ডঃ শ্ৰীশ্ৰী পীতাম্বৰদেৱ গোস্বামীৰ পূৰ্ণাংগ ভাগৱত বিশ্লেষণ||Dr Pitambordev Goswami||Bhagawat||Bhakhan

Поділитися
Вставка
  • Опубліковано 7 жов 2024
  • বৈষ্ণৱ পণ্ডিত ,আউনীআটীয় সত্ৰাধিকাৰ ডঃ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী গোঁসাই ঈশ্বৰৰ পূৰ্ণাংগ ভাগৱত বিশ্লেষণ🙏🙏🙏
    স্থান-ঔগুৰি ,যোৰহাট জিলা
    #DrPitamborDev_Goswami#Bhakhan

КОМЕНТАРІ • 714

  • @anmolratankanakbhaitida5113
    @anmolratankanakbhaitida5113 Рік тому +4

    Hori om

  • @maaprabhabatimusic4049
    @maaprabhabatimusic4049 Рік тому +4

    মন মগজু তথা মানসিক খাদ্য এনে অনুষ্ঠান আৰু এনে পৰিৱেশে ইন্ধন যোগাই বুলি অনুভৱ কৰোঁ ৷ ভাগৱতে বাসুদেৱায় নমঃ 🙏🙏 সুন্দৰ ভিডিঅ ৷৷

  • @rubiborah3436
    @rubiborah3436 Рік тому +5

    হৃদয় আৰু মন চুই যোৱা ব্যাখ্যা।হে প্ৰভু ঈশ্বৰ আপোনাৰ শ্ৰী চৰণত শত কোটি সেৱা প্ৰণাম জনাইছোঁ। অ হৰি অ ৰাম।

  • @PONKAJAXOM
    @PONKAJAXOM Рік тому +14

    আপোনাৰ চৰণত শত কোটি প্ৰণাম।

  • @huwalaboruah9916
    @huwalaboruah9916 Рік тому +24

    ইমান সুন্দৰ ব্যাখ্যা শুনি মনতো বৰ ভাল লাগিল। গুৰুজনাৰ চৰনত কোটি কোটি প্ৰনাম জনাইছো। কৃষ্ণ🙏🙏🙏

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  Рік тому

      🙏🙏🙏

    • @lahitbrahma558
      @lahitbrahma558 Рік тому

      মই এজন সাধাৰণ পৰব্রহ্মৰ ভক্ত । ভাগৱত গীতাৰ সাৰ কথাৰ সাৰাংশ আমালোকে কোনেও বুজা নাই বাবেই সংহাৰত সামান্যতমও শান্তিৰ মুখা মুখী‌ হ'ব পৰা নাই আৰু নহ'বও।মৃত্যুবৎ জড় পদার্থক ঈশ্বর জ্ঞানে‌ পূজা কৰা অবিবেচকৰ কার্য।

    • @pramilagogoi
      @pramilagogoi Рік тому

      @@sumitsaikiaofficial2991 hu

  • @bipulsaikia7415
    @bipulsaikia7415 Рік тому +2

    ইমান সুন্দৰ ব্যাখ্যায়ে আমাৰ নৰ সমাজৰ মাজত জ্ঞানৰ পোহৰ কঢ়িয়াই আনিব আৰু নৰ সমাজ ধৰ্ম প্ৰতি আৰু ভগবানৰ প্ৰতি আকৰ্ষিত হব আৰু আমাৰ সমাজখন উন্নতি হৱ।

  • @junumech7558
    @junumech7558 Рік тому +7

    কৃষ্ণ কৃষ্ণ জয় গুৰু জনা‌🪔🙏🙏 কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ চৰণ সেৱা নিবেদিলে কৃষ্ণ প্ৰভু জনা অতি সুন্দৰ ব্যাখ্যা কৰিছে ভাল লাগিছে মধুৰ ভাগৱত আৰু সুন্দৰ ব্যাখ্যা শুনি বৰ কৃতকৃত সলে কৃষ্ণ দাখিৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  Рік тому +1

      কৃষ্ণ🙏🙏🙏

    • @pariboruah6694
      @pariboruah6694 Рік тому

      Pranampravusawa

    • @lalitabora912
      @lalitabora912 6 місяців тому +1

      Joy Guru Xongkoro Jy joyte Aamar Oti Moromor Snehor Aadororr Stan There for Xewa Xewa Xewa xewa Xewa xewa Xewa

