Gaurav Gogoi News : ৰাইজৰ বৰ্তমানৰ বিজেপি নেতৃত্বৰ প্ৰতি মোহ ভংগ হৈছেঃ গৌৰৱ গগৈ | N18V
Вставка
- Опубліковано 9 лют 2025
- Gaurav Gogoi News | নগাঁৱত যোৰহাটৰ নৱ নিৰ্বাচিত সাংসদ গৌৰৱ গগৈ
#News18Assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#gauravgogoi #assamnews
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...
অতি সুন্দৰ বক্তব্য ছাৰ অশেষ ধন্যবাদ জনালোঁ
গৌৰৱ গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ গৌৰৱ গগৈ দাঙৰিয়া অসমৰ নহয় ভাৰতৰ গৌৰৱ হয়
পিয়াজ হাজৰিকাৰ দেখাদেখি নাই যে 😢 তেওঁ গৌৰৱ গগৈৰ ঘৰৰ সন্মুখত তামোল পানৰ দোকান দিয়ক অতিছিঘ্ৰে
😂
😂😂😂Moja disa dei
A😅
@@sunitalama3572
আমি জানো ২০২৬ত আপোনাৰ নেতৃত্বতত অসমত নতুন চৰকাৰ হবলৈ গৈ আছে। আপুনি মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিব। আৰু আগতীয়াকৈ শুভেচ্ছা থাকিল।
গৌৰৱ গগৈ জিন্দাবাদ।।
Next chief minister hbo lage assamor. ❤❤❤
Gaurav gogoi jindabad ❤❤❤
আপুনি যেন সদায়েই এনেধৰণেৰে অহংকাৰহীন হৈ থাকে। এই বিনয়ী গুণে আপোনাক ৰাইজৰ মৰমৰ নেতা কৰি তুলিছে ।
আপোনাৰ ভাল হওক। ৰাইজৰ ভাল হওক।
গৌৰৱ গগৈয়ে কথা ক'লে তেখেতৰ পিতৃ তৰুণ গগৈয়ে কথা কৈ থকা যেন লাগে
একদম হচা
ইমান ভাল কথা কৈছে আপোনাক আমি বহুত ভাল পাওঁ আপোনালৈ আমাৰ বহুত শুভেচ্ছা থাকিল ভালে থাকক
বিজেপিৰ চামচাবোৰে লাজ পাই আবুল তাবুল বকিছে।
U r next CM of Assam
ইমান সুন্দৰ কৈ কৈছে।
শেষৰ বক্তব্য টো কিন্তু বৰ বেয়াকৈ এচাত দিলে দেই!😂😂
ধন্য তুমি অসমৰ গৌৰৱ।
😂
শেষৰটো শুনি ভাল লাগিছে।
মোহন ভংগ হোৱা নাই, কিন্তু আপুনি তুলনামূলকভাৱে আনজনতকৈ যোগ্য বাবে আপুনি জিকিল । আপুনি বহু বিজেপি আৰু অগপৰ ভোট পাই বিপুল ভোট ত জয়যুক্ত হ'ল । আৰু বিজেপি ৰ অহংকাৰ ভংগ হ'ল ।
Hmm jkjpjk
আজি মই কথা এটা কৈ থওঁ, গৌৰৱ গগৈ ডাঙৰীয়াই এদিন প্ৰধান মন্ত্ৰী হোৱাটো নিশ্চিত।
Bjp কেইজন মান নেতাই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আচাৰ ব্যৱহাৰ শিকক কেনেকৈ নিৰপেক্ষ ভাৱে কথা কিছূমান কব লাগে।
গৌৰৱ গগৈ দাঙৰিয়া আপোনাৰ নিৰপেক্ষ ভাষণ বোৰ শুনি বৰ ভাল লাগে শুনি থাকিব মন যায়।
Gaurav gogoi zindabad
অসমৰ গৌৰৱ 💚
Gaurav gogoi sir ❤️💯🔥juiiii 🔥💯
গৌৰৱ গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ ভুপেন বৰা দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ ৰাহুল গান্ধী দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ তিনি গগৈ জিন্দাবাদ
Bohut kotha ase apunar pora xikibole dada....apuni aru aguwai jaouk...🙏👏
❤ love you sir
Aapuni jen hodai Gaurav dai hoi thake..kam korak...juji jauk.. aapunar lgt aji all Assam ase
Sir, l like your speech. There is none in new . B. J. P like you. You are a gentle, honest and the best. M. P.for the norteast. We proud on you sir. Thank you sir.
