Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
"গৌৰৱ গগৈ অসমৰ সোণ!"-- বুলি মন্তব্য কৰা মানুহজনৰ কথাবোৰ বৰ ভাল লাগিল ।।
Right
Sundar
হয়
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
😊😊😊😊😊😊😊😊
গৌৰৱ গগৈ অসমৰ এগৰাকী নক্ষত্ৰ হয় ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Yar father ajon hopless asil u aeta hopless titabar karone tu 15 yrs yar father aeku koribo nurarolai aetu ki koribo
Gaurav Gogoi amar babe bukur Hoonor Amothu❤👍
পাণ্ডুৰ ব্যক্তিজনে খুব সুন্দৰ কথা কৈছে।মুখ্যমন্ত্ৰীৰ কাণত পৰিলে ভাল।
Bor val lagil kotha khini xoni jetha jonor
যোৰহাটৰ লোকসকল শিক্ষিত লোক হয়। বেলেগ ঠাইৰ লোকসকলৰ নিচিনা বিকি নাযায়। সেই কাৰণে গৌৰৱক জিকালে। গৌৰৱ গগৈ অসমৰে নহয় ভাৰতৰ গৌৰৱ ✊✊
Jine dibrugarh
😂 aru bakibur?
গৌৰৱ গগৈ অসমৰে নহয় ভাৰতৰ গৌৰৱ
দেউতাই বৰভাল কথা কৈছে শ্ৰদ্ধা নিবেদন কৰিছোঁ
সচা কথা গৌৰৱ গগৈ অসমৰ গৌৰৱ।গৌৰৱ গগৈ কংগ্ৰেছ বুলি নহয় গৌৰৱ বুলিহে জিকিছে ।
Next cm goruv gogoi
এজন মানুহ ভালবেয়া কামতহে প্ৰমান ।
পাণ্ডুৰ ব্যক্তিগৰাকীয়ে গৌৰৱ সম্পৰ্কে কোৱা কথাবোৰ শুনি চকু পানী ওলাই গ'ল। সঁচা মানুহ।
ধূনীয়া কথা কৈছে আপোনাক ধন্যবাদ
গৌৰৱ গগৈ আগত সকলো নেতা চিটিকি যাব 🎉
Gourav gogoi is a educated person
১৯৭৪ অত বি এ পাছ কৰা এই ককা জনৰ কথা কেইটা বহুত ভাল পালো , সচাঁ অৰ্থত এজন সচেতন নাগৰিক এওঁৰ দৰে হব লাগে 👍👍 ❤❤
গৌৰৱ গগৈৰ ডাঙৰীয়া কথা বহুতো গভিৰ আৰু সুধ্ব কথা কয় অসমত এনেকুৱা এজন মানুহ লাগে অসমৰ গৌৰৱ নহয় ভাৰতবৰ্ষ গৌৰৱ গগৈৰ ডাঙৰীয়া জিন্দাবাদ ❤❤❤❤
গৌৰৱ গগৈ সঁচাকৈ অসমৰ গৌৰৱ ❤❤❤❤❤
সুন্দৰ 👌
আমি উজনি অসমৰ লোক সকলে সৰ্বানন্দক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছো। যদি এইটো নহয়, তেন্তে আমি সকলোৱে গৌৰৱৰ সমৰ্থন কৰিব লাগিব।অসমৰ মানুহে পাঞ্জাবৰ পৰা জাতীয়তাবাদ কি শিকিব লাগে।
Nalgeneki.harbak.kamnai.aitu.akunai.nijar.searkhanrakhiba.nuar.manuhe.kidekh.basaba.assamandular.para.ahamanuh.atia.assamar kathai.najane.nijarkath.sinterkare.nalage.tene.rajnitikar.manuh
Hai.jiniar.jatik.bhal.pai.tene.manuhak.amibisaru.atia.assamar.unati.sintakara.ajank.diak.bjptu.aru.bhulatu.assamat.nahe.aidolhubidhabadi.dol.nalage.bjp.bjp.gobak