  • @MadhurjyaBaruah-wy4gl
    @MadhurjyaBaruah-wy4gl Рік тому +22

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ চৰণত শত কোটি নমস্কাৰ জনাইছোঁ আপোনাৰ শৰীৰ মেন সদায় সুস্থ থাকে এইয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপুনি ভাগৱতৰ এনে সুন্দৰ ভাষাৰে সকলোৱে মন মোহিত কৰিলে ।

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  Рік тому +1

      কৃষ্ণ🙏🙏🙏

    • @DebojitKumarBoraDeboBora
      @DebojitKumarBoraDeboBora Рік тому

      কৃষ্ণ কৃষ্ণ বাপ জনাক পুৱা গধূলি জনাও আমি সদায় প্ৰণাম।।

  • @labanyabezboruah6381
    @labanyabezboruah6381 Рік тому +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ আপোনাৰ চৰণত সেৱা জনাইছোঁ। অতি সুন্দৰ ভাগৱতৰ ব্যাখ্যা।

  • @rajuhazarikasaikia2511
    @rajuhazarikasaikia2511 Рік тому +5

    কৃষ্ণ, ইমান সুন্দৰ ভাগৱত বিশ্লেষণ কৰিলে ৰাতিপুৱাই মনতো বৰ ভাল লাগিল। 🙏

  • @monjurikagogoi1406
    @monjurikagogoi1406 Рік тому +3

    কৃষ্ণ। প্ৰভূলৈ সেৱা জনালোঁ। কথাবোৰ বৰ ভাল লাগিছে। বহুত জ্ঞান পালোঁ।

  • @rubulsaikia8656
    @rubulsaikia8656 Рік тому +2

    সুন্দৰ প্ৰকাশ পাইছে প্ৰভু জন কৃষ্ণ ৰাম কৃষ্ণ ৰাম সেৱা জনাইছোঁ কৃষ্ণ কৃষ্ণ প্ৰণাম জনাইছোঁ

  • @mukheswarborah4808
    @mukheswarborah4808 Рік тому +2

    সংক্ষিপ্ত আলোচনা শুনি উপকৃত হ'লো।

  • @kshitishnath1567
    @kshitishnath1567 Рік тому +8

    Very very precious scientific analysis. Namaskar .

  • @tapantamuli5277
    @tapantamuli5277 Рік тому +5

    প্ৰভু ঈশ্বৰৰ ভাগৱতৰ কথা শুনি সন্তোষ পালো। প্ৰভু ঈশ্বৰৰ চৰণত সেৱা জনাইছোঁ।

  • @nripenborah1612
    @nripenborah1612 Рік тому +2

    কৃষ্ণ কৃষ্ণ হৰি হৰি ৷ঔঃম নমো ভাগৱতে বসুদেৱায়

  • @keshakantadas1935
    @keshakantadas1935 Рік тому +1

    কৃষ্ণ প্ৰভূ, সুন্দৰ ব্যাখ্যা। সেৱা জনাইছোঁ।

  • @munindragogoi2586
    @munindragogoi2586 Рік тому +5

    ওমঃ নমঃ ভগবতে বাসুদেবায
    কৃষ্ণ কৃষ্ণ
    প্ৰণাম

  • @Tate618
    @Tate618 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ 🙏🏻🙏🏻🙏🏻

  • @binugondhia6344
    @binugondhia6344 Рік тому +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ইমান সূনদৰ কথা শুনিলো।ভগৱানে আপোনাৰক দীঘজীৱি কৰক।

  • @khiradutta1006
    @khiradutta1006 Рік тому +6

    কৃষ্ণ,আপোনাৰ চৰণত ভক্তি ভৰা সেৱা জনাইছোঁ। ভাগৱত ৰ অমৃত সুধা পান কৰি অন্তৰ ভৰি পৰিল।

  • @bipulsaikia7415
    @bipulsaikia7415 Рік тому +2

    ইমান সুন্দৰ ব্যাখ্যায়ে আমাৰ নৰ সমাজৰ মাজত অলপ হ'লেও জ্ঞানৰ পোহৰ দিব। তাৰ বাবে আপোনাৰ ঢৰনত সেৱা জনাইছো প্ৰভু।

  • @munmicharingia4701
    @munmicharingia4701 Місяць тому

    কৃষ্ণ কৃষ্ণ 🙏🙏
    প্ৰণামো গুৰুদেৱ ❤❤❤🙏🙏🙏

  • @AmarNath-wd9rm
    @AmarNath-wd9rm Рік тому +2

    ইমান সুন্দৰ ভাগৱতৰ ব্যাখ্যা কৰিছে --শুনি মুগ্ধ হলো ।কৃষ্ণ কৃষ্ণ ।

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr Рік тому +1

    ❤ ওম শ্ৰী কৃষ্ণায়ে বাসুদেৱায়ে ভাগৱতেয়ে নমো নমহ।। গুৰুদেৱৰ এই বাক্ষা সুন্দৰ ভাৱে ভালকৈ বহুবাৰ একান্ত চিতে গ্ৰহণ কৰিবলৈ নিজকে ধন্য হৈ পৰিছো প্ৰভু প্ৰনাম।।

