akhil Gogoi - Himanta Biswa Sarma | বিধানসভাৰ মজিয়াত অখিল গগৈক অপমান মুখ্যমন্ত্ৰীৰ

Поділитися
Вставка
  • Опубліковано 17 жов 2024
  • বিধানসভাৰ মজিয়াত অখিল গগৈক অপমান মুখ্যমন্ত্ৰীৰ
    #AkhilGogoi #AssamAssembly #MLA #RaijorDal
    #HimantaBiswaSarma #CMOASSAM #SangbadPrahari

КОМЕНТАРІ • 395

  • @harekrishnabora6743
    @harekrishnabora6743 Рік тому +91

    গগৈ ডাঙৰীয়া আপুনি হতাশ নহব। অসমৰ সকলো সচেতন মানুহে এইবোৰ লক্ষ্য কৰি আছে।

  • @anupamphukan3617
    @anupamphukan3617 Рік тому +117

    আপোনী এজন প্ৰকৃত ৰাইজৰ প্ৰতিনিধি । অখিলদা আপোনাক চেলুট দিছো । আপোনাৰ দৰে আৰু আমাক নেতাৰ প্ৰয়োজন ।

    • @Bisulrs
      @Bisulrs 3 місяці тому +8

      Akhil Gogoi zindabad buli koise kintu vote r time ot bjp loi palti mare😂😂😂😂

  • @jintukakati6440
    @jintukakati6440 Рік тому +85

    অখিল গগৈ যদি পিং পং বল , হিমন্ত পাত বেং , ইয়াৰ পৰা তাত জপিয়াই ফুৰা

    • @dilipgogoi9441
      @dilipgogoi9441 4 місяці тому +4

      একেবাৰে শুদ্ধ ৰিজণি দিছে । ধন্যবাদ।

  • @bontiborah7476
    @bontiborah7476 Рік тому +30

    ঠিক কৈছে আপুনি 👍

  • @sitarampegu5276
    @sitarampegu5276 Рік тому +134

    অখিল গগৈ ডাঙৰীয়া আপোনাৰ দৰে আৰু অধিক এম এল এ ৰ অসমত প্ৰয়োজন আছে

    • @lalitabora912
      @lalitabora912 Рік тому +4

      xonmaniy xonmaniy xonmaniy sir sir sir bohut dhuniya kotha zodiyu xosa kotha mathu bohut plastik mathu bohi plastik mathu bohu plastik muna logote GLOBEL WAARM GLOBEL WARM GLOBEL WARM

    • @lalitabora912
      @lalitabora912 Рік тому +1

      we are RUPONIG RUPONIG RUPONIG RUPONIG

    • @NarenDas-fd4sk
      @NarenDas-fd4sk 6 місяців тому

      P​@@lalitabora912

    • @ibrahimali-sv4uq
      @ibrahimali-sv4uq 5 місяців тому

      4:09 ​

    • @deepshikhamalakar7803
      @deepshikhamalakar7803 14 днів тому

      Ajonr darkar nai.

  • @salimhussain4907
    @salimhussain4907 Рік тому +51

    ❤অখিল দা আমি আপোনাৰ লগত আছো।

  • @jitensarma1210
    @jitensarma1210 Рік тому +41

    মুখ্য মন্ত্ৰী এজনে ইমান টুলুঙা মন্তব্য কেনেকৈ কৰিব পাৰে ভাবি আচৰিত লাগে

  • @mijanurrahmanprodhani1233
    @mijanurrahmanprodhani1233 Рік тому +28

    Akhil gogoi real MLA real Leader. Real hero.

  • @bilashchandradoley2544
    @bilashchandradoley2544 Рік тому +18

    অখিল গগৈ ধন্যবাদ। Cm গাধি এৰা ভাল

  • @husnabegum132
    @husnabegum132 Рік тому +74

    অসমৰ মৰ্যদা নজনা এজন মুখ্য মন্ত্ৰী ।

    • @anupomsonowal428
      @anupomsonowal428 Рік тому +1

      আগতে নিজৰক চাহ 😂😂😂

  • @JackyChakrabortyhbvv
    @JackyChakrabortyhbvv 6 днів тому +1

    অমিল গগৈ রাইট

  • @jaanmoinavlogs
    @jaanmoinavlogs Рік тому +19

    অখিল দা আপোনাক চেলোত আপোনাৰ দৰে আৰু বিধায়ক পয়োজন বাকী বিলাক sobo khar খোৱা

    • @indrajitbaruah1676
      @indrajitbaruah1676 Рік тому

      চেল্যুট = ✓✓
      প্ৰয়োজন = ✓✓

    • @hiphopshots2877
      @hiphopshots2877 3 місяці тому

      Oi mc ouu axomiya a khar khua hoi ami parud fell koru kukuror batcha mia suda toi mia suda hoi hai karo na khar khua buli koli

  • @manavk4088
    @manavk4088 Рік тому +24

    Actual Pim Pom Himanta Biswa... Kali congress aji bjp kailei ba kot....

