jot nathake higsa bidekh.

  • @puspadhardowarah1932
    @puspadhardowarah1932 Місяць тому

    যুধিষ্ঠিৰ গগৈ আৰু ভবেন্দ্ৰ নাথ মহন দেবে বিজেপি ত্যাগ কৰাত অতিশয়"আনন্দিত হৈছো।আপোনালোক দুজনে যে বিজেপি এৰিব মই সপোনতো ভবা নাছিলো।আপোনালোক দুই জনৰ বিষয়ে মোৰ ভালদৰে জনা আছে যে জনমানসত আপোনালোকদুজন কিমান জনপ্ৰিয়!

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Місяць тому

    BJP Sarkar -0000

  • @user-em7up5ev8z
    @user-em7up5ev8z Місяць тому +1

    Lipstick vanti, how are you? You are looking very good

  • @DilipSaharia-pb5zi
    @DilipSaharia-pb5zi Місяць тому

    Mohan dangariai samosamoik sidhanta grahon kori duradarkhitar poricoi dile

  • @ArupBorah-r7h
    @ArupBorah-r7h Місяць тому

    25:3 বৰ ভাল কাম কৰিলে। আমি শূনি ভাল পালোঁ । অসমৰ ৰাজনীতিত অৰাজক তাই বিৰাজ কৰিছে ।❤

  • @user-jf1xs1bj8x
    @user-jf1xs1bj8x Місяць тому +1

    Mahan Atal B Bajpeir Adarkhar Netai,Modi-himantarDakaitarLagatManabNathaKe,manab pipakhu khakal modir lagat thakib dei

  • @anowarulislam8286
    @anowarulislam8286 Місяць тому +1

    Pk mohonta was the perfect leader of agp but Atul Bora is a bhondo leader of Assam. They came as leaders of Assam showing for Assam agitation but today with bjp they make Caa without any hasitation.people of Assam should rejet them from politics.

  • @keshabkalita9926
    @keshabkalita9926 Місяць тому +1

    Congress r dint Assam khan BANGALADES r dare aasil.Sab Rasta cesa aasil.ata 4 grade post 5/6 lakh dib lage.ki je absta aasil.congress dinte Lakh Lakh muslim somaysil Assamt

  • @subhashsut2215
    @subhashsut2215 Місяць тому +2

    অতুল বৰা আৰু কেশৱ মহন্তক জোতা মালা পিন্ধা লাগে।

  • @robinsarma8703
    @robinsarma8703 Місяць тому +2

    আঞ্চলিকতাবাদ অসমত অসম্ভব ৷ টেলেগু দেশমৰ দৰে নেতৃত্ব দিব পৰা নেতা আমি নাই পোৱা ৷ বিজেপি এৰি যোৱা সকলে পিছলৈ অনুসুচনা কৰিব ৷

  • @chandidas6533
    @chandidas6533 Місяць тому +1

    মূল্যবোধৰ ৰাজনীতিৰ কাৰণে দল এৰাৰ ৰ বাবে আপোনাৰ সিদ্ধান্তক শলাগ লৈছো

  • @HemantaNath-yf9ce
    @HemantaNath-yf9ce Місяць тому

    Gaurav Hero cm 26

  • @robinsarma8703
    @robinsarma8703 Місяць тому

    শ শ বিজেপি নেতাই ক’ত বিজেপি এৰিছে ?এইয়া চাঞ্চল্য সৃষ্টি কৰাৰ প্ৰয়াস

  • @atulboro2991
    @atulboro2991 Місяць тому

    Sartho hidhi nohol ,Toka napaley .Gela alu thaki lav nai.

  • @hunmaigogoi8851
    @hunmaigogoi8851 Місяць тому

    Jim

  • @dipakdas5163
    @dipakdas5163 Місяць тому

    AGP r kukukur kaitak ki Kariba raije ......lengta Kari pitiba ....raije sakalubur Jane.....

  • @mukheswargogoi929
    @mukheswargogoi929 Місяць тому

    গনতন্ত্ৰৰ মন্দিৰ সংসদত চেংগুল প্ৰতিষ্ঠাই কিহৰ ইঙ্গিত দিছে ?

  • @abulbasarmohiuddin6993
    @abulbasarmohiuddin6993 Місяць тому

    Mohan Babu ejon Hard core BJP party member . Ei leader bilak or ethia kuno Samman nai BJP party. Theu lukhe bahut insult hoiche

  • @toseswarsaikia1038
    @toseswarsaikia1038 Місяць тому

    Nu quality nai ase mathu quantity

  • @user-ll5lf5lt3g
    @user-ll5lf5lt3g Місяць тому

    নিউজ চাম নে ধুনীয়া ছোৱালী জোনিক চাম 😅😅

  • @dhirendeka04
    @dhirendeka04 Місяць тому

    "অবিশাপ" "অখভ্য" এইবোৰ কি ভাষা লিখিচা ? নিজকে অসমীয়া বুলি চিনাকি দিবলৈ গৈ ।

  • @dilipkumarmahanta432
    @dilipkumarmahanta432 Місяць тому +1

    মানুহবোৰে আলোচনা কৰি আছে৷
    কাষৰ এগৰাকীয়ে মুখ মেলি কি কাৰণে থিয় দি আছে?

  • @sonaramgogoi3777
    @sonaramgogoi3777 Місяць тому

    অবিশাপ নে অভিশাপ?

  • @Gkgg834
    @Gkgg834 Місяць тому

    maina . Jihetu aya beleg tv channel r he programme .tomar karanio ako nai.Gatike aii khini samay tumi gharar beleg kam karibo joa val. Nahale birakti lage. Kisumane akow batari nasai tomak he sai thake

  • @dukedihingia1804
    @dukedihingia1804 Місяць тому

    Purana bjp bur. Thakile pamua bjpbure..hubidha nupuar. Bhayot .dadabrigar ai kam

  • @dilipkumarmahanta432
    @dilipkumarmahanta432 Місяць тому

    অবিশাপ নে অভিশাপ?
    অসমীয়া ভাষাৰ এনে জ্ঞান লৈ ৰীল বলাই আছে যে ?

  • @dilipkumarmahanta432
    @dilipkumarmahanta432 Місяць тому

    অখভ্য নে অসভ্য?

  • @narayansarma6301
    @narayansarma6301 Місяць тому

    Tumi Congress R pora Kiman Taka Lollo

  • @chinmoybaruah464
    @chinmoybaruah464 Місяць тому

    Ako nojonake ji ti nokobi de

  • @DipenGogoi-li2jn
    @DipenGogoi-li2jn Місяць тому

    O fadeli bay Vell ne 2mar

  • @sailendeka7848
    @sailendeka7848 17 днів тому

    Super fake news

  • @user-em7up5ev8z
    @user-em7up5ev8z Місяць тому

    Only Sarbananda Sonowal can save BJP in Assam

    • @KutubUddin-ur6gt
      @KutubUddin-ur6gt Місяць тому

      It's impossible for sanwal sb without his colleagues.