দিল্লী হিলাই দিয়া পৰা নেতা
So polite, soft hearted, class gentleman. You are really great sir. Your behaviour really inspiring us. Thank you sir, thank you.
Next CM Gaurav Gogoi ❤🎉🎉🎉🎉
আমাৰ গৌৰৱ অসমৰ গৌৰৱ
Dada last or kothakhini bohut bhal lagil
Amar moromor Gaurav iman bhodro iman hanto boktoibyo bilak oti hundor ❤👍🙏🏽
ভাল মানুহৰ ভাল কথা।।
Love you Gaurav gogoi
মই পলাশবাৰী ৰ পৰা আপনাকে ন্যায় বিচাৰি নীমনটন জনালো নম্বৰ মোৰ নহয়
Gaurav Gogoi zindabad
Naxt 26 at assam c m habale khuvassa thakil gaurav sir ❤❤❤
২৬ লৈ অপেক্ষা কৰক। নাম নিচান হৈ যাব কংগ্ৰেছ। থাকিব মাথোঁ এনেকুৱা কিছুমান ছদ্মবেশী user id.
Sauk dangoriya...Apuni notun projonmok hanghatik muhise. Apunar kotha aru asar byobohar khub val lage.
Yes
He is only one politician who is not diplomatic...Great personality..🙏
I love congress.all assames should love congress for their best
Ujjawald ❤ bhi
We are always in love with Himanta as a dynamic leader❤❤❤❤❤❤❤
Sir, বহুত ভাল লাগে আপোনাৰ গহীন গম্ভীৰ কথাবোৰ, কিমান ভাবি চিন্তি কথা কৈ আপুনি, আপোনাৰ পৰা যধা মূৰ্খ কিছুমানে শিকিব লগীয়া বহুত আছে।।
The great leader of Assam is Gaurav gogoi sir.
Next cm
ভাল লাগে চাৰক
Gaurab gogai zindabad
Mojja disa gorov daa i love you
Very nice taking, Gaurav gogoi sir......
অসমৰ বিজেপি চৰকাৰখনৰ প্ৰতি যোৰহাটৰ একাংশ ৰাইজৰ বাহিৰে আন খিলঞ্জীয়াৰ মোহভংগ হৈছে বুলি কব নোৱাৰি ৷ ধুবুৰী আৰু নগাঁৱৰ সংখ্যালঘু ৰাইজেহে এআইইউডিএফক প্ৰত্যাখান কৰি কংগ্ৰেছক ভোট দিলে ৷ যোৰহাটৰ পূৰ্বৰ সাংসদ গৰাকীৰ কিছু বিফলতাইহে তাত কংগ্ৰেছক বিজয়ী কৰিলে ৷
আৰে ভাই এয়াইতো বিজয়৷ ডিব্ৰুগড়ত যে লুৰিণ নামৰ ডেকা লৰাটোৱে সৰ্বা বুঢ়াক হিলাই দিছিল৷ কিন্তু কথমিপে সৰ্বা নন্দ ৰক্ষা পৰিল ৷ নহলে বাকি কি হল হয় গম পালি হেতেন
Bjp neta bilakor ahankari swabhabor karone jorhator raije bjp k eibar vote dia nai.baki gaurav gogoir personality ei khetrot main factor hisape kam koise.prakton hankhod gorakik jorhator raije jothesto bhal pai.