  • @gunaramdas131
    @gunaramdas131 Рік тому +56

    শুদ্ধ পথত থাকক!আপোনাৰ জয়
    নিশ্চিত!

    • @kaushikkashyap1854
      @kaushikkashyap1854 2 місяці тому

      😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

    • @aradhanadevi2044
      @aradhanadevi2044 2 місяці тому

      .na Moo 8.no by ft Myers Briggs u
      .

    • @aradhanadevi2044
      @aradhanadevi2044 2 місяці тому

      Z Ji z jiu i..,. The one I got a t Sam t5 Nj Jr to be a great day 9🙁

  • @samsulhaque4571
    @samsulhaque4571 Рік тому +20

    ধৰ্ষ ধৰা অখিল গগৈ আপুনি ঠিক আৰু সঠিক দিষতআছে।

  • @rupalichetia1747
    @rupalichetia1747 Рік тому +22

    ধন্যবাদ অখিল দা ।

  • @prafulladas756
    @prafulladas756 11 місяців тому +4

    Akhil.. Dada.. Jay... I.... Assam

  • @worldmusicalcompany.3487
    @worldmusicalcompany.3487 Рік тому +8

    Very good অখিল গগৈ
    জয় আই অসম

  • @bhaskarborah4254
    @bhaskarborah4254 Рік тому +83

    অতি সাহসী ব্যক্তি,জয় আই অসম

  • @taradoi7957
    @taradoi7957 Рік тому +12

    you are right

  • @minukalita7577
    @minukalita7577 3 місяці тому +4

    জনপ্ৰিয় মুখ্যমন্ত্ৰী মহাশয় জিন্দাবাদ।
    বিৰোধীৰ ভাও এৰক। মিলাপ্ৰীতিৰে সমস্যাবোৰ সমাধান কৰক।

  • @ansulabrahma6730
    @ansulabrahma6730 Рік тому +10

    next CM of Assam

  • @sarifulhaque7443
    @sarifulhaque7443 Рік тому +5

    Ping pom to apuni he mama আপোনাক কোনোবাই কিবা এটা কলে আপুনি হে পিং পমৰ দৰে জঁপিয়াই দি এই