  • @swarnapachani4653
    @swarnapachani4653 7 місяців тому +1

    কৃষ্ণ প্ৰভু ভগৱন্ত শতকোটী প্ৰণাম জনাইছো।

  • @simontoyhoingkordeb8374
    @simontoyhoingkordeb8374 11 місяців тому +3

    কৃষ্ণ কৃষ্ণ সুন্দৰ বাখ্যা কৃষ্ণ

  • @anjimaborahchutia1432
    @anjimaborahchutia1432 Рік тому +2

    আজি ৰাতিপুৱাই শ্রৱণ কৰিলো। মনতো বহু বেছি শান্তি পাইছো।

  • @HimashreeBorah-m8w
    @HimashreeBorah-m8w 7 місяців тому +2

    Krishna provu

  • @jintudutta278
    @jintudutta278 Рік тому +4

    Krishna Krishna pranam janalu gurujana

  • @birendrahazarika7327
    @birendrahazarika7327 Рік тому +5

    উত্তম বিশ্লেষণ।প্ৰভু জনাক সেৱা জনালো । কৃষ্ণ।

  • @satyaranjanmahanta3057
    @satyaranjanmahanta3057 10 місяців тому +2

    কৃষ্ণ ৷ বৰ ভাল লাগিল ৷ সেৱা যাচিলোঁ

  • @jagneswargogoi7755
    @jagneswargogoi7755 Рік тому +1

    Dr Pitambardev Goswami Devor Bhagawat path bahot Val lagil .

  • @biswanathpathak3555
    @biswanathpathak3555 Рік тому +5

    ইমান সুন্দৰ ভাগৱত পাঠ শুনি নিজকে ধন্য মানিছো প্ৰভু সত কৌতিবাৰ প্ৰণাম জনালো কৃষ্ণ।

  • @pcfakoteaacompany1626
    @pcfakoteaacompany1626 Рік тому +1

    হে প্ৰভু মন চুই গল প্ৰভু

  • @dipikaoza7556
    @dipikaoza7556 Рік тому +3

    এনে সুন্দৰ ব্যাখ্যা ই মনক শান্তি দিলে
    প্ৰভুৰ চৰণত সেৱা জনালো।

  • @suprasadswargiary
    @suprasadswargiary 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @devaprateemgoswami8971
    @devaprateemgoswami8971 10 місяців тому +2

    Enlightened
    Thanks for sharing

  • @gauravbonshivlogs.3529
    @gauravbonshivlogs.3529 9 місяців тому +1

    জয় শ্ৰী কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ কৃষ্ণ 🙏 ওমঁ নামো ভাগৱতে বাসুদেৱায়ে নমঃ💞🙏🙏🙏💞

  • @Pori0550
    @Pori0550 3 місяці тому +1

    Krishna Krishna 🙏 🙏

  • @RajibDas-jp1qb
    @RajibDas-jp1qb Рік тому +4

    ওম ক্লীং কৃষ্ণই গোবিন্দাই গোপীজন বল্লভায় স্বাহা।। জয় শ্ৰী কৃষ্ণ,।

  • @chunuhazarika6673
    @chunuhazarika6673 Рік тому +2

    ইমান ভাল লাগিল ,প্ৰণাম জনাইছো 🙏🙏🙏🙏🙏🙏

  • @nalinimedhi6592
    @nalinimedhi6592 Рік тому +2

    Oti xundar Bhagabat বাখ্যা

  • @manakhiborahboruah1625
    @manakhiborahboruah1625 Рік тому +1

    Bor hundor lagil Krishna poovu

  • @purnimadas7779
    @purnimadas7779 Рік тому

    Bohut khundar bhagwat wakhya val lagil Xuni🙏🙏🙏🙏 krishna krishna baap probhu🙏🙏🙏🙏

  • @anuragkashyapcreation8060
    @anuragkashyapcreation8060 Рік тому +5

    কৃষ্ণ কৃষ্ণ প্ৰভু । বৰ ভাল লাগিল । কৰযোৰে আপোনাক প্ৰাৰ্থনা কৰিলো প্ৰভু 🙏🏻

  • @dimbeswari_patar
    @dimbeswari_patar Рік тому

    Krishna. Krishna. Krishna. Oum. Santi. Oum. Santi. Oum. Santi. 👃👃👃👃

  • @putuldas3984
    @putuldas3984 Рік тому +1

    Sewa janalu pravu kreshna

  • @bijitsaikia1491
    @bijitsaikia1491 7 місяців тому +1

    কৃষ্ণ কৃষ্ণ....আপোনালৈ ভক্তিভৰা প্ৰণিপাত জনালোঁ।শ্ৰীমদ্ভাগৱতৰ বিষয়ে সুন্দৰকৈ ব্যাখ্যা কৰাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।