@@jugeswarphukan9726 thn ami gourav gogoi support diba lagiba... Ujjoni mnuh unity hba hol... BJP congress nhai amak ujjoni leader laga
উজনিৰ পৰা গৌৰৱ গগৈকহে বিচাৰিছোঁ। না ব্যৱসায়ী না চাকৰিয়াল কাকো শান্তি দিয়া নাই এই ডবল ইঞ্জিন চৰকাৰে। ২০২৬ত ওফৰাবই লাগিব
গৌৰৱ গগৈ অসমৰ সোণ বুলি মন্তব্য কৰা মানুহ জনৰ কথাবোৰ বৰ ভাল লাগিলে
পাচ হাজাৰ নাম ঘৰে ঘৰে দিছিল।পাছ হাজাৰত আমি এখন গাৱৰ মানুহ বিক্ৰী জাম বুলি ভাবিছিল। কোটি টকাতো মাথা বিক্ৰী নকৰো।
মিছা কথা নকব কোটি টকা দিলে কোনে ভোট নিদিব
কোটি টকা দিলে লম কিন্তু ভোট কংগ্ৰেছকে দিম@@GautamBordoloi-qg2mn
Bohut bohut bohut val lagise kokar kotha khuni
গৌৰব গগৈ জিন্দাবাদ
গৌৰৱ গগৈ অসমৰ proparty ❤
বৰ্তা ই বৰ সুন্দৰকে কৈছে কথাবোৰ।❤
Thanks, good. Comment.👍👍👍👍👍
Best of Politiciyan.....MP........
গৌৰৱ গগৈ অসমৰ ভবিষ্যত ।
Good news ❤
Good news👌
সঁচা কথা গাৱলীয়া মানুহে ভয় খাইছে ভয় খাব নেলাগে
ককা দেউতা কথা কৈই টা বহোত ভাল লাগিলে তেও সত্য কথা কলে
Sundar speech.
বৰ দেউতাই বৰ সুন্দৰ কথা কৈছে । গৌৰৱ গগৈক সোণ বুলি বাছি উলিয়ায়ছে । গৌৰৱ গগৈয়ে যোৰহাটৰ মূল সমস্যাবোৰ গুৰুত্ব দিব লাগে। মধ্যবৃত্তৰ কথা ভাবিব লাগে।
Next cm gourav
Gourav gogoi jindabad I love 🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️
গৌৰৱ গগৈৰ আমাৰ অসমৰ গৌৰৱ ।
Gogoi da love you and zindabad 👍🙏🙏🙏♥️♥️♥️♥️
Gaurav Gogoi zindabad zindabad
Gourab is the educated young dynamic leader, so we need such kind of good leader for the assam.
মাননীয় গৌৰৱ ডাঙৰীয়াৰ নেপথ্যত কোনো পূৰ্ণানন্দ যদি নাই অসমবাসীয়ে এখন নতুন আকাশ পাৱ।শুভ কামনা যচা মোৰ ঐতিহ্য আছে সেয়েই মোৰ শুভ কামনা জনালো ।
আগতে 5-10 টকাকৈ বঢ়িছিল, এতিয়া Direct 50-100 টকাকৈ বাঢ়ে। আৰু দাম বাঢ়ক
Nex cm gourav gogoi❤
গৌৰৱ গগৈকহে যোৰহাটৰ লোকে ভোট দিছে।কংগ্ৰেছ দলক দিয়া নাই কিন্ত।মইয়ো এজন যোৰহাট সমষ্টিৰ ভোটাৰ।
Gaurav Gogoi CM lage
26t uluta hb। Amiu haibuliya vut disu ।।। । । ।।।
@@assamboy..kachari7304 mami r property sabole tuk PA rakhise neki ?? Iman morom je
Gaurov next cm of Assam
গৌৰৱময় অসম!