  • @bhattacharjeeramchiary5107
    @bhattacharjeeramchiary5107 Рік тому +10

    আজিকালিৰ ৰাজনৈতিক নেতাৰ মণবোৰ লেতেৰা আৰু দম্ভালি বক্তব্য

  • @Cheshtasharmavlog
    @Cheshtasharmavlog Рік тому +5

    অখিল ডাঙৰীয়া হতাশ নহব।

  • @khaninmedhi5954
    @khaninmedhi5954 11 місяців тому +2

    অখিল গগৈৰ কথাবোৰ শুনিবলৈ ভাল ৷

  • @RenumaiMili-j9t
    @RenumaiMili-j9t 3 місяці тому +1

    Akil gogoi zindabad❤❤❤❤

  • @manjubarman1855
    @manjubarman1855 Рік тому +18

    মেডিয়া হিমন্তৰ পকেটত।

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho Рік тому +16

    অখিলদা আমি টিভিৰ নিউজ চোৱা বাদ দিছো

  • @SukumalPondit
    @SukumalPondit 2 місяці тому +2

    Himanta biswasarma zindabad

  • @bolendowarah9188
    @bolendowarah9188 Рік тому +2

    দেশখনৰ ,ৰাজ্যখনৰ জনতাই যোৱা কংগ্ৰেছৰ অনীতি অপশাসনৰ পৰা পৰিবৰ্তন বিচাৰিলে আৰু জনতাই তাৰ সুফল লাভ কৰিছে। জনতাই নাগৰিকত্বৰ গণতান্ত্ৰিক অধিকাৰ লাভ কৰিছে।৭০ বছৰে কৰা অপশাসনৰ নীতি আৰু ব্যবস্থা সংশোধন কৰিবলৈ যাঁওতে কিছু সময় লাগিবই।কিন্তু অখিলদা আপোনোলোকৰ কেৱল ক্ষমতালাভৰ যি উদগ্ৰীবতা হৈ আছে তাৰবাবে আপুনি এদিন দেশৰ কাণ্ডাৰী হ'লেও আমাৰ নাতি পুতিয়ে শান্তি সমৃদ্ধিৰে জীয়াইযে থাকিব পাৰিব এয়া অসম্ভৱ।জাতি সুৰক্ষা ,দেশ সুৰক্ষা,ধৰ্ম সুৰক্ষা,সংস্কৃতি সুৰক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ কোনো এজেণ্ডা নাই।কেৱল এটা বিশেষ জাতি ধৰ্মৰ হৈ ওকালতি কৰি ভোট আদায় কৰি নিজৰ কালটো,পেতটো, ঘৰৰ পৰিয়ালৰ আৰ্থিক ভাৱে টনকিয়াল কেনেকৈ কৰিব পাৰি তাৰেই চিন্তা। দেশ,জাতিৰ বিপৰীত থিয়হৈ দেশৰ ক্ষতিকৰ সকলক একগোট কৰি কেনেকৈ সমৰ্থন আদায় কৰিব পাৰি তাৰেই অংক।

  • @minukalita7577
    @minukalita7577 3 місяці тому +2

    অসমখন পিছুৱাই নিয়াৰ প্ৰচেষ্টাৰে, অশান্তি,কাজিয়াবোৰ এৰক।
    ভাল কথা,কামেৰেহে জনাজাত হ'বলৈ ৰত্ন কৰক।

  • @nayanpadun2495
    @nayanpadun2495 Рік тому +3

    ধন্যবাদ অখিল ছাৰ

  • @sashibhatta5198
    @sashibhatta5198 3 місяці тому +1

    অখিল গগৈয়ে কিন্তু প্ৰায়েই চৰকাৰ তথা মুখ্যমন্ত্ৰীক অপমান কৰি আহিছে ৷

  • @BhogenDoley
    @BhogenDoley 3 місяці тому +1

    Good. Akil sar

  • @pradipGogoi-p1m
    @pradipGogoi-p1m Рік тому +3

    ৰাজকীয় ৰক্ত কণিকা শিৰা উপশিৰা বোৰত থাকিব লাগিব। পূৱপুৰুষৰ ঐতিহ্য থাকিব লাগিব। ভাৰতৰ স্বাধীনতাৰ পিছত ৰাজনৈতিক অস্থিৰতাৰ কাৰণ কিছুমান বেশচনধাৰী দুষ্ট ভ্ৰষ্টাচাৰী আত্ম কেন্দ্ৰীক ৰাজনৈতিক নেতা।

  • @dilipgogoi-qt5hv
    @dilipgogoi-qt5hv Рік тому +3

    Akhil gogoi zindabaad

  • @manjubarman1855
    @manjubarman1855 Рік тому +6

    সদনৰ মৰ্য্যদা বুজি নোপোৱা আমাৰ মুখ্যমন্ত্ৰী।

  • @MukulGogoi-cv4rs
    @MukulGogoi-cv4rs 4 місяці тому +1

    Akhil Gogoi Gogoi akta kotha kolu zindabad Assam

  • @karimali6015
    @karimali6015 Рік тому +5

    Cmয়ে মাত্ৰ ধাৰ কৰিব জানে আৰু অসমক ধৰুৱা কৰিব পাৰে৷

  • @rukmalswargiary4367
    @rukmalswargiary4367 3 місяці тому +1

    Boriya akhil da great lider

  • @keshabtamuly6007
    @keshabtamuly6007 Рік тому +10

    অতি অহঙ্কাৰী হলে ধ্বংস হবই।

  • @joyghanarah4246
    @joyghanarah4246 4 місяці тому +1

    Akhil gogoi jinda bad

  • @phanidharrabha8057
    @phanidharrabha8057 Рік тому +4

    হিমন্তই লোৱা ডিগ্ৰী সমূহ সকলো তদন্ত হোৱা উচিত । আন কেলেঙ্কাৰীৰ কথাবোৰ নকলেও তেওঁৰ শিক্ষা আহৰণ কৰাতোটো যে হিমন্তৰ আৰু পৰি‌য়ালৰ বিৰাট কেলেঙ্কাৰী যে আছে সয়া ১০০০% সত্য । বাহুবল, ধনবল, ৰাজনৈতিক প্ৰভাৱৰ ফলত সকলো চলাই আছে । হিমন্ত আৰু তেওঁৰ অতিলোভী পত্নীৰ ওপৰত এদিন উচিত তদন্ত হ'বই লাগিব

  • @WangjoHangphuk-m6t
    @WangjoHangphuk-m6t Рік тому +2

    Very good Akhil gogoi sir.

