কেনেদৰে বিদেশৰ নামঘৰত অসমীয়াই প্ৰতিষ্ঠা কৰে আসন? +91 75780 89612

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • দেশে বিদেশে আসন প্ৰতিষ্ঠা মনজিৎ হাজৰিকাৰ,
    গুৰুজনাই এক কৰে, ভকতে ভাগ কৰে !
    চতিয়াৰ চতিয়াল গাওঁৰ এখন চোতালত বাৰ্তালাপ
    ভাস্কৰ্য্য শিল্পী মনজিৎ হাজৰিকাৰ গুৰুত্বপূৰ্ণ কলা, কথা আৰু শিল্প।
    বিদেশত কেনেকৈ প্ৰতিষ্ঠা কৰা হয় মনজিৎ হাজৰিকাই তৈয়াৰ কৰা আসন?
    কেনেদৰে বিদেশৰ নামঘৰত প্ৰতিষ্ঠা হয় আসন ?
    ঘৰে ঘৰে হ'ব গুৰুজনাৰ মহান সৃষ্টি আসনৰ প্ৰতিষ্ঠা ।
    Contact with Chakrrapanni Parashar on
    📷 Instragram: ....
    🚀Facebook : / chakrrapanni. .
    ✅Main Channel : / @baartalaap .
    👱‍♂️Vlog Channel : / @chakrapaniparash. .
    ...................................
    / baartalaapme. .
    For Business Enquiry Email :-Baartalaapofficial@gmail.com
    Show Enquiry : 8472051224
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/
    #chakrapaniparashar #baartalaap #assameseinterview #assamesepodcast

КОМЕНТАРІ • 50

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Місяць тому +4

    অতি সুন্দৰ অনুষ্ঠান। অতি মনোমোহা অনুষ্ঠান। ভাতৃ প্ৰতীম ভাস্কৰ্য শিল্পী মনজিৎ লৈ অন্তৰৰ নিভৃত কোণৰ পৰা বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। আগুৱাই যাওক সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকা মনজিৎ। ভগৱানে তোমাৰ লগতে পৰিয়ালৰ সকলোকে কুশলে ৰাখক। ❤❤❤

  • @nirupomachetia327
    @nirupomachetia327 Місяць тому +1

    দুগৰাকী মহান শিল্পীৰ সাংস্কৃতিক বাৰ্তালাপে ❤সকলোকে এক তৃপ্তিৰ মানসিক আহাৰ যোগালে ।

  • @TarunBorah-bl8ci
    @TarunBorah-bl8ci Місяць тому

    বৰ ভাল লাগিল.ভগবানে কৃপা কৰক কৃষঞ কৃষঞ.

  • @madanbaruah8663
    @madanbaruah8663 Місяць тому +2

    সুন্দৰ নিদৰ্শন

  • @jinaborgohain1909
    @jinaborgohain1909 Місяць тому

    চতিয়াৰ মনজিৎ হাজৰিকা দেৱলৈ আন্তৰিক শুভেচ্ছা জনালোঁ। জগতত উজলি উঠক পৰিয়ালটিৰ আধ্যাত্মিকতাৰ অনুভব সমূহ । বাৰ্তালাপলৈ অশেষ ধন্যবাদ ।

  • @rupadutta2407
    @rupadutta2407 Місяць тому

    বহুত ভাল লাগিল।

  • @user-zh8us5bl7h
    @user-zh8us5bl7h Місяць тому +1

    GoD Bless you

  • @ranjumonimahanta4241
    @ranjumonimahanta4241 Місяць тому +1

    এইমাত্ৰ চাই শেষ কৰিলোঁ ৷ খুউব ভাল হৈছে podecast টো৷ All the very best দাদু৷

  • @gautamsarma2385
    @gautamsarma2385 Місяць тому +1

    চালোঁ দেই। বঢ়িয়া।

  • @khyatimahanta631
    @khyatimahanta631 Місяць тому +1

    ভাল লাগিল দাদুমামা৷

  • @rajashreechangmai3518
    @rajashreechangmai3518 20 днів тому

    খুব সুন্দৰ

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 Місяць тому

    ভাল লাগিল

  • @chimpibaruah5479
    @chimpibaruah5479 Місяць тому

    ভাল লাগিল অনুষ্ঠানটি।। শুভকামনা থাকিল দাদা আগবাঢ়ি যোৱা

  • @priyangshugogoi6299
    @priyangshugogoi6299 Місяць тому +1

    🙏🏻🙏🏻🙏🏻val lagil 😊

  • @thaneswarsaikia1101
    @thaneswarsaikia1101 Місяць тому

    Bar Val lagil Sai .Dhanyabad. .Balipara .