  • @khagenbhuyan6727
    @khagenbhuyan6727 Рік тому +1

    Krishna,Krishna,Krishna,🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @nilimachoudhury5019
    @nilimachoudhury5019 Рік тому +1

    কৃষ্ণ কৃষ্ণ , প্ৰভু ঈশ্বৰ

  • @dineshsaikia3431
    @dineshsaikia3431 Рік тому +2

    কৃষ্ণ প্ৰভু পৰম উপকৃত হ'লো।

  • @nijumoniboruah8630
    @nijumoniboruah8630 Рік тому +2

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনার চরনত শতকৌতি প্ৰনাম আপোনি দীৰ্ঘজীবি হ্ওক

  • @amalkumardas8748
    @amalkumardas8748 3 місяці тому +2

    ঔঁম নমো ভাগৱতে বাসুদেৱায়🙏🙏🙏

  • @ranjuhazarika8799
    @ranjuhazarika8799 Рік тому +3

    Thank you so very much... Sumit ...Saikia❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @Drixuu_fr
    @Drixuu_fr Рік тому +4

    হে প্ৰভূ আপোনাক কৌটি কৌটি সেৱা জনালোঁ 🙏🙏

  • @nandabharali5160
    @nandabharali5160 Місяць тому +1

    হৰে কৃষ্ণ

  • @BITTUPAN3.0
    @BITTUPAN3.0 Рік тому +1

    He parameswar apunar saranat apunar bhakatar saranat kuti kuti pranam 🙏

  • @mohanchandranath9398
    @mohanchandranath9398 Рік тому +2

    Bar Sundar suni santus palu Thanks

  • @sanudrasaikia7212
    @sanudrasaikia7212 Рік тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু

  • @sumitradeka3599
    @sumitradeka3599 5 місяців тому +1

    KRISHNA 🙏🙏🙏🙏🙏🙏🙏🙏

  • @arupphukan8307
    @arupphukan8307 Рік тому +3

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @dharmendrasaikia6890
    @dharmendrasaikia6890 Рік тому +2

    জয় গোৱিন্দ,,, কৃষ্ণ 🙏🙏🙏🙏

  • @shyamolikabora2924
    @shyamolikabora2924 10 місяців тому +1

    Prohlad Janna kotha verry good Prabhu many thanks

  • @putalimahanta6878
    @putalimahanta6878 Рік тому +7

    🙏🏻অতি সুন্দৰ বিশ্লষণ । শতকোটি সেৱা জনালো প্ৰভু । 🙏🏻🙏🏻🙏🏻🙏🏻

  • @dineshsarania4834
    @dineshsarania4834 8 місяців тому +1

    পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আৰু অতি উত্তম অনুষ্ঠান।অন্তৰখন ৰিফাইন্ড হৈ যায়।জয় কৃষ্ণ।

  • @dimbeswardas9367
    @dimbeswardas9367 Рік тому +1

    Param xantustire xrabanpan korilu... Xunor Explaination.. Om namh bagawate basudebaih.. Om sri krishnai namah.

  • @rinkuhazarika8541
    @rinkuhazarika8541 Рік тому +5

    সুন্দৰ বিশ্লেষণ, ধন্য হৈ ৰʼলো🙏

  • @DiptiBordoloi-o4k
    @DiptiBordoloi-o4k Рік тому +2

    শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱৰ সুন্দৰ ভাগৱতৰ সুন্দৰ অমৃত ভাঙনি শুনি ধন্য হ 'লো। তেখেতৰ শ্ৰী চৰণত সেৱা জনাইছোঁ । কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @abhijitburagohain4846
    @abhijitburagohain4846 7 місяців тому +1

    Krishna Krishna...