  • @bishalbordoloi4074
    @bishalbordoloi4074 Рік тому +5

    এজন মহান ব্যক্তিয়ে আগতে কয় থৈছে যে ৰাজনীতি বেইচা।

  • @mustaquezaman4568
    @mustaquezaman4568 Рік тому +9

    Very good

  • @ankitadutta4460
    @ankitadutta4460 Рік тому +3

    জয় আই অসম অখিল দা❤ আপুনি সদায় সঁচা কথা কই ❤️

  • @monowarhussain4205
    @monowarhussain4205 Рік тому +2

    Love you. Akhil gogoi uncle

  • @pradipbora5121
    @pradipbora5121 Рік тому +2

    U R Right

  • @srimantasaikia6432
    @srimantasaikia6432 Рік тому +28

    অখিল গগৈ ডাঙৰীয়া আপোনাক পিপং বল কোৱাত কোনো দুখ নকৰিব কোন কি স্থানত আৰু কোন ডলাৰ বগৰী ৰাইজে গম পায়

  • @ChandanChetry-c5n
    @ChandanChetry-c5n 6 місяців тому +1

    Akhil gagoi jindabad

  • @nripenborgohain201
    @nripenborgohain201 3 місяці тому

    অখিল গগৈ ভাল সৎ বিধায়ক বুলি অসমৰ ৰাইজে ব্যক্তিগত হিচাবে ভালপায় ৷

  • @AhmedAli-km8fk
    @AhmedAli-km8fk Рік тому +10

    Himonto
    Is pin pom

  • @RehanAhmed-re9lo
    @RehanAhmed-re9lo 2 місяці тому

    Akhil Gogoi jindabad 100 right❤❤

  • @anjugogoi6536
    @anjugogoi6536 5 місяців тому +1

    আমাৰ মৰমৰ অসমৰ সু সন্তান অখিল সন্তান ' আমাৰ জোন ❤️❤️❤️❤️❤️

  • @deepshikhamalakar7803
    @deepshikhamalakar7803 4 місяці тому +1

    পিং পং বল বুজি নোপোৱা এম এল এ জনে ৰাইজ কি কাম কৰিব বাৰু.হিমনতৰ ফাইল আৰু তৰুণ গগৈ আমেৰিকাৰ ঘৰৰ খবৰ ৰাইজক জনাওক,এনে হাৱাত কথা কৈ লাভ নাই..

  • @kulodharborah9285
    @kulodharborah9285 Рік тому +12

    Good decision given by Akhilda

  • @NipenHazarika-ny1hr
    @NipenHazarika-ny1hr 2 місяці тому

    মুখ্য মন্ত্ৰী মহোদয় আপোনাৰ দিন চমু চাপিলে কাৰন ৰাইজ সজাগ হ'ল জিমান কিবা দিম বুলি আশা নিদিৱ আশা কৰি,কৰি মৰি জাৱ লাগিৱ মাইকি মানুহ বিলাক আপোনি বহুত স্বাৰ্থ পৰ আসমৰ ৰাইজে বুজি পায় গৈছে।আৰু ভম নকৰিৱ বুলি আশা ৰাখিলোঁ ধন্যবাদ।

  • @nirmalppatir3822
    @nirmalppatir3822 Рік тому +3

    Bha... Bha.. Akhil da very good your ceriar line speak.

  • @sauravdutta3223
    @sauravdutta3223 Рік тому +17

    Love you Akhil da. Initially I was also misguided with the Paid channels like NEWS LIVE....etc. and thought that you were wrong. But gradually I understood that YOU ARE THE ONLY GENUINE REPRESENTATIVE from the disadvantaged group of Assam like us. Love you Akhilda. May god give you strength to raise your voice high. Always be like this. Else we will not have anyone whom we can trust.