  • @user-lh9mn9qc1t
    @user-lh9mn9qc1t Місяць тому

    Val lagil sai enedore aguwai juwa

  • @krishnaborah2420
    @krishnaborah2420 Місяць тому +1

    আসনৰ বিষয়ে বহুতো কথা জানিব পাৰিলোঁ৷শ্ৰদ্ধাৰ মনজিত হাজৰীকাদেৱৰ অসমীয়া সংস্কৃতিৰ ওপৰত কৰিবলৈ লোৱা সকলো কামেই যেন বাস্তৱত হৈ উঠে৷কৃষ্ণ

    • @GeetaDevi-sg4ol
      @GeetaDevi-sg4ol Місяць тому

      কথাবোৰ শুনি বহুত ভাল লাগিল

  • @DiptiGogoi-ob8ux
    @DiptiGogoi-ob8ux Місяць тому

    Val lagil Kathabor huni God bless you ❤❤

  • @porisaikia3919
    @porisaikia3919 Місяць тому

    Val lagil sai.enedore aru aguwai jowa Duijon

  • @HiddenBeautyExplore
    @HiddenBeautyExplore Місяць тому

    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ
    সচাকৈ চকুলো বৈ আহিছে....
    নেদেখা জনে কৃপা কৰক....

  • @user-em1fh4rg2m
    @user-em1fh4rg2m Місяць тому

    সুন্দৰ ❤👌❤

  • @subhamjyotiborah5179
    @subhamjyotiborah5179 Місяць тому +1

    আমাৰ ঘৰটো তেওঁ নিৰ্মাণ কৰা গুৰু আসন আছে।

  • @bharatidevi5576
    @bharatidevi5576 Місяць тому

    Val lagil 🙏🙏🙏

  • @debo___jitt9448
    @debo___jitt9448 Місяць тому

    bhut val lagil sai😊❤

  • @TrailokyaHazarika-og3xs
    @TrailokyaHazarika-og3xs Місяць тому +1

    কৃষ্ণ কৃষ্ণ

  • @anupborah6982
    @anupborah6982 Місяць тому

    চতিয়াৰ পৰা🙏🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Місяць тому

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @rinkuduttasaikia107
    @rinkuduttasaikia107 Місяць тому +1

    অসম গৌৰৱ

  • @mrigensarma362
    @mrigensarma362 Місяць тому

    May. God. Bless. You

  • @pariboruah6694
    @pariboruah6694 Місяць тому

    Pranamjanalu

  • @bhabarnavsaikia312
    @bhabarnavsaikia312 Місяць тому

    ❤❤ vl lgil

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Місяць тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ

  • @assam3046
    @assam3046 Місяць тому

    Mur deotaio koisil tohot tiniotai mur hompoti moi beleg hompoti gutabo nuwarilu..😢😢😢..Hundor Anusthan val lagil chakra pani..

  • @HEMANTABORAH-n5w
    @HEMANTABORAH-n5w Місяць тому

    Nice

  • @suchitraramdey797
    @suchitraramdey797 Місяць тому

    Val lagul

  • @arotiborah2733
    @arotiborah2733 Місяць тому

    🙏🙏🙏

  • @kumudnath7912
    @kumudnath7912 Місяць тому

    BANGALORE ত আছে নে। আপোনাৰ আসন মই চাই ভাল লাগিল অনুস্থান চাই মই BANGALORE পৰাই চাই ভাল লাগিল

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz Місяць тому

    আদৰ্শ সমাজ সংস্কাৰক। বহুত বহুত ধন্যবাদ ❤।

  • @nizarasingh
    @nizarasingh Місяць тому

  • @pragyashreeborah42
    @pragyashreeborah42 Місяць тому

    আমাৰ ঘৰত আছে বৰগাং

  • @debojitnath2465
    @debojitnath2465 Місяць тому

    মঞ্জিত দাৰ চোতাল খন সুকীয়া

  • @lueitandfreegaming7367
    @lueitandfreegaming7367 Місяць тому

    Ring Road ...

  • @nizarasingh
    @nizarasingh Місяць тому +6

    Dada mur গাঁওৰহৈ

    • @Anamika-wn4hz
      @Anamika-wn4hz Місяць тому +1

      Biswanath chariali r sootea neki ?

  • @Mathsprotapan
    @Mathsprotapan Місяць тому

    Hello

  • @mrigensarma362
    @mrigensarma362 Місяць тому

    मय। गोद। ब्लेस। यू

  • @sandhyadas7651
    @sandhyadas7651 Місяць тому

    Najana katha janilo

  • @monjulahazarikadas8802
    @monjulahazarikadas8802 Місяць тому

    Mur maghor sootea at .ñomèskar.th.

  • @troilokyabora7839
    @troilokyabora7839 Місяць тому

    🙏🙏🙏