Joi gourav gogoi, zindabad amar jorhator gourav
Apuni thik koise.ami apunak support korisu.
2026 t gourav Gogoi ahi ase
Kle
গৌৰৱক শুদ্ধ ভাবে চিনি পোৱা মানুহ জনে কোৱা কথা খিনি বৰ ভাল লাগিল ৷সচা অৰ্থত এইজন এজন শিক্ষিত ব্যক্তি ৷
Good
Pandur Byoktijon Bor Bhal Kotha Koley God Bless You
Next cm Gourav Gogoi 🙏🙏
সুন্দৰ কথা ক'লে বৰ্তাজনে।
Khuradeu a bor val koi kole kotha bur gourab Gogoi daar bikhoye...❤️❤️
আজমল আৰু মূখ্যমন্ত্ৰী একে
Good news 🎉🎉❤❤gourav gogoi next cm t bisaru
যেনেকৈ ৰাইজৰ আঁচনি বেছি হৈছে ঠিক তেনেকৈ বস্তুৰ মূল্য বেছি হবলৈ ধৰে,
Right right
Kokai bht vl kotha koise ami gourav koru je gourav gogoi sir r nisina ajon vl neta ase❤
Knowledge full person of Assam.Is gaurav gogoi.
Gourav gogoi zindabad ❤
Awesome dada full fact and logically bujai dile
Good sir
Right 👍 koka jon thik koise dukhn mn bij altu faltu bstu di উন্নতি nhoi
Khurajan oti hosetan Nagarik ,tekhetoloi Dhanyabab thakil
Very. Good. Video paritosh. Sarkar . Baksa
Garab gugai adin Assam Kan bachabo pare
Very. Good. Video. Sister .paritosh. Sarkar. Baksa
আজি মই বজাৰত গৈ দাম শাক পাচলি ইমান দাম দুসিয়া মানুহৰ কেনেকৈ খাৱ
Naxt cm gaurav gogoi❤❤❤
Gaurav Gogoi zindabad ❤
Thank you gorofgogoi
যি সকলৰ আগৰ কঙগেছৰ চৰকাৰে উন্নতি কৰি দিছিল তেওঁলোকে এতিয়া ভাল বুলি ক'ব। কেতিয়াবা দুৰ্নীতি উন্নয়নেৰ কথা কলেও নিজে কোৱা যেন নাপায়।
গৌৰৱ গগৈ জিন্দা বাদ
Good. News🌹🌹🌹🌹✔️✔️✔️
Nice
Gorbo gogow jindabad
India❤❤❤
Gourav gogoi ❤
Life time congress ❤❤
Bohut dinor?? Bohut hundor kotha huna palu val lagel
Gaurav Gogoi dangoriyak Assam r Chief Minister hesape besaru.
গৌৰৱ গগৈ অসমৰ নক্ষত্ৰ
Good❤
Gaurav Gogoi best
Gourov gogoi amar hiyar amothu hoi
Eibar EVM ghutala nohol neki.. shame.....
4:46 ❤❤❤❤❤❤
Gorob gogoi jindabad
Congress zindabad
Holew guwahati manuhe BJP k vote diye
Good news
Gurudev shree shree Ravishankar gurudev see all
G.gogoi is an active m p .he is fired. For next c.m of assam
Gaurav Gogoi zindabad Rahul Gandhi zindabad
সছা কথা কৈছে
Good luck
❤❤❤❤❤❤❤❤❤
আজিলৈ আগৰ চৰকাৰে কেইটা ইন্টাৰভিউ নিবনুৱাৰ বাবে নিয়াৰিকৈ পাতিব পৰিছিল । দেখোন ইন্টাৰ ভিউৰ ফলাফলে নোলাইছিল । উদাহৰন স্বৰুপে ৰাকেশ পাল তৰুন গগৈ চৰকাৰৰ অবদান। বেদখলকাৰিক উচ্চেদ কৰিলেই গৌৰব গগৈ , অখিল গগৈ , লুৰিন জ্যোতিৰ দৰে নেতাৰ বুকুখন চিৰিঙ কৈ মাৰে । কেন্দ্ৰত মাত্ৰ 99 খন আসন পাই কেইটা দলক শুশ্ৰষা কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিলে হয় । ৰাইজে যদি বেয়াই পাই হাৰিয়ানাই কি দেখুৱাল । জম্মুতো মাত্ৰ 6 খন পালে । ইয়ে কি বুজায় ।
নিজেই খেতিবাতি নকৰি লোকৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে বস্তুৰ দাম কোনো চৰকাৰে কমাব নোৱাৰে ৷

26t uluta hb। Amiu haibuliya vut disu ।।। । ।
।।
।
@@assamboy..kachari7304 mami r property sabole tuk PA rakhise neki ?? Iman morom je
Gaurov next cm of Assam
গৌৰৱময় অসম!