    • @punagohain5625
      @punagohain5625 Рік тому

      1sasseaaqddf

    • @punagohain5625
      @punagohain5625 Рік тому

      qqaq🐱🐱😊😊🔛🔛🏠🐱🏠🏠🏠🏠😊🐱🐭🔛😊🔛🔛🔜🏡🏠🐱🐱🐱😊🐱😊😊🏡

    • @punagohain5625
      @punagohain5625 Рік тому

      Qa🐭😊🔛🏠🔝🔝

    • @punagohain5625
      @punagohain5625 Рік тому

      Xxx1111🐱🐱🏠🔰🔛🙂😄😄🙂😃🔝🔝😅😃😃

    • @punagohain5625
      @punagohain5625 Рік тому

      A1 v1asee1qq,aqq2qq

  • @barunkonwar6021
    @barunkonwar6021 Місяць тому

    অখিল গগৈৰ ডাঙৰীয়া আপুনি অসমীয়া জাতিৰ স্বাৰ্থৰ হকে বলিষ্ঠ কণ্ঠৰে আগবাঢ়ি যাওঁক । আপোনাৰ লগত অসমীয়া ৰাইজ আছে।

  • @Bobbi235
    @Bobbi235 27 днів тому

    Dr H B Sarma Zindabad Akhil Gogai Ping pong ball Akhil Gogai Jakar Akhil Gogai Senga Ratna

  • @sunilborah8325
    @sunilborah8325 2 місяці тому

    অক্ষীল গগৈ য়ে বৰ্তমান যিটো আলোচনা হৈ আছে এইটো অসমৰ নাগৰিক অসমতে ই কাম কৰিবলৈ কিছুমান সুবিধা দিয়ক

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Рік тому +14

    পবিত্র বিধান সভাৰ ময্দা অতুত ৰখা দৰকাৰ। পবিত্র বিধান সভাত বহি টুলুজ মন্তব্যৰে আলটু ফালটু বলকি থকাটো অসৈভালিৰ বাহিৰে আন একো নহয়৷ প্রশ্ন কৰিলে পোনপটীয়া উত্তৰ নিদি আওপকীয়াকৈ টুলুঙা মন্তব্য দিলে সেইটো বহুৱালীক বাহিৰে আন একো নহয়৷

    • @indrajitbaruah1676
      @indrajitbaruah1676 Рік тому

      মৰ্য্যদা == ✓✓
      অসভ্যালী == ✓✓

  • @HoriniBorah-v4j
    @HoriniBorah-v4j 2 місяці тому

    Verygood❤❤❤❤❤❤

  • @ajiuddinahmed5407
    @ajiuddinahmed5407 Рік тому +1

    Congratulations Akhil Gogoi ,go ahead don,t care anybody.👍

  • @manikkalita3288
    @manikkalita3288 2 місяці тому

    আমি এটা কথা বুজি পাইছোঁ আপুনি অসমখনক ধ্বংস কৰিব।

  • @mahia1844
    @mahia1844 Рік тому +2

    I love Akhil!

  • @PronabMohan-ey6gw
    @PronabMohan-ey6gw Рік тому +4

    Right

  • @ranjitkrdutta1501
    @ranjitkrdutta1501 Рік тому +3

    Very very Good strong M.L.A.

  • @nitugogoi1647
    @nitugogoi1647 Рік тому +4

    অখিল দাঅপুনী সাহসে আগবাসক আমি আপোনাৰ লগত আছোঁ ।বিমান অসমৰ নিজৰ সম্পদ বুলিবলৈ তো একো রেই নাই।

  • @nayanjyotikalita1215
    @nayanjyotikalita1215 Рік тому +2

    Power generate is most important

  • @kabirr7398
    @kabirr7398 5 місяців тому +1

    Akil da apunar babe moi tes dim I love Akil da joi hin Akil da jinda bad❤❤❤❤❤

  • @RenumaiMili-j9t
    @RenumaiMili-j9t 3 місяці тому +1

    Very nice❤❤

  • @chandramohanborah7092
    @chandramohanborah7092 Рік тому +2

    বেচৰমী কথা এজন CM ৰ মুখত তাতে বিধানসভাত | অখিল গগৈ আপুনি মহান , বিবেকবান ৰাইজ আপোনাৰ লগত আছে আৰো থাকিব |