আমি নগাঁও জিলাৰ মিয়া নহয়, কথা জানি কব কংগ্ৰেছক ভোট দিছোঁ। বৰদলৈ ভাল মানুহ কাৰণে ভোট দিছোঁ।
বাংলাদেশী প্ৰেমী বিজেপিৰ অহংকাৰৰত প্ৰস্ৰাৱ কৰি দিবলৈও বহুতো মানুহে বিজেপিক বাদ দি যাকে ভাল পাইছে তাকে দিছে৷
Gaurav Gogoi Jindabad
Gaurav zindabad.
He is so humble ,innocent,nd honest❤️
কংগ্ৰেছে কেতিয়াও অসমত জিকিব নোৱাৰে।
আমাৰ জীৱন কংগ্ৰেছে শেষ কৰি দিছে আমি টকা দিৱ নোৱাৰাৰ বাবে চাকৰি নাপালো
বিজেপি য়ে মেধাবী ছাত্ৰক চাকৰি দিয়ে সেই বাবে অসমৰ মানুহে কংগ্ৰেছ ক ভোট নিদিয়ে
Next cm gorav gogoi
Good news
🙏🙏🙏🙏
তিনি খনত জিকিয়েই ইমান গুন বখানি থাকিব নালাগে।দুবাৰ জিকি কি কি কাম কৰি দেখুৱালে। আপুনি বিদেশীৰ সমস্যা অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিব পাৰিবনে । Congress তিনিখন আৰু বিজেপি ন খন আসন পাইছে আগতকৈ দুখন বেছিকে পাইছে তেওঁলোকে চুপ চাপে আছে দেখন আৰু আপুনি।লাভ নাই এইখন mpৰ হে election বিধান সভাৰ নহয়।😅😅😅😅😅
Toi faltu comments dii thak toi joliso 🔥😅 niiii
Quality leader
We the Assamese people love you Gaurav gogoi.you are the only Assamese person who loves his State people very much.we love you very very much.
Congratulations 👏 👏
Gogrob gogoi jindabat❤❤❤❤❤❤
Incredible Figure From Assam & North East, High Fives 👋
Gaurav Gogoi zindabad 💯🙏💪💪💪💪
I love Congress❤
গৌৰৱ গগৈ ডাঙৰীয়া আপুনি সাংসদ য়েই নহয় এটা অনুষ্ঠান।
Good
Very good speech 🙏
Gaurab Gogoi only real politician of Assam
গৌৰব গৈগৈ অসমৰ সম্পদ
Love you dada
Good job sir
ধন্যবাদ দাদা
BJP hatao Assam basao Congress zindabad
Teu khub binomro❤
কলিয়াবৰত হাৰিম বুলি ভাবি, যোৰহাট পালিগৈ ,এতিয়া চাধা মুহাৰি মুহাৰি গাজা দি থাকক ।
Good very good I love you so much sir
Congratulation
Next CM of Assam
❤❤❤
Outstanding
অকল যোৰহাট লৈ বহি থাক তই
Gaurav gogoilong live❤
Congratulations to you Gaurav Sir, Salute for your Vision and wisdom.
A Great Hope to see you as Chief Minister of Assam in coming future.
👍
Moza dise
Best wishes sir 🙏
সেইকাৰণে 99 আৰু 241
😢😢😢sir 🙏👌♥️♥️ 1:05
Gentleman
Gaurav gogoi should practice Assamese language pronounciation 😂
Hemontoi Assam hakh krila. Hosa kotha
❤
Congress zindabad
Eyake koi Val neta ❤namrata
ফিয়াজ হেৰালে নেকি কলৈ গল সেইজন
Lagte roho
Sir koliyabor karone 10 bosor Kam ki korile olopman kobo sun,
The policians should follow the formula of ” sportman sprites ”
congrest.Murdhabad❤❤❤.
Dhuburi==Nagaon==Jorhat