Joi gourav gogoi, zindabad amar jorhator gourav
Apuni thik koise.ami apunak support korisu.
2026 t gourav Gogoi ahi ase
Kle
গৌৰৱক শুদ্ধ ভাবে চিনি পোৱা মানুহ জনে কোৱা কথা খিনি বৰ ভাল লাগিল ৷সচা অৰ্থত এইজন এজন শিক্ষিত ব্যক্তি ৷
Good
Pandur Byoktijon Bor Bhal Kotha Koley God Bless You
Next cm Gourav Gogoi 🙏🙏
সুন্দৰ কথা ক'লে বৰ্তাজনে।
Khuradeu a bor val koi kole kotha bur gourab Gogoi daar bikhoye...❤️❤️
আজমল আৰু মূখ্যমন্ত্ৰী একে
Good news 🎉🎉❤❤gourav gogoi next cm t bisaru
যেনেকৈ ৰাইজৰ আঁচনি বেছি হৈছে ঠিক তেনেকৈ বস্তুৰ মূল্য বেছি হবলৈ ধৰে,
Right right
Kokai bht vl kotha koise ami gourav koru je gourav gogoi sir r nisina ajon vl neta ase❤
Knowledge full person of Assam.
Is gaurav gogoi.
Gourav gogoi zindabad ❤
Awesome dada full fact and logically bujai dile
Good sir
Right 👍 koka jon thik koise dukhn mn bij altu faltu bstu di উন্নতি nhoi
Khurajan oti hosetan Nagarik ,tekhetoloi Dhanyabab thakil
Very. Good. Video paritosh. Sarkar . Baksa
Garab gugai adin Assam Kan bachabo pare
Very. Good. Video. Sister .paritosh. Sarkar. Baksa
আজি মই বজাৰত গৈ দাম শাক পাচলি ইমান দাম দুসিয়া মানুহৰ কেনেকৈ খাৱ
Naxt cm gaurav gogoi❤❤❤
Gaurav Gogoi zindabad ❤
Thank you gorofgogoi
যি সকলৰ আগৰ কঙগেছৰ চৰকাৰে উন্নতি কৰি দিছিল তেওঁলোকে এতিয়া ভাল বুলি ক'ব। কেতিয়াবা দুৰ্নীতি উন্নয়নেৰ কথা কলেও নিজে কোৱা যেন নাপায়।
গৌৰৱ গগৈ জিন্দা বাদ
Good. News🌹🌹🌹🌹✔️✔️✔️
Nice
Gorbo gogow jindabad
India❤❤❤
Gourav gogoi ❤
Life time congress ❤❤
Bohut dinor?? Bohut hundor kotha huna palu val lagel
Gaurav Gogoi dangoriyak Assam r Chief Minister hesape besaru.
গৌৰৱ গগৈ অসমৰ নক্ষত্ৰ
Good❤
Gaurav Gogoi best
Gourov gogoi amar hiyar amothu hoi
Eibar EVM ghutala nohol neki.. shame.....
4:46
❤❤❤❤❤❤