  • @bhadreswarsaikia-qx8px
    @bhadreswarsaikia-qx8px 2 місяці тому

    NHP ৰ বিৰুদ্ধে আন্দোলন কৰা ব্যক্তিক এতিয়া শক্তি লাগে।

  • @pareshkalita3672
    @pareshkalita3672 Рік тому +2

    সৰুতে কিতাপত পাইছিলো যে অহঙকাৰেই পতনৰ মুল

  • @bipulsaikia7415
    @bipulsaikia7415 4 місяці тому

    দাদা আপুনি আচল ৰাইজৰ সন্মানীয় বিধায়ক আপোনাৰ দৰে যদি পতিজন বিধায়কে আমাৰ অসম খনৰ কথা বাইজৰ উন্নতিৰ কথা চিন্তা কৰিলে হেতেন এটাও দুখীয়া পৰিয়াল অসমত নাথাকিলে হেতেন। ধন্যবাদ দাদা আপনাক এশবাৰ নমস্কাৰ জনাইছো আৰু আশীবাদ জনাইছো ভগবানে আপোনাৰ কমময় জীৱন আগুৱাই নিয়ক কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @mr.nabarun
    @mr.nabarun Рік тому +2

    আপোনাক ধন্যবাদ, কিন্তু কংগ্ৰেছৰ লগত লগ লাগিলে হে মূল্য কমি যাব,কৈথলো।

  • @FIRUjAli-w9o
    @FIRUjAli-w9o Місяць тому

    অনিল। গগৈ। দাঙৰিয়া। আপুনি। হতসাস।নহব।। হেমনতৰ।বেচি। দিন। নাই

  • @rubjulgaming9874
    @rubjulgaming9874 4 місяці тому

    অখিল গগৈ জিতু কথা কৈছে ভাল কথা কৈছে আজি নিজৰ মাইকী বৰে কি কয় আমাক

  • @bulbuligogoi7063
    @bulbuligogoi7063 Рік тому +1

    Very true and well said Akhil da🚩🙏🙏

  • @ilakalita2015
    @ilakalita2015 5 місяців тому

    একেবাৰে সচা কথা কিয় অখিল গগৈ ছাৰে ধন্যবাদ জনালো

  • @dhanadaborgohain6257
    @dhanadaborgohain6257 Рік тому +2

    Great

  • @baikunthagogoi2421
    @baikunthagogoi2421 Рік тому +7

    Mamai property bohut gutale...somaj sewar naamot val lutise

  • @gulzarhussain2883
    @gulzarhussain2883 19 днів тому

    Akil Da we are with you. We will defit BJP Government

  • @DipakBorah-b8e
    @DipakBorah-b8e Місяць тому

    অখিল গগৈ জিন্দা বাদ

  • @mijanurrahmanprodhani1233
    @mijanurrahmanprodhani1233 Рік тому +6

    HBS asomor CM hoy ne Faltu manuh hoy kobo nuwari.

  • @anilkumarchetia1816
    @anilkumarchetia1816 Рік тому +1

    Akhil Gogoi go ahed , don't be stopped .We are behind you .

  • @HemantaBordoloi-hz3yu
    @HemantaBordoloi-hz3yu 5 місяців тому

    গগৈ শাৰ আপুনি বহুত ভাল কথা কৈছে

  • @tidal1637
    @tidal1637 Рік тому +2

    this time gogoi is right.

  • @arotigogoi6053
    @arotigogoi6053 2 місяці тому

    শিয়ালৰ জাক জাক ,সিংহৰ এটাই হওক।

  • @prasannakalita8193
    @prasannakalita8193 Місяць тому +1

    Thanku Akhil

  • @rupjyotiii07
    @rupjyotiii07 11 місяців тому

    জয় আই অসম। আমি জানো অসম খন ভালে থাকিলে হল।

  • @indrajitbaruah1676
    @indrajitbaruah1676 Рік тому +2

    আকৌ সমাজৰ কামত লাগি কিছু দিন খেতি বাতি কৰি থকাই ভাল প্ৰত্যেক কথাত টেনশ্বন লৈ থকাতকৈ ।
    অসন্তোষ অৱস্থাত মানুহৰ কতো সুখ
    নাই , কিছু দিন ৰিলেক্স হৈ থাকক ।
    নন চিৰিয়াচলী কৈছোঁ

  • @MonirulIslam-nc9yq
    @MonirulIslam-nc9yq 6 місяців тому

    All Right Akhil Gogoi dangoriya

  • @harendrabarman2736
    @harendrabarman2736 Рік тому

    Next CM Akhil da

  • @devasaikia6785
    @devasaikia6785 Рік тому

    Akhil Gogoi Jindabad

  • @PhulaSarkar
    @PhulaSarkar Місяць тому

    Akhil gogoi zindabad