  • @babulapps1376
    @babulapps1376 Рік тому +3

    প্ৰভূ ঈশ্বৰৰ এই অমৃত কথা ই সচাঁই নৰ মনিষৰ মাজত দেৱ ভাৱ গঢ় দিয়াত কিঞ্চিত হ'লেও সজাগতা সৃষ্টি কৰিব বুলি আশা কৰিলো । প্ৰভূ ঈশ্বৰৰ সু-সাস্থ্য আৰু দীৰ্ঘায়ু আমাৰ সকলোৱে একান্তই কাম্য । প্ৰভূ ঈশ্বৰৰ প্ৰতি শতকোটি প্ৰনাম ধৰিলো 🙏🙏🙏 ।

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr Рік тому +2

    প্ৰণাম গুৰুদেৱ ।

  • @nilakhisonowal5032
    @nilakhisonowal5032 Рік тому +3

    krishna krishna 🙏🙏🙏

  • @bashantadas1542
    @bashantadas1542 Рік тому +1

    Krishna krishna gaswami baap jai jai jai krishna bhagaban tomar saranat sata coti pranam coti coti pranam

  • @nidanhajong789
    @nidanhajong789 Рік тому +1

    Jai shree krishna

  • @rameshdas3336
    @rameshdas3336 Рік тому +2

    Krishn krishn

  • @padmamahanta8713
    @padmamahanta8713 11 місяців тому +3

    কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল 🙏🙏

  • @MiraBora-h4w
    @MiraBora-h4w Рік тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ ।

  • @KoronHembrom
    @KoronHembrom Рік тому +4

    শ্ৰীকৃষ্ণ আপোনাৰ ধৰ্মবাণী পুথিখন পঢ়ি বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ

  • @mousumisaikia9740
    @mousumisaikia9740 6 місяців тому +1

    Krishna🙏❤️

  • @Boikunthadutta7390
    @Boikunthadutta7390 24 дні тому +1

    Sri Sri krishnaya namoh....

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 6 днів тому +1

    গুৰু দেৱ প্ৰনাম প্ৰভু প্ৰনাম গ্ৰহণ কৰিব এটি সেৱা সাত সাগৰ তেৰ নদীৰ ইপাৰৰ বাবে পৰা প্ৰেৰণ কৰা হৈছে প্ৰভু ঈশ্বৰ।।

  • @khanindradas3847
    @khanindradas3847 Рік тому +3

    Oti sundar bakhya bap

  • @harikantagogoi9246
    @harikantagogoi9246 Рік тому +2

    Krishna porvo ponam jonalu

  • @BijoyPawandasBijoyPawandas
    @BijoyPawandasBijoyPawandas Рік тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏🙏🙏🙏❤জয় গোবিন্দ। জয় গোবিন্দ। জয় গোবিন্দ।

  • @debajitborah1643
    @debajitborah1643 Рік тому +3

    Pranam Guru Dev 🙏

  • @rebotisaikia661
    @rebotisaikia661 Рік тому +7

    শ্ৰীশ্ৰীআউনীআটী সএৰ সএাধীকাৰ শ্ৰীচৰণত শতকোটি প্ৰণাম ৷🙏🙏🙏🙏

  • @satyajeetdas433
    @satyajeetdas433 Рік тому +2

    Om jai shri krishna .

  • @monorampathari6513
    @monorampathari6513 Рік тому +2

    Krishna Krishna Bap ati hundor

  • @nomunomu4661
    @nomunomu4661 Рік тому +1

    Grudeb Om namo vagbote basudebai namah

  • @akhilburagohain381
    @akhilburagohain381 Рік тому +1

    Krishna Krishna Krishna hare murari

  • @bontigogoi2622
    @bontigogoi2622 11 місяців тому +2

    Joi guru jogat isar 👃👏

  • @pariboruah6694
    @pariboruah6694 Рік тому +1

    Pranam 👍👍👍🙏🙏pravusawajanalu

  • @jodumonibora409
    @jodumonibora409 Рік тому +1

    Joy shrikishn Krishna 🙏🙏🙏🙏🙏👋👋👋👋👋👋

  • @JyotishKalita-i7b
    @JyotishKalita-i7b Рік тому +2

    Om Santi, Dhanyabad.

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr Рік тому +1

    ওম শ্ৰী কৃষ্ণায়ে বাসুদেৱায়ে ভাগৱতেয়ে নম::

  • @MafuBorah
    @MafuBorah 6 місяців тому +2

    Kishna kishna kishna🙏🙏🙏

  • @ramcharandeka9143
    @ramcharandeka9143 Рік тому +2

    Ramkrishna

  • @niveditabaruah2956
    @niveditabaruah2956 Рік тому +1

    ওম নমো ভগৱতে বাসুদেৱায়।

  • @nalinidutta9451
    @nalinidutta9451 Рік тому +1

    Emanj sunder bslakhan guru janak satakuti pronam janiesu